Ojaantric || Assamese Podcast ft. Chinmoy Barma || Ep.87

  Рет қаралды 82,195

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Get your bonus🍀
Link 1win: cutt.ly/m7jadYC
Promo: Oasis500
Chinmoy Barma's Channel link :
• “যখিনী”(Jokhini) tease...
• AHAM |अहं | A silent ...
Our Second channel:
Oasis Talukdar : www.youtube.co....
Udayan Duarah : www.youtube.co....
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
Our contact number : 7002428586
#ojaantric
#assamesepodcast

Пікірлер: 325
@OasisMotionFilms
@OasisMotionFilms Жыл бұрын
Get your bonus🍀 Link 1win: cutt.ly/m7jadYC Promo: Oasis500
@lakshida6510
@lakshida6510 Жыл бұрын
Bya lagise be ... eman Dinor murat aahise ... why why ?
@bulbulhussain5086
@bulbulhussain5086 Жыл бұрын
Dada please Rabbani dak matibo and love from Chennai
@jibanjindabad8
@jibanjindabad8 Жыл бұрын
Zubeen da k kio namate.....UD da...apuni 2 dada logot bohut bhal......kio namate........prai bohut video Zubeen dak matibo request kori asu........
@jugnukumar2301
@jugnukumar2301 Жыл бұрын
Please bring Preety Kongana in your show
@kapildas-dr1nx
@kapildas-dr1nx Жыл бұрын
Aalu toka pagol keita Main otithiye comment korise reaction ata to diya
@ChinmoyBarma
@ChinmoyBarma Жыл бұрын
Thank you so much for the invitation. It's a privilege to be here and talk to you guys , much love ❤ let's create history together. joi aai Axom 🙏
@subratabaruah1562
@subratabaruah1562 Жыл бұрын
Thank you chinmoy da for mentioning 💚🤗..best wishes ❤
@ChinmoyBarma
@ChinmoyBarma Жыл бұрын
@@subratabaruah1562 you are amazing brother. ❤️
@aliashiqueikbal7087
@aliashiqueikbal7087 Жыл бұрын
🎉🎉🎉
@Jintu555
@Jintu555 Жыл бұрын
ঘোৰাপাকত থকা আতাজন আমাৰ ওচৰৰ। Reeldrama t saisu ঘোৰাপাক।
@panchuanurag725
@panchuanurag725 Жыл бұрын
Tumi Guwahatir Suwali jonir case tu kola I think it's the case of the Noonmaati refinery road
@Moumi9027
@Moumi9027 Жыл бұрын
বহুত ভাল লাগিল এই খণ্ডটো। বহুতৰ লগত এনে ঘটনা ঘটে কিন্তু আনে হাঁহিব বা বিশ্বাস নকৰিব বুলি নকয়। মোৰ এনেধৰণৰ ঘটনা কেইবাবাৰ হৈছে। তাৰে ভিতৰত মোৰ ঘৰৰ কাহিনী এটা চেয়াৰ কৰো। সময় হলে পঢ়িব-- মোৰ দেউতা দুগৰাকী বিয়া কৰাইছিল। মাহী মাৰ দ্বিতীয়জনী ছোৱালীৰ জন্মৰ 3-4 মাহৰ পিছতেই টিউমাৰ হৈ মৃত্যু হল। মই তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলো। সৰু হৈ আছিলো বাবে আমাক ওচৰৰ খুড়াহঁতৰ ঘৰত শুবলৈ নিছিল। আমাৰ নিয়ম মতে মুখাগ্নি কৰাজন মৃত ব্যক্তিৰ কোঠাতে শুব লাগে সেয়ে দেউতা, খুড়াহঁত আৰু পেহা মাটিতে পাটি পাৰি শুই আছিল। মাজনিশা সকলো টোপনিত লালকাল তেনেতে পেহাৰ কোচাই থোৱা ভৰি দুখন কোনোবাই টানি ফিট কৰি দিলে। পেহাই হাৰ পাই চাইছে কোনো নাই কাষত। এনেধৰণৰ সৰু-সুৰা ঘটনা ঘৰত প্ৰায়ে হৈছিল কিন্তু আমি ভয় খাম বুলি আমাৰ ওচৰত নকয়। দিন বাগৰিল মাহীৰ ছোৱালীৰ দুই বছৰ মান হৈছিল তাই ৰাতি প্ৰায়ে ভয় খাবলৈ ধৰিছিল। টোপনিৰ পৰা হঠাত সাৰপাই আৰু সৌৱা মোক নিবলৈ আহিছে বুলি চিঞৰে। মাহীৰ মৃত্যুৰ পিছৰ বছৰে মাৰ ছোৱালী এজনী হল সেয়ে দুইটা কেঁচুৱা চোৱা-চিটা কৰাত অসুবিধা হৈছিল বাবে দিনত ঘৰৰ বাকীসকল কামত ব্যস্ত হলে মাহীৰ ছোৱালীক ময়ে খেলাও কিন্তু এদিন ৰাতি সাৰপাই তাই ৰাউচি জোৰি চিঞৰিছে মই হেনো তাইক নিব আহিছো আৰু ঘৰৰ মানুহে দিনত মই ভয় খুৱাইছিলো বুলি বহুত গালি পাৰিছিল। পিছদিনাই তাইক ওচৰৰ চোৱাচিতা কৰা মানুহ এজনৰ তালৈ নিলে আৰু তেওঁ দিয়া সূতা এডাল হাতত পিন্ধাই দিলে তেতিয়াৰ পৰা তাই ৰাতি নিচিঞৰা হল। কিন্তু দুবছৰ মান ৰাতি হলে ডেকা ল'ৰা বিলাক ৰাস্তাই দি যাব নোৱাৰিছিল সিহঁতক ৰঙা কাপোৰ পিন্ধা, নখ চুলি দীঘল দাঁত নিকটা, ডাঙৰ ডাঙৰ চকুৰ মানুহ এগৰাকীয়ে খেদা মাৰি যাই। পিছলৈ শৰণ লৈ নেদেখা হল। আমিও পঢ়িবলৈ বুলি গাঁৱৰ পৰা চহৰৰ কলেজত নামভৰ্ত্তি কৰিলো আৰু হোষ্টেলত থাকিবলৈ ললো। ঘৰত এইবিলাক ঘটনাৰ বিষয়ে মোক কোনোদিন জানিবলৈ দিয়া নাছিল। হোষ্টেলত মোৰ ৰাতি 1-2 বজাত শুৱাৰ অভ্যাস আছিল। এবাৰ ঘৰলৈ আহি ৰাতি টেবুলতে বহি কিবা লিখি আছিলো হঠাত দুৱাৰখন খিট্ কৈ খোলাৰ শব্দ শুনিলো, তাৰ পিছত মোৰ কোঠাৰ পৰ্দা ফাকেৰে জুমি চাই চেণ্ডেল চোচৰাই খোজ কাঢ়ি কোনোবাই যোৱা যেন লাগিল সেয়ে কোন মা নে পেহী বুলি সুধিলো একো উত্তৰ নাপাই মনে মনে থাকিলো। পঢ়া শেষ কৰি ঘৰলৈ একেবাৰে আহিলো। প্ৰায়ে ৰাতি দুৱাৰ খোলাৰ পিছত চেণ্ডেল চোচৰাই যোৱাৰ শব্দ শুনা হলো। পিছদিনা সুধো ৰাতি বাহিৰলৈ কোনোবা গৈছিলি নেকি সকলোৱে মই যোৱা নাই বুলিয়ে কয়। দেউতা সেই সময়ত মদ্যপান কৰিছিল। মাহীৰ মৃত্যুৰ পিছৰ পৰা দেউতা অকলে কেতিয়াও নুশুৱে কিন্তু মই ঘৰলৈ অহাৰ পিছত বেছিকৈ মদ খাই আহিলে মাক লগত শুবলৈ নিদিছিলো কিয়নো তেতিয়া দেউতাই গোটে ৰাতি তেখেতৰ আলফাৰ - আৰ্মিৰ লগত হোৱা সংঘৰ্ষৰ কথা শুনাই শান্তিত টোপনি যাব নিদিয়ে। এদিন দেউতা মদৰ নিচাত বেহুচ হৈ আহিল। আমাৰ ঘৰত থকা ল'ৰাটো আৰু মায়ে মিলি বিছনাত দি আহিল। ঘৰৰ সকলোবোৰ টোপনিত কিন্তু মোৰ দেৰিকৈ শুৱাৰ অভ্যাস সেয়ে এনেই মবাইল চাই আছো। দুৱাৰখন আগৰ দৰেই খিট্ কৈ শব্দ কৰিলে, মই ঘৰৰ কোনোবাই আধা ৰাতি মবাইল পিটিকি থকা দেখিলে গালি পাৰিব বুলি মবাইল কাপোৰৰ তলত সোমাই দিলো। চেণ্ডেল চোচৰাই অহাৰ শব্দ শুনিলো কিন্তু হঠাত শব্দ বন্ধ! মই ভাবিলো শেষ আজি মবাইল পিটিকাৰ বাবে পিটন খালো। তেনেতে দেউতাৰ কোঠাৰ দুৱাৰ খোলাৰ শব্দ শুনিলো, তাৰপিছত দেউতাই কোৱা কথাষাৰ ভালকৈ শুনিছো কিয় আহিছ' যা যা। এনেধৰণৰ ঘটনা ঘটিয়ে থাকে ঘৰত সেয়ে দেউতাই মদৰ নিচাত সপোনত পগলভ বকে বুলি ভাবিছিলো কিন্তু সিদিনাখন দেউতাই বাৰে বাৰে কৈছে এৰি দে মোক এৰি দে, তই ইয়াৰ পৰা যা আৰু বিছনাৰ পৰা ঢাপকৈ কিবা পৰাৰ শব্দ শুনিলো আৰু কোনোবাই বেগাই ওলাই যোৱা যেন লাগিল। মই মাক টোপনিৰ পৰা জোকাৰি উঠাই দিলো আৰু দুয়োজনী দেউতাৰ কোঠাত গৈ দেখিছো দেউতা বিছনাৰ পৰা তলত পৰি আছে আৰু কেনেকৈ তললৈ আহিল গমকে নাপাই। সেইদিনাখন মাক শুধিছিলো আৰু মায়ে সকলো বিলাক ঘটনা বিৱৰণ কৰি ক'লে। এতিয়া দেউতা বেয়া বস্তু নাখাই আৰু সেই কোঠাটো নুশুৱে। মা আৰু সৰু ভাইটিৰ বাদে বেলেগ কোনোবাই শুলে বিছনাখন কঁপি থকা যেন লাগে। এতিয়া বহু বছৰ হল সেয়ে একো নাই আৰু বুলি ভাবিছিলো কিন্তু তিনিবছৰ মানৰ আগত মাহীৰ ছোৱালীজনী মানে মাহী ভন্টি পেহী ঘৰলৈ ফুৰিব গৈছিল সেয়ে তাইৰ ঠাইত আইতাৰ কাষত মই শুব গলো। একে দেৰিকৈ শুৱাৰ অভ্যাস। বেৰৰ পিণে মূখ কৰি মবাইল পিটিকি আছো যদিও পৰ্দাৰ ফাঁকেৰে কোনোবাই চাই থকা যেন অনুভৱ হল, উভতি চালো এগৰাকী চকু টেলেকা, দাঁত নিকটা , নখ দীঘল বিকৃত ৰূপৰ মানুহ।
@mayurborah2855
@mayurborah2855 Жыл бұрын
Real nkii....tar pist atya ki hol?
@Moumi9027
@Moumi9027 Жыл бұрын
@@mayurborah2855 real hoi. Hompurnokoi dsu pohi look.
@pranju11123
@pranju11123 Жыл бұрын
এইটো show আমাৰ মা-দেউতাৰ খুবেই প্ৰিয়,, যিহেতু মা হতে চাই,, শব্দ বিলাক অসমীয়াত কলে বেছি ভাল হয় বুলি ভাবো,, বাকী অযান্ত্রিক ৰ ফেমেলীৰ এজন হ'বলৈ পাই বহুত সুখী ❣️🙏
@ts3464
@ts3464 Жыл бұрын
My dear brothers, it’s true people have heard these. Yes, I’m from Upper Assam, and they call it Baak. My mother/ a few members of the family/ friends have experienced some of these. We should all try and share our stories. I’m so proud of what you are doing. It’s amazing. God Bless. We are here to support all that brings the best of our homeland to us and the world. Lovely. Please do let me know how to connect to any one of you. Oasis, you could just come in front to say hello. You are such a joy. Adding a disclaimer to the works could solve a lot of confusion in the future. Why do malignant spirits try and scare/ harm pregnant women? Answer- My grandma told me this once, quote,“ koni thoka masot sobore lubh”. Love and luck🙏
@worldofbooks583
@worldofbooks583 Жыл бұрын
So happy to hear about Ranju Hazarika who is my favourite author also
@sukanyachoudhury6376
@sukanyachoudhury6376 Жыл бұрын
বাৰগোপালৰ কাহিনী এটা আমাক দেউতাই কৈছিল। নলবাৰী জিলাৰ প্ৰায় মানুহে বৰভাগৰ থেঁঠা গোঁসাই থানৰ কথা জানিবই।দেউতাহঁত সৰু থাকোতে হেনো তাত গৰু চৰাবলৈ গৈ থানত মানুহবোৰে দি যোৱা পইচা আনি লুজেন খাইছিল। তেওঁলোকক দেখি গাঁৱৰে এজন বুঢ়া মানুহে এদিন সৰু কেইটাক খেদি গোটেই থানৰ পইচাবোৰ আনি টাংখু খাইছিল। আৰু সেইদিনা মাজৰাতি এজাক সৰু সৰু পোৱালি আহি এনেকুৱা উৎপাত কৰিছে হেনো যে বিছনাতে তেখেতৰ প্ৰস্ৰাৱ, বমি হৈ গৈছিল। তাৰ বহুসময় পিছত তেওঁৰ কেঁকনি শুনি ঘৰৰ মানুহে চাইহি যে মানুহজন মাটিত পৰি কেঁকাই আছে যেন কোনোবাই বহুত বেয়াকৈ পিটিলে।পিছত তেওঁক সোধাত তেওঁ যিটো অনুমান দিলে যে গোটেইকেইটা ৩ বছৰৰ ভিতৰৰ, আনকি আঁঠু কঢ়া পোৱালিও আছিল। আৰু গোটেইসোপা লেংটা পোৱালি। তেতিয়া আটায়ে নিশ্চিত হ'ল যে থানত কিবা নকৰিবলগীয়া কাম কৰা বুলি।
@RUSH69OP
@RUSH69OP Жыл бұрын
My uncle shared a story with me :- So gaont Tu barit raati chor hoi toh mur uncler baarit u suur hoisil... So he decided je teu rokhia hbo baarit.. Toh that night he ate nohoru cauz baari khn pond/lake etar usrt asil toh he believed je nohoru khale eku dark spirit nahe... Toh hey dina teu bhaat khai aru haaz khai hui gol and at mid night he wake up hearing sounds of horse steps toh tetia almost 10mins maan hol maat Tu ahi ase toh teu uthi gol aru teu uthi goi dekhise je ajon bura manuh wearing all white clothes riding a horse which people call dangoriya toh and hetu hua loge loge teur ki hol eku idea nai but according to him teur hetu dream nasil karon teu morning bahirot a haar paise... Idk it's true or not but now I am 17yrs aru etu aget mane UD dai kua type kunu misa kahini nuhunai... So hetue asil mur storry and also, a thing ai forgot to tell from that day my uncle started to do dangoriya puja he never met dangoriya again but before he started doing the puja he met dangoriya almost 3 times.
@Mondiiip7
@Mondiiip7 Жыл бұрын
Bhoi lagi goise 🥲
@LifeLabyrinthExpedition
@LifeLabyrinthExpedition Жыл бұрын
Universe is full of mysteries..we can experience everything if we allow..only by going beyond the mind..
@Mridul81
@Mridul81 Жыл бұрын
Osis Talukdar ৰৰ দেউতাকক কেইদিনমানৰ আগতে বৰহাট ৰেল ষ্টেচনত লগ পাইছিলো। তেতিয়া হে গম পাইছো আমাৰ ওচৰৰে মানুহ জনে জনপ্ৰিয় অনুষ্ঠান টো চলাই আছে।
@Kalpajit
@Kalpajit Жыл бұрын
Nice to see him here .. and after this .. I think you should call Leena baa ( Leena Hazarika Sonowal )
@lakshmisharma5850
@lakshmisharma5850 Жыл бұрын
So true 🤗... She is maybe not in social media right now? But I would love to hear her! .
@drparagkumarsharma5072
@drparagkumarsharma5072 Жыл бұрын
Special congratulations to brother Chinmoy for your constant advancement... Wish you a bright future bro
@ChinmoyBarma
@ChinmoyBarma Жыл бұрын
Brother ❤
@sagarikabarman3612
@sagarikabarman3612 Жыл бұрын
Moi Tetiya University t pohri asilu ghotona tu 2018 sonor. Tetiya exam r xomoi gotei rati pohrar eta habit Rati tetiya 3.45 maan hoise moi vabilu atiya xuai val hbo buli vabi bathroom goi ahilu ....mur room r pora bathroom tu olp dur asile tothapi monot voi eta asile emn rati jam janu bahirot ...xeidina khn mur roommate ghr goisile ru tai ghr gole mur rati tuponi nahe tair bisona khn t prai kunuba xui thoka jen lagisile mur .... Xei xomoi t Hanumaan chalisa ekmatro mur xahokh asile ....atiya kahani tule ahisu moi bathroom golu University hostel jihetu eta jegate 5 /6 ta maan bathroom ekei jegate thake .... Thike tene xomoiote mur usoror bathroom tut kunubai kapur dhui asile aru gan gaisil ( Eei xomoi mur pronoi eyai mur xomoi.....baki khini mur monot nai baru atiya) tenete moi xudhilu Kun o emn rati pogola Holi nki kapur dhuiso je tar pst kapur dhua xobdo aru gan dutai bondho ... Mur voi lagisil ru loge loge Hanuman chalisa khn phn te logaisilu ru dour mari room paisilu gotei rati tu Hanuman chalisa xuni a par korilu. Tar next day Class loi jabo ulai asilu tenete rastat muk ejak Kauri ahi Agusi dhorisil kor pora ahisil najanu prai 20/25 ta maan asile .... Kintu xei xomoiote dada ejon k log palu he kole ki hoise enekoi roi asa je bola mur lgte moio class loi ulaisu Moi teok kolu kauri Jak dekhisa ne tumi kor pora ahise janu ... Moi rasta tu par hoboi pora nai sn tetiyai he kole kot kauri eyat sn eku a nai tr pst he hahibo dhorile tuponi vonga nai nki tur .... Bki khini bujise sage moi Tenekoi tr pst dada jnr lgt class loi buli ulalu kintu pisoloi ghuri sua nasilu ... Hostel ahibole voi loga hoisile tr pst aji ba ki hoi ru Amr hostel r usrte Shiva mandir eta asile tat saki agosi di ahilu xeidinai abeli goi .... Room ahi kiba montu bor godhur godhur lagi asile xeibabe wall mate r roomloi gusi ahilu .... Tr pst rati vat khai nijor room loi ahilu ....ahi a dekhisu fan light gotei diya ase lgte dekhisu room t jmn khua bostu asile tr bottole bur pokat pori asile thik tene xomoiote dekhisu khiri khn re kiba eta par hoi goise dhua boroniya asile baki khini nedekhilu ki asile ..........tr pst kitchen t khura ht asile moi siori xudhilu khura kiba ase eyate khur ht o douri ahile kole kot eko nai sn xua atiya voi khabo nalage bandor ahisile sage diya.... Xeidina khn o Hanuman chalisa khn logai gotei rati tu pohrilu dudin pst jihetu exam asile .... Eikhini kotha logor ejonik kuat taik kole ki tr room khiri khn r usrt bogori gos adal ase ru hostel r wall khn r pispinei highway tat daily kmn accident hoi najano nki eibur xobodo prai sobei xune hostel t ..... Tr pst baru tenekua eko experience hua nasile. Kintu bathroom t xuna gan tu vabile atiyao buku kopi uthe
@sampritiac7092
@sampritiac7092 Жыл бұрын
university r name?
@hirakjyotibaishya8876
@hirakjyotibaishya8876 Жыл бұрын
A very talented guy.. more to get from Chinmoy. All the best 👍
@Theauthenticdamsel
@Theauthenticdamsel Жыл бұрын
My Grandma once shared a story - that she was with my grandfather at shillong and one night while she was cooking dinner and my grandfather was out for duty .she heard someone calling her with her name and asking her food ,the voice was from backwards and there was no possibility of any one to enter there as the area was full of vegetation.
@monuranjanboruah9205
@monuranjanboruah9205 Жыл бұрын
2.47 a.m... Sleepless night and literally got this episode while scrolling my KZbin and now I am watching without skipping any moment 😍😍 Love Ojantric 😍
@digantadevchoudhury
@digantadevchoudhury Жыл бұрын
Co incidence
@imba4628
@imba4628 Жыл бұрын
Cool vibes ❤ rati 2:35am ot podcast sai asu
@priyashree9928
@priyashree9928 Жыл бұрын
Watching it at 3:30 am and getting goosebumps 😬
@malabikamedhi5894
@malabikamedhi5894 Жыл бұрын
Bohut dinor pisot ojaantric sai bohut besi val lagil ❤️ chinmoy daar folklore bur val lage sai..and UD daa and Oasis daa apunaluk duijonok xosai bht val lage ❣️
@bhaskarj4700
@bhaskarj4700 Жыл бұрын
Proud of Assam, Proud of Nalbari 💟
@supriyakhatoniar
@supriyakhatoniar Жыл бұрын
UD daa e bohut bhoi khuale 😶‍🌫️ He is really suitable for anchoring... has experience in a variety of areas.
@dipambhuyan9309
@dipambhuyan9309 Жыл бұрын
Bohut interesting lagil.... Assam r enekua ata topic t kotha emn k kuneu pata nai, val lagil xuni...😮
@Rahuldeka12345
@Rahuldeka12345 Жыл бұрын
আমাৰ family লগত হৈছিল এটা ঘটনা ,,,, উজান বজাৰৰ এটা জেগাত আছিল মই তেতিয়া মোৰ age বহুত কম পাহাৰৰ তলত চুকত এটা আছাম টাইপ ঘৰত মোৰ জেথা ভাৰা লৈছিল আমি আলহী খাব গৈছিলো আমি চাৰি জন আছিলোঁ ফাৰ্ষ্ট দিন আছিল খেইডিনা ভাৰা লোৱা ৰাতি হল লাহে লাহে এটা বাজিলে আমাৰ টোপনি আহিলে কিবা কিবি কথা পাতি ,টোপনি অহা বেছি time হোৱা নাই হঠাৎ নিজে নিজে বাথ্ৰমৰ টেপ যিমান আছে গোটে বিলা খোল খাইছে পানী পৰা start হৈ গল আমি গোটে বীলা খাৰ পাই গলো চাব গলোঁ পানী পৰি আছে কিন্তু কোনো নাই ,,,আমি ভই খাই অলপ মন time বহিলো তাৰ পিছত ঘৰৰ বাহিৰত এনেকুৱা মানুহ এজনে কান্দিছে আমাৰ আৰু বাহিৰত যাব খাহস নহল ,,গোটেই ৰাতি আমি টোপনি নামাৰিলো ,,, ৰাতিপুৱা হোৱাৰ লগে লগে আমি তাৰ পৰা ওলাই আহিলোঁ,,, খেই দিনাই খেই ঘৰ টো জেথাই খালি কৰি দিলে আমি নিজৰ ঘৰত গুচি আহিলো,,,,এইটো কোনো কাহিনী নহয় খচা কথা ২০০৩ চনত আছিল ।
@OasisMotionFilms
@OasisMotionFilms Жыл бұрын
Thank you for sharing. 🙂
@jugnukumar2301
@jugnukumar2301 Жыл бұрын
@@OasisMotionFilms Please bring Preety Kongana in your show
@CC.nabadipnath
@CC.nabadipnath Жыл бұрын
A whole new Podcast of You. Great 👍
@parthaduarah2567
@parthaduarah2567 Жыл бұрын
এই কথাবোৰ এনেকৈ আলোচনা কৰা চাব বিচাৰি আছিলোঁ!!অৱশেষত ❤❤😌
@dipankarjyotilahan848
@dipankarjyotilahan848 Жыл бұрын
Yup thats the reason i like ojantrik.ikrim proud of you.keep it up
@florasharma690
@florasharma690 Жыл бұрын
So happy to see you... best wishes
@himashreenath2947
@himashreenath2947 Жыл бұрын
Apunalukr show bht bht bht val lage . Oasis da k miss kra hoise . love from Lakhimpur
@dhritibaruah6001
@dhritibaruah6001 Жыл бұрын
Awestruck by today's episode! Kudos to you Chinmoy Bora Sir that ur initials itself are so good. Bestest wishes for all upcoming works of yours. Also a fan myself of Ranju Hakarika Sir.Udi da and Oasis da tmlkr kotha nkou besi, aii tmlkr showtuye ata emotion❤ Hoping for the next episode sooner than this one.
@dhritibaruah6001
@dhritibaruah6001 Жыл бұрын
Hazarika*
@Boruah-197
@Boruah-197 Жыл бұрын
23.52 second loike salu ru dom nai eee bhago bhago karon moi room t okle thaku 🏃😭,,, sorry ud da, chinmoy da and Oasis da hekh nkorilu aji episode tu☹️
@deulankhui
@deulankhui Жыл бұрын
Everything psychological feeling because of the most interesting thing in this universe - the human brain
@pranjalsarma8186
@pranjalsarma8186 Жыл бұрын
ৰাতি শুই থাকোঁতে কোমল হাত এখনে মুৰত আৰু কপালত হাত বোলাই আছিল।মই নিজে হাতখন গুচাই দিয়া ভালদৰে মনত আছে। হাতখন গুচাই দিয়াৰ পিছত ৰাতিতো ভয়ত শুব পৰা নাছিলোঁ।
@punyashreedas1617
@punyashreedas1617 Жыл бұрын
Apunaluke nijor programs kori thakok..but kunu app.or game or add..korute cinta kori koribo or complete jani koribo because bahut cyber crime hoi ase...manuhok bipodot napalabo logot nijau noporibo...
@yujhhg
@yujhhg Жыл бұрын
আমাৰ এইফালে বিৰা ওলাই , শুনিছোঁ ঘৰত মানুহে পোহে সৰু সৰু পোৱালি, কেতিয়াবা মানুহৰ গাত ওলমি লাগি আহে , মোৰ লগৰ এটাৰ গাত লাগি আহিছিল এদিন ৰাতি ১১ বজাত এফালৰ পৰা আহিছিল, আহি বিছনাত পৰি দিলে হেঁচা মাৰি ধৰিছিল উঠিব পৰা নাছিল পিছত মাকে সৰিয়হ গুটি ফুটাই দিলত ভাল পাইছে
@mridumainull4652
@mridumainull4652 Жыл бұрын
Really goosebumps ahigoise kotha bilak huni
@trishnasarma5198
@trishnasarma5198 Жыл бұрын
এইটো খণ্ডৰ পৰা বহুত নজনা কথা জানিব পাৰিলো । সচকে আমাক ও সৰুতে আবাই বুঢ়া-গোহেৰ ভয় খুৱাই এ ভাত খুৱাইছিল । কন্নমুঢ়া ৰ কাহিনী এতিয়া ও বহুত প্ৰচলিত গাওঁত ।
@Moumi9027
@Moumi9027 Жыл бұрын
মোৰ চকু তেওঁৰ চকুত পৰিল লগালগ মই মূখখন ঘূৰাই দিলো। এইমুহুৰ্ত নষ্ট নকৰি পুণৰবাৰ ঘূৰি চাই দেখিলো 5 ফুট উচ্চতাৰ মানুহগৰাকীৰ চুলি মাটিত দীঘলকৈ চোচৰি গৈছে। মই লগালগ আইতাক জগাই কথাবিলাক ক'লো আৰু বাহিৰলৈ গৈ চাৰিওফালে চাইছো একো নাই। তাৰ ছমাহৰ পিছত সৰু ভাইটি কৰবালৈ গৈছিল সেয়ে ডাঙৰ ভাইটি সেই কোঠাত শুবলৈ গ'ল। মই আৰু মা শুই আছো 2 টা মান বজাত ভাইটি আহি মাক মাতিছে অ' মা মই শুই থকা বিছনাখন কোনোবাই ওপৰলৈ উঠাই দিছিল আৰু একো নুহোৱাকৈ কঁপি থকা যেন লাগিছে মই নুশু তাত। পিছৰ সময়কণ আমাৰ লগতে শুই থাকিল। যোৱা বছৰ মাহীৰ ছোৱালীৰ বিয়া হৈ গ'ল। এতিয়া একো শব্দ নাই যদিও সেই কোঠাত সৰু ভাইটিৰ বাদে আন কোনেও নুশুৱে। মইয়ো কেতিয়াবা শব্দ শুনিলেও ভয় নকৰো। নিজৰ মতে আহিব আৰু যাব। তেঁও আছেই বাবে আন বেয়া বস্তু ঘৰলৈ সোমাব নোৱাৰে বুলি মনত বিশ্বাস এটা আহিল সেয়ে আমি সাহসেৰে থাকো।
@rajashreesarmah29
@rajashreesarmah29 Жыл бұрын
বহু দিনৰ পাছত 💓। এতিয়া MasterChef India ৰ নয়ন দা আৰু শান্তা বাৰ লগত হোৱা কথালৈ অপেক্ষা। @OasisMotionFilms
@shankhalinabaruah000
@shankhalinabaruah000 Жыл бұрын
Don't judge, just Mur ata story... Mur ghor Nagaon t but atia moi ghy downtown t thaku logor ajoni logot... Actually mur ma dhukua just 1yr hoise aru bortoman Mur ghor t moi aru mur deuta... Ajoni a suali jihetu bohut morom r, mur ma tu mur bestfriend asil .. Mur logot actually aitu ki hoisil najanu bru Mur xopun a ne ki but moi g feel krilu tar pora ata a anubhab hoi j mur ma ahe Mur usort ba mur ma ase mur usorot atia u... Ma dhukua pisore pora bht bar ma r mat tu xunisilu and proti Jon manuh r nija nija ata body smell thake th moi u mur Ma r ga r xei smell tu paisu bht bar... Jihetu Mur ma gotike kunu din voi loga ni aji loike ..vl h lage vabile j mr ma ase atia u mur logot... Ru yat kotha ata kou Mur Ma bhoot ba jokhini ba Bea bos2 tnka aku nohoi...ru moi believe u nokoru j manuh dhukale bhoot hoi... Ata time t goi Mur Karone normal asil ma r mat xuna ba ma k usorot feel kora tu .. Th xeidina moi ghor pora room goisilu ru moi okole asilu rati roon t karon Mr roommate joni ghor t asil.. agote u baru bohut bar okole asilu tai ghor jaute .. Xeidina Ghar pora juare pora mon tu eman thik nasil kiba ata Val loga nasil ru tetia mur ma dhukua 1yr hua a nasil ....ma loi khub monot pori asil Rati vat kita khai ma r photo khon loi xeidina bohut kotha koi asilu, actually ma k koi asilu kio aneke Ari thoi gusi gol, eman okole hoi golu ru khub kandisilu.... Ru teneke teneke rati 3am mn a hol goi... Th vabilu j alp xubo try koru nohole ru besi h Bea lagibo aneke thakile ... Moi agore pora rati xule xodai video ata on kri a xuu ...xeidina u video tu on kori xubo loisilu jodi u tuponi aha nasil ... Moi xua just 2mins man pisote kiba ata botah feel krisilu ru moi dekhisilu j mur room r curtains (porda) kikhn uri asil but Mur fan khon u off asil aru dorja khiriki u sb bondho room r .. Suddenly room r bostu 2ta mn u porisil aru dorja khon t kunubai 4bar jur jur koi marisil haa ru xei2 time t mur khub gorom lagisil, moi vasilu j besi koi vabi thaka karone anekua hoise sage th fan khon on kri diu ru soku mudi xui diu but moi jetia fan khon on kriboloi uthibo loisilu anekua lagisil j kunubai muk hesi dhorise ru uthibo dia nai muk, alp time t Karone anekua lgisil kiba j judho hoise mur aru kurubar majot ...mur gar uporot aku dekha nasilu jodi u lgisil j kunuba ase ...ru aneke almost 3-5mins mn hoisil but after 3-5mins sb stop . Aku botah u nai ru mur uprot u kunu nai ... Loga log moi uthi fan khn on kri disilu ru ako xubo try krisilu but aibar ako bisona khon t pora loge loge same hoisil j kunuba gar uprot ase ru mk khub kosto dise aibar ...ru kiba ata dekhisilu kola bostu ..mota manuh ne maiki manuh, ba manuh ne kiba jontu aku dhoribo para nasilu kintu kola saa ata dekhilu nd again same 2-3 mins mn aibur hoisil ru after 2-3mins suddenly sb stop... Ru tetia pura 3:45am mn hoisil may be.. ata kotha xosa j moi kintu tuponi jua nasilu soku jur meli sob dekhiasilu... Xeidina kintu xei bostu tu mur ma Jen anubhab hua nasilu ..lagisil j ma r namot kunuba belag asil tat xeidina ..eman khini hua pisot deuta k phone u krisilu rati a kintu deuta a gom a napale ... Eman khini hua pisot rati xubo loi xah nohol ru teneke rati pua 6ta mn hol goi ... Mur logot hua aikhini j Misa nohoi tar proman hol j next day moi ga t sabon logaute pithi khn khub jolisil ru pisot dekhilu j pithit karubar 6ta anguli r sin ...
@dimpimedhi3515
@dimpimedhi3515 Жыл бұрын
Assamese imn aguwai goise.. vl lgisd bht..
@riyansriyaworld7148
@riyansriyaworld7148 Жыл бұрын
Ai episode tu sua agot a goi ghurapak sai ahilu goi...bohut val lagil❤aji gom paisu... channel tu goi subscribe kori ahilu goi atya pa sam ru😊
@callmeamrit2359
@callmeamrit2359 Жыл бұрын
Horror Genre tu mur Birat a val lage...ru Ajir Podcast tu haibbei Ru a besi Interesting palu 😍
@dibyajyotipachani1253
@dibyajyotipachani1253 Жыл бұрын
We have heard stories like this since Our childhood so we can relate to you a lot🙌 Mojja lagil🔥
@jonalijimoni
@jonalijimoni Жыл бұрын
tank u Ojaantric 4 inviting him ❣️❣️❣️
@shikhasonowal6971
@shikhasonowal6971 Жыл бұрын
Horu kalor kotha monot pori goise😍 Kokai ghoror sutalot bohai Aibur kotha koisel.
@RinRinTinTin
@RinRinTinTin Жыл бұрын
30:38 that place he is talking about is TV tower rode in guwahati...
@sabanafaizil5762
@sabanafaizil5762 Жыл бұрын
I am watching the show at 2 and I don’t think I would be able to sleep today . Actually I am from sibsagar and I too have a lots of encounters but actually moi Jana mote “bak” upper Assamot sapor thake bli koi
@Rituraj-kp5gx
@Rituraj-kp5gx Жыл бұрын
কিবা তা ভাল লাগে। আপোনালোকৰ ভিডিঅ' চাই।
@Palashgogoi-op
@Palashgogoi-op Жыл бұрын
Oasis da apune ulala aru val lagile hoi bake episode to অপূৰ্ব ♥️🤗💌
@himadrirabha4774
@himadrirabha4774 Жыл бұрын
He is totally genius 👍🏻♥️ really enjoyed the episode
@parthaduarah2567
@parthaduarah2567 Жыл бұрын
বাকী বেলেগ কথা কিন্তু UD দাৰ কাহিনী বোৰ interesting
@jurideka5185
@jurideka5185 Жыл бұрын
Bohut dinr pist finally Ojantric r vdo ahile 😍😍😍😍😍
@porikshitbora3094
@porikshitbora3094 Жыл бұрын
Tumbbad সঁচাকৈ বহুত ভাল লগা চিনেমা
@lakshimahazarika6809
@lakshimahazarika6809 Жыл бұрын
বহু দিনৰ মূৰত ❤️👌❤️
@sourceofslove7832
@sourceofslove7832 Жыл бұрын
Just now i watch ghorqpak and I searched him and now i am here ojantric but i saw ojantric since bashkar opswel ❤
@uddipanbarhoi2429
@uddipanbarhoi2429 Жыл бұрын
ক'ত থাকে হে ইমান দিন ? বহুত wait কৰিব লাগে দেই
@prastutidutta5929
@prastutidutta5929 Жыл бұрын
After soo long ❤❤❤ finally intazaar khatm huaa..
@paruldas4915
@paruldas4915 Жыл бұрын
Good 👍
@documents8798
@documents8798 Жыл бұрын
We need a Director of this genre in Assam..
@ARgamingMIND
@ARgamingMIND Жыл бұрын
বহু অপেক্ষাৰ অন্তত ❤️ ভাল লাগিল চাই
@kanikapathak370
@kanikapathak370 Жыл бұрын
❤❤❤❤❤ love this man....too excited to see ur work together 🤞🤞 frm Nalbari
@lipipragyadevi
@lipipragyadevi Жыл бұрын
We all have our experiences , sob ondhobiswakh nohoi , Mur tu bhoyonkor sleeping paralysis hoisil😂 I felt so many energies,but still I love horror and thriller stories
@KNIGHT-2500
@KNIGHT-2500 Жыл бұрын
Love you chinmoy da❤I'm your big fan ❤
@backbencherkid
@backbencherkid Жыл бұрын
Goosebumps
@RinRinTinTin
@RinRinTinTin Жыл бұрын
That 'Haa' after every sentence🤣🤣
@PoojaAxomiya
@PoojaAxomiya Жыл бұрын
I liked Ghorapaak a lot. Watched it in ReelDrama
@SimplePackage
@SimplePackage Жыл бұрын
After very long time
@miturajsaikia306
@miturajsaikia306 Жыл бұрын
অযান্ত্ৰিক মোৰ খুবেই প্ৰিয়, কিন্তু বেছিকৈ ইংৰাজী প্ৰয়োগ কৰিহে কিবা ভাল নলগা কৰি পেলাইছে।
@Stardust_cruise
@Stardust_cruise Жыл бұрын
Next Aboyob Bhuyanak matibo please. He's an amazing orator and a new talent who's doing great in his field. Hope to see him soon .
@parthasankarkataky1525
@parthasankarkataky1525 Жыл бұрын
As a 3D Artist Discord + midjourney AI, ChatGPT ❤ are true revolutionary✌️
@tanusreethakuria8905
@tanusreethakuria8905 Жыл бұрын
@Manashidazz
@Manashidazz Жыл бұрын
Yeeeee finally 🎉
@freakfilms5990
@freakfilms5990 Жыл бұрын
He looks like Fit minds KZbin channel owner 😮
@assammixture5126
@assammixture5126 Жыл бұрын
বহুত অপেক্ষা ৰ অন্তত ❤️❤️❤️❤️
@toraliborthakur4926
@toraliborthakur4926 Жыл бұрын
Bohut vl lagise saiiii
@pranabjyotisaikia7155
@pranabjyotisaikia7155 Жыл бұрын
Best Episode ❤️❤️❤️
@mithunsaikia3744
@mithunsaikia3744 Жыл бұрын
Defence r Training t thakile 3 bojate othibo lage, Night duty o thake 2 Hours, Amar karone to beyai 3 Am pra
@rikhitasaikia7753
@rikhitasaikia7753 Жыл бұрын
Love from namrup🥰
@pallabpathak9718
@pallabpathak9718 Жыл бұрын
Finally mor fev mnuh jn ahilee😢😢❤❤❤❤❤❤❤❤❤❤❤❤❤
@bijithaloi3466
@bijithaloi3466 Жыл бұрын
Love from Nalbari ❤️❤️
@Bulbulkonch06
@Bulbulkonch06 Жыл бұрын
Vutor story Mur bohut vl lage 😘😘😘
@nibhaborah4931
@nibhaborah4931 Жыл бұрын
Oasis daa agot thakile he aru val lage😂💓
@Pallabkcreation
@Pallabkcreation Жыл бұрын
Bohut din pasot Ojaantric ❤ Sai val lagile ❤ Love From Sonitpur❤
@sumdiff1771
@sumdiff1771 Жыл бұрын
আমি আমাৰ পৰম্পৰা সংস্কৃতিক লৈয়ে আগুৱাই যাব লাগিব | আমাৰ সংস্কৃতি আমি ধৰি নাৰাখিলে কোনে ৰাখিব | আধুনিকতাৰ নামত বৰ্তমান মানুহে পৰম্পৰা সংস্কৃতি পাহৰিব লৈছে|
@Vigun__
@Vigun__ Жыл бұрын
This is my favorite episode. বহুত horror flim বহুত চালো কিন্তু এখনো চাই বহুত বেছি ভাল নালাগিল সেয়ে আগন্ত দিনত অসমৰ এই লোককথা লৈ flim এখন চাবলৈ চাম বুলি আশা কৰিলো । এইবোৰে হে অসমৰ চলচ্চিত্ৰ জগত বিশ্ব দৰবাৰত অতি সহজতে স্থান লাভ কৰিব। ভাল বস্তু হ'লে মানুহে চাবই। শেষত চিন্ময় ককাইদেউ লৈ অযুত মৰম 📍
@ChinmoyBarma
@ChinmoyBarma Жыл бұрын
Dhonyobad 🤗
@prarthanasaikia2901
@prarthanasaikia2901 Жыл бұрын
I was wondering why in almost all stories discussed today ghosts are only female or have female characteristics? Just curious 😅
@lipipragyadevi
@lipipragyadevi Жыл бұрын
I think Gorapaak, bira, bura dangoria are male ghosts😂 so thke duitai gender
@nitish5357
@nitish5357 Жыл бұрын
Feel this episode at 1.50 am
@himashreenath2947
@himashreenath2947 Жыл бұрын
অকলে ৰুমত চাই আচিলো । আগতে কোনোদিনে ভয় নকৰো । আজি শুনিয়ে খুৰী হতৰ ভিতৰলৈ দৌৰিলো
@CC.nabadipnath
@CC.nabadipnath Жыл бұрын
Smarter Show👍
@lakhyasaikia9862
@lakhyasaikia9862 Жыл бұрын
Very creative person 🔥
@SBSAXOM
@SBSAXOM Жыл бұрын
Gousbumbs bhaii🥰💚❤️rati 12:38 Sai asu
@nilanjanmahanta7240
@nilanjanmahanta7240 Жыл бұрын
Xosake beya paisu Ojantric, emen digholiya biroti ekebare expect nokoru..
@abinashgayan4378
@abinashgayan4378 Жыл бұрын
3.15 am r pora deville hour buli kuwa hoi. Hei hetu ke 3.15 am r pora 4 am r leke baya homoi buli kuwa hoi. Bhut besi baya homoi buli kuwa hoi.
@bishnuborsaikia
@bishnuborsaikia Жыл бұрын
No need to afraid of any ghost...man is more powerful..man has created Atomic Power which can blast the whole planet...does the so called bhoot has the capacity
@pankajdowari4285
@pankajdowari4285 Жыл бұрын
অযান্ত্ৰিক মোৰ এটা খুবেই ভাল লগা অনুষ্ঠান। এই লৰাজনৰ ফটোবিলাক আমি ফেচবুকত দেখিছোঁ। বৰ ভাল লগা কাম। কিন্তু কথাবোৰ শুনি বৰ বিৰক্তি লাগিল। যিকোনো এটা ভাষাত কলে ভাল লাগে। হয় ইংৰাজী নহলে অসমীয়া। অলপ সহ্য কৰিব পাৰি। 28.17 ত যিখিনি কৈছে সেইখিনি কথা একেবাৰে বিৰক্তিকৰ। paramhans yogananda ৰ তেখেতৰ আত্মজীৱনীত(auto biography of a yogi)এই "ৰসগুল্লা"( ৰখগুল্লা নহয়🙏) ৰ কাহিনীটো স্বামী vivekananda ৰ গুৰু ramkrishna paramhans ৰ লগত হৈছিল বুলি ধুনীয়াকৈ লিখা আছে। মানুহজনে চব খিছিৰি বনাই দিলে। যি কৰিছে খুব ভাল কাম কৰিছে কিন্তু কথাবোৰ অলপমান মাৰ্জিত অথবা অলপমান ভাবি চিন্তি কলে ভাল লাগে। মই অকল উদয়ন দাৰ কথাবোৰ শুনি শুনি আহি ৩০ মিনিট পাৰ কৰি দিলোঁ। Negative comment দিয়া মানুহ মই নহয়🙏 কিন্তু ভাষাক অকণমান শ্ৰদ্ধা কৰো কাৰণেই মোৰ গাত লাগিল। অকণমান এৰা ধৰা চলে, কিন্তু এনেকুৱা খিছিৰি নকৰিব আপোনালোকে।।
@priyankabaruah1481
@priyankabaruah1481 Жыл бұрын
বহুত দিনৰ পিছত দেখি বহুত ভাল লাগিল ❤
@biswajit6762
@biswajit6762 Жыл бұрын
Moi akol aitut bisakh koru.. j Jodi prithibit.. val bostu ase tane holy byah bostuo thakibo lagibo.. jtea nki val bostut bisakh koru to byah bostuto bisakh kribo lage olp
@nishi316
@nishi316 Жыл бұрын
Too much interesting ...😅
@lsd4889
@lsd4889 Жыл бұрын
Dark energy moi paisu... And Good energy o paisu... Honestly koisu moi... Eibor kin2 moio mno
Ojaantric || Assamese Podcast ft. @KussumKailash  || Ep.61
1:03:08
Oasis Motion Films
Рет қаралды 295 М.
What will he say ? 😱 #smarthome #cleaning #homecleaning #gadgets
01:00
The CUTEST flower girl on YouTube (2019-2024)
00:10
Hungry FAM
Рет қаралды 41 МЛН
Dad gives best memory keeper
01:00
Justin Flom
Рет қаралды 20 МЛН
Ojaantric || Assamese Podcast ft. @SubasanaDutta || Ep.78
1:11:49
Oasis Motion Films
Рет қаралды 208 М.
DARK REALITY OF TANTRA WITH NAYAN SAUD|| TANTRA PODCAST PART II SECRETS REVEALED|| #assamesepodcast
1:19:16
Ojaantric || Assamese Podcast ft.@DebojitBorahOfficial  || Ep.69
1:15:28
Oasis Motion Films
Рет қаралды 152 М.
Ojaantric || Assamese Podcast ft. Tonmoy Krypton || Udayan Duarah || Ep.17
43:50
What will he say ? 😱 #smarthome #cleaning #homecleaning #gadgets
01:00