গান আৰু গীতৰ মাজত পাৰ্থক্য আছে। গীত বিলাকত সস্তীয়া কথা নেথাকে কিন্তু গান বিলাক সস্তীয়া কথাৰে ভৰপুৰ। জুবিনে গান হে গাইছে,গীত গোৱাৰ সক্ষমতা নাই সেয়েহে জুবিনৰ গান শুনিলে মানুহ পাগল হয় কিন্তু ভূপেন দাৰ জয়ন্ত হাজৰিকাৰ জিতেন ডেকাৰ জ্যোতিষ ভট্টাচাৰ্যৰ গীত শুনিলে মানুহৰ মন মগজুৰ শ্ৰী বৃদ্ধি হয়। এইখিনি য়েই গীত আৰু গানৰ পাৰ্থক্য