নিৰ্বাচনৰ পূৰ্বে নাহৰকটীয়াত হিংসাত্মক ঘটনা

  Рет қаралды 82,360

Asom Live 24

Asom Live 24

17 күн бұрын

নিৰ্বাচনৰ পূৰ্বে নাহৰকটীয়াত হিংসাত্মক ঘটনা
লুৰীণজ্যোতি গগৈৰ সমৰ্থকৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 166
@samudrahazarika110
@samudrahazarika110 15 күн бұрын
সকলো প্ৰত্যাহ্বান নেওচি লুৰিন জ্যোতি গগৈ জিকিব। আৰু জিকিবই। ভগৱান তেওঁৰ লগত আছে। ৰাইজৰ আশীৰ্বাদ আছে লুৰিন গগৈৰ লগত। লুৰিন জ্যোতি গগৈ জিন্দাবাদ।
@BitdiyadhorPhukon
@BitdiyadhorPhukon 15 күн бұрын
এনে কায্যক তীব্ৰ গৰীহণা দিছো। লুৰিনজ্যেতি গগৈ জিন্দাবাদ ।
@jibongogoi6940
@jibongogoi6940 15 күн бұрын
বি জে পি বাই বাই Lurin jyoti gogoi jindabad
@binoddutta4714
@binoddutta4714 15 күн бұрын
ঘৰ জ্বলাই দিয়া চুৱা খুৱা কুকুৰ কেইটা কাৰ মানুহ ৰাইজে ভালদৰে গম পাইছে।
@user-dg4vz2sl1k
@user-dg4vz2sl1k 15 күн бұрын
লুৰীনজোতি গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ
@minudas7981
@minudas7981 15 күн бұрын
ৰাইজ সজাগ নহলে অসম খন শেষ হোৱাৰ সম্ভাৱনাই অধিক।
@anishanargis2926
@anishanargis2926 15 күн бұрын
লুৰীণজোতি গগৈ জিন্দাবাদ ❤❤❤
@user-se1vm4xb2q
@user-se1vm4xb2q 15 күн бұрын
ঘৰ জ্বলাই কি কৰিব নিজৰ পৰিচয় নিজে দিছে ।মানে লুৰীণ জিকিব।ঈশ্চৰ সহায় আছে।
@gogoi2499
@gogoi2499 15 күн бұрын
Gogoi jindabad
@brothersglobe5706
@brothersglobe5706 15 күн бұрын
আৰম্ভ হ'লেই,,, ভয়ানক একনায়কত্ববাদৰ নমুনা।
@pallabbarman5163
@pallabbarman5163 15 күн бұрын
#VOTE FOR LURINJYOTI GOGOI
@gutungdipakpegu2134
@gutungdipakpegu2134 15 күн бұрын
লুৰিণ জ্যোতি গগৈ , জিন্দাবাদ ।
@anantamoranvloge7255
@anantamoranvloge7255 15 күн бұрын
এইবোৰ গণতন্ত্ৰ অধিকাৰ বিৰোধ প্ৰতিক্ৰিয়া,তেনে কৰিব নাপায়।। গণতন্ত্ৰ সকলোৰে অধিকাৰ আছে, অংশগ্ৰহণ কৰিব লাগে, কিন্তু সিংহাত্মক ঘটনাৰ আশ্ৰয় লব নালাগে।।
@Comedyme5
@Comedyme5 15 күн бұрын
বি জে পি বাই বাই
@asmsamurai3993
@asmsamurai3993 15 күн бұрын
কংগ্ৰেছৰ উপাই নাই
@BudhaHazarika
@BudhaHazarika 15 күн бұрын
​@@asmsamurai3993লাজ যে লগা নাই।চিঃ
@umeshchetiya1340
@umeshchetiya1340 15 күн бұрын
​@@BudhaHazarikakio laj lagibo hosa kathai tu koise
@umeshchetiya1340
@umeshchetiya1340 15 күн бұрын
​@@asmsamurai3993Bjp r he atiya upai naikiya hoise
@asmsamurai3993
@asmsamurai3993 15 күн бұрын
@@umeshchetiya1340 সেয়া ৰিজাল্টৈ কৱ কাৰ কি হ'ব
@sunilgogoi3003
@sunilgogoi3003 15 күн бұрын
Lurin gogoi jinda bad,, 👍👍👍👍
@user-xg9ug5pn7x
@user-xg9ug5pn7x 15 күн бұрын
Lurinjyoti Gogoi Zindabad
@binudas8708
@binudas8708 15 күн бұрын
হতাস হৈ পাগল হৈ পৰিছে তেওঁলোক।
@user-yu9hd2sq3v
@user-yu9hd2sq3v 15 күн бұрын
সেই কেইটা মূৰত একো মাল নাই ।সেই কেইটা গাত বি জে পিয়ে পিপিয়াইছে সিহতকেইটাক লোহা ৰঙা কৰি পকৰত ভৰাব লাগে.....
@prasantapriyam7867
@prasantapriyam7867 15 күн бұрын
গণতন্ত্ৰৰ অপমৃত্যু 😢
@user-vw8so9ew6n
@user-vw8so9ew6n 14 күн бұрын
এনেকুৱা হিংসাত্মক কাৰ্য কলাপ কৰা লোকক ধৰি বান্ধি নি কোবাই কোবাই পিঠি বহল কৰি দিব লাগে।
@Bubu-gd2gz
@Bubu-gd2gz 15 күн бұрын
Lurin da god blace you❤❤❤❤❤
@Asommmm
@Asommmm 15 күн бұрын
last chance for democracy and constitution please save it please vote Congress
@runuhazarika8290
@runuhazarika8290 15 күн бұрын
Gogoi Zindabad
@jyotishmansportschannel5948
@jyotishmansportschannel5948 15 күн бұрын
Lurin zindabat
@morisika4730
@morisika4730 15 күн бұрын
এই বিলাক কোনে কৰিছে যি জনে আনৰ ভাল সহ্য কৰিব নোৱাৰে
@user-bq3vt8ot6h
@user-bq3vt8ot6h 15 күн бұрын
Podum by by😅😅
@polashiborahdas4681
@polashiborahdas4681 15 күн бұрын
Moi vote Lurinjyuti gogoi k di ahilu👍🏻
@prodipdihingia
@prodipdihingia 15 күн бұрын
Ajp zindabad lurinjyoti gogoi zindabad ❤❤❤❤❤❤❤❤❤
@ganeshboro2339
@ganeshboro2339 15 күн бұрын
BJP, BY .....BY.....TA......TA beya nepabo. ami bjp k vote dim buli bhabisilo , kintu LORIN Gogoi r party r ghr jolai diyar karone Atiya LORIN Gogoi kei vote dim
@pranamiofficial3472
@pranamiofficial3472 15 күн бұрын
এইয়া সাধাৰণ ঘটনা নহয়, কিছুমান হতাশা গ্ৰস্ত লোকে এনে নীচ পাপ কৰ্মত লিপ্ত হ'ল।্
@manujkumarbora8901
@manujkumarbora8901 14 күн бұрын
Gogoi da zindabad
@minudey7657
@minudey7657 14 күн бұрын
ঈশ্বৰে সিহঁতক এদিন শাস্তি দিব চাই থাকিব 😭😭
@arupkakati4905
@arupkakati4905 15 күн бұрын
দাদাগিৰি , CBI তদন্ত কৰিব লাগে
@user-rs5bx1di6w
@user-rs5bx1di6w 15 күн бұрын
Luring gogoi zinda bad
@dhirenbailung1476
@dhirenbailung1476 14 күн бұрын
Lurin Gogoi zindabad
@monjulaborah8567
@monjulaborah8567 15 күн бұрын
এইবোৰ কিহৰ লগত তুলনা ধিক্কাৰ ।
@asmsamurai3993
@asmsamurai3993 15 күн бұрын
এই সকলো বিলাক অখিল লোৰিনৰ কাম।ভষ্ট দ'ল ভষ্ট চাল
@monjulaborah8567
@monjulaborah8567 15 күн бұрын
ভ্ৰষ্ট দল যি সকল হিংসাৰ লগত জড়িত । আপুনি কোৱা দল দুটা ভ্ৰষ্ট নহয়
@banjitchangmai4047
@banjitchangmai4047 15 күн бұрын
ৰেনদিৰ পুতেক ​@@asmsamurai3993
@SumiDevi-sd1fv
@SumiDevi-sd1fv 14 күн бұрын
Lurin Dada zindabad
@jyotimonigogoi9625
@jyotimonigogoi9625 15 күн бұрын
Lurinjyoti gogoi jinda bad
@nirugohain3692
@nirugohain3692 15 күн бұрын
যিয়ে কৰিছে,ফল পাবৰ
@user-xe7nf7gq3g
@user-xe7nf7gq3g 15 күн бұрын
Aibilak news News live Time 8 t nabaje
@chittunrabharabha605
@chittunrabharabha605 14 күн бұрын
Lorinjyoti jindabat
@karabikurmi4376
@karabikurmi4376 15 күн бұрын
Lurin da jindabad
@ratuldas9344
@ratuldas9344 15 күн бұрын
❤❤
@hemantaborgohain4493
@hemantaborgohain4493 15 күн бұрын
ঘৰ জলাত তুমি ভাল পাইছানেকি ?
@ramdeka788
@ramdeka788 15 күн бұрын
জয় নিশ্চিত হোৱা বাবে শঙ্কিত ইভিয়েম মেচিন ঠিক কৰা সকল
@DigantaDas-bi1fo
@DigantaDas-bi1fo 15 күн бұрын
Lurinjyoti Gogoi zindabaad
@user-vt7zh5kq4f
@user-vt7zh5kq4f 10 күн бұрын
Jidabad 🙏🙏🙏🙏
@bhaskarborah4254
@bhaskarborah4254 15 күн бұрын
কাল ৰাত্ৰীৰ বুকুতে লুকাই আছে প্ৰভাত
@minuboro8356
@minuboro8356 15 күн бұрын
এনে দুবিতক ফাছি দব লাগে
@rajusarma9691
@rajusarma9691 15 күн бұрын
চিঃ ইমান বেয়া কাম কৰিব নাপায়
@Usha250.
@Usha250. 15 күн бұрын
Iurinjyoti gogoi jikiba
@augustushemrom8472
@augustushemrom8472 15 күн бұрын
গ্ৰেপ্তাৰ কৰক দোষীক
@TCF573
@TCF573 15 күн бұрын
Kiya korise ane gorhit kam ???
@bokulda3191
@bokulda3191 15 күн бұрын
THIS IS A VERY BIG CRIME.
@manjitborah191
@manjitborah191 13 күн бұрын
Please justice 🙏
@hemengogoi4708
@hemengogoi4708 15 күн бұрын
বিজেপিৰ গুণ্ডা সেইটো বুজিবলৈ বাকী নাই ।
@dipikahazarika7245
@dipikahazarika7245 14 күн бұрын
দুঃখিত হৈছো কি আচৰিত আজিৰ দিনটো বহুত দুখ লগা এই ঘৰ তকৌ পাতৰ এই ঘৰখনৰ সদস্য ই টো কৰো একো অনিষ্ট কৰা নাই।যি সকলে এনে কাৰ্যত লিপ্ত হৈছে মানুহ নহয় নিছয়
@palashchutia1056
@palashchutia1056 15 күн бұрын
Lg🎉
@neone4759
@neone4759 14 күн бұрын
কটিয়া পাগল হৈ গৈছে, নিজৰ চৰিত্ৰ দেখুৱাই দিলে
@krishnakantagogoi4890
@krishnakantagogoi4890 13 күн бұрын
মই AJPক ভোট দিছোঁ ৷
@banjitchangmai4047
@banjitchangmai4047 15 күн бұрын
গাওঁ মানুহ নাই নি,,,,, ৰাজ নেতা লগত লাগি কিয় নিজৰ মানুহৰ ঘৰ জলাইছে,,,, এটা আহোম মানুহৰ ঘৰ জলাইচ টহতী,, আহোম কেইটা এ কি চাই আছে সেইটো লাগে
@priyan9086
@priyan9086 15 күн бұрын
Administration should take nesesdary action against those criminnals who buŕns home .
@ruhitdihingia8210
@ruhitdihingia8210 15 күн бұрын
ঘৰ জ্বলাই দিয়া নিৰ্বাচনী হিংসাই ভোটাৰলৈ বাৰ্তা:-- " সিদ্ধান্ত সলনি কৰা আমাৰ দলৰ পাৰ্থীক ভোট দিয়া , নহলে এনে পৰিস্থিতিৰ সন্মুখীন হবা । " ভোটাৰক ভয় - ভীতি দেখুৱাই ভোট লোৱাৰ ব্লু প্ৰিণ্ট। ই নতুন হিংসা অসমত, গণতন্ত্ৰক কবৰ। সেই অঞ্চলৰ ৰাইজ, আপোনা লোকৰ ভোটৰ যোগেদি সিংসাৰ প্ৰত্তোৎতৰ দিয়ক সদল বলে।
@JituHaloi-ln3xm
@JituHaloi-ln3xm 15 күн бұрын
ভালেই হল লুৰিনৰ প্লাছ পইণ্ট হব
@shyamkumardas5326
@shyamkumardas5326 15 күн бұрын
JIYEI KORISE........ TEWOR KAAMOR KUNU KHYAMA NAAI. KINTU... RAJNITI LABHALABHA R BABE NIJ DALOREI KUNUBAI KORA NAITU. JADI BIRUDHI DALL E KORISE. MARATMOK APARADH KORISE,
@user-bd6gt6jw3q
@user-bd6gt6jw3q 15 күн бұрын
এইবোৰ কিয় কৰিব লাগে, নাপায় নাপায়।
@nripendeka9422
@nripendeka9422 15 күн бұрын
Mama mami কৃত আছে মামা ,,, মামা অ ,,,বাই
@ranjitphukan1100
@ranjitphukan1100 15 күн бұрын
Moi lurinjuty gogoik di ahisu
@brikhakeshpathak7138
@brikhakeshpathak7138 14 күн бұрын
Lurin da vijay houk takei bhagawan r osorot kamona koriso.
@Aakhirbad
@Aakhirbad 14 күн бұрын
ইয়াত কʼৰ পৰা আহিল নাহৰকটীয়া টিংখং। টিংখং টিংখংয়ে হয়।
@jaanrtkvlogs6558
@jaanrtkvlogs6558 15 күн бұрын
Bjp a ki nkore hokolu hak kore dile axom please ai bar bjp ta ta by by please 🙏🙏🙏bjp go bk
@arunchdutta7079
@arunchdutta7079 15 күн бұрын
Who is behind.
@rameshdeka6603
@rameshdeka6603 15 күн бұрын
Kone karile sakaloe janile
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 15 күн бұрын
BJP EVM Sarkar out
@luckyphukan
@luckyphukan 15 күн бұрын
BJP by by
@SumiDevi-sd1fv
@SumiDevi-sd1fv 14 күн бұрын
Bjp by by dibo hol
@THEKING-ge1ur
@THEKING-ge1ur 15 күн бұрын
হিতে বিপৰীত হবগৈ ।
@Uko7pra
@Uko7pra 14 күн бұрын
HORBA DA PLE ACTION
@bipulkalita875
@bipulkalita875 15 күн бұрын
Lurin zindabad, gantantra birudhi apshakti go back
@assam_all_in_one9190
@assam_all_in_one9190 15 күн бұрын
Mur sasurbari ghr usrte jolai dse..moi kali sasurbarit thakute jui joli thoka dekhisu
@SerenePinkFlamingos-kz1vk
@SerenePinkFlamingos-kz1vk 15 күн бұрын
Ji ai kaam korise teulukor obosta bohut beya hobo ,vogobane dekhabo
@WahidHussain-xc3et
@WahidHussain-xc3et 15 күн бұрын
Raije ei cuwa seleka B J P dalak bidai diyak Lurin jyoty gogoik haboti lauk lurin jyoty gogoi zindabad zindabad
@user-eu8tk9uc9h
@user-eu8tk9uc9h 15 күн бұрын
Durbitra nu kun....?
@GolapDas-mx5de
@GolapDas-mx5de 15 күн бұрын
Ghar jalaleo bhoikoribologa akonai Bhai lurinjaboi.
@depanchetia5621
@depanchetia5621 15 күн бұрын
L go go I zindbad
@TCF573
@TCF573 15 күн бұрын
Aibur oty onyai kam ...
@user-qv4vg3vc1o
@user-qv4vg3vc1o 15 күн бұрын
Dhonkho hoi gol Assam khon .... Haribi ooo misoliya bur haribi ... Eiai Assam r honkskar holge ...hinkha hinkha ru hinkha ....
@debajanibaruah3105
@debajanibaruah3105 15 күн бұрын
Eman beya Kam krile papro pap hy.Ram Ram .
@asmsamurai3993
@asmsamurai3993 14 күн бұрын
নামাজ পাৰ্টী bye bye
@user-mj8ck8xj4z
@user-mj8ck8xj4z 15 күн бұрын
বৰ বেয়া কথা, নেপায়।
@prasantadas984
@prasantadas984 15 күн бұрын
Aibor bjpr kam.lurinjyoti gogoi jindabad.
@IlaKalita-xk7er
@IlaKalita-xk7er 14 күн бұрын
আপুনি বৰ্ত্তমান থকা
@IlaKalita-xk7er
@IlaKalita-xk7er 14 күн бұрын
লাভ ny লাভ ny ulfa জিন্দা bad
@MonujKhanikor-vv8gz
@MonujKhanikor-vv8gz 15 күн бұрын
Bjpr sua selekaburor kam
@pinkisarmah8400
@pinkisarmah8400 15 күн бұрын
সhai ganatonto
@user-io2ku7sf8d
@user-io2ku7sf8d 15 күн бұрын
Ki hysa.. Ay bur
@srigunajitsharma8282
@srigunajitsharma8282 15 күн бұрын
Nepai
@rinkushivam8759
@rinkushivam8759 15 күн бұрын
BJP zindabad
@Palsharma221
@Palsharma221 15 күн бұрын
Gunda raj
@ytdesert3581
@ytdesert3581 15 күн бұрын
Bhoyote mathai kaam nkora hoise.... petua babar.....
@nilimbhattacharyya9939
@nilimbhattacharyya9939 15 күн бұрын
নাটক 😊
@deepjyotiborah4708
@deepjyotiborah4708 15 күн бұрын
Oi bengali kela tur ghr kot Lura tuk mar laga ni kela
@bapibonik2091
@bapibonik2091 15 күн бұрын
B G P Sorkar jieda bot
Genial gadget para almacenar y lavar lentes de Let's GLOW
00:26
Let's GLOW! Spanish
Рет қаралды 38 МЛН
Godzilla Attacks Brawl Stars!!!
00:39
Brawl Stars
Рет қаралды 7 МЛН
Genial gadget para almacenar y lavar lentes de Let's GLOW
00:26
Let's GLOW! Spanish
Рет қаралды 38 МЛН