KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
এনেকৈ যতন ললে গোটেই বছৰ ধৰি পদিনাৰ (Pudina) অধিক উৎপাদন পাব |
19:14
খুটি পাণৰ খেতি বিষয় A to Z / make money by farming betel leaf / how to plant a betel leaf vine/ pan
12:13
The evil clown plays a prank on the angel
00:39
Правильный подход к детям
00:18
人是不能做到吗?#火影忍者 #家人 #佐助
00:20
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
পাণৰ পুলি উৎপাদনৰ বিশেষ কৌশল | (Scientific Method)
Рет қаралды 166,703
Facebook
Twitter
Жүктеу
1
Жазылу 14 М.
Borah's Kitchen Garden
Күн бұрын
Пікірлер: 174
@rajkumarkattel8871
4 ай бұрын
বহুতো ভাল লাগিছে। ধন্যবাদ থাকিল।
@borahskitchengarden2487
4 ай бұрын
@@rajkumarkattel8871 মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@nayanmedhi4196
Жыл бұрын
Val lagil dei
@borahskitchengarden2487
Жыл бұрын
Dhanyawad
@niabrahma1626
8 ай бұрын
GhfourqzHYGVkq@@borahskitchengarden2487
@jintuborah3292
Жыл бұрын
সুন্দৰ,,,,,,, বহুত ভাল লাগিল, আপোনালৈ আন্তৰিক অভিনন্দন জনালো।
@borahskitchengarden2487
Жыл бұрын
আমাৰ ফালৰ পৰাও থাকিল বহুত বহুত ধন্যবাদ।
@DarvidSangma
11 ай бұрын
L@@borahskitchengarden2487
@KhaninSarmah
10 ай бұрын
Val information ✅👍
@borahskitchengarden2487
10 ай бұрын
বহুত বহুত ধন্যবাদ
@bhaskardoley7645
Жыл бұрын
Bohut val lagil, thank you so much
@borahskitchengarden2487
Жыл бұрын
Thank you
@ujjalassam895
Жыл бұрын
Gud Idea
@borahskitchengarden2487
Жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@prasantabhatta3428
Ай бұрын
Bohut bhal lagil dhonyabad
@borahskitchengarden2487
Ай бұрын
@@prasantabhatta3428 বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@geetabvlog5821
Жыл бұрын
Val lagil video to sai dei
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ
@mwnthaimuchahary8050
Жыл бұрын
বহুত ভাল লাগিছ sir❤❤
@borahskitchengarden2487
Жыл бұрын
বহুত বহুত ধন্যবাদ
@flowertips2246
2 жыл бұрын
Val lagil dada
@borahskitchengarden2487
2 жыл бұрын
ধন্যবাদ।
@arunjyotihazarika4950
Жыл бұрын
বঢ়িয়া , শুভেচ্ছা থাকিল।
@borahskitchengarden2487
Жыл бұрын
বহুত বহুত ধন্যবাদ
@rajibkakati8729
Жыл бұрын
Dada vl lagil
@borahskitchengarden2487
Жыл бұрын
বহুত বহুত ধন্যবাদ।
@gardeningwithlipika3537
Жыл бұрын
ভাল লাগিল।
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ
@irennath1411
Жыл бұрын
Bhal lagil Dada
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ
@Marak316
7 ай бұрын
Xundar video. Dhanyawad
@borahskitchengarden2487
7 ай бұрын
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ
@bipuldoloi4764
9 ай бұрын
Very nice
@borahskitchengarden2487
9 ай бұрын
বহুত বহুত ধন্যবাদ।
@jugakumarigogoi2407
Жыл бұрын
ভাল লাগিল। ধন্যবাদ
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ।
@NoyonPegu-of7ss
10 ай бұрын
Bohut upokrito holu Bora da
@borahskitchengarden2487
10 ай бұрын
বহুত বহুত ধন্যবাদ।
@akrajchhetrychhetry8002
Жыл бұрын
Bahut Bhal lagil Dada
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ
@sabitatailoringcooking8918
Жыл бұрын
বহুত ভাল লাগিল ধন্যবাদ
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ
@MrinalMkc
5 ай бұрын
একে আহিনে ধান তিনি আহিনে পান।❤❤❤❤❤
@borahskitchengarden2487
5 ай бұрын
@@MrinalMkc হয়। অঞ্চল বিশেষে তিনি শাওনে পাণ আৰু এক আহিনে ধান বুলিও কোৱা হয়। ধন্যবাদ।
@debajitborah6983
Жыл бұрын
ভাল লাগিল দাদা।
@borahskitchengarden2487
Жыл бұрын
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
@jitulkalita4455
Жыл бұрын
আপোনাৰ ভিডিঅটো দ্বাৰাই বহুত উপকৃত হলোঁ ,
@borahskitchengarden2487
Жыл бұрын
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@borahskitchengarden2487
Жыл бұрын
Root tex
@bimalnath3986
Жыл бұрын
very good
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ
@maheswarborah5387
Жыл бұрын
বৰা বৰ ভাল লাগিছে দেই।আজি হথাৎ মোৰ চকুত পৰিল। ধন্যবাদ।
@borahskitchengarden2487
Жыл бұрын
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ বৰাদা।
@santadeuri7838
Жыл бұрын
Ati hundar koi upasthapan korise
@borahskitchengarden2487
Жыл бұрын
মন্তব্যৰ বাবে ধন্যবাদ।
@bijoyhandique578
Жыл бұрын
🙏❤️
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ
@rupkantapathori9666
Жыл бұрын
অসমীয়া লৰা ছোৱালীয়ে চাকৰিহে বিচাৰে এইবিলাক নকৰে।যাৰবাবে বিদেশীয়ে অসমখন খাই পেলালে।
@borahskitchengarden2487
Жыл бұрын
@@rupkantapathori9666 ঠিকেই কৈছে। সুবিধা থকা সকলে কৃষি কাৰ্য্যক বাণিজ্যিক ভিত্তিত গঢ় দিব পাৰে।
@pranjalgogoi7745
Жыл бұрын
বহুত জানিবলগীয়া ভিডিঅ 👍
@borahskitchengarden2487
Жыл бұрын
বহুত বহুত ধন্যবাদ।
@ajitphukan7345
Жыл бұрын
Very interesting!
@borahskitchengarden2487
Жыл бұрын
Thank you for your appreciation.
@RajKumar-jv6bm
Жыл бұрын
খুবই ভালো লাগলো। আপনি কালো পেকেট কোথায় থেকে কিনেছেন?
@borahskitchengarden2487
Жыл бұрын
বৰা চাৰ্ভিচ ষ্টপেজৰ pestokon or Fertico নামৰ দোকান দুখনত পাব। নহ'লে Sixmileৰ green nursery or Hajrika Nursury ত পাব।
@dimpiroy9116
Жыл бұрын
Rotex tu kt pabo dada
@borahskitchengarden2487
Жыл бұрын
আপুনি ক'ত থাকে। গুৱাহাটীত হ'লে বৰাচাৰ্ভিচত pestokon আৰু Fertico নামে দুখন নাৰ্ছাৰী দোকান আছে।তাত পাব। গুৱাহাটীৰ বাহিৰত হ'লে ডাঙৰ নাৰ্চাৰী দোকানত খবৰ কৰিব।
@nitamanideka356
Жыл бұрын
Thanks
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ
@hacker3.0tansion27
Жыл бұрын
আমিও ব্যৱসায়িক ভিত্তিত পান খেতি কৰি আছো জোনাই , ধেমাজি।
@borahskitchengarden2487
Жыл бұрын
খুউব ভাল কথা। বিজ্ঞান সম্নতভাবে পাণৰ খেতি কৰিলে বহুত উৎপাদন পোৱা যায়।পাণৰ বাবে মৰা শুকান গোবৰ আৰু সৰিয়হৰ খলিহৈ বৰ দৰকাৰী।ওপৰত পাতলকৈ চাঙ দি ল'ব লাগে ছা দিবৰ বাবে।
@m_m_h323
10 ай бұрын
সুন্দৰ ভিডিও দাদা, মোৰ ৩ কঠা মাটি এনেই পৰি আছে । কৰিব পৰা যায়
@borahskitchengarden2487
10 ай бұрын
বহুত লাভজনক খেতি। কৰিব পাৰে। ধন্যবাদ।
@thejakuotsu4019
Жыл бұрын
Pan puli kieta kott logabo nokalea.
@borahskitchengarden2487
Жыл бұрын
টাবত ৰুইছো
@sirsajiwatson459
6 ай бұрын
Home delivery dea nki
@borahskitchengarden2487
6 ай бұрын
@@sirsajiwatson459 নাই। দিয়া নহয়। পিছলৈ চেষ্টা কৰি চোৱা হ'ব।
@KantoSwargiary-gj3sj
8 күн бұрын
Kintu season ot rubo pari??
@borahskitchengarden2487
7 күн бұрын
@@KantoSwargiary-gj3sj ব'হাগ মাহৰ পৰা শাওন মাহলৈকে ৰুব পাৰি। ধন্যবাদ।
@tilakgoswami2146
Жыл бұрын
Kot logam dada apuni nokole je?
@borahskitchengarden2487
Жыл бұрын
আপুনি টাবটো লগাব পাৰে,মাটিটো বাহ পুটি লগাব পাৰে। বৈজ্ঞানিক ভিত্তিত ব্যৱসায়িক ভাৱে কৰিলে মাটিত বাহ পুটি ওপৰত ছালি দিলে অধিক লাভবান হব পাৰি।
@rabendrabaro3081
Жыл бұрын
Dada pan puli pamne aru dam kiman hobo
@borahskitchengarden2487
Жыл бұрын
পানৰ পুলি মোৰ নিজৰ বাবেহে কৰো। বিক্ৰীৰ বাবে নহয়।
@-arifurrahamanasif
Жыл бұрын
কোন দেশের ভাষা বলতেছেন আপনি? বাংলা ভাষা মনে হচ্ছে কিন্তু কিছু বোঝা যাচ্ছে না আমি বাংলাদেশের ভাষায় লিখেছি
@borahskitchengarden2487
Жыл бұрын
আসামেৰ অসমীয়া ভাষায় বলেছন । ধন্যবাদ।
@-arifurrahamanasif
Жыл бұрын
@@borahskitchengarden2487Sorry sir.I don't understand what you answered
@borahskitchengarden2487
Жыл бұрын
I am speaking in assamese language.which is language of Assam (INDIA).
@yusufali5046
2 жыл бұрын
Dada bostat pan khati kotibo pari ne
@borahskitchengarden2487
2 жыл бұрын
পাৰিব কিন্তু বস্তাবোৰ মজবুত হ'ব লাগিব। কাৰণ পাণৰ খেতি স্থায়ী খেতি।বহু বছৰলৈকে থাকি যাব।
@balenkakita3159
Жыл бұрын
Thank u
@balenkakita3159
Жыл бұрын
Borhia
@balenkakita3159
Жыл бұрын
Ok
@rumalikarmakar
Жыл бұрын
Upokrito holu dei .kotha khini sposto ke bujai dise
@borahskitchengarden2487
Жыл бұрын
প্ৰেৰণা যোগোৱা বাবে বহুত বহুত ধন্যবাদ।
@tularamyorging9537
11 ай бұрын
Pan pochuwar poddati dekuwad apunaloi kritogota gNyapon jonalu.
@borahskitchengarden2487
11 ай бұрын
ধন্যবাদ।
@borahskitchengarden2487
11 ай бұрын
ধন্যবাদ
@pankajgogoi5395
11 ай бұрын
super so beautiful 💕💕💕💕💕💕💕💕💕 very good very very nice ❤❤❤❤❤❤❤❤
@borahskitchengarden2487
11 ай бұрын
বহুত বহুত ধন্যবাদ বহুমূলীয়া মন্তব্যৰ বাবে।। আগলৈকো সহযোগিতা কামনা কৰিলো।
@tikendramazumdar1424
9 ай бұрын
Val lagise
@borahskitchengarden2487
9 ай бұрын
বহুত বহুত ধন্যবাদ।
@simondaimari1743
Жыл бұрын
Puli papona dada..
@borahskitchengarden2487
Жыл бұрын
মই পুলি বিক্ৰীৰ বাবে নকৰোঁ।আন নাৰ্চাৰীত পাব পাৰে ।অলপ মন দি মোৰ ভিদিঅ টো চালে নিজেও কৰি ল'ব পাৰে। কাৰোবাৰ পৰা আগ কেইটামান আনি ললেই হ'ল। ধন্যবাদ।
@Gkgg834
10 ай бұрын
মৰা গোবৰ মানে গৰুৰ চৰণীয়া পথাৰৰ পৰা সংগ্ৰহ কৰা শুকান গোবৰ হলে হব নেকি ?
@borahskitchengarden2487
10 ай бұрын
হয়,মুঠৰ ওপৰত কেচা গোবৰ নহয়। ধন্যবাদ।
@papusarmah6402
Жыл бұрын
ভাল লাগিল নজনা কথা জনিলো
@borahskitchengarden2487
Жыл бұрын
বহুত বহুত ধন্যবাদ
@puspadhardeka5665
Жыл бұрын
Dadai Puli to dagar Hale matit bagai jaba ne gasat uthai diba . Janaba son.
@borahskitchengarden2487
Жыл бұрын
Deka ডাঙৰীয়া এয়া বাৰিষা চাঙত লগা লাও।ইয়াক নিজৰ বুদ্ধি মতে বগাবলৈ সুবিধা কৰি দিব লাগিব। বস্তাত কৰিলে প্ৰতিপালন কৰাত আৰু সাৰ আদি দিয়াত সুবিধা হয়।জেকনি নালাগে।
@Dikshart10
6 ай бұрын
মই যথেষ্ট ভাল পালো ময়ো এনেকৈ ৰুই বৰ্তমান কিনি খোৱা নাই পান ৷এনে ভিডিঅ আপুনি দি থাকিব ৷
@borahskitchengarden2487
5 ай бұрын
উপকৃত হোৱা বুলি জানি ভাল লাগিল। ধন্যবাদ।
@rekiburamin6052
6 ай бұрын
দাদা হিপা গজা দৰবৰ নামটো কি?
@borahskitchengarden2487
6 ай бұрын
Rootex বা root bin হৰমোন ব্যৱহাৰ কৰিব পাৰি। ধন্যবাদ থাকিল।
@Achinta__saikia
Жыл бұрын
গছত কি দৰে পুলতো🎉ৰুব লাগে জনাবছোন
@borahskitchengarden2487
Жыл бұрын
ৰুব খোজা গছ ডালৰ গুৰিত গোবৰ আদি সাৰেৰে ভেটি কৰি লৈ ৰুলে ভাল হ'ব।
@amiyagohain3733
9 ай бұрын
Thank you sir
@borahskitchengarden2487
9 ай бұрын
Thank you.
@aruppatar4915
Жыл бұрын
দাদা শিপা ধৰা ঔষধতোৰ নাম জনাবচোন
@borahskitchengarden2487
Жыл бұрын
Root tex
@parikromabarta883
5 ай бұрын
দাদা আপোনাৰ প্ৰচেষ্টাই মোক উৎসাহ যোগাইছে ৷
@borahskitchengarden2487
5 ай бұрын
@@parikromabarta883 উপকৃত হোৱা বুলি জানি ভাল লাগিল। মন্তব্যৰ বাবে ধন্যবাদ।
@bijoysarma8673
Жыл бұрын
পুলি বোৰ গছ ত ৰোপন কৰা video বনাব xun
@borahskitchengarden2487
Жыл бұрын
পুলি প্ৰস্তুত কৰি লোৱাৰ পাছত টাব বা মাটিটো ৰুব পাৰি।কেবল শুকান গোবৰ আৰু কৰিবলৈ মিহলাই মাটিখিনি প্ৰস্তুত কৰি ল'ব লাগে। গুৰিত পানী বান্ধ খাব নালাগে
@khagendramohanpermey2906
Жыл бұрын
এক বিঘা মাটিত কিমান জোপা পুলি লাগিব জনাব।
@borahskitchengarden2487
Жыл бұрын
বিঞ্জানসম্নত পদ্ধতিত পাণৰ খেতি কৰিলে বিঘাই প্ৰতি প্ৰায় 1000ৰ পৰা 1200 মান পুলিৰ প্ৰয়োজন হয়। ধন্যবাদ।
@BORGOSS4473
Жыл бұрын
Nice, subscribe ata kori disu dada
@borahskitchengarden2487
Жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
@BORGOSS4473
Жыл бұрын
@@borahskitchengarden2487 ❤️,
@mukulborah9169
11 ай бұрын
মিঠা পানৰ বিষয়ে জনাবচোন।
@borahskitchengarden2487
11 ай бұрын
মিঠা পাণৰো একেই পদ্ধতি। কেৱল ইয়াৰ খেতি কৰিলে ওপৰত পাতলকৈ ৰ'দ সৰকি অহাকৈ চালি দি ল'ব লাগে। ধন্যবাদ।
@pronobsaikia58
10 ай бұрын
Puli puwa jabone.
@borahskitchengarden2487
10 ай бұрын
বৰ্তমান মই নিজৰ বাবেহে পুলি কৰো। ভৱিষ্যতে বিক্ৰীৰ বাবে চিন্তা চৰ্চা কৰা হ'ব। ধন্যবাদ।
@borahskitchengarden2487
10 ай бұрын
বৰ্তমান মই পুলি নিজৰ বাবেহে কৰো। ভৱিষ্যতে বিক্ৰীৰ বাবে চিন্তা চৰ্চা কৰা হ'ব। ধন্যবাদ।
@umanandagogoi4997
11 ай бұрын
Kenekuua mati lagibo aru toli ki dore postut koribo lagibo alop dekhabi ba kobo 😮😮😮😮😮😮
@borahskitchengarden2487
11 ай бұрын
বালিচহীয়া মাটি হ'লে ভাল। পলসুৱা মাটিটো কৰিব পাৰি।যি মাটিয়ে নহওঁক সমান পৰিমানে মৰা গোবৰ মিহলাই ল'ব লাগে। ধন্যবাদ।
@usmanali-ek2cn
6 ай бұрын
@@borahskitchengarden2487Dada please aponar contact number dibo kindly
@usmanali-ek2cn
6 ай бұрын
please aponar namberto send koribo dada
@d.k.baruahvloge4424
2 жыл бұрын
Dada mio apunar dre pan tenekoi roisilo kin2 tatei marahi goise
@borahskitchengarden2487
2 жыл бұрын
পানৰ আগবোৰ মঠনীয়া(বুঢ়াও নহয়,কোমলো নহয়) হ'ব লাগিব। নদীৰ বালিত মাটি হ'লে ভাল।নিয়মিত কম কমকৈ পানী দিব লাগিব।
@jaduroy2449
Жыл бұрын
URIYA DIYOK LOH POH KOI BARIBO
@borahskitchengarden2487
Жыл бұрын
ইউৰিয়া স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক।আমি জৈৱিক সাৰতহে প্ৰাধান্য দিও।
@ringkugogoi7008
8 ай бұрын
😮তিনি আহিনে পান ,শাওণে নহয়
@borahskitchengarden2487
8 ай бұрын
গগৈ ডাঙৰীয়া অঞ্চল ভেদে প্ৰবচন বিলাকৰ ৰূপ বেলেগ বেলেগ হয়। আমাৰ ফালে এনেকৈয়ে প্ৰচলন আছে।যা হওঁক মনোযোগেৰে চোৱা বাবে আৰু বহুমূলীয়া মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@luhitbora7629
11 ай бұрын
পাণ পুলি আপোনাৰ পৰা পোৱা যায় নেকি?
@borahskitchengarden2487
11 ай бұрын
মই নিজৰ কাৰণেহে কৰো। বিক্ৰীৰ বাবে নহয়।অতি সহজ পদ্ধতি। video টো ভাল দৰে চাব।নিজে প্ৰস্তুত কৰি ল'ব পাৰিব। ধন্যবাদ।
@gunakantabaruah6243
Жыл бұрын
একে আহিনে ধান দুই আহিনে পান । অলপ চাবচোন। আপুনি কোৱা মতে শাওন নহয়।কলোহে দায় নধৰেযেন।
@borahskitchengarden2487
Жыл бұрын
ঠিকেই কৈছে বৰুৱা দেও। কথাটো হ'ল অঞ্চল ভেদে প্ৰবচন বিলাকৰ ৰূপ বেলেগ বেলেগ হয়। আমাৰ ফালে মই কোৱা টোৰেই প্ৰচলন আছে। কাৰণ শাওনৰ মাহটো হ'ল শালিধান ৰুৱাৰ উপযুক্ত সময়। আনহাতে এই বোৰ শ শ বছৰ মুখ বাগৰি অহা কথা। সেই বাবেও কেতিয়াবা ইফাল সিফাল হয়। লোক সঙস্কৃতি এনে দৰে চলি আহিছে।পিছত ইয়াৰ বুকুতে সঙস্কৃতিৰ জম্ন হয়। কথাখিনি উনুকিওৱাৰ বাবে বহুত বহুত ধন্যবাদ।
@gunakantabaruah6243
Жыл бұрын
@@borahskitchengarden2487 হয় আহিন মাহত খেতি উঠি বাৰীত মনোনিবেশ কৰা হয়।বাৰী মানে যাবতীয় খেতি ও ফলমুলৰ লগতে সকলো থকা নিজা উদয়ান। Nutritional Garden বুলিও কয়। গতিকে পান তামোলৰ যতন ৰুপন ইত্যাদি হাতত লোৱা হয়।লটিছিঙি পুলিৰোৱাহয়। কাৰণ পান তামোল অসমীয়া সমাজত অতি দৰকাৰী বচতু।
@gunakantabaruah6243
Жыл бұрын
পলিথিনত লগালে বেভিচটিন বুলি ভেকুৰনাশক দিলে পচাবেমাৰৰ পৰা আগবিলাকক বচাব পাৰি । তামোল গছ ভআতগইলআ বা কেচেৰু গছ মদাৰ আদি উওম গছ পান গছৰ ঘাই গছ বাগান কৰিবলৈ। সকলো ঘাইগছ আগতে ৰুপন কৰি গুৰি বিলাকত মাটিৰ পিৰালি পানী নজমিবলৈ আগতেই বনাই ল'লে বাগানে সয়মকৰুপ ল'ব।শাৰী শাৰী দুৰত্বত চিধাকৈ শাৰী দেখনীয়া হয় ।বননিৰনতৰ ঔষধ প্ৰয়োগ কৰিলে বনবাতৰ লগতে কীটপতঙগৰ প্ৰাদুৰ্ভাৱ আতৰে ।
@gunakantabaruah6243
Жыл бұрын
ভাতগিলাগছ ।
@borahskitchengarden2487
Жыл бұрын
@@gunakantabaruah6243 ৰাসায়নিক পদ্ধতিৰে কীটনাশক আৰু বন পাতমৰা ঔষধ প্ৰয়োগ কৰিলে জৈৱবৈচিত্ৰৰ ক্ষতি হয়। আজিকালি সেই বাবে জৈৱিক প্দ্ধতিতহে গুৰুত্ব দিয়া হয়। আমিও সেইটো দিশতহে কবলৈ গৈছো। ধন্যবাদ।
@nabakumar1086
Жыл бұрын
Sesta kri sam
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ। চেষ্টাৰ অসাধ্য একোৱেই নাই।
@najrulislam-yn3go
3 ай бұрын
দাদা, পান খেতি বস্তাত হবনে।
@borahskitchengarden2487
3 ай бұрын
কৰিব পাৰি। কিন্তু উপযুক্ত পৰিমাণে খাদ্যৰ যোগান ধৰিব লাগিব। ধন্যবাদ।
@najrulislam-yn3go
3 ай бұрын
@@borahskitchengarden2487 ধন্যবাদ দাদা
@amalrajkonwar8381
11 ай бұрын
মিঠা পানৰ পুলি ক'ত পোৱা যাব, ঠিকনা জানিলে দিবচোন।
@borahskitchengarden2487
11 ай бұрын
মিঠা পাণৰ পুলি সাধাৰণতে West Bengal ৰ পৰাই আহে।ডাঙৰ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিলে তেওঁলোকে আনি দিব পাৰিব।
@shirazulhaque1657
Жыл бұрын
আপোনাৰ ফোন নম্বৰ টো দিব নেকি
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ , KZbin ত ফোন নম্বৰ দিয়া অসুবিধা। face book ত(Benudhar Borah) message পঠিয়াব। তেতিয়া দিব পাৰিম।
@Dhunu476
Жыл бұрын
Aponar contct no dibo son
@borahskitchengarden2487
Жыл бұрын
Deka ডাঙৰীয়া, you tube ত phone number দিয়াটো অসুবিধা আছে। আপুনি Facebook ত Benudhar Borah (search)কৰি message পঠিয়াব। তেতিয়া Phone number টো দিব পাৰিম।
@JelinaBaro-k8d
3 ай бұрын
Aapunar number sir
@borahskitchengarden2487
3 ай бұрын
@@JelinaBaro-k8d you tube ত no দিয়াটো অসুবিধা। মোৰ face book ত(Benudhar Borah) message কৰিব। তেতিয়া দিব পাৰিম। ধন্যবাদ।
@usmanali-ek2cn
6 ай бұрын
dada please aponar contact number dibo kindly
@borahskitchengarden2487
6 ай бұрын
You tube ত phone no.দিয়াত অলপ অসুবিধা আছে। মৰ face book ত Benudhar Borah ত message কৰিব । তেতিয়া দিব পাৰিম। ধন্যবাদ।
@jitendrarabha4660
5 ай бұрын
very good
@borahskitchengarden2487
5 ай бұрын
বহুত বহুত ধন্যবাদ।
@hemontamudi2489
Жыл бұрын
Thanks
@borahskitchengarden2487
Жыл бұрын
ধন্যবাদ।
19:14
এনেকৈ যতন ললে গোটেই বছৰ ধৰি পদিনাৰ (Pudina) অধিক উৎপাদন পাব |
Borah's Kitchen Garden
Рет қаралды 35 М.
12:13
খুটি পাণৰ খেতি বিষয় A to Z / make money by farming betel leaf / how to plant a betel leaf vine/ pan
Jaan Backpacker
Рет қаралды 10 М.
00:39
The evil clown plays a prank on the angel
超人夫妇
Рет қаралды 53 МЛН
00:18
Правильный подход к детям
Beatrise
Рет қаралды 11 МЛН
00:20
人是不能做到吗?#火影忍者 #家人 #佐助
火影忍者一家
Рет қаралды 20 МЛН
00:32
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
Family Games Media
Рет қаралды 55 МЛН
11:04
মালভোগ কল কেনেকৈ ৰুৱে ( বিজ্ঞান সন্মত পদ্ধতি) | Scientific Method to Plant মালভোগ কল |
Borah's Kitchen Garden
Рет қаралды 76 М.
15:16
বিনা খৰচ কৰী ঘৰতে বনাব পৰা জৈৱিক সাৰৰ প্ৰশিক্ষণ।
Farmer Samir Bordoloi
Рет қаралды 4,7 М.
16:24
বিকল্প পদ্ধতিত পান খেতি Pan Cultivation In Another Way
KK ALL SQ
Рет қаралды 34 М.
13:46
পান পুলি কি দৰে ৰুব | How to Plant Paan (Betel Leaf Vine) and its Care
Parijat Nursery Jorhat
Рет қаралды 528 М.
10:48
পানৰ পুলি কেনেকৈ প্ৰস্তুত কৰিব পাৰি।সহজতে পানৰ পুলি বনাব পাৰে।
#Biswanath Agrifarm
Рет қаралды 78 М.
16:36
SUPER SPECIAL TECHNIQUE for propagating bananas with coca-cola, super fast growth
Green Garden
Рет қаралды 19 МЛН
27:43
খেতি কৰি সুখী হোৱা মানুহজন || আদৰ্শ খেতিয়ক
Jintu's Vlog
Рет қаралды 29 М.
27:36
ঘৰৰ বাৰীখনতে আছে লাখে লাখে টকা। Bokul Gogoi Gohpur ।Low Price Mahogany plant in Assam
JIBON ARU HONSTHAPON - Pranjal Gogoi
Рет қаралды 114 М.
14:19
বস্তাত এনেকৈ কোমোৰা খেতি কৰিব পাৰি | (Planting Ash gourd in Pot /Bag )
Borah's Kitchen Garden
Рет қаралды 157 М.
17:15
উন্নত পদ্ধতিত থলুৱা পাণ খেতি কৰি স্বাৱলম্বী হওঁক Pan Cultivation In New Technique
KK ALL SQ
Рет қаралды 16 М.
00:39
The evil clown plays a prank on the angel
超人夫妇
Рет қаралды 53 МЛН