সৰুতে ভিক্ষা মাগি,হালোৱা থাকি আজি তেওঁ এজন জনপ্ৰিয় কণ্ঠশিল্পী,Life History Of Singer Bipin Chowdang

  Рет қаралды 263,632

Nilotpal Chaliha

Nilotpal Chaliha

Күн бұрын

Пікірлер: 297
@yagnyaanamikacreations8644
@yagnyaanamikacreations8644 3 жыл бұрын
জীৱন মানেই সংগ্ৰাম।আপোনাৰ সংগ্ৰামৰ কথা শুনি দুখ লাগিল যদিও সেই সংগ্ৰামৰ ফলত আজি আপুনি শিল্পী।আপুনি আমাক খুব ধুনীয়া ধুনীয়া গীত উপহাৰ দি আহিছে অনাগত দিনত আৰু ভাল ভাল কাম কৰি আগুৱাই যাওঁক তাকে কামনা কৰিলোঁ।
@manjubarman8824
@manjubarman8824 3 жыл бұрын
আপোনাৰ গান শুনি মোৰ হেপাহঁ নপলাই । মই মৰিগাওঁৰ পৰা বহুত আশীব্বাদ কৰিছো আৰুভাল ভাল গান গাই যাওক । God bless you .
@tiluttamabasumatari485
@tiluttamabasumatari485 3 жыл бұрын
Kokai apuni preronar onya eti nam àru agoloi geet upohar di thakiba
@bhaskargohainsri6969
@bhaskargohainsri6969 Жыл бұрын
​@@manjubarman8824 🎉 by ni bye 11 we see all se AA Ho look by
@Redmi-xw1tl
@Redmi-xw1tl 8 ай бұрын
গোট গোট বি চ দা গোট গোট
@durbaphukan2170
@durbaphukan2170 3 жыл бұрын
একালে দুখ একালে সুখ ,বিপিন দাৰ পৰা ভালকৈ শিকিলোঁ ।বিপিন দাক বৰ ভাল পাওঁ ।সদায় কুশলে থাকক ।❤❤
@porikosi7361
@porikosi7361 3 жыл бұрын
এইয়াই মানুহৰ জীৱন,বিপিন ককাইদেওঁৰ কাহিনি বোৰ শুনি কিবা এটা কবলে ভাষাই হেৰাই গ'ল কেৱল চকুৰ পানী হে টুকিলো ।
@rajuduwori4297
@rajuduwori4297 3 жыл бұрын
বিপিন চাউদাং মোৰ ঘৰৰ ওচৰতে ঘৰ ॥ তেওঁ সচাঁ কথা কৈছে ॥ এইয়া আদশ হৈ ৰব ॥
@KanakHazarika-gp1pi
@KanakHazarika-gp1pi 8 ай бұрын
In
@julandas1804
@julandas1804 3 жыл бұрын
ৰখিব নোৱাৰিলো সম্পূৰ্ণ 38 মিনিট চালো ।সচাঁকৈ বিপিন দাৰ পৰা বহুত প্ৰেৰণা পালো । আপুনি আকৌ আগবাঢ়ি যাওক তাৰে ভগৱানৰ ওচৰত কামনা ।🙏
@putumoni6039
@putumoni6039 3 жыл бұрын
আপোনাৰ কথাবোৰ শুনি খচাকৈ বহুত দুখ লাগিল।
@dipashreeboruah3125
@dipashreeboruah3125 3 жыл бұрын
Hosake vl lagil tumar kotha bur huni love from lakhimpur dhakuakhana 😃
@parashcreation9492
@parashcreation9492 3 жыл бұрын
বিপিন দা আমাৰ প্রেৰণা ❤❤তেও কুশলে থাকক
@bireshbhushansharma5504
@bireshbhushansharma5504 3 жыл бұрын
Very good performance আপোনাৰ ৰহস্যময় জীৱনৰ কথাবোৰ সুনি ভাল লাগিল। আগলৈ আৰু বহুত ভাল ভাল গান গাই আমাৰ অসমীয়া ভাষাৰ এক নতুন প্ৰেৰণাৰ লগতে উৎসাহিত কৰিব। God bless you.
@paragjyotix02
@paragjyotix02 3 жыл бұрын
সচাঁকৈ বহুত প্ৰেৰণা পালোঁ বিপিন চাউদাঙৰ ককাদেউৰ নিচিনা আজি দিনত কোনো কন্ঠ শিল্পী নোলাব ।। ইমানবোৰ ডাঙৰ ডাঙৰ সংগ্ৰামৰ পাৰ কৰি আজি এই। পযায পাইছে ।আশা কৰোঁ ভৱিষ্যতে দেশৰ , আমাৰ আৰু ৰাইজৰ কাৰণে বহুত ধুনীয়া ধুনীয়া গীত গাই যোৱা । বিপিন ককাদেউৰ দীঘজীৱীৰ হক এই কামনা ।। __________নগাঁৱৰ পৰা মৰম যাঁচিলো
@thirdkz_xx5648
@thirdkz_xx5648 3 жыл бұрын
বিপিন চাউদাং ডাঙৰীয়াৰ শৈশৱ কালৰ কথাবোৰ শুনি বৰ দুখ লাগিল। জীয়াই থকাৰ সংগ্ৰাম জয় কৰি আজি যিটো পৰ্য্যায়ত উপনিত হ'ল ই সমগ্ৰ মানৱ জাতিটোৰেই প্ৰেৰণা হৈ ৰ'ল।ধন্য চাউদাং ডাঙৰীয়া আপোনাৰ ভবিষ্যত উজ্জ্বল তথা দীৰ্ঘায়ু কামনা কৰিলো।
@priyankshucreation5285
@priyankshucreation5285 3 жыл бұрын
বিপিন দাদালৈ লক্ষীমপুৰৰ পৰা মৰম জনালোঁ ❤️🙏
@dreams50kviews58
@dreams50kviews58 3 жыл бұрын
Lokhimpur 🥰🥰🥰
@dreams50kviews58
@dreams50kviews58 3 жыл бұрын
Laluk
@priyankshucreation5285
@priyankshucreation5285 3 жыл бұрын
Bihpuria
@bg2.0
@bg2.0 3 жыл бұрын
বিপিন দাদালৈ মই লখিমপুৰৰ পৰা মৰম জনালোঁ ❤️❤️❤️❤️❤️❤️মোৰ নাম বিতুপন গগৈ 🙏🙏🙏🙏🙏
@indirabaruah8033
@indirabaruah8033 3 жыл бұрын
From Dibrugarh. 🥰😍🥰
@jubarajkalita2384
@jubarajkalita2384 3 жыл бұрын
ইমান সমস্যাৰ মাজতো যে আপুনি গান গাব এৰি দিয়া নাছিল ভাল লাগিল বিপিন দাদা আপোনাৰ কাহিনী টো শুনি আমিও বহুত উৎসা পালোঁ ভগৱানে আপোনাক মঙ্গল কৰক। ধন্যবাদ
@monusaneog84
@monusaneog84 3 жыл бұрын
আপোনাৰ জীৱন কাহিনী শুনি থাকিলে শুনি থাকিবৰ মন যায়,, আনতকৈ বহুত বহুত প্রার্থক্য,,জীৱনৰ দুৰ্যোগ কাহিনীকো ইমান খোলাভাৱে কব পাৰে আজিও । খুব ভাল লাগে আপোনাক এনে সহজ সৰল মনোভাৱ টোৰ কাৰণে ।
@pritilatagoswami4884
@pritilatagoswami4884 Жыл бұрын
আপুনি বয়সত মোতকৈ সৰু। আপোনাৰ জীৱন সংগ্ৰামে‌ মোক অভিভূত কৰিছে।নপুৰুষে নিশ্চয় আপোনাৰ পৰা অনুপ্ৰাণিত হ'ব।
@rinkumonisaikia3351
@rinkumonisaikia3351 3 жыл бұрын
বহুত ভাল লাগিল। মোৰ প্ৰিয় শিল্পী।
@bonnybora3538
@bonnybora3538 3 жыл бұрын
Mor lagote asom basir prio shillpi God bless you
@mukulbora1870
@mukulbora1870 3 жыл бұрын
অন্তৰৰ পৰা মহান শিল্পী জনলৈ সেৱা জনাইছোঁ 🙏🙏🙏
@গাওঁৰলৰামই
@গাওঁৰলৰামই 3 жыл бұрын
এজন কেছা মাটিৰ গান গোবা লোক .জয় আই অসম
@kabitabhuyanboruah.4901
@kabitabhuyanboruah.4901 3 жыл бұрын
মহান শিল্পী জনলৈ শতকৌতি প্ৰণাম জনাইছো।ভগবানে দীৰ্ঘায়ু কৰক।
@sarbanandamajuli
@sarbanandamajuli 3 жыл бұрын
মই বিপিন দাৰ প্ৰতিটো গান অনুসৰণ কৰোঁ বহুত বহুত ভাল লাগে।।🥰🥰🥰
@nirmalibora5768
@nirmalibora5768 3 жыл бұрын
🙏🙏🙏🙏😭Vakhanai bipin daa,, bor dukh palu
@chinmoysaikia8341
@chinmoysaikia8341 Жыл бұрын
বহুত শুভ‌ কামনা‌ থাকিল
@i.b.g.entertainment7942
@i.b.g.entertainment7942 3 жыл бұрын
Bipin daar kotha bur xuni bohut val palu Nilutpal Daa
@nabajyoti80
@nabajyoti80 3 жыл бұрын
চকুৰ পানী ওলাই গল। বহুত ধুনীয়া interview নিলোৎপল দা।❤️❤️❤️❤️
@kartikraja5568
@kartikraja5568 3 жыл бұрын
বিপিন দালৈ নলবাৰীৰ পৰা মৰম যাচিলোঁ❤️🥰
@sabitrinewar6732
@sabitrinewar6732 3 жыл бұрын
Ufffff Bipin da kotha khuni saku vahi ahil hosa dei.......
@DijenDas-cn9uw
@DijenDas-cn9uw Жыл бұрын
Moja Bipin dada🥰🥰
@trideepgogoi6897
@trideepgogoi6897 3 жыл бұрын
আচলতে কি জানে সাধাৰণ সাধাৰণ লগা মানুহ কিছুমানৰ হাতহে অসাধাৰণ কিছুমান প্রতিভা থাকে আৰু এই প্রতিভা বিকাশ আৰু সফলতা যি সংগ্রাম এই ধৰণৰ লোকে সময় আৰু পৰিস্থিতিৰ মোকাবিলা কৰি যি ঠাইত উপনীত হয় তাত সফলতায়ো তেওঁলোকৰ ৰ্ধয্য আৰু সাহসক হাৰ মানে । আপোনালোক সচাঁই সাধাৰণ মানুহৰ তুলনাত সুকীয়া 😊
@bikidassadiya7290
@bikidassadiya7290 3 жыл бұрын
Eman dukhr khota .....aji aa gom palu ...dei ...bipen dada ....
@chinmoysaikia8341
@chinmoysaikia8341 Жыл бұрын
এই মহান‌‌ শিল্পী জনলৈ বহুত‌ শুভ কামনা
@dhirajray8220
@dhirajray8220 3 жыл бұрын
বিপিন দাৰ গীত সমূহ শুনি মন ভাল লাগে
@Jaiaiiaxom123
@Jaiaiiaxom123 3 жыл бұрын
Oti Hundor......Bipin dak val lage
@Noyanmoni_Bharali
@Noyanmoni_Bharali Жыл бұрын
Bipin daa😢
@rajatrabha8666
@rajatrabha8666 Жыл бұрын
বৰ ভাল লাগিছে আৰু দুখনো লাগিছে।
@mithunpegu5935
@mithunpegu5935 Жыл бұрын
বিপিন হাড়নামানিবা,ককাইদেউ মৃত্যু সময়লৈকে হাড় মনা নাছিল
@dipashreeboruah3125
@dipashreeboruah3125 3 жыл бұрын
Vl lagil tekhetor kotha bur huni bhut khini perona palu love from lakhimpur dhakuakhana 💕💞💓♥️
@joyfulali277
@joyfulali277 Жыл бұрын
Val lagisa 💖💖💖💖💖
@indianpanorama303
@indianpanorama303 Жыл бұрын
hardworking boy ..bipinda ..aami ekeloge hajira kamla korisil
@JDutta-zl4tf
@JDutta-zl4tf 3 жыл бұрын
বিপিন দাই কিবা ভুল কৰিলেও অসমৰ ৰাইজে যাতে সমালোচনা নকৰে বৰ কাতৰেৰে কলো বৰ দুখ লাগে কথা বিলাক শুনিলে । বিপিন দা আৰু যাতে আগুৱাই যাওক 😍👍👍
@bulusaikia6908
@bulusaikia6908 3 жыл бұрын
Bipinda apunar kotha khini kin2 hunile bohut dukhar onagoto din burjen bohut hukar houk 👍👍👍
@mintusaikia4517
@mintusaikia4517 Жыл бұрын
বিপিনদা এজন নিভাজ শিল্পী। তেখেতক ম ই বৰ ভাল পাওঁ আৰু সন্মান কৰো।
@tapankonwar6720
@tapankonwar6720 2 жыл бұрын
Ahomehe pare jikunu val km koribloi😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
@subhashkurmi9371
@subhashkurmi9371 3 жыл бұрын
Bipin da apunar jibon songram r kotha khuni mur sokur pani ulai ahil apuni bohut songram korise kintu dei bohut dukh palu monot eman kosto korar folot aji ai stage paise apunak selut. Ami dukhiya j khei kotha ajir pora moiu monole nanu kam kori jam ajir pora bohut khahokh palu apuni amar babe ak gourob.🙏🙏🙏🙏🙏
@sanjibtalukdar7894
@sanjibtalukdar7894 3 жыл бұрын
ককাইদেউ আজি প্ৰথম সুনিলো আপোনাৰ অতীত জীৱনৰ কথা। বৰ দুখ লাগি গল।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।
@arupchetia7403
@arupchetia7403 3 жыл бұрын
Bipin da apuni mohan.....🙏🙏🙏
@nisthanandamoran3915
@nisthanandamoran3915 3 жыл бұрын
bhut val lage dada ganbur ❤❤❤
@bhaskarhazarika8549
@bhaskarhazarika8549 3 жыл бұрын
বিপিন দাই কেতিয়াবা কিবা ভুল কৰিলেও অসমৰ ৰাইজে যাতে সমালোচনা নকৰে বৰ কাতৰেৰে কলো বৰ দুখ লাগে কথা বিলাক শুনিলে ।
@MayuriDuliajan
@MayuriDuliajan 3 жыл бұрын
Agree with u
@madhusudhanbarman904
@madhusudhanbarman904 2 жыл бұрын
0
@MamoniGogoi-z9s
@MamoniGogoi-z9s Жыл бұрын
​@@MayuriDuliajan😊😊😊😊😊😊😊
@MamoniGogoi-z9s
@MamoniGogoi-z9s Жыл бұрын
​@@MayuriDuliajan😊
@MamoniGogoi-z9s
@MamoniGogoi-z9s Жыл бұрын
​@@MayuriDuliajan😊😊
@jintumisra2485
@jintumisra2485 Жыл бұрын
BAHUT BAHUT AKEBARE DUKH LAGIL KATHALOSANA .ARU BHALO LAGIL AKHET JEAN SANGRAMAT HAR MANA NAI .DHANYABAD B.CHAODANG SIR .👃💥
@Kachariboyassam
@Kachariboyassam 3 жыл бұрын
Bipin dar gaan huni bohut vll lage ❤️🙏
@smartpreparation9229
@smartpreparation9229 3 жыл бұрын
এইজনা শিল্পী মাটি পানী গাওঁলিয়া তেজৰ লগত জড়িত বৰ ভাল লাগে ককাইক ৷ গানবোৰ নিভাজ সোনৰ আভাষ পোৱা যায় ৷ ককাই আপোনাৰ এই পৰিশ্ৰম সচাই বৰ অতুলনীয় ৷ আপোনাৰ নিচিনা শিল্পী পোৱা অসমবাসীৰ বাবে গৌৰৱৰ কথা ৷
@kumudphukan5640
@kumudphukan5640 2 жыл бұрын
একালৰ দুখ একালৰ সুখ।সুখৰ দিন আজীৱন বৈ যাওক।কৰ্মই ধৰ্ম।উচ্ছ চিন্তাৰে সৎ কৰ্ম কৰিছে।আদৰ্শ অনুকৰণীয়।আশাবোৰে পূৰ্ণতা পাওক।কামনা কৰিছোঁ।
@babitagogoi4622
@babitagogoi4622 3 жыл бұрын
সঁচাকৈ আপোনাৰ কথাবোৰ শুনি দুখ লাগি গল, আপুনি আৰু আগ বাঢ়ি যাওক।
@Syma800
@Syma800 Жыл бұрын
Bipin brother, May you live long, God wishes you. Thank you, Bipin choudang. Nila kanta chandi
@xobdoxomoy6777
@xobdoxomoy6777 3 жыл бұрын
প্ৰেৰণাদায়ক কাহিনী। ভাল লাগিল।
@riyankashyapkamrupiyanboy147
@riyankashyapkamrupiyanboy147 3 жыл бұрын
আপোনাৰ কথাবোৰ শুনি বৰ দুখ লাগিল ...আপোনাৰ কথা আজি পথম শুনিলো
@navanitagogoi5121
@navanitagogoi5121 3 жыл бұрын
এয়াই জুয়ে পোৰা সোণ
@biiikram6286
@biiikram6286 3 жыл бұрын
বিপিন দা আপোনাৰ জীবন কাহিনী শুনি বহুত ভাল লাগিলে
@pranabjyotideka5314
@pranabjyotideka5314 3 жыл бұрын
Hosakoi anuprenona mulok..... bhut val lagil bipin da
@gitadeka1520
@gitadeka1520 3 жыл бұрын
Very heart touching story.May God always with you.
@aijalkhaklari8036
@aijalkhaklari8036 3 жыл бұрын
Amr mama htr ghrr usrre asil ru mai kua mote thekhet mat koi 3bes mnt uprr asil .horure porai khub vl gn gaisil ru sclr hongitor protitu anusthanor winer asil .God bless you Bipin chaudang dangoria✌️
@koushikhazarika7655
@koushikhazarika7655 3 жыл бұрын
বিপিন দা আপুনি আমাৰ বাবে অনুপ্ৰেৰণা হৈ ৰব চিৰ জীৱন | ❤️❤️❤️
@bhargabdeka1774
@bhargabdeka1774 3 жыл бұрын
ভাল পোৱা মানুহ জন 💝💝
@sinuglydnoyapskakaghastlie9618
@sinuglydnoyapskakaghastlie9618 3 жыл бұрын
আগবাঢ়ি যোৱা বিপিন আন্তৰিক শুভেচ্ছা জনাইছো --
@Rk-gc9id
@Rk-gc9id 3 жыл бұрын
Bipin Da aguai jaok take kamona korilo....moi agot o tv chanalt saisilo bahut dukh loga poristhiti r pora aji ajon mohan singr hoise thanks to Bipin choudang
@ponkajpogag8841
@ponkajpogag8841 Жыл бұрын
Moja
@monujpalak560
@monujpalak560 3 жыл бұрын
মোৰ প্ৰিয় গায়ক। বিপ্লৱী গান গোৱা বিপিন দা ৰাইজৰ বাবে গান গোৱা আৰু সমাজৰ হৈ মাত মাতিব বুলি আশা থাকিল।
@bhanumanki6955
@bhanumanki6955 2 жыл бұрын
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️vgobane Hdai kukhole rakhok Hdai agg barhi jauk basikoi Val lagil aapunar kotha ,,,huni dukh lagi gol😰😰😰😰❤️💐💐💐💐💐🙏🙏🙏🙏🙏🙏
@sangeetaborgohain4753
@sangeetaborgohain4753 3 жыл бұрын
বিপীনদা আপোনাৰ কাহিনী শুনি বহুত দুখ লাগিল
@dipjyotikalita3236
@dipjyotikalita3236 3 жыл бұрын
Sasai vl lagil . Bhut njona katha gm plo
@niturajgogoi8131
@niturajgogoi8131 3 жыл бұрын
বহুত বহুত ভাল লাগিল💓💓
@nirmolnath2591
@nirmolnath2591 3 жыл бұрын
দাদা ধন্যবাদ থাকিল আপোনাৰ
@nipengaming8279
@nipengaming8279 3 жыл бұрын
Bipin daar babe 1ta like❤
@amrithira7465
@amrithira7465 3 жыл бұрын
Bht beya poristhire apuni aguwAi goise okhekh dhonyobad apunar jibon tu
@moilakhimpuria5233
@moilakhimpuria5233 3 жыл бұрын
বিপিন ককাইদেউ , দক্ষিন ভাৰতৰ পৰা আপোনালৈ সেৱা জাচিঁছো ।
@dhi1222
@dhi1222 3 жыл бұрын
Aapuni akhon val book lekhibo paribo aapunar jibonr... aapunar kothate akhon flim suwa Jen lagile...khub dhuniya...
@iajwgetc8481
@iajwgetc8481 3 жыл бұрын
Hei mohan Police siroloi 🙏🙏🙏🙏🙏🙏🌹🌹🌹
@rajibkdutta
@rajibkdutta 3 жыл бұрын
Thanks a lot for providing a chance to know about the great talent..
@assamese....statusmacker..8979
@assamese....statusmacker..8979 3 жыл бұрын
অসমৰ উজ্জ্বল নক্ষত্ৰ।@ আপুনি সদায় মহান।,।আপুনি সদায় জিলিকি থাকক।
@bitishofficial2625
@bitishofficial2625 3 жыл бұрын
God bless you Bipin da
@jugenghatwar595
@jugenghatwar595 3 жыл бұрын
Bipin da rokhibo nuwarilu apunar jibonor kahinibhur huni sokupani ulaigol hekhot God bless you
@অসমীয়াবোৱাৰী-ণ৩ষ
@অসমীয়াবোৱাৰী-ণ৩ষ 3 жыл бұрын
Bht dukh lgil apunr horu kahini bur huni, bht val lge apunr gaan xuni❤️
@nabanilborah1954
@nabanilborah1954 3 жыл бұрын
Bipin da jibon kahini aji hunilu, vale thakok bipin da
@juribaruah221
@juribaruah221 3 жыл бұрын
Bipin danzgoriya apunaloi xotokuti pronam , yemn straggle Kori apuni life tu agbrohai loi goise , bhtr babe apuni anupreronar Patra . Okhombakhi raij apunak loi gourab onubhav koru , aru agbarhi jouk bhogban apunar hohai houk
@dhritisman7867
@dhritisman7867 3 жыл бұрын
Really Inspiration
@deeptalukdar3379
@deeptalukdar3379 3 жыл бұрын
Bipin koaideur pora ata kotha sikilu jibonot ketiyao hari jabo nalage adin val din ahiboi .❤️❤️❤️
@sumitapathak5713
@sumitapathak5713 3 жыл бұрын
Bipin daa apunar xorukalor kothabur xuni dukh lgil bohut
@bhaskar3391
@bhaskar3391 3 жыл бұрын
Apuna jibnr kthabu khuni bhut vl lagil..
@rajuborah425
@rajuborah425 3 жыл бұрын
BA kokaidew.aponak bht vall paw.i
@pragatigogoi2740
@pragatigogoi2740 3 жыл бұрын
Khati Axomoya Hongeet hilpi..
@dr.p.hazarika500
@dr.p.hazarika500 3 жыл бұрын
Bipin Chaudang apunak log paaisu. Apunar xirot songeetor mukut jiliki uthibo. Amee sokolu asomiya apunar logot asu. aagoloi goi thakok.
@debasishgogoi9314
@debasishgogoi9314 3 жыл бұрын
প্ৰিয় মানুহজন❤🙏
@Lkmusic443
@Lkmusic443 3 жыл бұрын
Hats off 👍👍
@karunakantasarmah2067
@karunakantasarmah2067 3 жыл бұрын
Bohut Bohut val lage apunar gan Sova kamonate
@love2bhabeshkalita102
@love2bhabeshkalita102 3 жыл бұрын
Bahut Val lagil dada
@joyshreebora9482
@joyshreebora9482 3 жыл бұрын
Bipin da bohu hongamor majot hofol hol...Bipin da mur babe ak prarona🙏🙏🙏🙏
@majuliyanlora7901
@majuliyanlora7901 3 жыл бұрын
Vl loga manu jon ❤️❤️🥰
@kolpochitra3869
@kolpochitra3869 2 жыл бұрын
আপোনাৰ সংগ্ৰামী জীৱনৰ সফলতাক অভিনন্দন জনাইছোঁ। আপোনাৰ গানটো বহুত ভাল পাওঁ। অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏🙏🙏🙏
@mrinalbhuyan8481
@mrinalbhuyan8481 3 жыл бұрын
দাদা আপুনি মহান🙏🏻🙏🏻
@naruntakc88
@naruntakc88 3 жыл бұрын
Bipin da 💕💕
@barsha_gogoi-.
@barsha_gogoi-. 3 жыл бұрын
This is called real life struggle 💗😭
@arunimahandique8724
@arunimahandique8724 3 жыл бұрын
প্ৰিয় ব্যক্তি জন❤️❤️ভালে থাকক সদায় ❤️
@pobitragogoi5749
@pobitragogoi5749 3 жыл бұрын
Bipin da life story uport akon movie bonale vl lgibo❤
@mintusaikia4517
@mintusaikia4517 8 ай бұрын
বিপিনদা মহান শিল্পী।
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН