Рет қаралды 228,732
ৰাজ্যত বানৰ কালৰূপ। গুৱাহাটীত প্ৰথমবাৰলৈ ডুব গ’ল ছক্ৰেশ্বৰ মন্দিৰৰ লক্ষ্মী নাৰায়ণৰ মূৰ্তি। উজান বজাৰৰ বহু বাসগৃহত সোমাল পানী। ফাঁচী বজাৰ, মাছখোৱাত বালিৰ বস্তাৰে বাঢ়নী পানী ৰোধৰ চেষ্টা প্ৰশাসনৰ। গোৱালপাৰাত বানত বুৰ গ’ল চহৰৰ বিস্তীৰ্ণ এলেকা। ধুবুৰী, মঙলদৈ, নলবাৰী চহৰৰো বহু ৱাৰ্ড পানীৰ তলত। মঙলদৈ অসামৰিক চিকিৎসালয় চৌহদত পানী, হাহাকাৰ ৰোগীৰ।
#NewsLive #AssamNews
Like the official facebook page of News Live: newslivetvofficial/
Follow News Live on twitter: NewsLiveGhy
Connect to our instagram account: newsliveghy
Visit our website for all news updates: newslivetv.com/