পীয়ূষ হাজৰিকা-ভূপেন বৰাৰ মাজত ভীষণ যুঁজ।

  Рет қаралды 218,109

TIME8 News

TIME8 News

Күн бұрын

Пікірлер: 456
@bhargavborah4258
@bhargavborah4258 2 жыл бұрын
পিযুষ চোৰ নে ডকাইত নে ধৰ্ষণকাৰী ! সিওটো কংগ্ৰেছত আছিল ।
@subhashsut8955
@subhashsut8955 2 жыл бұрын
1.No. .Sur..P Hazarika...Opara...Mal...!
@subhashsut8955
@subhashsut8955 2 жыл бұрын
Tor. Katha ...Kune . Suniba....!Hazarika...Dangria ..'
@mridulkumarmahanta6050
@mridulkumarmahanta6050 2 жыл бұрын
ভাল বাবেই কংগ্ৰেছৰ পাৰা ওলাই আহিছে
@khonjk4486
@khonjk4486 2 жыл бұрын
দেৱতাক ও আছিল ।
@bkp9774
@bkp9774 2 жыл бұрын
@@mridulkumarmahanta6050 bal asil
@krishnadoley84
@krishnadoley84 2 жыл бұрын
আপুনিও এদিন কংগ্ৰেছ আছিল। তেতিয়া আপুনিও চুৰ দকাই আছিল। এতিয়া ধোৱা তুলকীৰ পাতৰ হৈ কথা কলে আমি বিশ্বাস নকৰোঁ।
@prarinitasaikia4380
@prarinitasaikia4380 2 жыл бұрын
উপৰলৈ থু পেলালে নিজৰ গাতে পৰে।
@badanbadan7438
@badanbadan7438 2 жыл бұрын
কি জে হব ওপৰৰ মাল কেতাৰ
@gyanjyotikhanikar8295
@gyanjyotikhanikar8295 2 жыл бұрын
কংগ্ৰেছ দল বেয়া নহয়, কংগ্ৰেছক বেয়া কৰা গেলা কণী কেইটাইহে বেয়া। গেলা কণী যত থাকিব তাত গোন্ধ ওলাবৈ আৰু গেলাবৈ।
@arjunkonwar4467
@arjunkonwar4467 2 жыл бұрын
100% right
@sunuhazarika7868
@sunuhazarika7868 2 жыл бұрын
Mojja disa
@bablukalitaofficialblog6079
@bablukalitaofficialblog6079 Жыл бұрын
Thakibo epine kin2, jetia jun jike tar pukor pine lor mare
@hemkantahazarika2632
@hemkantahazarika2632 26 күн бұрын
বহুত ভাল লাগিল, কথা খিনি...l
@ashimrabha9087
@ashimrabha9087 Жыл бұрын
যদি কংগ্ৰেছ চোৰ-ডকাইত, ধৰ্ষণকাৰীৰ দলেই হয়, ডাঙৰীয়া এইটোও ক'ব লাগিছিল যে আপোনাৰ দল নিলজ্যৰ দল।কাৰণ আপুনি যিটো দলৰ প্ৰতিনিধি সেই দলতো বৰ্তমান চোৰ-ডকাইত ধৰ্ষণকাৰী পাবলৈ অতি সহজ।
@UjjalBhatta-x8f
@UjjalBhatta-x8f 4 ай бұрын
আপুনি কংগ্ৰেছত থাকোঁতে তেকুৱা মানুহেই আছিল নেকি।
@harekrishnadeka4616
@harekrishnadeka4616 2 жыл бұрын
আহত গুৰি পিয়ুয হাজৰিকাৰ ডাঙৰীয়া আপোনাৰ লোকৰ বিজেপি চৰকাৰত এনে মানুহ আছে , কিয় সেই দিনা সেইটো বিজেপি নেতা গৰু চোৰ উলাল ,,, আপুনি টো সেইটো দলৰ পৰাই আহিছে উপৰৰ মাল আৰু কি ক'ব যি মুখত আহিল কলে আৰু বাদ দি‌য়া হে ৰাজনীতি ,,জয় আই অসম 🇮🇳⚔️⚔️ indian
@suneswarsonowal8003
@suneswarsonowal8003 2 жыл бұрын
মামা আছিলো কংগ্ৰেছতসো মামাই গম পালোযে বি জি পিত গলো মন্ত্ৰী পাম বুলি
@gulshannn__14
@gulshannn__14 2 жыл бұрын
এয়া জানু আগতে হোৱা নাছিল আগতেও হৈছিল এতিয়াও হৈ আছে ইয়াৰ মাজত কিবা পাথক্য আছে জানু
@bulengogoi4723
@bulengogoi4723 2 ай бұрын
যিসকলে কংগ্ৰেছ দলৰ পৰা লুটিপুটি লৈ এতিয়া সাধু-সন্যাসী দৰে কথা কৈছে আচলতে চুৰে চুৰৰ ঠেং দেখে নহয় জানোঁ ৷ শ্ৰীভূপেন কুমাৰ বৰা নিৰ্বাচনত হাৰিলেও এটা দলতে আছে আৰু থাকিব ৷ কিন্ত এখেত সকল ক’ত এওঁলোকৰ কথা শুনিলে লাজেই লাগে ৷
@ritubhardhara467
@ritubhardhara467 26 күн бұрын
They are all No. 1 haramis who are new to... P
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
100% right kotha
@panibina444
@panibina444 2 жыл бұрын
পিছে পীযুষ বা কি ।কঙগ্ৰেছ নহয় জানু
@manojtalukdar6647
@manojtalukdar6647 2 жыл бұрын
কংগ্ৰেছী গেলা
@anupgogoi3965
@anupgogoi3965 2 жыл бұрын
Aapuni ki
@anupgogoi3965
@anupgogoi3965 2 жыл бұрын
Aapuni upror mal
@ABHILASHRay-u1b
@ABHILASHRay-u1b 2 ай бұрын
আমি হিন্দু কংগ্ৰেছৰ দিনত সান্তিৰে এহাজ ভাত খাই আছিলো, বিজেপি অহাৰ পৰা চোৰ দকাইত বেছি জেন পাওঁ
@pranabbarman6439
@pranabbarman6439 2 жыл бұрын
সি আগতে কত আছিল
@shahjahanali1735
@shahjahanali1735 Жыл бұрын
Bhupen Borah Zindabad
@luckygogoi8204
@luckygogoi8204 2 жыл бұрын
পীযূষ দা আপুনী ওপৰৰ মাল
@umagogoi2288
@umagogoi2288 2 жыл бұрын
কংগ্রেছ চৰকাৰ দিনত পিযুষ নিজেই চুৰ আছিল।
@abdussalammondal2065
@abdussalammondal2065 2 жыл бұрын
অসমত আকৌ bjp আহিলে petrol আৰু অন্যান্য সামগ্ৰীৰ দাম বিৰাটৰ নিচিনা গড় ৰান হ'ব । মানুহে ভাত খাৱ নোৱাৰিব।
@birensaikia4367
@birensaikia4367 2 жыл бұрын
পিয়ুজ কংগ্ৰেছ ৰ পৰা যোৱা দলাৰ বগৰী হে
@uddiptaborah2353
@uddiptaborah2353 27 күн бұрын
ভূপেন বৰা ডাঙৰীয়া নহয় ভূপেন আলি বুলি কলেহে চাজিব
@bikashborahsen434
@bikashborahsen434 2 жыл бұрын
গেলা পিয়াজ
@singlelife9450
@singlelife9450 2 жыл бұрын
Right koise
@mukulbaruah1833
@mukulbaruah1833 2 жыл бұрын
Righit Podum pukhurit ga dhui sob sur, Dokait, Vrastasari nika hoi jai.
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
পীয়ুজ দা জিন্দাবাদ
@ahidulshek2607
@ahidulshek2607 3 ай бұрын
ধেত সালা
@pretresarma1883
@pretresarma1883 20 күн бұрын
পীযুষ ৰত্নাকৰ
@ManojDas-qt8kt
@ManojDas-qt8kt 2 жыл бұрын
এওঁলোক কোন, আমি ৰাইজ আছো ইয়াৰ বিছাৰ আমি কৰিম।
@monujpalak560
@monujpalak560 2 жыл бұрын
সৰু লৰা পিয়ুযৰ লগত এটা দলৰ সভাপতি য়ে মুখচুপতি শোভা নাপাই।
@manojtalukdar6647
@manojtalukdar6647 2 жыл бұрын
সাবধান ওপৰৰ মাল
@developmentindiamre5016
@developmentindiamre5016 2 жыл бұрын
Absolutely right
@MonjitSaikia-k9p
@MonjitSaikia-k9p 2 ай бұрын
Duyotai a k poko dangor😂😂
@pretresarma1883
@pretresarma1883 20 күн бұрын
সৰোতে সেঙুন খোৱা কথা কৈ লাভ নাই
@borokiran3
@borokiran3 2 жыл бұрын
1st point----jikunu party beya nohoi 2nd point-- Party beya politician jonehe kore 3rd point-- party tuk beya kobo nalage because in future hoitu hei party tut join koribo loga hobou pare So ....ami kunu politician ok faith nokoru ba koribo nalage....xokoluye quality and qualified bisarok
@baputibaro7063
@baputibaro7063 2 жыл бұрын
দুয়ো এটা মূদ্ৰাৰ ইপিঠি সিপিঠি
@MonjitSaikia-k9p
@MonjitSaikia-k9p 2 ай бұрын
Right st vai
@pramoddeka8984
@pramoddeka8984 2 жыл бұрын
Yes. 100 percent right.
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 6 күн бұрын
সত্য কথা ৷
@ArmyLover-us7yt
@ArmyLover-us7yt 2 жыл бұрын
right
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
মিঞাই নাম সলায় কংগ্ৰেছৰ হৈ সমৰ্থন কৰা দেখুৱাই
@bablukalitaofficialblog6079
@bablukalitaofficialblog6079 Жыл бұрын
Etia BJP ahilot kiman ta Miya khedile ha
@jitudeka6977
@jitudeka6977 Ай бұрын
Bongal e miyar name di bjp k support diye
@tulashinath321
@tulashinath321 2 жыл бұрын
90 % not 95% is congres mr hazarika all right *** 💐✨💐✨💐✨💐🍆🐎👩‍🎓😀
@xnunitedassam1122
@xnunitedassam1122 2 жыл бұрын
Akdhom xosa kotha koise 🤣😂😂
@mukulbaruah1833
@mukulbaruah1833 2 жыл бұрын
U.Prades t 70 sit u nepai. Ki forfrai aso Bangladesi.
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
@@mukulbaruah1833 , oi bapek koti mara miya 😄😄😄
@mukulbaruah1833
@mukulbaruah1833 2 жыл бұрын
@@jagadishdeka8118Tohotr keneku Podum pukhuri be, Jiman Sur,Dakait,Vrastasari,Mafia,Bevisari Gaa dhul a nika, pariskar hoi jai.
@khetraburagohain2501
@khetraburagohain2501 2 ай бұрын
বৰ ভাল আৰু ওপৰৰ মালে কোৱা কথা। ৰাইজে ভালদৰে বুজি পাইছে। কোন বেইমান ৰাইজে বুজি পাইছে।
@2blackffgaming197
@2blackffgaming197 2 жыл бұрын
Pijus misoliya
@bidyutbikash3869
@bidyutbikash3869 2 жыл бұрын
Tur ammik ari dile ni
@dhurbarajgogoi9004
@dhurbarajgogoi9004 2 жыл бұрын
Amar Assamr MLA Montri bilakor kotha honiboloi laj loga hol.aibor koboloike MLA ,Montri hoise neki?
@khursadabegum2162
@khursadabegum2162 2 жыл бұрын
একমত
@bablukalitaofficialblog6079
@bablukalitaofficialblog6079 Жыл бұрын
Ai politics bur huni amoni lagise aru
@jadavgogoi944
@jadavgogoi944 Жыл бұрын
তোমালোক কংগ্ৰেছত থাকোঁতে এনেকুৱাই আছিলা চাগে।
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
দ্বিতীয় বিশ্বযুদ্ধ নহ'লে অকল যতৰে স্বাধীনতা দিব নোৱাৰিলেহেতেঁ‌ন ☝☝☝☝☝
@dharmadutta8831
@dharmadutta8831 2 ай бұрын
গোটেই ডকাইট কংগেছৰ গৰা গল এতিয়া বৃহৎ সম্প্ৰতি গঢ়ি বিজেপি পালেহি
@utdgamerz7502
@utdgamerz7502 2 жыл бұрын
Jai I congress🙏🏻🙏🏻🙏🏻🙏🏻
@dhanjitbayan5680
@dhanjitbayan5680 2 жыл бұрын
Apunlukor sorkar Last moment. Akou poribortan hobo . B. J. Pit atia sob sindiketor malik
@rakashdas9087
@rakashdas9087 4 ай бұрын
অসমৰ গলি গলিয়েই ড্ৰাগছ পায় তাৰ লগত নেতা বোৰ জৰিত চৰকাৰৰ
@subhadutta5368
@subhadutta5368 4 ай бұрын
ৰাজনীতি ত্যাগ কৰিব লাগে এতিয়া। মূৰ্খ।
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
নেহৰুৱে মাউণ্টবেটেনৰ ঘৈণীয়েকৰ লগত লাইন মাৰিছিল।
@jagannathdas484
@jagannathdas484 4 ай бұрын
পিযুষ হ'ল ক্ঙৰেজ গেলোৱা কঙৰেজী আৰু এটিয়া বিজেপি গেলালে, কিন্তু এতিয়া কঙৰেজত খেলা পচা নাই কাৰণ সেই বোৰ এটিয়া বিজেপি উপাধি লিখিছে।
@rubusena6392
@rubusena6392 2 жыл бұрын
Uporr mal Tu congress r porai ahisil dekhun. 😆😅😂. Saloke mirikai hahe😆😅😂
@bigboss.3213
@bigboss.3213 4 ай бұрын
একেবাৰেই সচাঁ কথা লাজ পালে কিনো হ'ব । মন্ত্ৰী জন বাৰু ৰাজনৈতিক মানুহ তেওঁ কোন দলত আছে আছিল সেইটো হে চাই মন্তব্য দি আছে মানুহ বোৰে। কিন্তু মন্ত্ৰী গৰাকীয়ে যি খিনি কথা কৈছে ভূল বুলি প্ৰমাণ কৰক।
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
ফিৰোজ খান গান্ধীৰ কংগ্ৰেছ ☝☝☝☝☝
@HonoAli-x7c
@HonoAli-x7c 25 күн бұрын
হিন্দু ধৰ্মৰ মানুহে এইবোৰ কাম নোকৰেনে বাৰু হাজৰিকা দাঙৰিয়া
@insanehunk3997
@insanehunk3997 2 жыл бұрын
Nxt time asomot kejriwal or sarkar lgibo amkk we want developed other than such nonsense talk... Kejriwal is the man of action wht he garantees he do all this things... I support kejriwal #Aam Admi Party Kune kune support kra like aru comment kribo
@sunuhazarika7868
@sunuhazarika7868 2 жыл бұрын
Good things I support u
@popular321
@popular321 2 жыл бұрын
sabbas Hazarika I support you
@dipkumardas2126
@dipkumardas2126 2 жыл бұрын
বৰা ডাঙৰীয়া আপুনি টেনচন নলব, সি ওপৰৰ মাল হে গতিকে তাৰ কথাবোৰো ওপৰে ওপৰে কোৱা কথা, কোনো গাম্ভীৰ্য্য নাই, এইয়া মন্ত্ৰীৰ ভাষ্য নে এজন বজৰুবা মানুহৰ কথা। His comment fly over every Assamese peoples head. ,Few days ago his wife also say something against Assamese peoples .. Thank you .
@antonybora4447
@antonybora4447 2 жыл бұрын
CAB ahelehe axomot axomiya thakibo paebo nohoi janu ?kotha khar huni nijore hahi uthise 😊😊
@bidyutbikash3869
@bidyutbikash3869 2 жыл бұрын
Kiman dinor pora j miyai mati dokhol korile tetiya toi kar pokorot humai asili
@antonybora4447
@antonybora4447 2 жыл бұрын
@@bidyutbikash3869 tur murtu mur murot humai asilu kukur
@DimbanathDoley
@DimbanathDoley 4 ай бұрын
নিৰ্লজ মন্ত্ৰীৰ কথা ,নিজৰ দুষ আনৰ উপৰত জাপি দিছে
@farmersfirst0586
@farmersfirst0586 2 жыл бұрын
কংগ্রেছত থাকোতে চুৰি কৰা অভ্যাস আছিল পিয়ুষ হাজৰিকাৰ তাকে জানে গুৰু জন।
@Miduldutta
@Miduldutta 2 жыл бұрын
ৰিয়েল কথা কৈছে না,,,,,,মজা হাজৰিকাৰ sir ,,,,,
@kishnakantadoley7609
@kishnakantadoley7609 2 жыл бұрын
পিয়ুজ হাজৰিকা এজন গেলাআলু
@chaliamlowang2018
@chaliamlowang2018 2 жыл бұрын
faltu kotha hazarika
@saurovadhikary1863
@saurovadhikary1863 2 жыл бұрын
Chur Dokaitor dolor poray dekhun bohute goise ... 😁😁😁
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
বিহপুৰীয়া চোলা ফালৰু ভূপেনুদ্দিন Go back ☝☝☝☝🤜🤜🤜
@hemantachitrakar2160
@hemantachitrakar2160 2 жыл бұрын
Longka le gole hokolue rabon hoi 🙏🙏🏽🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Dhon737
@Dhon737 2 жыл бұрын
Hei karone tu hari aase bhupen bora ......sokoluwe gom pai ...... Ji bur suwa seleka .....hihoti saport koribo......
@subhadutta5368
@subhadutta5368 Ай бұрын
তয়ো এটা সময়ত কংগ্ৰেছৰ চামচা হৈ এতিয়া বৰ ভদ্ৰ দেখুৱাবলে আহিছ নিলাজ বান্দৰ, হিমন।তৰ পোকৰ চেলে কা চামচা ।
@bharatbaruah5702
@bharatbaruah5702 3 ай бұрын
ইহঁতে ডকাইত ড্ৰাগছ ৰ বেপাৰ বাণিজ্য কৰি ভাত খাব
@rinjuborah4540
@rinjuborah4540 Жыл бұрын
ৰাহুল গান্ধী ভৰিত ধৰি ৰাজনিতি পথাৰত ভৰি দিছিল এই জন মুধাফুতাই লাজ নাপাই । লক্ষিমপুৰত নকল সোনৰ বেপাৰী বিজেপি দলৰ , চাকৰি দিয়াৰ নামত টকা লৈ গেপতাৰ হোৱা মহিলা গৰাকী বিজেপি দলৰ , মেঘেৰিতা কলা চোৰ কেইতা কাৰ দলৰ পিউচ দাই পকাস কৰক । অসমৰ মানুহ মূৰ্খ নহয় ।
@gitashrihazarika1253
@gitashrihazarika1253 2 жыл бұрын
পীয়ূষ হাজৰিকা ডাঙৰীয়া আপুনি ১০০ শতাংশ সচাঁ কথা কৈছে।👍👍
@nirmalsaikia2075
@nirmalsaikia2075 26 күн бұрын
সেই চুৰৰ ভূতৰেই প্ৰভু আপুনি আজিলৈকে মন্ত্ৰী হৈ আছে ,নিজেই সুৰ নিজেই ডকাইত বলৰ কথা কৈ আমিও জানো ,এনেই ফটোৱা ভাষণ দিব নালাগে কংগ্ৰেছৰ নিমখ খাই জীয়াই আছে ,থুই কটা
@amarjyotideka1391
@amarjyotideka1391 2 жыл бұрын
সঁচা কথা কোৱাই কিছুমানৰ গাত লাগিছে, so কমেন্ত ত যি পাই তাকে কৈ আছে
@rankitaap4373
@rankitaap4373 2 жыл бұрын
BJP r utpat ot thakibo nuwara hoi ....not a CNG
@ArabindaDas-w2k
@ArabindaDas-w2k 3 ай бұрын
বিজেপি ত সকলো ধোৱা তুলসী ৰ পাত আছে নেকি?
@ManojDas-qt8kt
@ManojDas-qt8kt 2 жыл бұрын
কংগ্ৰেছৰ পৰা ভাল মানুহবোৰ বি, জে, পি ত আহিল সেই কাৰণে এই চৰকাৰ হল
@paramanandabora1047
@paramanandabora1047 2 жыл бұрын
বিজেপিৰ মানুহবোৰনো কোন ? সেইবোৰ মানুহ কে কিয় বিজেপিয়ে ফুলাম গামোচা দি আদৰি লয় ?
@utpalgoswami1990
@utpalgoswami1990 3 ай бұрын
পিজুছ হাজৰিকা ডাঙৰীয়া, আগতে দুধৰস দকায়ট , নিলাজ, চোৰ, আদি বিভিন্ন ধৰণৰ দেশৰ গৰহীত কাম কৰা কংগ্ৰেছি সকলৰ লিদাৰ আছিল । সেই বাবে তেওঁ চবজানে বেছি জনাজন জানোৱাৰ নহয়নে ?
@asrafulaliahmed4751
@asrafulaliahmed4751 2 жыл бұрын
Bhupen bora is all right...
@khetraburagohain2501
@khetraburagohain2501 2 ай бұрын
এই নিলাজকেইটাৰ নাম ললে পাপ হ'ব ৰাইজ । ইমান নিধক ইহঁত।
@parkashgupta7636
@parkashgupta7636 2 жыл бұрын
Thik koise
@PitambarDuwarah
@PitambarDuwarah Ай бұрын
Yes good
@mousomnolboria4529
@mousomnolboria4529 2 жыл бұрын
গৰু জনিৰ পৰা কেৱল গাখীৰ কিয়ালে নহৱ গৰু জনিক দানা পানী খোৱাব লাগীব তেতিয়াহে গৰু জনিয়ে তেতিয়াহে গৰুজনিয়ে গাখীৰ দিব ৱিজেপিয়ে কেৱল গাখীৰ খীৰাই থাকিলে নহব দানা দিব লাগিব ৱিজেপিয়ে গোটেই দেশ খনকে গৰুৰ গাখীৰ কিৰুৱাৰ দৰে কিয়ায় কিয়ায় দেশখন এদায় কৰিলে
@karbipo6326
@karbipo6326 2 жыл бұрын
Congress আৰু BJP একেই National party
@manojtalukdar6647
@manojtalukdar6647 2 жыл бұрын
same boat brothers সুবিধাবাদী এদিন ক আন এদিন ব মুঠৰ ওপৰত মাল লাগে
@geetadas585
@geetadas585 4 ай бұрын
Congress zindabad
@sahidulislamsahiduislam8311
@sahidulislamsahiduislam8311 2 жыл бұрын
Vll kotha koisa..
@mukuldas2884
@mukuldas2884 2 жыл бұрын
Kam nai aru bhupen bora
@mukulbaruah1833
@mukulbaruah1833 2 жыл бұрын
General tu Dhurt hoi, Jodi S.C. tente andh voct gubor voct ari Amar Bhgawan Babasahab Ambedkar r adhrkh bisardhara grahon korok. Nohol Apunar mur ahithoka prjonma Jatibadi, Minubadir Sakor hobo. Swargia Mukul.
@JuliBora-s7w
@JuliBora-s7w 3 ай бұрын
Bjp mal কেইটা কাৰণে দিন ভাল অহা নাই । বেছি হৈছে দল বাগৰা মাল পতন হব এদিন bjp mundabad, bjp mundabad, bjp mundabad ।।।
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
Congress maane ki? Uttor:--Begumjaan aru Badan ☝☝☝
@mukulbaruah1833
@mukulbaruah1833 2 жыл бұрын
Uttor Prades t tohotr montry MLA. k kukur khedon dise.U.P. t 70khon sit u nepai.
@samrat3246
@samrat3246 2 жыл бұрын
Tur baper congressi neki agot jani lo...
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
@@mukulbaruah1833 , maksuda miya fake id👆👆👆👆
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
@@mukulbaruah1833 , UP t tor boos 👎👎👎👎👎👎
@jagadishdeka8118
@jagadishdeka8118 2 жыл бұрын
@@mukulbaruah1833 tor ammik sudibo tat 👆👆👆👆
@alikonwar9536
@alikonwar9536 2 жыл бұрын
তুমিওটো এটা সময়তকংগ্ৰেছীআছিলা ।
@BORNILBORNIL-qz8vs
@BORNILBORNIL-qz8vs Жыл бұрын
পিযুজ হাজৰিকা কি আগতে কংগ্ৰেছ ত নাছিল নেকি ?
@ankitabarman9770
@ankitabarman9770 Ай бұрын
পিয়ুছ টো চোৰ নিজেই,
@arunsaikia8174
@arunsaikia8174 2 жыл бұрын
Ha ha,, ai jon kor pora jonmo ha
@crimeinvestigationwelfareh5288
@crimeinvestigationwelfareh5288 2 жыл бұрын
Pijush Hajarika r kothar kono Value ni,bastur dam komabo nowari,tax r uporot tax logai aibilak natok korise seh😂😂😂
@binoykalita7597
@binoykalita7597 Жыл бұрын
হৌৰা, তুমি উপৰৰ,মাল,মাফিয়া, চৰ্দাৰ,। আজি তাৰিখত তোমাৰ নিজৰ পৃতৃক, বুকুত হেল,মাৰিছা, ইয়াতকৈ বেদনা,লাগেনেঐ,মাফিয়া, জীৱনত, শান্তি নেপাবাছাগেঐদলবাগৰা।
@pradeepdas7598
@pradeepdas7598 2 жыл бұрын
Piyuj hazarika right...
@krishnakakaty2624
@krishnakakaty2624 Жыл бұрын
Congresh. Mañe9. Aiudf
@gokulnath3591
@gokulnath3591 Жыл бұрын
junmoni rabhar case jodi niyai napai tatiya assam public ke gom pabo chur dokaet kun tar uporot 2024 sorkar hobo...
@paramanandabora1047
@paramanandabora1047 2 жыл бұрын
First of all, who is Pijush Hazarika? He should keep in mind, How he came to politics and became Minister? We take him as a lamp without light,
@krishnabhatta636
@krishnabhatta636 2 ай бұрын
ই তলৰ মাল পিয়াচুদিন‌ হাজৰিকা
@JayantaChoudhury-x6l
@JayantaChoudhury-x6l Ай бұрын
Congress Zindanad
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,4 МЛН
Бенчик, пора купаться! 🛁 #бенчик #арти #симбочка
00:34
Симбочка Пимпочка
Рет қаралды 3,1 МЛН
Live I NC Leader Omar Abdullah Addresses Media After J&K Results
2:36:14
The Indian Express
Рет қаралды 1,8 М.