Ojaantric || Assamese Podcast ft. Shyamontika Sharma || Ep.122

  Рет қаралды 215,693

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Пікірлер: 577
@Nsdilawjan244
@Nsdilawjan244 8 ай бұрын
ইমানেই ধুনীয়া কি কম ভাষা নাই মোৰ সদায় প্রিয়।বহুত ভালপাওঁ দেই জানমণি জনীক।আগৰ সেই জানমণি জনী নিচিনাই লগিছে। ❤
@pallaviborah1012
@pallaviborah1012 8 ай бұрын
Ojaantric মানেই যেন মনোৰঞ্জনৰ ভাণ্ডাৰ,,,,মনবোৰ গধুৰ হৈ থাকিলে u ভাল লাগি যায়....
@Anushka-yk5ek
@Anushka-yk5ek 7 ай бұрын
সঁচাকৈ তোমাৰ জীৱনটো বহু ঘাট প্ৰতিঘাতেৰে ভৰা , বহু ভাল সময়ৰ পৰা বহু বেয়া সময়ৰ সন্মুখীন হৈছা আৰু তুমি ৰৈ যোৱা নাই অথচ এটা হাঁহি লৈ আকৌ আগুৱাই গৈছা। কিমান সাহস আৰু কিমান ধৈৰ্য লাগিব সেয়া পোৱা জনে হে জানে। এতিয়া তোমাক আৰু একোৱেই ভাঙিব নোৱাৰে কাৰণ এয়া তোমাৰ নতুন আৰু শক্তিশালী ৰূপ। ভগৱানে পৰীক্ষা তেওঁৰ পৰাই লয় যাক তেওঁ শক্তিশালী কৰিব বিচাৰে।❤
@bidyut4813
@bidyut4813 7 ай бұрын
মানুহে কেৱল শ্যামন্তিকা শৰ্মাক দোষাৰোপ কৰে। কিন্তু নয়ন নীলিমৰ গাটো সমানে ভুল থাকিব লাগিব আৰু অৱশ্যেই আছেই। শ্যামন্তিকাই নয়ন নীলিমৰ লগত বিয়া নহৈ কিয় বেলেগৰ লগত বিয়া হল এই ভিতৰুৱা কথাখিনি কিমান জানে। তেওঁলোকৰ সম্পৰ্কটোৰ বিচ্ছেদৰ কাৰণ কিমান জন জানে। নয়ন নীলিমৰ হাতত বহু সময় আছিল। এইটো নহয় যে শ্যামন্তিকা কম বয়সতে কাৰোবাৰ লগত পলাই গ'ল। নয়ন নিলীমে কিয় বিয়া কৰোৱাৰ কথা নাভাবিল। ছোৱালীৰ বয়স ৰৈ নাথাকে। আৰু নয়নৰ চিনেমা প্ৰচাৰৰ কাৰণে শ্যামন্তিকাক এক প্ৰকাৰৰ ব্যৱহাৰ কৰিলে। মাত্ৰ সেয়া আছিল নয়নৰ publicity stunt. তাৰ ওপৰত আকৌ ফটা লেভেল। নিজৰ স্বাৰ্থৰ বাবে এজনী ছোৱালীক সকলোৰে আগতে এনে ব্যৱহাৰ কৰাটো নিশ্চয় সঠিক নহয়। মই নয়ন বা শ্যামন্তিকা কাৰো ফালে নহয়। যিখিনি মোৰ মতে ভুল দেখিছোঁ মাত্ৰ ব্যক্ত কৰিছোঁ।
@jonalikalitavlogs6244
@jonalikalitavlogs6244 7 ай бұрын
নিজৰ ভুলৰ কাৰণে shyamontika sharmak হেৰুৱাইছে আৰু এতিয়া গোটেই অসমত trejedy ফালি আছে 😊 কেনেকৈ পাৰে এটা সময়ত সময় কটোৱা প্ৰেয়সীজনীক বদনাম কৰিব 😢 কাৰোবাৰ আবেগৰ লগত খেলিব😒
@RatulBoruah-yu5vt
@RatulBoruah-yu5vt 7 ай бұрын
Right
@abhigyansvlogs4955
@abhigyansvlogs4955 7 ай бұрын
Monor kotha
@Anushka-yk5ek
@Anushka-yk5ek 7 ай бұрын
একদম সঁচা কথা। নিজৰ চিনেমা promotion ৰ বাবে মাতি আনি অপমান কৰিলে তাতেই গম পোৱা যায় কেনেকুৱা মানুহ
@ashamorom5335
@ashamorom5335 7 ай бұрын
Right
@akasha7833
@akasha7833 7 ай бұрын
Wakt wakt ki baat hai aur wakt badalne me der nahi lagti.... comment sai gom palu finally manuhe tar real image tu chini pai ase. Happy for her... 😊
@sotubabuindian9244
@sotubabuindian9244 8 ай бұрын
Her Eyes r filled with Pain, Repent & confusion. She still seems suffering & there's a big vacuum in her life. It's all Destiny combined with Karma. She was and is a beautiful Actress for sure.
@boro3775
@boro3775 8 ай бұрын
Exactly
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK 8 ай бұрын
শ্যামন্তিকা বা এতিয়াও অসমৰ দৰ্শকৰ প্ৰিয় । কিন্তু বায়ে বহুদিন ধৰিয়েই বিৰতি ল'লে, আমি আশা ৰাখিলোঁ আকৌ নতুন অসমীয়া বিহু , বিহু চিনেমা , নতুন অসমীয়া চিনেমাত যেন অতি শীঘ্ৰে দেখিবলৈ পাওঁ ।❤
@minotichetia9972
@minotichetia9972 7 ай бұрын
বহুত ভাল লাগিল। শ্যমন্তিকা বহুত ভাল ছোৱালী।❤❤
@srianamikadeka7263
@srianamikadeka7263 7 ай бұрын
জীবনটোত নো কাৰ দুখ নেথাকে,হয়তো দুখ নথকা মানুহ বহু কমেই ওলাৱI really love you shyamontika❤(অসমৰ জানমনি )হয় আপুনি, আৰু তেনেকৈয়ে জনপ্রিয় অভিনেত্রী হৈ জিলিকি থাকিব আমাৰ মনত। 😘😘😘
@Shine_wid_Sanju
@Shine_wid_Sanju 8 ай бұрын
Eta kotha koboi lagibo.. Ojaantric sai birat hahu.. Val lage, hodai hohuwai thakibo anedorei. Love from Dibrugarh❤
@boro3775
@boro3775 8 ай бұрын
Really thank you so much for bringing her She is our childhood memory, emotion 🥹 Please bring more people of vcd, theatre era like Raag oinitom, Prosenjit, Gayatri, Barakha, Rajkumar, Ravi Sharma, Arup mahanta, Tanvi, Pallavi Medhi, Jotin Bora
@Deathduoteam-f8d
@Deathduoteam-f8d 8 ай бұрын
Kolkata topic tur kotha khini olp dukh lagisile.. Ud da utxah dise val lagise.. Kintu hekhor bhagor shyaman or mukhot hahi sai bohut bhal lagile.. Moi u hahilu apunalukor logote Love you shyamantika baa❤❤❤
@ritrija5618
@ritrija5618 8 ай бұрын
Koushik nandan baruah anok na plzzzz... 🥺❤ Aitu podcast t teuk sbo bisari asu 🥰
@heojychannelvlog6347
@heojychannelvlog6347 8 ай бұрын
জানমণি আমাৰ গৌৰৱ, বিহুৰ ৰাণী, ভাল লাগিল ভিডিঅ'টো।
@abdulrofikali1487
@abdulrofikali1487 8 ай бұрын
জানমণি ক বহুত তাইৰ ব্যাক্তিগত কিছুমান কাৰণত বহুতে বেয়া পায় কিন্তু মই ভাল পাওঁ কাৰণ দুখ বোলা বস্তু টো অকল এজন বা এজনীৰ গাত নাথাকে। ❤❤ anyway I'm love syamontika ❤❤
@tinkuphukan6577
@tinkuphukan6577 8 ай бұрын
😂😂
@sobita4177
@sobita4177 8 ай бұрын
মৰমৰ জানমণি জনী,, ইমান মৰম লগা।। এনেকৈ সদায় হাঁহি থাকা বা । সুখী হোৱা।। হৈ যোৱাবোৰ পাহৰি আগুৱাই যোৱা.....😘😘
@abinashdmary622
@abinashdmary622 7 ай бұрын
আহা তুমি আৰু মই মিলি দুয়ো সুখী হৈ থাকোঁ
@nirusaikia7631
@nirusaikia7631 8 ай бұрын
স্যামন্তিকা ❤ সকলো পাহৰি জীৱন টো আগুৱাই নিয়া। ভগৱান সহায় আছে 🙏 🌹
@pratimjyotisaikia
@pratimjyotisaikia 8 ай бұрын
Jaanmonik dekhi Bahu dinor Murat Val lagil. As a Assamese actress like you . U r the best.
@prakash00100
@prakash00100 6 ай бұрын
মোৰ বহুত প্রিয় অভিনেত্ৰী 'শ্যামলটিকা শৰ্মা' আজি অযান্ত্রিক ত, চাই বহুত ভাল লাগিল❤
@JyotismitaBora23
@JyotismitaBora23 8 ай бұрын
মোৰ আটাইতকৈ ভাল লগা অভিনেত্ৰী জানমণি❤️
@pareesmitasrapunzel9095
@pareesmitasrapunzel9095 8 ай бұрын
Shyamontika bak bor val lage..morom lage eman♥️kothabur bor vl lage😊hodai hukhi thaka ba♥️God bless you 😊
@pakhiboruah6846
@pakhiboruah6846 8 ай бұрын
Shyaman ba kotha bur hosakoi eman val lagy hunibolyy... Akdom minimum kotha kuwaaa morom logaa ba joni
@ChimpiDasChimpiDas-kh2vm
@ChimpiDasChimpiDas-kh2vm Ай бұрын
Kobole vaxa nai atai kou..... old is gold ❤
@swadhinatahazarika6093
@swadhinatahazarika6093 8 ай бұрын
Yesshhhh , ojaantric is the only podcast which have 100percent of positive audience 🤯💃😍..... Khali apunaluk manuhduta naikiya hoi jai maje maje😒
@pallaviborah1012
@pallaviborah1012 8 ай бұрын
বিহু. বুলি কলেই যেন জানমণি......Love from amguri❤
@janmoni-moni604
@janmoni-moni604 8 ай бұрын
জানমণি অসমীয়াৰ আৱেগ ❤ বহুত দিনৰ মূৰত যেন আমাৰ আযান্ত্ৰিক আকৌ ঘূৰাই পালোঁ... Oasis দা ক miss কৰিলোঁ আজি🥲
@ankurdeori9157
@ankurdeori9157 8 ай бұрын
❤❤❤
@Sketcher_lovely
@Sketcher_lovely 3 ай бұрын
One of masterpiece of Assam shyamantika ❤️…bablee borah and pritikangana k matib
@pratyashigogoi
@pratyashigogoi 8 ай бұрын
Love from Dubai… ojaantric sai xosai bohut bhaal laage… keep up the good works…
@PradunyaKoch
@PradunyaKoch 8 ай бұрын
শ্যামন্তিকা বা মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী ❤❤❤
@DipNath-hq6hr
@DipNath-hq6hr 8 ай бұрын
. ⁰⁰p1pp
@dbcreation9813
@dbcreation9813 Ай бұрын
One of the most beautiful actress
@bobyphukon9258
@bobyphukon9258 8 ай бұрын
Eman morom loga janmoni joni bohut morom asa dai tumaloi.. Akhibad koru hodai hahe thaka dai...
@JyotshnaDas-ez2ih
@JyotshnaDas-ez2ih 6 ай бұрын
❤❤❤
@user-Greendeep21124
@user-Greendeep21124 8 ай бұрын
Thanks ud daa and oasis daa ... Shyamon baak invite korar babey akhekh dhonyabaad.... ❤ Form Moran....
@jollybetter
@jollybetter 8 ай бұрын
Ami aeuk heruwai disilu? Aeukk??? Ki nisthur asil teur jibonot oha hei daanob tu! Aji assamese industry r xirkhot thakil hoi teu. Ki dhunia teur hahi tu 😢❤️ eman dhemeliya manuh goraki jibonot hahi tu naikiya hoi goisil. Shyamontika baa ❤️❤️
@lijasaikia6298
@lijasaikia6298 8 ай бұрын
Khub val lagile podcast tu sai... Shyamontika ba r ktha buru khub val lagile ...
@jummydutta8114
@jummydutta8114 8 ай бұрын
LOVE YOU FOR WHAT YOU ARE......NEVER CHANGE.
@AnkurJoyti123
@AnkurJoyti123 7 ай бұрын
ময়ো হনুমান চালিশা পঢ়ো। বহুত বিশ্বাস কৰোঁ‌ ময়ো। হনুমান চালিশাৰ বহুত শক্তি আছে।
@user-Miss0932
@user-Miss0932 7 ай бұрын
Moi u😂
@nabojyotidutta9635
@nabojyotidutta9635 7 ай бұрын
সেই ...... আজি কিছু হাঁহিলো দেই। Good keep it up 👍 এদিন আমাৰ সীমা দাস বা আন কোনো sports men ক আনিবলৈ চেষ্টা কৰিবচোন। If budget is bearable. I love both of you 💓
@junborman6454
@junborman6454 8 ай бұрын
Bohut bohut val lagil ❤❤❤
@semimasiddiqua3031
@semimasiddiqua3031 8 ай бұрын
The cheating portion turned out to be very funny and witty.Overall enjoyed the whole episode 😂😂
@user-lg8ob3lx7o
@user-lg8ob3lx7o 8 ай бұрын
Xoru re pora dekhi ahisu.... Favorite ❤
@Biswajitmedam
@Biswajitmedam 7 ай бұрын
Ba apunak dekile agar janmoniloi manot pare bhut duniya lagise asamor janmoni
@MinakshiBoruah-n9r
@MinakshiBoruah-n9r 7 ай бұрын
Bahut bhal lagil❤❤❤❤
@er.mahidulhussain9322
@er.mahidulhussain9322 8 ай бұрын
Best episode till date 😍. I really enjoyed lots
@nainaahmed8131
@nainaahmed8131 6 ай бұрын
Iman je bhal lage tumak jaanmoni tumar hahi tumar khothor style iman dhunia tumi past ari ani time enjoyed life 😅jeed thoka bhal (positive)
@khirudsaikia6806
@khirudsaikia6806 8 ай бұрын
Bahut hahilo aji episode2 sai❤️❤️
@indirabaruah530
@indirabaruah530 7 ай бұрын
Vale thaka hodai baa eman dhuniya ❤️❤️
@Bi_RaaG
@Bi_RaaG 7 ай бұрын
শ্যামন্তিকা, বৰষাৰাণী, গায়ত্ৰী💝💝💝
@Khirud_dunia
@Khirud_dunia 8 ай бұрын
Shyamon baaa ako teen age girl jen loga hoise ....❤❤❤ hoday dhunia hoi thaka baa
@harjitdeka9886
@harjitdeka9886 8 ай бұрын
ভাল লাগিলে .... কেৱল গুৰু জনাৰ সৃষ্টিক কিছুমান বস্তুৰ লগত তুলনা নকৰিব। কাৰণ আপেনালেকে অসমীয়া জাতীৰ কিছু ক্ষেত্রত গুৰু দায়িত্ব পালন কৰি আহিছে , আপেনালোক এটা প্রজন্মৰ পথ প্রদৰ্ষক । সোণালী সময়ৰ প্রিয় অভিনেত্রী গৰাকী❤❤
@jyotibaillung3044
@jyotibaillung3044 8 ай бұрын
জানমণি জনী বৰ সৰল মনৰ ছোৱালী প্ৰায় ভাৱে থাকক ।
@pkentertantmant1807
@pkentertantmant1807 8 ай бұрын
Bohut dinr past salu... Bohut val lagil.. ❤❤❤
@Rupali_ruhi_dipankar
@Rupali_ruhi_dipankar 7 ай бұрын
Bohut bhal lagil sai.... Apunaluk r lgte olop hahilu....
@Antony_Shamarjit_Lee
@Antony_Shamarjit_Lee 7 ай бұрын
34:01 চাই বাবা messenger , চাই বাবাৰ ভক্ত হৈ থাকিব। ঠিক আছে। কিন্তু শংকৰদেৱৰ কথা কবলৈ নোখোজে। শংকৰদেৱ কেৱল ধৰ্মতেই নাছিল, চাই বাবাৰ দৰে; শংকৰদেৱে অসমীয়া সংস্কৃতি গঢ়ি থৈ নোযোৱা হলে, এওঁলোকৰ profession নাটক, থিয়েটাৰ চিনেমাটো বাদেই ভাষাটোৱে নাথাকিলহেঁতেন। এয়াই আমাৰ অসমীয়া মানুহৰ মানসিকতা। লোকৰজনহে আপোন, নিজৰ জনক কিন্তু কৰবাতে এৰিব। (ক্ষোভ প্ৰকাশ কৰিছো, বিশ্বাসক তিৰস্কাৰ কৰা নাই) বাকী 42:15 - 48:10 নকলৰ promotion যেন feel হ'ল । যেন বিজ্ঞাপন। বাকী
@Jinamoni-h4x
@Jinamoni-h4x 7 ай бұрын
Val lagil kotha bor ❤
@karobigogoi1963
@karobigogoi1963 8 ай бұрын
Priyo shyamon baaa.....joni❤❤❤❤
@CHANNDRIMAA
@CHANNDRIMAA 8 ай бұрын
আপোনাৰ লগত থকাজন নাই যে ... উদয়ন দা । Oasis দা কেনি গ’ল 😊
@jayantakalitavlogatoz3648
@jayantakalitavlogatoz3648 8 ай бұрын
কেমেৰাৰ পিছফালে
@CHANNDRIMAA
@CHANNDRIMAA 8 ай бұрын
@@jayantakalitavlogatoz3648 👀
@ABINASHAk47
@ABINASHAk47 7 ай бұрын
বহুত বহুত ভাল লাগিল দাদা আৰু বা 🤗 ধন্যবাদ 😊 আগলৈকে এনেদৰে আগবাঢ়ি ‌যাওক তাৰে কামনা কৰিলো ওম সাই ৰাম
@KakaliSaud
@KakaliSaud 7 ай бұрын
Khub val lagise bohut dinr mur hahilo❤❤
@jadovmorang3742
@jadovmorang3742 8 ай бұрын
My childhood crush...I love you janmoni baa
@richagogoi9486
@richagogoi9486 4 ай бұрын
Eman dhuniya show tu saboloi❤️
@user-deva1
@user-deva1 8 ай бұрын
Bohut bhal lagile...❤
@JagatSaikia-j8z
@JagatSaikia-j8z 8 ай бұрын
Hru hoi thakar porai Sai ahisu janmonik bohut val lage tetyar porai teu atya dhuniya hoi ase moi bisaru hodai dhuniya hoi thakok..kin2 moi he Buhi hoi goisu 🤭
@ankuran8534
@ankuran8534 7 ай бұрын
Lots of love UD da. Ankur here now from Bangalore 😅 Keep working hard 💪
@MonujKuli-d2z
@MonujKuli-d2z 7 ай бұрын
Priyo shyamotika ba❤❤❤❤❤❤
@dhanasripathak6312
@dhanasripathak6312 7 ай бұрын
All time fav. Bihu nasoni...really Shyamantika Sarmar bahire ajiloi karu bihu naas ximan val lagae nai..❤❤❤ missing Jaanmoni,Anjana sooooo bad...
@ankitabaruah1147
@ankitabaruah1147 8 ай бұрын
Janmoni r smile tu saie val lagi jai.. Bohut dhuniya hahi(✿ ♥‿♥)
@reethisahandique2407
@reethisahandique2407 8 ай бұрын
Bohut bhal lagil daiii janmoni ba❤❤❤❤
@lyricsvibe2586
@lyricsvibe2586 7 ай бұрын
চাই শুনি বহুত ভাল পালোঁ, কথা বোৰ মইও ফুৰ্তি কৰিলোঁ।
@pompichutia4027
@pompichutia4027 8 ай бұрын
আজি বহুত বেছি ভাল লাগিল ভিডিঅ'টো চাই ।
@Nabanitasaikia604
@Nabanitasaikia604 8 ай бұрын
প্ৰিয় অভিনেত্ৰী গৰাকী❤
@prabinjyotirajbongshi7506
@prabinjyotirajbongshi7506 8 ай бұрын
Watching from Dubai, Thank you for inviting Shyamontika ....love you ojantric
@shimantagogoi7739
@shimantagogoi7739 8 ай бұрын
Jaanmani ajiu hridayt jaanmani hoia ase... ru thakiba aagoloi
@dipankarborpatra3150
@dipankarborpatra3150 8 ай бұрын
ভাল লাগিল Thanks to my all subscribers ❤❤❤❤
@1nomajusiralawc
@1nomajusiralawc 2 ай бұрын
শ্যামন্তিকা আপোনাৰ কথা বিলাক বহুত ভাল লাগিল
@runabhuyan88
@runabhuyan88 8 ай бұрын
Val lagile ❤❤ love you Shyamantika baa... Jai Bajrangbali 🙏🙏🙏
@nibeditakalita7179
@nibeditakalita7179 8 ай бұрын
Sai thakote ketiya xekh hoi jai gm a napalu xklo bor saisu a bohut val lage agoloi aru anekoi hahi thakiba❤❤❤
@lofi_northeast
@lofi_northeast 7 ай бұрын
i love this show.
@nayanmonidas2766
@nayanmonidas2766 7 ай бұрын
Life lessons had turned her smile into a painful one. Eyes were filled with pain. It was like she will cry out in no time.
@dutta585
@dutta585 7 ай бұрын
Jaanmoni❤eman dhuniya❤bohut besi val lage kotha bur❤
@greetings4104
@greetings4104 8 ай бұрын
Watching Ojaantric / Shyamontika from USA. Loving it.
@rimjimhandique6444
@rimjimhandique6444 7 ай бұрын
Vaal lagil episode tu sai
@runuchetia1658
@runuchetia1658 2 ай бұрын
সদায় এনেকৈ থাকা❤️❤️❤️❤️বহুত ভাল পাওঁ তোমালোকক❤️❤️
@PranabJyotiPatar-w2n
@PranabJyotiPatar-w2n 7 ай бұрын
Janmoni joni akou cinema jagotoloi ghuri ahile bhut vl lagib
@Megharanjan.346
@Megharanjan.346 7 ай бұрын
সছাঁকৈ বহুত বহুত ভাল লাগিল 👌❤️🥰
@assamboydhanjit7585
@assamboydhanjit7585 8 ай бұрын
Shymon ba mor all time favourite hoi ❤❤❤❤ best hoi baa
@hirumonibora9615
@hirumonibora9615 7 ай бұрын
Moi syamantikar big frnd hoi..bohut besi vaal pau...specially bihu dancer krne ..emn xundor bihu nase
@Inamahantavlog
@Inamahantavlog 23 күн бұрын
Duyuta bor jomoni deii 😂❤ lot's of love baa😊
@rashmimorang9931
@rashmimorang9931 8 ай бұрын
বহুত ভাল লাগিল বহুত দিনৰ পিছত জানমণিক হাঁহি মূখে দেখা পাই ❤❤❤❤❤❤
@amarkalita1360
@amarkalita1360 7 ай бұрын
My favorite😍💕
@lsd4889
@lsd4889 8 ай бұрын
Blg lga hoise syamantika baa k ... ud da mza lagise episode 2 chai ..❤❤❤.. love frm sipajhar baa.
@Sushil_Kashyap
@Sushil_Kashyap 8 ай бұрын
এই উদয়ন ডালে বহুত বেছি কৰে।‌ মাজে মিজে হিন্দী মাৰি যেনেকুৱা দেখুৱাই যেন আগতে বলীউডতহে কাম কৰিছিল। আৱেছিছৰ ব্যৱহাৰ ভাল লাগে। শ্যামন্তিকাক দেখিহে আজি চাইছো, আজিকালি নাচাও
@jyotibora4650
@jyotibora4650 7 ай бұрын
apunar bhut pblm hoise nki..hindi kouk axomia kouk vkha vkhai n buji to paise n.
@BkThengalKachari03
@BkThengalKachari03 7 ай бұрын
Bhag Bdurbhai 😡
@Sushil_Kashyap
@Sushil_Kashyap 7 ай бұрын
Ki vakha vakha.. axom hoi vai.. hindi podcast saboloi hole eikeijonok nasau.. direct hindi sam
@manjumechpathakofficial222
@manjumechpathakofficial222 8 ай бұрын
ভাল লাগিল ।আগলৈ আৰু সুন্দৰ সুন্দৰ অনুষ্ঠান চাবলৈ পাম বুলি আশা কৰিলোঁ
@ritamonibaruah9339
@ritamonibaruah9339 8 ай бұрын
Kotha dekha gambhirjyo tumer hokolu dhuniya samontika❤❤❤
@BristiBorahGogoi-i4s
@BristiBorahGogoi-i4s 8 ай бұрын
Bohut besi vl lge ba apunak apuni aru ag bahi jaok ❤
@jamesonmushahary80
@jamesonmushahary80 8 ай бұрын
Expression reveals pain in heart ....
@digantaborah8274
@digantaborah8274 8 ай бұрын
Oasis দা নাথাকিলে কিবা আধৰুৱা লাগে, arrenge কেনেকৈ কৰে নাজানো তেওঁক কিন্তু প্ৰতিটো show ত লাগিবই। এই দাবী ন্যায্য দাবী
@PorikhitBorah
@PorikhitBorah 8 ай бұрын
O lagiboi oasis daak😢
@rimasreebora
@rimasreebora 8 ай бұрын
Sosake lagiboi..
@himashrikalita8797
@himashrikalita8797 8 ай бұрын
Shyaman baa all tym favorite😍
@santanatamuli5236
@santanatamuli5236 8 ай бұрын
ভাল লাগিল ❤
@MonjitBoruah-ds9mv
@MonjitBoruah-ds9mv 6 ай бұрын
Moza lagil sai bindas❤❤❤❤
@jonalikalitavlogs6244
@jonalikalitavlogs6244 7 ай бұрын
Vle thkk hodai apuni❤️❤️ priyojni🥰
@rajat3563
@rajat3563 7 ай бұрын
কলকতিয়া জনৰ বিৰুদ্ধে কোনো জনে আগ বাঢ়ি নহা দেখি আচৰিত লাগিল ।
Ojaantric || Assamese Podcast ft.@barshabishaya  || Ep.66
58:45
Oasis Motion Films
Рет қаралды 275 М.
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Ojaantric || Assamese Podcast ft. Lakhya || Ep.135
55:54
Oasis Motion Films
Рет қаралды 58 М.
Assamese Podcast Ft. Shyamontika Sharma || Untold Story, Relationship, Childhoods || #Ep.5
58:26
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 111 М.
Ojaantric || Assamese Podcast ft. RJ Pahi || Udayan Duarah || Ep.24
47:37
Oasis Motion Films
Рет қаралды 629 М.
Ojaantric || Assamese Podcast ft. @AMRITAGOGOIO  || Ep.59
59:16
Oasis Motion Films
Рет қаралды 222 М.