MORAN BIHU (OFFICIAL VIDEO) || NILAKSHI NEOG || 2021

  Рет қаралды 3,421,402

Nilakshi Neog

Nilakshi Neog

Күн бұрын

Пікірлер: 1 300
@NilakshiNeog
@NilakshiNeog 2 жыл бұрын
আপোনালোকৰ মৰম আৰু আদৰৰ বাবে সকলোলৈ অশেষ ধন্যবাদ🙏
@খাটিঅসমীয়াকছাৰীছোৱালী
@খাটিঅসমীয়াকছাৰীছোৱালী 2 жыл бұрын
❤️❤️❤️
@bichitramoran6992
@bichitramoran6992 Жыл бұрын
@@খাটিঅসমীয়াকছাৰীছোৱালী a
@subamira7121
@subamira7121 Жыл бұрын
Rhxjc Gfjlg
@rimpiphukan-yo6px
@rimpiphukan-yo6px Жыл бұрын
00 ni😂
@sarcasmistic9115
@sarcasmistic9115 Жыл бұрын
😊😊a
@assampk3111
@assampk3111 3 жыл бұрын
মৰান বিহু প্ৰথম বাৰ চালো .মজা লাগিল ...Love from Nalbari ❤
@malabikabaruah616
@malabikabaruah616 3 жыл бұрын
🎂☕😎😎😎🍾👍🍾🤟😆
@kalyanirajkhowa4615
@kalyanirajkhowa4615 3 жыл бұрын
❤️❤️মজা
@simphadeori3007
@simphadeori3007 Жыл бұрын
@@malabikabaruah616
@hazarikaassam9627
@hazarikaassam9627 3 жыл бұрын
অসমীয়া জাতিৰ ৰক্ষা কৰা মৰাণ সকলৰ এক অবদান আছে । এতিয়া অসমত সকলোৱে ভাল পোৱা মৰাণ সকলৰ বিহু গীত গোটেই অসমত অতি জনপ্ৰিয় । মৰাণ গান শুনি ভাল পোৱা সকলে like comment কৰক ... তিনিচুকীয়া মৰাণ সকলৰ ৰাতি বিহু চাবলৈ গোটেই অসম বাসিক আগতীয়াকৈ আদৰণি জনাইছোঁ ....
@narmadasaikia1463
@narmadasaikia1463 3 жыл бұрын
বহুত ভাল পাও মৰাণ বিহু । তাতে নীলাক্ষীৰ কণ্ঠ আৰু আৰু অভিনয় । Wow !
@pranjanabaruah3538
@pranjanabaruah3538 3 жыл бұрын
X lxxvxxxvv
@rajkanyamoran9038
@rajkanyamoran9038 2 жыл бұрын
😊😊
@aratihazarika3745
@aratihazarika3745 3 жыл бұрын
যিমানে চালেও আমনি নালাগিব মোৰ উফ কি সুন্দৰ মৰাণ বিহু মানেই আমাৰ তিনিচুকীয়াৰ গৌৰৱ 😌🥰
@swapnajyotimusic9233
@swapnajyotimusic9233 2 жыл бұрын
kzbin.info/www/bejne/m2W5dJ5-i9Oepdk
@rituboruah2586
@rituboruah2586 2 жыл бұрын
Ahibo aibar rati bihu sabole
@krishnadihingia1743
@krishnadihingia1743 2 жыл бұрын
@@swapnajyotimusic9233 ààaàaq
@parinitagogoi5377
@parinitagogoi5377 2 жыл бұрын
⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐
@ainumoranvlog1011
@ainumoranvlog1011 2 жыл бұрын
@@rituboruah2586 0
@rustomraagsaikia1590
@rustomraagsaikia1590 3 жыл бұрын
ভাষা নাই তোমাৰ কন্ঠৰ কথা কবলৈ মোৰ আতাইটকৈ প্ৰিয় তুমি নিলো তোমাৰ কন্ঠ তোমাৰ গায়কী কি কম আৰু হৃদয়ত চুই যায় প্ৰতিটো গীতেই তোমাৰ আৰু মইয়ো দুলিয়াজানতে থাকো প্ৰায় লগৰ মৰাণ জনগোষ্ঠীৰ লৰা সেইবাবে মই মৰাণ জনগোষ্ঠীৰ গীত মাত কলা কৃষ্টিৰ প্ৰতি বেছি আকৃষ্ট। বিৰাত ধুনীয়া হৈছে গীতটি বাৰে বাৰে শুনি আছো। তোমালৈ আগতীয়াকৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালো আৰু ভাল ভাল গীত কৰিযোৱা। শেষত তোমাৰ লগত গীত এটি কৰিম বুলি মই আশাবাদী ❤❤❤
@shibaru8880
@shibaru8880 3 жыл бұрын
মৰান বিহু শুনি বহুত ভাল লাগে,তাতে আকৌ নিলাক্ষী বা কণ্ঠত কবলৈ ভাষা নাই । কালিৰ পৰা ১০ বাৰ মান শুনিলোঁ । 👍👍👍👍👍👍👍
@himadrisonowal4017
@himadrisonowal4017 3 жыл бұрын
আমাৰ জনগোষ্ঠী সমুহৰ কৃষ্টি সঙস্কৃতি যে ইমান ধুনীয়া,,কবলৈ ভাষা নাই❤️😘✌️
@bhaikondohutia5936
@bhaikondohutia5936 2 жыл бұрын
Aw we3
@tghhhhbi2833
@tghhhhbi2833 2 жыл бұрын
O
@DmMoranVlogs
@DmMoranVlogs Жыл бұрын
মৰাণ বিহু গীত হল সুকীয়া পৰিচয় ❤️❤️❤️ যি নেকি অসমৰ উজনিৰ পৰা নামনি লৈ বিখ্যাত অসমীয়াৰ সৰল ভাষাৰ নিভাছ বিহু ❤️ইয়াৰ বাদেও ভাৰতৰ আন আন ৰাইজৰ বহুতো ৰাজ্যৰ মানুহৰ মাজত এই মনোমোহা মাত আৰু ছবিৰে বৰ্ণনা কৰা মৰাণ বিহু ❤️ বিহুগীত বুলি অভিহিত কৰে কেৱল মৰাণ বিহু গীত বোৰে💖💖 দিল চে দিল তক, Very Nice So Sweet Voise Good bless you Sister🥰👍👍
@henobchetia4365
@henobchetia4365 10 ай бұрын
Moja lagise
@ratulmoran6353
@ratulmoran6353 3 жыл бұрын
বহুত বেছি ভাল লাগিল শুনি-শুনি, চাই- চাই হেপাঁহ পলোৱা নাই সঁচাকৈ 😍😍😍
@sumitramoran5309
@sumitramoran5309 3 жыл бұрын
Oi moi jy arw kobo nuwru
@Advocate_chandika_tamuly
@Advocate_chandika_tamuly 3 жыл бұрын
Actor jonok vl lagise .... Xopunor deuka r tanmay dekhun mozza krise dei😍😍
@KitchenSewali
@KitchenSewali 3 жыл бұрын
বা তোমাক ইমান ভাল লাগে যে ভাষাৰে বুজাব নোৱাৰো ....., সচাকৈয়ে আপোনাৰ গান শুনি বহুত বহুত ভাল পাওঁ, তুমি বহুত আগলৈ আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো।
@mainumoran5527
@mainumoran5527 3 жыл бұрын
তিনিচুকীয়াৰ নাচনী সদায় জুই😘😘
@ankurjyotichetia5987
@ankurjyotichetia5987 3 жыл бұрын
Really this song touches everyone's heart and reminds us what is true love
@kanudowera5844
@kanudowera5844 Жыл бұрын
এনে
@Bijendrasonowal
@Bijendrasonowal Жыл бұрын
​@@kanudowera5844 h v
@HorujanKolita
@HorujanKolita Жыл бұрын
​@@kanudowera5844 😊j🎉x
@dulumoni993
@dulumoni993 9 ай бұрын
🔥
@konchenggogoi1392
@konchenggogoi1392 3 жыл бұрын
মজা। এইয়াহে প্ৰকৃত অসমীয়া ভাষা।
@Rishirajmoran
@Rishirajmoran 4 ай бұрын
Amar moran vakhar hoi😊
@konchenggogoi1392
@konchenggogoi1392 4 ай бұрын
@@Rishirajmoran অতীতৰ মৰাণ, বৰাহী, টাই-আহোম, দেউৰী, চুতীয়া, চিংফৌ, চুতীয়া, ডিমাছা , সোণোৱাল সকলৰ ভাষাৰ পৰাই অসমীয়া ভাষাৰ সৃষ্টি হৈছিল।
@konchenggogoi1392
@konchenggogoi1392 4 ай бұрын
আহোম সকলেও ইয়াৰ নিচিনা একেই ভাষাই কয়। যিহেতু আহোমৰ ৫০% মূলত বৰাহী+মৰাণ।
@Rishirajmoran
@Rishirajmoran 4 ай бұрын
@@konchenggogoi1392 হয় কিছু পার্থক্য আছে 👍
@ParagChetia-hx6jq
@ParagChetia-hx6jq 7 ай бұрын
Hosake dei nilakhi baa bohut bohut mane bohut val lagile bihu ti ❤hunidei
@akpborali4232
@akpborali4232 3 жыл бұрын
সুন্দৰ ! মৰাণ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সমূহ এইদৰে স্থায়িত্বৰ ৰূপ দিলেহে বৰ্তমানৰ পৃথিৱীত আমি নিজৰ স্বকীয়তা অৰ্জন কৰিব পাৰিম। সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰৰ এই পদক্ষেপক আন্তৰিকতাৰে শলাগ জনাইছোঁ। আমাৰ এই নিভাঁজ বিহুৰ গীত আৰু নৃত্যইহে অসম-প্ৰেমি বিশ্বদৰবাৰৰ মাজত প্ৰকৃত বিহুৰ উপলব্ধি কৰাব।
@girishikhadhiruvlogs4826
@girishikhadhiruvlogs4826 3 жыл бұрын
সঁচাকৈয়ে খুব সুন্দৰ মৰাণ বিহুগীত । আমাৰ মৰাণ গান আজিকালি নোলোৱাৰ দৰেই হল । ভাল লাগিল বহুত ❤️❤️❤️
@rijasonowalvlogs5499
@rijasonowalvlogs5499 3 жыл бұрын
Bhut bhut vl lgil ba,apunar voicer kothatu nkouee wow❤️❤️❤️ logote axomiya ronggali bihur bohut bhout huveishya jonalu❤️❤️🙏🙏
@mrigenbarbaruah5626
@mrigenbarbaruah5626 2 жыл бұрын
মৰাণ বিহু প্ৰথম চাইচো । বহুত বাৰ শুনিলো । চৰাইদেউ ৰ পৰা মৰম জনালোঁ।
@বিকাশফুকন
@বিকাশফুকন 3 жыл бұрын
আমাৰ মৰাণ জনগোষ্ঠীৰ জাতীয় সাজ-পাৰ,লোক সংস্কৃতি ,বিহু নাম আৰু আগুৱাই যাওক
@sekharsonowal9800
@sekharsonowal9800 Жыл бұрын
Mi
@binoykrmoran3675
@binoykrmoran3675 3 жыл бұрын
Bht val hoise....!!! Agoloi apunar konthor pora Moran bihu hunibo bisaru. !!!!
@niranjanbp
@niranjanbp 3 жыл бұрын
অন্যতন প্রিয় শিল্পীগৰাকী। তাতে আকৌ নিভাঁজ বিহুৰ গীতটি ! আনৰ নাজানোঁ, এটা এটা শব্দই কিন্তু মোক চুই গৈছে।
@Tanbirborah
@Tanbirborah 7 ай бұрын
Bohut val lagil moran bihu Sai ❤
@parinitahazarika9946
@parinitahazarika9946 3 жыл бұрын
নীলাক্ষী বা What a voice 😍❤️ বাপৰে পাগল হৈ গৈছো😲❣️ তোমাৰ নিচিনা শুৱলা কণ্ঠ আৰু ক'তো শুনাই নাই😌🙏
@ankurjyotichetia5987
@ankurjyotichetia5987 3 жыл бұрын
Really this song touches everyone's heart and reminds us what is true love
@manojmoran8036
@manojmoran8036 2 жыл бұрын
!nl
@cancel5536
@cancel5536 2 жыл бұрын
মোৰ প্ৰিয় নীলাক্ষী বা ❤️❤️❤️❤️
@RupjyotisTips
@RupjyotisTips 3 жыл бұрын
সুন্দৰ । অসমীয়া সদায় আগত
@jitupangogoi2592
@jitupangogoi2592 3 жыл бұрын
❤️
@nitulnicedas4871
@nitulnicedas4871 3 жыл бұрын
Hundor
@doulatmoran2346
@doulatmoran2346 3 жыл бұрын
@@jitupangogoi2592 plloloooplpllll
@dipokgogoo9961
@dipokgogoo9961 3 жыл бұрын
💖
@hirushmoranAXOM
@hirushmoranAXOM 3 жыл бұрын
আমাৰ গাঁৱৰ প্ৰতিখন শান্তি বিয়া বা যিকোনো অনুষ্ঠানত এই গানটো নাব জলে ,,, না নহব ।এই গানটো লাগিবই।💖💖💖😍😍😻😻
@pallobichutia707
@pallobichutia707 3 жыл бұрын
Bohut bhal lgil baa
@bishwajitmahanta8016
@bishwajitmahanta8016 3 жыл бұрын
প্ৰথমবাৰ শুনিছোঁ মৰাণ বিহু.....addicted হৈ গলো❤️🔥
@ghitanjaliborah224
@ghitanjaliborah224 2 жыл бұрын
Ki 0
@nituponboruah
@nituponboruah Жыл бұрын
Ki apuni Moran jati nhoi neki 🙏🙏
@palkigogoi4413
@palkigogoi4413 3 жыл бұрын
মৰাণ বিহু গীত আৰু নাচ বোৰ ইমান ধুনীয়া।। বৰ ভাল লাগিছে ❤️❤️।। ইমান গহিন আৰু হুৱনীয়া ।।।
@dibyajyotidas7289
@dibyajyotidas7289 3 жыл бұрын
Kot asila emn din asomot ne bidekhot
@palkigogoi4413
@palkigogoi4413 3 жыл бұрын
@@dibyajyotidas7289 assam'otei asu.. moran bihu dekhi pabo tu lagibo. Lupto hoiei goiseii hokolu laheke..
@northeastassam954
@northeastassam954 2 жыл бұрын
Tnq didi ❤️🤗
@saratmech9263
@saratmech9263 2 жыл бұрын
Hi
@shyamontalahan1977
@shyamontalahan1977 Жыл бұрын
H on
@commandovlogger196
@commandovlogger196 3 жыл бұрын
বহুত ভাল লাগিল গানটো শুনি ,নীলাক্ষী বা কাৰণে এটা লাইক কৰি দিয়া।।
@axomiadhamali8491
@axomiadhamali8491 3 жыл бұрын
Aia h amar ujoni r asol bihu... Mojjaaaa
@ramengogoi4004
@ramengogoi4004 3 жыл бұрын
So nice.......
@biplobkhatowal4061
@biplobkhatowal4061 3 жыл бұрын
Val lagil huni heph polua nai, aguwai jauk Moran....
@monikhamech6400
@monikhamech6400 3 жыл бұрын
Bohut bhal lagise ba .
@jajabor4308
@jajabor4308 3 жыл бұрын
খুব ভাল লাগিল , আপোনাৰ কণ্ঠত আৰু মৰাণ জনগোষ্ঠীৰ গীত বিচাৰো ।
@rahulsarania2737
@rahulsarania2737 3 жыл бұрын
Very nice👏👏👏
@hirengogoi5895
@hirengogoi5895 3 жыл бұрын
Moran Bihu tu bohut peaceful hoi....val lagil
@padmawati108
@padmawati108 3 жыл бұрын
ভাষা নাই ক'বলৈ বহুতেই বেছি ভাল হৈছে😊😊 নীলাক্ষী বা তোমাবৰ কণ্ঠ সকলো সময়তে প্ৰিয়😍 নীল দা তুমি🔥 সকলোকে বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো💖
@pranjalbezboruah3522
@pranjalbezboruah3522 3 жыл бұрын
It's called versatility singer ❤️❤️
@abhinash7796
@abhinash7796 3 жыл бұрын
mojja hoise hundor neelakshi baaa❤️❤️❤️❤️💚💚💚💚
@dibyajyotidas1617
@dibyajyotidas1617 3 жыл бұрын
সুন্দৰ
@manobrajkhowa4492
@manobrajkhowa4492 3 жыл бұрын
Oti xundor nidorshon....jay aai axom🥰🥰🥰🥰🥰love from bordumsa
@sadhansonwal4100
@sadhansonwal4100 2 жыл бұрын
নিলাশী ভনি কি বিহু মাৰিছা এনেকোৱা বিহু শুনিলে পাগল হৈ যাম কিজানি ( বহুত সুন্দৰ ) 👍👍👍👍👍
@nayanjyotibaruah1909
@nayanjyotibaruah1909 3 жыл бұрын
That's called moran Bihu .... Some. Love. ❤️❤️❤️ From digboiii
@bharatibarman8564
@bharatibarman8564 3 жыл бұрын
বৰ সুন্দৰ
@Kalitaunofficial.47
@Kalitaunofficial.47 3 жыл бұрын
Nilakhi বাৰ গান শুনি ভাল পোৱা সকলে টিপ চহী মাৰি দিয়া👇
@biswajitnarah4283
@biswajitnarah4283 3 жыл бұрын
❤️❤️
@Kalitaunofficial.47
@Kalitaunofficial.47 3 жыл бұрын
@@biswajitnarah4283 💝💝💝
@jcbexpress4587
@jcbexpress4587 3 жыл бұрын
On '
@nilakhisonowal5032
@nilakhisonowal5032 3 жыл бұрын
❣❣❣👍
@kelibgmi1477
@kelibgmi1477 3 жыл бұрын
A moja
@chiranjitchetia1953
@chiranjitchetia1953 3 жыл бұрын
অতিকৈ সুন্দৰ,,, আগলৈ আৰু এনে ধৰণৰ গান শুনিবলৈ পাম বুলি আগ্ৰহেৰে বাট চায় ৰলোঁ ।
@xobdo5358
@xobdo5358 3 жыл бұрын
মৰাণ গীত ভাল পোৱা সকলে লাইক কৰিব পাৰে।❤️
@yamrajkanangagang6595
@yamrajkanangagang6595 3 жыл бұрын
Wah kokai baw na....
@kai73787
@kai73787 3 жыл бұрын
Hok ko
@lukasmunda9574
@lukasmunda9574 3 жыл бұрын
Ame nru nke,ki fal2u kotha kua tmi
@yamrajkanangagang6595
@yamrajkanangagang6595 3 жыл бұрын
Kobitra gogoi ki koisa kak koisa hoi
@roshmidas8055
@roshmidas8055 3 жыл бұрын
Moi kintu moran jonogustir manuh nohoi dei 🤔 holew video song to moi salu ako pise 🙄
@buddyproject8458
@buddyproject8458 3 жыл бұрын
Aiss bohut moza baa❤❤❤❤❤❤🤟🤟🔥🔥🔥🔥🔥
@statusboy6595
@statusboy6595 3 жыл бұрын
Love from lakhimpur❤️ ডাঙৰ অনুৰাগী আপোনাৰ বা
@ajantabaruah26
@ajantabaruah26 2 жыл бұрын
moja Moran bihu sai thakiboloi Mon 😘
@rabinamoran1253
@rabinamoran1253 3 жыл бұрын
বহুত ভাল লাগিল শুনি❤️❤️
@bneog3913
@bneog3913 3 жыл бұрын
Bht bht vl lagil nilu baa..aru apunak traditional dress te bht a dhunia lagise😍😍😍😍
@tanmayhandique_
@tanmayhandique_ 3 жыл бұрын
খাটি...... মৰাণ........👍❤️🙂
@allinone-gd1nw
@allinone-gd1nw 3 жыл бұрын
Ghopokoii Monot porile nilakhi bar Moran bihu geet release dile...take khor dhorkoi search kori sali...sai dekhilu Eman dhunya ❣️ hoise...love it
@debojitray1050
@debojitray1050 3 жыл бұрын
বহুত ভাল হৈছে গীতটি। বহুত বহুত শুভেচ্ছা থাকিল ❤️❤️❤️❤️❤️❤️
@rantupayeng6845
@rantupayeng6845 3 жыл бұрын
Love From Majuli Nilakshi Baa....very nice video song💖❤
@AdMBandLeader
@AdMBandLeader 2 жыл бұрын
Proud to be a Moran here. Nilakshi, your vocals are too good with incredible pitching and authentic Moran intricacy! Wishing you and your near ones and everyone here a very happy bhogalu bihu. May the larger interests of Oxhom prevail with unity, brotherhood and love! May our rich and diverse culture shine brighter than ever!! 💖🙏🏼
@babychutia6072
@babychutia6072 2 жыл бұрын
Vs
@theassam9469
@theassam9469 Жыл бұрын
Ok
@NiradaMoran
@NiradaMoran Жыл бұрын
​@@babychutia6072o9o BHPÀ❤ ji in kku🎉c😊 km ni UB
@chandandas6229
@chandandas6229 10 ай бұрын
❤❤❤❤❤❤❤
@bikashthengal324
@bikashthengal324 Жыл бұрын
Hundor ..bohut vl lge moran bihu❤Karbi anglong .pora morom jasilu
@rajotmoran7185
@rajotmoran7185 3 жыл бұрын
অতি সুন্দৰ ❤️
@josnadutta2699
@josnadutta2699 3 жыл бұрын
প্ৰথম বাৰ শুনিছোঁ।।মৰানৰ গীত
@bindassdibyomoran2336
@bindassdibyomoran2336 3 жыл бұрын
Priyanka Moran or hunib para tumi , aaru jodi Moran bihu git hunib bisara tumi,
@jaduranjandihingia8114
@jaduranjandihingia8114 3 жыл бұрын
ধুনীয়া লাগিল গানটো শুনি 😘 নিলাক্ষী বা❤️
@SurenBoro-mv7tq
@SurenBoro-mv7tq Жыл бұрын
Moran bihu geet bur Mur oti priyo xodai xunu❤️❤️❤️
@prasantagogoi3562
@prasantagogoi3562 3 жыл бұрын
ৰেডিনে সকলো শুনিবলৈ🥰🥰🥰🤩🤩🤩like ata kori jabo🙏🙏
@nikumonimoranfromkakopatha1705
@nikumonimoranfromkakopatha1705 3 жыл бұрын
Huni dilu
@ghitanjaliborah224
@ghitanjaliborah224 3 жыл бұрын
Ready আছিলো শুনিলো মজা
@roshmidas8055
@roshmidas8055 3 жыл бұрын
Moi ready hokolu xuniboly
@Natural_beauty._0509
@Natural_beauty._0509 3 жыл бұрын
Moran bihu pratam hunilu... Val lgil ba♥️
@utpalxfitnz
@utpalxfitnz 3 жыл бұрын
ভাবিয়ে থাকোং আও😄😄 গানটো ইমান ধুনীয়া হৈছে কবলৈ ভাষা নাই🥰😍😘
@nitubaruah5333
@nitubaruah5333 3 жыл бұрын
DHUNIYA LAGIL DEI.. ARU ENEKUWA NOTUN NOTUN BIHU PAI THAKIM BULI AXA THAKIL
@goyarandhoni6282
@goyarandhoni6282 3 жыл бұрын
Uffffff ki dhunia o ❤️❤️❤️🔥🔥🔥🔥🔥
@NayanjitDuarahAssam
@NayanjitDuarahAssam 3 жыл бұрын
Kun kun asa moran ata like kori moran gan2 lgte Nilakhi baa .moran gan ata upohar dia bbe .
@ditimanbordoloi4673
@ditimanbordoloi4673 3 жыл бұрын
তোমাৰ মাতষাৰ ইমান কোমল আৰু মিঠা❤ চুই যাই ❤ love it ❤❤❤❤❤❤❤❤❤💙💙
@ankurboruah9164
@ankurboruah9164 3 жыл бұрын
Borhiya lagise 🔥🔥🔥🔥
@ripunjoysenchowa8265
@ripunjoysenchowa8265 Жыл бұрын
ভাষাৰে বুজাব নোৱাৰো কিমান ভাল লাগিল গীতটি । তুমি এনেকৈ আগুৱাই যোৱা যে তাৰেই কামনা কৰিছো ।
@londitabaruah8785
@londitabaruah8785 3 жыл бұрын
Uff,biratei huni val lagil, bohut dhunia hoise,huvessa thakil❤️😘😘
@padmojitmoran563
@padmojitmoran563 3 жыл бұрын
ভাল লাগিল বা,এনেকৈয়ে সুন্দৰ গীতেৰে অসমবাসীক আপ্লুত কৰি ৰাখক
@kai73787
@kai73787 3 жыл бұрын
Hundor.... Agoloiu Ankekuwa bihu amak upohar D jabo☺☺☺😊
@newtonmusicians6803
@newtonmusicians6803 3 жыл бұрын
Nilakshi ba tumi mur favorite singet❤❤❤like for nilakshi ba
@btsxarmy3611
@btsxarmy3611 3 жыл бұрын
তোমালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল নিলাক্ষী বা(◍•ᴗ•◍)❤
@nehasaikia2749
@nehasaikia2749 3 жыл бұрын
ব'হাগ
@jharnadristi8364
@jharnadristi8364 2 жыл бұрын
@@nehasaikia2749 J
@doulotneog3102
@doulotneog3102 2 жыл бұрын
@@nehasaikia2749 p
@parshantasonowal187
@parshantasonowal187 Жыл бұрын
00
@pkchnl6709
@pkchnl6709 3 жыл бұрын
বহুত বহুত ধন্যবাদ আৰু অভিন্দন জনাইছোঁ নীলাক্ষী বা! আমাৰ মৰাণ জনগোষ্ঠীক ইমান সুন্দৰ মৰাণ বিহু গীত এটি উপহাৰ দিয়া বাবে আৰু লগতে আগন্তুক বহাগ বিহুৰ শুভেচ্ছা জানালোঁ নীলাক্ষী বা❤❤
@jurihazarika139
@jurihazarika139 3 жыл бұрын
Bht dhunia moranor bihu..logote neel aguai ja..
@lakhimagogoi8016
@lakhimagogoi8016 3 жыл бұрын
ইমান ধুনীয়াকৈ কেনেকৈ গোৱা অ' বা 😧specially the high notes are incredible 😍 such a soothing voice 😘God bless you
@garibkiller7041
@garibkiller7041 2 жыл бұрын
Cu
@axmoran1556
@axmoran1556 3 жыл бұрын
Bht val lagil
@aayushgogoi2841
@aayushgogoi2841 3 жыл бұрын
Moran bihu!!💕❤️
@bogadhorduarah9525
@bogadhorduarah9525 3 жыл бұрын
gaan2 huni huni thakute vat khabolei k pahorisilu.....bohut val lagil dei...
@kabita4546
@kabita4546 3 жыл бұрын
বহুত ভাল লাগিল.. ❤️💕💕💕 তোমালৈ আৰু তোমাৰ ঘৰৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো.. ❤️❤️
@paruldevi7930
@paruldevi7930 2 жыл бұрын
Jiman saisu khimanei besikoi he sab mn jai uff ki j khur aru nilakhi ba emn morom logakoi gaise aru nasise xsakoie khub dhuniya hoise 👌👌👌👌🥰🥰🥰
@nixitpratim5549
@nixitpratim5549 3 жыл бұрын
বহুত বহুত ভাল লাগিছে গানটো আৰু অভিনয় বহুত সুন্দৰ হৈছে। আগলৈ আৰু মৰাণ গান শুনিবলৈ পাম বুলি আশা কৰিলোঁ।
@karishmakrishtina2689
@karishmakrishtina2689 3 жыл бұрын
Dhuniya Lagise Hokoluke..
@unknownboy8594
@unknownboy8594 3 жыл бұрын
B -Brings I -Integrity H -Honesty U -Unity 💖💞💗
@prasantabaruah7693
@prasantabaruah7693 3 жыл бұрын
La@0
@bonshihatibotuah5327
@bonshihatibotuah5327 3 жыл бұрын
@@prasantabaruah7693 qqqàaaà
@ankitagogoi8614
@ankitagogoi8614 Жыл бұрын
@@prasantabaruah7693 oo jit lm blo
@bijitpegu3797
@bijitpegu3797 3 жыл бұрын
মৰাণ বিহু frist time salu mon too vall lagi gol 🥰🌹❤️😘
@jadumonigogoi1605
@jadumonigogoi1605 3 жыл бұрын
ভাল লাগিল।মৰাণ বিহু ভাল লাগে।
@helloduarah7982
@helloduarah7982 3 жыл бұрын
Bohut vall lagil❤️❤️❤️
@keshobgohain6371
@keshobgohain6371 3 жыл бұрын
Nasi ding nasi ding lagi jai...mojaaa
@gogoisuraj2443
@gogoisuraj2443 Жыл бұрын
Bahut dhuniyah
@pallabborah9683
@pallabborah9683 3 жыл бұрын
বহুত ধুনীয়া হৈছে 🔥🔥
@hariharbhowmik7255
@hariharbhowmik7255 3 жыл бұрын
Bohut bhal lagil.................... Liked
@gitaligogoi8435
@gitaligogoi8435 3 жыл бұрын
Really love it song ..tonmoy daa
@ChaoMoSengphukinmung871
@ChaoMoSengphukinmung871 3 жыл бұрын
বৰ ভাল লাগিল oooooooooooooooবৰ ধুনীয়া হৈ গৈছা‌ অ বা💞💞
@geetgogoi9067
@geetgogoi9067 3 жыл бұрын
moi ahom lora hoi.. kin2 hosa kotha koboloi gole moran culture besi vall lage mur.. eman hohoj horol moran manuh bur💖 love frm sivasagar💖
@bornaproduction8509
@bornaproduction8509 3 жыл бұрын
Hoi ne bndhu ...
@geetgogoi9067
@geetgogoi9067 Жыл бұрын
@@bornaproduction8509 ❤
@nextlvl8704
@nextlvl8704 3 жыл бұрын
Assam most top one female singer ❤️
@kalpajitchetia4322
@kalpajitchetia4322 3 жыл бұрын
ধুনীয়া হৈছে নীলাক্ষি বা।❤️❤️ মৰাণ বিহু ❤️❤️
@kalpitasonowal2178
@kalpitasonowal2178 3 жыл бұрын
Bhut val lagil.
@bikashranjandas1683
@bikashranjandas1683 3 жыл бұрын
বহুত ধুনীয়া বা👌❤❤...আপোনাৰ কন্ঠ বহুত ভাল পাঁও মই 😍❤