পাণৰ পুলি উৎপাদনৰ বিশেষ কৌশল | (Scientific Method)

  Рет қаралды 159,597

Borah's Kitchen Garden

Borah's Kitchen Garden

Күн бұрын

Пікірлер: 170
@nayanmedhi4196
@nayanmedhi4196 Жыл бұрын
Val lagil dei
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
Dhanyawad
@niabrahma1626
@niabrahma1626 4 ай бұрын
GhfourqzHYGVkq​@@borahskitchengarden2487
@usmanali-ek2cn
@usmanali-ek2cn 3 ай бұрын
please aponar namberto send koribo dada
@parikromabarta883
@parikromabarta883 Ай бұрын
দাদা আপোনাৰ প্ৰচেষ্টাই মোক উৎসাহ যোগাইছে ৷
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
@@parikromabarta883 উপকৃত হোৱা বুলি জানি ভাল লাগিল। মন্তব্যৰ বাবে ধন্যবাদ।
@rajkumarkattel8871
@rajkumarkattel8871 7 күн бұрын
বহুতো ভাল লাগিছে। ধন্যবাদ থাকিল।
@borahskitchengarden2487
@borahskitchengarden2487 7 күн бұрын
@@rajkumarkattel8871 মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@-arifurrahamanasif
@-arifurrahamanasif Жыл бұрын
কোন দেশের ভাষা বলতেছেন আপনি? বাংলা ভাষা মনে হচ্ছে কিন্তু কিছু বোঝা যাচ্ছে না আমি বাংলাদেশের ভাষায় লিখেছি
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
আসামেৰ অসমীয়া ভাষায় বলেছন । ধন্যবাদ।
@-arifurrahamanasif
@-arifurrahamanasif Жыл бұрын
@@borahskitchengarden2487Sorry sir.I don't understand what you answered
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
I am speaking in assamese language.which is language of Assam (INDIA).
@jaduroy2449
@jaduroy2449 Жыл бұрын
URIYA DIYOK LOH POH KOI BARIBO
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ইউৰিয়া স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক।আমি জৈৱিক সাৰতহে প্ৰাধান্য দিও।
@jitulkalita4455
@jitulkalita4455 Жыл бұрын
আপোনাৰ ভিডিঅটো দ্বাৰাই বহুত উপকৃত হলোঁ ,
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
Root tex
@Achinta__saikia
@Achinta__saikia Жыл бұрын
গছত কি দৰে পুলতো🎉ৰুব লাগে জনাবছোন
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ৰুব খোজা গছ ডালৰ গুৰিত গোবৰ আদি সাৰেৰে ভেটি কৰি লৈ ৰুলে ভাল হ'ব।
@Gkgg834
@Gkgg834 6 ай бұрын
মৰা গোবৰ মানে গৰুৰ চৰণীয়া পথাৰৰ পৰা সংগ্ৰহ কৰা শুকান গোবৰ হলে হব নেকি ?
@borahskitchengarden2487
@borahskitchengarden2487 6 ай бұрын
হয়,মুঠৰ ওপৰত কেচা গোবৰ নহয়। ধন্যবাদ।
@tularamyorging9537
@tularamyorging9537 7 ай бұрын
Pan pochuwar poddati dekuwad apunaloi kritogota gNyapon jonalu.
@borahskitchengarden2487
@borahskitchengarden2487 7 ай бұрын
ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 7 ай бұрын
ধন্যবাদ
@flowertips2246
@flowertips2246 Жыл бұрын
Val lagil dada
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ।
@RajKumar-jv6bm
@RajKumar-jv6bm Жыл бұрын
খুবই ভালো লাগলো। আপনি কালো পেকেট কোথায় থেকে কিনেছেন?
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
বৰা চাৰ্ভিচ ষ্টপেজৰ pestokon or Fertico নামৰ দোকান দুখনত পাব। নহ'লে Sixmileৰ green nursery or Hajrika Nursury ত পাব।
@BrajenDas-xz4on
@BrajenDas-xz4on 5 ай бұрын
Val lagise kintu apuni bht slow
@borahskitchengarden2487
@borahskitchengarden2487 5 ай бұрын
কথা খিনি ভালদৰে বুজাই দিয়াৰ চেষ্টা কৰা হয় বাবে লাহে লাহে কোৱা হয়। কিছুমানে আকৌ তেনেকৈ ক'লেই ভাল পায়।যা হওক মনোযোগেৰে চোৱা বাবে ধন্যবাদ।
@MrinalMkc
@MrinalMkc 2 ай бұрын
একে আহিনে ধান তিনি আহিনে পান।❤❤❤❤❤
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
@@MrinalMkc হয়। অঞ্চল বিশেষে তিনি শাওনে পাণ আৰু এক আহিনে ধান বুলিও কোৱা হয়। ধন্যবাদ।
@gardeningwithlipika3537
@gardeningwithlipika3537 Жыл бұрын
ভাল লাগিল।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@ringkugogoi7008
@ringkugogoi7008 5 ай бұрын
😮তিনি আহিনে পান ,শাওণে নহয়
@borahskitchengarden2487
@borahskitchengarden2487 5 ай бұрын
গগৈ ডাঙৰীয়া অঞ্চল ভেদে প্ৰবচন বিলাকৰ ৰূপ বেলেগ বেলেগ হয়। আমাৰ ফালে এনেকৈয়ে প্ৰচলন আছে।যা হওঁক মনোযোগেৰে চোৱা বাবে আৰু বহুমূলীয়া মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@mukulborah9169
@mukulborah9169 7 ай бұрын
মিঠা পানৰ বিষয়ে জনাবচোন।
@borahskitchengarden2487
@borahskitchengarden2487 7 ай бұрын
মিঠা পাণৰো একেই পদ্ধতি। কেৱল ইয়াৰ খেতি কৰিলে ওপৰত পাতলকৈ ৰ'দ সৰকি অহাকৈ চালি দি ল'ব লাগে। ধন্যবাদ।
@bhaskardoley7645
@bhaskardoley7645 Жыл бұрын
Bohut val lagil, thank you so much
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
Thank you
@sirsajiwatson459
@sirsajiwatson459 2 ай бұрын
Home delivery dea nki
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
@@sirsajiwatson459 নাই। দিয়া নহয়। পিছলৈ চেষ্টা কৰি চোৱা হ'ব।
@khagendramohanpermey2906
@khagendramohanpermey2906 9 ай бұрын
এক বিঘা মাটিত কিমান জোপা পুলি লাগিব জনাব।
@borahskitchengarden2487
@borahskitchengarden2487 9 ай бұрын
বিঞ্জানসম্নত পদ্ধতিত পাণৰ খেতি কৰিলে বিঘাই প্ৰতি প্ৰায় 1000ৰ পৰা 1200 মান পুলিৰ প্ৰয়োজন হয়। ধন্যবাদ।
@geetabvlog5821
@geetabvlog5821 Жыл бұрын
Val lagil video to sai dei
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@amiyagohain3733
@amiyagohain3733 5 ай бұрын
Thank you sir
@borahskitchengarden2487
@borahskitchengarden2487 5 ай бұрын
Thank you.
@usmanali-ek2cn
@usmanali-ek2cn 3 ай бұрын
dada please aponar contact number dibo kindly
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
You tube ত phone no.দিয়াত অলপ অসুবিধা আছে। মৰ face book ত Benudhar Borah ত message কৰিব । তেতিয়া দিব পাৰিম। ধন্যবাদ।
@luhitbora7629
@luhitbora7629 7 ай бұрын
পাণ পুলি আপোনাৰ পৰা পোৱা যায় নেকি?
@borahskitchengarden2487
@borahskitchengarden2487 7 ай бұрын
মই নিজৰ কাৰণেহে কৰো। বিক্ৰীৰ বাবে নহয়।অতি সহজ পদ্ধতি। video টো ভাল দৰে চাব।নিজে প্ৰস্তুত কৰি ল'ব পাৰিব। ধন্যবাদ।
@rekiburamin6052
@rekiburamin6052 2 ай бұрын
দাদা হিপা গজা দৰবৰ নামটো কি?
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
Rootex বা root bin হৰমোন ব্যৱহাৰ কৰিব পাৰি। ধন্যবাদ থাকিল।
@hacker3.0tansion27
@hacker3.0tansion27 Жыл бұрын
আমিও ব্যৱসায়িক ভিত্তিত পান খেতি কৰি আছো জোনাই , ধেমাজি।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
খুউব ভাল কথা। বিজ্ঞান সম্নতভাবে পাণৰ খেতি কৰিলে বহুত উৎপাদন পোৱা যায়।পাণৰ বাবে মৰা শুকান গোবৰ আৰু সৰিয়হৰ খলিহৈ বৰ দৰকাৰী।ওপৰত পাতলকৈ চাঙ দি ল'ব লাগে ছা দিবৰ বাবে।
@jitendrarabha4660
@jitendrarabha4660 Ай бұрын
very good
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
বহুত বহুত ধন্যবাদ।
@dimpiroy9116
@dimpiroy9116 Жыл бұрын
Rotex tu kt pabo dada
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
আপুনি ক'ত থাকে। গুৱাহাটীত হ'লে বৰাচাৰ্ভিচত pestokon আৰু Fertico নামে দুখন নাৰ্ছাৰী দোকান আছে।তাত পাব। গুৱাহাটীৰ বাহিৰত হ'লে ডাঙৰ নাৰ্চাৰী দোকানত খবৰ কৰিব।
@bipuldoloi4764
@bipuldoloi4764 5 ай бұрын
Very nice
@borahskitchengarden2487
@borahskitchengarden2487 5 ай бұрын
বহুত বহুত ধন্যবাদ।
@umanandagogoi4997
@umanandagogoi4997 7 ай бұрын
Kenekuua mati lagibo aru toli ki dore postut koribo lagibo alop dekhabi ba kobo 😮😮😮😮😮😮
@borahskitchengarden2487
@borahskitchengarden2487 7 ай бұрын
বালিচহীয়া মাটি হ'লে ভাল। পলসুৱা মাটিটো কৰিব পাৰি।যি মাটিয়ে নহওঁক সমান পৰিমানে মৰা গোবৰ মিহলাই ল'ব লাগে। ধন্যবাদ।
@usmanali-ek2cn
@usmanali-ek2cn 2 ай бұрын
​@@borahskitchengarden2487Dada please aponar contact number dibo kindly
@maheswarborah5387
@maheswarborah5387 Жыл бұрын
বৰা বৰ ভাল লাগিছে দেই।আজি হথাৎ মোৰ চকুত পৰিল। ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ বৰাদা।
@pankajgogoi5395
@pankajgogoi5395 7 ай бұрын
super so beautiful 💕💕💕💕💕💕💕💕💕 very good very very nice ❤❤❤❤❤❤❤❤
@borahskitchengarden2487
@borahskitchengarden2487 7 ай бұрын
বহুত বহুত ধন্যবাদ বহুমূলীয়া মন্তব্যৰ বাবে।। আগলৈকো সহযোগিতা কামনা কৰিলো।
@BORGOSS4473
@BORGOSS4473 10 ай бұрын
Nice, subscribe ata kori disu dada
@borahskitchengarden2487
@borahskitchengarden2487 10 ай бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
@BORGOSS4473
@BORGOSS4473 10 ай бұрын
@@borahskitchengarden2487 ❤️,
@puspadhardeka5665
@puspadhardeka5665 Жыл бұрын
Dadai Puli to dagar Hale matit bagai jaba ne gasat uthai diba . Janaba son.
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
Deka ডাঙৰীয়া এয়া বাৰিষা চাঙত লগা লাও।ইয়াক নিজৰ বুদ্ধি মতে বগাবলৈ সুবিধা কৰি দিব লাগিব। বস্তাত কৰিলে প্ৰতিপালন কৰাত আৰু সাৰ আদি দিয়াত সুবিধা হয়।জেকনি নালাগে।
@pronobsaikia58
@pronobsaikia58 6 ай бұрын
Puli puwa jabone.
@borahskitchengarden2487
@borahskitchengarden2487 6 ай бұрын
বৰ্তমান মই নিজৰ বাবেহে পুলি কৰো। ভৱিষ্যতে বিক্ৰীৰ বাবে চিন্তা চৰ্চা কৰা হ'ব। ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 6 ай бұрын
বৰ্তমান মই পুলি নিজৰ বাবেহে কৰো। ভৱিষ্যতে বিক্ৰীৰ বাবে চিন্তা চৰ্চা কৰা হ'ব। ধন্যবাদ।
@rumalikarmakar
@rumalikarmakar Жыл бұрын
Upokrito holu dei .kotha khini sposto ke bujai dise
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
প্ৰেৰণা যোগোৱা বাবে বহুত বহুত ধন্যবাদ।
@irennath1411
@irennath1411 Жыл бұрын
Bhal lagil Dada
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@Marak316
@Marak316 3 ай бұрын
Xundar video. Dhanyawad
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ
@d.k.baruahvloge4424
@d.k.baruahvloge4424 Жыл бұрын
Dada mio apunar dre pan tenekoi roisilo kin2 tatei marahi goise
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
পানৰ আগবোৰ মঠনীয়া(বুঢ়াও নহয়,কোমলো নহয়) হ'ব লাগিব। নদীৰ বালিত মাটি হ'লে ভাল।নিয়মিত কম কমকৈ পানী দিব লাগিব।
@santadeuri7838
@santadeuri7838 Жыл бұрын
Ati hundar koi upasthapan korise
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
মন্তব্যৰ বাবে ধন্যবাদ।
@bijoysarma8673
@bijoysarma8673 Жыл бұрын
পুলি বোৰ গছ ত ৰোপন কৰা video বনাব xun
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
পুলি প্ৰস্তুত কৰি লোৱাৰ পাছত টাব বা মাটিটো ৰুব পাৰি।কেবল শুকান গোবৰ আৰু কৰিবলৈ মিহলাই মাটিখিনি প্ৰস্তুত কৰি ল'ব লাগে। গুৰিত পানী বান্ধ খাব নালাগে
@tilakgoswami2146
@tilakgoswami2146 Жыл бұрын
Kot logam dada apuni nokole je?
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
আপুনি টাবটো লগাব পাৰে,মাটিটো বাহ পুটি লগাব পাৰে। বৈজ্ঞানিক ভিত্তিত ব্যৱসায়িক ভাৱে কৰিলে মাটিত বাহ পুটি ওপৰত ছালি দিলে অধিক লাভবান হব পাৰি।
@thejakuotsu4019
@thejakuotsu4019 Жыл бұрын
Pan puli kieta kott logabo nokalea.
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
টাবত ৰুইছো
@NoyonPegu-of7ss
@NoyonPegu-of7ss 6 ай бұрын
Bohut upokrito holu Bora da
@borahskitchengarden2487
@borahskitchengarden2487 6 ай бұрын
বহুত বহুত ধন্যবাদ।
@bimalnath3986
@bimalnath3986 Жыл бұрын
very good
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@KhaninSarmah
@KhaninSarmah 6 ай бұрын
Val information ✅👍
@borahskitchengarden2487
@borahskitchengarden2487 6 ай бұрын
বহুত বহুত ধন্যবাদ
@bijoyhandique578
@bijoyhandique578 Жыл бұрын
🙏❤️
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@rupkantapathori9666
@rupkantapathori9666 Жыл бұрын
অসমীয়া লৰা ছোৱালীয়ে চাকৰিহে বিচাৰে এইবিলাক নকৰে।যাৰবাবে বিদেশীয়ে অসমখন খাই পেলালে।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
@@rupkantapathori9666 ঠিকেই কৈছে। সুবিধা থকা সকলে কৃষি কাৰ্য্যক বাণিজ্যিক ভিত্তিত গঢ় দিব পাৰে।
@jintuborah3292
@jintuborah3292 Жыл бұрын
সুন্দৰ,,,,,,, বহুত ভাল লাগিল, আপোনালৈ আন্তৰিক অভিনন্দন জনালো।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
আমাৰ ফালৰ পৰাও থাকিল বহুত বহুত ধন্যবাদ।
@DarvidSangma
@DarvidSangma 7 ай бұрын
L​@@borahskitchengarden2487
@aruppatar4915
@aruppatar4915 Жыл бұрын
দাদা শিপা ধৰা ঔষধতোৰ নাম জনাবচোন
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
Root tex
@pranjalgogoi7745
@pranjalgogoi7745 Жыл бұрын
বহুত জানিবলগীয়া ভিডিঅ 👍
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
বহুত বহুত ধন্যবাদ।
@yusufali5046
@yusufali5046 Жыл бұрын
Dada bostat pan khati kotibo pari ne
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
পাৰিব কিন্তু বস্তাবোৰ মজবুত হ'ব লাগিব। কাৰণ পাণৰ খেতি স্থায়ী খেতি।বহু বছৰলৈকে থাকি যাব।
@balenkakita3159
@balenkakita3159 Жыл бұрын
Thank u
@balenkakita3159
@balenkakita3159 Жыл бұрын
Borhia
@balenkakita3159
@balenkakita3159 Жыл бұрын
Ok
@arunjyotihazarika4950
@arunjyotihazarika4950 Жыл бұрын
বঢ়িয়া , শুভেচ্ছা থাকিল।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
বহুত বহুত ধন্যবাদ
@simondaimari1743
@simondaimari1743 Жыл бұрын
Puli papona dada..
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
মই পুলি বিক্ৰীৰ বাবে নকৰোঁ।আন নাৰ্চাৰীত পাব পাৰে ।অলপ মন দি মোৰ ভিদিঅ টো চালে নিজেও কৰি ল'ব পাৰে। কাৰোবাৰ পৰা আগ কেইটামান আনি ললেই হ'ল। ধন্যবাদ।
@rabendrabaro3081
@rabendrabaro3081 Жыл бұрын
Dada pan puli pamne aru dam kiman hobo
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
পানৰ পুলি মোৰ নিজৰ বাবেহে কৰো। বিক্ৰীৰ বাবে নহয়।
@tikendramazumdar1424
@tikendramazumdar1424 5 ай бұрын
Val lagise
@borahskitchengarden2487
@borahskitchengarden2487 5 ай бұрын
বহুত বহুত ধন্যবাদ।
@gunakantabaruah6243
@gunakantabaruah6243 Жыл бұрын
একে আহিনে ধান দুই আহিনে পান । অলপ চাবচোন। আপুনি কোৱা মতে শাওন নহয়।কলোহে দায় নধৰেযেন।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ঠিকেই কৈছে বৰুৱা দেও। কথাটো হ'ল অঞ্চল ভেদে প্ৰবচন বিলাকৰ ৰূপ বেলেগ বেলেগ হয়। আমাৰ ফালে মই কোৱা টোৰেই প্ৰচলন আছে। কাৰণ শাওনৰ মাহটো হ'ল শালিধান ৰুৱাৰ উপযুক্ত সময়। আনহাতে এই বোৰ শ শ বছৰ মুখ বাগৰি অহা কথা। সেই বাবেও কেতিয়াবা ইফাল সিফাল হয়। লোক সঙস্কৃতি এনে দৰে চলি আহিছে।পিছত ইয়াৰ বুকুতে সঙস্কৃতিৰ জম্ন হয়। কথাখিনি উনুকিওৱাৰ বাবে বহুত বহুত ধন্যবাদ।
@gunakantabaruah6243
@gunakantabaruah6243 Жыл бұрын
@@borahskitchengarden2487 হয় আহিন মাহত খেতি উঠি বাৰীত মনোনিবেশ কৰা হয়।বাৰী মানে যাবতীয় খেতি ও ফলমুলৰ লগতে সকলো থকা নিজা উদয়ান। Nutritional Garden বুলিও কয়। গতিকে পান তামোলৰ যতন ৰুপন ইত্যাদি হাতত লোৱা হয়।লটিছিঙি পুলিৰোৱাহয়। কাৰণ পান তামোল অসমীয়া সমাজত অতি দৰকাৰী বচতু।
@gunakantabaruah6243
@gunakantabaruah6243 Жыл бұрын
পলিথিনত লগালে বেভিচটিন বুলি ভেকুৰনাশক দিলে পচাবেমাৰৰ পৰা আগবিলাকক বচাব পাৰি । তামোল গছ ভআতগইলআ বা কেচেৰু গছ মদাৰ আদি উওম গছ পান গছৰ ঘাই গছ বাগান কৰিবলৈ। সকলো ঘাইগছ আগতে ৰুপন কৰি গুৰি বিলাকত মাটিৰ পিৰালি পানী নজমিবলৈ আগতেই বনাই ল'লে বাগানে সয়মকৰুপ ল'ব।শাৰী শাৰী দুৰত্বত চিধাকৈ শাৰী দেখনীয়া হয় ।বননিৰনতৰ ঔষধ প্ৰয়োগ কৰিলে বনবাতৰ লগতে কীটপতঙগৰ প্ৰাদুৰ্ভাৱ আতৰে ।
@gunakantabaruah6243
@gunakantabaruah6243 Жыл бұрын
ভাতগিলাগছ ।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
@@gunakantabaruah6243 ৰাসায়নিক পদ্ধতিৰে কীটনাশক আৰু বন পাতমৰা ঔষধ প্ৰয়োগ কৰিলে জৈৱবৈচিত্ৰৰ ক্ষতি হয়। আজিকালি সেই বাবে জৈৱিক প্দ্ধতিতহে গুৰুত্ব দিয়া হয়। আমিও সেইটো দিশতহে কবলৈ গৈছো। ধন্যবাদ।
@sabitatailoringcooking8918
@sabitatailoringcooking8918 Жыл бұрын
বহুত ভাল লাগিল ধন্যবাদ
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@hemontamudi2489
@hemontamudi2489 Жыл бұрын
Thanks
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ।
@shirazulhaque1657
@shirazulhaque1657 Жыл бұрын
আপোনাৰ ফোন নম্বৰ টো দিব নেকি
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ , KZbin ত ফোন নম্বৰ দিয়া অসুবিধা। face book ত(Benudhar Borah) message পঠিয়াব। তেতিয়া দিব পাৰিম।
@debajitborah6983
@debajitborah6983 Жыл бұрын
ভাল লাগিল দাদা।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
@akrajchhetrychhetry8002
@akrajchhetrychhetry8002 Жыл бұрын
Bahut Bhal lagil Dada
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@nabakumar1086
@nabakumar1086 Жыл бұрын
Sesta kri sam
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ। চেষ্টাৰ অসাধ্য একোৱেই নাই।
@jugakumarigogoi2407
@jugakumarigogoi2407 Жыл бұрын
ভাল লাগিল। ধন্যবাদ
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ।
@nitamanideka356
@nitamanideka356 Жыл бұрын
Thanks
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@rajibkakati8729
@rajibkakati8729 Жыл бұрын
Dada vl lagil
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
বহুত বহুত ধন্যবাদ।
@ujjalassam895
@ujjalassam895 Жыл бұрын
Gud Idea
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@papusarmah6402
@papusarmah6402 Жыл бұрын
ভাল লাগিল নজনা কথা জনিলো
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
বহুত বহুত ধন্যবাদ
@arjungogoi4624
@arjungogoi4624 Жыл бұрын
Kotari khon suka hoba lage
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
হয়। চোকা হ'লে ভাল। মন্তব্যৰ বাবে ধন্যবাদ।
@JelinaBaro-k8d
@JelinaBaro-k8d 24 минут бұрын
Aapunar number sir
@ajitphukan7345
@ajitphukan7345 Жыл бұрын
Very interesting!
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
Thank you for your appreciation.
@mwnthaimuchahary8050
@mwnthaimuchahary8050 Жыл бұрын
বহুত ভাল লাগিছ sir❤❤
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
বহুত বহুত ধন্যবাদ
@Dikshart10
@Dikshart10 2 ай бұрын
মই যথেষ্ট ভাল পালো ময়ো এনেকৈ ৰুই বৰ্তমান কিনি খোৱা নাই পান ৷এনে ভিডিঅ আপুনি দি থাকিব ৷
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
উপকৃত হোৱা বুলি জানি ভাল লাগিল। ধন্যবাদ।
@amalrajkonwar8381
@amalrajkonwar8381 7 ай бұрын
মিঠা পানৰ পুলি ক'ত পোৱা যাব, ঠিকনা জানিলে দিবচোন।
@borahskitchengarden2487
@borahskitchengarden2487 7 ай бұрын
মিঠা পাণৰ পুলি সাধাৰণতে West Bengal ৰ পৰাই আহে।ডাঙৰ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিলে তেওঁলোকে আনি দিব পাৰিব।
@m_m_h323
@m_m_h323 6 ай бұрын
সুন্দৰ ভিডিও দাদা, মোৰ ৩ কঠা মাটি এনেই পৰি আছে । কৰিব পৰা যায়
@borahskitchengarden2487
@borahskitchengarden2487 6 ай бұрын
বহুত লাভজনক খেতি। কৰিব পাৰে। ধন্যবাদ।
@Dhunu476
@Dhunu476 Жыл бұрын
Aponar contct no dibo son
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
Deka ডাঙৰীয়া, you tube ত phone number দিয়াটো অসুবিধা আছে। আপুনি Facebook ত Benudhar Borah (search)কৰি message পঠিয়াব। তেতিয়া Phone number টো দিব পাৰিম।
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 75 МЛН
How To Get Married:   #short
00:22
Jin and Hattie
Рет қаралды 23 МЛН
Новый уровень твоей сосиски
00:33
Кушать Хочу
Рет қаралды 5 МЛН
Rooting of Cuttings of Vines in Air and Water
8:53
My Amazing Homestead
Рет қаралды 1,9 МЛН
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 75 МЛН