জীয়াই থাকোতেই উপযুক্ত সন্মান দিয়ক বিপুল চেতিয়া ফুকনক!

  Рет қаралды 95,666

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 264
@amu536
@amu536 3 жыл бұрын
প্ৰকৃত অসমীয়া। বিহু মানেই বিপুল চেতিয়া ফুকন।যাৰ গান চোৰ কৰিও কিছুমান পপোলাৰ হৈছে।যি আজি উপেক্ষিত। আপোনাৰ প্ৰচেষ্টাক অন্তৰৰ পৰা ধন্যবাদ অনুপমদা। মূখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশাবাদী
@gitikakalita1751
@gitikakalita1751 2 жыл бұрын
Shosay akhabadi .jate tekhetok kiba eta Kori diye.
@rajenbora562
@rajenbora562 3 жыл бұрын
বিত্ত মন্ত্ৰী মহোদয়া, অতি সোনকালে বৰেণ্য শিল্পী বিপুল দাক পেঞ্চন দিয়ে যেন ।অসমবাসীয়ে অতি আশাৰে বাট চাই আছে ।
@rajibdas8358
@rajibdas8358 3 жыл бұрын
বহুত দুখ পালো কথাখিনি গম পাই। লগতে লাজ লাগিল যে এনেকুৱা এজন শিল্পীক আমি সন্মান দিব নোৱাৰিলো। মদনো কোনজন শিল্পীয়ে নাখায়??? চৰকাৰে অতি সোনকালেই আৰ্থিক সাহায্য এটাৰ ব্যৱস্থা কৰি দিব লাগে। 🙏🙏🙏
@prafulladas6597
@prafulladas6597 3 жыл бұрын
হয় দিয়ক বৰমুৰীয়া সকলে কাক কি দিব সেইটো যদি জানিলে হয় । আৰু আজি কালি অনুষ্ঠান বিলাকত টকা থকা মানুহৰ হে আদৰ সন্মান ।
@hiracharingia1601
@hiracharingia1601 3 жыл бұрын
Amr ghrr usrte hoi.. Tekhetr gan bahute gaise o
@rjbaruah751
@rjbaruah751 3 жыл бұрын
অনুপম চক্ৰৱৰ্তী এ বহুত ভাল কাম কৰি আছে কিছুদিনৰ পৰা । ভাল লাগিল
@ভৈৰৱশইকীয়া-প৮ধ
@ভৈৰৱশইকীয়া-প৮ধ 3 жыл бұрын
প্ৰকৃত অসমীয়া । মাটিৰ মানুহ ❤️
@krishnagogoi1657
@krishnagogoi1657 3 жыл бұрын
চৰকাৰে অতি সোণকালে শিল্পী পেঞ্চন বিপুল ছেতিয়া ফুকন দেৱক দিব বুলি আশা কৰিলো |
@assamshoter5726
@assamshoter5726 3 жыл бұрын
এওঁলোক হে প্ৰকৃত অসমীয়া গায়ক , অনুৰোধ যে তেখেতে প্ৰকৃত সন্মানখিনী চৰকাৰে অৰ্পন কৰে 🙏🙏🙏🙏
@gitikakalita1751
@gitikakalita1751 2 жыл бұрын
Write
@prafulladas6597
@prafulladas6597 3 жыл бұрын
সঁচাই বহুত দুখ লাগিল আমাৰ বৰ মুৰিয়া সকলে কাক কি দিব লাগে তাক বাছনি কৰিব পাৰিলেহেতেন আজি এনেকৈ তেওঁ কান্দিব লগা নহলেহেতেন আৰু আজি কালি অনুষ্ঠান বিলাকত ও বেছি ভাগ টকা পইচা থকা মানুহ খিনিক হে আগস্থান দিয়ে ধনী শিল্পী খিনিক মৰ্যাদা দিয়ে । এনেবোৰ শিল্পীক যদি আমি আগতেই আগবঢ়াই নিব পাৰিলোঁ হয় আজি অসমে বেছি এওঁলোকে দিয়া মূল্যবান বস্তু পালোঁ হয়।
@bubulboruah1123
@bubulboruah1123 3 жыл бұрын
বহুত ভাল ৰচনাৰে বিপুলদাই বিহু গীট গাই শুনোৱালে। চৰকাৰে তেখেতক অলপ সহায় কৰিব বুলি আশা কৰিলো। অনুপম দাদালৈ ধন্যবাদ জনালো💐💐
@gulukgogoi8679
@gulukgogoi8679 3 жыл бұрын
বিপুল চেতিয়া ফুকন দেৱে আজি লৈকে শিল্পী পেঞ্চন পোৱা নাই কথা ষাৰ শুনি মনত বৰ দুখ লাগিল ।এনে এগৰাকী লোক শিল্পীক চৰকাৰে আজি কোপতি সৃকৃতি নিদিয়াতো অসমীয়া জাতি ৰ বাবে বৰ লজ্জানত বিষয় ।
@champagogoi7435
@champagogoi7435 3 жыл бұрын
গাঁৱৰ দুখীয়া মানুহৰ মাজত হে প্ৰতিভাথাকে বিপুল দাক সন্মান প্ৰদান কৰে যেন ❤️
@nripensarma6681
@nripensarma6681 3 жыл бұрын
অকল চৰকাৰক আশাকৰি থকাতকৈ লতাশিল আৰু বেলতলা বিহু কমিটীৰ দৰে ডাঙৰ কমিটীবোৰে ব্যবষ্ঠা লব পাৰে।
@kukilgogoi7155
@kukilgogoi7155 3 жыл бұрын
প্ৰকৃত জনক সন্মান দিব নোৱাৰে, কিছুমানে কিবা এটা মাথোঁ কৰি দেখালেই হাজাৰ টা সন্মান দিয়ে,যিবোৰ ইমান গুৰুত্বপূৰ্ণ নহয়।।
@AJ-nd3kf
@AJ-nd3kf 3 жыл бұрын
বহুত বহুত ধৈন্যবাদ অনুপম দা লৈ, অসমৰ চুকে কোনে গৈ এনেকুৱা প্রতিভা, কিছুমান আমাৰ প্ৰজন্মই নজনা কথা জনোৱাৰ বাবে।
@nayanjyotibaishya8483
@nayanjyotibaishya8483 3 жыл бұрын
মুখ্যমন্ত্রী মন্ত্রী মহোদয়ক অনুৰোধ কৰিছো মানুহ জনক অলপ সহায় তথা সন্মান দিয়ক। বিপুল দা প্রণাম জনাইছো লগতে অনুপম দাক বিশেষ ভাবে ধন্যবাদ জনাইছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@utpalkathar6722
@utpalkathar6722 8 күн бұрын
অতুল দা আপোনাক ধন্যবাদ জনাইছোঁ , পেঞ্চনৰ উপযুক্ত আমাৰ হিয়াৰ আমঠু এইজন কণ্ঠ শিল্পী চৰকাৰলৈ অনুৰোধ ব্যৱস্থা গ্ৰহণ কৰক জয় আই অসম ।
@dipanjalgogoi8389
@dipanjalgogoi8389 3 жыл бұрын
অসমীয়াই অসমীয়াক সন্মান দিবলে শিকক ।
@reemakakati5695
@reemakakati5695 3 жыл бұрын
লেবেল দিবলৈ নোৱাৰে প্ৰকৃত খাটি অসমীয়া শিল্পী গৰাকীয়ে । গতিকে তেখেতক সন্মান আৰু উপযুক্ত মৰ্যদা দিয়া হোৱা নাই ।
@chitralekhagogoi3256
@chitralekhagogoi3256 2 жыл бұрын
বিপুল চেতিয়া ফুকন এজন সহজ সৰল চহা শিল্পী । অসমীয়া সংস্কৃতিলৈ ইমান অৱদান থকাৰ পিছতো চৰকাৰে তেওঁক শিল্পী পেন্সনৰ পৰা বঞ্চিত কৰাটো দুৰ্ঘোৰ অন্যায় হৈছে। মদ খোৱা বহু শিল্পীয়েই বহুত সন্মান পাইছে। এতিয়া জীৱিত অৱস্থাতে বৰ্তমানৰ চৰকাৰে তেখেতক অন্ততঃ শিল্পী পেন্সনটো দি এটা স্বীকৃতি দিয়ক।
@rinaburagohain126
@rinaburagohain126 3 жыл бұрын
এওঁলোকক কোনেও নেদেখে কিন্তু আপুনিহে দেখিলে ।তেওঁৰ গীত জুবিনদাইও গাই। বিপুল চেতিয়া ফুকন ডাঙৰীয়াক চৰকাৰে সন্মান জনালে আমিও নথৈ সুখী হম।
@alekh-xopun989
@alekh-xopun989 3 жыл бұрын
বিপুল খুৰা বিহুগীতবোৰ বহুত ভাল বহু পুৰনি শিল্পী ....আজি কালি আধুনিক বিহু গীতবোৰত একো মৰ্যাদা বিচাৰি নেপাওঁ কিয়নো ঢোল,তাল, পেপা ,বাঁহী সলনি বেলেগ বাদ্যহে বজায়. নিৰ্মাজ বিহু বিপুল খুৰাহতেহে গাইছিল।
@sadhansonowal2693
@sadhansonowal2693 3 жыл бұрын
ভোগালী বিহুৰ শুভেচ্ছাৰ লগতে আমি তিনিচুকীয়া চহৰৰ পৰা বিপুল চেতিয়া ফুকনলৈ বহুত বহুত আৰ্শীবাদ তথা দীঘজীৱী কামনা কৰিলো 🙏
@prasantaborah5229
@prasantaborah5229 3 жыл бұрын
জীয়াই থকাৰ কালতেই উপযুক্ত সন্মান প্ৰদৰ্শন কৰিলে ভাল.....
@prabhatkrgogoi8153
@prabhatkrgogoi8153 3 жыл бұрын
মানুহৰ প্ৰশংসা তেতিয়া পাই যেতিয়া চাৰিজনৰ কান্ধত উঠি শ্মশানলৈ যায় ৷
@jagajyotiborah4633
@jagajyotiborah4633 3 жыл бұрын
বৰদেউতাক উপযুক্ত সন্মানকণ দিয়াৰ আহবান জনাইছো অসমচৰকাৰক কিয়নো তেও হৈছে এজন মাটিৰ মানুহ যি জনৰ শিল্পীৰাজিক আমি সকলোৱে সন্মান কৰা উচিত।
@hemkantaborah7434
@hemkantaborah7434 3 жыл бұрын
বিপুলদাদালৈ হিয়াভৰা মৰম যাচিলো।
@travellerajs9929
@travellerajs9929 3 жыл бұрын
সচাকৈ তেখেতক চৰকাৰে সন্মান জনোৱা উচিত। নৱ প্ৰজন্মৰ বাবে তেখেত অনুপ্ৰেৰণা দায়ক।
@BRmotivation55
@BRmotivation55 3 жыл бұрын
বিপুল চেতিয়া ফুকন দাৰ দৰে প্ৰত্যেক জন শিল্পীক চৰকাৰে উচিত সন্মান দিব বুলি আশা থাকিল।
@khirudsaikia5867
@khirudsaikia5867 3 жыл бұрын
চৰকাৰ খনে এটা সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰে যেন
@jayantarajkhowa4863
@jayantarajkhowa4863 3 жыл бұрын
বিপুল দাক উপযুক্ত পাৰিশ্ৰমিকৰ লগতে সন্মান দিয়ক |
@anantamoranvloge7255
@anantamoranvloge7255 3 жыл бұрын
সুন্দৰ সচাকৈ এজন সহজ-সৰল মানুহ বিপুল চেতিয়া ফুকন দা, এবাৰ কিন্তু একেবাৰে ওচৰৰ পৰা লগ পাবলৈ মন গৈছে।।
@hiracharingia1601
@hiracharingia1601 3 жыл бұрын
Amr ghrr usrte hoi
@anantamoranvloge7255
@anantamoranvloge7255 3 жыл бұрын
@@hiracharingia1601 এদিন লগ লগাই দিবা
@hiracharingia1601
@hiracharingia1601 3 жыл бұрын
Ahibo Golaghat
@anantamoranvloge7255
@anantamoranvloge7255 3 жыл бұрын
@@hiracharingia1601 গোলাঘাট গৈছো নহয়, আগতেই নাজানো যে।
@hiracharingia1601
@hiracharingia1601 3 жыл бұрын
Oo
@bubulgogoi3852
@bubulgogoi3852 3 жыл бұрын
উপেক্ষিত যোগ্য ব্যক্তি কথা শুনি মনত কষ্ট পাওঁ, আমিবোৰ গাঁৱৰ সহজ সৰল মানুহ, অনুপম দা আপোনাৰ এই উপেক্ষিত সমাজৰ হৈ কাম কৰা যি ধাৰাবাহিক প্ৰচেষ্টা হাতত লৈছে তাক অতুত ৰাখি সেই সকলৰ মনোকষ্ট কিছু লাঘৱ কৰিব বুলি আশা কৰিলো.
@abhijitgogoi3305
@abhijitgogoi3305 3 жыл бұрын
এজন পুৰণি সহজ সৰল মাটিৰ শিলপী
@Moneyguide123
@Moneyguide123 3 жыл бұрын
True Legend...Shri Bipul Chetia Phukon... Respect His Talent
@pankajbhuyan3746
@pankajbhuyan3746 3 жыл бұрын
Really Bipul chetia Phukan is great.He is best Assamese Bihu singer. I respect you 🙏🙏🙏
@mriduldutta8000
@mriduldutta8000 3 жыл бұрын
সঁচাই অনুপম দা বাতৰিটো চাই মইও বহুত আবেগিক হৈ পৰিলোঁ। হিমা দাস, লভলিনা ই খেলি দেশৰ তথা অসমৰ নাম ৰাখিলে এটা চাকৰি দিছে ভাল লাগিছে শলাগ লৈছোঁ, বিপুল দাইও কিন্তু অসমৰ সংস্কৃতি জগত খনলৈ বহুত অৱদান দিছে যাক আমি অসমীয়া জাতিয়ে নুই কৰিব নোৱাৰোঁ তেখেতক এটা আৰ্থিক সাহায্য দিলে বহুত ভাল লাগিব চৰকাৰক বিনম্ব্ৰ ভাৱে জনাইছোঁ।
@jadumonigohain8064
@jadumonigohain8064 3 жыл бұрын
Anupam da heibabe apunak val Lageee ,,,
@bimansaikia4305
@bimansaikia4305 3 жыл бұрын
এই টো চৰকাৰক কব লগা কথা নাই। চৰকাৰে নিজ ইচ্ছাৰে কৰিব লাগে।যদি এখেতৰ দৰে ব্যক্তি য়ে শিল্পী পেঞ্চন নাপায় ।সেই বিভাগতো থাকি নো কি লাভ আছে।
@PBMUSIC-kp1zr
@PBMUSIC-kp1zr 3 жыл бұрын
Cm অসম তেখেতক শিল্পী পেন্সন দিয়াৰ অনুৰোধ জনালোঁ।
@simrajhussain9229
@simrajhussain9229 3 жыл бұрын
শিল্পী গৰাকী জীয়াই থাকিতেই উপযুক্ত সন্মান দিয়ক, চৰকাৰ আৰু দল - সংগঠনে
@guningogoi8007
@guningogoi8007 3 жыл бұрын
ভাবিলে সচাঁয়ে দুখ লাগে । আগতেও তেখেতৰ ওপৰত tv. ত প্ৰতিবেদন প্ৰকাশ পাইছিল । তাৰ পাছত জুবিন দাই লগতলৈ ফুৰিছিল । তথাপিও শিল্পী গৰাকীক উপযুক্ত সন্মান দিয়া দেখা নাপালো । টকা থকা মানুহ হোৱা হ'লে কাহানিবাই সন্মান পালে হয়৷ এয়াই চৰকাৰৰ চৰিত্ৰ ।
@samujjalborthakur6515
@samujjalborthakur6515 3 жыл бұрын
আপোনাক দেখি মোৰ চুকু পানি উলাই গল ককাঁ।
@kkentertainmentaxom5934
@kkentertainmentaxom5934 3 жыл бұрын
মানুহ জন বৰ সহজ সৰল ।।
@sonmoniboruah7079
@sonmoniboruah7079 3 жыл бұрын
মৰা দিনা হে আজি কালি সন্মান দিয়ে বেচি জিৱিত কালত চিনি নাপায়..... অসমৰ এটি উজ্জ্বল তৰা তেখেত ..... তেখেতক চৰ কাৰে সকলো সুবিধা দিৱ লাগে.....
@lipikamedhi6114
@lipikamedhi6114 2 жыл бұрын
তেওঁক দেখি কিবা এটা মনটো বহুত বেয়া লাগিল ... আশা কৰোঁ তেওঁৰ কাৰণে চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰিব
@kukilgogoi7155
@kukilgogoi7155 3 жыл бұрын
বহুত দুখ লাগিল ।
@PankajDas-do1wt
@PankajDas-do1wt 3 жыл бұрын
অসম চৰকাৰে অলপ সহায় কৰিব বুলি আশা কৰিলো
@JSBMCreativeAngel
@JSBMCreativeAngel 2 жыл бұрын
জীয়াই থাকোতেই সন্মান দিব লাগে,, অসমীয়া জাতিৰ হিয়াৰ আমঠু আমাৰ মৰমৰ বিপুল দা 🙏💞🌹
@ajxopun746
@ajxopun746 2 жыл бұрын
বিপুল তেতিয়া ফুকন আমাৰ অসমৰ গৌৰব । তেখেত আমাৰ বহু সন্মানৰ যোগ্য 🙏🙏🙏
@chayaslittleworld2039
@chayaslittleworld2039 3 жыл бұрын
শিল্পীক জীয়াই থাকোতেই সন্মান কৰিবলৈ শিকক
@ধনকুৱেৰ
@ধনকুৱেৰ 3 жыл бұрын
🙏🙏🙏হয়, সুন্দৰ উপস্থাপন দাঙিধৰিলে অনুপদা।
@irennath1411
@irennath1411 3 жыл бұрын
Anupam da bhal lagil
@yz3637
@yz3637 3 жыл бұрын
চৰকাৰে তেওঁৰ প্রতি কিবা এটা পদক্ষেপ লওক সোনকালে
@aparajitagogoi4539
@aparajitagogoi4539 3 жыл бұрын
চৰকাৰে পেঞ্চন টো অতি সুনকালে দিলে ভাল হয়।
@MahananGogoi
@MahananGogoi 3 жыл бұрын
I grew up listening to his bihu songs. He was my late father's favourite singer. My father had a collection of lot of cassettes of bihu songs sang by Bipul Chetia Phukan. He's a great artist. He must be given the due respect that he deserves
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 3 жыл бұрын
হয় , খগেন গগৈ ,বিপুল চেতিয়া ফুকন কিনো difference ....দুইয়োজনৰ বিহুৰ ক্ষেতৰত তুলনা নাই ... চৰকাৰে চকু দিয়ক...
@d.bvlogs9908
@d.bvlogs9908 2 жыл бұрын
বিহুৰ গুৰি ধৰোতাৰ ৰূপত বিপুল তেতিয়া ফুকন ৰ অৱদান বহুত বেছি। তেওঁ যোগ্য সন্মান পোৱা উচিত
@mnksic2328
@mnksic2328 2 жыл бұрын
Bohut val manuh hoi.....asolote aibilak karonte khong uthe .......morjoda pabo loga jone khothik morjoda napai....😔 Val lagise sir ajiu aulukor video sirokheuj hisape thakibo
@sewaliborah3146
@sewaliborah3146 3 жыл бұрын
Honman diyok jibontu thakuty
@uzzwalbora2158
@uzzwalbora2158 3 жыл бұрын
Aiburt soku nopore karure Bea lagil pai .... Salute bipul koka 😍😘😘😘
@gautamsaikia6835
@gautamsaikia6835 3 жыл бұрын
১০০% বিপুল দাই শিল্পী পেঞ্চ‌ন পাব লাগে।
@deeprajbonshimusic1346
@deeprajbonshimusic1346 3 жыл бұрын
Hai oooi haai ooi lili toie mure kolija khali , ki dhuniya gaan asil bipul da mohan tumi
@amiyokumardas9048
@amiyokumardas9048 3 жыл бұрын
Yes Thanks
@bishmitisharma2513
@bishmitisharma2513 3 жыл бұрын
Bipul Dak ushit moijoda diboloi c.m.sirok anurodh jonalu
@nayanjyotibaishya8483
@nayanjyotibaishya8483 3 жыл бұрын
সিমান্ত শেখৰ ডাঙৰীয়াই এওক চিনি নাপাই নেকি আপুনি বিপুল চেতিয়াক উপযুক্ত সন্মান দিয়ক কাৰণ আপুনি এজন শিল্পী।আপুনি সাংস্কৃতিক বিভাগ ৰ সৈতে জড়িত গতিকে আশা কৰিছোঁ🙏🙏🙏
@silcharoxomiadeka7353
@silcharoxomiadeka7353 Жыл бұрын
কোটি কোটি প্ৰণাম তেখেতক চৰকাৰ খনে কিবা এটা কৰক তেখেতৰ বাবে
@tridipdoley5902
@tridipdoley5902 3 жыл бұрын
Thanks to Nktv for this.. 🙏🏻🙏🏻🙏🏻❤️❤️❤️✌✌✌.. Hmy thakute hosake teuk honman diya usit..
@putulnath1715
@putulnath1715 2 жыл бұрын
সঁচাই অসমীয়া মানুহক বিহু গীতৰে বাত দেখুওৱা মানুহ এওঁলোক।বিপুল chetia ফুকন,বিমান বৰুৱা,বিপিন চাউদাং,জুবিন । আৰু কিছুমানৰ নাম মনলৈ আহে যাৰ বিহু শুনিলে হেপাহ নপলাই তেওঁ হৈছে দ্বিপেন বৰুৱা ডাঙৰিয়া । এওঁ লোকক চৰকাৰে সুবিধা দিয়া উচিত।
@monjulahon7712
@monjulahon7712 3 жыл бұрын
আমাৰ অসমীয়া জাতিৰ এটা বৃহৎ ডাঙৰ বৈশিষ্ট , অসমীয়াই অসমীয়াক সন্মান দিবলৈ নিশিকিলে ।
@bablukoch3410
@bablukoch3410 Жыл бұрын
Bipul da moi amnk..bohut vall paw
@jayashreegohain883
@jayashreegohain883 3 жыл бұрын
হাড়ে হিমজুৱে শিল্পী সকলক আমি ৰাইজ তথা ৰজাঘৰীয়াই সন্মান যচাটো উচিত। তেখেতক পেঞ্চন দিব বুলি আশা কৰিছোঁ
@chandragogoi460
@chandragogoi460 3 жыл бұрын
অসম চৰকাৰে এওক অলপ গুৰুত্ব প্ৰদান কৰেযেন এইয়াই আহ্বান জনাও
@manusasdiary311
@manusasdiary311 3 жыл бұрын
🥺😢🙏 চকু পানী বোৱাই দিলে বৰদেউতাই 🙏🙏🙏🙏 সহায় কৰক plz 🙏 মামা🙏
@bismiyagogoibismiyagogoi9177
@bismiyagogoibismiyagogoi9177 3 жыл бұрын
বহুত ভালকে গাই শুনোৱালে আশা কৰো তেখেতক তাতে চৰকাৰে সহায় কৰক
@tribanibishal02819
@tribanibishal02819 3 жыл бұрын
Ajon porda r pisfale thka asomiya sangit r mahamanav... Teor ktha khini agole ana babe dhoinyobad dada...
@jyotikalita2106
@jyotikalita2106 3 жыл бұрын
Anupam da....bohut bhal kam korise Tekhetok dekhi soku pani ulai goise Amar C.M Sir tekhetok otti hunkale ata bhal khobor dibo buli ami 100% sure.
@rimjimnath558
@rimjimnath558 3 жыл бұрын
সন্মা নীয় চৰকাৰে উচিত পদক্ষেপ লোৱা উচিত
@ronginaxomentertainment3422
@ronginaxomentertainment3422 3 жыл бұрын
সকলোৱে share কৰক 🙏 কাতৰ অনুৰোধ সকলোলৈ জীৱন শেষ হৈ যায় চৰকাৰ ৰ সুবিধা আমি নাপাব 🙏🙏🙏
@jaychankarboro4439
@jaychankarboro4439 3 жыл бұрын
I thank this channel
@parthajitborah3364
@parthajitborah3364 3 жыл бұрын
I salute you sir for your great contribution in the world of Music.. God bless you Sir🙏
@pankajbharali514
@pankajbharali514 3 жыл бұрын
Hosa kotha...dukh lagill bohut...
@bishnugurung9408
@bishnugurung9408 3 жыл бұрын
Tew honmanor vagidar ❤️❤️👍👍🙏🙏
@narayanbabubharali9846
@narayanbabubharali9846 3 жыл бұрын
সুন্দৰ
@pranabborah7403
@pranabborah7403 3 жыл бұрын
Good step
@nationaltradingco2546
@nationaltradingco2546 3 жыл бұрын
100% right anupam da apuni olop lagog Manu Jon kosai bhot val
@harishchrabha9555
@harishchrabha9555 6 күн бұрын
Good morning দদাইদেউ
@lux1888
@lux1888 3 жыл бұрын
প্ৰকৃত অসমীয়া
@brajagopalsharma469
@brajagopalsharma469 3 жыл бұрын
Very right said 🙏🙏🙏
@hmg9489
@hmg9489 3 жыл бұрын
Bipul Chetia ❤❤
@dhrubajittalukdar661
@dhrubajittalukdar661 3 жыл бұрын
শিল্পী পেঞ্চন পাব লাগে ।
@aamarassam3038
@aamarassam3038 3 жыл бұрын
😓😓😓😓 hosa kotha kin2 love you❤❤ bipul da apunar gan huni bobut val lage
@hiranyasaharia8930
@hiranyasaharia8930 3 жыл бұрын
CM should take personal initiative for the Silpi pension of Bipul da,a real artist.
@manashnath1873
@manashnath1873 3 жыл бұрын
সচা কথা
@jyotistune3545
@jyotistune3545 3 жыл бұрын
Please bipul chetia phukan sir ok help korok please please 🙏🙏
@okikayastha7068
@okikayastha7068 2 жыл бұрын
সন্মানীয় শিল্পী আপুনি
@pulakjyotibora123
@pulakjyotibora123 2 жыл бұрын
Vogobane vale Rakhok Bipul Daak.....
@arnobmotivationchannel5500
@arnobmotivationchannel5500 3 жыл бұрын
Hoi dorkar hoi 🙏
@faridabegum3766
@faridabegum3766 3 жыл бұрын
বহুত দুখ লাগিল 🙏
@PapuRajkhowa-ty1je
@PapuRajkhowa-ty1je 3 жыл бұрын
Bipul chetia phukan k Usit honman diyok...Bortar sakupani hoijyo nhoi.. #Himanata biswa sharmah #CMO assam
@Bohikhua7583
@Bohikhua7583 2 жыл бұрын
Mor bohut dukh Lagise 😭 🙏🙏
@north-eastentertainment8895
@north-eastentertainment8895 3 жыл бұрын
হয় ময়ো একমত
তামুলী কাইক মনত আছে নে?
6:54
Жездуха 41-серия
36:26
Million Show
Рет қаралды 5 МЛН
Andro, ELMAN, TONI, MONA - Зари (Official Music Video)
2:50
RAAVA MUSIC
Рет қаралды 2 МЛН
БАБУШКА ШАРИТ #shorts
0:16
Паша Осадчий
Рет қаралды 4,1 МЛН
Жездуха 41-серия
36:26
Million Show
Рет қаралды 5 МЛН