No video

পংখী সন্দিকৈয়ে পাব নে ন্যায়? নামৰূপ আৰক্ষীৰ ভূমিকা সম্পূৰ্ণ ৰহস্যজনক!

  Рет қаралды 172,834

NorthEast Now

NorthEast Now

Күн бұрын

🔴হত্যাত অভিযুক্ত পংখীৰ স্বামীয়ে কঠোৰ শাস্তি পাওঁক!
🔴মেধাৱী যুৱতী পংখীৰ পিতৃ-মাতৃক আইনী সাহায্যৰ বাবে আশ্বাস দিলে বহু জাতীয় দল সংগঠনে!
🔴ত্ৰুটিপূৰ্ণ আইনী ব্যৱস্থাৰ মাজত ন্যায় পাব নে পংখীয়ে?
🔴আইনী দিশত সহায়ৰ বাবে আগুৱাই আহিল মহিলা আয়োগ; বিভিন্ন দল সংগঠন!
🔴পংখী সন্দিকৈয়ে পাব নে ন্যায়? নামৰূপ আৰক্ষীৰ ভূমিকা সম্পূৰ্ণ ৰহস্যজনক!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 207
@bulbulinath7612
@bulbulinath7612 3 ай бұрын
জোনমনি ৰাভা আজি পংখী বৰদলৈ এনেকৈ কিমান শাস্তীৰ বলি হব লগা হৈছে ভগৱান হে জানে !এই নৰধম ক এৰি নিদিব !
@Gogoimonalisa
@Gogoimonalisa 3 ай бұрын
Hsakoi swali bur anekoi hekh hb nki
@mets_playz1810
@mets_playz1810 3 ай бұрын
সুন্দৰ সিদ্ধান্ত ।ফাঁচী দিয়ক
@Biksah123
@Biksah123 3 ай бұрын
নৰপিকাচ তোক ফাঁচি দিব লাগে নহ'লে আকৌ জেলৰ পৰা ওলাই আহি আৰু কিমান ছোৱালীক প্ৰেমত বন্দী কৰি মাৰি পেলাবহি ফাঁচি হ'ব লাগে আৰু ভগমান ওচৰত এটা প্ৰাথনা পংখি আত্মমাই জতে আছে তাই সদাই ভালকৈ থাকে 😢😢😢
@user-je4os8gr6w
@user-je4os8gr6w 3 ай бұрын
ফাঁচি দিয়ক
@user-om8qo6yp7l
@user-om8qo6yp7l 3 ай бұрын
Bir Lashit hena bahini ru hokoluloi ke Bohut bohut Dhanybaad🙏🙏❤❤
@GopinathbarmanRamRamRam
@GopinathbarmanRamRamRam 3 ай бұрын
এনেকুৱা নৰখাদক ফাচি দিব লাগে ❤😂
@monikamalah7774
@monikamalah7774 3 ай бұрын
Bohut val korise thank you 👍👍💯
@anjanabordoloi2176
@anjanabordoloi2176 3 ай бұрын
সুন্দৰ কথা কৈছে। জয় আই অসম
@Bonti-hg6tb
@Bonti-hg6tb 3 ай бұрын
We want to justice
@kiranbhuyan6606
@kiranbhuyan6606 3 ай бұрын
সাহসেৰে আগুৱাই যাওক নহ'লে আৰু কিমান নিৰিহ যুবতীৰ জীৱন ধঙস কৰিব চিন্তা বিসয় হৈ পৰিছে। ময়ো এগৰাকী শিক্ষয়িত্ৰী লাজ লাগিছে ইমান এটা পবিত্ৰ চাকৰি কৰিছিল কিয়নো ইমান পাসবিক কাম কৰিলে।
@lakhipriyaphukan2452
@lakhipriyaphukan2452 3 ай бұрын
Bahut dhuniya kotha koise
@manaswee7872
@manaswee7872 3 ай бұрын
পংখী সন্দিকৈ ন্যায় পোৱাতো বিচাৰো! দল-সংগঠন সকলোৱে মিলি পংখী সন্দিকৈক ন্যায় দিয়ক !
@simantanaginisimantanagini6780
@simantanaginisimantanagini6780 3 ай бұрын
আৰু পৰকীয়া প্ৰেমৰ পুৰুষ বা মহিলাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ বহুতৰ ঘৰ সংহাৰ ভাগিছে।
@priyanshusshort6455
@priyanshusshort6455 3 ай бұрын
Ekdam sasa katha
@kanghonrongchihonpi4293
@kanghonrongchihonpi4293 3 ай бұрын
পৰকীয়া প্ৰেমত পুলিচ কেছ নহয়ে বোলে । এইটো আদালতে ৰায় দিলে । আমাৰ উচৰ বোৱাৰী এজনীয়ে পুলিচ কেছ দিব গৈছিল তাত হেনো কেছ নললে । এতিয়া মাৰা মাৰি আৰু মৰা মৰি ঘটনা সদাই হৈ গৈ থাকিব কোনেও একো কৰিব নোৱাৰে ।
@user-om8qo6yp7l
@user-om8qo6yp7l 3 ай бұрын
Bir kashit hena loi Bohut2 Dhanyvaad🙏🙏🙏🙏🙏🙏🙏
@bulbulisarmah1530
@bulbulisarmah1530 3 ай бұрын
❤হয় আপোনালোকে ভাল কথা কৈছে মযো আপোনালোকৰ লগত এক মত ❤❤❤❤❤
@96noborpatragaurisagar82
@96noborpatragaurisagar82 3 ай бұрын
উচিত তদন্ত হব লাগে ফাঁচী
@simantanaginisimantanagini6780
@simantanaginisimantanagini6780 3 ай бұрын
নন্দিত,জোনমণী ইহতৰ দৰে কেছ টো বন্ধ হব দুদিন পাছত।
@ushadas1841
@ushadas1841 3 ай бұрын
জোনমনিৰ দৰেই হব , কোনো বিচাৰ নহব ,
@karabiboruah75boruah59
@karabiboruah75boruah59 3 ай бұрын
We want to justice🙏
@manjubarman1855
@manjubarman1855 3 ай бұрын
নন্দিতা দাসে পালে নে ন্যায়?
@miduldutta8798
@miduldutta8798 3 ай бұрын
একদম ধুনীয়া পদক্ষেপ অতি সুন্দৰ, এই হত্যাৰ কাৰি তোক ফাঁচি দিয়ক , নহলে সিহঁতক জ্বলাই দিব লাগে ঘৰে দুৱাৰে,
@user-tx5kj4ir9x
@user-tx5kj4ir9x 3 ай бұрын
উচিত ন্যায় হ'ব লাগে
@mamonisaikia39
@mamonisaikia39 3 ай бұрын
অতি সুন্দৰ বক্তব্য। ময়ো এক মত।
@sabitarabha4663
@sabitarabha4663 3 ай бұрын
Encounter hobo lage
@biswajithazarika2202
@biswajithazarika2202 3 ай бұрын
সুন্দৰ পদক্ষেপ বহুত ধন্যবাদ।
@lakeygamer2571
@lakeygamer2571 3 ай бұрын
সুন্দৰ পদক্ষেপ। বহুত বহুত ধন্যবাদ ।
@user-mq4wt7zm7q
@user-mq4wt7zm7q 3 ай бұрын
RightGoodAdvice..
@arunabailung3805
@arunabailung3805 3 ай бұрын
তাক ফাচী দিয়ক,নহলে জোনমনি নিচিনা হ'ব
@juriboruah6780
@juriboruah6780 3 ай бұрын
ফাচী দিয়ক সোনকালে।
@jayram9372
@jayram9372 3 ай бұрын
very good
@gogoi1961
@gogoi1961 3 ай бұрын
তাই-আহোম সংগঠনবোৰ ও সক্ৰিয় হৈ ওলাই আহিব লাগে ।
@BhaskarDeka-pl4sn
@BhaskarDeka-pl4sn 3 ай бұрын
অতি সুন্দৰ পদক্ষেপ
@sahityapatar3106
@sahityapatar3106 3 ай бұрын
dhuniya kotha koise
@AbhijitRabha-vh7mn
@AbhijitRabha-vh7mn 3 ай бұрын
ফাঁচী দিব লাগে
@user-wv1ev5dp1h
@user-wv1ev5dp1h 3 ай бұрын
ফাঁচি দিব লাগে
@Barnalikalita_2025
@Barnalikalita_2025 3 ай бұрын
Good val kotha koise 👍👍
@RahulSonowalRahulSonowal-mx4zr
@RahulSonowalRahulSonowal-mx4zr 3 ай бұрын
Yes yes yes bohut val katha dada ❤ moi asu logat moi arunachal hoi ...moi Sonowal kachari hoi
@gogoi1961
@gogoi1961 3 ай бұрын
Thanks for your valuable support. We Ahom and Sonowal are same
@rakeshKumar-pg6we
@rakeshKumar-pg6we 2 ай бұрын
Good 👍👍
@RinkuKakoti-tl7le
@RinkuKakoti-tl7le 3 ай бұрын
Fasi diyok
@user-nd8dm2lq4i
@user-nd8dm2lq4i 3 ай бұрын
কথাখিনি ভাল লাগিছে আপোনাৰ
@bantichutia4425
@bantichutia4425 3 ай бұрын
Right
@ridipbora2621
@ridipbora2621 3 ай бұрын
Justice for pangkhi
@kailashkalita9118
@kailashkalita9118 3 ай бұрын
ফাঁচি লাগে আমাক সোনকালে
@nitusworld5887
@nitusworld5887 3 ай бұрын
আইনক আশা কৰি লাভ নাই । টকা খাব উলিয়াই দিব । গতিকে এনে লোকক ৰাইজৰ হাতত তুলি দিব লাগে ।
@sadanandachamuah2056
@sadanandachamuah2056 3 ай бұрын
Good decision
@user-km9xm9rj2j
@user-km9xm9rj2j 3 ай бұрын
Rishikesh das ok fashi diyok aribo nalage
@user-os9nh6xc2p
@user-os9nh6xc2p 3 ай бұрын
You are right decision
@jhonbey9678
@jhonbey9678 3 ай бұрын
Not only a police officer, every government officials should be always neutral.
@user-xj5jx9xz7m
@user-xj5jx9xz7m 3 ай бұрын
সকলোৱে জাগি উঠক 6:12
@trishnabaruah
@trishnabaruah 3 ай бұрын
সুন্দৰ পদক্ষেপ
@mridultalukdar7913
@mridultalukdar7913 3 ай бұрын
বিয়াৰ আগত মানুহ চিনাৰ শিক্ষা দিয়ক🙏
@saibyachutia8690
@saibyachutia8690 3 ай бұрын
সময়ত সকলো হেৰাই থাকে। সেই টো নহৈ উচিত বিচাৰ হক। মাকে কোৱা কথা বোৰ যদি সময়তে সুসমাধানৰ চেষ্টা চোলোৱা হ'লে ভাল আছিল।
@MintiDeka-rl4fh
@MintiDeka-rl4fh 3 ай бұрын
❤❤❤❤❤❤❤❤❤
@nmb784
@nmb784 3 ай бұрын
Nonsence tuk phasi dibo lagibo
@user-dv2mi3no3f
@user-dv2mi3no3f 3 ай бұрын
তাৰ নিয়াই পাব লাগে আৰু তাক ফাঁচি দিব লাগে
@sumihazarika829
@sumihazarika829 3 ай бұрын
Oxom sorkare aitu bisar korok xunkle
@user-qx7qg1hr1b
@user-qx7qg1hr1b 3 ай бұрын
রাইট ফাচী দিব লাগে নহলে বহু দানব বাহি হৈছে
@moubora5212
@moubora5212 3 ай бұрын
ফাঁচি দিয়ক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@user-ig5jf2rn8w
@user-ig5jf2rn8w 3 ай бұрын
❤❤❤❤
@pallabigogoi4053
@pallabigogoi4053 3 ай бұрын
Ryt kotha koise
@DabojaniBaruah
@DabojaniBaruah 3 ай бұрын
ছুপ্ৰিম কোৰ্ট ৰ সহায় লওক
@BobyboruahBobyboruah-jr8nv
@BobyboruahBobyboruah-jr8nv 3 ай бұрын
Right 👍
@junmonikalita1363
@junmonikalita1363 3 ай бұрын
Abur ৰাশি লাপ্ নাই ফাঁচি দিয়ক
@Madhabigohain
@Madhabigohain 3 ай бұрын
@PapuPhukan-vj4np
@PapuPhukan-vj4np 3 ай бұрын
Thik kotha koise
@jonalidasJonali-mp6vq
@jonalidasJonali-mp6vq 3 ай бұрын
Fasi diyok❤
@banjitrajbongshi5053
@banjitrajbongshi5053 3 ай бұрын
johorak fasi diok
@bashabdas1685
@bashabdas1685 3 ай бұрын
Sundar
@DabojaniBaruah
@DabojaniBaruah 3 ай бұрын
একো লাভ নাই টকা থাকিলে সহায় পাব টকা নাথাকিলে কোনেও সহায় নকৰে
@kangkanamedhi3616
@kangkanamedhi3616 3 ай бұрын
ফাচি দিব লাগে
@himanibarman9201
@himanibarman9201 3 ай бұрын
সছা কথা কৈছে ।
@JunJunbora-gt9eq
@JunJunbora-gt9eq 3 ай бұрын
🙏🙏
@paranugogoi7171
@paranugogoi7171 3 ай бұрын
Dol,hongothon hokolu a jate ponkhi a nyay puwaloike Ari nidie
@monishmonish8519
@monishmonish8519 3 ай бұрын
Thanku dada
@pranabchowdhury941
@pranabchowdhury941 3 ай бұрын
Fasi dibo lage
@ajantasaikiadas4008
@ajantasaikiadas4008 3 ай бұрын
Fasi diboi lagibo .
@MinaBarman-yq3dx
@MinaBarman-yq3dx 3 ай бұрын
আইনে একো নকৰে জোন মানি পালে জানো নায় গতিকে ৰাইজৰ আগত দিব লাগে
@rajdipcreation5603
@rajdipcreation5603 3 ай бұрын
Mojja kotha koisa val lagel suwali bilak hator putola buli vhabe mamai tar bobesta laboloi kok
@tutusonowal9395
@tutusonowal9395 3 ай бұрын
👍👍👍👍
@rununath6279
@rununath6279 3 ай бұрын
Fasi deok
@bakulbania3884
@bakulbania3884 3 ай бұрын
Hosa kotha koise dada jone
@gayitrinath6466
@gayitrinath6466 3 ай бұрын
Sundar katha kaise dada
@riturajgogoi1075
@riturajgogoi1075 3 ай бұрын
যি সকলে জানে আদালতত সাক্ষ্য দিলে সকলো ঠিক কৰিব পাৰিব ।
@hemanta4533
@hemanta4533 3 ай бұрын
😊
@sunitadas7368
@sunitadas7368 3 ай бұрын
Niyai diboy lagibo
@user-xj5jx9xz7m
@user-xj5jx9xz7m 3 ай бұрын
দোষী হাৰি জাব দিব নালাগ্
@golapibarman-gu4pg
@golapibarman-gu4pg 3 ай бұрын
Bhal plant❤
@user-es7pf5nl6r
@user-es7pf5nl6r 3 ай бұрын
তেনেকুৱা মানুহক ফাচি দিবলৈ উনোৰট
@barbydas1440
@barbydas1440 3 ай бұрын
Jai lachit sena
@bulbulisarmah1530
@bulbulisarmah1530 3 ай бұрын
সেই অভদ পিসাচ তোৰ ফতো দেখিলে খং উঠে‌ সি দেখাত হে মানুহ তাৰ কম পশুত কৈ অধম তাক ফাচি দিযক নহলে তাৰ দৰে আৰু কিমান পিশাচ সৃষ্টি হব ভগবানে জানে😂😂😂😂
@PinkuSaikia-qv1wd
@PinkuSaikia-qv1wd 3 ай бұрын
Moja
@abhijitbailung6983
@abhijitbailung6983 3 ай бұрын
দুখিক ফাচি দিব লাগে
@oxomormusic4453
@oxomormusic4453 3 ай бұрын
Tak jiyai rakhiba nalage
@kavitadeka2458
@kavitadeka2458 3 ай бұрын
Dhuniya khota koisa
@user-nn8in6gf5k
@user-nn8in6gf5k 3 ай бұрын
হিমন্ত দাই কাণ পাতিব জানো?? ডি জি পি ‌ৰ নাম ল'ব লাগিছিল।
@NehaDigar-sm8nz
@NehaDigar-sm8nz 3 ай бұрын
😢😢😢😢😢😢😢😢
@PunamDeka-pm8zz
@PunamDeka-pm8zz 3 ай бұрын
Good disition olai ahok xokloke
@DibyaKonwar-ds2pm
@DibyaKonwar-ds2pm 3 ай бұрын
😢😢😢😢😢😢😢😢😢😢😢😢
@SumiDevi-sd1fv
@SumiDevi-sd1fv 3 ай бұрын
Encounter habo lage .Danob tu
@user-ef3fh1ch6r
@user-ef3fh1ch6r 3 ай бұрын
Fasi diyak
@HemlataMoran
@HemlataMoran 3 ай бұрын
Hei.danob.rupi.lampod.jonak.fashi..dioyk..❤❤❤
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 13 МЛН
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 13 МЛН
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 7 МЛН
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 13 МЛН