ৰাজ্যত বানৰ প্ৰলয়। চৌদিশে বিভীষিকা, চৌদিশে আৰ্তনাদ। মহাসাগৰত পৰিণত মাজুলী।

  Рет қаралды 243,827

News Live

News Live

3 күн бұрын

ৰাজ্যত বানৰ প্ৰলয়। চৌদিশে বিভীষিকা, চৌদিশে আৰ্তনাদ। মহাসাগৰত পৰিণত মাজুলী। উজনি আৰু উত্তৰ অসমত চাৰিওফালে কেৱল হাহাকাৰ। জলবন্দী জনতাক উদ্ধাৰ SDRF-নিউজ লাইভৰ সাংবাদিকৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 151
@mohansarania8130
@mohansarania8130 2 күн бұрын
কোনে বুজিৱ বান পিৰিতৰকথা, যিজনে ভূগিছে সেইজনেহে বুজি পায়। ডাঙৰ ডাঙৰ অট্টালিকাৰ ওপৰত এচি ৰুমত বহি চৰকাৰৰ দৰমহা খাই থকাজনে কি বুজিৱ ?এয়াই মানুহৰ জীৱন ।মন্ত্ৰী মহোদয়সকলে বানাক্ৰান্ত ৰাইজৰপিনে চকু মেলি চোৱাৰ প্ৰয়োজন আছে।
@dhrubarobidas8980
@dhrubarobidas8980 2 күн бұрын
Enai Vali Kam kora kintu atia moi kom sorkar khonok fotuwa buli..enai bivag bur pati dhormah bur di asa
@user-cb8qt6sy5k
@user-cb8qt6sy5k Күн бұрын
হয় একেবাৰে সঁচা কথা
@Bhaskarvlogs-xt3ln
@Bhaskarvlogs-xt3ln Күн бұрын
সহায় কৰক 🙏 এনেবোৰ দৃশ্য ই মনত বৰ দুখ দিয়ে,,
@uddhabhazarika2077
@uddhabhazarika2077 2 күн бұрын
এজনো খাতি খোৱা অসমীয়া কষ্ট নাপাই,তাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে, চৰকাৰ প্ৰশাসনিক ব্যৱস্থা হাতে কামে লাগিবলৈ মই বিনম্ৰ অনুৰোধ জনালো।
@Mayurkrishna57
@Mayurkrishna57 2 күн бұрын
Bohut dukh lage o.... Moi u anekua din par kori ahisu
@NEBOY7
@NEBOY7 Күн бұрын
যেতিয়া কাম কৰিব লাগে তেতিয়া আপোনাৰ বিভাগৰ ঠিকাদাৰ অভিযন্তা কেইটা শুই থাকে , চৰিয়াই দিব লগ পালে ঠিকাদাৰ কেইটাক
@user-jq8rp4xb6r
@user-jq8rp4xb6r 22 сағат бұрын
20%কাম কৰি 80%পেটত ভৰাই ঠিকাদাৰ বোৰে ৰাইজৰ কথা ভাবিবলৈ সময় নাই সেই কাৰণে অসমৰ এনে অৱস্থা যি দেখিছোঁ আৰু হব
@KirandeviKirandevi-o1v
@KirandeviKirandevi-o1v 2 күн бұрын
NHPC ৰ বাবে এই অৱস্থা ।
@hrishikeshneog
@hrishikeshneog Күн бұрын
পাহাৰত বৰষুণ ধাৰাষাৰ দিছে, বান্ধ ভাগি গ'লে ইয়াতকৈ ভয়ানক আৰু বিভৎস হ'ৱ। সেয়ে বান্ধ খুলি দিছে।
@mohansarania8130
@mohansarania8130 2 күн бұрын
চৰকাৰক অনুৰোধ কৰিছো, চৰকাৰে চৰকাৰী চাকৰিয়ালৰ একসপ্তাহৰ দৰমহা কৰ্টন কৰি বানাক্ৰান্ত ৰাইজক সহায় কৰিলে ভাল হৱ।
@SapnaRoy-h2c
@SapnaRoy-h2c Күн бұрын
Pagol
@cycleridersvlog7029
@cycleridersvlog7029 Күн бұрын
Kio sorkaror Toka nai neki
@sahedalisahedali5273
@sahedalisahedali5273 Күн бұрын
MLA , MP Minister ৰ দৰমহাৰ পৰা টকা কাটিব কক তেখেত সকলৰ দৰমহা বেছি আৰু Pension ও আছে ।
@user-rd8iw4rp8w
@user-rd8iw4rp8w Күн бұрын
Kom beci porimane hokoluwe dile kene hoi !
@Ramraj13333
@Ramraj13333 Күн бұрын
এক মাহৰ বন্ধ কৰি দিব লাগে
@golamrasul5081
@golamrasul5081 Күн бұрын
সত্ৰনগৰী মাজুলীৰ অবস্থা দেখি হিমন্তৰ অকণো বেয়া লগা নাই নে? বানপানীয়ে কেৱল সেই সকল সম্প্ৰদায়কে ক্ষতি কৰা নাই । হিমন্ত ,পিউছ আৰু মল্লভ বৰুৱা তোমালোকে চোৱা আৰু তোমালোকৰ বিবেকক কোৱা যে আমাৰ ভূল আৰু নেদেখা জনৰ বিচাৰ সাথিক l
@user-dv5oo8zv5u
@user-dv5oo8zv5u Күн бұрын
যিকেইটা বিভাগে খৰালি ভালদৰে কাম কৰা নাছিল সিহঁতৰ দৰমহা কাটি সাহায্য দিব লাগে।এই সমস্যাৰ কেতিয়াবা শেষ হযনে ?
@user-mf9xr6vh3m
@user-mf9xr6vh3m Күн бұрын
Yes your right 👍
@puspadhardowarah1932
@puspadhardowarah1932 Күн бұрын
অসমবাসীৰ এই আৰ্তনাদ কাহানি শেষ হব?নেতাৰ মুখত বৰ বৰ কথা!লোক সভা নিৰ্বাচনত কোন"জিকিল কোন হাৰিল কেলা বোৰতেই লাগি আছে!এচাম মানুহৰ কি গতি হৈছে এই সকলে ভাবি চাইছেনে?অকল গৌৰৱক সমালোচনা কৰি থাকোতই সময় পাৰ কৰিছে।এইবোৰত মন দিবলৈ সময় কত?নলবাৰীত খানা খাই কেনে লাগিল?এইবোৰ"মানুহে"কি খাব এতিয়া?
@NabakumarDas-dh4wq
@NabakumarDas-dh4wq Күн бұрын
God bless saved 🙏🙏🙏
@NabakumarDas-dh4wq
@NabakumarDas-dh4wq Күн бұрын
Be Alart
@user-vm8mr4nb6e
@user-vm8mr4nb6e 2 күн бұрын
সহায় কৰক
@dhireswarkachari7715
@dhireswarkachari7715 Күн бұрын
News live ধন্যবাদ
@Anshuman885
@Anshuman885 Күн бұрын
অসমৰ ১২৬ জন বিধায়ক আৰু ২জন ৰাজ্য সভাৰ সাংসাদ আৰু ১৪ জন লোক সভাৰ সাংসাদৰ এমাহৰ দৰমহা অসমৰ বান বিধস্ত অঞ্চলত দিয়াৰ ব্যৱস্থা কৰক। মানৱতাৰ খাতিৰত এইকন সহায় জন প্ৰতিনিধিৰ থকাটো মানৱীয় দায়িত্ব আৰু কৰ্তৱ্য।
@Ajitbasumatary-xj3jd
@Ajitbasumatary-xj3jd Күн бұрын
God bless you all
@nayanjyotikalita1215
@nayanjyotikalita1215 Күн бұрын
জন প্ৰতিনিধি ৰাইজ ৰ লগত থাকক।
@ainubaruah5119
@ainubaruah5119 Күн бұрын
হে প্ৰভু 🙏
@nayanjyotikalita1215
@nayanjyotikalita1215 Күн бұрын
মোদী আৰু অমিত চাহ আহিব নে অসমৰ দুৰ্দশা চাবলৈ
@jintucreationxyz
@jintucreationxyz Күн бұрын
Tate Gaurav ne kun jikise bule.. ki kori ase ?
@debiduwarah4142
@debiduwarah4142 2 күн бұрын
Bahut dukh lagise hosai
@uttamsingha7212
@uttamsingha7212 Күн бұрын
Vary good sir
@anamikakalita318
@anamikakalita318 Күн бұрын
Good job Assam police... sakori jiyai nhow ..bipodt mnuhok help krisa dekhi val lgil ...
@NabakumarDas-dh4wq
@NabakumarDas-dh4wq Күн бұрын
O my God . saved..my Assam.plese Alart...
@dimbeswargohain2867
@dimbeswargohain2867 Күн бұрын
সহায় কৰক সচেতন চৰকাৰে!
@rahuldutta296
@rahuldutta296 Күн бұрын
God help us 🙏🙏🙏🙏
@ramensaikia5553
@ramensaikia5553 Күн бұрын
NHPC অৱদান 🙏🙏🙏
@khusiworld5218
@khusiworld5218 Күн бұрын
প্ৰতি বছৰে বানপানী হব চৰকাৰে যাতে ধুনীয়াকৈ ঘৰ সাজি দিয়ে
@gitashrihazarika1253
@gitashrihazarika1253 Күн бұрын
Jorhat t gaurav ase nhoi khub fota lacture mrisil sun atiya kot gol dheka dheki ni je
@user-qu3ed6sg5b
@user-qu3ed6sg5b 2 күн бұрын
😢😢😢
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs Күн бұрын
এতিয়া মোদী অমিত ছাহ ৰ water show কৰাব হি লাগে। তেওঁ লোকৰ দৰমহা অংশ ডিয়ক এওঁলোকক।
@dr.lakshmikalita8857
@dr.lakshmikalita8857 Күн бұрын
হে কৃষ্ণ 😮😮
@dolungkoofficial7300
@dolungkoofficial7300 2 күн бұрын
Very sad 😭😭😭
@jintucreationxyz
@jintucreationxyz Күн бұрын
Gaurav Gogoi.. ne ki kot gol ?
@user-is1yz3ct5l
@user-is1yz3ct5l Күн бұрын
Cabinet meeting t Nalbari t gololoke khai enjoy aru jonogonor obostha
@khembiswakarma8897
@khembiswakarma8897 Күн бұрын
NHPC ye Pani aribo buli jonuwar pisotu sorkare bebosta kiyo nolole.
@jibeshrabha
@jibeshrabha Күн бұрын
Hosakoi amr MLA aru mantri hoise nonsense. Aru bhoj aru vat khai thak..
@mondiragogoi4483
@mondiragogoi4483 Күн бұрын
মামা / মামি দি দিয়ক এমাহৰ দৰমহাৰ ❤
@user-jq8rp4xb6r
@user-jq8rp4xb6r 22 сағат бұрын
এইখন চৰকাৰে মৰাৰ পাছতহে পাঁচ লাখ টকা দিয়ে কাক দিয়ে কেলেই দিয়ে কি খাবলৈ দিয়ে বুজিয়ে নাপাওঁ আগতীয়াকৈ কোনো কামোৰে সমাধান নাই
@mamitasaikia6194
@mamitasaikia6194 Күн бұрын
ঠিকাদাৰ বিলাকৰ মাজুলীক লৈ হেতালী খেলে। চৰকাৰৰ জনপ্ৰতিনিধি বিলাকৰ ফুলজাৰি কেৱল মাজুলী ক লৈ।
@hiteshnath9931
@hiteshnath9931 2 сағат бұрын
God help you
@rajibpegu5313
@rajibpegu5313 Күн бұрын
গৰমত ভোট দিবি আৰু পানিত সাতুৰিবি । Nhpc বন্ধ কৰিব লাগে বুলি ক'লে ৰাইজে কান হাৰ নিদিয়েতো
@HaruAhmed-mb8wi
@HaruAhmed-mb8wi Күн бұрын
MLA kot???? Where Mr. MLA, --- dhaan, pahu, Nizor manuh bur ouddhar bivastha karek. Retion, paani bibosthaa Sarkaror dayeetta.
@MinuTaid-wt1fl
@MinuTaid-wt1fl Күн бұрын
What benefits to visit before to step any work sir like election market
@user-nw4xe8by9t
@user-nw4xe8by9t Күн бұрын
news live chenel t aibur batori vl lagise kito sorkaroku okn davi dib lage raijok okn sabole
@White-vt9yy
@White-vt9yy Күн бұрын
😭
@aminrahul1977
@aminrahul1977 Күн бұрын
Local MP kot?
@sumu1453
@sumu1453 Күн бұрын
Congress r dinot kintu assam t banpani oha nasil de 😂😂😂😂😂😂😂😂 Hokolu e ebar geographic information sabo assam r
@user-jq8rp4xb6r
@user-jq8rp4xb6r 22 сағат бұрын
বাপেৰ মূৰটো কৰিব আহে সকলো শেষ হোৱা পাছত আগতে কি কৰি থাকে মন্ত্ৰী বোৰে ভোট বিচাৰি আহিব জানে প্ৰত্যেক গাঁৱতেএমলে তিকাত ঘূৰি ফুৰা এচাম থাকেই সেই খকোৱা বোৰে মথাউৰি বোৰৰ কথা নকয় কেলেই এতিয়াটো নিজৰ পৰিয়ালো ভুগিব লগা হৈছে কোন ধনী কোন দুখীয়া
@AnitaKutum-bm8qx
@AnitaKutum-bm8qx Күн бұрын
😢😢
@dipakbora5019
@dipakbora5019 Күн бұрын
Save majuli ,heart of ours,All are alert for Mujuli
@jyotisaikia2300
@jyotisaikia2300 Күн бұрын
জলসম্পদ বিভাগৰ কাম নাই। জলসম্পদ মনত্রী ৰ কাম নাই। তেওঁ ৰ বৰ বৰ ভাষণ বোৰ কলৈ গল
@MukulHazarika-rz3po
@MukulHazarika-rz3po Күн бұрын
😢😢😢😢😢😢
@SimilarAhmed
@SimilarAhmed Күн бұрын
ওপৰৰ মাল গৈছে চিন্তা নকৰিব 😂😂😂
@gakulbarmangakulbarman4599
@gakulbarmangakulbarman4599 Күн бұрын
Shahai কাৰাক মন্ত্ৰী দাদা
@user-yx7me9vo7w
@user-yx7me9vo7w Күн бұрын
Xohai korc mama 😢
@jalilmir8501
@jalilmir8501 Күн бұрын
So sad😢
@user-fe3ep9qx5e
@user-fe3ep9qx5e Күн бұрын
মালিক🙏চাৱ😢
@user-ty3sh6ld9e
@user-ty3sh6ld9e Күн бұрын
God save me.
@jigyaasa7096
@jigyaasa7096 Күн бұрын
Aneke dhonkho hobo..dukhia bure agot jabo aru dhoni bure alop dari'k, but jabo sobe..
@utpalgoswami1990
@utpalgoswami1990 Күн бұрын
অমিত চাহ ডাঙৰীয়াৰ পৰামৰ্শ লওক তেওঁ আমাৰ গৃহ মন্ত্ৰী ? আপুনি মূখ্য মন্ত্ৰীহে । কেনে মস্তিষ্ক থকা আমাৰ গৃহ মন্ত্ৰী ? এনে বানপানীক ইতিকিং কৰা মূখ্য মন্ত্ৰী ডাঙৰীয় আৰু দকাইটৰ নিচিনা ফিউজ হাজৰিকা লাজ লগা নায় ? ডাঙৰ ডাঙৰ পুখুৰী খন্দোৱায় বানপানী নায়কিয়া কৰিব পৰা যায় এইয়া আমাৰ গৃহ মন্ত্ৰী ডাঙৰীয়াৰ কথা । চালা মূৰ্খৰ দ'ল ---
@BaitiPegu-fl9pj
@BaitiPegu-fl9pj Күн бұрын
😢
@davidkonwar892
@davidkonwar892 Күн бұрын
Heikrne tu nhpc bonabo mana korisilu no😢😢😢 akhil gogoi 👍
@girindrasharma3561
@girindrasharma3561 Күн бұрын
Assam r ene biporjyor ketia anto poribo.. Mahabahu Brahmaputra i doya korok😭😭😭😭😭😭😭
@AliAhmed-tq5dj
@AliAhmed-tq5dj Күн бұрын
😭😭😭
@rebolgayari5247
@rebolgayari5247 Күн бұрын
😢😢😢😢
@Nayanmoni.995
@Nayanmoni.995 Күн бұрын
Jorhat nimati 😢😢 plz help me sir 🙏
@user-mf9xr6vh3m
@user-mf9xr6vh3m Күн бұрын
He Probhu 🙏 Kam kori thoka manhu khini aru dulhia manhu bu kene koy thaki bo, kot jabo, Ki khbo, Asom montik I request please immediately Help me now.😢😭
@jigyaasa7096
@jigyaasa7096 Күн бұрын
Everyone one is busy to make one's wealth... nobody have tym to thik abt other, environment, society,
@birinchihazarika9314
@birinchihazarika9314 Сағат бұрын
ভুল ধাৰণা দিব নালাগে সাংবাদিক, মাজুলীৰ মথাউৰিৰ ভিতৰত এতিয়াও 60% ৰ ওপৰত পানী হোৱা নাই। মাজুলীৰ মানুহ পানীত অভ্যস্ত। সহায় কৰিব আৰু আমিও কৰিম।
@sahedalisahedali5273
@sahedalisahedali5273 Күн бұрын
এয়া কম হৈছে । আৰু হ'ব ।
@jintucreationxyz
@jintucreationxyz Күн бұрын
Tate Gaurav Gogoi.. ne kun jikisil bule.. ki kori ase atiya ?
@deepg0xd
@deepg0xd 5 сағат бұрын
Nakot tel di hui ase
@nibaranthakuria4533
@nibaranthakuria4533 8 сағат бұрын
Please nearest help him.
@Pranabdoley94
@Pranabdoley94 Күн бұрын
Atiya hohai korok sarkar
@hitendratalukdar8855
@hitendratalukdar8855 2 күн бұрын
Ekl...,
@dgitumoni5808
@dgitumoni5808 11 сағат бұрын
Ei ki koribo.eku koribo noware.faltu minister. Ami dekhi ahiso.
@rohitkumarsingh8368
@rohitkumarsingh8368 Күн бұрын
Please speak in hindi or english
@AmolSarma
@AmolSarma 2 күн бұрын
Kyo AXOMOR FIOOD , PROBLEM TU NATIONAL PROBLEM KYO NAMANE.
@Krishna-el9zi
@Krishna-el9zi Күн бұрын
Assam jihetu banor problem ketiyau nokome to manuhe floating house bonuwar system kio nane
@JoyDoley-gc6nh
@JoyDoley-gc6nh Күн бұрын
Ki kbr hai manuli
@amarjyotikalita2889
@amarjyotikalita2889 Күн бұрын
Moi BJP MLA,MP kytak koiso apunalokar to ijjat ni , asoni di keneke vot xongra koriba lage xai he , apunalokar ai a nhi 2026 t dexa pabo
@user-bj6vt6zy5o
@user-bj6vt6zy5o Күн бұрын
Sarkaror ki dukh.... Prakritir lila kune buji pai. Brahmaputra axomor jonojibonor logot jorito aru gourav kintu prakriti a rup dhorile kune rakhe.......
@user-cz2gk4vm6q
@user-cz2gk4vm6q Күн бұрын
এবাৰ চকু মেলি আমাক চাব নে?😢 নে বাণে একেবাৰে লৈ যোৱাৰ পাছত চকু মেল খাব।😊
@user-mf9xr6vh3m
@user-mf9xr6vh3m Күн бұрын
He vogoban ene okhnty kio kori se Korok soboke pithi bi notun sisty korok nohole Karu bak okhnty karu bak ekua nai Ane koy Pani hoy neki Probhu notun pithi bi sisty kore Jodi soboke mari niok . Nohole ene koy okhnty noko rib. Probhu🙏🙏🙏
@ProdipHazarika-lw2qb
@ProdipHazarika-lw2qb Күн бұрын
Dukhi kun Dukhi kun
@nipujiyanshentertainment6397
@nipujiyanshentertainment6397 Күн бұрын
NHPC r dhakha lila
@user-lm6fq8yx7q
@user-lm6fq8yx7q Күн бұрын
Himantai kiba ata korok
@DesiredmixTube01
@DesiredmixTube01 Күн бұрын
Dam destroyed Assam
@mr.adityakumarvlog1755
@mr.adityakumarvlog1755 Күн бұрын
Etiya sarkar kot gol vut bisari bisari ghuri etiya kio help karibo nahe
@ManasJyotiDas-ce3ev
@ManasJyotiDas-ce3ev Күн бұрын
Nhpc bnai beya Kam krile
@user-zj7di1rk9r
@user-zj7di1rk9r Күн бұрын
🙏🙏🙏🙏🙏🙏🙏😭😭😭😭😭😭😭😭😭😭
@minakshiborah5703
@minakshiborah5703 Күн бұрын
Akhil gagoidar kotha hosa promanhol
@user-xm9np5os1f
@user-xm9np5os1f 2 күн бұрын
Morilu aru
@BobyDas-ex8dm
@BobyDas-ex8dm Күн бұрын
Onion hajorika
@BiplobHazarika-d1n
@BiplobHazarika-d1n Күн бұрын
Dayan nadi nepku get kulise neki
@Assam491
@Assam491 22 сағат бұрын
420 monte😂😂😂
@NEWMOVIES-bz2nb
@NEWMOVIES-bz2nb Күн бұрын
NEWS LIVE CEO Himanta bisa sorma Maint nai cm falto
@krishnamonidas3887
@krishnamonidas3887 Күн бұрын
Bhut beya lage oo ki korem bogovane mon to dila amrk aru aku nidila oo
@user-sc6zh9qy3x
@user-sc6zh9qy3x Күн бұрын
Hai karna ako abr mudi sorkar hoina
@pallabjyotisaikia3918
@pallabjyotisaikia3918 Күн бұрын
Dispur baxee xakale ki Kori ase
@pujabaruah9619
@pujabaruah9619 2 күн бұрын
Amar fale nai ban pani
@user-il6mz6xo1j
@user-il6mz6xo1j Күн бұрын
Tum Toka khowa, papi
@dipalideka9545
@dipalideka9545 20 сағат бұрын
Montri mohodoy ban piritok soku meli sowok
My little bro is funny😁  @artur-boy
00:18
Andrey Grechka
Рет қаралды 12 МЛН
когда повзрослела // EVA mash
00:40
EVA mash
Рет қаралды 3,5 МЛН
Haha😂 Power💪 #trending #funny #viral #shorts
00:18
Reaction Station TV
Рет қаралды 15 МЛН
버블티로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 96 МЛН
paglu part 2
1:16:19
Swarnadip
Рет қаралды 171 М.
📌#StreamingNow | #SuperPrimeTime
News Live
Рет қаралды 45
What went down at the oath-taking ceremony?
4:21
Brut India
Рет қаралды 234 М.
Teokত বানৰ সংহাৰ, অসহায় ৰাইজ
5:17
News18 Assam/Northeast
Рет қаралды 5 М.
My little bro is funny😁  @artur-boy
00:18
Andrey Grechka
Рет қаралды 12 МЛН