Рет қаралды 1,205,553
গুৱাহাটীত এক শিহৰণকাৰী অপহৰণকাণ্ড। মাজনিশা শুই থকা অৱস্থাতে মাকৰ বুকুৰ পৰা দুবছৰীয়া শিশুক লৈ পলায়ন এক দুৰ্ধৰ্ষ অপৰাধীৰ। নামত ৰিক্সা চালক, কেইবাটাও অপৰাধ কাণ্ডৰ খলনায়ক মমতাজ আলীৰ গুৱাহাটীৰ বামুনীমৈদামত নিশাৰ অন্ধকাৰত খিৰিকীৰে দুবছৰীয়া সন্তানক অপহৰণ কৰি ধন ঘটাৰ কুঅভিপ্ৰায়।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for latest update of news: newslivetv.org/