৪ দিনেও সন্ধান নাই ৰমেন বৰুৱাৰ, সম্ভ্ৰান্ত বৰুৱা পৰিয়ালক বদনামী নকৰিবলৈ আহ্বান দ্বীপেন বৰুৱাৰ

  Рет қаралды 28,709

News Live

2 ай бұрын

📌১০০ ঘণ্টা পাৰ হল, এতিয়াও সন্ধান নাই সংগীত পৰিচালক ৰমেন বৰুৱাৰ। কন্যাৰ সৈতে কাজিয়া লাগি ওলাই যোৱা নাই ৰমেন বৰুৱা। আৰ্থিক অনাটনৰ বাবেহে তেওঁ হতাশগ্ৰস্ত হৈ পৰিছিল। সম্ভ্ৰান্ত বৰুৱা পৰিয়ালক বদনামী নকৰিবলৈ আহ্বান দ্বীপেন বৰুৱাৰ।
Like the official facebook page of News Live: newslivetvofficial/
Follow News Live on twitter: NewsLiveGhy
Connect to our instagram account: newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 18
@bantidas2403
@bantidas2403 2 ай бұрын
এই ক্ষেত্ৰত এই কৰ্ম হৈছে ঘৰৰ পৰিয়ালৰ কাৰণ এই আৰু অণুৰোধ থাকিল এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত চাৰক। আমাক লাগিব এই আৰু অণুৰোধ থাকিল চাৰ সমাজৰ আৰু ৰাইজৰ মাজৰ এজন হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰৰ লাগিব আমাক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
@Rubulgogoi209
@Rubulgogoi209 2 ай бұрын
এইটো কিন্তু ভতিজা গৰাকীয়ে শুদ্ধ কথা কৈছে । কাৰোবাৰ গান সূৰ বেলেগে ব্যৱহাৰ কৰি ( আধুনিক ৰূপত ) নাম কামাই আছে । প্ৰকৃত সূৰৰ সৃষ্টি কৰোঁতা জনক কথাষাৰো নোসোধে । এনে ব্যৱহাৰ ৰমেন বৰূৱাৰ দৰে / দ্বীপেন বৰুৱাৰ দৰে / আৰু অনান্য শিল্পীৰ ক্ষেত্ৰত হোৱাটো অতি আচৰিত জনক ।
@prasantagoswami1477
@prasantagoswami1477 2 ай бұрын
@@Rubulgogoi209 সৰলতাৰ সুযোগ ল'লে। বেছি ভদ্ৰ হ'লে, বেছি সম্ভ্ৰান্ত ঘৰৰ হ'লে , মদপানী নাখালে , মূখত বেয়া মান মাতিব নোৱাৰিলে এচামে সুযোগ লয়েই। এতিয়া আমাৰ নিচিনা মানুহৰ কাম নাই।
@dhrubajyotikowar5888
@dhrubajyotikowar5888 2 ай бұрын
ভাষ্যবিলাক সঘনাই পৰিবৰ্তন হৈ থকা নাইনে বাৰু,,,,,,,,??? অন্তৰালত কিবা ভয় অথবা শংকা থকা যেন অনুভৱ হৈছ্
@indianpanorama303
@indianpanorama303 2 ай бұрын
শিলপী ক মোটা পেন্সন দিব লাগে ।।
@uddhabhazarika2077
@uddhabhazarika2077 2 ай бұрын
চালে চকুত ৰোৱা ঘৰখন এওঁলোকৰ পিছত ঘৰখনক অসম চৰকাৰে সংৰক্ষণ কৰিলে উজান বজাৰৰ স্থায়ী বাসিন্দা হিচাপে আমি বিচাৰো।
@k.deka.4789
@k.deka.4789 2 ай бұрын
শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱ অসমৰ সম্পদ হ'লেও জীয়েকৰ কথা-বতৰালৈ চাই সিহঁতৰ বাবে বোজা হৈ পৰিছিল যেন ভাব হয় | কথা কওঁতে মনত দুখ পোৱা যেন অনুভৱ নহয় |
@prasantagoswami1477
@prasantagoswami1477 2 ай бұрын
হয় দেই, গানবোৰো লোকে নিজখুচি মতে যা-তা কৰিলে। Original গানটোক আঘাট সনাৰ লগতে সৃষ্টিকতা কেইজনকো আঘাট হানিলে। দূখ কাৰ নালাগিব।
@bitubarman-h4y
@bitubarman-h4y 2 ай бұрын
Jiakar manat alapo dukhar sin nai
@Randeepvlog
@Randeepvlog 2 ай бұрын
Haire jibon...sobore kiba nhoykiba tnsn aase
@indianpanorama303
@indianpanorama303 2 ай бұрын
Ending of artist life..is very sad..in case of Bhupen Hajarika...Dipen Dada i open kotha aata koisil..kheya begining😢😢
@shankarseal6245
@shankarseal6245 2 ай бұрын
God bless him
@ANJANA1324
@ANJANA1324 2 ай бұрын
চৰকাৰৰ বিফলতা
@dipankarrahang1297
@dipankarrahang1297 2 ай бұрын
Ki kribo sarkarey
龟兔赛跑:好可爱的小乌龟#short #angel #clown
01:00
Super Beauty team
Рет қаралды 16 МЛН
Life hack 😂 Watermelon magic box! #shorts by Leisi Crazy
00:17
Leisi Crazy
Рет қаралды 80 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 54 МЛН
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,4 МЛН
龟兔赛跑:好可爱的小乌龟#short #angel #clown
01:00
Super Beauty team
Рет қаралды 16 МЛН