Ojaantric || Assamese Podcast ft. Mira Borthakur Goswami || Ep.116

  Рет қаралды 123,228

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Our Second channel:
Oasis Talukdar : www.youtube.co....
Udayan Duarah : www.youtube.co....
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
#ojaantric
#assamesepodcast
#MiraBorthakurGoswami

Пікірлер: 447
@anupamkalita5938
@anupamkalita5938 10 ай бұрын
গুৱাহাটীবাসীয়ে এগৰাকী উপযুক্ত প্ৰাৰ্থী পাইছে। ইমান অধ্যয়নশীল,বাকপটু আৰু মূল্যবোধৰ ৰাজনীতিৰ গৰাকী। সকলোৱে বাইদেউক সহযোগীতা কৰক ।
@manjubarman1855
@manjubarman1855 10 ай бұрын
সুন্দৰ ব্যক্তিত্বৰ গৰাকী।বহুত ভাল লাগে।
@dipakkrdasdaskrdipak4941
@dipakkrdasdaskrdipak4941 10 ай бұрын
মই ভাবো বহু বছৰৰ মোৰত গুৱাহাটীত প্ৰথম বাৰৰ বাবে এগৰাকি উপযুক্ত ব্যেক্তিক সাংসদৰ পাৰ্থি হিছাবে দিয়াৰ বাবে কংগ্ৰেছক ধন্যয়বাদ।গুৱাহাটী বাসীয়ে বাইদেওক হাতৰ ছিনত ভূট দিয়ক ধন্যৱাদ।🙏🙏🙏
@MrBubu-ug1xm
@MrBubu-ug1xm 10 ай бұрын
মীৰা বাইদেউ ৰ এটি সুকীয়া ব্যক্তিত্ব আছে। ভাল লাগে তেখেতক ।
@jaubd8ce9
@jaubd8ce9 10 ай бұрын
The voters from Guwahati should rethink n vote for Mira borathakur ma'am. She is the most deserving candidate for MP ship. She is a very capable, candid n bold . ❤ Best of luck to her.May almighty God bless her immensely.
@anjumanideka782
@anjumanideka782 10 ай бұрын
বৰ ভাল লাগিল।ইমান সাৱলীল ভাষণ শুনি ভাল লাগিছে
@bulbulAxom099
@bulbulAxom099 10 ай бұрын
আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজক অনুৰোধ কৰিছোঁ। মীৰা বৰঠাকুৰ বাইদেউক জিকাই লৈ যাওঁক। আগন্তুক সময়ত গুৱাহাটীৰ ৰাইজে ভাল ফলাফল এটা পাব বুলি আশা ৰাখিলোঁ ❤️
@sewalimisra7291
@sewalimisra7291 10 ай бұрын
মানুহ গৰাকীৰ কথাবোৰ বৰ যুক্তিপূৰ্ণ। খুব ভাল লাগিল। বাইদেউৰ জয় কামনা কৰিলো।
@RubulAli-qo9dr
@RubulAli-qo9dr 10 ай бұрын
Mira borthkhakur baideo joi huwa tu monor pora bisarisu❤
@amarsinghnarah4632
@amarsinghnarah4632 10 ай бұрын
সিমান সুন্দৰ কৈ সকলোৱে বুজি পাব পৰাকৈ যি খিনি কথাবোৰ কলে সচাই মনোমোহা কৰি শুনি ভাল লাগিল।
@CalmClownfish-ux9ry
@CalmClownfish-ux9ry 9 ай бұрын
@CalmClownfish-ux9ry
@CalmClownfish-ux9ry 9 ай бұрын
Good
@prassanajittamuli7766
@prassanajittamuli7766 10 ай бұрын
সন্মানীয়,গুৱাহাটীবাসী ৰাইজলৈ অনুৰোধ এগৰাকী সুদক্ষ সাংসদ হিচাপে মীৰা বাইদেউ ক ভোট দি জয়যুক্ত কৰাওঁক।🙏🙏🙏 এখেতৰ জয়েই সকলো অসমবাসী ৰে স্বাৰ্থ জৰিত আছে।
@alpanasharma4400
@alpanasharma4400 10 ай бұрын
Bhal manuhok pothabo lage xodonot...kotha kobo para...axomor xomosyaxomuh dekhuai dia adibur.......MEERA BAOTHAKUR GOSWAMI perfect person.....plz vote for ....party sai nohoy prarthy sai VOTE diok😊 ......
@jonasarmabarua3835
@jonasarmabarua3835 10 ай бұрын
Love ojaantric.....bhal lagil strong leader of Assam
@santonuborpatraaJ2227
@santonuborpatraaJ2227 10 ай бұрын
গুৱাহাটী সমষ্টিৰ বাবে অত্যন্ত উপযোগী এগৰাকী নেত্ৰী। গুৱাহাটীৰ ৰাইজে যদি সততা আৰু প্ৰমূল্যবোধৰ ৰাজনীতি চাব বিচাৰে যদি মীৰা বৰঠাকুৰ বাইদেউক নিৰ্বাচন কৰিব পাৰে।🎉
@runuchutia4464
@runuchutia4464 10 ай бұрын
Mira Borthakur Jindabad
@budheswarnath6516
@budheswarnath6516 10 ай бұрын
এই বাৰৰ নিৰ্বাচন ত ৰাইজে মীৰা বৰঠাকুৰ বাইদেউ , গৌৰৱ গগৈ আৰু লুৰিণ গগৈ ক বিপুল ভোটত জয়ী কৰি দিল্লীলৈ পঠাওক এওঁলোক অসম তথা অসমীয়াৰ কন্ঠ হৈ সংসদ ত দপদপাই কাম আদায় কৰিব পাৰিব " জয় আই অসম " 🙏🙏
@KulenGogoi
@KulenGogoi 10 ай бұрын
😂😂😂 এই ম এই মূৰ্খ কেইটাক দিল্লী লৈ পঠালে অসম উন্নতিৰ শিখৰত পাবগৈ ।
@kanikadhar9579
@kanikadhar9579 10 ай бұрын
মীৰা বাইদেউ কামৰ মহিলা | সকলোৱে ভোট দিয়া উচিত৷ সৰ্বানন্দ , ধানোৱাৰ ৰ পিতৃ ৰাজনীতিৰ পথাৰত থাকা প্রার্থী | গতিকে লুৰিন নতুন মুখ _ কর্মঠ _ ৰাইজে সুযোগ দিব লাগে৷ অসমৰ নিশ্চয় ভাল হব৷
@budheswarnath6516
@budheswarnath6516 10 ай бұрын
@@KulenGogoi এইটো ইলেকচনত ইনকাম ভালেই হৈছে চাগে?? 😁🤪😛
@dipimonidutta7263
@dipimonidutta7263 9 ай бұрын
Very very good comment🙏
@sunny20rocky
@sunny20rocky 9 ай бұрын
​@@KulenGogoi himanta eta ollogodho tur nisina
@surovithakuria9256
@surovithakuria9256 10 ай бұрын
Well educated and well informed. Excellent candidates. Lost of Assam if she can not win.
@riyazali4592
@riyazali4592 9 ай бұрын
Really
@quantomine6076
@quantomine6076 10 ай бұрын
সংবিধান ৰক্ষা হ'ব বুলি আশাবাদী হৈ ৰ'লো।
@mondirakalita4221
@mondirakalita4221 10 ай бұрын
মীৰা বৰঠাকুৰলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
@Dipalisaikia434
@Dipalisaikia434 10 ай бұрын
আমাৰ সৌভাগ্য যে আমি এনে এগৰাকী নেত্ৰী পাইছোঁ ৷ গুৱাহাটী সমষ্টিৰ ৰাইজেও যেন এই কথা অনুধাৱন কৰে !
@dimpudas4090
@dimpudas4090 10 ай бұрын
Mira borthakur ❤❤❤
@udditangshuhazarika9940
@udditangshuhazarika9940 9 ай бұрын
Madam, A true leader always ready to access fight against its opponent.No matter how strong they are.i hope you success in this fight.
@chetia847
@chetia847 10 ай бұрын
মীৰা বৰঠাকুৰ বাইদেউ জিকিব100% ।
@living345
@living345 10 ай бұрын
BJp candidate Bijuli kalita Medhi will win 100000%
@dimpidas4373
@dimpidas4373 10 ай бұрын
​@@living345bjp r kiba paise Jen lagise..... assam t ki ghtise dekha nai sage akhete
@abdulkhalequemondal9591
@abdulkhalequemondal9591 9 ай бұрын
​@@living345 Mira baidew jindabad.
@indrajitboro6250
@indrajitboro6250 9 ай бұрын
​@@living345bro BJP bule vote dia manuh apune he ase...ajone Val candidater important axomt...partyr important nohoi..
@bobi1345
@bobi1345 10 ай бұрын
What a personality ! Really impressed 🎉🎉🎉 .
@Chitralekhagogoi1965
@Chitralekhagogoi1965 10 ай бұрын
বহুত ভাल লাগিল বাইদেঊ ।আপুনি জয়ী হ’বই।
@success2089
@success2089 10 ай бұрын
মীৰা বাইদেউ বিপুল ভোটত জয়ী হ'ব
@ubdengineers1660
@ubdengineers1660 10 ай бұрын
Mira Baideu will win in Guwahati.Bijuli Baideue Parliamentot Bijuli maaribo nuare..Voiceless, Fully dominated by HBS Family.. Please vote for Mira Baideu not considering as Congress Candidate but as a powerful candidate with strong voice to oppose in Parliament .We need a candidate who can highlight our problems in parliament..
@ansumanbora1570
@ansumanbora1570 10 ай бұрын
এনে অতিথি আনিলে channel টো প্ৰতি বেছি ভাল লগা হৈ পৰে ।
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi 10 ай бұрын
মীৰা বাইদেউক গুৱাহাটী বাসী ৰাইজে জয়ী কৰি লোকসভালৈ পঠিয়াব বুলি আশা কৰিলো।
@rupanjalisaikia3080
@rupanjalisaikia3080 10 ай бұрын
Bohut bohut bhal lagile. Jikok dei, all the best
@kakolichetia8696
@kakolichetia8696 10 ай бұрын
Always love to hear Mira Borthakur. Best wishes ❤
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi 10 ай бұрын
বাইদেউ আজি আপোনাৰ কথাবোৰ . শুনিলো বৰ ভাল লাগিল।
@dimpidas4373
@dimpidas4373 10 ай бұрын
Tv channel t khub ahi thake.... kotha bor val lage mor tetiya r pora
@chinmoygogoi2724
@chinmoygogoi2724 8 ай бұрын
Well said lady... Hat's off.... Hoping to win this time from ghy
@mukuldas1121
@mukuldas1121 10 ай бұрын
Great speaker fit for parliament
@b4you00
@b4you00 10 ай бұрын
Baido r kotha khini xuni bht Val lagil.... ❤❤❤ Congress Zindabad ❤
@bharatikonwar7735
@bharatikonwar7735 9 ай бұрын
মীৰা বৰঠাকুৰ বাই দেউলৈ নমস্কাৰ, আপোনালৈ অশেষ ধন্যবাদ ইমান সুন্দৰ কৈ কথা খিনি বুজা ই দিলে।
@raju2.077
@raju2.077 10 ай бұрын
Good. Useful. Halpfull. Video. Hello Guwahati. Vote for Mira ba.save your Guwahati. OK.
@Mridupabankonwar
@Mridupabankonwar 10 ай бұрын
Jikabo lage dei ghy... Iman bold strong woman... Proud
@debenhandique9958
@debenhandique9958 10 ай бұрын
সুন্দৰ আলোচনা ভাল লাগিছ।
@rawfotage4310
@rawfotage4310 10 ай бұрын
Mira borthakur baideu jindabad
@musicallibrary4149
@musicallibrary4149 10 ай бұрын
গুৱাহাটী বাসী ৰাইজে এনেকুৱা প্ৰাৰ্থীক ভোট নিদিয়ে কাক দিব , সম্পূৰ্ণ ভাবে যোগ্য,,তেখেতে মানুহৰ সুখে-দুখে লগত থাকে
@jaanxutiyacreation2616
@jaanxutiyacreation2616 10 ай бұрын
❤শেষৰ বাক্য শাৰী শুনি কমেন্ট নকৰি নোৱাৰিলো যে মইও এটা কথাই ভাবোঁ আপুনি অকলে কিবা এটা কৰি সফল হৈছে বা বহুত ধনী হব পাৰিছে এইটো গৌৰব নহয় বা সফল নহয় ! আপুনি জীৱনত সফল হৈছে বুলি মই নাভাবোঁ । সফল সেই জনে হে হৈছে যি নিজৰ লগতে আন দহ জনৰ কথা চিন্তা কৰিছে । আন দহটা পৰিয়ালৰ বাবে কিবা এটা কৰিছে ।
@TulikaboraKkp
@TulikaboraKkp 10 ай бұрын
মীৰা বাইদেউ আমিও বহুত কথা নাজানো ৷আজি বহুত কথা জানিব পাৰিলো ৷মই আপোনাক ভোট দিব নোৱাৰো কাৰণ সমষ্টি বেলেগ ৷কিন্তু একান্ত ভাবে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপুনি জয়ী হওক কাৰণ আপোনাৰ দৰে সাহসী আাৰু অধ্যয়নশীল পৰিপক্ক মানুহ এগৰাকী অসমৰ সম্পদ হোৱাটো বিচাৰো ৷
@koolmridz99
@koolmridz99 10 ай бұрын
Borhiya lagil Baidew r kotha khini huni... Hopefully Guwahati Raije Vivek re bisar kori nijor bohu mulya vote tu hotheek prarthi jonok dibo. 👍🙏
@aparajitatamuli7273
@aparajitatamuli7273 10 ай бұрын
মীৰা,গৌৰৱ,লু ৰি ন, ক বাকীসকলক ৰ সৈ তে জয়ী হোৱাটো ভাল❤
@sohailazim4275
@sohailazim4275 10 ай бұрын
It was really a worthy conversation, please bring more personalities from both the sides to be more transparency in forthcoming election.
@DeepGogoi-j8h
@DeepGogoi-j8h 10 ай бұрын
বহুতৰে আদৰ্শ হৈ ৰওক🙏🙏 অসমীয়া সমাজ জীৱনত বাইদেউৰ বহুত বেছি প্ৰয়োজন আছে।❤❤
@naniborah2089
@naniborah2089 10 ай бұрын
সুন্দৰ ব্যক্তিত্বৰ গৰাকী।
@abhijitsaikia8696
@abhijitsaikia8696 10 ай бұрын
জনতা সজাগ হওঁক নহলে আপোনাৰ পিছৰ প্ৰজন্মৰ আপোনাক কিন্তু ক্ষমা নকৰিব ।
@thedevogramstory7483
@thedevogramstory7483 10 ай бұрын
Hska... Aibr jodi ami bhul koru amr next generation bur bornad hoba... Tar krna ami liable hom
@kankanasarmah5457
@kankanasarmah5457 9 ай бұрын
So far the best episode of Ojaantric. We need these type of conversation which would somehow add up to one's awareness.
@santimoni7949
@santimoni7949 10 ай бұрын
Great women❤
@simantadeka1191
@simantadeka1191 10 ай бұрын
সুন্দৰ
@indukamalbhuyn
@indukamalbhuyn 10 ай бұрын
বাইদেউ, আপোনালৈ অলেখ শুভকামনা জনালোঁ
@puheswargohain7121
@puheswargohain7121 9 ай бұрын
Mira Borthakur r kathabur bohut bohut bhal lage, Bhagabane akhirbad karak. agbahri jauk,
@RidipKonwar-l6u
@RidipKonwar-l6u 9 ай бұрын
লৰালি কালৰ কথাবিলাক মনত পৰিলে সঁচাকৈয়ে মনটো ভাল লাগি যায়!!!! মীৰা বৰঠাকুৰ জিকিব
@lakhyajitkalita1194
@lakhyajitkalita1194 9 ай бұрын
সুকীয়া ব্যক্তিত্ব.... এগৰাকী দক্ষ ৰাজনীতি ক নেত্রী.... সমাজৰ প্রয়োজন আছে বাইদেউ আপোনাক🙏
@himakshigoswami47
@himakshigoswami47 10 ай бұрын
সংসদত এনেকুৱা শক্তিশালী কন্ঠৰ প্রয়োজন
@kalpanachetia1561
@kalpanachetia1561 9 ай бұрын
বহুত ভাল লাগিলে ! অভিনন্দন জনাইছো ! এই মন যাতে সদায় একেই হৈ থাকে মীৰা বৰঠাকুৰৰ !
@bhabatoshhazarika2866
@bhabatoshhazarika2866 10 ай бұрын
i don't support the Indian media. This type of podcast are actually important for us who shows the grass roots level of Indian political scenario. I want ojaantric to invite the capable leader to your show either he/she is from bjp or congress.
@RikuMoniSaikia-zr7fq
@RikuMoniSaikia-zr7fq 10 ай бұрын
Mira baideu ktha bur bohut vl lage mur.. manuhgraki bohut hahokhi..baideu dore mur ahibo lga hontan2 hahokhi hoi .hai karne baideu ktha bur huni thaku..agt dangr mnuh bure ktha pati thoka hunu je pegnet thoka abostat vl vl ktha hunibo lage...hai karne moi baideu ktha bur huni thaku .jate mur ahibo lga hontan2 baideu dore hoi...mur falor pora akhirbad thakil baideu monor kamona puron houk....
@geometica_7920
@geometica_7920 10 ай бұрын
Well Deserving candidate beyond political affiliation...
@preranasaha6855
@preranasaha6855 9 ай бұрын
I can listen to her for hours n hours
@Dixitphukan
@Dixitphukan 10 ай бұрын
Great❤
@minudeka1089
@minudeka1089 9 ай бұрын
বহুত বহুত বহুতেই ভাল লাগিল। এগৰাকী উপযুক্ত প্ৰাৰ্থী। গুৱাহাটী বাসীৰ ৰাইজে জিকাব লাগে
@Milan-n7j
@Milan-n7j 10 ай бұрын
Kothabur huni really really bohut vl lagil baidewk jikabo lage
@rahulbhuyan6936
@rahulbhuyan6936 9 ай бұрын
বৰ সুন্দৰ এগৰাকী স্বদেশ স্বাভিমানি ব্যক্তিত্বৰ অধিকাৰী এগৰাকী মহিলা। মই যেতিয়াই পৰা বাইদেউক টিভিত দেখিছোঁ তেতিয়াৰ পৰাই ভাল লগা হৈছে। আজি আৰু বহল কৈ জানিবলৈ পৰিলোঁ। এগৰাকী সততা নিষ্ঠাবান মহিলাক গুৱাহাটী বাসীয়ে এইবাৰ প্ৰাৰ্থী হিচাপে বাইদেউক পাইছে। আশা ৰাখিছোঁ এইবাৰ গুৱাহাটী বাসীয়ে এটা ভাল প্ৰদক্ষেপ ল'ব পাৰিব।
@renupanika6070
@renupanika6070 10 ай бұрын
❤❤❤ u both..... UD da nd Talukdar da bohu dinr murt dekha palu vl lagil....
@kanakroy7356
@kanakroy7356 10 ай бұрын
Val lgil sai episode tu
@JaminiBasumatary-us1fw
@JaminiBasumatary-us1fw 10 ай бұрын
Bohut val lagil❤
@KD-dj1iq
@KD-dj1iq 10 ай бұрын
Dear people for Guwahati, vote for her.
@nafijarahman4678
@nafijarahman4678 10 ай бұрын
Perfect Candidate ❤️❤️❤️
@RudraBora38
@RudraBora38 10 ай бұрын
Enekua candidate he lage amak...❤️
@minakhisaikia406
@minakhisaikia406 10 ай бұрын
Well deserving candidate..best wishes ❤
@deba5203
@deba5203 10 ай бұрын
Mira borthakur Baideo Jindabad
@alokranjanborah7397
@alokranjanborah7397 9 ай бұрын
Every youth should watch this episode.
@moviesnation240
@moviesnation240 9 ай бұрын
Strong candidate..need good candidate like mira ma'am...
@gautamkalita1241
@gautamkalita1241 9 ай бұрын
সুন্দৰ কথা কৈছে। আপোনাৰ দৰে সকলো মানুহ হলে অসম খন আৰু উন্নতি হব
@monjitkonwar1376
@monjitkonwar1376 10 ай бұрын
Best wishes ma'am ❤
@anjumanideka782
@anjumanideka782 10 ай бұрын
আমাৰো তেনেকুৱা দিন আছিল।মনত পাৰিলে খুব ভাল লাগে
@nanditadutta6770
@nanditadutta6770 10 ай бұрын
সুন্দৰ ব্যক্তিত্ব।ভাল লাগিল।
@snehashabnam4545
@snehashabnam4545 9 ай бұрын
মই গুৱাহাটী বাসী, ইমান দিনে a g p aru bjp ক ভোট দিছিলো, কিন্তু এইবাৰ মীৰা বাইদেউক দিম, উপযুক্ত মন পছন্দ ৰ প্ৰাথী পাইছো, আমাৰ অঞ্চলত সকলোৱে দিব, মীৰা বাইদেউ জিন্দাবাদ
@gopalkalita1536
@gopalkalita1536 9 ай бұрын
মীৰা বাইদেউলৈ শোভশুভেচ্ছা থাকিল । সত্য ৰ স দাই জয়।
@probalsaikia753
@probalsaikia753 10 ай бұрын
Excellent must watch podcast…eye opener!!
@simantamudoi3672
@simantamudoi3672 9 ай бұрын
Well deserved candidate who should win.
@prakashbasumatary-t8n
@prakashbasumatary-t8n 9 ай бұрын
Baideo, u really deserve to win..Being a neutral voter & a youngster I will definitely come to Guwahati to cast my vote for u and will ask my near & dear ones to vote for u..
@migomnarah1999
@migomnarah1999 10 ай бұрын
Mon suii gol interview tu lots of love ojaantric
@anjanadutta4728
@anjanadutta4728 9 ай бұрын
কথামতে কাম কৰক ৷ আন্তৰিক শুভেচ্ছা জনালোঁ ৷
@Ashimasomiya
@Ashimasomiya 10 ай бұрын
গুৱাহাটীবাসীয়ে উপযুক্ত প্ৰাৰ্থী পাইছে----বিজয় হওঁক--- জিকাব নোৱাৰিলে, ভুল হ'ব
@bulbulibuli1795
@bulbulibuli1795 10 ай бұрын
Great women
@jinaborgohain1909
@jinaborgohain1909 9 ай бұрын
মীৰা বৰঠাকুৰৰ ব্যক্তিত্বক সন্মান জনাওঁ । তেখেতৰ কথাবোৰৰ পৰা বহু সচাঁ কথাই জানিব পৰা যায় । আগন্ত্তক দিনলৈ আন্তৰিকতাৰেশুভেচ্ছা জনালোঁ 🙏
@shukllabikash5354
@shukllabikash5354 10 ай бұрын
❤❤❤ Mojjah ❤❤ Holag noloi nuarilu Mira baideu r pora Bahu bur nojona kotha janilu val lagil ❤ Mira Barthakur baideu jibonot hofol houk hubhessa thakil ❤ Logote apunalukar chaneltuloi dhayanbad thakil ❤❤❤
@KangkanaBorah-dp5kt
@KangkanaBorah-dp5kt 9 ай бұрын
Mira mam jindabad ❤
@assameseboymanashportimsai2644
@assameseboymanashportimsai2644 10 ай бұрын
বহুত ভাল লাগিল বাইদেউ ❤
@KabitaSaikia-sd7in
@KabitaSaikia-sd7in 8 ай бұрын
,Mira,borthakur,baider,,modern,,politians,,bohut,val,,lagise,,,fueturesrt,,God,ye,,baidewk,hohai,,korak,,,dekhotu,,jonahadharonk,,agbohai,niya,mohilarupe,,,selection,hoise,,,,so,,,,namtuk,,,,1,nombort,,mohila,,polits,leader,,ajirpora,,,rakhim,,,,thankyou,,,
@RajuDeka-se2eh
@RajuDeka-se2eh 9 ай бұрын
বাইদেও‌ গৰাকীক‌ শুভেচ্ছা জনালোঁ। তেখেতৰ বক্তব্য ‌ শুনি সন্তোষ লভিছো
@manikadevi544
@manikadevi544 9 ай бұрын
Baidew r katha khini bahut Val lagil. Welcome Baidew.
@biswaxnokoribo2172
@biswaxnokoribo2172 10 ай бұрын
খুব সুন্দৰ।।। সঁচাই ভাল লাগিল বাইদেউ কথা কেইটা।।
@dipikakonwar8315
@dipikakonwar8315 10 ай бұрын
Well deserving candidate, extending best wishes.
@Milan-n7j
@Milan-n7j 10 ай бұрын
Mon sui goise really bohut vl lagil. Concept bilk mon vl hobo lage
@dipankarkalita6515
@dipankarkalita6515 10 ай бұрын
Most deserving candidate from Guwahati loksabha constituency
Ojaantric || Assamese Podcast ft. @KussumKailash  || Ep.61
1:03:08
Oasis Motion Films
Рет қаралды 299 М.
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
Tuna 🍣 ​⁠@patrickzeinali ​⁠@ChefRush
00:48
albert_cancook
Рет қаралды 148 МЛН
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 16 МЛН
كيف تنجح العلاقات مع ياسر الحزيمي | بودكاست فنجان
3:03:09
CORAN POUR DORMIR QUI APAISE LE COEUR (Recitation magnifique) 2021
1:31:41
DOUAA PROTECTION
Рет қаралды 18 МЛН
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19