নিকট আত্মীয়ৰ কথা আৰু কামত আঘাত পাই স্বইচ্ছাই ঘৰৰ পৰা ওলাই আহিছিল ৰমেন বৰুৱা:আৰক্ষী আয়ুক্ত দিগন্ত বৰা

  Рет қаралды 29,108

News Live

News Live

Күн бұрын

Пікірлер: 11
@papulhazarikapapulhazarika4024
@papulhazarikapapulhazarika4024 2 ай бұрын
বৰ বেয়া লাগিছে ... এজনী কন্যাৰ অত্যাচাৰৰ বলি যদি এজন দেউতাক হয়..তাতকৈ পৃথিৱীত কি দুখ থাকিব পাৰে
@tanishaasharma791
@tanishaasharma791 2 ай бұрын
বৰ দুখ লাগিল 😢। এনেকুৱা ছোৱালী থকাতকৈ নথকাই ভাল।
@chinmoydas4475
@chinmoydas4475 2 ай бұрын
সঠিক তদন্ত হলে আমি ভাল পাম।চাৰৰ যদি কিবা অঘটন হৈছে উচিত বিচাৰ লাগে।
@uddhabhazarika2077
@uddhabhazarika2077 2 ай бұрын
বগা কুৰ্টা বগা পাইজামা পিন্ধি গুৰু গম্ভীৰ খোজেৰে সদায় উজান বজাৰত বজাৰ কৰিবলৈ অহা যোৱা কৰি থকা দেখো। বৰ দুখ লগা খবৰ।
@অসমীয়াhindu6777
@অসমীয়াhindu6777 2 ай бұрын
বেয়া খবৰটো নাহক
@pranitamahanta6565
@pranitamahanta6565 2 ай бұрын
এয়া চৰম বেয়া কথা নিসনতান হোৱাই ভাল
@AnitaRajbongshi-rx9kg
@AnitaRajbongshi-rx9kg 2 ай бұрын
🙏🙏😭😭😭
@pinkuboruah2245
@pinkuboruah2245 2 ай бұрын
😭😭😭
@aminrahul1977
@aminrahul1977 2 ай бұрын
Divorce E Daughter
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 13 МЛН
Cool Parenting Gadget Against Mosquitos! 🦟👶
00:21
TheSoul Music Family
Рет қаралды 16 МЛН
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 9 МЛН