No video

কন্যাৰ অত্যাচাৰত ঘৰ এৰি ওলাই গৈছিল ৰমেন বৰুৱা, বিস্ফোৰক মন্তব্য ভাতৃ দ্বীপেন বৰুৱাৰ

  Рет қаралды 335,810

News Live

News Live

Күн бұрын

🔴 কন্যাৰ অত্যাচাৰত ঘৰ এৰি ওলাই গৈছিল ৰমেন বৰুৱা, বিস্ফোৰক মন্তব্য ভাতৃ দ্বীপেন বৰুৱাৰ
🔴 কন্যাৰ অভব্য গালি-গালাজৰ বাবে দুখে-শোকে ঘৰ এৰি গৈছে যদিও কৰবাত আত্মগোপন কৰি থকাৰ সন্দেহ দ্বীপেন বৰুৱাৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 755
@priyankabaruah2311
@priyankabaruah2311 Ай бұрын
এইবোৰ নিজৰ লগত হ'লেহে মানুহে বুজি পায়। ইমান জনপ্ৰিয় মানুহ এজনৰ এনে ঘটনা হৈছে পৰিয়ালৰ মানুহখিনি কিমান দুখ, কিয়নো এইবোৰ সুধিব লাগে। এইবোৰ পুলিচে সুধিলেও বেলেগ কথা এনেদৰে প্ৰত্যক্ষভাৱে জনসাধাৰণৰ মাজলৈ এইবোৰ দিয়া ভাল নাই হোৱা। অন্ততঃ মানসিক শান্তিৰ কথা আছে , সন্মানৰ কথা আছে।
@goutamtamuli5405
@goutamtamuli5405 Ай бұрын
ইমান দুখৰ মুহূৰ্ততো সাংবাদিকৰ অত্যাচাৰ😢 তথাপি গালি পৰা নাই! সহজ সৰল মানুহ❤
@parismitabaishya883
@parismitabaishya883 Ай бұрын
তেওঁক ইমান বোৰ প্ৰশ্ন কৰি আছে যে, তেওঁ ক'ব খোজা নাই , এইবোৰ প্ৰশ্ন জীয়েক জনীক কৰক।
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw Ай бұрын
ৰিপৰৰ্টাৰ বিলাকে অলপ বেছি কৰে !পৰিয়ালৰ ভিতৰৰ কথা সোধাৰ ক্ষমতা তেওঁলোকৰ নাই ।পাৰে যদি বিছাৰ-খোচাৰ কৰি সনন্ধানহে ওলিয়াব লাগে ।
@pabitriboruah2422
@pabitriboruah2422 Ай бұрын
ইমান কিয় সুধিব লাগে? মানুহজন দুখত আছে।
@Mukund-o7y
@Mukund-o7y Ай бұрын
Right
@abhikachari5037
@abhikachari5037 Ай бұрын
O takei to imam hudhi thake kobo mon nai hudhi thake
@VhVbn-e7d
@VhVbn-e7d Ай бұрын
Val reporter kenekoi paleba
@ashimtalukdar6187
@ashimtalukdar6187 Ай бұрын
বাতৰী সংগ্ৰহৰ নামত ইমান কামোৰ হব নেলাগে
@nazmabegum2191
@nazmabegum2191 Ай бұрын
দ্বিপেন দাক অলপ শান্তিত থাকিবলৈ দিয়ক এনেয়ে মানুহজন অশান্তিত আছে please🙏🙏🙏
@arishshen7929
@arishshen7929 Ай бұрын
Pagol reporter sob....cbi enquiry korise
@deboborah5858
@deboborah5858 Ай бұрын
দ্বীপেন দাৰ বয়স হৈছে ইমান প্ৰশ্ন নকৰিবা তেওঁলোক আমাৰ সম্পদ।
@rekhasaikia7351
@rekhasaikia7351 Ай бұрын
True .
@knowledgeispower996
@knowledgeispower996 Ай бұрын
ইমান ulta pulta কৈ কিয় একেটা কথাকে সুধি থাকে বুজি নাপাওঁ
@koushikgogoigogoi7291
@koushikgogoigogoi7291 Ай бұрын
Rrt
@hanseali1924
@hanseali1924 Ай бұрын
হয় থিকেই কৈছে ।
@PriyankaBorah854
@PriyankaBorah854 Ай бұрын
Thike koise apuni
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
তেখেতক তেনেকৈ সাংবাদিকে জেৰা কৰাটো আশোভনীয় যেন লাগে।
@malamanibaruah3524
@malamanibaruah3524 Ай бұрын
Journalists are so rude to Dipen Baruah
@VhVbn-e7d
@VhVbn-e7d Ай бұрын
Absolutely right
@sashibhatta5198
@sashibhatta5198 Ай бұрын
চূড়ান্ত অশোভনীয় হৈছে ৷
@AsmaBegum-ql8og
@AsmaBegum-ql8og Ай бұрын
Yes
@breakevenpoint8877
@breakevenpoint8877 Ай бұрын
Aitu jornalist ne police ne sur. Ehotei anaar hamajor hatru.
@user-cv9qp3oy6l
@user-cv9qp3oy6l Ай бұрын
সাংবাদিক কেইজনক অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ CI D শাখাত পদ খালী আছে যদি এই সকলক সোনকালে নিযুক্তি দিব পাৰে যদি দি দিয়ক ।।।
@SubhashJ-fl8nl
@SubhashJ-fl8nl Ай бұрын
Thik koise 😂
@user-rj7re2rp7q
@user-rj7re2rp7q Ай бұрын
Mi minimum there
@gunadhardas5745
@gunadhardas5745 Ай бұрын
সাংবাদিকতাৰ নীতি নিয়ম মানি চলক। পাৰিবাৰিক কথা সংবাদ মাধ্যমে ৰাইজক এনেকৈ কিয় জনাব লাগে? পুলিচে হয়তো তদন্তৰ স্বাৰ্থত সুধিব পাৰে, ৰাইজক জনোৱাৰতো কোনো প্ৰয়োজন নাই। এই পৰিয়ালটো অসমৰ এটা সংস্কৃতিবান পৰিয়াল। ৰমেন বৰুৱা আৰু তেখেতৰ গোটেই কেইজন ভাইৰ তথা গোটেই পৰিয়ালটোৰে অসমৰ সংগীত জগতখনলৈ চহকী অৱদান আছে। তেৰি বেৰি প্ৰশ্ন কৰি ৰাইজৰ আগত পৰিয়ালটোক অপৰাধী নসজাব! তেনেকুৱা প্ৰশ্ন প্ৰয়োজন হলে হয়তো পুলিচে সুধিব পাৰে।
@mbhuyan8590
@mbhuyan8590 Ай бұрын
এনেকৈ কামোৰ দিয়াটো কিন্তু অশোভনীয়
@satyajit601
@satyajit601 Ай бұрын
Camera tu loi nijoke police buli vabe ne ki ba, ajon journalistor kam anekua hobo nuware.
@simantagoswami49
@simantagoswami49 Ай бұрын
মানুহজনক অলপ নিৰলে থাকিব দিয়কচোন। ককায়েক এজন হেৰাইছে! একেখিনি কথাৰে কিমান আৰু আমনি কৰে! এইবোৰ কথা ৰমেন বৰুৱাৰ জীয়াৰীক সোধক।
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
দ্বীপেন বৰুৱাক একে খিনি কথাকে সুধি বিৰক্ত নকৰাই ভাল।
@salimasiddika9829
@salimasiddika9829 Ай бұрын
ঠিক কৈছে
@KaSiYali
@KaSiYali Ай бұрын
বাতৰি সংগ্ৰহৰ নামত ইমান অসভ্যালি কিহৰ?এগৰাকী মানুহক জোৰ জুলুম কৰি ব্যক্তিগত কথা খুঁচৰি থকাটো সাংবাদিকতা নেকি?তেখেতে একো উল্লেখ কৰিব খোজা নাই কিন্তু অনাহক সন্দেহ কিয়?প্ৰকৃত বাতৰি প্ৰচাৰৰ নৈতিকতা সাংবাদিকে শিকা উচিত। এবেলা নাযাওঁতেই মৃত স্বামীৰ পত্নীক প্ৰশ্ন কৰিব,অনুভৱ সুধিব,আত্মীয়ক হাৰাশাস্তি কৰিব,টেটু ফালি ফালি চিঞৰিব দুখৰে হওক সুখৰে হওক বাতৰি সম্প্ৰচাৰৰ নামত?এয়াই নেকি অসমৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা?
@Afjncs
@Afjncs Ай бұрын
মানুহ জনৰ কথা শুনিলে তেওঁৰ প্ৰতি সম্মান সদাই আৰু বাহি যাই...
@guninsonowal9906
@guninsonowal9906 Ай бұрын
অসমৰ দৰে নিকৃষ্ট সাংবাদিকতা কটো দেখা নাই বুলি ভূপেন দাই একদম সঁচা কথা কৈছিল। নিপ কুমাৰ বৰুৱা নামৰ এই সাংবাদিক জনক অলপ সুধিব বিচাৰিছো - আপোনাৰ পিতৃক এনেকৈ কোনোবাই অপদস্থ কৰিলে কেনেকোৱা লাগিল হয় । অলপ লাজ আছে যদি মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক।
@satyajitkhound350
@satyajitkhound350 Ай бұрын
দ্বীপেন দাৰ বয়স হৈছে।High pressure থকা মানুহ।ৰমেন দাৰ নিৰুদ্দেশ ত তেখেত মানসিক চাপত আছে।এনে পৰিস্থিতিত দ্বীপেন দাক মনত আঘাট দিব পৰা ব্যক্তিগত কথা বাৰম্বাৰ শুধি তেখেতক ব্যতিব্যস্ত কৰাতো Media ৰ একেবাৰে উচিত হোৱা নাই।TRp ৰ বাবে মানুহক যি কোনো প্ৰশ্ন কৰি পৰিয়ালৰ লগত দ্বীপেন দাৰ সম্পৰ্ক বেয়া নকৰিব।তাৰ সলনি বৰুৱা পৰিয়ালৰ এই ঐতিহ্য মন্ডিত ঘৰতো Heritage building হিচাপে ৰখাৰ বাবে চৰকাৰক হেচা প্ৰয়োগ কৰক।
@purabiborah7550
@purabiborah7550 Ай бұрын
দ্বিপেন বৰুৱাই বিস্ফোৰক কথা কোৱা নাই। আপুনিহে খুচৰি আছে। মানুহৰ private কথা এনেকৈ সোধে নেকি? Please এইবোৰ লৈ Trp ৰ ধানদা নকৰিব।
@AsmaBegum-ql8og
@AsmaBegum-ql8og Ай бұрын
Hoi diok beya lagise
@rupshanjibanjatra
@rupshanjibanjatra Ай бұрын
Xosai bare bare hesi hesi goi xudhi thake
@bobybaruah4478
@bobybaruah4478 Ай бұрын
তেখেতে ভয় খাইছে ভতিজাক জনীয়ে ৰাতি হ'লে তেখেতক মাৰিব বুলি --সেইকাৰণে একো নকয় !
@sunnylaskar3427
@sunnylaskar3427 Ай бұрын
Mur monor oktha tuke koise apuni
@MAK_M68
@MAK_M68 Ай бұрын
আৰে ভাই তেখেতে কব বিচৰা নাই কিয় বাৰে বাৰে সুধি আমনি কৰি আছে। ঘৰৰ পাৰিবাৰিক কথা তেওঁ ৰাজহুৱা কৰিব বিচৰা নাই আৰু কোনেও নিবিচাৰে লাগিলে প্ৰশাসনক কবটো কিন্তু অপনালোক কিয় cid গিৰি কৰি আছে এজন মানুহ নোহোৱা হৈছে ঘৰৰ পৰা কিমান মানসিক চিন্তাই আবৰি আছে পাৰে যদি মানুহ জনক বিচাৰক ছোৱালীজনীক একো সুধিব নোৱাৰা বাৰে বাৰে সহজ সৰল মানুহ জনক আনমি কৰিবলৈ লাজ লগা নাই নে আপোনালোকৰ
@subornagogoi4194
@subornagogoi4194 Ай бұрын
ভুক্তভোগীক কিয় ইমান অশান্তি কৰে আপোনালোকে।অলপ শান্তিত থাকিব দিব চোন।বিৰাট কামোৰ দেই আপোনালোক।
@tayyeburrahman7362
@tayyeburrahman7362 Ай бұрын
| কন্য ৰ ওপৰত ৩06 IPC চমত Case লব লাগে
@pal--kishanchannel1262
@pal--kishanchannel1262 Ай бұрын
কি অসভ্য, অভদ্ৰ, নিকৃষ্ট সাংবাদিক হে।নোকোৱা কথাটো ও কোৱা বুলি দাবী কৰে আৰু বাৰে বাৰে একেটা প্ৰশ্নকে সুধি ব্যতিব্যস্ত কৰে।
@pranjitঅসম
@pranjitঅসম Ай бұрын
জীয়ৰী অত্যাচাৰত অতিষ্ঠ হৈ ৰমেন দা মানসিকভাৱে দুৰ্বল হোৱা পৰিপ্ৰেক্ষিতত আজি এই ঘটনা ঘটিবলৈ পাইছে!
@aminrahul1977
@aminrahul1977 Ай бұрын
100%Right
@dibyajyotibaruahdibyajyoti6312
@dibyajyotibaruahdibyajyoti6312 Ай бұрын
নিপ কুমাৰ বৰুৱাই যিদৰে জেৰা কৰিছে যেন তেওঁ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ অধিবক্তাহে, দ্বিপেন দাৰ ঠাইত মই হোৱা হেঁতেন কাণতলীয়া চৰ এপাত সোধালো হেঁতেন ।
@bharatzg25
@bharatzg25 Ай бұрын
জীয়েকক এইবোৰ প্ৰশ্ন কৰক 👍
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh Ай бұрын
ৰমেন বৰুৱা ছাৰ যতেই আছে আপোনি ঘুৰি আহক। বহুত দূখ পাইছো। ভগৱানে কুশলে ৰাখক তাকেই কামনা কৰিছো🙏🙏
@AROGYAComeLiveLife
@AROGYAComeLiveLife Ай бұрын
কি মানুহ হে এই সাংবাদিকবোৰ, অলপ লাজ পাব লাগে। এনেকৈ আৰু প্ৰশ্ন কৰে নে?!!! তেখেত দ্বিপেন বৰুৱা, অসমৰ এক সম্পদ। অলপটো সম্মান কৰক।
@ashokhatibaruah7535
@ashokhatibaruah7535 Ай бұрын
দ্বিপেনদাক শান্তিত থাকিব দিয়ক ৷ তেওঁ আমাৰ মতে অতি বৰেণ্য ব্যক্তি ৷ সাংবাদিক বন্ধু সকলক দ্বিপেন দাক সম্ভ্ৰমেৰে প্ৰশ্ন সুধিবলৈ অনুৰোধ কৰিলোঁ ৷
@manikchandradas7057
@manikchandradas7057 Ай бұрын
দিপেন দা বহুত অসহায় আৰু সুধি নাথাকিব সাংবাদিক বন্ধু সকল। 🙏🙏
@abhijitchoudhury6760
@abhijitchoudhury6760 Ай бұрын
অসমৰ আটাইতকৈ ধৈৰ্য্য থকা মানুহজন 🙏🙏🙏
@morommoromlagise936
@morommoromlagise936 Ай бұрын
Ram Ram Nip Kumar Boruah r ai levelr reporting ..... Chi laj lagise dekhi
@user-fb6ji8qi6m
@user-fb6ji8qi6m Ай бұрын
অসমৰ কিছুমান সাংবাদিকৰ ক্ৰিয়া কাণ্ড দেখিলে চকু কপালত উঠে। কত কি প্ৰশ্ন সুধিব লাগে বা এজন মানুহক ব্যক্তিগত কথা সোধাৰ পৰিমাৰ্জিত সীমা তেওঁলোকে পাহৰি যায় নে বুজি নাপায় সেয়া আমাৰ বাবে সাঁথৰ যেন হৈ পৰে। সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা নথকা হাতত স্মাৰ্ট ফোন লৈ সাংবাদিকতা কৰা এই সকলৰ অত্যাচাৰ নিয়ন্ত্ৰিত হব লাগে।
@abhijitmedhi1
@abhijitmedhi1 Ай бұрын
একেখিনি প্ৰশ্ন বাৰে বাৰে,এয়াই নেকি সাংবাদিকতা
@hemantakumarborooah1104
@hemantakumarborooah1104 Ай бұрын
সাংবাদিক সকলক এনে নিকৃষ্ট কাৰবাৰবোৰ দেখি খুউব দুখ লাগিছে ৷
@kishorraajnath5882
@kishorraajnath5882 Ай бұрын
ব্ৰজেন বৰুৱাৰ জীয়েকে দম দিলে খাটাং! ব্যবহাৰতেই পৰিচয় দিছিল! 1:21 বৰ্নিকা পলাল! দ্বিপেন দাক সুৰক্ষা দিয়ক! ভতিজা হতে মানসিক ভাবে মাৰিব নহলে! নহলে কোনোবা দিন দ্বিপেন দাও ঘৰ এৰি গুচি যাব! মাটিৰ চক্ৰান্ত! Builders ক দিবলৈ ষড়যন্ত্ৰ! সুৰক্ষা দিয়ক, নহলে এওঁলোকক মাৰি পেলাব ! 🙏
@S_Das939
@S_Das939 Ай бұрын
অনুগ্ৰহ কৰি আপোনাৰ প্ৰশ্নৰ দ্বাৰা তেওঁক(dipen da)বিচলিত নকৰিব।
@pranabbhuyan1100
@pranabbhuyan1100 Ай бұрын
একেবাৰে নিম্নস্তৰৰ সাংবাদিক
@devdas8542
@devdas8542 Ай бұрын
😢😢সাংবাদিক বোৰলৈ অনুৰোধ কৰিছোঁ.. দ্বিপেন বৰুৱা ডাঙৰীয়াক ইমান প্ৰশ্ন নকৰিব... আৰু দুখ নিদিব এখেতক... মানুহ জন বহুত অকলশৰীয়া হৈছে আৰু দুখ নিদিব আপোনালোকে ইমান প্ৰশ্ন কৰি ..plzzzz
@subhaborah3521
@subhaborah3521 Ай бұрын
পুৰণা শিল্পী সকলক পেন্সন দিব লাগে
@sangitaroy9937
@sangitaroy9937 Ай бұрын
মানুহৰ ব্যক্তিগত জীৱন বুলি বস্তু এটা থাকে। ক'ব নোখোজা কথাখিনি সুধি মানুহক হাৰাশাস্তি নকৰিব... সাংবাদিকতাৰ দোহাই দি আনৰ পাৰিবাৰিক কথা খুচি থকাটো এক প্ৰকাৰৰ মানসিক অত্যাচাৰ!
@user-cv9qp3oy6l
@user-cv9qp3oy6l Ай бұрын
জ্বলা জুইত ঘিউ ঢলা এই কেইজনকে কয় নেকি বাৰু ৰাইজ ।।।।
@ratulgogoi2127
@ratulgogoi2127 Ай бұрын
মানুহ জনে বাৰে বাৰে কৈ থকা পিছতো কিয় একেষাকে সুধি আছে... সাংবাদিক জনক ধিক্কাৰ দিছো
@tanujadas1846
@tanujadas1846 Ай бұрын
মানুহজনক জেৰা নকৰিব। এনেই অলপ অশান্তিত আছে। কিয় আমনি কৰি আছে বাৰু?? তেওঁলোক বহুত সন্মানীয় লোক, সন্মান কৰিবলৈ শিকক। কিয় কামোৰি আছে চাংবাদিকহত।
@devdas8542
@devdas8542 Ай бұрын
সাংবাদিক নে অভৰ্দ্ৰ ও ই.... ইমান অশান্তি দিছে যে যা তা প্ৰশ্ন কৰি মানু্হ জনক... পাগল কিছুমান সাংবাদিক হৈ আছে যাৰ অকণো মানৱীয়তা বোলা বস্তু নাই
@priyankaborah2707
@priyankaborah2707 Ай бұрын
সাংবাদিক জনক অলপ শিক্ষাৰ প্ৰয়োজন।এনেকৈ প্ৰশ্ন কৰে নেকি। গৰিহণা দিছো।
@kalyaniborah6550
@kalyaniborah6550 Ай бұрын
এনে ইমান দুখ আকৌ ইমান কথা সুধিবলৈ নাপায় । নিজৰ লগত হলেহে গম পোৱা যায় ।
@HappyBurrito-ij4hs
@HappyBurrito-ij4hs Ай бұрын
জীয়েক জনীক শাস্তি দিব লাগে নিজৰ পিতৃক তেনে ব∫ৱহাৰ ইমান সন্মানীয় ব∫ওি মনত বহু দুখ পালে চাগে ভগবানক মিনতি কৰিছো ৰমেন দা যাতেভালে ভালে উভতি আহে ❤❤❤❤❤ ৰমেন দা৷
@mr.random462
@mr.random462 Ай бұрын
জীয়েকক বিচাৰি কথাবোৰ সুধ পুচ কৰিব লাগে 🎉
@junakilaskar6198
@junakilaskar6198 Ай бұрын
বহুত দুখ লাগিল
@bhaswatiroy9414
@bhaswatiroy9414 Ай бұрын
সাংবাদিক নে উকীল নে পুলিচ আপোনালোকে , তেখেতক ইমান প্ৰশ্ন কৰে যে, বয়খিয়াল মানুহজনক প্ৰশ্ন কৰে যে ,আচৰিত দে আপোনালোকে
@rupabaruahchangmai8585
@rupabaruahchangmai8585 Ай бұрын
এইবিলাক প্ৰশ্ন জীয়েক জনীক সুবিধা লাগে।
@nyn709
@nyn709 Ай бұрын
ইমান কামোৰ দিবা লাগে নেকি
@NOGArtDrawing
@NOGArtDrawing Ай бұрын
Hoy😢
@rinkushivam8759
@rinkushivam8759 Ай бұрын
শ্ৰদ্ধাৰ দ্বিপেন দাক বেছিকৈ প্ৰশ্ন কৰিৱ নালাগে অসমীয়াৰ মাজত তেখেত আমাৰ সম্পদ
@SIKHAMANITALUKDAR-is9st
@SIKHAMANITALUKDAR-is9st Ай бұрын
আমাৰে ইমান জানিবলৈ মন নাই...যিমান তোমালোকে জনাব বিচাৰিছা..দ্বিপেন বৰুৱাদেৱে অস্বস্তি পাইছে...... অশান্তি সকলোৰে থাকে.....আজি মোৰ...কাইলৈ তোমাৰ ....
@sanjibkumarnayak9686
@sanjibkumarnayak9686 Ай бұрын
এইটো এটা পৰিয়াল,যি পৰিয়ালৰ অসমৰ সংস্কৃতিক জগত খনলৈ আছে বহু মূল্যবান অবদান।ঘটনাটো নিশ্চয় বহু দুখজনক।
@jupitorabora4475
@jupitorabora4475 Ай бұрын
আৰক্ষীয়েও তেনেকৈ জেৰা নকৰে নিপ দাই যেনেকৈ কৰিছে।
@niranjannath9669
@niranjannath9669 Ай бұрын
দ্বীপেন দাক ইমান প্ৰশ্ন কৰাৰ যুক্তি ক'ত ?? তেখেতক শান্তিত থাকিব দিয়া ।
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj Ай бұрын
তহতি জেং বঢ়াই মজা পোৱা |
@bhaswatisarma8533
@bhaswatisarma8533 Ай бұрын
এনেকুৱা এজন মানুহক এনেকৈ কিয় কথা সুধি আমনি কৰিছে
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
দ্বিপেন বৰুৱা দেবেও মুখ খোলা ক্ষেত্ৰত ভয় অনুভব কৰাৰ ভাব হৈছে।
@aparajitarajkhowa3578
@aparajitarajkhowa3578 Ай бұрын
এজন বয়সীয়া ব্যক্তিক ইমান কথা সুধিব নালাগে দেই আপোনালোকে।
@tarulatamahantadas6256
@tarulatamahantadas6256 Ай бұрын
ইমান প্ৰশ্ন কিয় কৰি আছে ,এনেয়ে চিন্তাত আছে।
@mnborah4474
@mnborah4474 Ай бұрын
সাংবাদিকতাৰ নামত মানুহক এনেকৈ অতিষ্ঠ কৰিব নালাগে।
@RajeshDas-wy5pp
@RajeshDas-wy5pp Ай бұрын
Behaviour of the journalists are psychotic.
@tayungomme6414
@tayungomme6414 Ай бұрын
তেওঁক শান্তিৰে থাকিবলৈ দিয়ক।
@jaanborua4040
@jaanborua4040 Ай бұрын
নিপ কোমাৰে নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি ভাবে আচলতে । বেয়া লগা নাই নে এজন জ্যেষ্ঠ মানুহক কেনেধৰণে প্ৰশ্ন কৰিব লাগে । চোৰ ডকাইতৰ দৰে ব্যতিব্যস্ত কৰি আমনি কৰিছে । কিছুমান কব নোখোজা পৰিয়ালকেন্দ্ৰিক ভিতৰুৱা কথা বোৰ সূধি সুধি মানুহ শিল্পী গৰাকীক মানসিক অস্থিৰতাত পেলোৱাৰ লগতে পৰিয়ালৰ বাকী সদস্য সকলৰ ওচৰত মনোমালিন্য কৰিবলৈ বিশেষ চেষ্টা চলাইছে এই সাংবাদিক গৰাকীয়ে । আপোনাক যথেষ্ট শিক্ষাৰ প্ৰয়োজন । সাধাৰণ জ্ঞান খিনি থকাটো প্ৰয়োজন ।
@PD-gj7ot
@PD-gj7ot Ай бұрын
অ.... মানে ছোৱালী জনী য়ে কাল আছিল তেওঁৰ 😢
@mridultalukdar7913
@mridultalukdar7913 Ай бұрын
পাগলী জনীক সুধক মানুহ জনক ইমান সুধি আছে
@riyanshicoaching
@riyanshicoaching Ай бұрын
কি অদৰকাৰী প্ৰশ্ন শুধি আছে বাৰে বাৰে। সাংবাদিক জনে বুজি নাপাই নেকি অসমীয়া ভাষা ? একে প্ৰশ্নই সুধি আছে বাৰে বাৰে। অশান্তি কিয় কৰি আছে দ্বীপেন বৰুৱাদেৱক।
@rajugogoi262
@rajugogoi262 Ай бұрын
কি একেটা কথাকে পকাই আছে।ককাইয়েক এজন নাইকিয়া হৈ গৈছে।মনটো অলপ শান্ত হবলৈ দিয়ক।
@NehoruRamday
@NehoruRamday Ай бұрын
যদি ৰমেন দা কোনোবা ঘৰত আছে তেখেত সকলে জাতে পৰিয়ালৰ ওচৰত লৈ আহে বা অসমৰ ৰাইজক জনাই দিয়ে।যদি ৰমেন দাক আস্কমিক দেখা পায় অসমৰ ৰাইজক জনাই যেন বা আৰক্ষীক সহায় কৰে।
@munindradas4541
@munindradas4541 Ай бұрын
দ্বীপেন বৰুৱাৰ ক্ষোভ আছে সেয়া নিপ কুমাৰে বুজে😂😂😂😂😂
@BoonMahanta
@BoonMahanta Ай бұрын
Respect the legend, don't do such cheap reporting and hounding
@abdulbasid1709
@abdulbasid1709 Ай бұрын
বহুতো আছে এনে মহানগৰ সম্ভ্ৰান্ত ঘৰৰ পৰিয়াল যত মাক বাপেকক বেয়া কৰে। আশ্ৰমত থকা প্ৰায় সংখ্যক মাক বাপেকেই মহানগৰীৰ। গাঁওত নবনাই কিন্তু গুৱাহাটী ত আশ্ৰম আছে। এয়াই পাৰ্থক্য গাঁও আৰু চহৰ। গাঁওৰ মানুহৰ অকাল ও নাই ভড়াল ও নাই (no pain, no gain) কিন্তু বহুত সুখী। আমি গাঁৱলীয়া,আমি স্বাৰ্থপৰ নহয়, চহৰৰ মানুহৰ নিচিনা স্বাৰ্থপৰ কতো নাই। একে ঘৰৰ এজনক বেয়া কৰে, আৰু আন জনে কেনেকৈ খোৱা লোৱা কৰিছিল।যত নেকি এজন মানুহ ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়।
@chandralahkar5175
@chandralahkar5175 Ай бұрын
ৰমেন দা আৰু দ্বিপেন দা মোৰ সৰুপথাৰৰ ঘৰলৈ আহক সুন্দৰ ভাৱে থাকিৱ ৷ মোৰ খুৰা হৱ ৷
@rupoma70027
@rupoma70027 Ай бұрын
ইমান প্ৰশ্ন কৰি হাৰা শাস্তি দিছে মানুহ জনক
@bhabeshsarma789
@bhabeshsarma789 Ай бұрын
একেটা কথাকে কিমান সুধি থাকে....
@sashibhatta5198
@sashibhatta5198 Ай бұрын
জ্যেষ্ঠভাতৃ সন্ধানহীন হোৱাত মৰ্মাহত হৈ থকা দীপেনদাৰ মুখৰ পৰা সাংবাদিকে ইমান কথা উলিয়াব খোজাটো খুব বেয়া হৈছে ৷ আৰক্ষীক কিছু কথা কব পাৰে, তাত আচৰিত হবলগীয়া একো নাই ৷ সাংবাদিকৰ পৰা পোৱা হাৰাশাস্তিৰ পৰা কাৰো একো উপকাৰ নহয় ৷ দীপেনদাৰ মনৰ কথাবোৰ প্ৰকাশ কৰাৰ অধিকাৰ সাংবাদিকৰ নাই ৷
@Ashu-ic6lv
@Ashu-ic6lv Ай бұрын
কৈ দিয়ক দ্বীপেনদা , লুকাবলৈ একো নাই। গোটেই অসমে গম পাইছে জীয়েকৰ অত্যাচাৰৰ কথা।
@user-nr2nz5kl5j
@user-nr2nz5kl5j Ай бұрын
সাংবাদিকে নিজৰ সীমাৰ ভিতৰত থাকি প্ৰশ্ন কৰাটো ভাল। বাকী অনুসন্ধানৰ বাবে দেশত প্ৰশাসন আছে । বাতৰি সংগ্ৰহ কৰিবলৈ গৈছে বাতৰি সংগ্ৰহ কৰক। একেবোৰ কথাকে সুধি মানুহজনক কিয় ব্যতিব্যস্ত কৰি তুলিছে।
@konkon4629
@konkon4629 Ай бұрын
Private kotha kbo bsora ni.. Emn question hudhi ase.. Olp hanti diok..
@examsahay4594
@examsahay4594 Ай бұрын
Besi Arnab goswami hbo goise eidal e
@DipaliNeogMoran
@DipaliNeogMoran Ай бұрын
Reporter is uncivilised
@mayabharalua9275
@mayabharalua9275 Ай бұрын
সাংবাদিক ভাইসকল, তোমালোকে জীয়েকৰ সাক্ষাৎকাৰ লোৱা। দ্বীপেন দাক আৰু আমনি নকৰিবা
@pulakgoswami7908
@pulakgoswami7908 Ай бұрын
Faltu reporting
@Sumivlogs74
@Sumivlogs74 Ай бұрын
Akhetok eman xudhi nathakib, bohut dukh paise 🙏
@bhargavdutta5907
@bhargavdutta5907 Ай бұрын
Axom'r reporter keta nisina 3rd class reporter nai aru
@9667-j4f
@9667-j4f Ай бұрын
সাংবাদিকজন জাজ নে উকীল?
@triptisarkar5856
@triptisarkar5856 Ай бұрын
একে প্ৰশ্ন ইমান বাৰ কৰিব লাগে নেকি? দ্বীপেন ছাৰক শাস্তিহে দি থকা হৈছে। ছোৱালীজনীক শুধি থকা সৰকা কৰক।
@suranjanaborgohain4103
@suranjanaborgohain4103 Ай бұрын
Respect their privacy please
@narayanborah7930
@narayanborah7930 Ай бұрын
Nip boruH cid manuh naki ?
@mofidrohman6393
@mofidrohman6393 Ай бұрын
জীয়েক জেনীক জেৰা কৰিলে সকলো কথা ওলাই যাব।এখেতো কথা বোৰ খোলি ক'ব বিচৰা নাই ।
@pabitradeka8027
@pabitradeka8027 Ай бұрын
দাদা যেন কিবা নিৰাপত্তা হীনতাত ভোগীচে অলপ গুৰুত্ব দিয়াতো ভাল ।
@muninborah6784
@muninborah6784 Ай бұрын
তোমালোকে ইমান পেঘেনিয়াই পেঘেনিয়াই সুধিথাকিব নালাগে; কাৰন ভাতৃশোক কিমান মৰ্মান্তিক সেইকথা তেখেতেহে অনুভৱ কৰিছে। ৰমেন বৰুৱা দেৱক অতদিনে নিউজ চেনেলত কিয় দেখা নাপালোঁ‌। সাংবাদিক সকলে বিচাৰি যাওক। এনেই যিহকে তিহকে সুধি আমনি কৰিব নালাগে।
@jyotidas2063
@jyotidas2063 Ай бұрын
মানুহ জনক এইবোৰ সুধি কিয় ইমান অশান্তি দি আছে জীয়েক জনিক সোধক তাই পলাইছে
@maheswardeka9048
@maheswardeka9048 Ай бұрын
এইজন বিখ্যাত সাংবাদিকৰ ভ্ৰাতৃৰ দুখত দুখী হৈ থকা দ্বিপেন বৰুৱাক জেৰা কৰাৰ অধিকাৰ আছেনে ?
@simichutia4592
@simichutia4592 Ай бұрын
Ram ram....manuhjnk hantit thkboloi dee alp...dekhi dukh lgse...Tate teu okolhoria mnuh.....okhoivyo nirlojjo hangbadik thtk he 2 sor mn lgbo laage...axmr hangbadikota dekhi dukhei lgse ne khng uthse...njei kbo poranai...Dipen daa you should take legal action against bloody reporters
@ProbalKhataniar
@ProbalKhataniar Ай бұрын
কিবা এটা ভিতৰুৱা কথা আছে।😮😮
@santanugoswami2357
@santanugoswami2357 Ай бұрын
কথাবোৰ জানি অতি আচঁৰিত আৰু মৰ্মাহত হলো ৷ এটা ঐতিহ্যমন্দিত আৰু চিৰসন্মানীয় ঘৰত এনে ঘটনা হোৱাটো বৰ দুঃখজনক ৷ প্ৰশ্নবোৰ দীপেনদাক নকৰি ৰমেনদাৰ জীয়েকক কৰা উচিত বুলি ভাবো ৷ দীপেনদাক আৰু আমনি নকৰিলে ভাল ৷ ৰমেনদা ভালে কুশলে ঘুৰি আহক আৰু জীৱনৰ বাকী দিনকেইটা যেন সুখেৰে থাকিব পাৰে, তাৰে কামনা কৰিলো 🙏
@minakshiborgohain7378
@minakshiborgohain7378 Ай бұрын
Please teuk amoni nokoribo...🙏🙏🙏🙏
@PrashantaPriyamMusical1936
@PrashantaPriyamMusical1936 Ай бұрын
দ্বীপেন দাক এনেকৈ প্ৰশ্ন কৰাতো মই ভাল বুলি নকওঁ। তেওঁ আমাৰ সম্পদ তেওঁক অলপ শান্তিত থাকিব দিয়ক। ৰমেন দাৰ জীয়ৰীক আৰু ওচৰৰ মানুহক এনেবোৰ প্ৰশ্ন কৰিব লাগে।
@salimasiddika9829
@salimasiddika9829 Ай бұрын
মানুহ জনক শান্তিত থাকিব দিয়ক।বাতৰি সংগ্ৰহৰ নামত মানসিক হাৰাশাস্তি কৰা উচিত নহয়।
@pubalikalita7966
@pubalikalita7966 Ай бұрын
এনেকুৱা পৰিস্থিতিত ইমানকে প্ৰশ্ন কৰি থাকিব বেয়া নালাগে নে !
@befulboro2230
@befulboro2230 Ай бұрын
সকলো বস্তুৰে এটা সীমা থাকে । সীমা পাৰ হৈ গ'লে অলপ বেয়া দেখি ভাল লগা বস্তুবোৰো ফেয়াৰ পৰিণত হৈ গৈ।
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 40 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 118 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 54 МЛН
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 46 МЛН
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 40 МЛН