মহানগৰীৰ হোটেলৰ আভিজাত্য বাদ দিয়াৰ আহ্বান গৌৰৱ গগৈৰ

  Рет қаралды 16,883

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ মহানগৰীৰ হোটেলৰ আভিজাত্য বাদ দিয়াৰ আহ্বান গৌৰৱ গগৈৰ
▶️ ৰাস্তাৰ দাঁতিৰ চাহ দোকানলৈ কিয় যাব বিচাৰিছে গৌৰৱে?
▶️ বিহালীৰ ধাবা নে তৃণমূল পৰ্যায়লৈ যোৱাৰ ইংগিত?

Пікірлер: 18
@AlauddinAhmed-wv7wm
@AlauddinAhmed-wv7wm 4 күн бұрын
অখিল গগৈ ডাঙৰীয়া আপুনিও ইমান আক্ৰমনাতমক হৈ থাকি গোটেই পৰিবেশটোকেই বিনষ্ট কৰাতকৈ পাৰে যদি অকল গগৈলৈ ৰূপান্তৰ হৈ যাওক ।কিয়নো আপুনি সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মূখত বৰকৈ চিঞৰ বাসৰ কৰি থাকে ,তাতকৈ অকলে নিৰ্বাচন নেখেলে কিয় ?
@ruhitdihingia8210
@ruhitdihingia8210 3 күн бұрын
অখিল গগৈতকৈ ডাঙৰ নেতা অসমত বিচাৰিলেও যে নাপাব , তেনে ধৰণৰ আচৰণবাদৰ স্হিতি এটা লৈ অহঙ্কাৰী ভাৱমূৰ্তি ধাৰাবাহিক ভাবে প্ৰদৰ্শন কৰি আহিছে। মাজতে কিছুদিন এনে আচৰণ স্থগিত কৰি ৰাখি আজি ফলাফলৰ আউজনি লৈ আৰম্ভ কৰিছে। উদাহৰণ স্বৰূপে:- ইতিমধ্যে মূখ্যমন্ত্ৰীক বহুদিনৰ পৰা সীমা নৰখাকৈ শব্দৰ শেল অপত্যাশিত ভাবে মৰা ৰাইজে লক্ষ বা পতক্ষ কৰি আহিছে। সমালোচনা কৰিবলৈ গৈ সমালোচনাৰ ভাষা বিছাৰি নাপাই শালিনতাৰ চিন মুকাম নাইকিয়া কৰা দেখি আহিছে ৰাইজে। গৌৰৱ গগৈকো তেনে ব্যৱহাৰ ধাৰাবাহিক ভাবে কৰি , প্ৰকাৰান্তে তেওঁ যিহেতু ডাঙৰ নেতা , সেয়েহে অন্যক লঘু বনাই , ডাঙৰ সপোনৰ পথেৰে খোজ দিব পৰা বিধৰ নেতা। তাত আমাৰ শুভেচ্ছা থাকিব। ভাৰতৰ জনগণৰ মাজত আদৰৰ পাত্ৰ হ'ব পৰা ব্যক্তিত্ব ( personality) আৰু স্হিতি ( status) ৰ অধিকাৰী নেতাক প্ৰত্যাহাৰ কৰিব লগীয়া শব্দ প্ৰয়োগ কৰি নিজৰ হিতাহিত হেৰুৱা লক্ষণ নে তুলনামুলক শ্ৰেষ্ঠতা ( Supeority) প্ৰদৰ্শন ??? শ্ৰেষ্ঠতা নহ'বলৈ আমি কেতিয়াও নকও, কৈছোঁ ভাষাৰ, সংজ্ঞাৰ সঠিক ব্যৱহাৰ ।তাক বৰ্জন হ'ব নোৱাৰিব। ডাঙৰ সপোনতো আমাৰ শুভেচ্ছা আছে। মেট্ৰিক উত্তীৰ্ণ হৈ লওক, গ্ৰেজুৱেট হৈ লওক, পষ্ট গ্ৰেজুৱেটো হৈ লওক ৰাজনৈতিক বিদ্যালয়, ৰাজনৈতিক মহাবিদ্যালয়, ৰাজনৈতিক বিশ্ববিদ্যালয়ৰ পৰা। আমাৰ শুভেচ্ছা সদায় আছে আৰু সদায় থাকিব। সেইদৰে সদায় আমাৰ দৃষ্টিও থাকিব। ‌বঙহৰ ওপৰত শেল মৰা - মৰি এতিয়াৰ দৰে যাতে ছলি নাথাকে। তেওঁ সকলো দেখে, নিজৰ সংশোধনী খিনিও দেখাটো বিচাৰো। তেতিয়া আমাৰ অপ্ৰিয় ভিডিঅ' বোৰ সাছি ৰাখি কি লাভ??? দলিয়াই দিয়া হ'ব। অসমত আৰু কোনো দ্বিতীয় ব্যক্তিয়ে আপোনাৰ আচৰণবাদৰ ওপৰত থিয় হোৱা নাই, কেৱল আপুনি ৰাছিয়াৰ আচৰণ আমদানি কৰি গৌৰৱ গগৈক ইউক্ৰেইন আক্ৰমণৰ দৰে বঙহ হিচাপে পাহৰি, যি আক্ৰমণ অব্যাহত ৰাখিবলৈ যত্ন কৰিছে ৰাইজে ভাল পাইছে বুলি ভাবে নে??? ৰাজ্য খনৰ ভবিষ্যত অন্তত: আমি ভাল বুলি নাভাবো। এনে কৰিলে ভাল কোনে কৰিব??? নতুন চৰকাৰ যাৰে নহওক, Starting Problem হ'বই। ইঞ্জিনৰ Start কৰিবলৈ বহুত মস্কিল হ'ব। আক্ৰমণ এৰক। নে বিজেপিৰ হৈ কাম কৰি মন্ত্ৰী হ'ব বিছাৰে??? কত মন্ত্ৰী দিব??? গাটো ল'ৰাবলৈও Space হেৰাব।
@utpalkrgogoi7430
@utpalkrgogoi7430 4 күн бұрын
Mr G Gogoi,,, আপুনি অখিল গগৈৰ যোৰ নাপায় কিন্তু
@gautomgogoi699
@gautomgogoi699 3 күн бұрын
Right
@Nyapar424
@Nyapar424 3 күн бұрын
My leader gourav gogoi ❤
@Mairampanging
@Mairampanging 4 күн бұрын
Congratulations✌
@Straightfromassam
@Straightfromassam 3 күн бұрын
Apuni Garov da Itali jok tea khaboloi tar tea besi mitha
@ShishuramPayeng
@ShishuramPayeng 3 күн бұрын
গৌৰৱ অহংকাৰী
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 4 күн бұрын
আচল কথা এইটোৱেই যে ২০২৬ নিৰ্বাচনত কোনো দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰে ।
@simantasaikia4369
@simantasaikia4369 4 күн бұрын
Sarthopor congress aru tat koi sarthopor gourav gogoi.
@jaiaiiaxom
@jaiaiiaxom 3 күн бұрын
মতা মাইকী মাছৰ মস্তিষ্কৰ বিকৃতী ঘটিছে
@bhaskarborah4254
@bhaskarborah4254 4 күн бұрын
একো কাম নাই যেন লাগে
@jnanendrasingha8398
@jnanendrasingha8398 3 күн бұрын
ইমান সহজ চাহ খুৱালেই সকলো সমাধান হ'ব । চাহ খাবলৈ পালেই অখিল গগৈ ঠাণ্ডা হৈ যাব । অখিল গগৈ এজন ভোদা মানুহ হয় বুলি ভাবিছে ।
@bibhadas5050
@bibhadas5050 4 күн бұрын
Fail কাৰ বাবে ।
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe 4 күн бұрын
Cam nai congess
@allinone5950
@allinone5950 4 күн бұрын
Tothapio Akhil gogoir laj nai. Congress r selekiboloi asha pali ase....😂😂😂😂😂😂😂
Do you love Blackpink?🖤🩷
00:23
Karina
Рет қаралды 20 МЛН
Noodles Eating Challenge, So Magical! So Much Fun#Funnyfamily #Partygames #Funny
00:33