No video

আন্তঃৰাষ্ট্ৰীয় ঢোলৰ ওজা জিতেন বৰাৰ ঢোলবাদন🙏🙏||

  Рет қаралды 8,967

Jiten Borah Oja

Jiten Borah Oja

Күн бұрын

শেহতীয়াকৈ হ'লেও সমূহ অসমবাসী ৰাইজলৈ আমাৰ চেনেলটোৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ।🙏🙏🙏।। এই সুযোগতে মই মোৰ দেউতা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ঢোলৰ ওজা জিতেন বৰাৰ ঢোলবাদনৰ এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো। ৰাইজে যেন এই ভিডিঅ'টিক অতি মৰমেৰে আদৰি লয়।।🙏🙏🙏
- দেবচন্দন বৰা( পুত্ৰ)

Пікірлер: 10
@hirenborah1183
@hirenborah1183 3 жыл бұрын
সুন্দৰ ককাইদেউ আগবাঢ়ি যাওক।
@jitenborahoja3941
@jitenborahoja3941 3 жыл бұрын
ধন্যবাদ 🙏🙏
@NandeswarChutia-tk1rm
@NandeswarChutia-tk1rm 3 жыл бұрын
ভাল লাগিল ।
@jitenborahoja3941
@jitenborahoja3941 3 жыл бұрын
ধন্যবাদ 🙏🙏
@utpolneog3324
@utpolneog3324 2 жыл бұрын
অতি সুন্দৰ, কোন ঠাইৰ বাৰু?
@jitenborahoja3941
@jitenborahoja3941 2 жыл бұрын
ধন্যবাদ।ঠাই দুখৰ বংকোৱল
@jhangkarbaxomi9697
@jhangkarbaxomi9697 3 жыл бұрын
Val lagile..sir apunar ghor kot hoi ...
@jitenborahoja3941
@jitenborahoja3941 3 жыл бұрын
Dhonyobad 🙏 mur ghor Numaligarh dhudang t
@traditionalassam9183
@traditionalassam9183 Жыл бұрын
জঙ্ঘলী মানুহ আছে দেই 😂
@jitenborahoja3941
@jitenborahoja3941 Жыл бұрын
Ha?
ঢোলৰ  (ওজা‌) জয়ন্ত কোৱৰ
17:11
Dhulor Uja Jayanta
Рет қаралды 45 М.
Whoa
01:00
Justin Flom
Рет қаралды 33 МЛН
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 24 МЛН
Happy birthday to you by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 12 МЛН
ওজা ঢোলবাদন।।
3:48
Jiten Borah Oja
Рет қаралды 2,7 М.
Whoa
01:00
Justin Flom
Рет қаралды 33 МЛН