NKTV PLUSৰ কাঠগড়াত বিধায়ক অখিল গগৈ

  Рет қаралды 219,453

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 288
@RonjitSharmaGoswami
@RonjitSharmaGoswami Ай бұрын
সঁচাকৈয়ে মানিব লাগ॥,অখিল গগৈৰ দৰে এজন নিৰপেক্ষ, জাতীয়তাবাদী আৰু সাহসী শক্তিশালী বিধায়ক,❤❤❤😊😊😅🎉
@qwcgrtyiopzx6xc
@qwcgrtyiopzx6xc 2 ай бұрын
আন যি নহওক অখিল গগৈৰ সংগ্ৰামী চিন্তাধাৰাক ভাল লাগে
@tri____beni
@tri____beni 2 ай бұрын
যিবিলাক মানু্হে চিধা কথা কয় তেঁও লোকৰ খং টো বেছি আৰু যিবিলাক অলপ দুই নম্বৰি তেঁও লোকৰ তেল টো অলপ বেছি শুদ্ধ কথা কৈছে অখিল গগৈ জিন্দাবাদ শিৱসাগৰৰ গৌৰৱ ❤
@arifjaman2433
@arifjaman2433 Ай бұрын
😊
@arbindobaro4395
@arbindobaro4395 Ай бұрын
@rajadoley3921
@rajadoley3921 2 ай бұрын
অখিল দা অসমৰ এজন শক্তিশালী নেতা ❤❤।
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
অসম জনকণ্ঠ জাতীয় বীৰ সিংহপুৰুষ অখিল গগৈ জিন্দাবাদ ।
@AbhijitPayeng-t4k
@AbhijitPayeng-t4k 2 күн бұрын
Gogoi sir very nice❤❤❤
@rajatgogoi1241
@rajatgogoi1241 2 ай бұрын
অখিল গগৈ জিন্দাবাদ ।
@anandakakati1521
@anandakakati1521 5 күн бұрын
Thanks bohut val lagil
@jaanborua4040
@jaanborua4040 2 ай бұрын
শৃঙ্খল চলিহা তথা লাচিত সেনাই যেনেকৈ আপোনাক বিধায়ক বনালে । আপুনিও গৌৰৱ গৈগৈক যেনেকৈ সাংসদ বনালে । পিছত শৃংখল চলিহাক পাত্তা নিদিলে যে সেই একেই অবস্থা আপোনাৰো হৈছে এতিয়া গৌৰৱে পাত্তা নিদিলে । সময় ঘূৰি আহে
@rupmahanta8652
@rupmahanta8652 2 ай бұрын
💯
@BohnimanGogoi
@BohnimanGogoi 2 ай бұрын
বাবা তুমি বহুত বুজিবলৈ আছা।। উশৃংখলৰ নিজৰ বোঠতে দাদা হাৰিচে।। গতিকে তেওঁ কেনেকৈ জিকালে,
@rapidmindaxom8781
@rapidmindaxom8781 2 ай бұрын
Manuh ata o jinda jolaise pokhil gogoi a 😂😂😊
@Pslv3kb
@Pslv3kb 2 ай бұрын
MLA sivasagar raije bonaise. Kunu bixekh byaktiye bonuwa nai
@kalpanadeka6201
@kalpanadeka6201 Ай бұрын
সত্যম শিবম সুন্দৰম | সত্য কথা বিলাক শুনি ভাল লাগিল
@hemantamalakar4127
@hemantamalakar4127 2 ай бұрын
Akhil Gogoi Zindabad
@dipubora3518
@dipubora3518 2 ай бұрын
মন্ত্ৰী বিধায়ক সকলো এক এওলোকে public ক মূৰ্খ বনাই 😊
@youtubetv9392
@youtubetv9392 2 ай бұрын
তই চাকে বৰ ভাল মানুহ তোৰ আনকি কণি টোৰো দাং নাখাই
@minapatiri7350
@minapatiri7350 2 ай бұрын
Very good Akhil Gogoi
@IslamSoriful-s6j
@IslamSoriful-s6j 2 ай бұрын
অখিল গগৈ জিন্দাবাদ
@bhargabdeka1774
@bhargabdeka1774 2 ай бұрын
যি য়ে নহক কিয় বিজেপিৰ বিধায়ক মন্ত্রী ক ভয় খোৱাব পৰা এক মাত্ৰ অসমৰ ব্যক্তি❤❤❤❤❤❤
@Monjit232
@Monjit232 2 ай бұрын
যেনে কৰ্ম তেনে ফল। আজি গৌৰৱ গগৈ ক লীডাৰ পাতিব গৈ তেওঁ যেন ফল পালে । কৃষক মুক্তি কৰ্মী সকলে কাম কৰাৰ বাবেতেও আজি লীডাৰ হল। কিন্তু যি সকল কৰ্মীৰ বাবে তেওঁ লীডাৰ হল তেওঁলোকক পাহৰিলা । কৰ্ম ফল ভুগিব লাগিব
@NishaMorang-c3w
@NishaMorang-c3w Ай бұрын
পিযুছ হাজৰিকাৰ লগত আপোনাৰ মিলা-মিছা কৰা যেন লাগিল। তাৰ মানে এক্টিং
@rizahazarika3034
@rizahazarika3034 2 ай бұрын
সঁচাকৈ ভাল লাগিল, আমাৰ মাজত এনেকুৱা এগৰাকী মানুহ আছে, যি কথা কবলৈ কুণ্ঠাবোধ নকৰে। তেওঁৰ ভাল হওক।।।
@KusumChutia-if3ob
@KusumChutia-if3ob 2 ай бұрын
😊
@IsmatAli-r7f
@IsmatAli-r7f Ай бұрын
T7
@DipenKalita-x4c
@DipenKalita-x4c Ай бұрын
BesrWisheToAkhilGogoi❤
@hebinmarak8235
@hebinmarak8235 26 күн бұрын
Akil gogoi zindabad
@ramadas7595
@ramadas7595 Ай бұрын
Moi bohut val paw manujonok ❤❤
@asslaskarlaskar
@asslaskarlaskar Ай бұрын
Ukil gogoy jindabad kongres jindabad Rahul Gandhi jindabad sunia gandhi jindabad ❤❤❤❤❤ bjp nalage rss nalage bojrong doll nalage sib sena nalage
@rahulneog7697
@rahulneog7697 Ай бұрын
Bhal lagil de... Enekua politicians lage aru
@sansumaboro223
@sansumaboro223 Ай бұрын
Akhil gogoi long live..I am very influenced by ur personality and ideology...I pray to God for ur healthy life and wish to see u as a CM of Assam
@jollywoodassam4377
@jollywoodassam4377 2 ай бұрын
Best Assamese Politician Akhil Gogoi ❤
@jadumonideka1786
@jadumonideka1786 2 ай бұрын
অখিল গগৈ ডাঙৰীয়াক কৃষক মুক্তি সংগ্রাম সমিতিৰ দিনৰ পৰাই ভাল পাও, সমৰ্থন কৰি আহিছো, আজিলৈ সমৰ্থন কৰি আছো আৰু ভৱিষ্যতলৈও সমৰ্থন কৰি যাম। কাৰণ অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ স্পষ্ট আৰু তথ্যভিত্তিক। অসমৰ জাতীয় সমস্যাৰ বাবে মাত মতা এজন জনপ্রিয় সংগ্রামী নেতা। অখিল গগৈৰ দৰে আমাৰ অসমত আৰু চাৰি পাচজন মান অখিল গগৈ সৃষ্টি হওক ইয়াকে আশা কৰিছোঁ। শেষত, অখিল গগৈ ডাঙৰীয়া সদায় সু- স্বাস্থ্যৰ অধিকাৰী হৈ থাকক, দীর্ঘায়ু হওক আৰু অসমৰ কাৰণে, জাতিটোৰ কাৰণে ভাল ভাল কাম কৰি যাওক। ইয়াকে প্ৰাৰ্থনা কৰিছোঁ। অখিল গগৈ জিন্দাবাদ।
@atulregon6841
@atulregon6841 Ай бұрын
World record হওক বিশ্বৰ আটাইতকৈ সংগ্ৰামী কাৰাবাস কৰা জন নেতা হিচাপে ।
@Nirmalkumarray2000
@Nirmalkumarray2000 2 ай бұрын
ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা স্থাপন কৰি চৰকাৰ গঠনৰ আশা নকৰাই ভাল।।।।অসমৰ সকলো আঞ্চলিক দল এক হওক।যদি তেনেকুৱা হয় তেন্তে চাপৰ্ট কৰিম আৰু সকলোৱে কৰিব।যদি কোনোবাই মোক সোধে যে তুমি বিজেপিক নে কংগ্ৰেছক চাপৰ্ট কৰা?তেন্তে মই এটাই উত্তৰ দিম।যে বিজেপিক চাপৰ্ট কৰিম।কাৰণ বহু আছে।।।কংগ্ৰেছৰ দিনত আমাৰ অঞ্চলত উগ্ৰপন্থীৰ সমস্যা,হত্যা,ধনদাবী হৈছিল।সকলোফালে অশান্তি,অত্যন্ত দূৰ্নীতি,টকা দিলে চাকৰি আদি এইবোই আছিল।।গতিকে এইবোৰ এতিয়া নাই।সেয়েহে ভাৱো কংগ্ৰেছতকৈ বিজেপি ভাল।।।
@dipanjul
@dipanjul Ай бұрын
হায় হায় জাতীয়তাবাদী "ফাকুৱা মানে হ'লি " 😂😂😂😂😂😂😂😂
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 2 ай бұрын
সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী জনে বিধায়ক অখিল গগৈ ডাঙৰীয়াক বহুত ভয় খায় । অসমৰ একমাত্ৰ সাহসী বিধায়ক অখিল গগৈ ডাঙৰীয়া হয় । তেখেত মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা হয় ।
@umeshbaruah9607
@umeshbaruah9607 2 ай бұрын
Lora
@pinkisarmah8400
@pinkisarmah8400 Ай бұрын
Sabas
@pinkisarmah8400
@pinkisarmah8400 Ай бұрын
Pijus to mohguwalr jugo
@Ashimasomiya
@Ashimasomiya Ай бұрын
ভাললগা মানুহজন
@dbtalks365
@dbtalks365 Ай бұрын
এজন সুবিধাবাদী নেতা। কেতিয়া কাৰ লগত থাকে কোনেও গম নাপায়।
@bikug1610
@bikug1610 2 ай бұрын
Akhil Gogoi khura always with you ❤
@DhunuGogoi-ug7tf
@DhunuGogoi-ug7tf 2 ай бұрын
অখিল গগৈ ডাঙৰীয়াই কোৱা কথাবো সঁচাই বহুত ভাল লাগিল ‍‌‌। কিন্তু হিমন্ত মামাই এই ভিডিঅ'টো চোৱা অতি প্ৰয়োজনীয়।
@RonjitSharmaGoswami
@RonjitSharmaGoswami Ай бұрын
কেনেকৈ চাব আমি যে একেবাৰে মুৰত লৈছে,, তেওঁ ভাবে এয়া এনে মাৰি দিয়ে 😅😅😅😅
@mridulkonwar7476
@mridulkonwar7476 2 ай бұрын
One of my ideal politician..
@success2089
@success2089 2 ай бұрын
I love Akhil Gogoi❤
@BhaskarJyotiKurmi-y8n
@BhaskarJyotiKurmi-y8n Ай бұрын
জয় আই অসম ✊💪💪💝
@jyoshreegogoi7958
@jyoshreegogoi7958 Ай бұрын
সাহসী নেতা❤❤❤
@KrishnakantaDas-j4s
@KrishnakantaDas-j4s Ай бұрын
আপুনি আবেগৰ ভোট পাই এম, এল এই হৈছে
@minapatiri7350
@minapatiri7350 2 ай бұрын
Very good Akhil hogoi
@Bikashboruah-hg9rn
@Bikashboruah-hg9rn 2 ай бұрын
Akhil gogoi val manuh❤❤❤
@nikumonidas4988
@nikumonidas4988 2 ай бұрын
একেবাৰে মিছা ক্থা কৈছে অখিল গগৈয়ে
@RonjitSharmaGoswami
@RonjitSharmaGoswami Ай бұрын
অখিল গগৈয়ে সঁচা কৈছে নে, মিছা কথা কয় সেয়া দৰশক চাই চে,,,,,,,,,, OK google north east politics MLA😊😅😅😅❤
@jintugogoi5699
@jintugogoi5699 2 ай бұрын
অখিল গগৈয়ে সদায় সঁচা কথাই কয়
@manjitdekas178
@manjitdekas178 2 ай бұрын
Val lagil sai
@tulshiprasadborah9815
@tulshiprasadborah9815 2 ай бұрын
বিজেপিক অসমৰ ৰাইজেইতো ভোট দি বাৰে বাৰে জিকাই আহিছে। প্ৰক্ৰিয়াটো গণতান্ত্ৰিকেই নহয় জানো? অখিল গগৈ ডাঙৰীয়া, আপোনাক আৰু আপোনাৰ যুক্তি খুউব ভাল লাগে। কিন্তু, আপুনি ভবাৰ দিনটো কেতিয়া আহিব? আমি লগত আছো।
@dipankarkhargharia9952
@dipankarkhargharia9952 2 ай бұрын
গৌ'ৰব গগৈক আপুনি জিকোবা নাই গৌৰব নিজৰ সততা জিকিছে আমি কোনো দলিয মানুহ নহয়
@bhairobsaikia118
@bhairobsaikia118 2 ай бұрын
Adin apunak cm hisape sbo mn ase ❤
@shreddedface6039
@shreddedface6039 2 ай бұрын
অখিল ভাই জিনদাবাদ ।👍🏿
@yuggogoi0421
@yuggogoi0421 2 ай бұрын
Mojaa lagile sai
@HarenSaikia-x7z
@HarenSaikia-x7z 2 ай бұрын
Ahil is Great 👍👍👍👍
@M.G.615
@M.G.615 2 ай бұрын
বাপেক মূখ্যমন্ত্ৰী আছিল কাৰণে পুতেক মূখ্যমন্ত্ৰী হব লাগে বুলি কিবা ধৰাবন্ধা নিয়ম আছে নেকি অখিল গগৈ ডাঙৰীয়া।
@anupamhazarika8352
@anupamhazarika8352 2 ай бұрын
BOLD LEADER OF ASSAM
@realvideo39
@realvideo39 Ай бұрын
Akhil gogoi is a actor
@durgeswardutta3313
@durgeswardutta3313 2 ай бұрын
Bohut mozza
@hirenlahan
@hirenlahan 2 ай бұрын
Akhil da tiger 🐅 hoi
@JanakSaikia-rl8wv
@JanakSaikia-rl8wv 2 ай бұрын
What Akhil Gogoi has said about Ex-CM of Assam, Late Tarun Gogoi is correct. Corruptions were in its pick during Tarun Gogoi’s tenure. Tarun Gogoi’s tenure was like M.M.Singh’s tenure at the Centre.
@ani_trades
@ani_trades 2 ай бұрын
Agreed 👍🏻 also cash for jobs was highest during his tenure
@lakhayajutiassam6389
@lakhayajutiassam6389 Ай бұрын
King Akhil ❤
@bijoygoswami6907
@bijoygoswami6907 Ай бұрын
তৰুন গগৈ কৰাপ চৰকাৰ এইটো সচা কথা কৈচে! থানাৰ পৰা কাগজ নাইকীয়া কৰিব পৰা জনেহে আজি কালি ডাঙৰ লীডাৰ হব। মহাশয়ে ন অসমীয়াৰ জেগাত হে আগলৈ উঠিব লাগিব!?
@dipakbarman7151
@dipakbarman7151 Ай бұрын
All right
@CRYPTOTRADERAxom
@CRYPTOTRADERAxom 2 ай бұрын
ভাল লাগিল___❤❤📣📣📣
@sarbanandamili1833
@sarbanandamili1833 2 ай бұрын
কথাবোৰ ভাল লাগিল❤
@Lazyaspirant18
@Lazyaspirant18 2 ай бұрын
অখিল গগৈ ❤
@FatafatiCartoon
@FatafatiCartoon 2 ай бұрын
Love u Akhil da❤. U are our real leader
@Ebadur072iiz
@Ebadur072iiz 2 ай бұрын
Love Akhil Gogoi ❤❤😮❤❤
@pratapswargiary6225
@pratapswargiary6225 Ай бұрын
Congress you
@ripondey9520
@ripondey9520 2 ай бұрын
Akhil gogoi himu Mama r nisina kateaw hbo nuare
@RusonAhmed-pn4yw
@RusonAhmed-pn4yw Ай бұрын
Okil gaigai jeendabad❤thank you dada
@anupambarman0762
@anupambarman0762 Ай бұрын
Akhil Gogoi Best
@hiraboruah3208
@hiraboruah3208 2 ай бұрын
Bohut Vhal Lagil Sai.
@LxAbdurRahman-pj3kk
@LxAbdurRahman-pj3kk 2 ай бұрын
Akhil da zindabad
@nayendraneupane88
@nayendraneupane88 2 ай бұрын
Riht A gogoi sir
@jyotiprovachangmai6385
@jyotiprovachangmai6385 Ай бұрын
Zindabad
@nirmalgogoi8857
@nirmalgogoi8857 2 ай бұрын
বহুত ভাল লাগিল অখিল গগৈ ডাঙৰীয়া। আপোনাৰ সু স্বাথ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।।
@DuluGogoi-nt5ts
@DuluGogoi-nt5ts 2 ай бұрын
Jai ai akhom
@bashistadoley2900
@bashistadoley2900 2 ай бұрын
Akhil ❤❤
@prabhatchetia3019
@prabhatchetia3019 Ай бұрын
0:49 | Akhil gogoi jonmo 1 March ne 2 October ami 2 October buli he janu .
@pinkisarmah8400
@pinkisarmah8400 Ай бұрын
Akhil u r real heero in assam . Himonto is no metar
@ZenithEnigma-h4p
@ZenithEnigma-h4p 2 ай бұрын
এনেকুৱা এজন সাহসী, স্পষ্টবাদী, স্বচ্ছ মানুহ গোটেই অসমত কতো নোলাব।
@creature3D-wb3qr
@creature3D-wb3qr 2 ай бұрын
দোষ দি লাভ নাই। গুণ্ডামি কৰা মানুহ বিলাকেহে ৰাজনীতি কৰিব পাৰে।ভাল মানুহে কেতিয়াও নোৱাৰে ।সেইটো সকলোৱে জানে
@Eyakub_king_978
@Eyakub_king_978 Ай бұрын
Daitaro Matileo pai🌻🦚🦜🤘🤺
@madhabhazarika6278
@madhabhazarika6278 2 ай бұрын
কথা বোৰ মিছা নহয়। লগতে পথম বাৰ যদিও নাৰভাচ হোবা নাই। ধন্যবাদ
@mohanchandrasarma2413
@mohanchandrasarma2413 Ай бұрын
যৰ পৰা মাল আহে তাতেই মই । ৰাইজ বা ৰাজ্যৰ কথা বাদ ।এতিয়া কংগ্ৰেছ বা বিজেপীৰ পৰা মাল আহে নে নাহে চাও ৰব দেই ।
@tri____beni
@tri____beni 2 ай бұрын
42:22 right ♥️
@dumahusoroniya6691
@dumahusoroniya6691 2 ай бұрын
আপোনাৰ কথা আৰু শুকান বালিত ফেছাপ কৰা একে কথা
@war47yt29
@war47yt29 2 ай бұрын
অখিল গগৈৰ কথাত শক্তি আছে। ❤
@surathbarman9588
@surathbarman9588 2 ай бұрын
মিছা কথা একো ভয় খোবা নাই
@dipankarkhargharia9952
@dipankarkhargharia9952 2 ай бұрын
নিজকে বৰ জহোবা মানুহ আপোনাক দেখিছো
@M.G.615
@M.G.615 2 ай бұрын
মানে কংগ্ৰেছ দলে সংখ্যা লঘুৰ সকলৰ ভোট গ্ৰহণ কৰিবলৈ অখিল গগৈ ডাঙৰীয়াক কংগ্ৰেছ দলে মুখত মিঠা---পেটত তিতা লৈ আমন্ত্ৰণ কৰিছিল, শেষত অখিল গগৈ ক প্ৰতাৰণা কৰিলে😄😂🤣
@naserali2888
@naserali2888 Ай бұрын
সাক্ষাৎকাৰ টো বৰ ভাল লাগিল
@dhirenmahalia9059
@dhirenmahalia9059 2 ай бұрын
Thank you Akhilda
@SanjayDas-dl9sl
@SanjayDas-dl9sl 2 ай бұрын
আজিকালি খিচিৰি চৰকাৰ নিবিচাৰে ৰাইজে 15 তা দলৰ ৰাজ্য চৰকাৰ।
@Himanku.khakhlari
@Himanku.khakhlari 2 ай бұрын
"যি কম মিছা কম" অখিল গগৈ
@RonjitSharmaGoswami
@RonjitSharmaGoswami Ай бұрын
ক'ব নাজানিলে ইয়াত এই বিলাকত না আহিবা,,,,,😅😅
@PragyanJyotiborah-z1v
@PragyanJyotiborah-z1v Ай бұрын
মই জানো ইয়ালৈ বহুত মানুহ Comment পঢ়িব আহিব। মানে মোৰ পুৰণা বাইক এখন বিক্ৰী কৰিবলগীয়া আছে। যদি কোনোবাই কিনিবলৈ আগ্ৰহী তেন্তে মোক জনাব!!! অতি কম দামত দিম। 😊
@lakhandasofficial1
@lakhandasofficial1 2 ай бұрын
Support Akhil Da✅
@AbdurRashed-m2m
@AbdurRashed-m2m 2 ай бұрын
Akhil da is only jatiyo bati natha in assam
@Uko7pra
@Uko7pra 2 ай бұрын
AKIL GOGOI ONE MAN ARMY
@BimalchBordoloi-y2m
@BimalchBordoloi-y2m Ай бұрын
Best akhil da
@nasirahmedbahadurpur4216
@nasirahmedbahadurpur4216 2 ай бұрын
Congress zindabad gurob Gogoi zindabad
@ruhitdihingia8210
@ruhitdihingia8210 2 ай бұрын
স্হিতি যিসকলে সলনি কৰিলে বুলি কোৱা হৈছে:-- সেই সকলেই স্হিতি সলনি কৰোৱালে:- কেনেদৰে??????????? উত্তৰ একেবাৰে সহজ। কংগ্ৰেছে অগ্ৰাহ্য কৰিবই এনে পাৰ্থী , কংগ্ৰেছে কোনো কাৰণতে গ্ৰহণ নকৰিব, তেনে পাৰ্থীহে 5 জনীয়া সদস্যই recommendation কৰি থেলি দিলে। এনে কিয় কৰিলে অন্য চাৰি জনকৈ অখিলেহে ভালদৰে জানিব:-- এয়া আমাৰ দাবী। আমাৰ ভিত্তি কি???' পৰাজয় হ'বই বিধৰ পাৰ্থী recommendation অখিল হতৰ:-- নিৰ্বাচনত সাৰিবলৈ নিৰ্বাচন খেলা অসমৰ নিৰ্বাচনী বুৰঞ্জীত প্ৰথম 5 গৰাকীৰ ভিতৰত অখিল গগৈ। আমাৰ তথ্য:-- পৰাজয় হ'বই ধৰণৰ পাৰ্থী recommendation নেই তথ্য। তেন্তে অখিলৰ লক্ষ অনুসন্ধান হোৱাৰ যোগ্য। দ্বিতীয়তে:- গালি দিওঁতে , গালিৰ শব্দৰ শেল মাৰোতে, হিতাহিত জ্ঞানক দলিয়াই, অসমৰ জাতিয় সৌজন্যতা মষিমূৰ কৰি প্ৰায় ১৫ দিনতকৈ অধিক গালি দি সাহসী বুলি এই মাত্ৰ নিজ মুখেৰে ব্যক্ত কৰা মানি লৈ, উল্লেখ কৰিবই লাগিব:-- গৌৰৱ গগৈক, ইয়াত উল্লেখ কৰিব নিবিচৰা এটা নেতিবাচক শব্দেৰে 3 বাৰ ব্যৱহাৰ কৰি শব্দ শেল ব্যৱহাৰ কৰিছিল। সেই সময়ত বিৰোধ কৰা হৈছিল। কৈ দিওঁ নেকি শব্দটো??? খঙৰ প্ৰসঙ্গ উল্লেখ পাইছে ইয়াত। অখিল গগৈয়ে নিজেই আদালতৰ কেছৰ কথা কওতে সকলোতকৈ sireous case টো কি বুলি ক'লে? NIA ৰ টো। লগতে ক'লে এই case টোকলৈ তেওঁৰ বহুত tension, লগতে money arrangements etc. সেই সোপা tension মূৰত লৈও tension free ব্যক্তিৰ দৰে হাজাৰ হাজাৰ জনতাক ৰাজহুৱা সভাত সম্বোধন কৰি ফুৰিছে অলপো মানসিক চাপ নথকাৰ দৰে। ৰহস্য কত??? ৰহস্যটো তাত আছে নে কি ,য'ত কংগ্ৰেছক আৰু গৌৰৱ গগৈক নিৰ্বিচাৰ আক্ৰমণৰ মিঠা ফল বুটলি আছে???
@pranjitroypranjitroy
@pranjitroypranjitroy 2 ай бұрын
আমাৰ এটা জনপ্ৰিয় নাম হিমু মামা তেখেতক এই প্ৰগ্ৰামটোত চাৱ বিচাৰোঁ। তেওঁ এজন খুব বুদ্ধি যিবি আৰু চৰ্চাত থকা মন্ত্ৰী ভাৰতৰ ভিতৰত বুলি ক'লে ভুল নহয় তেওঁক এই প্ৰগ্ৰামটোত চাৱ বিচাৰোঁ।
@BhairabDeka-z7e
@BhairabDeka-z7e 26 күн бұрын
Moi,akhil,gogoik,bhal,paao
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41