প্ৰাক্তন বিধায়কৰ পুত্ৰ-বোৱাৰীয়ে দিন হাজিৰা কৰি অতিবাহিত কৰিছে জীৱন

  Рет қаралды 210,488

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 204
@sumanborah8265
@sumanborah8265 3 жыл бұрын
বহুত মহান সাংবাদিক জন তেওঁৰ কথা কিতা শুনি বহুত বেছি ভাল লাগিল এতিয়া। বিধায়কক‌ কোৱা কথা কিতা
@sunukvlogs1674
@sunukvlogs1674 3 жыл бұрын
অনুৰোধ কৰিছোঁ এই ল'ৰা জনক অতি শীঘ্ৰে চাকৰি এটা দিয়ক
@himangshukalita4486
@himangshukalita4486 Жыл бұрын
সত্যযুগ আৰু কলিযুগৰ মাজত এয়াই পাৰ্থক্য।
@pranjalpdeka6111
@pranjalpdeka6111 3 жыл бұрын
ভাল মানুহৰ অৱস্থা এইয়াই আৰু।।।
@trishnakalita4154
@trishnakalita4154 3 жыл бұрын
মই দেখা নাই আজিহে শুনিলো । নৰেন তাঁতী চাগে এজন সৎ লোক আছিল। সেই কাৰণে এনেকুৱা অৱস্থা হল।
@bhabanandabordoloi2727
@bhabanandabordoloi2727 3 жыл бұрын
তেওঁলোক সত বিধায়ক আছিল,সেইকাৰণে আজি এই অৱস্থা
@mridulsaikia7875
@mridulsaikia7875 3 жыл бұрын
দুখজনক খবৰ, চৰকাৰে তেখেতসকলক সহায় কৰা প্ৰয়োজন
@digantadewri917
@digantadewri917 3 жыл бұрын
বৰ্তমান সময়ত MLA ভৰি চেলেকি থকা কেইটা ঘৰত সোমাবলৈ হলেও ছেণ্ডেল বাহিৰতে থবলৈ লাগিব ৷
@জয়আইঅসম-ঢ৯ফ
@জয়আইঅসম-ঢ৯ফ 3 жыл бұрын
মানুহ যে অতিপাত ভাল হলেও বেয়া তাৰে উদাহৰন বৰমুৰিয়া হতৰ সময়নো কত এইবোৰ ভাল মানুহৰ খবৰ লবলৈ
@rashmibordoloi6243
@rashmibordoloi6243 3 жыл бұрын
Right
@smile5432
@smile5432 3 жыл бұрын
মানুহ জন যে ভাল আছিল তাৰ একো প্রমান নাই,,,,,, কিন্তু বিধায়কৰ ল'ৰা হৈ আজি এনে দিন কিয়, কিবা কর্মৰ দোষ, বহি বহি খাওতে তলি উদং হল বাপুৰাই এতিয়া আকাশৰ তৰা গুণি থাকক ।।। ।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।
@জয়আইঅসম-ঢ৯ফ
@জয়আইঅসম-ঢ৯ফ 3 жыл бұрын
@@smile5432 তৰা গুনি নহয় তৰা গনি অসমীয়া ভালকৈ শিকি লোৱা আৰু মানুহ দেখিলে গম পাই বহি খোৱা নে কাম কৰি খোৱা
@jyoti9293
@jyoti9293 3 жыл бұрын
@@smile5432 hoi diya dangariya thike koisa tumi aibor manuhe sur dokait nakore kam kori khowa manuh bujija dangariya hoito kako tel malis kora manuh nahoi kijani
@atulhazarika4227
@atulhazarika4227 3 жыл бұрын
তেওঁ এসময়ত বিধায়ক আছিল। তেওঁ সৎ আছিল আমি সকলোৱে জানে। সেইটো পৰিয়ালৰ বাবে অতি গৌৰৱৰ কথা।
@ajoykr.borgohain482
@ajoykr.borgohain482 3 жыл бұрын
বিধায়ক পেন্সনৰ বাবে ৰজাঘৰীয়াসকলে সহায় কৰি দিলে ভাল হয়
@prabinhazarika9699
@prabinhazarika9699 3 жыл бұрын
অতুল বৰা ডাঙৰীয়া এজন নিজৰ সতিৰ্থৰ কথা যাৰ মনতে নপৰে আলয় আথনিত পূত যোৱা ৰাইজৰ কথা মনত পাৰিবনে সিহত বোৰে পেঞ্চন পাই কিয় পৰিয়াল কেইটাত সেই কাম ফেৰা কৰিব নোৱাৰিলে ইয়াকৈ হাৰাম চাগে পৃথিৱীত নহ'ব,,,
@punyeswarkachari9899
@punyeswarkachari9899 3 жыл бұрын
চৰকাৰে সিহঁত ঘৰ খনক পেনচন দিয়া ব্যবস্থা কৰিব লাগে
@dwijensarmah4370
@dwijensarmah4370 3 жыл бұрын
নৰেন তাঁতি আজিৰ অগপৰ কৌটিপতি নেতাসকলৰ স্বাৰ্থপৰতাৰ বলি হ'ল!
@basantabora512
@basantabora512 3 жыл бұрын
দুখ লগা অৱস্থা । নৰেণ তাতী ডাঙৰীয়া সৎ হোৱাৰ ফল পুত্ৰই ভোগ কৰিছে ! যদি তেখেতৰ পৰিয়ালটোক অ গ প মন্ত্ৰী কেইজনে সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়ে তেনেহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে বেয়া বাৰ্ত্তা দিয়াৰ দৰে হব । অৰ্থাৎ" অসৎ ৰ হে সুখ "।
@nirupoma5935
@nirupoma5935 3 жыл бұрын
আজিৰ সময়ত ৰাইজক আপোনাৰ দৰে সাংবাদিকৰ প্ৰয়োজন । ঈশ্ৱৰে আপোনাক আশীৰ্বাদ কৰক। নহ'লে সাংবাদিকতাৰ ওপৰত ৰাইজৰ বিশ্বাস হেৰাই গৈছে। পৰিয়ালটোক চৰকাৰে দেউতাকে ৰাইজৰ কাৰণে কৰা সেৱাৰ খাতিৰতে কিবা এটা ব্যৱস্থা কৰি দিয়াটো আমি বিচাৰোঁ।
@sachindrakakati6858
@sachindrakakati6858 3 жыл бұрын
সচাকৈ দুখ লাগে, যদি দুই নম্বৰী কাম কৰিব পাৰিলে এই অৱস্থা নহলহেতেন।এয়ে প্ৰমাণ মানুহ কিমান সৎ ,অসৎ।
@bubugohain6712
@bubugohain6712 3 жыл бұрын
এতিয়া বিধায়কৰ সাত পুৰুষলৈ চিন্তা নাই আৰু নালাগে । এতিয়া বিধায়কৰ পকীবেৰৰ জনসাধাৰণৰ বঞ্চিতৰ চেকা থাকিব পাৰে । কিন্তু এইজনা ভগা পজাত তেনেকুৱা চেকা নাই আৰু লাগিবলৈ নিদিলে । সেইবাবে তেওঁ লোকৰ বিষয়ে কবলৈ ও নাই আৰু লিখিবলৈও নাই , সেইবাবে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিব পৰা নাই ।
@sandhyadas7651
@sandhyadas7651 3 жыл бұрын
সহায় কৰক চৰকাৰে আমি দাবী কৰিছোঁ,
@balendas4259
@balendas4259 10 ай бұрын
বৰ দুখ দিলে । এতিয়াৰ ৰাজনীতিত নিষ্ঠাৱান কৰ্মীৰ কাম নাই । এতিয়া চুৰ ডকাইট দগাবাজ চৰিত্ৰৰ মানুহে মন্ত্ৰী এম,এৰ,এ হ'ব পাৰিব । সেই দিন আৰু নাই । বস্তাক বিস্তাই টকা বিলাওক জয়ী হৈ ৰাইজলৈ পিঠি দি নিজৰ সম্পত্তি গঢ়ি তোলা । অসম শেষ হৈ গৈছে । অসমত ভাল মানুহবোৰ মৰিলে ।
@jitendrabarman6577
@jitendrabarman6577 3 жыл бұрын
আজিৰ বিধায়কৰ কথা বাদেই দিলো বিধায়কৰ সোহাঁতে বাওঁহাতে থকা সকলৰ ওচৰলৈ যাব পাৰিবনে ?
@rashmibordoloi6243
@rashmibordoloi6243 3 жыл бұрын
Thik koise
@rakibulahmed4434
@rakibulahmed4434 3 жыл бұрын
সঁচাকৈয়ে দুখ লগা খবৰ।
@Akhil_Singri
@Akhil_Singri 3 жыл бұрын
সঁচা কথা।
@manojpegu4065
@manojpegu4065 3 жыл бұрын
দুখ লগা কথা...!!!
@samikrishikataki8699
@samikrishikataki8699 3 жыл бұрын
মোৰ দেউতাৰ মৃত্যুৰ পাছত আমাৰো একে গতি হৈছিল।সৎ পথত থাকিলে এয়ে গতি হয়।অসম আন্দোলনৰ সময়ত মোৰ দেউতা মৰিগাঁও জিলা গনসংগ্ৰাম পৰিসদৰ সভাপতি আছিল তথা উকীল হিচাবে বিনা পৰিশ্ৰমিকেৰে আন্দোলনৰ মুকৰ্দমা বোৰ কৰিলে।কিন্তু মৃত্যুৰ পাছত আমাৰ পৰিয়াল তোক এবাৰো চাবলৈ কাৰো আহৰি নহল এই অগপ তথাকথিত নেতা বোৰৰ।ঘৃণা জন্মে এইবোৰ নেতা বুলি কবলৈ।আমি তিনি ভাইক মায়ে বহু কষ্টৰে ডাঙৰ কৰি শিক্ষিত কৰিলে।প্ৰফুল্ল মহন্তই কেৱল নিজৰ ধন ভঁৰাল গৰম কৰিলে।মোৰ দেউতা এই নেতাবোৰৰ দাদা ,কাৰোবাৰ খুড়া আছিল।কিন্তু আমাৰ দুখত কোনেও এষাৰ মাত দিবৰ সময় নহল।এয়ে অগপ দল যি নিজৰ সৎ নেতাবোৰ তথা তেওঁলোকৰ পৰিয়ালৰ কাৰণেই একো নাভাবে, দেশৰ কথা কি ভাবিব,ধিক্কাৰ এনে দলৰ প্ৰতি।
@minakshinath750
@minakshinath750 Жыл бұрын
Right😭
@sarojinichaudhury179
@sarojinichaudhury179 Ай бұрын
মোৰ তাত এটা লেখা আছে (বৰ্তমান বিচািৰবলৈ অসুবিধা), য’ত লিখা আছে ৷কিদৰে চহীদ কুশল কোঁৱৰৰ পত্নীয়ে ৰাইজৰ পৰা সাহায্য বিচাৰি ফুৰিছিল ৷কোনোৱে অনুগ্ৰহ কৰি সামান্য সাহায্য দিছিল ৷
@baharulislam7206
@baharulislam7206 3 жыл бұрын
এজিপিয়ে হাতি টু বিক্রি করি দিলে বিজেপির হাতত
@rakashdas9087
@rakashdas9087 Жыл бұрын
Super
@hbentertainer4352
@hbentertainer4352 3 жыл бұрын
অ,গ,প, ৰ নেতা মখা সৰ্বকালৰ নিকৃষ্ট ব্যক্তিত্ব । নহ'লেনো একালৰ সতীৰ্থৰ পৰিয়ালৰ খবৰ ল'বলৈ সময় নহ'ল নে এওঁলোকৰ । যিসকলে নিজৰ দহ বছৰীয়া শাসন কালত শ্বহীদ সকলক সন্মান দিবলৈ সক্ষম নহ'ল । পৰৱৰ্তীকালত বি,জে, পি ৰ বোকোচাত উঠি শ্বহীদ সকলক স্মৰণ কৰিবলৈ সমৰ্থ হ'ল । এওঁলোক ধিক্কাৰ জনাওঁ ।
@LegendIshan
@LegendIshan 5 ай бұрын
বৰ্তমান অসমৰ বিয়াগোম নেতাৰ পুত্ৰৰ 17 বছৰত 17 টা কোম্পানিৰ মালিক হল, কিন্তু লাভ নাই বৰ্তমান সেই নেতাৰ একমাত্র পুত্ৰৰ গাত অসমৰ জনসাধাৰণৰ অভিশাপ লাগিছে ফলত ড্ৰাগছ আষক্ত হৈ পাগলৰ দিশে গতি কৰিছে, বৰ্তমান চিকিৎসা প্ৰদান কৰি আছে বুলি চৰ্চা হবলৈ আৰম্ভ কৰিছে
@mukuldandidas9201
@mukuldandidas9201 3 жыл бұрын
MLA hole je daangr building hob lagib luxury car thakib laagib ? teulokr monthly payment kimaan.
@mayurigogoi7490
@mayurigogoi7490 3 жыл бұрын
অতুল বৰাই সতে চব পাহৰি থাকিলে ।গাদী পইচা আৰু কি লাগিছে।এবাৰ মনত পেলাব লাগিছিল তেওঁলোকৰ কথা ।
@mustakalom9366
@mustakalom9366 3 жыл бұрын
অসম গন পৰিষদ এটা ৰাজনৈতিক দল নহয় এটা ক্লাব হয়। সিহতে নিজৰ হাতীতোকে বি জে পি ক বেচি দিলে নিজৰ বোলিবলে আজিৰ দিনত একোৱে নাই ক্ষেত্রত প্রাক্তন বিধায়কৰ কথা কৰা পৰা চিন্তা কৰিব। বিজেপিয়ে দিলেহে আমাৰ এজিপিৰ মন্ত্রী মহোদয় কিজন চলিব পাৰে এসময়ত ইমান এটা শক্তিশালী দল এতিয়া ক্ষমতাৰ লোভত বিজেপিৰ চোৱা চেলেকা হৈ আছে
@shyamalsarmah5470
@shyamalsarmah5470 Жыл бұрын
Akash was a very briliant studen .
@gunamonibordoloi7456
@gunamonibordoloi7456 3 жыл бұрын
Very nice news
@robinchangmai9312
@robinchangmai9312 3 жыл бұрын
পাক্তন MLA নৰেন তাঁতী , দেৱৰ লৰাটোক চৰকাৰে পাৰিলে চাকৰি এটা ব্যবস্থা কৰি দিব লাগে । মন্ত্ৰী অতুল বৰা দেৱ , আপুনি বিষয় টো গুৰুত্ব দিব লাগে । আপোনাৰ লোকৰ সহ নেতা আৰু ৰাইজৰ হকে কাম কৰা ব্যক্তি আছিল । আজি এনে অৱস্থা দেখি আমি সাধাৰণ মানুহে লাজ পাইছো ।
@হাঁহিৰজিলিকনি
@হাঁহিৰজিলিকনি 3 жыл бұрын
KI karone aneke kole.tekhetr bapake he korisl teu nije nijor kam kri aguai jauk moi xei2e bisaru.apuni ji koise xeia vol.lukr onugroht jiai thakibo nalage
@saharulsir8938
@saharulsir8938 3 жыл бұрын
I would like to request the honourable CM of Assam to help the family.
@nitulkalita8522
@nitulkalita8522 3 жыл бұрын
Val news krise dada.val lagil
@nivagogoi9859
@nivagogoi9859 3 жыл бұрын
তেঙৰ নহলে আজিৰ দিনত কি হয়গৈ
@azizulhoque3872
@azizulhoque3872 3 жыл бұрын
Great news
@bubulboruah2881
@bubulboruah2881 2 жыл бұрын
ৰাজনীতিৰ এটা নিয়ম। বেয়া লাগিল
@debaborah3730
@debaborah3730 3 жыл бұрын
বিধায়ক পেন্সন পাব লাগে।
@rinadeka2756
@rinadeka2756 3 жыл бұрын
সুন্দৰ কথা কৈছে মানুহ গৰাকীয়ে
@milanborah7503
@milanborah7503 3 жыл бұрын
অসম গণ পৰিষদ কি কাৰণে বিখ্যাত -সকলোৱে জানে | বৰ্তমানৰ অসম গণ পৰিষদৰ আখ্যান কৈ শেষ কৰিব নোৱাৰি | কি অতুল বৰা , কি ফণীভূষন , কি কেশৱ মহন্ত শসনৰ সোৱাদ এতিয়াহে পাইছে |১৫ বছৰ মান মাখি মাৰি কটাইছিল দেখোন |এতিয়া বি জে পি ৰ অস্কিজেন লৈহে জীয়াই আছে |বাকীবোৰতো ৰণত পৰি কলিয়া -হল |অ.গ.প.ই ৮৫৫ জনৰ কথাই ভাবিব নোৱাৰিলে , এতিয়া হিতাধিকাৰীৰ মাজতহে অ.গ.প., বাকী অসমীয়া ৰাইজে ইহঁতক কেতিয়াবাই কবৰ দিলে |
@Rubulgogoi209
@Rubulgogoi209 3 жыл бұрын
সন্মানীয় অতুল বৰা ডাঙৰীয়াক কিয় গালি দিছে সাংবাদিক মহোদয় ? গালি দিব লাগে প্ৰফুল্ল মহন্তক / বৃন্দাবন গোস্বামী / হিতেন্দ্ৰ গোস্বামী / অতুল বৰা ছিনিয়ৰক আৰু অগপৰ ভাল দিনত লুটি পুতি খোৱা সকলক । শিক্ষকৰ চাকৰিৰ নামত বজাৰ গঢ়ি তোলাসকলক গালি দিয়ক ।
@sikhamoninath2152
@sikhamoninath2152 3 жыл бұрын
লগতে জয়নাথ শৰ্মাও কম নহয়। সিহতে বিদেশী খেদিম বুলি সম্পত্তিৰ পাহাৰ বনালে
@Rubulgogoi209
@Rubulgogoi209 3 жыл бұрын
@@sikhamoninath2152 সেইজনৰ নামটো পাহৰিছিলো । সোণৰ অসম গঢ়াৰ ঠিকাদাৰ আছিল সিহঁত ।
@mridulsonowal3198
@mridulsonowal3198 2 жыл бұрын
ৰাজনীত ত দুৰ্নীতি নকৰিলে এনেকুৱা হয়। ভাল মানুহৰ লগত ভাল হয় বুলি মাত্ৰ কিতাপত হে পঢ়িবলে পোৱা যায়
@mexi1344
@mexi1344 3 жыл бұрын
ৰাজনীতিৰ খেলা কি কৰিব দুঃখ লাগে
@nabajitdeka9357
@nabajitdeka9357 2 жыл бұрын
এনে নীতিৰ বাবে AGP ঠাৰি চিগা বেগেনা।
@dwipentekam2971
@dwipentekam2971 3 жыл бұрын
Atul Bora ki Naren Tantik chini napai? Hi A GP
@LegendIshan
@LegendIshan 5 ай бұрын
বৰ্তমান অগপ দল মানে অতুল আৰু কেশব হে, সেই হেতুকে অগপ দলৰ কৰ্মী সকলে অতুল আৰু কেশবক ৰাজ ভোগ খোৱাই থকাৰ চিন্তা কৰি একো লাভ নাই, বৰ্তমান অগপ দলৰ কৰ্মী সকলৰ বাবে ইহতৰ চিন্তা কৰিবলৈ সময় নাই, নিজৰ পৰিয়ালৰ ভাই ককাই লৰা ছোৱালী পত্নীৰ নামত অবাধ সম্পত্তি আহৰণ কৰাৰ হে চিন্তা
@nilakumarsarma1726
@nilakumarsarma1726 3 жыл бұрын
AGP crashed only because of lobby and selfish attitude of the "MOY BOR"ones.Some of them boasted and projected themselves in front of poor supporters as Divine Kings.Highly qualified job-seekers were demeaned by articulated questions.Prafullyaji made lakhs of qualified people jobless for 15 consecutive years by signing MOU but never even pretended to resign.
@lachithazarika1142
@lachithazarika1142 3 жыл бұрын
এইটো কিবা খবৰ হল নে? প্ৰাক্তন বিধায়কৰ পুত্ৰ বোৱাৰীয়ে দিন হাজিৰা কৰি খাইছে- তাতে কি হল? তেওলোকে চোৰ কৰি খোৱা নাই নহয়। নে তেওঁলোকৰ বিধায়ক পিতৃয়ে দুৰ্নীতি কৰি সম্পত্তিৰ পাহাৰ গঢ়ি পিছৰ ১৪ টামান প্ৰজন্মই আৰামত ঘৰতে বঢ়ি বঢ়ি খোৱাৰ ব্যৱস্থা কৰি থৈ যাব লাগিছিল?
@iamrituraj7984
@iamrituraj7984 3 жыл бұрын
Umm Obama r jiyek e u hotel t kam korisl
@ParamaswarDaka
@ParamaswarDaka Ай бұрын
Tor mathnai 😂
@jugalchetia2737
@jugalchetia2737 3 жыл бұрын
অতুল বৰাই AGP ক বিক্ৰী দিলে ।
@saberbhai679
@saberbhai679 3 жыл бұрын
Right kota kaise aaponi salute you
@Kaushikeditzshorts
@Kaushikeditzshorts Жыл бұрын
বৰষুণ যোৱাৰ পাছত জাপিৰ কাম নাই তেনে হৈছে 😳
@ujjalgogoi6868
@ujjalgogoi6868 3 жыл бұрын
মুখ্যমন্ত্ৰীয়ে বিষয়টোত গুৰুত্ব দি এই পৰিয়ালটোক মৰ্যাদাপূৰ্ণ জীৱন এটাৰ ব্যৱস্থা কৰি দিব লাগে।
@mausumidas2400
@mausumidas2400 3 жыл бұрын
Birudhi hoi Rupjyoti Kurmi e khobor lole, kintu A.G.P r khoborei nai. Eman baibanir phol edin Bhogobane diboi dibo.
@dhritirekhadas2757
@dhritirekhadas2757 Жыл бұрын
বিধায়কজনে সন্তানৰ শিক্ষা দীক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল নেকি ? সন্তান কিয় হাজিৰা কৰিবলগীয়া হ’ল ?
@junudeka2295
@junudeka2295 3 жыл бұрын
Otti dhukh loga news . Assa korisu AGP guruta di porialtu help koribo
@manjoorhussain4639
@manjoorhussain4639 3 жыл бұрын
Tenehle ki BMW loi ghuribo lage ???
@mahendrakalita8530
@mahendrakalita8530 2 жыл бұрын
ঠিকেই আছে____বাতৰিটো দেখিলে বৰ্তমানৰ বিধায়কসকলে নিজৰ সন্তানৰ ভবিষ্যতৰ বাবে আৰু অধিক ধন -সম্পত্তি গোটাবলৈ লাগি যাবলৈ উৎসাহ পাব ।
@jatindas5169
@jatindas5169 3 жыл бұрын
We think Hon ble C M sir will take the matter seriously.
@mdays6045
@mdays6045 3 жыл бұрын
Ei e abastha hoi June axom aru axomnakhi k bhal pai aru raijok nothogai... Ami teulokk mullyo e nidu
@JkTree-xl9dw
@JkTree-xl9dw Ай бұрын
অসম গণ পৰিয়ালে সভাপতিয়ে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ খবৰ লবলৈ আহৰি নাই প্ৰাত্তন বিধায়কৰ অন্তত খবৰ লব লাগিছিল অসম গণ পৰিষদৰ সভাপতি কি দল ঢলাব।
@pranabpegu3088
@pranabpegu3088 2 жыл бұрын
Government should provide a service to the poor family.
@SriCCDas
@SriCCDas 3 жыл бұрын
অতি সুন্দৰ ঘৰ ইয়াতকৈ কি ভাল লাগে।
@lachithazarika1142
@lachithazarika1142 3 жыл бұрын
ঠিকেই কৈছে। খবৰটো অনুসৰি এওঁলোকৰ বিধায়ক পিতৃয়ে সম্পত্তিৰ পাহাৰ গঢ়ি পুতেক বোৱাৰীয়েকহতে ঘৰতে বঢ়ি আৰামত খাব পৰা ব্যৱস্থা কৰি থৈ যাব লাগিছিল।
@sanatandeka3782
@sanatandeka3782 3 жыл бұрын
Pl contact Assemly Sectt Dispur for pension
@mrinalkalita7406
@mrinalkalita7406 3 жыл бұрын
চৰকাৰে পৰিয়ালটিৰ সোনকালে কিবা এটা বিশেষ ব্যৱস্থা কৰি দিব লাগে৷
@diptigogoi9955
@diptigogoi9955 3 жыл бұрын
Hosa kotha.
@rejekali6520
@rejekali6520 3 жыл бұрын
vl news krisa gd ..❤️
@rambahdurchetry4149
@rambahdurchetry4149 3 жыл бұрын
Rajnity hekh, parichaya hekh,kam-naam-salam
@sujitbarman8865
@sujitbarman8865 3 жыл бұрын
Mojja
@rosiloutha2351
@rosiloutha2351 3 жыл бұрын
Good job tanti bobua
@pratapdas1113
@pratapdas1113 3 жыл бұрын
Very sad news.
@Gyankul01
@Gyankul01 2 жыл бұрын
চন্দন চৰকাৰ, বসন্ত দাস আদিয়ে ৭ পিৰিয়ে খাব পৰাকৈ টকা কৰি লৈছে।
@sandhyadas7651
@sandhyadas7651 3 жыл бұрын
Naren Tati তেওঁ পেঞ্চন নাপাইছিল নেকি?
@dimpu0753
@dimpu0753 3 жыл бұрын
Tauk kam debolaga loratu keman val eyata buja jai ja ...tau poisa khujanai ghor khujanai,, kam besaresa kam kore tau bake neja korelobo hohae korebo laga kam debolaga 🙏
@saumantalukdar6046
@saumantalukdar6046 Ай бұрын
কিয় মেনেজ কৰিব নোৱাৰিলে---???? অগপয়ো তো লুটি পুতি খাইছিল!!!!!মানুহ অতিষ্ঠ হৈ উঠিছিল
@nilochoudhury4935
@nilochoudhury4935 2 жыл бұрын
আছলতে এনেধৰনৰ বিধায়ক হোৱাতকৈ নোহোৱা ভাল আছিল
@rousonahmed6177
@rousonahmed6177 3 жыл бұрын
Right
@viratgoswami5565
@viratgoswami5565 2 жыл бұрын
That is politic today
@bhaskardutta8720
@bhaskardutta8720 3 жыл бұрын
Abar Amar mama sai jok.Lora jonk kiba ata kori diok plz plz Atul sir.
@rubulsarma5869
@rubulsarma5869 3 жыл бұрын
Nijor Dokhor karne... Manuha Dukhiya hoi... Beya Sobavor manuha dukhiya hoi
@amiyokumardas9048
@amiyokumardas9048 3 жыл бұрын
Very sad He was a very good person He was a very popular person at That time a g p should do something for his family
@birupayeng1123
@birupayeng1123 2 жыл бұрын
শিক্ষাগ্ৰহণ নকৰিলে নিজকে বহত বা
@kukimahanta2815
@kukimahanta2815 3 жыл бұрын
তেখেতে ঘৰ নিৰ্মাণ নকৰিলে কিয়? টকা নামাৰিলে নেকি? পুতেকলে টকা পইচা নোগোটালে নেকি?
@ranjansharma8553
@ranjansharma8553 3 жыл бұрын
এইবোৰ বৰ লাজ লগা কথা ।ধৃষ্টতা জন নেতা।
@aniramrabha3218
@aniramrabha3218 2 жыл бұрын
প্ৰাক্তন বিধায়ক নৰেন তাতীৰ লৰাটোক কিবা এটা হলেও সংস্থাপন দিয়ক ,CM মোহদয়.॥
@সন্যাসীনী
@সন্যাসীনী 3 жыл бұрын
Homvob. Nijor nhole hkolu misa.
@assamunlimited348
@assamunlimited348 2 жыл бұрын
সৎ লোকৰ আদৰ নাই
@kankanjyoti5736
@kankanjyoti5736 3 жыл бұрын
Akai ghotona mur logotu hoisa kintu mur dauta MLA nasila but brindabon gushyami siror logot bohutai Val asila buli moi ou gom paou mur pahi hota kwa hesaba aji mur neja ghor nai mur boyokh 25 bosor kintu kunu dhoronor kam bon koribo pora nai aru mur dauta ou 2007 sonor 24septemborotai dhukala
@chaochingblockpattu1350
@chaochingblockpattu1350 2 жыл бұрын
নৰেন তাতীয়ে হয়তো দুই নম্বৰ কৰি টকাৰে পাহাৰ বনাবলৈ যত্মনকৰিলে চাগে।সেইটোৱেই তেওৰ ভুল হল।
@debajitsaikia2724
@debajitsaikia2724 2 жыл бұрын
Dhenu kai kiba eta kora...
@cricketupdatestoday7964
@cricketupdatestoday7964 3 жыл бұрын
Sad news
@bikrombauri6636
@bikrombauri6636 3 жыл бұрын
Upai kori deok
@bharatikataki5701
@bharatikataki5701 3 жыл бұрын
Please help this family.gov
@manabkalita2660
@manabkalita2660 6 ай бұрын
Goswami Mahanta Phukan aadir somoi naei😮😮😮
@minakhiboruah78
@minakhiboruah78 3 жыл бұрын
Hosake bohut dukh lagil dekhi
@urstatus2637
@urstatus2637 Жыл бұрын
কিনো ডাঙৰ কথা হ`ল,কৰ্ম্মহে কৰিব,বিধায়কৰ লৰা হলেই নহব নহয়
@nazimahmed1610
@nazimahmed1610 3 жыл бұрын
Bya kotha. Pahoribo nalagisil
@User-jpsd7xyz2jp
@User-jpsd7xyz2jp 6 ай бұрын
Politician buror tat e enukuwa teoloke o jane Jikar piost mnahur strot bahut besi harar pisot kune i nahe kunodin, xeikarone aji r politician e Corruption kore..
@inamulhaque4542
@inamulhaque4542 3 жыл бұрын
Plz cm sir halp
@minahazarika7882
@minahazarika7882 3 жыл бұрын
অতি দুখ জনক ।
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 10 МЛН
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 58 МЛН
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 10 МЛН