পাৰিব এই কন্ঠক কোনোবাই ? কাৰো বাপেকৰ দম নাই এই কন্ঠৰ উৰ্দ্ধত । সেই ২০০৫ চনত জনা হোৱাৰে পৰা মৃত্যু পৰ্যন্ত প্ৰিয় হৈ ৰ'ব এই মানুহজন ❤️🥺
@kunjandas7618 Жыл бұрын
👍💪✊💯%
@RinkudasRinkudas-d8i Жыл бұрын
Ekdom xosa kotha ❤
@spectrum631 Жыл бұрын
Right
@Beetu_Editz Жыл бұрын
জয় জুবিন দা
@aakashgogoi387010 ай бұрын
তই পাৰিবি
@durlavmshry13123 жыл бұрын
হাইৰে হাই জুবিনদা🙈 সুখটো তোমাৰ গান 😇 দুখটো তোমাৰ গান🥲 নহয় মানে কি আছে তোমাৰ কণ্ঠত😌😌 jio man jio 🤩🤩😍💕
@tikusarmah19102 жыл бұрын
😄😄😄😄😄
@prasannabhuyan520211 ай бұрын
@@tikusarmah1910
@pranjalopratim10707 ай бұрын
মানস দাকো ধন্যবাদ দিয়ক। ইমান সুন্দৰ লিখিছে
@RinkudasRinkudas-d8i Жыл бұрын
জুবিন দা আপোনাৰ কথা নো আৰু কবলৈ ভাষা নাই আপুনি কেৱল এজন গায়কে নহয় আমাৰ বাবে এজন মানুহ ৰূপী ভগৱান love from Mirza Kamrup
@santanujaishreeram75822 жыл бұрын
2007 চনত high school class 10 পঢ়ি থাকোতে যেতিয়া লগৰ লৰা বিলাকৰ লগত ছাইকেল চলাই আবেলি টিউচন গৈছিলো তেতিয়া এই গীত বিলাক চকৰ দোকান বিলাকত বাজি থাকে। কি যে মজা দিন আছিল।। এতিয়াও এই গীত বিলাক শুনিলে অতীতৰ স্মৃতি বিলাক মনলৈ আহে।।
@Dilipdas-ck3qj2 жыл бұрын
Hoi diok
@UNIKON8 Жыл бұрын
Hosakoi mon uri jai ☹️ otitola
@Kutumvillagefood Жыл бұрын
Right 💚💚💚
@njyotithangta999 Жыл бұрын
Akdom Hosa Hai Denbur Hatot Mbil Nasil Tatea Mur , Tanakoi Ya Hunu Bhut Bhl Lga Kiba Ata Monot Pori Gol , Aji Aku Gantu Huni Apunar Cmt Tu Pi Bhl Lgila 🔥💓