পান পঁচা বা জ্বলা ৰোগ ও প্ৰতিকাৰ | এইবোৰ কিয় হয়? কি কৰিলে ভাল হব? সকলো প্ৰশ্নৰ উত্তৰ - Biraj nath

  Рет қаралды 14,669

Biraj Nath

Biraj Nath

Күн бұрын

পান কিয় গছতে জলি যায় বা পঁচি যায়? ইয়াৰ কাৰণ কি? কি কৰিলে ভাল হব? সকলো প্ৰশ্নৰ উত্তৰ পাব এই ভিডিওটোত।
#পানৰ_ৰোগ_ও_প্ৰতিকাৰ
#পান_পঁচা
#পান_জ্বলা
#পান_খেতি
#pan_kheti
#pan_ki_kheti
#betel_leaf
👉অতি কম খৰচত পুনৰ খেতি কৰক || তামোল গছ নোহোৱাকৈ :- • তামোল গছ নহলে বাৰু পান...
👉পান ৰোৱাৰ সঠিক পদ্ধতি আৰু নীতি-নিয়ম সমূহ :- • সঠিক ভাবে পাণ ৰোৱক কেত...
👉বাঁহৰ বিচনী কেনেকৈ বনাব? সম্পূৰ্ণ পদ্ধতি :- • ঘৰতে বাঁহৰ বিচনী তৈয়াৰ...
এখন সুস্থ পাণবাৰীৰ বাবে কৃষক সকলে বছৰজুৰি কৰিবলগীয়া নিয়ম কেইটামান তলত উল্লেখ কৰা হ’ল।
১) পাণ ৰোৱাৰ বাবে সুস্থ বাৰীৰ কমেও ২/৩ বছৰীয়া গছৰ পৰা সঁচ নিৰ্বাচিত কৰিব লাগে।
২) পাণ ৰোৱা ঠাইত পানী জমা হ’ব নালাগে বা বৰষুণৰ বতৰত পানী সহজে ওলাই যাব পৰাকৈ নৰ্দমাৰ ব্যৱস্থা কৰিব লাগে।
৩) পাণ ৰোৱাৰ আগতে আগবোৰ ১ শতাংশ শক্তিযুক্ত “বৰড’মিশ্ৰণ”ত কমেও ১০ মিনিট সময় শোধন কৰিব লাগে।
৪) বছৰত দুবাৰ (চ’ত-ব’হাগ আৰু আঘোণ-পুহ মাহত) ট্ৰাইক’ডাৰমা যুক্ত পচন সাৰ বা কেঁচুসাৰ আৰু খলিহৈ মিশ্ৰণ তৈয়াৰ কৰি প্ৰয়োগ কৰিব লাগে।
৫) সময় মতে বনবাত নিৰাই বাৰীখন পৰিস্কাৰ কৰি ৰাখিব লাগে।
১ শতাংশ “বৰড’মিশ্ৰন”ৰ প্ৰস্তুত প্ৰণালী
১) প্লাষ্টিকৰ এটা পাত্ৰত ৫ লিটাৰ পানীত ১০০ গ্ৰাম টুটিয়া ভালদৰে মিহলাই ল’ব লগে।
২) দ্বিতীয় পাত্ৰটোত ৫ লিটাৰ পানীত ১০০ গ্ৰাম চূণ গলাই মিশ্ৰণ প্ৰস্তুত কৰিব লাগে।
৩) এতিয়া তৃতীয় পাত্ৰটোত টুটীয়া অৰু চূণৰ মিশ্ৰণ খিনি একেলগে বাকি, লাহে লাহে মিহলাই মুঠ ১০ লিটাৰ মিশ্ৰণ তৈয়াৰ কৰিব লাগে।
৪) এখন পৰিস্কাৰ কটাৰী বা ব্লেড মিশ্ৰণখিনিত ডুবাই পৰীক্ষা কৰিব লাগে। এনেদৰে ডুবাই ৰখাৰ পিছত কটাৰী বা ব্লেড খনত যদি মামৰে ধৰাৰ দৰে ৰ্ং দেখা যায় তেন্তে লাহে লাহে অতি কম পৰিমাণে চূণ মিহলাই প্ৰতিবাৰে পৰীক্ষা কৰিব লাগে। কটাৰী বা ব্লেডত ৰ্ং নালাগিলে মিশ্ৰণটো সঠিক বুলি ধৰিব লাগে আৰু প্ৰস্তুত কৰা বৰড’মিশ্ৰণ খিনি এক-ডেৰ ঘণ্টাৰ ভিতৰত স্প্ৰে কৰিব লাগে।
Hello guys... কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল আৰু সদায় ভালে থাকক। মোৰ KZbin চেনেললৈ আপোনালোকক স্বাগতম 🙏 জনাইছোঁ। যি সকলে মোৰ চেনেলটো Subscribe কৰি আগুৱাই যোৱাত সহায় সহযোগীতা আগবঢ়াইছে সেইসকলক বহুত বহুত ধন্যবাদ 👍 জনাইছোঁ। লগতে যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে সেইসকলে অনুৰোধ 🙏 কৰি মোৰ চেনেলটো Subscribe কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏।
মোৰ এই চেনেলটোত সকলো ধৰণৰ ভিডিও দেখিবলৈ পাব।
👉খেতি-বাতিৰ বিষয়ে তথ্য আৰু আলোচনা
👉খেতি কৰাৰ নিয়ম নীতি
👉বৰ্তমানৰ পৰিস্থিতি
👉Gaming
👉Technology
👉Online work
👉Online transaction
👉A to Z
আপোনালোকে কেনেধৰণৰ ভিডিও চাই ভাল পাই কমেণ্ট কৰি জনাব 🙏 মই আপোনালোকে বিচৰা ধৰণে ভিডিও বনাবলৈ চেষ্টা কৰিম।
শেষত আকৌ এবাৰ ধন্যবাদ জনাইছোঁ মোক Support কৰাৰ বাবে।
ধন্যবাদ।
Please Support Me..🙏
Please Subscribe my Channel.🙏
Thank you.

Пікірлер: 40
@MonjitChutia-g5d
@MonjitChutia-g5d 3 ай бұрын
Dada dorob tur nam ki
@user-nx6lc3nb9k
@user-nx6lc3nb9k 2 жыл бұрын
Thanks for the video
@BirajNath1
@BirajNath1 2 жыл бұрын
🙏🙏
@asifamolchannel4572
@asifamolchannel4572 Жыл бұрын
ভাল লাগিল আশীৰ্বাদ কৰিচো
@BirajNath1
@BirajNath1 Жыл бұрын
ধন্যবাদ🙏
@rajbeeprekhanath5475
@rajbeeprekhanath5475 2 жыл бұрын
Nyc
@BirajNath1
@BirajNath1 2 жыл бұрын
Thanks
@kuldiphoro4359
@kuldiphoro4359 6 ай бұрын
Val lagile dei moiu ajon pan khitiyok ধন্যবাদ
@RanjitChetri-yt7sn
@RanjitChetri-yt7sn 4 ай бұрын
Ki koribo lagibo
@OpGaming-mv2tm
@OpGaming-mv2tm 2 жыл бұрын
Nice 👌
@julieashamarak17
@julieashamarak17 3 ай бұрын
Bro, ye pan bemal Uno medicine ashe na nahi...😭😭
@RofikulHoque-vi5ss
@RofikulHoque-vi5ss Ай бұрын
Besa hoi se panot ki koribo lagy
@RofikulHoque-vi5ss
@RofikulHoque-vi5ss Ай бұрын
Ki medicine debo lagy plz plz kunkaly jonabo sn
@Hkg698
@Hkg698 2 ай бұрын
সমাধান দিয়ক কি কৰিম মহাশয়
@nipenrajbangshi1143
@nipenrajbangshi1143 Ай бұрын
কি, পাণৰ, বেমাৰ, কম, গুন, পাণ, নে, জাতি, পাণ,
@s.n.sonowal5723
@s.n.sonowal5723 Жыл бұрын
বৰডো মিশ্ৰণ কেনেকৈ তৈয়াৰ কৰিব লাগে জনাব নেকি ?
@BirajNath1
@BirajNath1 Жыл бұрын
Description চাওক
@amulyarabha1748
@amulyarabha1748 2 жыл бұрын
Dada pan kheti kore jodi ki ki bemar hoi pan khetir ai bar moi korim boli bhabisu
@BirajNath1
@BirajNath1 2 жыл бұрын
Tenekua bemar eku nohoy Khali gurit Pani joma hboloi dibo nalage
@ritudutta2671
@ritudutta2671 Жыл бұрын
Ai bemartu amar hoiase
@anantapremey124
@anantapremey124 5 ай бұрын
পানৰ বেমাৰ বিষয়ে পৰিম নে
@anilbokal2026
@anilbokal2026 Жыл бұрын
Mur u hoy ase dada
@Bhaskarhandique
@Bhaskarhandique Жыл бұрын
Tutia belag nam ase niki dada
@BirajNath1
@BirajNath1 Жыл бұрын
কপাৰ চালফেট
@geetaliborgohain4423
@geetaliborgohain4423 6 ай бұрын
Ei bemartu hole medicine dile bhal hobone
@BirajNath1
@BirajNath1 6 ай бұрын
Fungicide use koribo pare
@rajibsorak6124
@rajibsorak6124 Жыл бұрын
Ki drop marile bemar aatoribo panor
@BirajNath1
@BirajNath1 Жыл бұрын
Fungicide maribo
@rajasaikia6710
@rajasaikia6710 2 жыл бұрын
Mojo dus
@hridaybori1297
@hridaybori1297 Жыл бұрын
পান জলিছে আৰু তেলৰ দাগ পৰিছে ,গতিকে কি কৰিব ঔষধ দিব লাগে জনাব নেকি ছাৰ ।
@BirajNath1
@BirajNath1 6 ай бұрын
Fungicide use koribo pare
@mamoniboraduwarah2319
@mamoniboraduwarah2319 2 жыл бұрын
পান আগৰ পৰা মৰি আহে আৰু হালধীয়া হৈ আহে।তেতিয়া কি কৰিব লাগে আৰু পচি যায়।
@BirajNath1
@BirajNath1 6 ай бұрын
Fungicide use koribo pare
@RanjitChetri-yt7sn
@RanjitChetri-yt7sn 4 ай бұрын
Panor oporor sidetu teli nisina hoi goise
@Chayanikaabora
@Chayanikaabora Жыл бұрын
Tutiya kt puwa jabo
@BirajNath1
@BirajNath1 Жыл бұрын
ঔষধৰ দোকানত কপাৰ চালফেট বুলি কয়
@khagendramohanpermey2906
@khagendramohanpermey2906 8 ай бұрын
number 2divosun dada
@Bhaskarhandique
@Bhaskarhandique Жыл бұрын
Tutia mane ki bostu..Buja ni..
@BirajNath1
@BirajNath1 Жыл бұрын
কপাৰ চালফেট
@polashborah4410
@polashborah4410 Жыл бұрын
Nambar to dib sun dada
Man Mocks Wife's Exercise Routine, Faces Embarrassment at Work #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 6 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 129 МЛН
Which One Is The Best - From Small To Giant #katebrush #shorts
00:17
Крутой фокус + секрет! #shorts
00:10
Роман Magic
Рет қаралды 31 МЛН
How To Grow Betel Leaves (Paan) Plant From Single Leaves
3:04
Riju'Sahai'sTricks
Рет қаралды 3,1 МЛН
Pan in Poly bag : A Unique Technique
13:29
KK ALL SQ
Рет қаралды 2,1 М.
Man Mocks Wife's Exercise Routine, Faces Embarrassment at Work #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 6 МЛН