এইবাৰ সাংবাদিকক এঘৰীয়া কৰিলে সমাজে, ববিতা ভৰালীৰ পৰিয়ালক কিয় এঘৰীয়া কৰিলে?

  Рет қаралды 100,586

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️এইবাৰ সাংবাদিকক এঘৰীয়া কৰিলে সমাজে। তোমালোকক আমি এৰিলোৱে, তোমালোকৰ ঘৰত খোৱাৰ কথা ক'ৰ পৰা আহিলে? দৰঙৰ ঘটনাক আপুনি ধিক্কাৰ জনাইছিল, পিছে জাত-পাতৰ চিন্তাই শিৱসাগৰকো নেৰিলে। শিৱসাগৰৰ অৰ্জুনগুৰি কুমাৰ গাঁৱৰ ববিতা ভৰালীৰ পৰিয়ালক কিয় এঘৰীয়া কৰিলে?

Пікірлер: 310
@lpdas639
@lpdas639 2 жыл бұрын
কি কম অসমীয়া মানুহৰ কথা ।Tension নলব।অকলে থাকক । ভূপেন দাৰ এটা গীত আছে-নেলাগে সমাজ,নেলাগে নেলাগে সময় দেখুৱা ঘড়ী, সময় এবাৰ থমকি ৰওকচোন নিজকে সাক্ষী কৰি----শুনিবচোন মনটো ভাল লাগিব ।
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
kiyo akale thakibo. islam accept korok. islam dhormot manuhor majot vedvab kora nikhedh. morile dhuniyakoi safa koi gaa paa dhuwai matir manuh matit thoi aahibo, janaja ( kobor) diya hobo.
@digantajyotibordoloi5528
@digantajyotibordoloi5528 2 жыл бұрын
আপুনি কোন গাওঁ ৰ বোৱাৰী আপোনালোকৰ ঘৰ কত আপোনা লোকৰ গাওঁ ৰ নাম ঘৰ পৰিচালনা সভাপতি সম্পাদক আঁঠু মূৰত চুৰিয়া পিন্ধা অৰ্ধ শিক্ষা থকা মানুহ চৰকাৰে চোকা দৃষ্টি ৰাখক সকলো অনুদান বন্ধ কৰক তেনেকুৱা trd মানো বৃত্তি পৰিচালনা কৰা নামঘৰত কোনো অনুদানৰ পৰা বঞ্চিত কৰক চৰকাৰে পৰিচালনকাৰ সভাপতি সম্পাদকক কৈফিৎ বিচাৰক
@bkp9774
@bkp9774 Жыл бұрын
কৰবাত গোলমাল হৈছে।
@monujmanoshborah9388
@monujmanoshborah9388 2 жыл бұрын
"এই সমাজখনৰ সকলোকে চৰকাৰী চাকৰিৰ পৰা খেদিব লাগে আৰু সকলোবোৰ চৰকাৰী আঁচনিৰ পৰা এই সকলক বঞ্চিত কৰিব লাগে ।। এনেকুৱা সমাজক একাষৰীয়া কৰিব লাগে ।।"
@SofikulIslam-gn8ec
@SofikulIslam-gn8ec 2 жыл бұрын
Currect koise dada
@kamruptourism4992
@kamruptourism4992 2 жыл бұрын
সঠিক ৰূপত ডাঙি ধৰিল দদৌ কথাষাৰি
@umang47
@umang47 2 жыл бұрын
আমাৰ tribal সমাজ খন কিন্তু ইমান অমানৱীয় নহয় দে। আমাৰ সমাজত সকলো ৱে আহি উঠা বহা কৰিব পাৰে, খোৱা বোৱা কৰিব পাৰে ,তাৰ বাবে কোনোৱে বাচন বৰ্তন ধুই যাব নালাগে, বা খোৱা ঠাই খিনি মচিকাচি যাব নেলাগে, আমাৰ সমাজে সেই কণ আলহী আপায়ান কৰিব যানে দে, মই জনাত সেই কণ সংস্কাৰ আমাৰ tribel সমাজত আছে।
@khagendas8034
@khagendas8034 2 жыл бұрын
Tribel A val khomaj khon bhoriya amar yat dekhisu na Ghy
@jamuguribuari2176
@jamuguribuari2176 2 жыл бұрын
Ummm right
@bantimarabha4458
@bantimarabha4458 2 жыл бұрын
Ami traibal amar gawot aneka nai dei moi Assamese ghorot abar alohi khabole goiselu muk vat khai uthar pasot Thai kheni musebo desel aibur niyom moi beya paw amar anekuwa anekuwa niyom nai morom hen ase love from Sonitpur from Belseri
@KK-tg3dt
@KK-tg3dt 2 жыл бұрын
Ase Boro homaj r majot o ai aghoriya kora ku shanskriti tu ase ....... Not only Boro other tribe r majot o ase junbur oti nindoniyo aru ghrinonio aru omanobiyo.
@mahadevhazarika775
@mahadevhazarika775 2 жыл бұрын
@@bantimarabha4458 সেইবোৰ অসমীয়া নহয় । সেইবোৰ হৈছে মুছলিমক আপোন আৰু আপোনক শত্ৰু জ্ঞান কৰা অৰ্থাৎ মুছলিমৰ চুৱা চেলেকা পুহনীয়া গোলাম, চামচা, দালাল হ'ব । সিহঁতৰ মানসিকতা তেনেকুৱা লেতেৰাই হয় ।
@informativeknowledge4104
@informativeknowledge4104 2 жыл бұрын
গাওঁ খনৰ সভাপতি আৰু সম্পাদক ক অতি সোনকালে arrest কৰক ।
@injamamulhoque1988
@injamamulhoque1988 2 жыл бұрын
Right
@injamamulhoque1988
@injamamulhoque1988 2 жыл бұрын
Acction loak
@tabla_guy_assam1716
@tabla_guy_assam1716 2 жыл бұрын
Ri8
@hemensarma5176
@hemensarma5176 2 жыл бұрын
?
@sidharthatamuli1561
@sidharthatamuli1561 2 жыл бұрын
Anekuwa dicison luwa sob leader kijonk dhoribo lage
@bhupendas3078
@bhupendas3078 2 жыл бұрын
যেতিয়া লৈকে হিন্দু ধৰ্ম/ হিন্দু সমাজ থাকিব তেতিয়া লৈকে ,এইবোৰ জাত পাতৰ নিচ মনোবৃত্তি ভাব ধাৰা বিলাক থাকিব, কাৰণ হিন্দু ধৰ্ম পকৃত অৰ্থ হল বিভিন্ন বিভাজন, অতি গভীৰ ভাৱে অধ্যয়ন নকৰাকৈ/ নকৰিলে বুজি নাপায়, নাপাবও।আপুনি কৈছে ভকত বৈষ্ণৱক মাতিছো নামৰ বাবে, জলপানৰ বাবে, প্ৰকৃততে আপুনি ভুল কৈছে, প্ৰকৃততে আপুনি চুৰ,ডকাইত,ডগবাইছ, মূৰ্খ, বিভেছাৰ গৰু এজাক মাতিছিল,সেই হে আপোনালোকৰ এনে অৱস্থা হল। সচাঁ ভকত বৈষ্ণৱে কোনো মানুহক, কোনো সমাজত বিভেদ অনাৰ ব্যৱস্থা নকৰে।Madam, very constrictive work support & salute,Thanks 🙏.
@mahadevhazarika775
@mahadevhazarika775 2 жыл бұрын
আৰু তেতিয়ালৈকে ১৭ বাৰ অসম আৰু অসমীয়াৰ ওপৰত দলবদ্ধ ধৰ্ষণ, হত্যা, আক্ৰমণ কৰা মোগলৰ বংশধৰ মুছলিমক আপোন আৰু আপোনক শত্ৰু জ্ঞান কৰা জাতিদ্ৰোহী তথা লেতেৰা, জঘণ্য মানসিকতাৰ বদন ৰূপি অসমীয়া বোৰ থাকিব তেতিয়ালৈকে অসমীয়াই এনেকৈ নিজৰ নিজৰ মাজতে খোৱা কামোৰা কৰি মৰি গৈ থাকিব । আৰু নিজৰ নিজৰ মাজত খোৱা কামোৰা কৰি মৰা এই জাতিদ্ৰোহী অসমীয়া বোৰৰ কান্ধত বন্দুক থৈয়েই অসমীয়াৰ মুখা পিন্ধি থকা মোগলৰ বংশধৰ মুছলিম বোৰে মোগলৰ সেই অসম আৰু অসমীয়াৰ ওপৰত ৰাজত্ব কৰাৰ আধৰুৱা সপোনক পুৰা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
@monuranjangogoi6276
@monuranjangogoi6276 2 жыл бұрын
বহুত সুন্দৰ কৈ কথা বোৰ ৰাখিলে ভাল লাগিল.
@assamese2384
@assamese2384 2 жыл бұрын
আইনৰ ওচৰ চাপক।।আইনৰ উৰ্ধত কোনো নহয়।।সংকিৰ্নতাৰ ঠেক পৰিশৰৰ পৰা ওলাই আহি বহল চিন্তা ভাৱনা কৰক।। ৰাজহুৱা জনমত গঢ়াৰ সময় আহি পৰিছে এই বিষয় টোৰ ওপৰত।।
@Mave.16
@Mave.16 2 жыл бұрын
সভাপতি আৰু পেচিদেনক হে এঘৰিয়া কৰক ৰাইজ
@jantihira9223
@jantihira9223 2 жыл бұрын
মুখ্যমন্ত্রী ডাঙৰীয়াক অনুৰোধ অসমৰ যিমান নিজকে বহুত জানো বুলি ভবা সএাধিকাৰ হওক আৰু কীতন ভাগৱত গীতা জনা যিমান ব্যক্তি আছে প্ৰতিযোগিতা মুলক ভাবে সকলোকে মাতক খানাপাৰাত শেষ বাৰৰ বাবে তাতে বহুত ধম আৰু মানব ধমৰ প্ৰতি প্ৰশ্ন কৰা হব ।তেতিয়াহে সমাজ ব্যৱস্থা ঘটি থকা আকোৰগোজ মনত ভাবি থকা হিংসা বোৰ দুৰ হব।
@dhairjyalatadas8101
@dhairjyalatadas8101 2 жыл бұрын
একেবাৰে থিক কথা কৈছে।
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
jukti torko korile hindu dhormo khekh hoi jabo
@lulalu6707
@lulalu6707 Жыл бұрын
🙏 আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনি আপোনাৰ মটে কাম কৰি থাকক 🌹🌹🌹🌹🌹পিছলে নেছাব আগুৱাই জাঊক 💪💪 বীৰসিংহ কনকলতা 💪💪💪
@abdussattarahmed1542
@abdussattarahmed1542 2 жыл бұрын
Right ma'am
@flyingbird131
@flyingbird131 2 жыл бұрын
অসম এনেদৰেই শেষ আৰু এদিন!!এটা কথা সঁচা যে যেতিয়ালৈকে গোড়ামিৰে ভৰপূৰ পুৰণি কেইটামান প্ৰজন্ম একেবাৰে শেষ হৈ নাযায় তেতিয়ালিকে মাইকী মানুহৰ শান্তি নাই!
@pranabjyotiborah7914
@pranabjyotiborah7914 2 жыл бұрын
Hsa kotha kole
@dimbeswarkonwar7659
@dimbeswarkonwar7659 2 жыл бұрын
সেই সকলৰ চিন্তা অতি নিম্ন মানৰ। শিক্ষিত হয়নে নহয় ।।ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো শুনিবলৈ কওক। warriors গোটৰ কাষলৈ যাব পাৰে । আপুনি নিজস্বতা নেৰিব ।
@dipokgogoi202
@dipokgogoi202 2 жыл бұрын
সেই খন সমাজ র সভাপতি সম্পাদক প্র মূখ্য মানুহ বোৰক বলিয়া কুকুৰে কামুৰিছে নেকি? চিকিৎসা কৰিব লাগে। আপুনি পিছ হুহকি নিদিব।
@sriramjairamjaijairam4870
@sriramjairamjaijairam4870 2 жыл бұрын
U are absolutely right mdm I salute u..jai Sri Ram 🙏🙏
@rajbhaktiyari6740
@rajbhaktiyari6740 2 жыл бұрын
সমাজ বুলি নাম লৈ আগত থিয় হোৱা দুজন বা তিনিজন ব্যক্তিৰহে এনেকুৱা problem হয় । গাঁও খনত বাস কৰা বাকী সাধাৰণ ৰাইজে গমেই নাপায় আৰু মানিও লৈ। সেই কেইজনৰ ব্যক্তিগত মানসিকতা যেনেকুৱা তেনেকৈ সমাজখন পৰিচালিত হয়।
@ranjitsaharia1711
@ranjitsaharia1711 2 жыл бұрын
Mrs Bharali apuni pura xuddha. Bhoi nakhabo aami asom basi apunar pakhyat asu
@jeutihazarika9997
@jeutihazarika9997 2 жыл бұрын
এঘৰীয়া ব্যবস্থাটো নাশ হব লাগে ৷ সমাজৰ এই কমদামী চিন্তাবোৰ আতৰ কৰিবৰ হ’ল
@chaitanyahatimuria6881
@chaitanyahatimuria6881 2 жыл бұрын
এই খন সমাজ নহয়।
@bhangamon7907
@bhangamon7907 2 жыл бұрын
SINGLE LIFE IS BEST LIFE🤗
@Miduldutta
@Miduldutta 2 жыл бұрын
সাংবাদিক বোৰ হৈছে কলি যোগৰ সকুনি , মানুহৰ মাজত সুন্দৰ কৈ বিভেদ আৰম্ভ কৰি দিব পাৰে, সচা মিছা নিউজ আপডেট কৰে, আৰু তাৰে আজি এইয়া প্ৰমাণ গাঁৱত ৰাইজে ঠিকেই কৰিছে ,,,
@mondakinigogoi1292
@mondakinigogoi1292 2 жыл бұрын
Speechless ...knkua mnuh eibur
@varakhamybusiness3762
@varakhamybusiness3762 2 жыл бұрын
বাইদেউ আপোনাৰ কথাৰ লগত মই একমত ।সমাজে উচিত বিচাৰ নকৰে ।মই মোৰ নিজৰ লগতে প্ৰমাণ পাইছো ।সেয়েহে আমি নাৰী সকল সাহসী হব লাগিব ।
@santonooacharjyya3422
@santonooacharjyya3422 2 жыл бұрын
NUMGHAROR President/Secretaryr Naam Rajohuwa korok..
@rajibsonowal7599
@rajibsonowal7599 2 жыл бұрын
Yes
@juktikashyap1326
@juktikashyap1326 2 жыл бұрын
I m with you 🙏👏👏👏👏
@themonujvlogs
@themonujvlogs 2 жыл бұрын
🥰
@sshyam1593
@sshyam1593 2 жыл бұрын
ৰাইজে আপোনাৰ সমস্যা টো কেনেকৈ সমাধান দিব। আপোনাৰ ওপৰত নিশ্চয় গাঁওৰ সভাপতি আৰু সম্পাদকৰ শত্ৰুতা মনোভাৱ আছে। গতিকে পলম নকৰি আপুনি এই দুয়ো জনক নিজা বুদ্ধি ৰে এশিকনি দিয়াৰ ব্যৱস্থা লওক।
@pranabjyotisarmah1191
@pranabjyotisarmah1191 2 жыл бұрын
অশিক্ষিত সমাজৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব পাৰি। আপোনাক নহয়, সভ্য সমাজৰ পৰা তেওঁলোক হে আতৰি গৈছে। বেয়া নাপাব, তেওঁলোকক ক্ষমা কৰি দিয়ক। তেনেকুৱা এখন সমাজত মানুহতো বাদেই দিয়ক ইতৰ প্ৰানীও নাথাকে। আপোনিহে সেই মানুহ খিনিক ত্যাগ কৰক। মূৰ্খৰ লগত বাস কৰাটোও এটা পাপ।
@manabendrarray2048
@manabendrarray2048 2 жыл бұрын
গাঁৱৰ, মুখিয়াল, জন, শিক্ষাৰ,পোহৰ, পোৱা, নাই, নেকি
@BidyutHandique-nia448TP5
@BidyutHandique-nia448TP5 2 жыл бұрын
নকওঁ লাজ লগা হ'ল ইয়াতকৈ ভাল চীন দেশত জন্ম লোৱা হলে ভাল আছিল।।
@jyotiprakashdas8973
@jyotiprakashdas8973 2 жыл бұрын
আৰু চলি থাকিব এইবোৰ।। যেতিয়ালৈকে ধৰ্ম, ঈশ্বৰ, সমাজ,‌ জাতি, ভাষা,‌ সংস্কৃতি আদিবোৰ ভ্ৰমত মানুহ জীয়াই থাকিব, এইবোৰ চলিয়েই থাকিব।
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
islam dhormot vedvab kora nikhedh aase. islam dhormoi manobota khikai. islam dhormo bissor manob jatir babe hoi. islam accept korok aaru nijoke khurokhito rakhok.
@jyotiprakashdas8973
@jyotiprakashdas8973 2 жыл бұрын
@@abbaskhanassam7398 I am a cosmopolitan person. কোনো ধৰ্ম জাতি আদিবোৰ এৰি কেৱল মানুহ হৈ থকাত হে মোৰ বিশ্বাস।।
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
@@jyotiprakashdas8973 islam dhormoi manuhok jiyai thokar rasta dekhuwai dise. ex: manuh morile matir manuh matit thoi aahibi lage . janaja(kobor) dibo lage. guta manuh jolabo beya nalage niki. jodi aapuni dhormo namane tente aapuni nijor manuhor mora khotu ki koribo ?manobota obihone prokito manuh hobo nuware.
@jyotiprakashdas8973
@jyotiprakashdas8973 2 жыл бұрын
@@abbaskhanassam7398 সেইটো মোৰ সাংবিধানিক অধিকাৰ, মই শ টো চিকিৎসা সেৱাৰ অধ্যয়নৰ বাবে দান ও দিব পাৰোঁ। প্ৰকৃতি আৰু জীৱৰ সেৱাৰ বাবে ধাৰ্মিক এ যে হ'ব লাগিব, সেইটো জৰুৰী নহয়।
@abbaskhanassam7398
@abbaskhanassam7398 2 жыл бұрын
@@jyotiprakashdas8973 matro aapunar kotha sinta korile nijor poriyalor kotha sinta kora nai kiyo ? manuhe manuhor babe jodihe okonu nevabe vabibo kuneu kuwa. khoitto, khuddho ,val aaru khohoj - khorol poth obolombon koribo lage.
@ringkhangbasumatary4906
@ringkhangbasumatary4906 Жыл бұрын
Right mam.
@dulumoniborah7043
@dulumoniborah7043 2 жыл бұрын
Right
@papuboro6360
@papuboro6360 2 жыл бұрын
জুবিনদাই এনেই কোৱা নাছিল বামুন সকলক মাৰিব লাগে বুলি।
@nibirsarmah9690
@nibirsarmah9690 2 жыл бұрын
হয় নেকি? ?কোনে কাক এঘৰীয়া কৰিছে বাতৰি টো ভালকে বুজি কব
@papuboro6360
@papuboro6360 2 жыл бұрын
@@nibirsarmah9690 ঠিক আছে শৰ্মা ডাঙৰীয়া।
@boyassam484
@boyassam484 2 жыл бұрын
Good news
@dinabodo5771
@dinabodo5771 2 жыл бұрын
জাতি ধৰ্ম বৰ্ণ যদি আছে আমাৰ হিন্দু ধৰ্মৰ মাজতে আছে
@deepjyotygogoi8456
@deepjyotygogoi8456 2 жыл бұрын
Good
@richiindwarindwar1437
@richiindwarindwar1437 2 жыл бұрын
You are right.....sister...
@dineshgogoi585
@dineshgogoi585 2 жыл бұрын
Right baideo
@birennath8618
@birennath8618 2 жыл бұрын
ভূপেন হাজৰিকাৰ গীত কিছুমান মনলে আনিবা। দেখিবা অকলেও এশ হৈ জীয়াই থাকিব পাৰিবা।
@batulidorjee1773
@batulidorjee1773 2 жыл бұрын
👍👍👍
@riseswarpayeng5737
@riseswarpayeng5737 2 жыл бұрын
Good comment
@jitupondas15
@jitupondas15 2 жыл бұрын
এইবোৰ সমাজ তেনেকুৱা ই । আপুনি চিন্তা নকৰিব
@phunudas9452
@phunudas9452 2 жыл бұрын
সমাজৰ উৰ্দ্ধত আইন আছে।আপুনি আইনৰ সহায় লওঁক।এনেকুৱা এঘৰীয়া শব্দ বোৰ যাৰ পক্ষত যায় তেওঁ হে অনুভৱ কৰিব পাৰে আপুনি কোনো মোতেই দোষী হব নোৱাৰে আমি 75 বৰ্ষ পালন এনেইয়ে কৰিলোঁ নে??
@sagarboruah2484
@sagarboruah2484 2 жыл бұрын
Right mam 👍👍👍
@dhankalita3167
@dhankalita3167 2 жыл бұрын
কি কম ভাষা নাই বিচাৰি পোৱা মোৰ ঘৰটো জাত পাত বিচাৰ কৰি সমাজৰ ভয়ত মোৰ ভাল পোৱা জনৰ লগত মোক বিয়া দিব নোখোজে সমাজৰ কেইজন মান মানুহৰ বাবে আজি এই জাত পাত বিচাৰি আছে পৃথিৱী খন কিমান সলনি হল কিন্তু এই মানুহ বোৰৰ চিন্তা ধাৰা সলনি নাই হোৱা মুখ্য মন্ত্ৰী মামা আপুনি কিবা এটা কৰক কিমান আৰু এইবোৰ চাই থাকিম আপুনি ইচ্ছা কৰিলে এইবোৰ নোহোৱা কৰি দিব পাৰিব আপুনি ডাঙৰ মানুহ পাৰিলে মোৰ এই ইচ্ছা খিনি পূৰণ কৰাত সহায় কৰিব অনুৰোধ কৰিছোঁ আপোনাক
@susildas2765
@susildas2765 2 жыл бұрын
Good ✊✊✊✊✊
@ridipchandradatta3857
@ridipchandradatta3857 2 жыл бұрын
Baibeu tension nolobo..best of luck
@ranjitbaruah9642
@ranjitbaruah9642 2 жыл бұрын
Apunar kotha khini huni bhal lagil
@mridulkumarrabha892
@mridulkumarrabha892 2 жыл бұрын
Thank you
@SofikulIslam-gn8ec
@SofikulIslam-gn8ec 2 жыл бұрын
Case to akhborr আগতে প্ৰশাসনে যেন উচিত ব্যৱস্থা লৈ আখ্যা কৰিছোঁ and heytu gaor sob chakori suspend kiribo lage aru চৰকাৰৰ সব আঁচনি বন্ধ kori dibo lage
@mintuchetia4995
@mintuchetia4995 2 жыл бұрын
😎 🙃 jai ho
@shohelalmamunkhan616
@shohelalmamunkhan616 2 жыл бұрын
we are with u
@bella10794
@bella10794 2 жыл бұрын
I have so much respect for you. A WOMEN IS ONE OF THE POWERFUL SPIRIT ON THIS EARTH. ...assamese r nam ot kolonko...heibur ... seriously kiman corruption, jobless problem ase ae world t...and manuh r time ase fb post sai agoria kora. People use smart phones but have no brain ...no one has the right to consider agoria ....what a foolish act ...I can't believe people consider now a days in this 21st society
@mibeautysalon7307
@mibeautysalon7307 2 жыл бұрын
Good mem .apunar 2 right
@girinbora7820
@girinbora7820 2 жыл бұрын
Ghatia leader of the villages should arrest immediately otherwise they will ruins our Hindu community.
@munuboruah4609
@munuboruah4609 Жыл бұрын
আজিকালি মানুহৰ মন মগজুৰ বৃকিতি ঘটিছে বাইদেউ আপোনাৰ ভুল নাই
@prangogoi3470
@prangogoi3470 2 жыл бұрын
1goraki spostotabadi nari aigoraki.eman dhuniya kotha koise.proud of you baidew
@videoassamese.123
@videoassamese.123 2 жыл бұрын
চৰকাৰী শিক্ষা ব্যবস্থাৰ স্খলন😢? দায়ী কোন চৰকাৰ? শিক্ষক? অভিভাৱক? সমাজ?kzbin.info/www/bejne/baenpmRpmJqqf5I
@sewalimohonnath4882
@sewalimohonnath4882 2 жыл бұрын
সমাজ ব্যৱস্থাৰ
@julimedhi211
@julimedhi211 2 жыл бұрын
Apunar kothat moi ak mot baideu .mur logotu same ghotona gotise .
@kamalraz4954
@kamalraz4954 Жыл бұрын
Ashok rajbongsji I a with you sister
@minutpal3025
@minutpal3025 2 жыл бұрын
Modi : One nation one Religion Me : One Nation with thousands of Religion thts India
@achyutmecanicel9804
@achyutmecanicel9804 2 жыл бұрын
সেইকাৰনে অসমীয়াৰ উন্নতি নায়, মাৰিকি মানুহ ৰাষ্ট্ৰপতি হল , কিছুমান অসমীয়া বোৰবকেই হৈ থাকিলে ,মামায় অকলে আৰু কিমান কৰিব ,আমি যদি বুৰবকেই কৰিথাকো
@junalidas7099
@junalidas7099 2 жыл бұрын
হয় বাইদেউ,কোনো কাৰণ নোহোৱাকৈ ম ই এঘৰীয়া হলো ।
@ratulbarman5821
@ratulbarman5821 2 жыл бұрын
তেনে সমাজত নথকাতোৱে ভাল
@engtalks-2261
@engtalks-2261 2 жыл бұрын
নিজে উচ্ছ জাতি বনাইছেনে ভগৱানে বনালে ৷ পৃথিৱীত মানৱ জাতি সৃষ্টি হোৱাৰ পৰা জাতি বিভাজন কেতিয়া হ'ল কোনে কৰিলে কোনোবা জানে যদি Reply কৰিব ৷ উচ্ছ জাতি বুলি ভৱা লোকে দ্ৰৌপদী মুৰমুক ভাৰতৰ পৰা এগৰীয়া কৰা এনে সাধাৰণ জনতাৰ ওপৰত নবাৰিবা ৷
@GitarthaGogoi_Original
@GitarthaGogoi_Original 2 жыл бұрын
কোন গাওঁ অ' এইখন
@missbeisydoroo8257
@missbeisydoroo8257 2 жыл бұрын
. পৰিবৰ্তন চৰকাৰৰ পৰিবৰ্তন সমাজ
@Fffygg56
@Fffygg56 Жыл бұрын
এই বিলাক কথাৰ বাবেই আন ধৰ্মৰ যুৱতী হিন্দু ধৰ্মৰ যুৱকৰ লগত বিয়া হবলৈ ইচ্ছা নকৰে, বিপৰীতে হিন্দু ধৰ্মৰ ছোৱালী ইছলাম ধৰ্মৰ যুৱকৰ লগত বিয়া হোৱা দেখা পোৱা যায় যাক চকু সৰহা সকলে লাভ জেহাদ বুলি গণ্য কৰে।
@divasranjandas735
@divasranjandas735 2 жыл бұрын
যিখন সমাজে ঐইবোৰ কাম কৰে সেইবোৰ সমাজক চৰকাৰৰ ফালৰ পৰা এঘৰীয়া কৰিব লাগে, কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা এটাও সুবিধা দিব নালাগে। তেতিয়া এঘৰীয়া কৰা মজা ওলাই যাব সিহঁতৰ।
@girinbora7820
@girinbora7820 2 жыл бұрын
This types of ghatia Assamese society will ruins our Hindu community and desh druhi groups will happy . We support to your family,your family should fear.
@MadhabMajuli
@MadhabMajuli 2 жыл бұрын
অসমৰ অসমীয়া হিচাপে ঘৃণহে লাগে? আজি কালি কিছুমান পাখন্দ পন্থাৰ আধাৰত অসমীয়া সমাজখন কালক্ৰমে ধ্বংস দিশত আগবাঢ়িছে। তোমাৰ ভুল সেই ফেচবুক পৃষ্ঠাৰ নহয়। তোমাৰ ভুল বেলেগ? তোমি ভৰালী আৰু তোমাৰ স্বামী কলিতা, আগতে সুবিধা পোৱা নাছিল এতিয়া সুবিধা পালে। আজিৰ দিনটোত কাৰোবাৰ চৰ খোৱা নহয় উলটি দুটা মৰাৰা।। 😡😡 আমাৰ সমৰ্থন তোমাৰ কাষলৈ 😳
@mahadevhazarika775
@mahadevhazarika775 2 жыл бұрын
নিজৰ নিজৰ মাজত খোৱা কামোৰা কৰা মৰা বোৰ প্ৰকৃত অসমীয়া নহয় । সিহঁত হৈছে মুছলিমক আপোন আৰু আপোনক শত্ৰু জ্ঞান কৰা জাতিদ্ৰোহী বদনৰ অসম আৰু অসমীয়া বিৰোধি লেতেৰা তেজেৰে লুতুৰি পুতুৰি হৈ থকা বিষাক্ত বিজানু ।
@rumasonowal6613
@rumasonowal6613 Жыл бұрын
Akdom hosa kole,..jat Pat bondho koribo lage
@guneswarborah2787
@guneswarborah2787 2 жыл бұрын
Samajar president aru secretaryk arrest kri bihit babasthya lob lage
@kulendrabora58
@kulendrabora58 2 жыл бұрын
হিন্দুত্ববাদী জিন্দাবাদ । RSS জিন্দাবাদ । বিজেপি জিন্দাবাদ । পদুম ফুলৰ ছবিত ভোট দিয়ক ।
@kondas8618
@kondas8618 2 жыл бұрын
আমাৰ অসমৰ কেইজনমানে নিজকে ভকত বুলি পিঠিবিৰ ভিতৰতেই চেষ্ট্ৰ বুলি ভাবে
@binitakakati637
@binitakakati637 2 жыл бұрын
সিহঁত কেইটাৰ ওচৰত হাৰ নামানিব। এনেকুৱা আৰু সমাজ আছে।
@jhonmonidasdas9822
@jhonmonidasdas9822 2 жыл бұрын
বাদ দিয়া হে এনেকুৱা সমাজ ।
@kishorhaloi5563
@kishorhaloi5563 Жыл бұрын
দুখৰ বিষয় আজিকালি এইবোৰ বেছি হৈছে
@sujugwrabasumatary6556
@sujugwrabasumatary6556 2 жыл бұрын
This the common concept of hinduism
@stranger5780
@stranger5780 2 жыл бұрын
মানৱতা ভাল কথা কিন্তু মানৱতাৰ নামত গেদা মিঞা বোৰৰ প্ৰতি মৰম স্নেহ দেখুৱাই লাভ নাই কাৰণ সিহঁতৰ ধৰ্মত তালাক আৰু তালাকৰ পিছত হালাল মানে আন তিনিটা মানুহৰ লগত বিয়া হৈ Sex কৰিব লাগিব 😂 সেইয়া হ'ল হালাল ! দুদিনৰ আগত এজনী মিঞানী কলেজৰ প্ৰফেচাৰে কৈছিল মিঞা বোৰে হেনো আন ধৰ্মৰ নাৰীক বলাৎকাৰ কৰিব পাৰে সেইটো কোনো পাপ বা বেয়া কথা নহয় ! সেইয়া হৈছে সিহঁতৰ চিন্তা ধাৰা ! গতিকে মানৱতা দেখুৱাই সেই পাপী আৰু দানৱ বোৰক সেৱা কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাৱো !
@horenhimansu2843
@horenhimansu2843 2 жыл бұрын
😳
@babuaasam8657
@babuaasam8657 2 жыл бұрын
Manuh hodai manuh hobo lge Amar Assam t hokolu akhomya Jat buli vobatu vul nohoi kintu Jat jie nohok kintu manuh hoi so amak jatr karone aibur huatu vul hoise baideu apunar lgt asu ami
@jimiborah1171
@jimiborah1171 2 жыл бұрын
Enekua homaj noholeu solibo pari...emn thek sintar homaj noholeu hoi..
@bhupenthakuria4508
@bhupenthakuria4508 2 жыл бұрын
এইবোৰ এৰিব হল | এইবোৰৰ পৰা উঠি অহা লৰা ছোৱালীয়ে কি শিকিব
@broda-man1426
@broda-man1426 Жыл бұрын
😮
@dumahusoroniya6691
@dumahusoroniya6691 2 жыл бұрын
Baya loga kotha
@jenelinsangma2784
@jenelinsangma2784 2 жыл бұрын
পৰিৱৰ্তন সমাজ ব্যৱস্থাৰ
@durgeswarphukan8498
@durgeswarphukan8498 2 жыл бұрын
হীনমনৰ লোকে প্ৰকৃত শুদ্ধতা কি বজি নাপায়
@surajgogoiofficial5446
@surajgogoiofficial5446 2 жыл бұрын
আচলতে মানুহ বোৰৰ হৈছে কি অকল এঘৰীয়া এঘৰীয়া🙄
@nirumonideka5020
@nirumonideka5020 2 жыл бұрын
কি হৱ এইখন সমাজৰ নিয়মবোৰ
@kanikadas8245
@kanikadas8245 2 жыл бұрын
👋
@lakhyajitmout5531
@lakhyajitmout5531 2 жыл бұрын
এটা সাধৰন কথাৰ কাৰণে এঘৰীয়া কৰা কৰানটো বুজি নাপালো
@Saikia2020
@Saikia2020 2 жыл бұрын
এই এঘৰীয়া কৰাৰ মূলত কিছু গাওঁৰ কুকুৰে কামোৰা সভাপতি, চেক্ৰেটেৰী
@rupendrapegu
@rupendrapegu 2 жыл бұрын
uncivilized society . moi gheen korisu ei society tuk.
@riturajborah8841
@riturajborah8841 2 жыл бұрын
Axomiya xomajor prothistar ek matro guritae hoise aamar Guru Sree Sree Srimanto Sankar Dev aaru ei eghoriya kora niyom tu aahil kor pra..Tekhete jodi aamar majot eitu sanskar aanaa nasil tentaae aamaar namghoror president secretary kun eibur xodha modha protha aarambo kora..bapa..BJP sorkor etiya..sob manuh xoman..anedhoronor dhurondho kitak ni thanat gurula gurul piton dilae bhal lgibo sai
@ck-tu3qg
@ck-tu3qg 2 жыл бұрын
Dorma jaat paat ki kotha. Upper assam lower assam buliu juji thake dekhun
@ratultaro6391
@ratultaro6391 2 жыл бұрын
আমাৰ কাৰ্বি সকলে মুচলমান আৰু খ্ৰীষ্টান ধৰ্মৰ বাহিৰে আমাৰ অসমৰ যিমান হিন্দু সম্প্ৰদায়ৰ লোক আছে সকলোকে একে চকুৰে চাই । আমাৰ সমাজত কোচ সম্প্ৰদায়ৰ ছোৱালী ও বিয়া হৈ আহিছে আৰু আমি কোনো যাত পাত বিচাৰ কৰা নাই ।
@DreamInstaModel
@DreamInstaModel 2 жыл бұрын
Musalmaan aru Christian manuhok ki sakure sai?
@DreamInstaModel
@DreamInstaModel 2 жыл бұрын
Hindu dharmat aponi shudra hoi
@dhanmanitalukdar1991
@dhanmanitalukdar1991 2 жыл бұрын
Aponar mon to bivedkami... Apuni christian aru musalman khokolok ki sakure sai??
@keyore8915
@keyore8915 2 жыл бұрын
@@DreamInstaModel karbi tribal hoi.sudra nhoi
@DreamInstaModel
@DreamInstaModel 2 жыл бұрын
@@keyore8915 Tribal ST hoi, muthate talor jati hoi
@pranjitbora2171
@pranjitbora2171 2 жыл бұрын
হা হা কি হৈছে ..অ কি হৈছে বোলো....কি শুনিছো এইবিলাক হা: আপোনালকৰ জিভা খুজুৱাইছে বোলে, হা,হয়নে কথাতো...অ কি বুলি ভাৱিছে ও আপোনালোকে নিজকে...হাঁ, নিজকে বেলেগৰ তুলনাত বহুত ওপৰৰ মাল বুলি ভাবে নেকি, যদি ভাৱে কি যে ডাঙৰ ভুল কৰিলে নহয় আপোনালোকে.....
@kaushik-g516
@kaushik-g516 2 жыл бұрын
Bad diyok he enekua xomaj....
АЗАРТНИК 4 |СЕЗОН 3 Серия
30:50
Inter Production
Рет қаралды 933 М.
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
POV: Your kids ask to play the claw machine
00:20
Hungry FAM
Рет қаралды 16 МЛН
driverless taxi China with Lulu
14:38
Niranjan China
Рет қаралды 1,2 МЛН
Shahrukh Khan romantic dance with Madhuri Dixit in award show
6:26
देवेश भैया जी
Рет қаралды 964 М.
Best ever court scene 😍! Khichdi movie comedy scene! court room comedy
11:43
АЗАРТНИК 4 |СЕЗОН 3 Серия
30:50
Inter Production
Рет қаралды 933 М.