Ojaantric || Assamese Podcast ft. Achurjya Borpatra || Udayan Duarah || Ep.20

  Рет қаралды 349,357

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Follow Us On Instagram.
/ oasis_talukdar
/ udayanudy
/ achurjya_borpatra
Ojaantric || Assamese Podcast ft. Achurjya Borpatra || Udayan Duarah || Ep.20
Behind The Camera : Manash Protim
Ankumoni Borgohain
#ojaantric
#AchurjyaBorpatra
#assamesepodcast

Пікірлер: 1 400
@ninabharadwaj9395
@ninabharadwaj9395 3 жыл бұрын
এতিয়া ইউটিউবত কেৱল এটাই নাম search কৰোঁ......... সেয়া হৈছে........অযান্ত্রিক❤🔥
@nabaratnaborah4559
@nabaratnaborah4559 3 жыл бұрын
🔥🔥🔥
@pranjalchetia9500
@pranjalchetia9500 3 жыл бұрын
আচুৰ্য দা অহাৰ পৰা এ এই অনুষ্ঠানটু চাবলৈ আৰম্ভ কৰিলোঁ ... আৰু সকলো episode চাই শেষ কৰি দিলোঁ ... Love you আচুৰ্য দা❤️ ..
@stranger2287
@stranger2287 3 жыл бұрын
Same
@chandanhazarika5383
@chandanhazarika5383 3 жыл бұрын
আচুৰ্য ককাইক আপোনালোকৰ অনুষ্ঠানত দেখা পাই নথৈ আনন্দিত । অযান্ত্রিকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
@neet22-23
@neet22-23 3 жыл бұрын
Oasis da apuni national crush hbo goi ase 😍🔥🔥
@prangonachutia3047
@prangonachutia3047 3 жыл бұрын
😍😍
@munmunhandique5629
@munmunhandique5629 3 жыл бұрын
Maaye hudhise "taanr sigil neki? Okole hanhi thako je.."😂😂 অযান্ত্রিকলৈ শিৱসাগৰৰপৰা মৰম পঠিয়াইছোঁ। Udy daa, Oasish daa❤️
@monalishaneogthakuria8610
@monalishaneogthakuria8610 3 жыл бұрын
Same
@shilpimedhi3151
@shilpimedhi3151 3 жыл бұрын
Mor priyo singer hoi... Bohut dangor fan hou teor... Teor protitu gaanei khub priyo... Mor o teor logot kotha patibo mon asil.... Thank you UD da and Oasis da Achurjya da k mata karone
@bikashtalukdar9521
@bikashtalukdar9521 3 жыл бұрын
উদয়ন দা মানিছোঁ আপোনাক, দিনটোৰ মূৰত হাঁহিলো , ভাল লাগিল!
@acoustictaslima3144
@acoustictaslima3144 2 жыл бұрын
Achurya Barpatra dak akou laage amak.. this is the best episode of Ajaantric.. i have watched all the episodes till now. The happiness of the set , the conversation between UD da and Achurya da was so fresh and youthful. Love you both.. always be happy UD da.. you are the Jaan of Ajaantric..
@durlovpathak2884
@durlovpathak2884 3 жыл бұрын
ভাল লগা এটা সাক্ষাৎকাৰ । ভাল লাগিল চাই এনেকৈয়ে প্ৰতি দিনে পাম বুলি আশা কৰিলোঁ ককাইদেউ সকল।
@msaikia7896
@msaikia7896 2 жыл бұрын
আচুৰ্য দাৰ এই খন্ডটো বহুত ভাল লাগিল। প্ৰকৃতিক মানুহে প্ৰাধান্য নিদিয়া হৈছে অথচ মানুহ নিজেই প্ৰকৃতিৰ অংগ সেই কথা পাহৰি গৈছে। তেখেতে প্ৰকৃতিৰহৈ ভৱাত মন চুই গৈছে আজি।❤️❤️❤️❤️🌻🌻🌻
@geetalinath5455
@geetalinath5455 3 жыл бұрын
Ojaantric is one of the best show on youtube ....❤️
@akashdeepbaruti5576
@akashdeepbaruti5576 3 жыл бұрын
Taake he muru val lage 😁
@geetalinath5455
@geetalinath5455 3 жыл бұрын
@@akashdeepbaruti5576 Toi sao buli moi vobai nsilu....mur 2nd comment support kor naa😑😑😑
@akashdeepbaruti5576
@akashdeepbaruti5576 3 жыл бұрын
Hoi support korisu 😁
@geetalinath5455
@geetalinath5455 3 жыл бұрын
@@akashdeepbaruti5576 Dhonyabad
@NimishaDowarah
@NimishaDowarah 3 жыл бұрын
Yes😎😎
@chitraranjandas6066
@chitraranjandas6066 3 жыл бұрын
বিশেষকৈ আচুৰ্য দা কথাষাৰ বহুত বহুত ভাল লাগিল। নিশ্চয় প্ৰকৃতিয়ে জিৰনি লোৱাটো খুব জৰুৰী,আমি কাৰ কাৰণে জীয়াই আছোঁ? প্ৰকৃতিৰ কাৰণে নহয় জানো?প্ৰকৃতিকো ভাল পাব লাগিব নহয়। আৰু যিসকলে দীন হাজিৰা কৰা লোক ,হাজিৰা নকৰিলে নচলে তেওঁ লোকক চৰকাৰে আৰ্থিক সহায় কৰি প্ৰকৃতিৰ কাৰণে দুদিন বন্ধ দিয়াটো খুবই বিচাৰোঁ। চৰকাৰক পাৰিলে আপোনালোকে দৃষ্টি গোচৰ কৰিব , কিয়নো আপোনালোকে নোৱাৰা কাম একো নাই, কিয়নো আপোনালোকৰ অনুগামী বহুত আছে,, বাকী ডিচ লাইক মৰা কেইটা আপোনালোকৰ show2 ভাল পায় কিন্তু সিঁহতি উন্নতি দেখিব নোৱাৰা কাৰণে ডিচলাইক মাৰে, এইবোৰ কাৰণে চিন্তা নকৰি আগুৱাই যাওক ভাল পোৱা মানুহ বহুত আছে,,❤️❤️❤️
@thedevogramstory7483
@thedevogramstory7483 3 жыл бұрын
Achurjya and uddi da ..luv from Golaghat , proud of you
@mozoomdar.
@mozoomdar. 3 жыл бұрын
অসমীয়াত এটা শব্দ আছে "সভাশুৱনি" । আমাৰ দুৱৰা দা সেই সভাশুৱনি মানুহ। মানুহ ধৰি ৰাখিব পৰা মানুহ। ভালে থাকক আটাইকেইজন।
@biswajit8936
@biswajit8936 3 жыл бұрын
Heavy budget r tony and bony dak matok 🔥
@pahibegum5701
@pahibegum5701 3 жыл бұрын
I agree with you, matibo lge😊
@deadpole5039
@deadpole5039 3 жыл бұрын
I am also agree with you
@RUPAM_WORLD
@RUPAM_WORLD 3 жыл бұрын
I m also agree
@bunnyfunny3212
@bunnyfunny3212 3 жыл бұрын
I agreed
@sanbty1787
@sanbty1787 3 жыл бұрын
I agree
@arupjyotimahanta3176
@arupjyotimahanta3176 3 жыл бұрын
21:46 Next Level thinking... অযান্ত্ৰিকৰ মজিয়াত অযান্ত্ৰিকতাৰেই সৰল চিন্তা |
@aditytalukdar67
@aditytalukdar67 3 жыл бұрын
Best interview show ever... Oasis da apunar aru eta guiter single lage de
@priyankidutta3486
@priyankidutta3486 3 жыл бұрын
উদয়ন দা ভাল হহুঁৱালে দেই আপুনি,, আগুৱাই যাওঁক আপোনালোক দুয়ো ❤❤🙏🙏🥰🥰অযান্ত্রিকৰ দীর্ঘায়ু কামনা কৰিলোঁ 🙏🙏❤❤আচুৰ্য্য দাৰ কথা বাৰু নকলেও হ'ব,, একদম জুই 🥰🥰❤❤আমি গোলাঘাটীয়ান আৰু দেৱৰাজীয়ান হিচাপে গৌৰৱ অনুভৱ কৰোঁ।। ❤🥰😘😘
@gowrangaburagohain369
@gowrangaburagohain369 3 жыл бұрын
ৰাহুল গৌতম শৰ্মাৰ হে আছিল 🙄 . . মই ও গোলাঘাটৰ পৰা😂 উদয়ন দাৰ সহযোগী ❤️
@biz_69
@biz_69 3 жыл бұрын
😂😂😂😂 ami najnu nhy golaghat axomotei bli ....thank you dei side t mention krar babe
@gowrangaburagohain369
@gowrangaburagohain369 3 жыл бұрын
@@biz_69 ধন্যবাদ মই আপোনাক দিব লাগে মহাশয়। আপোনাৰ অমূল্য বিবেকৰৰ দ্বাৰা যে এই সামান্য কথাটো গম পাব যে পাৰিলে🙏🏻🙏🏻 আপোনাৰ ঘৰতো চাগে এইদৰেই কথা-বতৰা হয় চাগে!যিহেতু আপোনাৰ মা-দেউতাৰ তত্ত্বাৱধানতে আপোনাৰ সামাজিকৰণ হৈছিল সেয়ে তেওঁলোকক লৈ মোৰ অলপো সন্দেহ নাই তেওঁলোকে ভালেই পৰামৰ্শ দিছিল চাগে (মাক দেউতাকে ল'ৰা-ছোৱালীৰ ভালৰ কথাই চিন্তা কৰে) কিন্তু আপুনি মহাশয় এনেদৰে অবাঞ্চিত ৰিপ্লাই বা উত্তৰ দি আপোনাৰ ঠেক মানসিকতাৰ পৰিচয় দিয়াৰ লগতে আপোনাৰ পিতৃ-মাতৃ লৈ আঙুলিয়াবলৈ বাধ্য কৰাইছে যে আপুনি এজন ধুৰন্দৰ ব্যক্তি। অবাবত য'তে-ত'তে যিকোনো কথা নকব,যি কথাৰ অৰ্থ বুজি নাপায় অলপ সময় নিজানত বহি চিন্তা কৰিব। আৰু কি কবলৈ চেষ্টা কৰিছোঁ মানুহ হিচাপে যদি অলপ কিবা বুজি পাইছে অনুগ্ৰহ কৰি অযথা এইবোৰ কথাত লাগি নাথাকিব।নিজ কামত ধৰক গৈ🙏🏻🙏🏻🙏🏻
@biz_69
@biz_69 3 жыл бұрын
@@gowrangaburagohain369 😂😂😂😂 Gutei murkhami tu axomia t explain kori dilei tmr murkhami lukuabo nuariba mohahoy . Khong r odhinot goi apuni mur ma deutak o ohonman krile ,, seitue apunar okhovyali r porisoy diye. Eyar pora gom pua jai j apuni ejon udondo juwok hoi .🙏🏻
@banashree8868
@banashree8868 3 жыл бұрын
Exm soli ase... Tothapio kin2 Ojaantric sabo era ny... Boom mojah lgeee ❤❤❤❤❤❤
@dikshitadutta3316
@dikshitadutta3316 3 жыл бұрын
বহুত বেছি ভাল লাগিল।একদম ঘৰুৱা ঘৰুৱা অনুভৱ হয় আপোলোকৰ অযান্ত্ৰিক চাই।
@nebaditagogoi725
@nebaditagogoi725 3 жыл бұрын
Hdai roi thku..ktia ako na2n video upload kore buli...din2r stress akdm naikia hoi jai... Videos bur sai... Tnq ojaantric.. ❤❤
@BanditaKalita
@BanditaKalita 3 жыл бұрын
One of the best part of the show is how UD da already knows almost everyone from the industry, and Oasis kind of has that ‘ok muku bujaok pl’ look :D
@montimala4151
@montimala4151 3 жыл бұрын
Hi
@poliboruah1408
@poliboruah1408 Жыл бұрын
Ekdom xosa ktha...
@mayourakhibora3348
@mayourakhibora3348 3 жыл бұрын
প্ৰকৃতিৰ ভালপোৱা প্ৰকৃতিৰ মাজত জীয়াই থাকক💚💚🌸🍃পৃথিৱীৰ আয়ুস আৰু বাঢ়ি যাওক, প্ৰিয় মানুহজনৰ ভাললগা কথাবোৰ...😊😊
@rupamdas7277
@rupamdas7277 3 жыл бұрын
বহুত ভাল লাগিল।💙 আচুৰ্য দাৰ "ক'ৰ'বাত কিবা হ'ল" গানটো শুনিলে মনটো নাচি উঠে। নীল আকাশ দাক এদিন অনুষ্ঠানলৈ মাতিবচোন।🙏🏻
@rousanawarabegum8740
@rousanawarabegum8740 2 жыл бұрын
Hoi neel da k lage
@chayanikabora9437
@chayanikabora9437 3 жыл бұрын
Kisu hahilu aji..UD aponar sense of humour 💯 ... Birat val lage xosake aponak🥰
@manashjyotibhuyan4530
@manashjyotibhuyan4530 3 жыл бұрын
One of my favourite show ❤️❤️❤️
@oghaitong7781
@oghaitong7781 3 жыл бұрын
পাপন দাক মাতিবচোন এবাৰ অযান্ত্ৰিকলৈ উদয়ন দা❤❤
@paputaye5225
@paputaye5225 3 жыл бұрын
Hoi
@NilamjyotiSharma
@NilamjyotiSharma 3 жыл бұрын
Aji sobore voice t eman bass ase 😂😂😂😂 Best show of Assam
@chandanaboruah8906
@chandanaboruah8906 3 жыл бұрын
উফফ প্ৰিয় গায়কজন💖😌 বহুত বহুত ধন্যবাদ অযান্ত্ৰিকলৈ আচুয্যদাক মতাৰ বাবে 💝 লগতে উদয়ন দাদা আৰু অএচিচ দাদা(oasis)লৈ বহুত মৰম💞💞 অযান্ত্ৰিক যাতে সদায় সফলতাৰে আগবাঢ়ি যায় তাৰো কামনা কৰিলোঁ💖
@soos777
@soos777 3 жыл бұрын
Ud da and oasis da.. Val lagil episode2 sai..tate ase Achurjy da..aru call2 pai tatkoiu val lagile. And my jio tune was " Nodir dore" by Bhaskar Opswel and ellana
@awesomethoughts5674
@awesomethoughts5674 3 жыл бұрын
Ur voice is sweet
@vagrantwatcher568
@vagrantwatcher568 3 жыл бұрын
Tumar part'khini 10baarmaan salu... Beya jomise dei😂😂😂
@soos777
@soos777 3 жыл бұрын
@@vagrantwatcher568 haha thanks thanks 🤣
@sangientertainment4593
@sangientertainment4593 3 жыл бұрын
Kenke phn number diye
@awesomethoughts5674
@awesomethoughts5674 3 жыл бұрын
@@sangientertainment4593 Instagram t follow kriba
@dulendeori4134
@dulendeori4134 Жыл бұрын
অযান্ত্ৰিকৰ প্ৰায়বিলাক এপিচদ চাইছো । কেইটামান এপিচদ চাই ভাল লাগিল । তাৰ ভিতৰত দীপেন বৰুৱা, জে পি দাস, ভূপেন উজীৰ, অতুল পাচনি, মৌচম গগৈ, মন্তুমনি, দেৱজিত বৰা , প্ৰিয়ংকা, প্ৰণয় বৰদলৈ, ধিতিমান দেউৰী, মৈত্ৰেয়ী পাতৰ । আমনিদায়ক এপিচদ বোৰৰ ভিতৰত নিশিতা, আৰ জে পাহি, জেৰিফা আৰু কেইটামান য'ত তেওঁলোকক ক'বলৈ বৰ বিশেষ সুবিধা কৰি দিব নোৱৰাতো আতঁধৰোতা (Anchor) দুয়োজনৰ বিফলতা বুলিয়ে ধাৰনা হয় । কেতিয়াবা নিজৰ অভিগ্যতা আৰু গ্যানৰ জাহিৰ কৰিবলৈ গৈ উদয়ন মূল ব্যক্তিজনৰ বিষয়ৰ পৰা অলপ আতৰি যোৱা যেন অনুভৱ হয় । অৱেছিছৰ বিষয়ে কি মতামত দিম---খাইপেনি,আহিপেনি এইবোৰ শব্দ এৰাই চলিব পাৰিলে ভাল । অনুস্থানটো নিয়মীয়াকৈ চাওঁ আৰু ভাল পাওঁ বাবে লিখিলো ।
@hirakjyotiray2768
@hirakjyotiray2768 3 жыл бұрын
কি কম আৰু আচুৰ্য্য দাৰ কথা সৌ তাহানিৰ দিচাংৰ পৰাই অভিমান বোৰ বুকুত সাঁচি বৰ্তমানলৈ শুনি আছোঁ তাৰ গান বোৰ।❤️❤️
@rajunath286
@rajunath286 3 жыл бұрын
নতুন দৰ্শক।লাহে লাহে ভাল লগা হৈছে অযান্ত্ৰিক অনুষ্ঠানটি। খুহুতীয়া ৰসেৰে সময়খিনি খুব সুন্দৰকৈ পাৰ হয়। ভাল হওঁক আগলৈ। ৰাইজে আদৰি লোৱাই কামনা কৰিলোঁ। And exactly agree with 10 days lockdown period.
@sprihassphere8884
@sprihassphere8884 3 жыл бұрын
Before watching the video,Just comment krisu. All of you 3 are most favourite 😍jui lagiboooo Sivasagar also jui
@axomorhontanhadid1515
@axomorhontanhadid1515 3 жыл бұрын
_Aji Kali KZbin ot kebol atai show saw heia hoise 'OJANTRIC'✨🔥🔥Udayan da Oasis da mzah lage Apunalukak😁_
@ankitasaikia7889
@ankitasaikia7889 3 жыл бұрын
ওৱেচিচ দা উফ্ প্ৰিয় আৰু আপুনি 😍😍❤️❤️ অযান্ত্ৰিক প্ৰেম আৰু প্ৰেম ❤️❤️ প্ৰেমত পৰি গৈছোঁ❤️❤️
@NimishaDowarah
@NimishaDowarah 3 жыл бұрын
Hosa❤️❤️❤️❤️
@bhairabideka2569
@bhairabideka2569 3 жыл бұрын
উদয়ন দাদা , আপুনি ইমান বেছি ধেমেলীয়া হয় ,ভাল লাগে চাই... কাঞ্চন চাই লগা নাছিল আপুনি ইমান ধেমেলীয়া বুলি ... বহুত বহুত মৰম দাদা
@bornalimahanta4765
@bornalimahanta4765 3 жыл бұрын
DR College সচাঁকৈ ঘৰ আমাৰ❤ বহুত ভাল লাগে অযান্ত্ৰিক
@prashantasdairy..1704
@prashantasdairy..1704 3 жыл бұрын
Ami Debrajiaaan ❤️
@assammixture5126
@assammixture5126 3 жыл бұрын
Ami debrajian...
@harshadtamuli5693
@harshadtamuli5693 3 жыл бұрын
The callertune song is nodir dore by bhaskar opswel
@saityajitborah7999
@saityajitborah7999 3 жыл бұрын
Dhuniya lagil sai dei. One of favorite my singer achurjya da k dekhi bohut val lagil. Kotha bur hunio val lagil. Ojantric i love ❤
@ajantaduttabora2328
@ajantaduttabora2328 3 жыл бұрын
নমস্কাৰ,,,আজি প্ৰথম চাইছো আপোনাৰ লোকৰ অনুষ্ঠান টো,,,বহুত‌ বহুত ভাল লাগিল,,,,
@purabiboruah4993
@purabiboruah4993 3 жыл бұрын
মোৰ প্ৰিয় গায়ক জনক অযান্ত্ৰিকলৈ আনা বাবে ধন্যবাদ।। তেওঁৰ কণ্ঠ, গীত ভাল লাগে।
@wanderlust356
@wanderlust356 3 жыл бұрын
Apunalukok ojaantricr studiot goi sabo pale ...o maago Dui Tini din mn vat nukhua koi thaki dim❤️❤️
@amlandip
@amlandip 3 жыл бұрын
DRC senti❤️.love from Golaghat. Favourite show 💚
@dipanjalidevi1712
@dipanjalidevi1712 3 жыл бұрын
This is a really amazing platform for entertainment and everyday before sleep I used to watch this channel to refresh mind and gather some positive energy.
@izazkohli6063
@izazkohli6063 3 жыл бұрын
Udi & Oasis daa... Ei2 podcast amk daily lge.... On public demand... 🤙🤞🎉
@himanshurajsaikia7605
@himanshurajsaikia7605 3 жыл бұрын
Agreed to 10 days Lockdown. GREAT thought Achurjya Da
@geetalinath5455
@geetalinath5455 3 жыл бұрын
Please শান্তনু ৰৌমূৰীয়াক এদিন অযান্ত্ৰিকলৈ মাতিব ।
@ankurgogoi8844
@ankurgogoi8844 3 жыл бұрын
Ok maina
@dhrubagogoi8218
@dhrubagogoi8218 3 жыл бұрын
এ মজা আ আ আ আ আ আ আ আ আ #U_D Da number দিয়া program[ কাম টো] কত দিয়ে কব চোন কথা পাতিবলৈ আমাৰো মন যায় দিয়কছোন 😜😜😜 যি কি নহওক আজি বহুত ভাল লাগিল 🤘🤘🤘🤘🤘💐💐
@sunudutta5880
@sunudutta5880 3 жыл бұрын
I am an ardent follower of your show... U both are fab ❣️❣️
@himashreedutta80
@himashreedutta80 3 жыл бұрын
আমি শিৱসাগৰীয়া rock ন ' Oasis দা Oasis দাৰ মাত টো ভাল লাগে ।Udyan দাৰ ভাল লাগে। দুয়োৰে unique hoi. Oasis দা শিৱসাগৰৰ বুলি জানি বহুত ভাল লাগিছে।
@nilabhjyotisaikia8992
@nilabhjyotisaikia8992 3 жыл бұрын
Ojaantric you guys are making a difference ❤️
@priyanshupratimsaikia1150
@priyanshupratimsaikia1150 3 жыл бұрын
Enekoi aaguwai juwa Udayan Daa ru Oasis daa. Love u brothers❤️❤️❤️❤️❤️❤️❤️
@tarunchoudhury9344
@tarunchoudhury9344 3 жыл бұрын
Addicted boni goisu for ojantric...n I lvd to ❣❣
@nilafagun5243
@nilafagun5243 3 жыл бұрын
One request.... Please eiii show tu ketiau bondho nokoribo💙🌸 And another request Arghadeep Baruah next please 😶😶
@chaikirajkumar
@chaikirajkumar 3 жыл бұрын
UD dada apuni manuh jon bahoot jomoni hoi ;Val lagise "ojanntric"
@dipakkurmi6545
@dipakkurmi6545 3 жыл бұрын
One of My favorite show ajaantric... love it
@sangitatamuly7969
@sangitatamuly7969 3 жыл бұрын
Hehehe... DR college Zindabad❤ ✋ I'm also student of DR college I'm also Golaghatian. But mur phn number nuthil apunalukor hatot bohut dukh palu😢😢 but bhal lagil Love you Ojaantric 😍
@swapneeldas793
@swapneeldas793 3 жыл бұрын
আশা কেতিয়াও নেৰিবা
@priyankidutta3486
@priyankidutta3486 3 жыл бұрын
DR clg zindabad 🥰🥰❤❤
@স্বাগতাগৰিমা
@স্বাগতাগৰিমা 3 жыл бұрын
বহুত ভাল লাগিল উদয়ন দা & ঐচ্ছিছ দাদা, এতিয়াৰ পৰা only অযান্ত্ৰিক চাওঁ । আৰ্চুয্য দাৰ episode বহুত ভাল লাগিল💐💐❤️❤️
@johnkuli7771
@johnkuli7771 3 жыл бұрын
10 days tur agote sobe ready hobo lage .I m totally agreed🤗🤗🤗🤗💜love u asurjya da
@kapilsekhar7338
@kapilsekhar7338 3 жыл бұрын
I njoyed very much...10 days lockdown is good n necessary initiative...udayan da sings very well
@kstvIN
@kstvIN 3 жыл бұрын
Totally agree with 10 Days lockdown period.
@geetorxur8439
@geetorxur8439 3 жыл бұрын
Hoi hoi......
@kingkarbaishya3555
@kingkarbaishya3555 3 жыл бұрын
Xasake lagy
@rakibulmahmud3253
@rakibulmahmud3253 3 жыл бұрын
👍👍
@twilightorb8436
@twilightorb8436 3 жыл бұрын
I agree to
@dhiman144
@dhiman144 3 жыл бұрын
Vai tumi relief diba..
@dipikasaikia8228
@dipikasaikia8228 3 жыл бұрын
1year'ot 10din lockdown diyatu best kotha koise...
@amlanjyotibora
@amlanjyotibora 3 жыл бұрын
Aaiiiiishhhh op op❤️❤️❤️ Next please neel da k lage please please please please please Neel Da k lage
@amlanbaruah18
@amlanbaruah18 3 жыл бұрын
Neel da main...
@bhargobikhaund689
@bhargobikhaund689 3 жыл бұрын
Every episode of ojantirk is unique and I love the show..Good wishes to Ojantrik.❤️❤️❤️
@kritikadas8218
@kritikadas8218 3 жыл бұрын
The most awaited one is here..!! ❤️
@rekhaphukan2601
@rekhaphukan2601 3 жыл бұрын
Bhut bhut vl lagil xokaluk ❤❤❤ mn bea lagi thakileu dada htr ktha botarai vl logai die...Ru alp time dle vl lagbo
@poragjutisaikia9244
@poragjutisaikia9244 3 жыл бұрын
Realy proud both of you...this is the best show ..
@assamesegamestarfreefire8306
@assamesegamestarfreefire8306 3 жыл бұрын
হয়নে ক গানটো শুনি বহুত ভাল লাগিল আচুৰ্য দাদা❤️❤️
@sheemashrideka7529
@sheemashrideka7529 3 жыл бұрын
Bht dinr pora bat sai aslo... finally ahi gol Achurjya Da ❣️❣️
@arpidas4028
@arpidas4028 3 жыл бұрын
Wow aji episode2 xosakoi bht unique lagil, bht hohuwaleo tar majotei iman unique kotha kole. Xosakoi lockdown amk jibontu jiyaboloi alop notun xomoi dile, prokritieo swadhin babe alop ukhah lole, specially lockdown r positive effect hol amar stratosphere r ozone hole br bohu khongkhyok repair hol, so yearly ba half yearly interval t jdi 7-10days lockdown hoi dn eitu amar krne bht val, bt hope seitu kotha govt e vobar agote amr manuhkhinie vabok,at least nijor future generation r krne. Etiya ahu Achurjya da r kothaloi,para jdi huwana ru xou akaxole Ei Gan2ta mr tamam fvrt. Teu iman friendly behave kre xokolure lgt so bht vllge, special World environment day dina jadab Payeng dangoriyar logot iman dhuniya Gan dile ki lyrics,ki voice,Ki music,gaan2 xuni me emotional hoi goisilu.imn meaningful heartt deep k touch kri gol,teur voice tu bht unique, pise ojaantric r song2 bht vl hbo, etiar porai excited,ajir episode2 xekh nohouk jnei lgisil,bht enjoy krilu enk sye, bht vllgil.Mr nmbrthe ketia ojaantricr fn ahibo jnu😐anywaya ji xokole unlike krise- let them go,ji apnlkk vlpy eneo vlpy, sei keijn unlike kra krne2 eku lost hua ny, kisuman manuh asei tnkua. So aguwai jauk. Bohut dur,ojaantric e rock kri goi ase,goi thakk.again best wishes
@prarthanachetia6424
@prarthanachetia6424 3 жыл бұрын
Oasis daa.. Ufff.... I just couldn't take off my eyes from him.
@moyurima1
@moyurima1 3 жыл бұрын
সচাই ইমান সুন্দৰ অনুষ্ঠান,,, সাক্ষাৎকাৰ ❤️ বৰ ভাল লাগিছে চাই,,এখণ্ড চাই আন খণ্ডৰ বাবে অপেক্ষাকৃত হৈ ৰৈছো। ভাল লাগিল চাই দাদা।
@PriDM
@PriDM 3 жыл бұрын
I am addicted to this show now ❤️❤️❤️❤️❤️. Even if I am not familiar with certain guests, I just watch it for Udayan Da and Oasis. Hope the podcast crosses 100 episodes and more pretty soon and keeps entertaining us.
@mrinmoychakravarty705
@mrinmoychakravarty705 2 жыл бұрын
They are really doing well,
@priyanka844
@priyanka844 3 жыл бұрын
ভাল লগা তিনিজন ব্যক্তি একেলগে❣️ ধন্যবাদ অযান্ত্ৰীক😍😘
@RealNewsFairAnalysis
@RealNewsFairAnalysis 3 жыл бұрын
Ojaantric💚 আৰু আচুৰ্য বৰপাত্ৰ 💚
@bedantadutta1614
@bedantadutta1614 3 жыл бұрын
Hoi ne kotoki da Shankhuraj ❤️
@askmeanything5466
@askmeanything5466 3 жыл бұрын
Basanta sudur bhai
@preronaagogoi6247
@preronaagogoi6247 3 жыл бұрын
Achurjya daa mane sob easily koi diye.. hoi jabo.. no jeng teng mane case ai nai .. hoi jabo buli koi dile hoie jai 😄😄😄😄 mojaa lagise ojaaantric long live .. udyan daa and oiasis daa 😍
@niralibharali
@niralibharali 3 жыл бұрын
Bhut bhal lagil sai Love from Golaghat ♥️♥️😁 Ojaantric🔥
@SusmitaDas-uu7vo
@SusmitaDas-uu7vo 3 жыл бұрын
Ojaantric is the most beautiful show.... ❤❤❤❤❤❤❤
@BitopanSharma
@BitopanSharma 3 жыл бұрын
Mojjja mojja❤️❤️❤️next Bhaskar Opswel dak lage
@dhirajdeka7531
@dhirajdeka7531 3 жыл бұрын
dada bishakh korok ei show tu sai sai mangkho bonai asilu pisot imn vl lagil pahori thaki mangkho joli gol😂🖤
@dipusharma1638
@dipusharma1638 3 жыл бұрын
Thank u ud da...one of the best assmaese podcast ....Thank so much for your awesome Anchoring....Luv u a lot....apunak Lag kriba bhut mn asa...plzzzzzzzx
@ananyadutta7450
@ananyadutta7450 3 жыл бұрын
Achurjya daar big fan hoi♥️🤗..nd ud da ku bht vl lge...♥️ love from sivasagar ♥️
@abhigyanprakash3653
@abhigyanprakash3653 3 жыл бұрын
The Callertune you asked about is "Nodir Dore by Bhaskar Opswel"
@UnwindPhysicsWithNamashya
@UnwindPhysicsWithNamashya 3 жыл бұрын
Oasis da is back..good to see you💞💞💞
@RishirajMout-bw9cz
@RishirajMout-bw9cz 3 жыл бұрын
ONE OF THE BEST SHOW OF ASSAM 💞
@jogyabori5560
@jogyabori5560 3 жыл бұрын
Tur he jironi nai. Great song. Joi da and achurjya respect for your concern on environment.
@parashmonisaikia5332
@parashmonisaikia5332 3 жыл бұрын
Best show.... lots of love..... amazing voices of the hosts....
@manishahandique5192
@manishahandique5192 3 жыл бұрын
Acharjya dar ghoror usorore moiii..achurhya dar babe nijoke proud feel koru...💕💕💕
@bhaswateesaikia4467
@bhaswateesaikia4467 3 жыл бұрын
Apunlukar show tu sai birta ya val laga 😊aru lockdown kotha tut agree da.. Moi 👍
@chaosonju
@chaosonju 3 жыл бұрын
আপোনালোকৰ মনিটাইজেচন আৰম্ভ হৈছে চাগে । এটাও এদ্ স্কিপ কৰা নাই দেই । অযান্ত্ৰিক এটা ব্ৰেন্দ হওক, বহুত শুভকামনা ।
@papugogoi5757
@papugogoi5757 3 жыл бұрын
Pothom saisu aji bohut val lagil
@rpb1998
@rpb1998 3 жыл бұрын
Best Show❤❤❤ Prabin Borah next please🙏
@rpb1998
@rpb1998 3 жыл бұрын
Val kotha koise Achrujya Da, UD Da.. Maje maje lockdown lage. tetiya environment r logote amr family r unity u val hoi❤❤
@dishantasarmah8684
@dishantasarmah8684 3 жыл бұрын
Lage
@chayanikamelang407
@chayanikamelang407 3 жыл бұрын
Bohut bohut Val lage apunalukor program2. Aru apunalukor voice eman Val lage.💕 💕
@kabyasriduarah2231
@kabyasriduarah2231 3 жыл бұрын
Achurjya Daa❤😍
@Pabitra_7212
@Pabitra_7212 3 жыл бұрын
Love from গোলাঘাট কি কম মানে ভাষা নাই 🔥🔥🔥
@itsisperom9851
@itsisperom9851 2 жыл бұрын
বহুত ভাল লাগে
@manashentertainment4834
@manashentertainment4834 3 жыл бұрын
অনুগ্ৰহ কৰি এবাৰ হিমাংশু প্ৰসাদ দাস দাদা ক মাতিব চোন 🥺❤️
@sudarshanabordoloi4490
@sudarshanabordoloi4490 3 жыл бұрын
অযান্ত্ৰিকে বেলেগ এখন পৃথিৱীলৈ লৈ যাব পাৰে৷বহুত বহুত বেছি ভাল লাগে প্ৰতিটো খণ্ড৷আজিৰ খণ্ডটো বহুত বহুত ভাল লাগিল৷
@nikumoniborah5108
@nikumoniborah5108 3 жыл бұрын
Ojaantric long live❤️❤️❤️❤️addicted Hoi goisu aru
@uddiponabaruah2355
@uddiponabaruah2355 3 жыл бұрын
❤️❤️❤️ভাবিছিলোঁ হে seach কৰিম বুলি পাই এ গলো ! love this show ..
Ojaantric || Assamese Podcast ft. Harpal Saikia || Udayan Duarah || Ep.18
46:01
Ojaantric || Assamese Podcast ft. Bedabrata Borah || Ep.57
1:05:25
Oasis Motion Films
Рет қаралды 205 М.
Players push long pins through a cardboard box attempting to pop the balloon!
00:31
Yay😃 Let's make a Cute Handbag for me 👜 #diycrafts #shorts
00:33
LearnToon - Learn & Play
Рет қаралды 117 МЛН
Ice Cream or Surprise Trip Around the World?
00:31
Hungry FAM
Рет қаралды 22 МЛН
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10
Ojaantric II Assamese Podcast ft. Dikshu Sarma II Udayan Duarah II Ep.38
1:07:31
Ojaantric || Assamese Podcast ft. RJ Pahi || Udayan Duarah || Ep.24
47:37
Oasis Motion Films
Рет қаралды 623 М.
Players push long pins through a cardboard box attempting to pop the balloon!
00:31