" পাৰ্বতীৰ স্বৰ্ণগৃহ " নতুন নাগাৰা নাম। Ramcharan Bharali.

  Рет қаралды 117,557

Assamese Culture Nagara Naam

Assamese Culture Nagara Naam

Күн бұрын

জগদ্ধাত্ৰী পূজা উপলক্ষ্যে অসম ইঞ্জিনিয়াৰিং কলেজত পৰিবেশন কৰোঁতে নামটো বাণীবদ্ধ কৰা হৈছে যোৱা ২/১১/২২ তাৰিখে।
শ্ৰদ্ধাৰ ভৰালী দেৱে সম্পূৰ্ণ ভাবে নামৰ আধ্যাত্মিকতা বোজাই নামটো পৰিবেশন কৰিছে। তেখেতৰ ধাৰণা নামটোৰ কাহিনীৰ পৰাই স্বৰ্ণ লংকাৰ উৎপত্তি হৈছিল।

Пікірлер: 46
@mkmk9949
@mkmk9949 7 ай бұрын
প্ৰকৃত শিল্পী । অসম চৰকাৰে শিল্পীৰ সৰ্বোচ্চ সন্মান ৰামচৰণ ভৰালী দেৱক দিব লাগে ।
@moshmibarman7661
@moshmibarman7661 8 күн бұрын
প্ৰনাম। আপোনাৰ সৃষ্টি সদায় ‌ বিশেষ। অসাধাৰণ। অসমৰ সম্পদ মাননীয় ৰামচৰণ ভৰালী দেৱ।।
@Kaustav_rava
@Kaustav_rava 9 ай бұрын
কৃষ্ণ এয়াই হৈছে নাগাৰা নাম য'ত ভগৱন্তৰ গুনানুকীৰ্তন কৰা হৈছে আৰু চাপৰী শুদ্ধ হিচাৱত অৰ্থাৎ হৃদীপদ্মত ধৰা হৈছে।কৃষ্ণ বাপ প্ৰভু সুন্দৰ হৈছে নাম 🙏🙏🙏
@haliramdas4543
@haliramdas4543 Жыл бұрын
ৰামচৰণ ভড়ালী ৰামচৰণ ভড়ালীয়েই । তেখেত একক, অনন্য আৰু অদ্বিতীয়। তেখেতৰ কোনো জুনিয়ৰ, চিনিয়ৰ বা ডুপ্লিকেট নাই। আমি সৰুৰে পৰাই বিভিন্ন পাঠকৰ নাগাৰা নাম চাই ডাঙৰ হৈছোঁ। কিন্তু এনেকুৱা সুললিত আৰু গভীৰ কণ্ঠৰ নাম শুনা নাই। এই কণ্ঠটো লৈ যদি তেখেতে বেলেগ গান গালেহেঁতেন তেতিয়াহ'লে ৰামচৰণ ভড়ালীক হয়তো আমি অসমৰ সলনি কোনোবা ৰাষ্ট্ৰীয় প্ৰক্ষাপটত দেখিলোঁহেঁতেন। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
@assameseculturenagaranaam5555
@assameseculturenagaranaam5555 Жыл бұрын
বহুত বহুত ধন্যবাদ।
@Atulkrbaishya27
@Atulkrbaishya27 Жыл бұрын
একেবাৰে সচা কথা,,,,,,
@sontoshchoudhury9899
@sontoshchoudhury9899 Жыл бұрын
এই বয়সতো ইমান সুন্দৰকৈ নাম গাইছে বহুত ভাল লাগিল।
@assameseculturenagaranaam5555
@assameseculturenagaranaam5555 Жыл бұрын
,,👍👍👍👍
@sabitrisvlog721
@sabitrisvlog721 Жыл бұрын
বহুত ভাল লাগিছে নাম চাই।সেৱা জনালোঁ । মোৰ পৰম শ্ৰদ্ধাৰ ৰাম চৰন ভৰালী দেৱক। তেখেতৰ সু স্বাস্থ্য , আৰু দীঘায়ো কামনা কৰিলো। তেখেত এজন অসমৰ নামৰ ভৰাল পুনৰ আকৌ এবাৰ ভিডিঅ'টো চাই মোৰ সত্ৰ কৌটি বাৰ আপোনাক প্ৰনাম। ভগৱানে আপোনাক সদায় শক্তি প্ৰদান কৰক।🙏🙏🙏
@manashibaruah293
@manashibaruah293 Жыл бұрын
Xundar ❤️
@sanjoysarma6737
@sanjoysarma6737 Жыл бұрын
khub val kaam korise aei apurugia collection bur kora bbe....aeidhorone apuni collection bur kori aag barhi jaok...aami ji dhorone paru encourage kori jaam
@khyatimaldeka2644
@khyatimaldeka2644 Жыл бұрын
ভগৱানে ভালে-কূশলে ৰাখক । আমাৰ চিৰ নমস্যৰ গুৰু দেৱক আৰু কিছুবছৰ🙏🙏🙏🙏
@chabinchandrabaishya9729
@chabinchandrabaishya9729 10 ай бұрын
অতি সুন্দৰ পৰিবেশন হৈছে খুৰা। ভগৱানে ভালে ৰাখক।
@upalkumarmazumdar3388
@upalkumarmazumdar3388 8 ай бұрын
Jay Gobinda.
@hareswartalukdar6994
@hareswartalukdar6994 Жыл бұрын
ভাল লাগিল ।
@NiruDevi-td3hn
@NiruDevi-td3hn 7 ай бұрын
Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏
@DipaliMalakar-tp7pj
@DipaliMalakar-tp7pj 6 ай бұрын
0
@mrigensarma5987
@mrigensarma5987 10 ай бұрын
Br val lagil. vgbane aponak bhu din jiyai rakhok.
@puttalakshmi7836
@puttalakshmi7836 Жыл бұрын
Very good Nagara Naam. He is a King of Nagara Naam. He is a gold for our Assam. God 🙏 bless him..
@banamalikalita147
@banamalikalita147 Жыл бұрын
Ati sundar
@pankajassam7855
@pankajassam7855 Жыл бұрын
Bhut dhaniya
@pradipgoswami1266
@pradipgoswami1266 9 ай бұрын
Dhuniya
@lakhanbaishya6354
@lakhanbaishya6354 Жыл бұрын
Very very❤❤❤❤❤
@jutikamonidas...8400
@jutikamonidas...8400 Жыл бұрын
Good job dada god blass you
@assameseculturenagaranaam5555
@assameseculturenagaranaam5555 Жыл бұрын
নামটো গুৰুত্ব দি চোৱাৰ বাবে ধন্যবাদ।
@tulikahujurientertainmentb6008
@tulikahujurientertainmentb6008 Жыл бұрын
Dhuniya sir
@bubuldas293
@bubuldas293 Жыл бұрын
Naamto bahut xunder.pise naamt koi side r manuhar maat besi xuna goise .aikhini olp komkoi hle aaru besi vaal lagibo.suveshya thakil.
@bishwajithaloiyoutubechann5369
@bishwajithaloiyoutubechann5369 Жыл бұрын
Moja sir
@user-pv2pc5xn7j
@user-pv2pc5xn7j Жыл бұрын
Jay sri krishna guru mere prabhu ji ki jay ❤❤❤❤❤❤
@uttamkalita9333
@uttamkalita9333 Жыл бұрын
নাগাৰা নামৰ ভোটা তৰাহৈ জিলিকি থাকক পছৰীয়া উততম
@hirakbarman4066
@hirakbarman4066 Жыл бұрын
🙏🙏🙏
@jayantakalita7765
@jayantakalita7765 Жыл бұрын
Xundar
@KarunaDeky
@KarunaDeky Жыл бұрын
❤❤❤nice❤❤❤
@nilimatamuly7488
@nilimatamuly7488 Жыл бұрын
প্ৰভূ নমস্কাৰ যাচিলো উত্তৰ গুৱাহাটী অভয়পুৰ ৰ পৰা।
@digantathakuriyathakuriya7907
@digantathakuriyathakuriya7907 Жыл бұрын
Bahut val lagil
@bhargabtutorial1092
@bhargabtutorial1092 Жыл бұрын
এইজন এজন নাগাৰা নামৰ ভোটা-তৰা
@dehaswarrabha8452
@dehaswarrabha8452 Жыл бұрын
Ram Ram ki bhal loga apunar ayuh aru barhi thakak
@kankanpathak3115
@kankanpathak3115 Жыл бұрын
সেৱা জনালো
@gajendranathkalita6228
@gajendranathkalita6228 9 ай бұрын
dIRGHA JIBAN KAMANA KARILO
@chandradas8418
@chandradas8418 Жыл бұрын
NAGARA NAMAR AKSATRI SAMRAT BHARALI DEVALOI PRANAM❤❤❤❤❤❤❤
@dineshkalita6181
@dineshkalita6181 Жыл бұрын
--কক
@assameseculturenagaranaam5555
@assameseculturenagaranaam5555 Жыл бұрын
ভাষা বুজাত অসুবিধা হৈছে।বুজাব।
@samujjaldeka8725
@samujjaldeka8725 Жыл бұрын
ভাল লাগিল ।
@jadabchoudhuri1008
@jadabchoudhuri1008 Жыл бұрын
ভঢ়ালী ছাতৰৰ নাম শুনি বিৰত ভা লাগিল
@hiteswarkumar4636
@hiteswarkumar4636 Жыл бұрын
Mayo bhal pao
@kulendradeka2533
@kulendradeka2533 9 ай бұрын
​@@jadabchoudhuri1008qt j+jm mp za 😅😅😅❤😅 😊😊
Ramcharan Bharalir VCD কলিৰ আগমন || Part 2 ||
37:48
Assamese Culture Nagara Naam
Рет қаралды 280 М.
Brawl Stars Edit😈📕
00:15
Kan Andrey
Рет қаралды 48 МЛН
小丑在游泳池做什么#short #angel #clown
00:13
Super Beauty team
Рет қаралды 41 МЛН
АЗАРТНИК 4 |СЕЗОН 2 Серия
31:45
Inter Production
Рет қаралды 1,1 МЛН
Magic or …? 😱 reveal video on profile 🫢
00:14
Andrey Grechka
Рет қаралды 89 МЛН
Kann Minir Ann Bhojan
55:12
Release - Topic
Рет қаралды 17 М.
Quiet Night: Deep Sleep Music with Black Screen - Fall Asleep with Ambient Music
3:05:46
Brawl Stars Edit😈📕
00:15
Kan Andrey
Рет қаралды 48 МЛН