O Deuta By Zubeen Garg | Lyrical Video | Chiranjeeb Theatre

  Рет қаралды 8,069,275

AC MULTIMEDIA

AC MULTIMEDIA

Күн бұрын

Пікірлер: 5 600
@ACMULTIMEDIA
@ACMULTIMEDIA 6 жыл бұрын
O Deuta - Zubeen Garg | Full Official Video | Chiranjeeb Theatre 2018-19 | Rajkumarir Biya | Link - kzbin.info/www/bejne/kKCZgKx-ptGJl5I ©AC MULTIMEDIA
@nabajyotisaikia1035
@nabajyotisaikia1035 6 жыл бұрын
zubeen daa ai prithibit jona huar pora aapunar gaan huni aaji ai 26 ta bosor par korilu....morar loike aapunar gaan huni a jibon2 par korem....ke dukh ke hukh sobote....
@ababilhacker2351
@ababilhacker2351 6 жыл бұрын
Moja da jubeen daa
@mirajulhaque888
@mirajulhaque888 6 жыл бұрын
love you zubeen da
@babuldas6372
@babuldas6372 6 жыл бұрын
bht bht bhtei vl dei song2....bht mnt pre oo deutaloi...😔😔😔😔
@jumusical9345
@jumusical9345 6 жыл бұрын
zubeen da is ever green singer.I like every songs hardly
@ainulchoudhury7679
@ainulchoudhury7679 4 жыл бұрын
এই গীতটো dislike মাৰাকেইটাই ছাগে বাপেক নোহোৱাকৈ জন্ম হোৱা সন্তান...... জুবিন দা আপুনি এই গানটো ইমান সুন্দৰকৈ গাইছে সচাকৈ হিয়াখন চুই গৈছে ........ দুচকুৰে সু হৃদয়ৰ অস্ৰু দুনয়নৰে বাগৰি গৈছে.... Love u abba,i miss u i miss u so much😘😘😘
@kritideka3667
@kritideka3667 4 жыл бұрын
Um tenekuwai .....kuku hot sage ...... ..
@momodas346
@momodas346 4 жыл бұрын
All right .....my name karuna namasudra
@momodas346
@momodas346 4 жыл бұрын
Karuna namasudra ...nalbari
@junmech4360
@junmech4360 4 жыл бұрын
Right
@MichaelJackson99999
@MichaelJackson99999 4 жыл бұрын
Yes
@জীৱনৰৰঙ
@জীৱনৰৰঙ 6 жыл бұрын
মৰমৰ দেউতা... মৰম ল'বা। আশা কৰো তুমি য'তেই আছা কুশলে আছা। বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছো তোমাৰ .. অনুভৱ কৰিছো ল'ৰালিৰ সেয়া দুষ্টালিৰ অনুশাসন... তুমি ছাগৈ পাহৰিছা মোক... মোৰো ছাগে বৰ বিশেষ মনত নাই সৰুতে দেখা তোমাৰ মুখখন ... এতয়াটো মই বহুত ডাঙৰ হলো । যিমানেই ডাঙৰ হৈ আহিছো সিমানেই যেন তোমাৰ অভাৱ অনুভৱ কৰিছো । তুমি মোক এৰি যোৱা সেই দিনটোৰ কথা যেন মই আজিহে উপলব্ধি কৰিব পাৰিছো ।মনত পৰেনে তোমাৰ সেই দিনবোৰৰ কথা ,তুমি আৰু খুৰা যে মেন্থেল লাইট জলাই বাৰিষাৰ ৰাতি মাছ ধৰিব গৈছিলা । মোৰ এতিয়াও মনত আছে জনা,তোমাক যে তুমি আমাক এৰি গুছি যোৱাৰ দিনা যে চোতালত শুৱাই মেন্থেল লাইট জলাই তোমাক অন্তিম শত্কাৰ কৰিবলৈ মানুহ গোট খাইছিল ,আৰু মই তেতিয়া খুৰাক শুধিছিলো "খুৰা দেউতা আজি মাছ ধৰিব নাযায় নেকি ,দেউতা যে শুই আছে ” তেতিয়া খুৰাই কান্দি কান্দি কৈছিল "সোন" তোমাৰ দেউতা আৰু নাই ........ তেতিয়া হয়তো মই বুজিবও পৰা নাছিলো কথাষাৰৰ আৰ্থ.... এতিয়া বুজিব পাৰিছো বহু কথাই...... অভাৱ অনুভৱ কৰিছো তোমাৰ .... এতিয়া যে তোমাৰ সোণ বহুত ডঙৰ হ'ল... এতিয়া তোমাৰ সোনে টকা ঘটিব পৰা হ'ল,প্ৰেম কৰিব পৰা হ'ল.... তুমি চিন্তা নকৰিবা দেউতা ,তুমি বেয়া দেখা কাম মই নকৰো কেতিয়াও ,তুমি বিচৰা মতে মাক সুখ দিব পৰা নাই.... তথাপিও তুমি চিন্তা নকৰিবা দেউতা বেয়া নহওঁ কেতিয়াও ,নিষ্ঠাৰে কাম কৰি যাম,এটা চিনাকি দি থৈ যাম নিজকে.... বহু কথাই লিখিব মন গৈছিল ,তুমি ছাগৈ আমনিয়ে পাই গৈছা.... আজিলৈ সামৰো দিয়া ,বহু কথাই কবলৈ আছিল তোমাক,পাছে পৰে ক'ম দিয়া কেতিয়াবা ....... ইতি তোমাৰ মৰমৰ দ্বিপশ্ৰী...
@RAKESH_axom
@RAKESH_axom 6 жыл бұрын
kobo aru bhakha nai
@babuponchi275
@babuponchi275 6 жыл бұрын
Bor besi dukh logai dila he...😭
@জীৱনৰৰঙ
@জীৱনৰৰঙ 6 жыл бұрын
@@babuponchi275 hoi,
@poioshnibora5541
@poioshnibora5541 5 жыл бұрын
This comment made me cry. May your father's soul rest in peace. 🌸
@shikhadehingia2472
@shikhadehingia2472 5 жыл бұрын
Kandua dila
@phuleswarpegu5149
@phuleswarpegu5149 8 ай бұрын
দেউতাক ভালপোৱা সকলে লাইক এটা আৰু 2024 কোন কোন মোৰ দৰে শুনিছা মৰমৰ দেউতাৰ বাবে কমেন্ট এটা💚........
@SumonDax-nr3lv
@SumonDax-nr3lv 6 ай бұрын
😢😭💔
@PankajPorja
@PankajPorja 5 ай бұрын
❤❤❤❤
@Dipankor858
@Dipankor858 5 ай бұрын
I love you papa ❤❤
@Momimomi-ns7rz
@Momimomi-ns7rz 5 ай бұрын
I love dauta
@pabitrasaikia1660
@pabitrasaikia1660 4 ай бұрын
I❤u maa and papa😢😢😢
@RakeshDas-tr5bt
@RakeshDas-tr5bt 6 ай бұрын
দেউতা মানেই যেন এক বুজাব নোৱাৰা অনুভূতি ❤ পৃথিৱীৰ প্ৰত্যেক জন দেউতাকে ভালে থাকক তাৰেই কামনা কৰোঁ ❤
@kiranmahanta9462
@kiranmahanta9462 3 жыл бұрын
এবাৰ মাতিবানে দেউতা। তুমি নোহোৱা তেৰ বছৰ হল বহুত মনত পৰে তোমালৈ । ধন্যবাদ জুবিন দা এই গানটোৰ মাজেৰে অনুভৱ কৰিব পাৰিছোঁ😥😥
@pure_alcoholic
@pure_alcoholic Жыл бұрын
🥲
@dhanjitdeka9911
@dhanjitdeka9911 6 жыл бұрын
ধন্যবাদ জনাইছোঁ তোমাক জুবিন দা... এই সুন্দৰ গীতটি আমালৈ উপহাৰ দিয়া বাবে... আশা কৰোঁ এইটো গীত শুনাৰ পিছত দেউতাৰ প্ৰতি পুত্ৰ -কণ্যা মৰম এক নতুন দিগন্তৰ পাতনি মেলিব... দেউতা এজন এনেকুৱা ব্যক্তি যিজনে নিজে কান্দে কিন্তু নিজৰ লৰা - ছোৱালীৰ চকুত পৰা পক্ষত কেতিয়াও চকু পানী ওলাব নেদিয়ে... দেউতা জীৱনৰ প্ৰেৰণা হয় আৰু মা জীৱনৰ বাট...
@ACMULTIMEDIA
@ACMULTIMEDIA 6 жыл бұрын
Thanks
@techassam8234
@techassam8234 6 жыл бұрын
Right
@nabinmalo5397
@nabinmalo5397 6 жыл бұрын
Dhanjit Deka tikei koisa Dhanjit
@ktmkingsjbl6006
@ktmkingsjbl6006 6 жыл бұрын
right
@RajuSingh-cb5og
@RajuSingh-cb5og 6 жыл бұрын
Dhanjit Deka very nice song
@bitupongogoi7944
@bitupongogoi7944 Жыл бұрын
দেউতা, কত আছা তুমি😢 দেউতা এক পৰিচয় এক সাহস , এবাৰ যদি আকৌ লগ পালোঁ হয় 😢❤ , যতেই আছে ভালে থাকক পাপা , বৰ কষ্ট আপুনি বিহীন 😢❤ , I love you papa ❤ পুনৰ লগ পোৱাৰ আশা আজিও কৰোঁ আৰু শেষ মুহূৰ্ত্ততটো কৰিম ❤😢
@sumushreya8806
@sumushreya8806 8 ай бұрын
Miu koabt adin Jen log pam ❤
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Жыл бұрын
জুবিন দাই মা - দেউতাৰ ওপৰত লিখা গানকেইটা বহুত নষ্টালজিক 🥺❤️ মা - দেউতাতকৈ এই পৃথিৱীত কোনো ডাঙৰ হব নোৱাৰে । মোৰ মা - দেউতাৰ লগতে পৃথিৱীৰ সকলো মা - দেউতা ভালে কুশলে থাকক লগতে জুবিন দা আপোনি ভালে কুশলে থাকক 🙏🏻💖
@user-ibankumarnath
@user-ibankumarnath 6 жыл бұрын
সচাঁই দেউতা I Really Love U💏.. সীমাৰ পৰা, হাবিৰ পৰা এজন সাধাৰণ সৈনিকে কৈছোঁ,,, বৃদ্ধাশ্ৰম বোৰ নোহোৱা হব লাগে।।। নহলে মা দেউতাৰ শব্দ বোৰ অসাৰ্থক হব।।। জন্মু কাশ্মীৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ জুবিন দালৈ
@Sameer2023-h3n
@Sameer2023-h3n 6 жыл бұрын
Great think. Salute Sir.
@AMAR_Jt.
@AMAR_Jt. 6 жыл бұрын
Assamese Creation thik
@bababorah9085
@bababorah9085 6 жыл бұрын
100% মইও একমত..
@bababorah9085
@bababorah9085 6 жыл бұрын
ভাল গীত দাদা ॥
@joyshreedas3997
@joyshreedas3997 6 жыл бұрын
Assamese Creation ri8
@TapashChRay
@TapashChRay 6 жыл бұрын
ধন্যবাদ জুবিন দা । যেনেদৰে দেউতাৰ নিচিনা কোনেও হব নোৱাৰে,তেনেদৰে তোমাৰ নিচিনা আৰু কোনেও হব নোৱাৰে।
@bhagyobanrojok8818
@bhagyobanrojok8818 5 жыл бұрын
ৰাতি ৯ বজাৰ পৰা ৰাতিপূৱা ৪ টা বাজি গল কিন্তু হুনি ভাগৰ নালাগিল। অন্তৰ চুৱা গান। ধন্যবাদ জুবিন দা ।
@dipalibaishya8633
@dipalibaishya8633 2 жыл бұрын
সচাঁই নে
@PranitaNath-x8m
@PranitaNath-x8m 3 ай бұрын
Xosai ne dada 😍💗
@KoushikBorah-v8d
@KoushikBorah-v8d 2 ай бұрын
😢
@pranjalporakhassam9311
@pranjalporakhassam9311 11 ай бұрын
দেউতা ভগৱান আৰু জুবিন দা মোৰ প্ৰীয়❤
@prachurjyapathak1351
@prachurjyapathak1351 6 жыл бұрын
জুবিন দাক বহুত বহুত ধন্যবাদ। এনেকুৱা গান এটা আপোনাৰ পৰা আমি পাইছো। জুবিন দা আপুনি শ্ৰেষ্ঠ।
@debojitkalita6090
@debojitkalita6090 6 жыл бұрын
Yes..yes..zubin da rock of assam...
@kangkulmondal9903
@kangkulmondal9903 6 жыл бұрын
Wow nice
@mintunath1775
@mintunath1775 5 жыл бұрын
Sasa kotha de😅😂😅😊😅😂😂😅😊😂👏
@asikurali2006
@asikurali2006 6 жыл бұрын
চকুলো টুকিলো গীতটি শুনি জুবিন দা, বহুত সুন্দৰ। দেউতাৰ প্ৰসঙ্গত পুৰ্বতে ৰচনা নোহোৱা গীত শুনিবলৈ পালোঁ‌। গীতটিৰ ৰচক, সংগীত পৰিচালক, জুবিন দা আৰু গীতটিৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ‌।
@bhaskarborah3757
@bhaskarborah3757 6 жыл бұрын
Zubeen da and My father is my life as a Diamond
@bhaskarborah3757
@bhaskarborah3757 6 жыл бұрын
Zubeen da you are the best all over the world
@kritarthasarma5717
@kritarthasarma5717 3 жыл бұрын
Falto zubeen
@rockygaming39
@rockygaming39 2 жыл бұрын
@@kritarthasarma5717 koni3
@kritarthasarma5717
@kritarthasarma5717 2 жыл бұрын
@@rockygaming39 🤣🤣🤣
@bikashbikash5794
@bikashbikash5794 6 жыл бұрын
ক'বলৈ ভাষা নাই জুবিন দা । বহুত ভাল লাগিল অ দেউতা গানটো । ধন্যবাদ জুবিন দা।
@asiruddin8544
@asiruddin8544 6 жыл бұрын
Bikash Bikash iceoxath
@paramachabor4640
@paramachabor4640 4 жыл бұрын
Hi kikorisa
@jurityhazarika1311
@jurityhazarika1311 Жыл бұрын
গীতটোৰ প্ৰতিটো শব্দই বুকুখন বিষাই যায় - বুকুখনত কিবা এটাই খুন্দা মাৰি ধৰে - বেছি সময় শুনি থাকিবলৈ ধৈয্য কমি যায়। দুখৰ সময়ৰ কথাটো বাদেই - সুখৰ সময় খিনিতো আপোনাৰ শূণ্যতাই মাথো কন্দুৱাই দেউতা। সকলো থাকিও মাথো যেন শূণ্য সকলো। ভগৱানৰ শ্ৰী চৰণত মাথো প্ৰাৰ্থনা -সকলোৰে মা-দেউতা সদায় কুশলে থাকক 🙏 গীতৰ ৰচয়িতা গৰাকীৰ লিখনি আৰু শব্দ-সংযোজন অতি সুন্দৰ। জুবিন গাৰ্গৰ কণ্ঠই গীতটো অধিক প্ৰাণ দিছে - সকলো কুশলে থাকক 💐
@dibyajyotibaruah6779
@dibyajyotibaruah6779 6 жыл бұрын
এই গানটো ৰ শুনি মোৰ মনটো বহুত দুখ লাগি গল।কাৰণ মোৰ দেউতালৈ বহুত মনত পৰিছে দেউতা আজি আমাৰ মাজত নাই।দেউতাৰ বাবে গোৱা গানতো বহুত সুন্দৰ হৈছে।মা আৰু দেউতাৰ বাদে পৃথিৱীত কোনেও মৰম দিব নোৱাৰে।এইক্ষেত্ৰত গানটো লিখা অজয় দাআৰুগীত টি গোৱা জুবীনদালৈ বহুত বহুত মৰম থাকিলে।
@ilovemusicandtravel6393
@ilovemusicandtravel6393 6 жыл бұрын
Good song
@nayanahazarika6597
@nayanahazarika6597 5 жыл бұрын
I
@satyaprasadbarman4300
@satyaprasadbarman4300 5 жыл бұрын
Relly
@letscrack7046
@letscrack7046 4 жыл бұрын
এই ‌গানটোৰ মাজত মই‌ মোৰ ‌দেউতাক‌ বিচাৰি পাওঁ । গানটো শুনাৰ পিছত মোৰ ‌চকুলো অকলে অকলে ‌বৈ‌ আহিল । মাত্ৰ ‌২ মাহ হৈছে ‌দেউতাই এই পৃথিৱীৰ মায়াজাল এৰি যোৱা 😭😭😭😭
@gm-yi6ny
@gm-yi6ny 3 жыл бұрын
Same😔😔😔
@তোমিমোৰমইতোমাৰ
@তোমিমোৰমইতোমাৰ 3 жыл бұрын
Ari goise kintu xodai apunalukor monot thakibo no 🙏🙏😭😭
@ankitasutradharaankitasutr2496
@ankitasutradharaankitasutr2496 3 жыл бұрын
Miss u dewta 😭
@letscrack7046
@letscrack7046 3 жыл бұрын
@@gm-yi6ny😭😭😭😭
@letscrack7046
@letscrack7046 3 жыл бұрын
@@ankitasutradharaankitasutr2496 😭😭😭😭😭
@kiranmoyeenath4132
@kiranmoyeenath4132 4 жыл бұрын
পাপা ঢুকুৱা আজি এমাহো নহ'ল পাপাৰ নিচিনাকৈ মৰম কৰা একমাত্র মামাজনো গ'ল গৈ। বৰ অকলশৰীয়া হৈ পৰিলো😢😢😥
@simachutia610
@simachutia610 3 жыл бұрын
Moru konu Nai oo 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
@himanshuvlogger7979
@himanshuvlogger7979 3 жыл бұрын
ৱাইদেউ
@dipalibaishya8633
@dipalibaishya8633 2 жыл бұрын
Tomar kunu nai 😢😢
@sumihandique4293
@sumihandique4293 2 жыл бұрын
God bless you
@tikusarmah1910
@tikusarmah1910 2 жыл бұрын
@@simachutia610 😄😄😄😄😄😐😄😄😉😉😯😯😐😐😐😄
@arundutta6310
@arundutta6310 2 жыл бұрын
মোৰ দেউতা নাই। দেউতা নোহোৱা অনুভৱ বহুত কৰিছোঁ। জুবিন দা এই গীতটো এই মোক বহুত খন্দোৱা। মই বহুত miss কৰিছোঁ।😭😭❤️❤️
@ganeshroy1912
@ganeshroy1912 Жыл бұрын
Same here
@biswajitnath6731
@biswajitnath6731 Жыл бұрын
Miss u deuta 😢😢😢 muru ni deuta 1mant hol
@jintumanidas5462
@jintumanidas5462 6 жыл бұрын
জুবিন দা, আপোনাৰ গানে বাৰে বাৰে মোৰ ভঙা হৃদয় খন জোৰা লগাই । নাজানো এনেকুৱা কি আছে আপোনাৰ গানত, আপোনাৰ গান ৰাতিপুৱা শুই উঠি নুশুনিলে দিনটো পাৰ নহয় আৰু ৰাতি শোৱাৰ আগত এবাৰ নুশুনিলে ৰাতিটো পাৰ নহয়, আপুনি মোৰ বাবে ভগৱান স্বৰূপ , এবাৰ মন আপোনাৰ লগত কথা পতাৰ ।
@dhurbsvlogs4009
@dhurbsvlogs4009 6 жыл бұрын
Jubin da I Love u so much
@prem444yt4
@prem444yt4 6 жыл бұрын
Jintu Das good
@bikashsonowal449
@bikashsonowal449 5 жыл бұрын
Nice
@nibashdutta6599
@nibashdutta6599 5 жыл бұрын
Hoi zubeen da vogban amar
@khiruddeka2891
@khiruddeka2891 6 жыл бұрын
Thank u zubeen da apuni jibonot dautar je je kiman mohotto ase khai2 ai song 2 r joriote amak jonai dese.. We love u jubin daa
@nameless5072
@nameless5072 6 жыл бұрын
আমি দেউতা বাচি থকা কালত তেওঁক বুজি নাপাও ....মা জীবন দিয়ে দেউতা জীবন টো এখন চাকিৰ পোহৰৰ দৰে পোহৰাই তুলে ......thnx zubeen da for this song.....I love u u r the pride of our Assam
@pallsonowal1115
@pallsonowal1115 6 жыл бұрын
❤❤❤
@assamstar4715
@assamstar4715 6 жыл бұрын
Lv u
@pabandas3236
@pabandas3236 6 жыл бұрын
Right
@mahendrasonowal1342
@mahendrasonowal1342 6 жыл бұрын
Hosakoi😢
@tridipkalita9808
@tridipkalita9808 6 жыл бұрын
Right think
@himasrideka6557
@himasrideka6557 Жыл бұрын
মই জুবিন দাৰ গীটবোৰ শুনি বহুত ভাল পাওঁ । কাৰণ এই গীটতিৰ লগত মোৰ মিল আছে । মোৰ ২ বছৰ বয়সতে দেউতাই এৰি থৈ যায় । মাযে ৮ বছৰ বয়সত এৰি থৈ যায় । এতিয়া মোৰ বয়স ১৪ বছৰ । বহুত কম বয়সতে নিঠৰুৱা হৈ পৰিলো 😭 । ভগৱানৰ ওচৰত পাৰথনা জনাওঁ যে কাৰোৰ লগত এনেকুৱা নহয়🙏
@Dimpiphukan-yl5vo
@Dimpiphukan-yl5vo 8 ай бұрын
😢😢
@abhijitbailung6247
@abhijitbailung6247 8 ай бұрын
🙏
@gitanjalilaskar1782
@gitanjalilaskar1782 6 жыл бұрын
এই গানটো ৰ মাজত মই মোৰ দেউতাক বিচাৰি পাওঁ 😥😔বহুত ভাল পাওঁ মই গানটো 😔নীৰৱে চকুলো বৈ আহে ,,,,,
@Kalpanachutia45
@Kalpanachutia45 4 жыл бұрын
So sad😥😥🥺🥺😖😖😭😭
@bhattaparag
@bhattaparag 3 жыл бұрын
Same here
@momidasytrels6819
@momidasytrels6819 3 жыл бұрын
Moiu
@pallabibhuyan4215
@pallabibhuyan4215 3 жыл бұрын
@@Kalpanachutia45 gdvubg😍👩‍👩‍👦💏👌
@apurbasaikia8891
@apurbasaikia8891 3 жыл бұрын
My condition is same as you
@jyotinath9928
@jyotinath9928 2 жыл бұрын
আজি দেউতা লৈ বহুত মনত পৰিছে.. বিয়া হৈ গম পাইছো মা দেউতা ৰ বাহিৰে কেনোবে মৰম নকৰে😭
@bhupendeka9750
@bhupendeka9750 Жыл бұрын
Rely so 😢 nijar dewtA nahle saklu Misa oo dewtA aji nai
@BiswajitDas-ev4bo
@BiswajitDas-ev4bo Жыл бұрын
​@@bhupendeka9750 😊
@BiswajitDas-ev4bo
@BiswajitDas-ev4bo Жыл бұрын
​@@bhupendeka9750 😊
@nayan892
@nayan892 Жыл бұрын
Yes bacha ma bap sabche acche hote he ❤
@biswajitnath6731
@biswajitnath6731 Жыл бұрын
Muru bohut mont porisa o deuta loi 😢
@jitumonifrpbypass8678
@jitumonifrpbypass8678 6 жыл бұрын
আজি দেউতালৈ বৰকৈ মনত পৰিছে ।
@olharshit9668
@olharshit9668 Ай бұрын
Eku nohoi dia tumar dewta xodai tumar lgt ase 😊
@Brajenkumargarg
@Brajenkumargarg 6 ай бұрын
দেউতা বুলি মাতিবলৈ দেউতা নোহোৱা বোৰেহে বুজি পায় দেউতা অবিহনে এই পৃথিৱীত জীয়াই থাকাটো কিমান কষ্টকৰ..... ধন্যবাদ জুবিন দা আমাৰ দৰে দেউতা নথকা বোৰৰ মনৰ আৱেগবোৰ গানৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে ❤
@DipankarDutta-uz3yp
@DipankarDutta-uz3yp 5 ай бұрын
@PrashantaDas-z6b
@PrashantaDas-z6b Ай бұрын
Hoy nutuba sobe dukh diye 😅😅😅 nisthu niroti hble deuta buli matiboloy nai kunu nubuje deuta mrm sobered deuta bilake mrm kore amarto mat diboloy nay
@anuragboruah1084
@anuragboruah1084 6 жыл бұрын
জুবিন দাৰ লগতে অজয়দা আৰু এই সুন্দৰ গীতটিৰ সৈতে জড়িত সকলোলৈকে আমাক দিয়া এই অনুপম উপহাৰটিৰ বাবে আন্তৰিক ধন্যবাদ জনালো। আগলৈও জুবিন গাৰ্গ আৰু অজয় ফুকনৰ এই যুটিটোৰ পৰা চিৰসেউজ গীত পাম বুলি আশা কাৰিলোঁ‌। জুবিন দাৰ কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে।কথা আৰু সুৰ লগতে গীতটিৰ পৰিচালনা কৰাৰ শৈলীও অনন্য।
@ACMULTIMEDIA
@ACMULTIMEDIA 6 жыл бұрын
Thanks
@ranjannath5844
@ranjannath5844 6 жыл бұрын
সপোনে যদি হেৰাই ঠিকণা বিচাৰি দিবানে অ' দেউতা... আঠ বছৰ হৈ গ'ল আপুনি নোহোৱা |আপোনাৰ অবিহনে সপোনবোৰ ঠিকণা সঁচাকৈয়ে বিচাৰি পোৱাটো বৰ কষ্টকৰ...
@punambhardwaj6635
@punambhardwaj6635 6 жыл бұрын
Eku naiii Mon Beya koribo Nalage deuta re eta part tumi Hoi ...tekhet kotu jua naii tumar Logot ase feel kora nijok ...
@ranjannath5844
@ranjannath5844 6 жыл бұрын
Xaito To hoi. Xaie chesta ara nai
@pankajgogoigogoi163
@pankajgogoigogoi163 6 жыл бұрын
Dukh nkriba.aku ni
@bluebirds6244
@bluebirds6244 6 жыл бұрын
13 years hol .. bahut miss karu..
@ranjannath5844
@ranjannath5844 6 жыл бұрын
@@bluebirds6244,same feeling here.
@karabibarman7685
@karabibarman7685 2 жыл бұрын
অনুভৱৰ চৰম সীমা পাৰ কৰি যোৱা এটা গান ❤
@nhkraktimvlogs2369
@nhkraktimvlogs2369 2 жыл бұрын
জুবিন দা বহুতো অনাথ দুৰ্ভগীয়া লোকৰো পিতৃৰ দৰে selute the man of King 💖 ❤️❤️
@himanjyotibora5812
@himanjyotibora5812 6 жыл бұрын
দেউতাৰ নিচিনা আৰু কোনো হব নোৱাৰে...ঠিক তেনেদৰে জুবিন দাৰ নিচিনা আৰু কোনো হব নোৱাৰে...সঁচাই বহুত ভাল পাওঁ দেউতা আৰু জুবিন দাক..
@technohutchamata9786
@technohutchamata9786 6 жыл бұрын
Marak val nopowa neki
@himanjyotibora5812
@himanjyotibora5812 6 жыл бұрын
Maaa k 2 sobot ke besi vl Pau...
@hirenhaloi5095
@hirenhaloi5095 6 жыл бұрын
Don't compare ur father to zubeen da .father is always father .
@himanjyotibora5812
@himanjyotibora5812 6 жыл бұрын
I don't compare but father is the best for all of us
@kingsmengaming2476
@kingsmengaming2476 6 жыл бұрын
Himan jyoti Bora right
@subrataray9460
@subrataray9460 6 жыл бұрын
কোব নোৱাৰা এটি অনুভৱ.... কিমান ভাল লাগিছে কোব নোৱাৰো...... মুখৰ মাত নোহোৱা হৈ গৈছে....... এই অনুভৱ চিৰযোগমীয়া হৈ ৰক..... জুবিন দা আপোনাক লগতে যিসকলে এই সুন্দৰ গানটো বনোৱাত সহায় কৰিছে তেওঁলোকলৈ ও ধন্যবাদ ।।। শেষত কবলৈ লাগিব যে "দেউতা " আপোনালৈ সহস্ৰ প্ৰনাম ।
@debarsishdas809
@debarsishdas809 6 жыл бұрын
Subrata Ray ❤❤❤
@MrAsFacts-rx9gq
@MrAsFacts-rx9gq 6 жыл бұрын
I like it
@kormovlogs3867
@kormovlogs3867 6 жыл бұрын
I love you zubeen da বহুত সুখ পালো আপোনাৰ এই দেউতাৰ প্ৰতি মৰম থকা গান
@poragbori4906
@poragbori4906 4 жыл бұрын
Yes
@koushikprotimsarma7436
@koushikprotimsarma7436 Жыл бұрын
Each time I listen to the song, eyes become full of water by realizing that "My father can loose everything to make me winner". Long live Deuta
@theracer7867
@theracer7867 6 жыл бұрын
হৃদয় স্পৰ্শী গীতৰ কথাই জুবিন দাৰ কণ্ঠত প্ৰাণ পাই উঠিল।।।। শুনি থাকিবৰ মন যোৱা এটি গীত।
@marulidharrabha8339
@marulidharrabha8339 3 жыл бұрын
❤️❤️মোৰ মাজে মাজে ভাৱ হয়, আৰু এনেকুৱা গানবোৰ শুনিলে ভাবিবলৈ বাধ্য কৰায়,,! মই যেতিয়া জন্ম লৈছিলো সেই সময়ত মই জনা নাছিলো কোনটো মোৰ দেউতা কোনটো মোৰ মা ? মোৰ জাতি কি ? কাৰণ এই পৃথিৱীত খোজ দিয়াৰ পিছত কোনটো মোৰ দেউতা কোনটো মোৰ মা,,,,জাতি কি? এই সকলোবোৰ কথা মানুহৰ মুখে শুনা আৰু সমাজৰ পৰা শিকা। কেতিয়াবা দহকৈ ভাবিলে অন্তৰৰ অন্তস্থলত খুন্দা মাৰে অ,,,,, জুবিন দা।😭😭
@mhassamesechanal2739
@mhassamesechanal2739 2 жыл бұрын
😭
@mintunath4209
@mintunath4209 6 жыл бұрын
আন এজনে যদি এই গীত টু গালে কেনে হল হেন ভাবি চোৱাচোন. অসমীয়া গীতৰ ৰজা এজনে হল আমাৰ জুবিন ডা
@Bordoloi1111
@Bordoloi1111 6 жыл бұрын
অনুপম সৃষ্টি।হৃদয় হীন জনেও ভাবিবলৈ বাধ্য হব দেউতা আচলতে কি।🙏
@pranjalsaikia250
@pranjalsaikia250 5 жыл бұрын
Hoi bro
@gitalibhuyanjd8672
@gitalibhuyanjd8672 10 ай бұрын
দেউতা নথকা জনে বুজি পায় এই বেদনা। মোৰ দেউতা নাই মোক মাতিবলৈ ।প্ৰতিটো পল দেউতালৈ মনত পৰে। তোমাৰ অবিহনে এটা বছৰ পাৰ কৰিলো প্ৰতিটো খোজত তোমাৰ অনুপস্থিতিয়ে বৰকৈ দুখ দিয়ে দেউতা। তোমাৰ প্ৰয়োজন কিমান হয়তো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো । তুমি যতে আছা ভালে থাকা।। love you father 😔😭😭
@rubulmoran6503
@rubulmoran6503 3 жыл бұрын
ভাষাই নাই কবলৈ জুবিন দাৰ..... কি সুন্দৰ
@durlavmshry1312
@durlavmshry1312 2 жыл бұрын
এই গীতৰ মূল্য সেইজনেই বুজি পাব যিয়ে নিজৰ দেউতাক হেৰুৱাই ছে😭😭 মই হেৰুৱালী আজি চাৰি দিন হল🥺🥺
@bhupendeka9750
@bhupendeka9750 Жыл бұрын
😢 nijar dewtA dare ako hobo noware
@dhirajdas8957
@dhirajdas8957 Жыл бұрын
3bosor hol bohut miss koru mor dewtak abar xaboti dhoribo mon jai bohut
@simibarman6916
@simibarman6916 Жыл бұрын
Moi herua aji 49days hol. Keneke je jiyai asu . kunudinei anor dore hobo nuwaru.
@nayan892
@nayan892 Жыл бұрын
Yes😢
@gitanjulikhakhalary6880
@gitanjulikhakhalary6880 Жыл бұрын
Moi hurur porai powa nai deutak moi aarai howat te deuta a dhokise
@nilaksheesaikia8494
@nilaksheesaikia8494 6 жыл бұрын
গাৰ নোম সিয়ৰি উঠিচে ...তুমি মহান মোৰ দেউতা...😘😘.. Lv u zubin Da tumi ru aguaai jua.... Tumar konthor git xunar pst herai jua tuponiu ghuri ahe
@ujjalbora4880
@ujjalbora4880 3 жыл бұрын
দেউতা আপোনাক বহু বছৰ দেখা নাই। আপোনাক ভগৱানে ভালে ৰাখক 🤗🙏🙏🙏
@Mohan-nt6hq
@Mohan-nt6hq 2 жыл бұрын
I lost my Dad recently 27 July 2022 and I'm here listening to this track I so broken 💔 you ll realise their value once they left .....Hope no one loose their Dad take care of your Dad every one✨and enjoy every moment with them 🌻🌻
@saikiaofficial1961
@saikiaofficial1961 6 жыл бұрын
মোৰ দেউতা মোৰ কাৰণে Superhero ❤️ মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ মোৰ মা দেউতা ❤️
@rubithakuria3309
@rubithakuria3309 6 жыл бұрын
আজিলৈ কোনোৱেই উলিয়াব পৰা নাছিল দেউতাক লৈ গান কিন্তু জুবিন দা আপুনি আজি এটা কিবা নতুন দিলে যি আমি অনুভৱ কৰিছো। অকল মা নহয় দেউতা নহলে ও আমি নোৱাৰো থাকিব ।সৰুৰে পৰা একো অভাৱ নোপোৱা কৈ ডাঙৰ দীঘল কৰা মানুহ জনে হল দেউতা।।। love u zubin zubin zubin daaaa
@makibarali3365
@makibarali3365 6 жыл бұрын
Rubi Thakuria right bro
@SanjayDas-lf6fc
@SanjayDas-lf6fc 6 жыл бұрын
Rubi Thakuria bohut dhuniya zubeen daar gaan bor agote ata dise deutak loy gaan zubeen dai mukha keset tut
@chinmoyroy2304
@chinmoyroy2304 6 жыл бұрын
Rubi Thakuria Umm zubeen Dar logote dangor thanks chiranjeeb theatre k o dibo lagibo
@jintuborah8164
@jintuborah8164 6 жыл бұрын
Hosa oooo
@hellonaba
@hellonaba 6 жыл бұрын
গান টোৰ সৃষ্টিৰ আঁৰত থকা মানুহ কেইজনহে আচল কৃতিত্বৰ অধিকাৰী । জুবিন গাৰ্গে মাথোঁ কণ্ঠহে নিগৰাইছে ।
@mahidutta4237
@mahidutta4237 6 жыл бұрын
অসমৰ গৌৰৱ তুমি জুবিন দা😢
@himanshudihingia3877
@himanshudihingia3877 4 жыл бұрын
Living legend
@তোমিমোৰমইতোমাৰ
@তোমিমোৰমইতোমাৰ 3 жыл бұрын
Umm xosaky
@kritishnayak3644
@kritishnayak3644 3 жыл бұрын
Thikei ksa o tmi...
@ankulbaishya4420
@ankulbaishya4420 3 жыл бұрын
Xosakoi apunar dore kunu hbo nuware love you dewta
@swabnamakhtar9782
@swabnamakhtar9782 2 жыл бұрын
দিনটোৰ ব্যস্ততাৰ শেষত ৰাতি শুব আহি তোমাৰ কথাই ভাবো আব্বা তেতিয়াই এই গানটো লগাই লওঁ আৰু কলিজাৰ বিষ বোৰ চকুলো হৈ ওলাই যায়.... 'এবাৰ মাতিবা নে দেউতা' তোমাত মুখৰ মাতষাৰ শুনিব যে ইমান মন যায়... বৰ কষ্টত আছো অ আব্বা মৰমৰ বৰ অভাৱ হৈছে...... তুমি যতে আছা ভালে থাকা মোক দূৰৰ পৰাই আশীৰ্বাদ কৰিবা😔
@highqualityspeedtyping7884
@highqualityspeedtyping7884 Жыл бұрын
i can't stop my eye tears 😭😭😭😭
@ayubtalukdar5262
@ayubtalukdar5262 Жыл бұрын
😭😭
@machineavatar1603
@machineavatar1603 4 жыл бұрын
Maa Deuta homon kunu nai, jak dekhile Ami hokolu dukh pahori jaoo🙏; jaar poramorkhot Ami nijor hofolota laav koribo paru....aru bakha nai Maa-Deuta r bikhoye kobole, junkhini anubhov koru hei bhaka hoise hobdor Hima paar hoijuwa(truely beyond words, infinite love for my Parents💖💗)....Zubeen Da Tumi Amor huwa....Tumi hodai Akhom Bakhir Logot aru Hridoyot Sirodin Thaka, heiia moi kamona korisu🙏💖💗
@amalborah9716
@amalborah9716 6 жыл бұрын
20 বছৰ আগতে মই মোৰ দেউতাক হেৰুৱায় বহুত কষ্ট দিন বোৰ পাৰ কৰিছো। নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছো। এই গীতটোৱে চকুলো সেমেকাই দিলে
@abdulrazzak4067
@abdulrazzak4067 5 жыл бұрын
Hoi hoi
@skbosmos606
@skbosmos606 4 жыл бұрын
I love you deuta
@vs24_rendition
@vs24_rendition 4 жыл бұрын
What a song! It touches heart and soul...Every mng when I wake up and realize that God has kept my parents hale and hearty, I feel I am the luckiest and happiest person. Thank u God...Don't need anything else in life...Just keep every mom and dad with their children longer enough....Zubin da u r the greatest....Thank u so much for this soul touching song....
@GoMa_moives
@GoMa_moives Жыл бұрын
❤❤
@GoMa_moives
@GoMa_moives Жыл бұрын
1❤1
@manab.barman
@manab.barman Жыл бұрын
দেউতা নোহোৱা হোৱাৰ আজি দুমাহ হ'ল। দেউতা বিহীন এই জীৱন বৰ কষ্টকৰ।
@nayanmanideka5351
@nayanmanideka5351 6 жыл бұрын
সচাকৈ খুব সুন্দৰ এটি গীত ।। গীত টিয়ে দেউতা ৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰাইছে ।
@minchakungkho5691
@minchakungkho5691 5 жыл бұрын
i love you papaa
@mayurjyotimultimedia4796
@mayurjyotimultimedia4796 6 жыл бұрын
" গান এটি গোৱা না অ' মা " গীতটিৰ অভূতপুৰ্ব সঁহাৰিৰ পাছত জুবিন গাৰ্গৰ "অ দেউতা"।
@durllabhbayragi6902
@durllabhbayragi6902 5 жыл бұрын
So sweet
@Bishalbaruah7889
@Bishalbaruah7889 4 жыл бұрын
দেউতা এটা কেৱল শব্দ নহয়, দেউতা কেৱল এটা অনুভুতি নহয়, যাক প্ৰকাশ কৰাৰ কোনে ভাষা নাই l জুবিনদাৰ কণ্ঠত এই গানতো বহুত ভাল লাগিছে l গ
@SmilingBear-vn2df
@SmilingBear-vn2df 6 ай бұрын
Miss you papa😢😢😢😢😢😢😢😢😢
@jyotikabora321
@jyotikabora321 4 жыл бұрын
Xosai ata val loga gaan Zubeen daa🙂Zubeen daar karane ata like plz gys🥰
@djsharma2297
@djsharma2297 3 жыл бұрын
সকলোৰে দেউতা যেন জীয়াই থাকে, সন্তানৰ উপযুক্ত বয়স পৰ্যন্ত । বহুত কষ্ট হয় ঔ কেতিয়াবা নিজক পথ দেখুৱাবলৈ । হে ভগৱান যদি জীৱনত কেতিয়াবা কিবা দুখ কৰিছিলোঁ ক্ষমা কৰি বা ।আগলৈ যাতে পথ দেখুওৱা প্ৰভু ।
@deepaknath6916
@deepaknath6916 8 ай бұрын
@ramensaikia1813
@ramensaikia1813 3 ай бұрын
হয় অ😢😢
@parikhitrava3763
@parikhitrava3763 3 күн бұрын
Deuta nohole bohut besi dukh Lage. jar nai he buji pai
@gubinsharma8659
@gubinsharma8659 6 жыл бұрын
পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰম:তপ৷ Nice song zubinda.
@bhagyajyotibora604
@bhagyajyotibora604 4 жыл бұрын
@noobgameing6504
@noobgameing6504 4 жыл бұрын
BOHUT VL LAGIL HUNI BHUT BHUT VLL
@alakeshdevasarma7584
@alakeshdevasarma7584 4 жыл бұрын
Deuta😍😢😳😱🙏
@bilkishbegum7006
@bilkishbegum7006 Жыл бұрын
দেউতা নথকা জনে এই বেদনা বুজি পায়। মোকো মাতিবলে মোৰ দেউতা নাই। প্ৰতিটো পল দেউতাক Miss কৰো 😢.... I Love you my father ❤❤
@krishnagogoi5272
@krishnagogoi5272 6 жыл бұрын
Bhut val lagil gaantu....papa loi bhut mont pore o kio janu loi gol niyoti a amr pora...miss u every movment.
@knowledgetv3821
@knowledgetv3821 6 жыл бұрын
Same
@digantahazarika2111
@digantahazarika2111 6 жыл бұрын
Krishna Gogoi rjfhyfhd8fjj
@dhanjitnath7934
@dhanjitnath7934 6 жыл бұрын
Krishna Gogoi @Same dewta amr majot o nai bohut miss koru 😢😢😢
@lipiozahduarah248
@lipiozahduarah248 2 жыл бұрын
চকুপানী বোৰ ধৰি ৰাখিব নোৱাৰিলো ,বৰ মনত পৰে অ‍‍'😢য'তেই আছে শান্তিত থাকক দেউতা😢দুমাহ হৈ গ'ল দেউতাক হেৰুৱা😢
@g9super
@g9super 2 жыл бұрын
I cried ,speechless!! Only ZG SIR CAN DO IT AND I M PROUD OF IT!! LOVE YOU ZUBEEN DAA!!
@axomiyalora2159
@axomiyalora2159 9 ай бұрын
মোৰ দেউতা ২১/১২/২৩ তাৰিখে মোৰ পৰা গুচি গল । শব্দবিহীন গান শুনি মুগ্ধ হৈ পৰিলো । Love you abba
@bishnuborah707
@bishnuborah707 6 жыл бұрын
সুন্দৰ.....মই বহুত ভাল পাওঁ ‘অ’ দেউতা ....মোৰ পৰা কেতিয়াও আঁতৰি নাযাব ।
@priyakhideka3096
@priyakhideka3096 6 жыл бұрын
Thnq zubeen daa.. emn duniya gaan Upohar diya r babe ...Hsaiii gaan 2 e hridoy sui goise..." o deuta " Gaan e muku kondualee ....
@pradipdas7775
@pradipdas7775 6 жыл бұрын
Priyakhi Deka 👌👌
@priyakhideka3096
@priyakhideka3096 6 жыл бұрын
😢😢😢😢
@dhunubg8460
@dhunubg8460 6 жыл бұрын
কিনো কম জুবিন দা, মাথো তুমিএ এজন ব্যক্তি যাৰ সুৰত চকুলো সৰিবলৈ অলপো সংকোচ নকৰে । ইমান সুন্দৰ কথা আৰু সুৰ । তুমি বৰ সন্মানীয় জুবিন দা । সদায়ে জিলিকি থাকা যেন।
@poojaburagohain1258
@poojaburagohain1258 6 жыл бұрын
Hosa ou....
@abhijeetgogoi3634
@abhijeetgogoi3634 6 жыл бұрын
Thnks zubin da..
@monikaagam7869
@monikaagam7869 6 жыл бұрын
Dnu B
@Healthylife7788
@Healthylife7788 6 жыл бұрын
Dhunu BG মোৰ মনৰ ভাৱখিনি কৈ দিলা
@pintughosh1166
@pintughosh1166 Жыл бұрын
এই গীত শুনিলে দেউতাৰ কথা বেছিকে মনত পৰে 😢 I miss you Baba❤
@nandadekaraja7588
@nandadekaraja7588 3 жыл бұрын
দেউতালৈ বুলি গোৱা গানটো শুনিলে মোৰ দেউতালৈ মনত পৰে।জুবিন গাগ চাৰে ইমান ধুনীয়া গাইছে বহুত ভাল লাগে।ধন্যবাদ,
@sumiboruah1389
@sumiboruah1389 4 жыл бұрын
অ দেউতা বহুত ‌মনত‌‌ পৰিছে আপোনালৈ
@abhijitkalita67
@abhijitkalita67 4 жыл бұрын
তোমাৰ দেউতা যত আছে ভালে কুশলে আছে।
@panjitabora3917
@panjitabora3917 6 жыл бұрын
ইমান ধুনীয়া গীত জুবিন দা তুমি সমাজৰ আগলৈ আগবঢ়াইছা তোমালৈ বহুত ধন্যবাদ থাকিল
@jyotivlogs5792
@jyotivlogs5792 2 жыл бұрын
মন টো ভৰি যোৱা এটি গীত ❤️
@dwipendas1941
@dwipendas1941 4 жыл бұрын
মই CRPF ত Trining কৰি থাকোতে দেউতাই লিখা চিঠি এতিয়াও আছে. কিনতু দেউতা আজি নাই॥😭চিঠি বিলাক চালে চকুপানী ওলাই জায়😢
@bijusinghbijusingh9520
@bijusinghbijusingh9520 2 жыл бұрын
Moi feel koribo parisu tumr Monor kotha...
@sonuhazorikazubeen68
@sonuhazorikazubeen68 2 жыл бұрын
😭😭
@PankajSharma-uc3gj
@PankajSharma-uc3gj 6 жыл бұрын
মা দেউতাক সদাই ভগবান বুলি ভাবিব লাগে ....
@durllabhbayragi6902
@durllabhbayragi6902 5 жыл бұрын
Beautiful💟💐🙏
@jitendranathsarania1997
@jitendranathsarania1997 6 жыл бұрын
bht miss kru deauta ......tumiii nohuwakoi 7bosar bht struggle krilu. .....kori jam
@nangsengkukoi6088
@nangsengkukoi6088 5 жыл бұрын
Teu jot ase tar porai apunaloi ojut morom di ase aguaai jauk☺️
@gktest4270
@gktest4270 Жыл бұрын
দেউতা জীয়াই থাকোতে আদৰ নাপাই কিন্তু গুচি গলেহে অনুভৱ হয় কঠিন সমাজ খনত জীয়াই থাকিবলৈ দিয়া সাহসটো যে একেবাৰে হেৰাই গল।
@ariyanpapu5257
@ariyanpapu5257 3 жыл бұрын
দেউতা মোৰ সকলো এই পৃথিৱীত মোক একো নালাগে মাত্ৰ মোৰ লগত মোৰ মা আৰু দেউতা থাকিলেই হল😘😘😘❤️❤️❤️❤️❤️❤️❤️❤️💝💞💖 মা দেউতা ৰ বাহিৰে এই পৃথিৱীত মোৰ আপোন কোনো নাই ❤️💝💞💖
@dibyajyotigogoi6060
@dibyajyotigogoi6060 6 жыл бұрын
Hridoy sui jua gaan.. Each word gave me goosebumps.. Beautiful lyrics.. Beautiful song.. Magical zubeen daa.. My Words cannot define ur greatness zubeen da.. U r a true legend.
@binodborah3833
@binodborah3833 6 жыл бұрын
মোৰ মৰমৰ দেউতা আজি এই পৃথিৱীত নাই ! মোক অকনমান সহায় কৰিব বুলি আশা কৰিলো জুবিন দা !আগোৱাই যোৱাত!মোৰ দেউতাৰ সপোন আছিল !
@eliassk5534
@eliassk5534 5 жыл бұрын
ধুনীয়া
@bikibiki1306
@bikibiki1306 4 жыл бұрын
Binod Borah
@babitakurmi8019
@babitakurmi8019 Жыл бұрын
Hosai mon sui juwa gan 😢😢 jetiyai hunu gantu soku pani nuluwake nathake ❤❤ miss you dewta 😢😢 amar majot nai dewta 😢
@bijitsaharia5692
@bijitsaharia5692 6 жыл бұрын
"দেউতা" যিয়ে নিজে আন্ধাৰত থাকি নিজ ল'ৰা-ছোৱালীক পোহৰত ৰাখে। গীতটো শুনাৰ পিছৰ পৰাই দেউতাৰ কস্ট বোৰ মনলৈ আহিছে। সেই সৰু চাকৰিটো আৰু সেই সৰু চাইকেল খন আজিপৰ্যন্ত চলাই আমাক ইমান খিনি জ্ঞানী কৰিলে ডাঙৰ কৰিলে। পকেট ত থকা একমাত্ৰ ১০ টকাটো ও মোক চকলেট খাবলৈ দিছিল। নাজানো দেউতাৰ বাবে কি কৰিছো বা আগলৈ পাৰিম কিন্তু দেউতাক এৰি মই কতো নাযাও। চকুলো বৈ আহে😢😢
@digantahazarika2111
@digantahazarika2111 6 жыл бұрын
Bijit Sahari😂😍😚🤣☺🙂🙂😎
@rkrahul7906
@rkrahul7906 6 жыл бұрын
Dada i love you ...apuni 1000 bossor jiyai thakok.....apunar gaane amak bohut kiba kibi xikale...monot dukh lagile apunar gaan xuniyei monok xantona diu....apuni mohan..dada...apunar nisina kunu hobo nuware dada 🙏🙏
@ktmkingsjbl6006
@ktmkingsjbl6006 6 жыл бұрын
Umm
@urmimalabaruah4777
@urmimalabaruah4777 2 жыл бұрын
LOVE YOU ZUBEEN DA..YOU ARE NOT ONLY AN LEGEND..YOU ARE AN EMOTION, PRIDE AND LOVE OF ASSAMESE PEOPLE AND ASSAM AND ALSO THE WHOLE OF INDIA...LONG LIVE ZUBEEN DA❤
@sumirekhabaruah9379
@sumirekhabaruah9379 2 жыл бұрын
0📿
@dtraditionalfoodrecipes5715
@dtraditionalfoodrecipes5715 8 ай бұрын
❤❤❤❤❤2024❤❤❤❤
@labhitadas6014
@labhitadas6014 5 ай бұрын
❤❤❤❤😢❤❤❤❤❤❤❤😊i ❤u
@jbvlog8189
@jbvlog8189 6 жыл бұрын
Dhuni lyrics lihkisa Abhijit Bhattacharya and Zubeen daa apunar konthot opurbo jadu ase dewtar karone ai gitto gowa babe aru likha babe apunalokoloi mor torofor pora antorik abhinandan jonalu and gitto khuni bohut....val lagil aru logote hrydoi esporkho kori gol.
@monikakumbang3625
@monikakumbang3625 6 жыл бұрын
এইবাৰো no comment....jubeen da hodai best for mine
@zakiarahman1423
@zakiarahman1423 3 жыл бұрын
Zubeen daa💕💕💕💕🙌🏻🙌🏻🙌🏻...no Assamese is born to compete with his soulful voice...
@HirenboruahProbinboruah
@HirenboruahProbinboruah 9 ай бұрын
Bhut Val lagise juben daa❤❤
@vivekganguli5520
@vivekganguli5520 6 жыл бұрын
সঁচা কথা জুবিন দা দেউতা কথা শব্দৰে শেষ নহয় কিমান কষ্ট কৰে আমাৰ বাবে তথাপিও আমাক বুজিব নিদিয়ে সদায় সুখত ৰাখে আমাক বহুত ধুনীয়া গান গাইছে জুবিন দা I LOVE U ZUBEEN DA & I LOVEE U PAPA
@bikashrabha2023
@bikashrabha2023 3 жыл бұрын
নিজৰ সপোন বোৰ ত্যাগ কৰি তোমাৰ বাবে পৰিশ্ৰম কৰা জনেই হৈছে দেউতা ❤️
@manab.barman
@manab.barman Жыл бұрын
নিজৰ সপোনবোৰ ত্যাগ কৰি তোমাৰ বাবে পৰিশ্ৰম কৰা জনেই হৈছে দেউতা।
@tushargogoi884
@tushargogoi884 6 жыл бұрын
There is a magic in his voice..... His voice always takes me to a world of happiness and romance, where I can forget everything and just listened to his songs and feel it from heart... Really really love his voice
@অসমUjjal
@অসমUjjal Жыл бұрын
Xosai ga r nom adal adal hoi goise. ❤ . Zubben da bhogoban r an Ata rup xodai apuni ak khoj agot mor life t zubben da . Deuta r Babe morom Jen besi hol a gaan tu xunar pisot
@shikhamanisaikia3869
@shikhamanisaikia3869 5 жыл бұрын
'অ দেউতা' এই গীত টোৱে মোৰ হৃদয় চুই যায় । চকু পানী ৰখাবো নোৱাৰোঁ 😔😔😔😔
@EnjoyWithBT
@EnjoyWithBT 4 жыл бұрын
দেউতা লৈ মোৰ যেতিয়া বেছিকৈ মনত পৰে মই তেতিয়া এই গীতটি শুনো,নাজানো কিয় এই গীতটোৰ জৰিয়তে মই মোৰ দেউতাক কাষত থকা যেন অনুভৱ কৰো।
@golamahammad7470
@golamahammad7470 6 жыл бұрын
কি voice,মানিব লাগিব কিন্তু.....love you জুবীন দা
@anudevi6963
@anudevi6963 11 ай бұрын
সচাকৈ শুনি থাকিবৰ মন যায় ❤🙏🏻🙏🏻
@DeepakGhyNeoMankind
@DeepakGhyNeoMankind 6 жыл бұрын
বহুত ধুনীয়া গান জুবিনদাৰ ।
@rinkikashyap3613
@rinkikashyap3613 6 жыл бұрын
Omg .... Zubeen daa itssss really hrt touching...💖💖💜😍😍... Deuta💖💖💗😘😘😘😘😘😘
@axyrajiv751
@axyrajiv751 6 жыл бұрын
Rinki Kashyap khosake...
@banajitdas1662
@banajitdas1662 6 жыл бұрын
bohut val lagise zubeen da apunak moi bohut val pau
@thaas14asaamvloger63
@thaas14asaamvloger63 6 жыл бұрын
Yes
@knowledgegurutrending
@knowledgegurutrending 6 жыл бұрын
সঁচা
@mrigankadas5909
@mrigankadas5909 6 жыл бұрын
I Love you papa
@golakkalitq1801
@golakkalitq1801 6 жыл бұрын
Papa is my life , my heart , my everything😘😘
assamese sad songs || zubeen sad songs || assamese heart touching songs
29:32
PJB ENTERTAINER
Рет қаралды 2,2 МЛН
Deadpool family by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 3,7 МЛН
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 15 МЛН
А я думаю что за звук такой знакомый? 😂😂😂
00:15
Денис Кукояка
Рет қаралды 5 МЛН
Deadpool family by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 3,7 МЛН