Nimaijan Bihu Husori Doll I Performing In Delhi I (2016) I Part 1 I Bihu Husori I

  Рет қаралды 1,812,529

Zatinga Creation

Zatinga Creation

Күн бұрын

Пікірлер: 991
@dkalita7888
@dkalita7888 6 ай бұрын
আজি গৰু বিহুৰ দিনা 2024 চাই‌ আছো মোৰ জীৱনৰ খুব ভাল লাগা বিহু চাই আছোঁ আজি খুবেই সুন্দৰ হৈছে
@debashishrajkonwar2615
@debashishrajkonwar2615 5 жыл бұрын
শিৱসাগৰৰ বিহু ক'লেই নিমাইজানৰ কথা মনত আহে । খুব সুন্দৰ হৈছে
@ashistarudeb5574
@ashistarudeb5574 3 жыл бұрын
Bor bhal lage.iman din delhit thakio pahora nai.Happy bihu to all.
@surajsarmahpathak8403
@surajsarmahpathak8403 2 жыл бұрын
@@ashistarudeb5574 Happy Bihu to all
@rajdeep2411
@rajdeep2411 2 жыл бұрын
কি অপূর্ব, বাঁহীবাদকজনৰ প্ৰেমত পৰিছোঁ
@deepjyotibasumatary2600
@deepjyotibasumatary2600 4 жыл бұрын
লকডাউনৰ মাজতো এনে বিহু চাই সকলো দুখ কষ্ট পাহৰি গলো। বৰ সুন্দৰ বিহুদল। বিহুৱা দুজনৰ কণ্ঠ কিন্তু মানিব লাগিব। প্ৰতিগৰাকীয়েই পাকৈত বিহুৱা। প্ৰতিজনলৈ বিহুৰ শুভেচ্ছা যাচিলো।
@priyadutta4908
@priyadutta4908 6 жыл бұрын
ইমান দীঘলীয়া সময়ৰ বিহু হুঁঁচৰি প্ৰথম বাৰ চাইছো। নাচো নাচো লাগি গৈছিল। বহুত সুন্দৰ পৰিবেশন.😍😍
@jituborgohain9017
@jituborgohain9017 4 жыл бұрын
2020 বিহু Tragedy .... কোনে নো বুজিব Coruna এ চব চেছ দিলে. এইবাৰ ঢোল , পেপাৰ মাত নুশুনিমে 😢 Proud my hometown শিৱসাগৰ
@ramdhenu1663
@ramdhenu1663 4 жыл бұрын
ক’বলৈ শব্দৰ অভাৱ ,,😍😍❤️সকলো অপূৰ্ব 💐💐💐😍😍😍,,,বাঁহীৰ প্ৰেমত পৰিলো ❤️❤️
@jayantaneog8013
@jayantaneog8013 3 жыл бұрын
সুন্দৰ ই
@____sarjina____
@____sarjina____ 2 жыл бұрын
Thike koisa
@lungxuuboyz8807
@lungxuuboyz8807 5 жыл бұрын
বিহু নামৰ নিৰ্বাচন অপূৰ্ব । ৰগৰ , কিৰিলি , লহৰ সুন্দৰ । কিনো কম ভাষা বিচাৰি নাপালোঁ । অপূৰ্ব সাৱলীল পৰিবেশন ।
@maobitul5389
@maobitul5389 3 жыл бұрын
Tnq
@nilakhisonowal5032
@nilakhisonowal5032 3 жыл бұрын
Hosakoi dei
@dhrubajyotichoudhury5226
@dhrubajyotichoudhury5226 5 жыл бұрын
💝অতুলনীয়💝বিষেক কৈ গায়ক দুজন আৰু বাঁহী বজোৱা জন🙏🙏কবলৈ ভাষা বিচাৰি পোৱা নাই। download কৰি থৈ দিলোঁ,পিছত নেট নহলে চাব পাৰিম👏👏
@ujjalkalita2363
@ujjalkalita2363 4 жыл бұрын
Dhruba Jyoti Choudhury sem sem
@arupagomacharyya4067
@arupagomacharyya4067 6 ай бұрын
অনন্য সুন্দৰ বিহুৰ নাচ গান , আপ্লুত হৈছো গান নাচৰ চেওত ।।
@sangitasaikia2906
@sangitasaikia2906 3 жыл бұрын
বিহু অসমৰ আবেগ❤️❤️ বিহু অসমৰ স্বভিমান❤️❤️
@binoysarma179
@binoysarma179 3 жыл бұрын
Vl lgil kotha 2 xuni
@kiransonowal7594
@kiransonowal7594 2 жыл бұрын
pp
@khirudgogoi7231
@khirudgogoi7231 3 жыл бұрын
বিহু বলিয়া মন...ৰব নোৱাৰি সুন্দৰ বিহু ...😍😍love from sonari💕💕
@sagarika776
@sagarika776 2 жыл бұрын
অসমৰ বাহিৰত থকা বহুত বছৰ হল। বিহুৰ বতৰত অসমলৈ উৰি যাবলৈ মন যায়। ভাল বিহু চোৱাৰ আৰু শুনাৰ হেপাহ পূৰ্ণ হল। অলপ আৱেগিক হৈ পৰিলো।
@raktimnibircreation7848
@raktimnibircreation7848 2 жыл бұрын
মুঠতে সকলো অপূৰ্ব ❤️ ইমান দীঘলীয়া বিহু প্ৰথমবাৰ চাইছো। সুন্দৰ পৰিবেশন
@achyutgogoi9525
@achyutgogoi9525 6 ай бұрын
Really really very wonderful n lovely am proud of assam, I love assam
@arunsarkar2036
@arunsarkar2036 5 жыл бұрын
সচাকৈয়ে নিমাইজান বিহু দলৰ নিচিনা বিহু কতো চোৱা নাই ... সচাকৈয় বহুত ভাল লাগিল চাই ...
@santanuboruah5170
@santanuboruah5170 4 жыл бұрын
Choraideu Abar sai sabo Dada
@bijugogoi7521
@bijugogoi7521 3 жыл бұрын
Hosa dei
@bhairabmahanta2743
@bhairabmahanta2743 3 жыл бұрын
@@santanuboruah5170 QaQQaQQQq1@@1@@1q#qaqAQ1QQAA@~aaAq@AAa@~1aa1QQ£aaaa@aaaaa1@@aq@1A~A£aaAaA to
@bhabenboruah3089
@bhabenboruah3089 3 жыл бұрын
আজি গৰু বিহু দিনা 2021 ত চাই আছোঁ , অভূতপূৰ্ব - মুখৰ পৰা এইটো শব্দই ওলাই আহিল👌
@parishmitagogoi4052
@parishmitagogoi4052 2 жыл бұрын
বিহু আহিলেই ইউটিউবত হুঁচৰিবোৰ চাৰ্চ কৰি চাই থাকোঁ। বিশেষকৈ নিমাইজানৰ হুঁচৰি জোৰা। চাই থাকিলেও আমনি নালাগে। কি সুন্দৰ বাঁহী, পেঁপা আৰু ঢোল, তালৰ মাত.. বিহুৱা কেইজনৰ মাত কিন্তু মানিবলগীয়া। নাচ ও বহুত ধুনীয়া। ঘৰৰ ওচৰৰ হুঁচৰি হিচাপে গৌৰৱ কৰোঁ দেই..
@sankarjyotigogoi1434
@sankarjyotigogoi1434 6 жыл бұрын
সচাঁ বৰ সুন্দৰ প্ৰদশন ,সকলো বিহুৱাটি লৈ হিয়াৰ শুভেচ্ছা যাচিলো ।।
@konmoinacreation8894
@konmoinacreation8894 5 жыл бұрын
অপূৰ্ব সুন্দৰ নিদৰ্শন, প্ৰকৃত বিহু সংস্কৃতি, হৃদয় চুই গ'ল, বৰ্তমান প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰলৈ পশ্চিমীয়া সংস্কৃতিৰ আগমনে অসমীয়া সভ্যতা-সংস্কৃতিৰ ক্ষেত্ৰত কিছু কিছু দিশত বেয়া প্ৰভাৱ পেলাইছে, কিন্তু এনেধৰণৰ অন্তৰঢালি সেৱা আগবঢ়াই আপোনালোকে উঠি অহা নৱ-প্ৰজন্মৰ বাবেও এক মহান আদৰ্শৰ ভেঁটি গঢ়ি তুলিছে, আমি অসমীয়া হিচাপে জীয়াই থকাৰ মূলতে এই বিহু সংস্কৃতি, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সমন্বয়ৰ এনাজৰীত নিকপকপীয়া বান্ধ খাই জাতিটোৰ হকে কাম কৰাৰ বাবে।
@ankurjyotigogoi9614
@ankurjyotigogoi9614 2 жыл бұрын
Dhanyabad
@ratulborah9946
@ratulborah9946 3 жыл бұрын
অতি সুন্দৰ। "কৈনো কৈ থাকিলে ওৰকে নপৰে বহাগৰ বিহুৰে কথা, চাইনো চাই থাকিলে হেপাঁহ মোৰ নপলাই নিমাই জানৰ বিহুৱাৰ গাথা। "
@bituponmech7254
@bituponmech7254 2 жыл бұрын
বাঁহীবাদক জন মোৰ দাদা হয়,,,নিমাইজান বিহু উপভোগ কৰা মজাই বেলেগ ❤️❤️
@adityakumarphukan4506
@adityakumarphukan4506 Жыл бұрын
Bahi tu ki scale r use korise jonabo sun🙏🙏🙏🙏🙏
@ushakalita3231
@ushakalita3231 Жыл бұрын
ভগৱান কি দেখিছোঁ ভাবিব পৰা নাই কবলৈ ভাষা নাই মুখত । ধন্যবাদ নিমাইজান । ভগৱানে সকলোকে কুশলে ৰাখক।
@njyotithangta999
@njyotithangta999 6 ай бұрын
হুঁচৰি মানেই শিৱসাগৰৰ নিমাইজান হুঁচৰি,এইবাৰ ও এইযোৰা হুঁচৰি কে শুনি থাকো মন গ'লেই,কবলৈ ভাষা নাই🔥মোৰ দৰে ২০২৪ অত কোনে এইবাৰ শুনি আছে লাইক এটা কৰি যাব,Love From NJyoti Konwar Sivasagar ❤️‍🔥...
@bituponkalita6469
@bituponkalita6469 3 жыл бұрын
কি সুন্দৰ বাঁহী বাদন, বিহুৱা দুজনৰ কন্ঠস্বৰ উফ শুনিলে শুনি থাকিব মন যায়. শিৱসাগৰ বাসী হিচাপে বহুত গৌৰাম্বীত. উজ্জ্বল ভৱিষ্যৎত কামনা কৰিলো.
@ZatingCreation
@ZatingCreation 3 жыл бұрын
kzbin.info/www/bejne/qafHeKGcbdZseLc
@nobajyotinath3265
@nobajyotinath3265 4 жыл бұрын
এবাৰ দুবাৰ নহয় বহুবাৰ চাইছো আৰু চাই থাকিম। কবলৈ ভাষা নাই । উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@জয়ন্তনাথ
@জয়ন্তনাথ 5 жыл бұрын
সুন্দৰ প্ৰদৰ্শন দেই ধন্যবাদ জনালোঁ, সকলোৰেই অভিনয়, বাদ্য উৱাহ কবলৈ ভাষা নাই। বাহীঁ বাদক জন আপোনাক প্ৰনাম মোৰ। ৰবলৈ পৰা নাই তেজ গৰম হৈ আহিছে। অসমীয়াৰ কৃষ্টি অতুলনীয় পৃথিৱীৰ ভিতৰতে। জয় আই অসম
@ChampakMelang
@ChampakMelang 6 ай бұрын
Moja lgise de
@rupamjyotikalita5524
@rupamjyotikalita5524 3 жыл бұрын
কি সুন্দৰ পৰিৱেশন !!! যেতিয়াই এই অনুষ্ঠানটো চাও গাৰ অংগই অংগই বিহু সুমাই পৰে । মই কৰবাত হেৰাই যাও বিহুৰ মাজত ।
@ZatingCreation
@ZatingCreation 3 жыл бұрын
kzbin.info/www/bejne/qafHeKGcbdZseLc
@SaratKonwar-c1j
@SaratKonwar-c1j 5 ай бұрын
​@@ZatingCreationakay kothay
@rubulguhain2985
@rubulguhain2985 Жыл бұрын
বহুত ধুনীয়া হৈছে... হুঁচৰি হ'ল অসমীয়াৰ আবেগ আৰু স্বাভিমান...! ♥️♥️🙏🙏
@sanjibgatak8719
@sanjibgatak8719 5 жыл бұрын
অতি সুন্দৰ কণ্ঠশিল্পী পৰিৱেশন কৰিছে. লগতে খুৱ সুন্দৰ
@BkMargherita64
@BkMargherita64 4 жыл бұрын
ANKIT LAHON
@birinchiphukan6733
@birinchiphukan6733 6 ай бұрын
বহুত বহুত সুন্দৰ হৈছে বিহু গীত পৰিৱেশন কৰা কিজনৰ মাত অতি মিঠা মুঠতে গোটেই বিহুৱা দলটোৱে ই অতি পাৰ্গত
@bjdassam2823
@bjdassam2823 5 жыл бұрын
বিহু বুলিলে উজনি অসম বিখ্যাত,,,,, বিশেষকৈ শিৱসাগৰ,,,,👍👌
@assammanab5391
@assammanab5391 4 жыл бұрын
Hoi neki namoni oxm ki km neki
@hirokgogoi6369
@hirokgogoi6369 4 жыл бұрын
Kin2 Namoni axomot ujonir Lora besi 😆
@horenborah8807
@horenborah8807 4 жыл бұрын
Assam bulile...... Bihu ❤❤❤..jai ai axom 🖐
@ZatingCreation
@ZatingCreation 4 жыл бұрын
Namoni axom ujoni axom kunu kom nohoy kintu ai mohurtot ujoni axomei shrestha..gom pali lora hot
@hiyaborah_22
@hiyaborah_22 4 жыл бұрын
Ek dom xosa kotha koisa
@parishmitaboruah4036
@parishmitaboruah4036 3 жыл бұрын
উপস্হাপন বহুত সুন্দৰ হৈছে...কবলে ভাষা নাই...নাচিবলে মন গৈছিল চাই থাকোতে...বাঁহীৰ সুন্দৰ হৈছে...
@JoydeepDuttaTSK
@JoydeepDuttaTSK 2 жыл бұрын
2022 t hunisu...hosakoi bohut val lagile...eman dhuniya husori...hunile huni thakibo mon jai...❤❤❤🔥🔥🔥
@deepjyotidas2397
@deepjyotidas2397 Жыл бұрын
Oh!!!!!!!!!!!!!!!!!!! What a culture,tradition but also emotion, heart beat of indigenous people of Assam, JOI AIE AXOM ✊
@inutchawrok8594
@inutchawrok8594 4 жыл бұрын
অতি সুন্দৰ। ইমান সুন্দৰ পৰিৱেশন। এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছো।
@uddipongogoi588
@uddipongogoi588 6 жыл бұрын
Bohut val lgil. Hosake jiwont anekua husori bihu prothom saboloi palu. Vakha nai..mindblowing.... Upload Kora jonok dhnyobad jonaisu
@abhijitbaruah2121
@abhijitbaruah2121 3 жыл бұрын
বৰ সুন্দৰ । এটা ই শব্দ আছে , Parfect
@avaranihazarika1730
@avaranihazarika1730 5 жыл бұрын
There are different ways to express Assamese traditioal Bihu Dance .I am happy that many Assamese Bihu Parties are able to give standard performance in Bih Dance in different.ways in Delhi's Cultural show and get high support from the audience . It is a very good news for Assamese people . Thank you so much
@anilbhuyan1618
@anilbhuyan1618 6 ай бұрын
বাহীবাদকজনৰ লিডিং কেপাচিটি মানিবলগীয়া৷বিহুৱাৰ কণ্ঠ সুৰ অপূৰ্ব৷উপস্থাপনশৈলী,অংশগ্ৰহণকাৰী সকলোৰে সুন্দৰ প্ৰদৰ্শন৷ভাল লাগিল লগতে শুভেচ্ছা জনালোঁ৷আগুৱাই যাওক
@suntobora9806
@suntobora9806 3 жыл бұрын
সুন্দৰ বিহু প্ৰদৰ্শন ,বিশেষকৈ, বাঁহী, গীত গোৱা জনৰ মাতটো বৰ মিঠা।আৰু আগুৱাই যাওক শুভেচ্ছা থাকিল।
@Anurag_819
@Anurag_819 6 ай бұрын
চালে চাই থাকিবলৈ মনযোৱা এটি সুন্দৰ বিহু হুঁচৰি দল উপভোগ কৰিলোঁ। সঁচাই কি সুন্দৰ বাঁহী,ঢোল,পেপা, বিহুনাম তুলনা নাই। সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ।❤
@champakgogoi7787
@champakgogoi7787 5 жыл бұрын
সকলো খিনিয়েই সুন্দৰ ,সৰ্বাংগ সুন্দৰ পৰিবেশন,বহুত ভাল লাগিল😊😊😊
@momidevi6947
@momidevi6947 2 жыл бұрын
বহুত ভাল লাগিল আপোনালোকৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো আৰু আগুৱাই যাওক কবলে ভাষা নাই, নাই কোনো শব্দ মুঠৰওপত আপোনালোকৰ অনুষ্ঠানে আমাক সঁচাকৈয়ে মুগ্ধ কৰিছে
@bharotiborah8125
@bharotiborah8125 6 жыл бұрын
Soulful performance....paromparik aitijyahali husori....bahut bhal lagil sai. Thanks to all the members
@digntabora5632
@digntabora5632 5 жыл бұрын
Bharati Borah dsfbxgd fzgfh s
@bimanvlogs7360
@bimanvlogs7360 Жыл бұрын
I have watched this performance several times but it never fades. All of the performers are outstanding. Heartiest love to the flutist. And both the singers voices are amazing. Big heart ❤️ to NIMAIJAN HUSORI DOL. LONG LIVE NIMAIJAN HUSORI DOL ❤️ LOVE FROM TINSUKIA ASAAM.
@mithungogoi4861
@mithungogoi4861 Жыл бұрын
😊
@angshuxunuwal3736
@angshuxunuwal3736 4 жыл бұрын
Aiyai hoise amar Bihu.. Aiyoh koliza 😍😍kobole aku hobdoh nai. Gayok dujonor maat aru bahi bohuwa jonok Salute
@himasrikalita7318
@himasrikalita7318 3 жыл бұрын
গৌৰবেৰে অসমীয়া ❤️ বাঁহী বাদন আৰু ঢুলীয়া আৰু গান তথা সুৰত মোৰ প্ৰেম হৈ গল।।
@Loganusa100
@Loganusa100 5 жыл бұрын
I am in love with with Assam!!! Amazing rich, beautiful!
@ankurjyoti3616
@ankurjyoti3616 3 жыл бұрын
Tq so much sir😊
@pankajdas7665
@pankajdas7665 3 жыл бұрын
@@ankurjyoti3616 gggPp yup 6u
@huntuhuntu3182
@huntuhuntu3182 3 жыл бұрын
@@ankurjyoti3616 x½12¹9
@apg5444
@apg5444 4 жыл бұрын
Really awesome the entire piece....specially loved the flute and the selection of bihu songs and the singers
@Mukti781
@Mukti781 4 жыл бұрын
দেহামন নাচি উঠে অ।।।।সচাই খুব সুন্দৰ হৈছে।।।
@mridupabandas
@mridupabandas 5 жыл бұрын
নিমাইজান হুঁচৰি দল সদায় আগত...... ইমান ধুনিয়া হুঁচৰি আজিলৈকে দেখা নাই। 😍 সকলোৰে উজ্জল ভৱিষ্যত কামনা কৰিলোঁ। LOVE YOU ALL 😘😘💕💞💞
@milondas5213
@milondas5213 4 жыл бұрын
Ki kam Baru
@AG-ks5mr
@AG-ks5mr 5 жыл бұрын
Ami akhomiya......proud to be an Assamese girl...iman dhunia bihu ejura saboloi bhagyo lagibo....bohut bohut dhonyabad.....👍👍👍👍👍
@arupsbg7443
@arupsbg7443 6 жыл бұрын
বৰ সুন্দৰ বিহু... লগতে বিহু গোৱা দুয়োজনৰ কণ্ঠ... বাঁহি সুমধুৰ মাতে বৰ ধুনীয়া বিহু...
@axomculturalstudio1329
@axomculturalstudio1329 5 жыл бұрын
মোৰ channel টি ও সকলোকে চাবলৈ অনুৰোধ কৰিছো ।
@pranjaldas5113
@pranjaldas5113 5 жыл бұрын
moja
@axomculturalstudio1329
@axomculturalstudio1329 5 жыл бұрын
Thank you
@hirokjyotibora170
@hirokjyotibora170 5 жыл бұрын
আমার গৈরব
@axomculturalstudio1329
@axomculturalstudio1329 5 жыл бұрын
Subscribe plz plz
@santu1111
@santu1111 3 жыл бұрын
বিহু বলিয়া ডেকা আমি .....বিহু বুলি কলে ৰব নোৱাৰোঁ.....সুন্দৰ হৈছে
@অভিমানীঅভি-শ৪ঠ
@অভিমানীঅভি-শ৪ঠ 6 жыл бұрын
বহুত সুন্দৰ।মন গলেই এই ভিডি’অ টো চাও আমনি নালাগে।
@debabratkhanikar5520
@debabratkhanikar5520 6 жыл бұрын
bohut dhunia hoise....saley sai thakibor mon jai...maghote bohagor feeling ahi goise....superb work
@BhaskarGogoi-rp5qz
@BhaskarGogoi-rp5qz 6 жыл бұрын
We r proud of u guys..great job nd impressed wid ur perfomance
@huntudas185
@huntudas185 5 жыл бұрын
mjja
@montugogoi3529
@montugogoi3529 5 жыл бұрын
Bhaskar Gogoi1993 nice lagixa kinto naxu naxu lagixa
@biiibekwrld999
@biiibekwrld999 2 жыл бұрын
Sound of The Bahi is so amazing and performance of all people are so beautiful.. Love from Arunachal ♥️. In future I should watch bihu in real life ...
@Kookie-zc3gt
@Kookie-zc3gt 5 жыл бұрын
Just a thought passed by while watching this incredible performance. The lyrics of the bihugeet is so beautiful, it would've been even better if non assamese people watching and listening would understand it too. As the program is in Delhi. If someone translated the assamese lyrics into English and they showed it in the white screen during the performance.
@ninipertin6248
@ninipertin6248 2 жыл бұрын
This is the full bihu I have ever witnessed. Along with the main Assamese music it has also incorporated musics of different ethnic groups of Assam. At the end one has to say "yes, i have enjoyed seeing and listening to bihu of Assam".
@Parag-1987
@Parag-1987 Жыл бұрын
What a wonderful performance...grand salute for this Husori Dol...
@simantasaikia1906
@simantasaikia1906 2 жыл бұрын
বহুত উন্নত মানৰ হুঁচৰি দল , ভালদৰে উপভোগ কৰিলো।
@palkipunyakotokyphukon681
@palkipunyakotokyphukon681 3 жыл бұрын
খুব সুন্দৰ সুৰ। সুন্দৰ পৰিবেশন কৰিলে। জয় আই অসম । অসমীয়া হৈই গৌৰৱ কৰো 🥰
@probhatsonowalmusicalcenel810
@probhatsonowalmusicalcenel810 3 жыл бұрын
বহুত বহুত সূন্দৰ ভাষানাই কবলৈ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
@rikhabsaikia4219
@rikhabsaikia4219 4 жыл бұрын
Oti hundor...imn hekh loike hundor lagila...flute jn bht vl lagil
@কৃষ্ণদেৱশৰ্মা
@কৃষ্ণদেৱশৰ্মা 4 жыл бұрын
বাহীবাদক জনৰ বাবে এটা লাইক
@harishbarman6754
@harishbarman6754 Жыл бұрын
Apuni bojaise nk
@dikidaiu7026
@dikidaiu7026 Жыл бұрын
​@@harishbarman67543😂🎉🎉😂
@kuladachetia5586
@kuladachetia5586 Жыл бұрын
​@@harishbarman6754 . Cl tc tc Gc
@animadas4054
@animadas4054 Жыл бұрын
​@@harishbarman6754 ❤❤
@nayangogoi9989
@nayangogoi9989 2 жыл бұрын
এক অপূৰ্ব সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে,
@ankurajborah12
@ankurajborah12 5 жыл бұрын
বৰ সুন্দৰ লাগিল চাই গান কিটাও স্পস্ত হৈছে মজা
@b.k.d6894
@b.k.d6894 5 жыл бұрын
Wowww nice voice ..Ru pepar Ru dhulor mat hunile raboi nuaru...mojaaa hoi se ..gutei dol tuke ..all the best disu
@pranjalsaikiaR16
@pranjalsaikiaR16 2 жыл бұрын
২০২২ত চাই থকাসকলে মাত দি যাওক । নিমাইজানৰ বাবে শব্দ এটাই----- "অপূৰ্ব"
@bastab__das
@bastab__das 3 жыл бұрын
ইমান সুন্দৰ হৈছে কি বুলি কও ভাষা বিচাৰি পোৱা নাই 😍👍👍🙆
@subhamphukan5020
@subhamphukan5020 5 жыл бұрын
Bohut val lagile huni eman dhunia hur eman dhunia dhulor cheo eman dhunia nasor lohori eman dhunia nasoni swali bilakor hur khubei dhunia aru oha bosorot moiu nimaijanor doltut humam buli vabisu
@kabitadas5636
@kabitadas5636 5 жыл бұрын
Amar bihu amar porisoy, bumper performance, aneke amar kristi xonskriti jiyai thake jen, joi bhumiputro JOI AIE AXOM👍👍👍
@bitopansarmabitu7461
@bitopansarmabitu7461 6 жыл бұрын
Bhut bhut dhuniya hyse.... anekua bihu ajir dint sably nopoa hl
@bikrambora9775
@bikrambora9775 4 жыл бұрын
এনেকুৱা বিহু আজিলৈ দেখা নাছিলোঁ। সঁচাই বহুত ভাল লাগিল অ
@anupamduwarah3723
@anupamduwarah3723 3 жыл бұрын
শিৱসাগৰ বুলি কলেই স্পীচেলি বিহু ,,,,,,❤️❤️❤️
@silpisaikia2286
@silpisaikia2286 3 жыл бұрын
2019 r pora 2021r bihu loik bosor2t 4/5 bar man saw..... Bohut val lage anekua bihu saboloi pale ..... Bohut dhuniya hoise.... ♥️♥️♥️
@amritgohain1202
@amritgohain1202 2 жыл бұрын
বাহি বজোবা দাদাক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@sonaliphukan8192
@sonaliphukan8192 5 жыл бұрын
Bhut bhut bhut Dhunia lgise bihujura...gan guwa dada keijonr hur kintu manisu dei..
@depeechamuah1678
@depeechamuah1678 4 жыл бұрын
সচাকৈ বহুল ভাল হৈছে, মোৰো নাচো নাচো লাগি গৈচে
@dimpysaikia5192
@dimpysaikia5192 2 жыл бұрын
উফ.....❤❤কবলৈ শব্দৰ অভাৱ,..... অসমৰ গৌৰৱ,❤আবেগ❤
@kakalideka4884
@kakalideka4884 4 жыл бұрын
বাহীবাদকজনৰ প্ৰেমত পৰিলোঁ😍❤
@majulirdeka4857
@majulirdeka4857 4 жыл бұрын
মন টো বেয়া এই লাগিল দেই এই হেন কৰুণা ভাইৰাছ ৰ সময় ত ও মন টো ক শান্তি দি বিহু গান শুনি আছো।।
@bimalgogoi5812
@bimalgogoi5812 4 жыл бұрын
অতি সুন্দৰ কবলৈ ভাষা নাই । অতুলনীয় ❣️❣️
@gitashreenath8739
@gitashreenath8739 4 жыл бұрын
ভাষা নাই কবলৈ।অপূৰ্ব,অতিমধুৰ💝💝💝💝💝
@hrishibaruah9606
@hrishibaruah9606 6 жыл бұрын
Eku delhi nhoi...Amar sivasagror natya mandir t...Btw nice husori... nimaijan is d best
@huntubhuyan5634
@huntubhuyan5634 5 жыл бұрын
Bohut dhuniya apunalukor husori doll akha koru aibar bohagot jate akou prodokhon diye very nice
@tiktok-wi5hh
@tiktok-wi5hh 5 жыл бұрын
Eman dhuniwa huise...sai thakilio hepay nplay sble..nice 😍😍😍
@colorfullife2422
@colorfullife2422 4 жыл бұрын
Eman dhunia bahi bojaisa...bhut val lagisa
@Mrinal20675
@Mrinal20675 6 жыл бұрын
ভাল পালো ভিডিঅ টো ইমান সুন্দৰ বাঁহী বজাইছে ৷
@chandradeka4060
@chandradeka4060 3 жыл бұрын
সচাঁই বহুত ভাল লাগিল ।আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
@lakhyajgogoi3828
@lakhyajgogoi3828 5 жыл бұрын
বহুত ধুনীয়া হৈছে।।।ভাল লাগিল দেই চাই❤️❤️❤️
@nomalduwarabohuitbhallagis4407
@nomalduwarabohuitbhallagis4407 3 жыл бұрын
বহুত ভাল লাগিল ভিডিঅ টো চাঁই বিহু আমাৰ সম্পদ
@jamirali8098
@jamirali8098 6 жыл бұрын
bahut dhuniya hoise ... ekebare Mon jur pori goise o
@bishwabora5859
@bishwabora5859 5 жыл бұрын
Mja lagil
@parthasaikia3083
@parthasaikia3083 5 жыл бұрын
Eman dhuniya husori...dhoinyabaad ....Ami Axomiya...Bihu amar porisoi..
@pankajofficial2513
@pankajofficial2513 6 жыл бұрын
Nasu nasu lagi ase.. Bihu nam suni... Sochake bahut vhal lagise.... Brother enekoi tomalok asomor nam rakhi jawak... Gotei prithibit..
@bhaskarkonwar11
@bhaskarkonwar11 2 жыл бұрын
বাহীৰ ইমান সুন্দৰ হৈছে কবলৈ ভাষা নাই
@pranjalpratimbordoloi7331
@pranjalpratimbordoloi7331 6 жыл бұрын
Bahut Val lagil... 2ma lkr babei Ami nijok a gowrab anuvob Kru...akhomia buli.
Assamese Non Stop Bihu Song || Bihu in Assam
23:56
Masti Music Production
Рет қаралды 1 МЛН
KONG SENG || Kussum Kailash & Neel Akash || Assamese Video Song 2019
5:55
Kussum Kailash World
Рет қаралды 35 МЛН
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,6 МЛН
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 10 МЛН
VAMPIRE DESTROYED GIRL???? 😱
00:56
INO
Рет қаралды 8 МЛН
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 37 МЛН
Sengnang Bihu Husari Dal… 2023 … Deomornoi … Darrang
17:02
BIHU BOLIYA
Рет қаралды 115 М.
Saraidew Husari || Bihure Birina Paat
13:11
CHANDRA SEKHAR SARMAH
Рет қаралды 2,3 МЛН
Bihu Hits of Khagen Gogoi | Bihu Jukebox | NK Production
31:27
RDC Assamese Official
Рет қаралды 22 М.
Mancha Mukali Bihu || Bihure Birina Paat
12:12
CHANDRA SEKHAR SARMAH
Рет қаралды 705 М.
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,6 МЛН