Рет қаралды 362,351
⭕️ সমগ্ৰ অসমত জলপ্ৰলয়ত স্তব্ধ জনজীৱন। সৰ্বনাশী বানে জোলোকা-জুলুকে পানী খুৱাইছে লাখ লাখ লোকক।
⭕️ মৃতদেহৰ সৎকাৰ কৰিবলৈও এতিয়া অসমৰ্থ ৰাইজ। তেজপুৰত আধা সৎকাৰ কৰিয়ে মৃতদেহ এৰিবলগীয়া হৈছে মৃতকৰ আত্মীয়ই।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/