অশেষ ধন্যবাদ উদয় দা আপোনালৈ, আকৌ এবাৰ এই বিশেষ ব্যক্তি জন আপোনাৰ অনুষ্ঠান ত মতা কাৰণে ।। সঁচাকৈ তেওঁৰ আগৰ video টো এতিয়াও চাও মাজে মাজে অৰূপ দা আপুনালৈও অজস্ৰ মৰম ❤ থাকিল । আচলতে ojantrik এই কাৰণে মোৰ বৰ প্ৰিয়।। এনেকুৱা এজন সাংঘাটিক মানুহ অৰূপ দা তেওঁৰ প্ৰত্যেকটো গান শুনিলে নোম শিহৰি উঠে ❤।
@nemesis02175 ай бұрын
Coming back to ojaantric after some time,great music experience,this is absolute best feel ojaantric gets me#ud sings!! Damn that first note Arup started with the Dr Bhupen Hazarika song ,want an extended version
This episode of the podcast will stay with me always!🤍 Thanks Udy , Thanks Arup sir!🤍
@gltspik3 ай бұрын
Arup da apunalok a real artist hoi ji poisa karona nohoi, val pua karona kam kora. Poisa upohar ha pai kam or binimoyot.. ufff emn emn hundor gaan bur lukai rakhisa.. ami roi asu upohar diyok gaan kita
@tanmanasubhasini59493 ай бұрын
'Roikhya nai' has my whole heart for real! O senimai xunti xunai!!!😭❤️🔥
@TheKA81Rider5 ай бұрын
এতিয়াহে ৰক্ষা নাই😍🥰♥️💕❤️🔥🤩🤘 বৰ্তমানৰ প্ৰিয় কন্ঠশিল্পী জন 😍🫰💕❤️❤️🙏
@tanmanasubhasini59493 ай бұрын
17:31 Amar Ojaantric!❤️🔥
@chinmoyjyotilahkar63145 күн бұрын
Arup da r kanchanjangha album r Rati kiman aru Dakhana Dakhana gan tu...radio ula la r time t..ufff.. masterpiece ♥️❤️🩹😌
অযান্ত্ৰিক চোৱাৰ পিছৰে পৰা অৰূপ দাক যেন কিবা বেলেগতকৈ বেলেগ লাগে। কিবা এটা আছে মানুহ জনৰ যি নিজা নিজা লাগে। শুনি থাকিবলৈ মন যায়। Arup baruah দা😊 বহুত বেছি ধন্যবাদ আপোনাক ইমান সুন্দৰ গীত বোৰ উপহাৰ দিয়াৰ বাবে। Thanks to Ojaantric,Thanks to Oasis da and UD দা আপোনালোকে বহুত ভাল কাম কৰি আছে। আৰু UD দা আপুনিও ধুনীয়া গাইছে দেই।❤ এটা কথা আগতেও আপোনালোকক অনুৰোধ কৰিছিলো এতিয়াও কৰিছোঁ কিবা এটা কৰি আপোনালোকে Nocturne Music ৰ Anuraag Barua,Hirupaban ক আনিব না বহুত বেছি সুখী হ'ম। তেওঁলোকে বহুত বেছি ভাল কাম কৰি আছে মই ভাৱোঁ তেওঁলোকৰ Composition ৰ লগত অসমত কাৰোৰে নিমিলে। ধন্যবাদ।
@hardipinsiders66583 ай бұрын
Arup da multi languageত sufi song album এটা শুনিবলৈ আগ্ৰহেৰে বাট চাই আছো। Bollywood ৰ কানত পৰিব নিশ্চয়। A New trends for Assamese sufi .
@harjitdeka98865 ай бұрын
এটা মাত্র অনুৰোধ বিহুৰ ওলগ ইংৰাজী ত নজনাই যেন 🙏 .... হয়টো এই বোৰ ভূলৰ বাবে আমি এদিন আমাৰ জাতীয় অস্তিত্ব হেৰাম
@mridupavanpegu55325 ай бұрын
Rahul Gautam Sharma k matiba plz...
@abhijitsarma7905 ай бұрын
অৰূপ দা, ইমান সুন্দৰ গানবোৰ কিয় মুক্তি দিয়া নাই। অনুৰোধ কৰিছোঁ শেষত গোৱা গান দুটা অতি সোনকালে মুক্তি দিয়ে যেন।
@deepayanmahanta-topic5005 ай бұрын
Finally, one of my most favourite person, The Arupjyoti Baruah is back here again ❤
@sukanyakonch876319 күн бұрын
ভাষা নাইয়েই কবলৈ।বহুত বেছি ধুনীয়া।❤️🥺
@jintukalita10875 ай бұрын
One of the best show ❤
@bhazarika125 ай бұрын
অতি সুন্দৰ গান, যিয়ে নোম শিয়ৰি তোলাই। মন চুই যায়।
@vincentfloyd5905 ай бұрын
Arup Da is bliss for the soul 😍😍. And obviously ojaantric is awesome, always.
@SimaGogoi-nl4jj5 ай бұрын
Bah UD da,bah hundor kontho apunar please continue korib,,,aru arup da bhut val ajon biyokti...
@coversong91095 ай бұрын
আপোনি গান বোৰ উলিয়াওক ধুনীয়া হৈছে ,
@porikshitbora30945 ай бұрын
খুব ভাল লাগিল । অৰূপ দা লৈ বহুত মৰম❤❤❤
@pijushsaikia51675 ай бұрын
Bohut dhamaka episode after long time
@manashprotimdutta19955 ай бұрын
So glad to see Arupjyoti Da back in Ojaantric...❤ Thnks Ojaantric for the awesome episode..🤟🏻
@sukanyakonch876319 күн бұрын
প্রকৃত শিল্পী।❤❤❤
@Singingndplayingguiter5 ай бұрын
Kalarava full Hindi song album zgr guitarist Priya nku da a korise,axomor bohut popular singer a gaaise, priyanka ba,Rohit sonoar ,rupambhuyan, sanidhya bhuyan etc,plz sabo sobe,axomor lorak support korok
@adeepbarmon3 ай бұрын
Mon tu bohut bhal lagi hol dekhun ei rati 12:15am baji ase etiya
@semimasiddiqua30315 ай бұрын
UD you nailed it❤😂😂 hosake hahi hahi gaal bikhai gol.well sung,keep it up.