Рет қаралды 223,976
ফুটুকাৰ ফেনত পৰিণত হ’ল বহু প্ৰত্যাশিত NRC। NRCত কটা গ’ল মাত্ৰ ১৯ লাখ লোকৰহে নাম। মুহূৰ্ততে ধূলিস্যাৎ হ’ল ৰাজকোষৰ ১৬০০ কোটি টকা, ৫৫ হাজাৰ NRC কৰ্মীৰ দিন-ৰাতিৰ কষ্ট। নাম নোলোৱাকৈ আছুক সমালোচনা ৰাইজৰ। ক্ষুৰধাৰ সমালোচনা প্ৰতীক হাজেলাক। শেষলৈকে আস্থা ৰখা আছুৱেও নস্যাৎ কৰিবলৈ বাধ্য হ’ল NRC। NRCক বিগ জিৰ’ আখ্যা দি হাতজোৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে APWয়ে।
#NewsLive #AssamNews
Like the official facebook page of News Live: newslivetvofficial/
Follow News Live on twitter: NewsLiveGhy
Connect to our instagram account: newsliveghy
Visit our website for all news updates: newslivetv.com/