Orunudoi 3.O কোনে কোনে পাব || মুখ্য মন্ত্ৰীয়ে কি কলে? LatestUpdate

  Рет қаралды 22,326

Panchayat Update পঞ্চায়ত আপডেট

Panchayat Update পঞ্চায়ত আপডেট

Күн бұрын

Пікірлер: 21
@chinmoykalita..darrang.ass8788
@chinmoykalita..darrang.ass8788 20 күн бұрын
কৃষ্ণ 🙏
@PanchayatUpdate
@PanchayatUpdate 20 күн бұрын
@@chinmoykalita..darrang.ass8788 Thank you so much
@Anishosti
@Anishosti 18 күн бұрын
Great Scheme mama
@PanchayatUpdate
@PanchayatUpdate 18 күн бұрын
Thank you
@usharanisaikia6912
@usharanisaikia6912 22 күн бұрын
পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তত সোনকালে কৰিব দিয়ক।
@PanchayatUpdate
@PanchayatUpdate 22 күн бұрын
গাওঁ সভা দিন এবাৰ খবৰ কৰি লব
@GitashriHazarika-b5j
@GitashriHazarika-b5j 23 күн бұрын
Right mama
@PanchayatUpdate
@PanchayatUpdate 23 күн бұрын
Yes Thank you so much
@umabiswas2179
@umabiswas2179 16 күн бұрын
Nice
@PanchayatUpdate
@PanchayatUpdate 16 күн бұрын
Thank you so much
@DalimiDas-u4j
@DalimiDas-u4j 17 күн бұрын
থিক কথা কয়ছে মাজৰ মানুহে চাই চাই কঙৰেছৰ বিলাক বিজেপি চৰকাৰে কাতি দিয়ে মামা আপুনি থিকে দিছে কিন্তু কিছুমান দলৰ মানুহে বি জে পিক দিব লাগে কঙৰেছক দিব নালাগে বুলি কয় আমাৰ বুঢ়ি মা জনী পায় আছিল এতিয়া চাৰ্ভে কৰিব গৈয়ো কাতি দিছে
@PanchayatUpdate
@PanchayatUpdate 17 күн бұрын
@@DalimiDas-u4j আপোনাৰ মতামতৰ বাবে ধন্যবাদ থাকিল
@bubudas568
@bubudas568 17 күн бұрын
Sir.old.age.pention.pai.thakile.arunoy.napab.neki..janab.
@PanchayatUpdate
@PanchayatUpdate 16 күн бұрын
Duita benefits ekeloige napai je
@gulenoorlaskaraccount2524
@gulenoorlaskaraccount2524 16 күн бұрын
Eku hua nai aru aagote o pua nai
@PanchayatUpdate
@PanchayatUpdate 16 күн бұрын
Panchayat office t juga jug koribo ebar dei
@MoniBora-z5x
@MoniBora-z5x 16 күн бұрын
Sir poisa delaha ration card deya
@PanchayatUpdate
@PanchayatUpdate 13 күн бұрын
নালাগে দিব ।। Free হয়
@RatnaBiswas-b3h
@RatnaBiswas-b3h 22 күн бұрын
আমাৰ ইয়াত টকা লাগে ৩৪০টকা লৈছে
@PanchayatUpdate
@PanchayatUpdate 22 күн бұрын
কতো পইচা দিব নালাগে । একেবাৰে Free হয় ।
@RatnaBiswas-b3h
@RatnaBiswas-b3h 22 күн бұрын
আমাৰ ইয়াত অৰুনোদইৰ নাম দিবলে মেম্বাৰে কম্পিউটাৰ দোকানত পঠাইছে এটা দোকানত সব মানু পঠাইছে আৰু পইচা দিব লাগে ৩৪০আপুনি এটা ভিডিও বনাই দিয়ক মেম্বাৰ বিলাকে কম্পিউটাৰ দোকানি লগত এক কথা হয় মেম্বাৰ বিলাকে কিয় এনেকা কৰিছে এনেকা কৰিলে বহুত দুখিয়া মানুহে পইচা দিব নুহাৰিব নাম টু কাটা জাব আৰু নতুন নাম কেনেকা দিব পইচা থকা মানুহে দিদিব নতকা মানুহৰ ওপাই কি হব কেইদিনৰ পিছত আমাৰ সৰকাৰে দেখিব আমাৰ অসমত অৰুনোউদ পুয়ানায় কিমান মানুহে সেই টু কাৰনে আপুনি পাৰিলে সেই কথা বিলাক দি ভিডিও এটা বনাই দিয়ক কম্পিউটাৰ দোকানত পইচা লাগেনে নালাগে লাগিলে কিমান লাগে
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН