Рет қаралды 48,817
#graphiccontent
দিন ভাল চলা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খোজে পতি উজুটি খাইছে মুখ্যমন্ত্ৰীয়ে। পদত্যাগৰ ধুমুহাই কোবাইছে বিজেপিৰ বৰঘৰ। ’২৬ ৰ পূৰ্বেই তল ওপৰ হোৱাৰ দিশে ৰাজ্যৰ ৰাজনীতি।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews