নিৰীহ জনতাৰ ওপৰত সততে বৰমতা দেখুওৱা অসম আৰক্ষীৰ স্বৰূপ ওলাল ন্যায়ালয়ৰ মজিয়াত

  Рет қаралды 117,612

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 607
@satyamevajayate1274
@satyamevajayate1274 Ай бұрын
ৱাহ কি সুন্দৰ পৰিবেশ। সাধাৰণ ইংৰাজী ক'ব নোৱাৰে বুজি নাপায়। স্মাৰ্ট পুলিচ 😂😂😂😂😂😂😂 টকা দি চাকৰি ললে এনেকুৱাই হয়।
@pradipbaruah1044
@pradipbaruah1044 Ай бұрын
Can u speak English
@male1895
@male1895 Ай бұрын
Correct 💯 court ot ulal Kune kiman talent or karone sakori paisi😂
@n-tracking435
@n-tracking435 Ай бұрын
😂😂
@axommahakal4748
@axommahakal4748 Ай бұрын
Apuni Sakori kore neee
@arponadoley
@arponadoley Ай бұрын
পইচা নিদি কষ্ট কৰি পালেও পুলিচ সকলে ইংৰাজী নাজানে। আৰু যিখিনি পুলিচ অলপ পঢ়া শুনা সেইসকল কম পৰিমাণে হলেও মানৱতা আৰু ভদ্ৰ অলপ থাকে
@jintukalita3367
@jintukalita3367 Ай бұрын
বৰ লাজ পালো দেই । জনসাধাৰণৰ ওপৰত বৰ মতা , আইন সিকাই বাতত পালে , 😂😂😂।
@jintudasofficial4364
@jintudasofficial4364 Ай бұрын
ক্ষমা কৰি দিয়ক । শুনি মজা লাগিছে কথা খিনি । smart police 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@pradipbaruah1044
@pradipbaruah1044 Ай бұрын
Can you write these comments in English
@TheIndexTrader007
@TheIndexTrader007 Ай бұрын
@@pradipbaruah1044 Axomiyat likhilot tur kiyo pokor jolise 😂😂
@pradipbaruah1044
@pradipbaruah1044 Ай бұрын
@@TheIndexTrader007 ktha alp valke kobole hikib lage ghorot ma bapere take hikaise nk.. Karubak kiba ata kua agot nijei kot asu sabo lage.. Tohotor nisina iman gyani manuh thoka hole axom khonor ai abosta nohol heten.. Belegok gyan dibole ahe..
@kanaklalsutradhar6998
@kanaklalsutradhar6998 Ай бұрын
Mamma griha bibhag dekhun fail....
@gstpcovervideogroup8289
@gstpcovervideogroup8289 Ай бұрын
​@@pradipbaruah1044 গৰু
@pradipborborua4398
@pradipborborua4398 Ай бұрын
স্বচ্ছ আৰু নিকা APSC ৰ প্ৰমাণ। যিখন দেশত ৰিক্সাৱালাই ইংৰাজী সলসলীয়াকৈ কব পাৰে তাত APS অফিচাৰৰ এই অৱস্থা ! বৰ দুখ লাগিল। আমাৰ লৰাবোৰে একোৱেই নাজানে। চৰকাৰ, শিক্ষাবিদ আৰু ছাত্ৰসমাজে এইবোৰ বিষয়ত গুৰুত্ব দিয়ক।
@nipurabha4038
@nipurabha4038 Ай бұрын
English is just a language so there is no shame in not being able to speak english…and for your kind information they were not aps officer they were sub inspector
@BinudPatar-b2w
@BinudPatar-b2w Ай бұрын
Kune kole teuluk apsc officer buli... teuluk sub inspector hoi
@roopakkumar4076
@roopakkumar4076 Ай бұрын
এইবোৰ হল আমাৰ ৰক্ষক।মহা ধুৰন্ধৰ পুলিচ।
@ridulali9326
@ridulali9326 Ай бұрын
ইহত খাটি খোৱা সাধাৰণ অসমীয়া মানুহখিনিৰ ওপৰত হে ৰজা, এয়াই আচল ৰূপ ইহতৰ। পিচে সকলোবোৰ পুলিচ এনেকুৱা নহয়, দুই এজন ভাল আছে।
@jalaluddinahmed9888
@jalaluddinahmed9888 23 күн бұрын
বাহ অসমৰ স্মার্ট পুলিচ।
@BabuBk-z9y
@BabuBk-z9y Ай бұрын
ক্ষমা কৰি দিয়ক নহলে ঘৰত চৌকা নজলীব 🙏🙏🙏
@rokibuddin344
@rokibuddin344 Ай бұрын
Wow 😲 Smart Police Sir ক্ষমা কৰি‌ দিয়ক নহ'লে ঘৰত জাই তিৰিৰ কোব খাব লাগিব।😂😂😂
@Charjina
@Charjina Ай бұрын
😂
@pranabjyotiborah9061
@pranabjyotiborah9061 Ай бұрын
😂
@deepjyotisaharia2059
@deepjyotisaharia2059 Ай бұрын
😂😂😂
@ANKU-1000
@ANKU-1000 Ай бұрын
🤣🤣
@pjdasivlogs7376
@pjdasivlogs7376 Ай бұрын
Moja disa bro 😂😂😂😂😂😂
@Prashanta-t7e
@Prashanta-t7e Ай бұрын
ইহঁতৰ লিখিত পৰীক্ষা পতা হোৱা নাছিল যেন পালোঁ। নিলাজৰ কাৰবাৰ,dress jur পিন্ধি হে মানু্হ হৈ আছে,চাকৰি কেনেকৈ পালে সন্দেহ থাকিল।
@rajadas8968
@rajadas8968 Ай бұрын
This is our Smart City Police Station Condition Great Assam Police 👏👏👏
@arupjyotinath9985
@arupjyotinath9985 Ай бұрын
ৱাহ!! কি সুন্দৰ । কোৱাটো বাদেই দিলো স্মাৰ্ট পুলিচে বুজিও নাপাই। সাধাৰণ জনতাৰ ওপৰত এওঁলোক আকৌ বৰমতা ।
@prajnyajyotidutta8137
@prajnyajyotidutta8137 28 күн бұрын
Please write these sentences in English..
@arupjyotinath9985
@arupjyotinath9985 28 күн бұрын
@prajnyajyotidutta8137 Wow!! What a beautiful. Not to mention, the smart police don't even understand. They are again barbaric to the common people.
@arupjyotinath9985
@arupjyotinath9985 28 күн бұрын
​@@prajnyajyotidutta8137Wow!! What a beautiful. Not to mention, the smart police don't even understand. They are again barbaric to the common people.
@mridulsonowal3198
@mridulsonowal3198 29 күн бұрын
মাহত দুই তিনিটা এনেকুৱা নিউজ পালে ভাল লাগে😅
@Abdulrazak-so2jq
@Abdulrazak-so2jq Ай бұрын
পুলিচৰ মান দণ্ড আৰু কিমান অবনমিত হবলৈ বাকি আছে।
@KSC9353
@KSC9353 Ай бұрын
Smart police...... simple english speak কৰিব নেজানে কেনেকৈ আৰক্ষী বিষয়া হৈছে হয়.... বৰ লাজ পালো দেই
@pradiprabha5067
@pradiprabha5067 Ай бұрын
Toka di Sakori Loise
@axomnikhil3735
@axomnikhil3735 Ай бұрын
Kio axomiya kole beya powa neki nijor vakha kowat kidal hoy 😅
@pjdasivlogs7376
@pjdasivlogs7376 Ай бұрын
​@@axomnikhil3735 axomia vakha nokole beya nalage aru axomot chakori kori axomia mar pit kore smart police sei tu beya lage
@ranihelenwary1503
@ranihelenwary1503 Ай бұрын
লাজ লগা নাই নে বাৰু।সাধাৰণ জনতাক হলে দায় নোহোৱাকৈ গৰু পিটন দিব পাৰে।এতিয়া আকৌ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে।এইটো কেনে কথা হল আৰু? কেনেকৈ আৰক্ষী হল? প্রশিষন দিয়ক, এইবাৰৰ প্রশিষন হব জর্জ চাহাবৰ প্ৰশ্নৰ উত্তৰবোৰ সঠিকভাৱে দিয়া আৰু কেছ ডায়েৰি লিখি দিয়াটোৰ ওপৰত নিৰ্ভৰ কৰিব।
@pradipbaruah1044
@pradipbaruah1044 Ай бұрын
Can you write these comments in English
@Saikia-j4i
@Saikia-j4i Ай бұрын
​@@pradipbaruah1044ki karone he English t likhibo lage comment tu😂
@DBRG4815
@DBRG4815 Ай бұрын
English t kobo nuarile ki lazor kotha hoi nk..
@gogoi4250
@gogoi4250 28 күн бұрын
​@@pradipbaruah1044 maksudai buli kolu Buji pali ne English or putek
@pradipphukan8575
@pradipphukan8575 Ай бұрын
এয়াই অসম পুলিচ বাঃ। দুৰ্বলৰ ওপৰত সবল পুলিছ।
@DwipenKshetri
@DwipenKshetri Ай бұрын
এইবাৰ ক্ষমা কৰি দিয়ক ....next বাৰ ভালকৈ English পঢ়ি আহিম
@pradipbaruah1044
@pradipbaruah1044 Ай бұрын
Can you write these comments in English😂😂😂
@rakhimonitumung5368
@rakhimonitumung5368 Ай бұрын
😂😂😂😂😂
@golokkaman4923
@golokkaman4923 Ай бұрын
Mojja
@rofikabegumrofikabegum9168
@rofikabegumrofikabegum9168 Ай бұрын
😂😂😂
@deepjyotisaharia2059
@deepjyotisaharia2059 Ай бұрын
😂😂😂
@HritikDas-r3z
@HritikDas-r3z Ай бұрын
Oww smart police
@jitulkalita4455
@jitulkalita4455 Ай бұрын
বা অসম পুলিচ বা , লাজ লগা নাই তহঁতৰ ভালকৈ এতিয়া ইংৰাজী কব পৰা হোৱা নাই , কোনটো চনত ভৰ্তি হোৱা আছিলা একেটা টকা দি সোমোৱা ,জনসাধাৰণ ওপৰত অত্যাচাৰ তহঁতৰ, এতিয়া পাৱাৰ নোহোৱা বেটেৰি দৰে হল ছোন ভিডিঅ কনফাৰেনত , লাজ লগা নাই অসমৰ ৰাইজে তহঁতৰ অৱস্হা চাই আছে , মৰি যাহ ,
@sknithik2315
@sknithik2315 Ай бұрын
Smart police,,,,,,কি কাৰণত,,,, সৰু সৰু মানুহৰ ওপৰত ক্ষমতাৰ বাবে,,,,, সাধাৰণ ইংৰাজী বুজি নোপোৱা,,ক'ব নোৱাৰা,,,,,ছি,,,লাজ দিলে
@ultimatecreation....
@ultimatecreation.... Ай бұрын
ক্ষমা কৰক , নহলে ঘৰত গালি খাম ৷😂😂 ধেৎৎৎৎ এইবোৰ ফাদিল কৰিব নালাগিছিল ৷🤣🤣
@ashokborah5759
@ashokborah5759 Ай бұрын
ইচ ৰাম
@bedabikashsaikiamusical5625
@bedabikashsaikiamusical5625 Ай бұрын
আজি মই আটাইতকৈ সুখী❤😊
@sanjoybarman7245
@sanjoybarman7245 Ай бұрын
ভাল লাগিল শুনি smart police 😂😂😂
@akhtarcreation9336
@akhtarcreation9336 Ай бұрын
এই হে নেকি স্মাৰ্ট পুলিচ
@NabaKumar-vs5kw
@NabaKumar-vs5kw Ай бұрын
ফালন পৰিছে ভাল কৈ।।🔥🔥🔥🔥🔥🔥
@localstoryinassam8358
@localstoryinassam8358 Ай бұрын
ৱা: smart আৰক্ষী ৱা:😂😄😃
@Dreamer9.
@Dreamer9. Ай бұрын
I'm so happy to see this ❤😂
@mithunsaikia857
@mithunsaikia857 Ай бұрын
স্মাৰ্ট আৰক্ষীয়ে মোবাইলেৰে ফটো মাৰি গাড়়ী বোৰক 2000/4000 ফাইনহে কাটিব পাৰে I লাজ লাগিছে অসম আৰক্ষীৰ স্মাৰ্ট পুলিচৰ আদালতত এনে অৱস্থা দেখি I
@jayaborah2926
@jayaborah2926 Ай бұрын
এই অৱস্থা ন্যায়াধীশৰ সন্মুখত সাধাৰণ জনতাক অত্যাচাৰ কৰা পুলিচ বিষয়া বিলাকৰ। ধেৎ লাজ লাগে পায় ।😁😁😁
@Aisengfa2025
@Aisengfa2025 Ай бұрын
স্মাৰ্ট পুলিছ।
@utpalbordoloi233
@utpalbordoloi233 Ай бұрын
Public Zindabaad
@PrativaDevii
@PrativaDevii Ай бұрын
কিবা এটা সন্মান আছিল যদিও সাইটোত মুতি দিলে আজি
@sokirahmed555
@sokirahmed555 Ай бұрын
Mamar smart police ha ha........
@inlightupdates9330
@inlightupdates9330 Ай бұрын
Mama k nahay Modi k dokh di 😂 .... Or do Modi ko vote 😂😂😂 Modi be like - ismai bhi mera galti 🤣
@khargeswarnath2624
@khargeswarnath2624 Ай бұрын
এওঁলোকৰ নিযুক্তিৰ তদন্ত কৰা ভাল, সাধাৰণ কণিষ্ঠ বলেও ইংৰাজীত কব নোৱাৰিলেও বুজিপাই অসমীয়াত উত্তৰ দিয়ে
@ShauravVlogs
@ShauravVlogs Ай бұрын
কিনো লিখিম 😂😂😂 আজিলৈ ক্ষমা কৰি দিয়ক। আগলৈ লিখিবলৈ চেষ্টা কৰিম 😂😂😂
@worldrounderxyz3110
@worldrounderxyz3110 Ай бұрын
ইংৰাজী কোৱা জন বেয়াও হ'ব পাৰে। ক'ব নজনা জন সৎ হ'বও পাৰে । মানুহৰ বাবে ভাল ভাল কাম কৰিবলৈ ইচ্ছা থকা মানুহো হ'ব পাৰে । আমাৰ মতলব কামত, ভাষাত নহয় । অসমীয়া ক'ব নজনা হেতেন দুখ পালোঁ হেতেন।
@apurbadasdas9539
@apurbadasdas9539 Ай бұрын
Very very good Sir
@bishnuboruahguti7070
@bishnuboruahguti7070 Ай бұрын
এইবোৰ নাটক হয় মন্ত্ৰী বিধায়ক উকিল মেজিষ্ট্ৰেট পুলিচ এক হয়
@brojenray5921
@brojenray5921 Ай бұрын
অসম পুলিচৰ কি শিক্ষা আছে।এল পি স্কুল।
@atif_01925
@atif_01925 Ай бұрын
Keep growing assam police ❤️
@PRANABBORAHUNOFFICIAL
@PRANABBORAHUNOFFICIAL Ай бұрын
ভাৰ্গৱ বৰবৰাকো আনিব লাগে এনেকৈ?
@PinkuHukai-e1w
@PinkuHukai-e1w Ай бұрын
Laj loga kotha😢😢😂😂😂😁😁😁😁😆🤗
@mohand9935
@mohand9935 Ай бұрын
এইবাৰলৈ ক্ষমা কৰি দিয়ক এইবাৰৰ পৰা নহয় ধেত তেৰিকা 😂😂😂😂
@ranjansarmah4843
@ranjansarmah4843 Ай бұрын
বহু ঠাইত দেখিলো পুলিচক ইংজাৰিত কলে আতৰি যায় ।
@prajnyajyotidutta8137
@prajnyajyotidutta8137 28 күн бұрын
O hoi nki kokaideu 😂apuni foreign country r manuh sage no?
@rakeshchoudhury3768
@rakeshchoudhury3768 Ай бұрын
গুৱাহাটীৰ স্মাৰ্ট পুলিচ... ইংৰাজী বুজি নাপায় কোৱাটো দূৰৰ কথা...😂😂😂
@bikibhuyanbiki5082
@bikibhuyanbiki5082 Ай бұрын
Mojjaa 😅😅😅
@sekhargogoi5998
@sekhargogoi5998 Ай бұрын
এবাৰ ক্ষমা কৰি দিলে দ্বিতীয় বাৰ ক্ষমা বিচাৰিবলৈও এওঁলোকে কোণ্ঠাৱোধ নকৰে।কাৰণ এওলোক স্মাৰ্ট পুলিচ😂😂😂
@dhon122
@dhon122 Ай бұрын
বৰ লাজ পালো
@HarunalRashid-k9o
@HarunalRashid-k9o 26 күн бұрын
Truth is beauty
@nitubaruah4695
@nitubaruah4695 Ай бұрын
বম লাজ পালো নিজকে৷ সাধাৰণ জনতাৰ ওপৰত বৰ মতা
@ratankonwar7231
@ratankonwar7231 Ай бұрын
লাজ লাগি গৈছে ,,,,,, smart police,,,hi hi😢😢😢😢
@ghibvkkk
@ghibvkkk Ай бұрын
MCQ t select korile enekuai hobo. Interview must
@jhoondeka8568
@jhoondeka8568 Ай бұрын
ইহঁতক কেৱল নিৰ্দোষী মানুহক মাৰপিট কৰি গুণ্ডাগীৰি কৰিব দিয়ক। ভালৰ হাতত পৰিলে গম পাব।
@LakhyajitKurmi4489
@LakhyajitKurmi4489 Ай бұрын
জনতাৰ ওপৰত বৰ মতা দেখুৱা পুলিচ ইয়াত দেখোন কথাৰ থৰক বৰক 😃😃😃😃😀😀😀
@JayantaBaishya-o8t
@JayantaBaishya-o8t Ай бұрын
😂😂😂😂 অসম পুলিচ ৰ অৱস্থা এনেই হলে বৰ মতা
@msinfotechindia9034
@msinfotechindia9034 26 күн бұрын
শকতি নহয়, শক্তি
@purnanandatahbilder9559
@purnanandatahbilder9559 Ай бұрын
লাজ লগা কাৰবাৰ হৈছে দে ভাইহঁত😂😂😂
@ramjanali5782
@ramjanali5782 Ай бұрын
❤❤❤CJI Assam,,, Assam police hai hai
@H0pe012
@H0pe012 Ай бұрын
আমাৰ ঘৰত কাম কৰা মানুহটোই English koi thake😂
@itspersonal2317
@itspersonal2317 Ай бұрын
চিঃ অসম পুলিচ লাজ লাগিলে আদালতত কথাও কব নাজানে 😂 সিহতৰ আকৌ দম কি চাবা খেছেৰা এইবোৰ পুলিচ 😂😂
@prandipgaming
@prandipgaming Ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন 😂😂😂
@abhijitcreation4501
@abhijitcreation4501 Ай бұрын
Reels বনাব দিয়ক ইহঁতক
@manujrai1490
@manujrai1490 Ай бұрын
Mojaaaa😂
@rebasaikia7452
@rebasaikia7452 Ай бұрын
কৃষ্ণ প্ৰভু,তুমিহে জানা আৰু
@mitulhassan7256
@mitulhassan7256 Ай бұрын
Bah smart police
@muskan199
@muskan199 Ай бұрын
অসমৰ আৰক্ষী 😅, কাগজত পঢ়াশুনা থাকিলেও বাস্তৱ মদ্নি পাছ😊, কিছুমান আছে দুখীয়ায় ওপৰত অত্যাচাৰ চলাই, কিছুমান ১০ টকাৰ বাবে ৰাস্তাত, মুঠতে পুলিচ মানে ক্ষমতা আৰু টকাৰ পাহাৰ
@SyamantaDeka
@SyamantaDeka Ай бұрын
😮😊
@jyotishdas2534
@jyotishdas2534 Ай бұрын
ইংলিছ বুজি পাইচিকি নাই DGP
@F2fuhhd
@F2fuhhd Ай бұрын
😅😅
@pradipbaruah1044
@pradipbaruah1044 Ай бұрын
Can you write these comments in English
@biplobdeka9564
@biplobdeka9564 Ай бұрын
Smart police r smart giri
@RajeshDas-st3yi
@RajeshDas-st3yi Ай бұрын
Good Good.
@RijwanNasimSaikia
@RijwanNasimSaikia Ай бұрын
বেচেৰা কেইটা অ 😂😂😂😂😂😂😂😂
@lolatmili1933
@lolatmili1933 Ай бұрын
ধেই S I নিচিনা post ত থাকি ইংৰাজী ক'ব নজনা টো লাজৰ কথা ।
@anjandas7199
@anjandas7199 Ай бұрын
Ei mojja.....😂😂
@moinulhaque6391
@moinulhaque6391 Ай бұрын
Mojja
@timpalgogoi5251
@timpalgogoi5251 Ай бұрын
Bhut val anekuwa val kam kora manuhe anekuwa manu bisare val manu bure bhut Bhut val pai su
@chaosanjivphukon1236
@chaosanjivphukon1236 Ай бұрын
টকা খোৱা স্মাৰ্ট পুলিচৰ লটিঘটি😅😅
@jadumhazarika2863
@jadumhazarika2863 27 күн бұрын
Give no mercy
@shashankarchamua-pt1vm
@shashankarchamua-pt1vm Ай бұрын
অসমত অসমীয়া ভাষা চলিৱ লাগে।কাৰণ কেনেকৈ ধ্যুপদী ভাষা হয় বুলি মানিম আমি।আমি ইংৰাজ নহয় ইংৰাজী কৱলৈ।এইটো বদলি হ'ৱ লাগিৱ।যই কিন্তু নামানো
@suravi23
@suravi23 Ай бұрын
Janu kintu ajon apsc pass kora police bikhoya a English najanile lajor kotha logote vabibo loga kotha ami English najanu karone apsc dibo pora nai teo d pass o korile kintu English buji a npayb
@WhatsthehellXyz
@WhatsthehellXyz Ай бұрын
উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালৰত সকলো কাম ইংৰাজী মাধ্যমত হয়। সেয়া আইনগত আৰু গ্ৰহনীয় প্ৰথা । ভালকৈ খবৰ লওঁক, সম্ভেদ আৰু সঠিক জ্ঞান আহৰণ কৰিব পাৰিব ।
@gunjanhazarika1831
@gunjanhazarika1831 Ай бұрын
Education level tu alp borhai lobsn... Masor bojar nhoi
@souravpaul2179
@souravpaul2179 24 күн бұрын
​@@gunjanhazarika1831enekuwa kisuman burbok thakeiye......na niyom jaane na kanun r kotha jaane
@rupalivoiceassam3858
@rupalivoiceassam3858 Ай бұрын
Smart police 😅😂
@jintudasofficial4364
@jintudasofficial4364 Ай бұрын
Smart police . 😂😂😂😂😂😂😂😂😂😂😂
@rinkuphukan9427
@rinkuphukan9427 Ай бұрын
এইকেইটাই কি পুলিচ চাকৰি কৰিব..... অকল পইচা খাব দে ইঁহতক..... ইংলিছ ৰ শব্দ এটা বুজি নোপোৱা SI... OC....
@vlogbodovedio9625
@vlogbodovedio9625 Ай бұрын
CM dekapai lazz loganai apuni bonoya smart police bur
@bhabeshdeka6206
@bhabeshdeka6206 Ай бұрын
Beharbari ৰ কেকে চাৰ লৈ মনত পৰিল😆😆😆আৰু নক ও বাৰু
@Madan-c8w
@Madan-c8w Ай бұрын
এওঁলোক ফাইন কতাত আৰু ঘোচখোৱাত ভাল। নিৰ্দোষলোকৰ ওপৰত বৰ মতা
@souravpaul2179
@souravpaul2179 24 күн бұрын
Fine kata ki beya....juune bhul koribo hihote he fine khaabo
@pobontamuli4168
@pobontamuli4168 Ай бұрын
এই কেইটাই চাকৰি কেনেকৈ পাইছিল? এইবোৰৰ ওপৰত অসম চৰকাৰে enquiry কৰিব লাগে !! ঘটিয়াম -বাটিয়ামৰ আগত পুলিচৰ আইন দেখুওৱাব আহে ! সাধাৰণ কথা কেইটাও বুজি নাপায়।।
@Mkhong703
@Mkhong703 Ай бұрын
Even most of ministers and MLA can’t speak English well but they show as if world most popular leader
@WhatsthehellXyz
@WhatsthehellXyz Ай бұрын
Second officer ? কিহৰ অফিচাৰ হল ? ইংৰাজী ভাষাত এটা সাধাৰণ প্ৰশ্নৰ উত্তৰ ইংৰাজী ভাষাত দিয়াৰ যোগ্যতা নাই ? দুৰ্ভাগ্য এই যে এওঁ লোকে ৰাজপথৰ দুখীয়া, নিচলা আৰু দুৰ্বল লোকৰ ওপৰত যি বৰ মতা দেখুৱাই, দেখিলে ভয় , লাজ আৰু অপমানত সাধাৰণ জনতাৰ শিৰ নত হয়। পানবজাৰ থানৰ নিলম্বিত বৰবৰা বোলা জনৰ কি হল ? তাক গ্ৰেপ্তাৰ কৰা হল নে ? যদি হোৱা নাই কিয় হোৱা নাই ? পদূলি সুঙা আমাৰ সংবাদসেৱী সকল নিমাত যে ?
@bravecop3808
@bravecop3808 Ай бұрын
অসমীয়া ন্যায়াধীশ আৰু অসমীয়া আৰক্ষী বিষয়া..... ইয়াত আকৌ ইংৰাজীত কথা পতাৰ কাৰণ কি? আকৌ বোলে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্য্যদা পাইছিল......
@pragyan4715
@pragyan4715 Ай бұрын
কপিবলৈ ধৰিছে বেচেৰা কেইজন 😄😄
@mritunjoynath6805
@mritunjoynath6805 Ай бұрын
নিজৰে লাজ লাগিছে ।
@AbhijitLahori
@AbhijitLahori Ай бұрын
Police❌Dokait✅
@pranabjyotiborah9061
@pranabjyotiborah9061 Ай бұрын
বৰ লাজৰ কথা দেই😮
@RupKalita-g7s
@RupKalita-g7s Ай бұрын
Nxt ai , lalu panju keta
@travellersandeep9536
@travellersandeep9536 Ай бұрын
Ha ha ha, smart police o aya obosta😂😂😂😂😂
@kishorkumarrajbangshi5444
@kishorkumarrajbangshi5444 Ай бұрын
English নাজানে স্মাৰ্ট police এ
@kamalkrishna6659
@kamalkrishna6659 Ай бұрын
চি:চি: বৰ লাজ পালো ইংৰাজী কোৱাটো দুৰৰ কথা বুজি যে নাপাই, স্মাৰ্ট পুলিচ 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂ক্ষমা কৰি দিয়ক 😂😂😂
@pradipbaruah1044
@pradipbaruah1044 Ай бұрын
Can you write these comments in English
@bikashpatowary4760
@bikashpatowary4760 Ай бұрын
❤❤👍
@aspirant1193
@aspirant1193 Ай бұрын
Over smart police 😂😂😂
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
REAL or FAKE? #beatbox #tiktok
01:03
BeatboxJCOP
Рет қаралды 18 МЛН
Массированный удар РФ по Украине в Рождество
1:06
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН