Börgeet Ghôxaa - Borgeet Vol 1|| Pāpön || Audio JukeBox

  Рет қаралды 907,627

Papon

Papon

Күн бұрын

Пікірлер: 1 000
@bedabroatrajkhowa
@bedabroatrajkhowa 5 жыл бұрын
|| Borgeet Ghoxaa || ধন্যবাদ দাদালৈ 🙏 এনে এটা সুন্দৰ উপহাৰ দিয়াৰ বাবে অসম বাসী ৰাইজৰ জ্ঞাতাৰ্থে... ❤️
@asomiyadeka8418
@asomiyadeka8418 5 жыл бұрын
👍
@bedabroatrajkhowa
@bedabroatrajkhowa 5 жыл бұрын
@@asomiyadeka8418 🙏
@nayaNBhatta.24
@nayaNBhatta.24 5 жыл бұрын
একদম ঠিক কৈছে 👍👍👍
@luisjunior3398
@luisjunior3398 5 жыл бұрын
@jintidas9921
@jintidas9921 17 күн бұрын
গুৰুদুজনাৰ কি অপূৰ্ব সৃষ্টি।❤❤❤পাপন দাৰ কণ্ঠ❤
@nikubarman6167
@nikubarman6167 5 жыл бұрын
পাপন মানেই নতুনত্ব😘😘 অতিকে সুন্দৰ দাদা..😍 Papon lovers Like here 😍
@manashbaruah6069
@manashbaruah6069 4 жыл бұрын
Xondr
@DevkantaBurhaGohain
@DevkantaBurhaGohain 10 күн бұрын
জয় গুৰু শংকৰ । অতি শ্ৰুতিমধুৰ হৈছে । এনে শ্ৰুতিমধুৰ বৰগীত সমূহ আপোনাৰ সুন্দৰ কণ্ঠেৰে উপহাৰ দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@pawanworld3549
@pawanworld3549 5 жыл бұрын
অসমৰ ‌সত্ৰীয়া‌ সংস্কৃতি ৰক্ষাৰ এটা সুন্দৰ প্ৰদক্ষেপ । 🙏
@rajenchoudhury5813
@rajenchoudhury5813 5 жыл бұрын
গুৰুজনাৰ এই আপুৰুগীয়া সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ ওচৰত বিশুদ্ধ ৰূপত উপস্থাপন কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ পাপন দা।। এইদৰেই আগুৱাই যাওক, লগতে আমাৰ কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত জিলিকাই তোলক।। জয় আই অসম, জয় গুৰু শংকৰ।
@lyricsassam
@lyricsassam 5 жыл бұрын
অতি সুন্দৰ পদক্ষেপ। অসমৰ মান ৰক্ষাৰ সুন্দৰ প্ৰচেষ্টা। জয় গুৰু শংকৰ। অনুৰোধ কৰিলোঁ, এয়া যেন‌ কোনেও Dislike নকৰে।🙏🏼🙏🏼
@ankurdeepdutta8209
@ankurdeepdutta8209 5 жыл бұрын
hoi bohut vl hoise...papon daa👍👍👌
@arjunkrishnahazarika
@arjunkrishnahazarika 5 жыл бұрын
Murkho 14 ta mane korilei dislike....
@karunachungkrang7076
@karunachungkrang7076 5 жыл бұрын
Dislike kora kehta zubeen dar kehtaman murkho fan bilak koribo
@kuldeepnath4948
@kuldeepnath4948 5 жыл бұрын
@@karunachungkrang7076 Zubeen dak majot nuxumale nhoi nki
@karunachungkrang7076
@karunachungkrang7076 5 жыл бұрын
Ji hosa aitu koisu
@dkentertainment9352
@dkentertainment9352 5 жыл бұрын
পাপন দা আমাৰ বাবে হিয়াৰ আমঠু। আমাৰ হৃদয়ত চিৰদিনৰ কাৰণে ৰৈ যাব পাপন দা। আগলৈ এনেদৰে সুন্দৰ সুন্দৰ উপহাৰ অসমীয়া জাতিক দি যাওক তাকে আশা ৰাখিছো।....ভগৱানে আপোনাৰ মঙ্গল কৰক, আপুনি দীৰ্ঘদিন জীয়াই থাকক....
@Jonakkk
@Jonakkk 4 жыл бұрын
Jonak hobo lage jonack nohoi.
@pranabtalukdar4842
@pranabtalukdar4842 Ай бұрын
এইয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱ দেৱৰ উপহাৰ। পাপনে সুন্দৰ কণ্ঠ নিগৰাই আমাক শুনাৰ ব্যৱস্থা কৰি দিছে। পাপনলৈ ধন্যবাদ।
@tinysoul7640
@tinysoul7640 5 жыл бұрын
সুন্দৰ পদক্ষেপ পাপন দা, আপুৰুগীয়া বৰগীতসমূহ আপোনাৰ কন্ঠত আৰু প্ৰাণ পাই উঠিছে❤
@nayaNBhatta.24
@nayaNBhatta.24 5 жыл бұрын
ঠিক কৈছে 👍
@ahiranvlogs9624
@ahiranvlogs9624 5 жыл бұрын
Hii richa... 🥰🥰
@mukuanubhav7505
@mukuanubhav7505 5 жыл бұрын
Best thing in the morning..❤❤.. এনেই "বৰগীত" বুলি নকয় দেই, শুনিলে গাৰ নোম থিয় হৈ যায়।।
@biplabroktim1210
@biplabroktim1210 5 жыл бұрын
গুৰু জনাৰ সৃষ্টিক জীয়াই ৰখাৰ লগতে আৰু এখোজ আগুৱাই লৈ যোৱাৰ পাপন দাৰ🙏 এইয়া সুন্দৰ প্ৰচেষ্টা.....অসমৰ নতুন প্ৰজন্মই ও আঁকোৱালি লৈ যাতে এইয়া অনুৰোধ কৰিছোঁ😊 .......জয় গুৰু শংকৰ 🙏
@minasaikia8585
@minasaikia8585 2 жыл бұрын
God bless you papon
@hiroksaikia8387
@hiroksaikia8387 5 жыл бұрын
অাগতেও বহুত বৰগীত শুনিছো কিন্তু এই বৰগীত কেইটা কিছু ব্যতিক্ৰম যেন লাগিল। শুনি মন প্ৰাণ ভৰি গল। সন্ধিয়া নামঘৰৰ পৰা ভাঁহি অহা ডবা শংখ অাৰু গোঁসাই ঘৰৰ পৰা অহা মাৰ প্ৰাৰ্থনাত যি শান্তি পাও এই বৰগীত কেইটাতো তেনে অনুভৱ হল
@ankonborborah9172
@ankonborborah9172 5 жыл бұрын
ৰাসৰ বতৰত ভাল উপহাৰ দিছে ৰাইজলৈ,শুনি চাবচোন কিবা কোৱা আগত । ইমান সুন্দৰকৈ উপস্থাপন কৰিছে । নিজানত শুনি চাবচোন,কি মধুৰ লাগে। ধন্যবাদ পাপনদা😍😍♥♥😘
@priyasaha2146
@priyasaha2146 5 жыл бұрын
Right
@bedaballavbhagawati760
@bedaballavbhagawati760 4 жыл бұрын
এইয়া হৈছে বৰগীত,, গুৰুজনাৰ শ্ৰেষ্ঠ আদৰ্শ, নিদৰ্শন, সৃষ্টি।। গুৰুজনাৰ বৰগীত ক এনেদৰে সুন্দৰ ভাবে দাঙি ধৰি গুৰুজনাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে পাপন দা লৈ বহু বহু ধন্যবাদ। কিছুমানে কাইটিমান views পোৱাৰ আশাত গুৰুজনাৰ বৰগীত ক কিছুমান বিৰূপ ৰূপে প্ৰকাশ কৰিছে, উদাহৰণ বহুত আছে, নাম প্ৰকাশ কৰিলে বিতৰ্ক হব গতিকে নকৰোঁ, international স্তৰত প্ৰতিষ্ঠা কৰাৰ নামত বৰগীত ক বে সুৰ কৰাৰ বাহিৰে একো কৰা নাই।। তেওঁলোকলৈ অসমীয়া হিচাপে ধিক্কাৰ দিছোঁ। পাপন দা লৈ ধন্যবাদ যে তেওঁ ৰাগ তাল মাত্ৰা ৰ ব্যৱহাৰ কৰাত অলপ ও খুত ৰখা নাই।। জয় অসমীয়া সংস্কৃতিৰ।।জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ৰ।।।🙏🙏🙏কৃষ্ণ।।
@arpanbayan7985
@arpanbayan7985 5 жыл бұрын
পাপন দালৈ অশেষ ধন্যবাদ | গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত বোৰ শুনি নিজকে এজন শংকৰী সংস্কৃতিৰ অসমীয়া বুলি কবলৈ আজি গৰ্ব অনুভৱ হৈছে l
@adityagogoi6983
@adityagogoi6983 5 жыл бұрын
পাপন দা আমি নতুন প্ৰজন্ময়ো উৎসাহিত হৈ পৰিছো, আপোনাৰ মাতত বৰগীত শুনিব পায়, সঁচাই ভাল লাগিছে পাপন দা ।
@sajibmahanto3797
@sajibmahanto3797 5 жыл бұрын
দাদা আপনার কন্ঠে এসব গান শুনে খুবই ভালো লাগছে,। অাসলে এই গানগুলোর সাথে আমাদের সংস্কৃতির অনেক মিল পাওয়া যাচ্ছে, যত শুনছি ভালো লাগছে।
@rinku3619
@rinku3619 4 жыл бұрын
Thanks dada
@nilotpalhazarika6779
@nilotpalhazarika6779 5 жыл бұрын
বৰগীতকেইটি আপোনাৰ কণ্ঠত সজীপ আৰু জীপাল হৈ উঠিছে । ধন্যবাদ পাপন দা।
@santanukakati4322
@santanukakati4322 5 жыл бұрын
Papon da always do evergreen projects & this is the example of this kinda projects😻 জয়তু পাপন দা। জয়তু বৰগীত।
@birajmarandi
@birajmarandi 5 жыл бұрын
This is what makes him different from other artists. He doesn't go commercial rather delivers true music, real roots of Assamese culture. Blessed to be amidst such beautiful people.❤
@zindagialive
@zindagialive 5 жыл бұрын
Very True Biraj...
@manjumathur4784
@manjumathur4784 5 жыл бұрын
True. You don't find any singer who is so involved with their roots , does everything to promote the culture of his state, as well as runs a charitable organisation for the welfare of his State. . Hats Off to you Papon 🙏
@birajmarandi
@birajmarandi 5 жыл бұрын
@@manjumathur4784 💕
@cr7nd674
@cr7nd674 5 жыл бұрын
@@manjumathur4784 bhai zubeen ase... Papon ru zubeen e dujonei borgeet gaise.
@kakutrishna
@kakutrishna 5 жыл бұрын
অতি সুন্দৰ ৷ সৰুৰে পৰা ৰাস , বৰগীতৰ লগত জড়িত থাকি এতিয়া দূৰত থাকিব লগা হোৱাত এনেদৰে শুনি হিয়া শাত পেলাইছো ৷ thanks,waiting for volume 2..
@abinashhandique6745
@abinashhandique6745 5 жыл бұрын
কৃষ্ণ, অত্যন্ত সুখী দাদা আপোনাৰ এই পদক্ষেপত। আমাৰ মান - সন্মান গুৰুদুজনাৰ এই অপূৰ্ব সৃষ্টিৰাজি। আপোনালৈ অশেষ ধন্যবাদ এনে সুন্দৰ উপহাৰৰ বাবে 🙏❤️
@nayaNBhatta.24
@nayaNBhatta.24 5 жыл бұрын
একদম ঠিক কৈছে 👍
@bhabenborahrttt8809
@bhabenborahrttt8809 5 жыл бұрын
অতি সুন্দৰ পাপন দা। আপুনি আমাৰ গৌৰৱ। সছাঁকৈ কৈছোঁ এই গীত বোৰে মন চুই যায়।🙏🙏🙏🌼🌼🌼🌼🌼ধন্যবাদ।
@bhupaligoutamnath3553
@bhupaligoutamnath3553 4 жыл бұрын
Guru dujonar anyatam sristi ei borgeet amar axomr apurugia sampatti. Aru ei borgeet ghuxaa papon da r kanthot xuni khub val lagise .
@JollywoodUnofficial
@JollywoodUnofficial 5 жыл бұрын
গুৰু দুজনাৰ সৃষ্টিক আগবঢ়াই নিব পাৰিলেহে আমাৰ অস্তিত্ব ৰব। সুন্দৰ পদক্ষেপ
@bidyutmahanta5861
@bidyutmahanta5861 5 жыл бұрын
Papon dae bhu ksto murot emn dhunia upohar ata amk dsa...kin2 dislike ru view s dkhi ha dukhito...ankua borgeet ru Katia Pam kunu thk nai....jaga assomia jaga...njor hipa dalor kotha kio phori jua Bru ...olp tym anekua gaan burot2 dia....nhla guru jona sistri harai jbo....nhla ntun prjmoa namghrt2 romantic gaan gabo dhoribo...PST taulokok dukh di lav nhbo....tnx papon da emn dhunia uphar agbohai diar babe..
@paragjyotideka1246
@paragjyotideka1246 5 жыл бұрын
finally, Borgeet from Papon. will be listening to this everyday.
@minasaikia8585
@minasaikia8585 2 жыл бұрын
Papon tumar sakolu get mur Bor Val. Lage. God. Bless you
@laheswarbordoloi7578
@laheswarbordoloi7578 2 жыл бұрын
L wee
@ranjanjyotibora1079
@ranjanjyotibora1079 5 жыл бұрын
বহুদিনীয়া আশা এটা পূৰণ হ'ল ।। ধন্যবাদ পাপন দা। ই এক সুন্দৰ পদক্ষেপ। বৰগীত সমূহৰ শুদ্ধ প্ৰচাৰ আৰু প্ৰসাৰ সাম্প্ৰতিক সময়ত অতিকৈ প্ৰয়োজনীয়। গুৰু দুজনাৰ অমৰ সৃষ্টি ৰাজিক শুদ্ধ ৰূপত সংৰক্ষণ কৰাটো প্ৰত্যেক জন অসমীয়াৰে নৈতিক কৰ্তব্য।। আপোনাৰ এই মহান পদক্ষেপ সঁচাকৈয়ে অতুলনীয়। জাতীয় শিল্পীৰ জাতিটোৰ প্ৰতি যি কৰ্তব্য , আপুনি সুন্দৰকৈ পালন কৰিছে। প্ৰথম খবৰটো পায়ে মন টো বৰ ভাল লাগিছিল। সঁচাকৈ আজিও অসমত প্ৰকৃত শিল্পী জীয়াই আছে। ধন্যবাদ পাপন দা। আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। অসমীয়া জাতিটোক আপোনাৰ কৰ্মৰাজিয়ে আৰু সমৃদ্ধ কৰি তুলিব। তাৰে কামনাৰে🙏
@bedantabeat2587
@bedantabeat2587 5 жыл бұрын
সুন্দৰ উপস্থাপন পাপন দা,,, অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া শংকৰ মাধৱৰ সৃষ্টিক আমি জীয়াই ৰাখিব লাগিব। আপোনাৰ এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ।।,
@sumisaikia3610
@sumisaikia3610 5 жыл бұрын
অতি সুন্দৰ , যিদিনা পৰা গম পালোঁ আপোনাৰ বৰগীত প্ৰকাশ পাব বুলি সেইদিনাৰ পৰা অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ প্ৰকাশৰ বাবে , আপোনাৰ লৈ অধিক অভিনন্দন জ্ঞাপন কৰিলোঁ , আৰু অশেষ ধন্যবাদ থাকিল আপোনালৈ এনে মনোমোহা হৃদয় স্পৰ্শ কৰা বৰগীত ঘোষা সংকলন আমাৰ অসম বাসী ৰাইজক উপহাৰ দিয়া ৰ বাবে , আশা কৰোঁ আপুনি আৰু আগুৱাই যাওক । -চুমি শইকীয়া ।।চাবুৱা ।।
@juridas9975
@juridas9975 5 жыл бұрын
Sumi Saikia ময়ো
@sridhyanjyotikakati2442
@sridhyanjyotikakati2442 5 жыл бұрын
Agrohere roi asilo papon dar knthot borgeet keiti honar .aji mon to jipal howa jen lagil . Dhanyabad.
@akasha4308
@akasha4308 4 жыл бұрын
Hi sumi...
@rojitkhakhlari8464
@rojitkhakhlari8464 4 жыл бұрын
Sumomi Saikia
@debrajpratimburagohain619
@debrajpratimburagohain619 5 жыл бұрын
সুন্দৰ ......গুৰুজনাৰ সৃষ্টি অনুপম....অদ্বিতীয় .....অতুলনীয়🙏🙏🙏
@achintasaikia7629
@achintasaikia7629 5 жыл бұрын
"জয় গুৰু শংকৰ" আগ্ৰহেৰে অপেক্ষা কৰি আছিলো শুনিবলৈ ,প্ৰত্যেক দিনাই শুনিম। 🙏🙏প্ৰণাম পাপন (Papon) দা ।
@jaheruddinahmed5447
@jaheruddinahmed5447 2 жыл бұрын
তেতিয়া মই ৬ নে ৭ বছৰীয়া আছিলোঁ। বাইদেউৱে লোকগীত আৰু বৰগীত গাইছিল।বৰগীত আৰু লোকগীতৰ লগত সেয়াই মোৰ প্ৰথম চিনাকি। আজিও কিছুমান গীতৰ সুৰ মনত পৰে,পাহৰা নাই।আজি আকৌ স্মৃতি ৰোমন্থন কৰিব পাৰিলোঁ। ধন্যবাদ পাপন দা।
@Karishmasaikia18
@Karishmasaikia18 4 жыл бұрын
Ataikeita borgeet val lagil huni.. Akelage keibabaru hunilu,, hdai hunileu amoni a nlage ❤️
@swapnalis.5331
@swapnalis.5331 5 жыл бұрын
ইয়াতকৈ আৰু কি লাগিছে !! অতি সুন্দৰ , অসমীয়া জাতিক জীয়াই ৰাখিবলৈ কৰা এই প্ৰয়াস সঁচাকৈয়ে অনুকৰণীয় ।
@misskaveri4624
@misskaveri4624 5 жыл бұрын
অসমৰ সংস্কৃতি ৰক্ষাৰ প্রচেষ্ঠা..গুৰুজনাৰ উপহাৰ এইদৰেই আগুৱাই নিয়ক আৰু....ভাল লাগিল দা...কৰি যাওঁক আৰু...এনেকৈয়ে...♥🙏♥
@nayaNBhatta.24
@nayaNBhatta.24 5 жыл бұрын
একদম ঠিক কৈছে 👍
@surenkumar1225
@surenkumar1225 3 жыл бұрын
Yes you are right
@ANUPAMROY-oh8te
@ANUPAMROY-oh8te 5 жыл бұрын
দাদা লৈ অশেষ ধন্যবাদ।। মূল্যবান বস্তু খিনি আমালৈ নতুন ৰূপত দিয়াৰ কাৰণে।।।কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@ANUPAMROY-oh8te
@ANUPAMROY-oh8te 5 жыл бұрын
@Supriya Kalita what are saying...do u have any sense???😡😡😡
@ajamar2517
@ajamar2517 5 жыл бұрын
মই যেন শংকৰদেৱ আৰু মাধৱদেৱৰ লগত উপভোগ কৰি আছো এনে লাগিছে.. পাপন দা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।। আপোনাৰ প্ৰচেষ্টাত বৰগীতসমূহ আকৌ প্ৰান পাই উঠিল.. 🙏🙏
@kapilsekhar7338
@kapilsekhar7338 5 жыл бұрын
I m wordless to thank papon da for such a great contribution to d assamese society.thank uu papin da..u will always b alive for this as long as assamese society is alive..i was eagerly waiting for these borgeet from ur side.for d first time, i have understood the true meaning of "brahma adi kori' and "moi u du asaro". Thank uu papon da again..keep continue please..need to preserve each n every borgeet.
@ajayborgohain8382
@ajayborgohain8382 3 жыл бұрын
❤️❤️❤️❤️🙏🙏🙏 গুৰুজনাৰ আশীৰ্বাদ আপোনাৰ ওচৰত সদায় থাকিব। অতি সুন্দৰ প্ৰ্চেষ্টা keep it up...amazing voice of assam..love it
@kabitabora7478
@kabitabora7478 11 ай бұрын
ঘো
@ankitascorner2231
@ankitascorner2231 5 жыл бұрын
অতি সুন্দৰ দাদা। প্ৰতিটো বৰগীত ঘোষা শুনি বৰ ভাল লাগিছে। বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক আপুনি দিয়া এই উপহাৰ অমূল্য। অশেষ ধন্যবাদ আপোনাক। এনেদৰে আগুৱাই যাওক নিজৰ সংস্কৃতিক লগত লৈ।😊
@dibyajyotiborah7900
@dibyajyotiborah7900 5 жыл бұрын
A heartfelt thanks to papon da❣️for gifting us this kinds of beautiful borgeets💓
@abegasom8510
@abegasom8510 5 жыл бұрын
গুৰু জনালৈ শ্ৰদ্ধা জনায়, সেৱা যাচিলোঁ আৰু পাপন দা, কৃষ্ণ🙏
@nilimaborah309
@nilimaborah309 5 ай бұрын
ৰাতিপুৱা শুনিলে মনটো ভাল লাগিযায়।
@prakashgogoi3867
@prakashgogoi3867 5 жыл бұрын
No word to express my gratitude, this presentation of BORGEET GHOXAA will be a life time treasure of Assamese people in electronic medium....
@bishnujyotidas1102
@bishnujyotidas1102 5 жыл бұрын
বহুত ভাল লাগিল পাপন দা আপোনাৰ কন্ঠত বৰগীত শুনি। জয় গুৰু শংকৰ
@ankurjyotirabha1175
@ankurjyotirabha1175 5 жыл бұрын
দাদাৰ প্ৰতিটো গানেই মোৰ অন্তৰ চুই যায় !!!দাদাৰ গান শুনি শুনি গানৰ মাজত সোমাই যাওঁ!!!
@dipjyotihazarika2879
@dipjyotihazarika2879 3 жыл бұрын
মোৰ অন্তৰাত্মাৰ সুখানুভূতি এই বৰগীত সমূহ। তোমাৰ কন্ঠেৰে শুদ্ধ ৰূপত শুনিবলৈ পাই আপ্লুত হলোঁ। নতুন প্ৰজন্মক পুনৰ শংকৰী যুগলৈ ওভতাই নিবা বুলি আশা কৰিলো। পৰম পিতাই মংগল কৰক তোমাক ।💐🙏🙏
@tsunamixylonite2348
@tsunamixylonite2348 5 жыл бұрын
অধীৰ আগ্ৰহেৰে বাট চাই আছিলো ॥ ধন্যবাদ পাপন দা..আপুনি আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিলোঁ ॥ ডিচলাইক মৰা কেইটা ক ভগৱানে সুমতি দিয়ে যেন..
@sangitagogoi8294
@sangitagogoi8294 5 жыл бұрын
অগ্ৰজ সকলক মহাপুৰুষীয়া কৃষ্টিৰ সৈতে চিনাকি কৰোৱা আৰু ভৱিষ্যত সংগ্ৰসালয়লৈ নৱ সৃষ্টিৰ দুৱাৰ মুকলি কৰি দিয়া পাপন দা আৰু এই প্ৰচেষ্টাৰ সৈতে জড়িত সহযোগী সকলক আদৰণি জনালোঁ।
@lakhinandansaikia5327
@lakhinandansaikia5327 5 жыл бұрын
Something Devine, Something unique,something spiritual many thanks for the creation!!!
@nayanabhkakati928
@nayanabhkakati928 5 жыл бұрын
পাপন আৰু জুবীনৰ বাদে কোনেও এইবোৰ সংগীত নৱপ্ৰজন্মক শুনাব নোৱাৰে। এয়া মোৰ অন্তৰ্নিহিত ভাৱ হে! বহুত ধন্যবাদ অংগৰাগ মহন্ত!
@achyutbora7746
@achyutbora7746 4 жыл бұрын
Music ppon daar val.. akhomiya culture bojai rakhise papon daai
@tapashadhikari9197
@tapashadhikari9197 4 жыл бұрын
Thik koisa
@girijadas9978
@girijadas9978 3 жыл бұрын
.
@gunajitthebiglicagentsungl7200
@gunajitthebiglicagentsungl7200 3 жыл бұрын
Papon. Sachakoi dhuniya gaise borgeet
@arunimad.hazarika5653
@arunimad.hazarika5653 2 жыл бұрын
জুবিন আৰু পাপন - দুয়ো জনলৈ শুভেচ্ছা থাকিল। কিন্তু, বৰগীত সমূহ পৰিবেশন আৰু সংৰক্ষণ বহতেই অতি সুন্দৰ ভাবে কৰি আহিছে। ইচ্ছা থাকিলে ইউটিউবত শুনিব পাৰে। আৰু শ্ৰদ্ধাৰ ড° ভূপেন হাজৰিকাৰ কণ্ঠৰ বৰগীত শুনিলে নৱপ্ৰজন্ম অনুভৱ কৰিব পাৰিব- বৰগীতৰ মানদণ্ড কিমান উচ্চ। 🙏
@shivmohan9449
@shivmohan9449 5 жыл бұрын
Thanks Papon for singing such beautiful and divinely praise of God ! The bhajans are very heart touching and soulful with richness and scent of land ! We are great full to have you !
@manashjyotisaikai1845
@manashjyotisaikai1845 5 жыл бұрын
অতি সুন্দৰ পদক্ষেপ আৰু আগলৈ আগুৱাই যাওঁক(পাপন দা)
@imManashh
@imManashh 5 жыл бұрын
অতি সুন্দৰ পদক্ষেপ পাপন দা ৷অসমীয়াৰ সংস্কৃতি এনেদৰেই বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাওঁক ৷
@MPS-f3n
@MPS-f3n 5 жыл бұрын
অতি সুন্দৰ হৈছে পাপন দা।আপোনালৈ বহু বহু ধন্যবাদ আমাক ইমান মূল্যৱান উপহাৰ দিয়াৰ বাবে। জয় গুৰু শংকৰ -মাধৱ।
@dhruvgohain5854
@dhruvgohain5854 5 жыл бұрын
আমাৰ অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত ভক্তি গীত সমূহ এনেদৰে জীয়াই ৰখাৰ ক্ষেত্ৰত তুমি ইমান এটা ডাঙৰ পদক্ষেপ লৈছা।। ধন্যবাদ পাপন-দা।। তোমালৈ বহু বহু শুভেচ্ছা জ্ঞাপন।। আগুৱাই যোৱা, কুশলে থাকা।।।। জয় ভাগৱত। জয় অসমীয়া সংস্কৃতি। জয় আই অসম।
@ankurdas4889
@ankurdas4889 5 жыл бұрын
আপোনাৰ এটা পৰশ মাত্ৰ। সকলো হীৰা হৈ যায়।। কি কম ভাষা নাই...🙏♥️
@Siba_Mahanta
@Siba_Mahanta 2 жыл бұрын
Rag Somuh u Logote Gaboloi Onuruh Korilu.... Aru Rag r nam Aru Tal somuh Jonai dile Notun projonmo Aru Uprokito hobo buli Vabisu 🙏🙏🙏 Joi Guru Sonkor Joi Guru Madhob Om Nomu Sri Krishnaye nomoh
@NorthEast8TraderX
@NorthEast8TraderX 5 жыл бұрын
সূন্দৰ হৈছে পাপন দা ! আমাৰ গুৰু দুজনাৰ মান আৰু বাঢ়িল ।
@hobode....9700
@hobode....9700 5 жыл бұрын
Bohu opekkhar onto poril dada . . Finally Mon tu khanti lagi goise .. BORGEET . . Jai guru Sankar . .. Jai aai axom.. Jai papon da .. Jai zubeen da
@jugalkalita2706
@jugalkalita2706 4 жыл бұрын
Excellent. Many many thanks .May God bless you to step forward in this regard . We hope many more from you . Your voice is a precious gift from God for us ( the Assamese)
@_NE_07
@_NE_07 6 ай бұрын
Moi hodai morning hunu bohut val lge thank you papon daa ❤
@bindazz6748
@bindazz6748 5 жыл бұрын
অসমৰ সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন 😌❤️🔥🔥🔥
@sauravgogoi7007
@sauravgogoi7007 4 жыл бұрын
Papon Sir ethereal songs ever & forever... Proud to be an axomia... Joi guru sankar-madhav...
@thekuzuri7435
@thekuzuri7435 5 жыл бұрын
00:00 আজু সুপৰভাতে 06:24 বৃন্দাবনে খেলত 13:37 পৰভাতে শ্যাম কানু 22:33 উদ্ধৱ বন্ধু 29:33 ভেলি পৰবেশ 34:24 সেৱহু মন 39:34 গগনে গৰজে 45:42 মঞি দুৰাচাৰ 50:43 ব্ৰহ্মা আদি কৰি
@aumcreations209
@aumcreations209 5 жыл бұрын
আপুনি এটা বহুত ভাল কাম কৰিলে bookmark কেইটা দি।
@thekuzuri7435
@thekuzuri7435 5 жыл бұрын
আদৰণী জনালো
@varnayujr
@varnayujr 5 жыл бұрын
Thank him later
@paragkumardeka
@paragkumardeka 4 жыл бұрын
00:00 আজু সুপৰভাতে [অৰ্থ: আজি সুপ্ৰভাততে...]
@paragjyotideka1246
@paragjyotideka1246 4 жыл бұрын
thanks brother
@Jinkismita45
@Jinkismita45 4 жыл бұрын
সুন্দৰ । বাৰে বাৰে শুনি আছোঁ। বিৰিন্দা আৰু পৰভাতে টো কিমান বাৰ যে শুনি লো নিজেই কব নোৱাৰোঁ
@beesartcraft689
@beesartcraft689 5 жыл бұрын
Goosebumps ahi goise huni😇 God has gifted you the most touching voice dada❤️ I love you 😘
@AnkurjyotiBordoloi
@AnkurjyotiBordoloi 5 жыл бұрын
অশেষ ধন্যবাদ জনালো পাপন দাক । অসম তথা অসমীয়াৰ গৌৰৱৰ চিনাকি বৰগীতসমূহ নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ আপোনাৰ এই পদক্ষেপে বিশেষ ভুমিকা ল'ব । জয় শ্ৰীকৃষ্ঞ ।
@ranjanjyotibora1079
@ranjanjyotibora1079 5 жыл бұрын
Sound quality superb. 👍 Thank you.
@parthamahanta9151
@parthamahanta9151 5 жыл бұрын
Awesome.... Aji prajonmoi BORGEET xika Dorkar, Kin2 aami laz koru... Aamar bohut thakio aaji aami dukhia... Durvagyajonok..
@deepakpk5596
@deepakpk5596 5 жыл бұрын
I don't know the language but this man's voice is out of this world...,PAPON😍😍😍😍😍
@imchandanborah
@imchandanborah 5 жыл бұрын
Thanks
@reba7s
@reba7s 2 жыл бұрын
Thank you on behalf of him
@mathswithudoi2680
@mathswithudoi2680 Жыл бұрын
It is Assamese culture and these are called Borgeet, Borgeets are derived from the Brajavali language, are devotional songs composed by Srimanta Sankardeva and his disciple Madhavadeva, it has particular Taal and Raag for each piece. At Badrikashram in 1488, Shrimanta shankardeva composed his first Borgeet-mana meri ram charanahi lagu-in Brajavali.
@ruplekhasaikia9591
@ruplekhasaikia9591 4 жыл бұрын
অতি শুৱলা ৷তাল মান লয় অতি ধুনীয়া অ বোপাই ৷আগ বাঢ়ি যোৱা ৷আশীৰ্বাদ থাকিল৷
@bitopixur
@bitopixur 5 жыл бұрын
পাই গলো শুনিবলৈ বহুত মন গৈ আছিলে পাপন দা আপুনি ভগবান আমাৰ মনৰ ৰজা
@mintuborah6249
@mintuborah6249 5 жыл бұрын
অতি সুন্দৰ পাপন দা অসমবাসীলৈ এক অতুলনীয় উপহাৰ আগবঢ়ালে
@dhirajbhuyan926
@dhirajbhuyan926 5 жыл бұрын
Papon da vl lagil huni...eneka music lage amr notun jubokok...bnai jaok ami akuali lom🙏🙏❤❤❤
@AlwaysDeka
@AlwaysDeka 5 жыл бұрын
Too mesmerizing and unprecedented..and thanks a lot Papon Da, for these evergreen gifts..🙏❤️
@mithudeka4306
@mithudeka4306 4 жыл бұрын
শ্ৰী গুৰু শংকৰ আৰু মাধৱ । বহুত সুন্দৰ বৰগীত পাপন দা 🙏🙏🙏😍💞
@zindagialive
@zindagialive 5 жыл бұрын
Ahhhhhhhh....Kitna Sukoon Milta hai yaar ,even if u don't understand the language...
@nibirdas297
@nibirdas297 2 жыл бұрын
Yes
@zibon3521
@zibon3521 2 жыл бұрын
absolutely bro..
@gayatreekrishnatreya3741
@gayatreekrishnatreya3741 2 жыл бұрын
SEND LOVE FROM ASSAM TO YOU....... AAAAAAAAH REAL HINDU SOUL YOUR. THAT'S WHY YOU CATCH THE RAHAA, SUR, LOYAA, TAAL..... MUSIC HAS NO LANGUAGE XUALY YAAR MERE.......
@bijoykumarmusical
@bijoykumarmusical Жыл бұрын
Yes bro...❣️ who are you from ?
@RanjeetChangkakoti
@RanjeetChangkakoti Жыл бұрын
Language of composition by Sri Sankardeva and Sri Madhavdeva is Brajavali.
@zank4471
@zank4471 5 жыл бұрын
Already listened to all the tracks in Wynk. Thank you Papon da for enriching us with such an invaluable composition.
@parthajyoti2708
@parthajyoti2708 5 жыл бұрын
বহু অপেক্ষাৰ শুনিবলৈ পালো.... অতি সুন্দৰ প্ৰচেষ্টা🙏🙏🙏
@bablugohain2314
@bablugohain2314 5 жыл бұрын
সুন্দৰ ককাইদেউ বৰ সন্তোষ পাইছোঁ আৰু আপোনাৰ কন্ঠৰে সম্পূৰ্ণ কীৰ্তন পুঠি ভাগ শুনিবলৈ পাম বুলি আশা কৰিলো । শ্ৰোতাৰ সঙ্গ নোগোছক সদায়ে মোখে তোৱা ভক্তি নাম ,,,,,,,কৃষ্ণ কৃষ্ণ
@rabindramonidas418
@rabindramonidas418 4 жыл бұрын
অঙ্গৰাগদালৈ অশেষ ধন্যবাদ । আপোনাৰ কণ্ঠত সৰস্বতী বিৰাজমান । আমাৰ মন অত্যন্ত বেগৱন্ত আৰু আকাশতকৈও বিশাল !! অসমীয়া ভাষা আৰু অসমৰ সংস্কৃতি অতুলনীয় । এই জাতি আৰু এই সংস্কৃতি সদাই জীয়াই থাকিব । ই লোপ পোৱাৰ কোনো আশংকা নাই , যদিহে ইয়াক আমি জীয়াই ৰাখোঁ । নিৰ্ভৰ কৰিব আমি যুৱ প্ৰজন্ময়ই ইয়াক কি দৰে আকোৱালি লৈছোঁ আৰু কেনেদৰে ব্যৱহাৰ কৰিছো ।। ধন্যবাদ ।।
@anuragsivam1461
@anuragsivam1461 4 жыл бұрын
দিনতো আজি বহুত ধুনীয়াকে পাৰ হব। ধন্য়বাদ পাপন দা।
@gayatreekrishnatreya3741
@gayatreekrishnatreya3741 2 жыл бұрын
AAAAAAAAAAAAAAAH OTIIII UTTOM......... RELEX FROM ALL TYPE OF PAIN..... THANKS 🙏PAPON AND YOUR GREAT PARENTING.... LOVE TO GREAT GURU........
@dikshitasaikia6119
@dikshitasaikia6119 5 жыл бұрын
thankyou so much Papon da for this awsome contribution.. বহুত ধুনীয়া হৈছে। আপোনাৰ অৱদান অনেক, আমাৰ সংস্কৃতি পুনৰ আগুৱাই নিয়াত।💝
@bhaskarjyabaruah1090
@bhaskarjyabaruah1090 7 ай бұрын
"Parabhaate shyam kanu dhenu laiya xonge Banxhir nixaan Vrindaban solei ronge.. Parabhaate shyam kanu dhenu laiya xonge Jagatar guru Hori kashi goopa kasse Abhir balok beri sorae aage passe Xika bandhi saandi kandhe laiya dodhi bhaato Mathae saandoni jori xaaje Jagannathee Parabhaate shyam kanu dhenu laiya xonge Vaamo kaxhee xinga betaneta kori selli Bohu raxhee laxo bexo kori solei kelli Parabhaate shyam kanu dhenu laiya xonge Axonkhya-xahasra xhixhu dhenu vatsagana Xhinga-xhankhe benu rowei puraya gagana Parabhaate shyam kanu dhenu laiya xonge Vaikunthara prati prabhu banei saare dhenu Kahaya Madhav gatee kanu-pada-renu Parabhaate shyam kanu dhenu laiya xonge "
@kiranmoibhuyan8412
@kiranmoibhuyan8412 5 жыл бұрын
It is the greatest work done by you Papon Da.....we love you soooooooooo much...
@anantadutta2596
@anantadutta2596 3 жыл бұрын
Bless you Papon! Wish to listen more and more in future. Your golden voice has brings deep impact in our hearts! You are really unique, keep going on.
@himangkapatgiri8593
@himangkapatgiri8593 5 жыл бұрын
সুন্দৰ পদক্ষেপ। আমাৰ সংস্কৃতি ৰক্ষা কৰাতো আমাৰ দায়িত্ব।
@renudevi9478
@renudevi9478 Жыл бұрын
অতি সুন্দৰ সাবলীল । ভগবানে তোমাক আৰু আগুৱাই যোৱাত সহায়তা প্রদান কৰক। জয় গুৰু শংকৰ
@sangrambangthai2938
@sangrambangthai2938 5 жыл бұрын
বহু প্রতিক্ষার অন্তত পাপনদার বরগীত সঙ্কলনটি পাই অতিকে আনন্দিত হলো ।পাপনদালৈ ধন্যবাদ
@nituldas3790
@nituldas3790 4 жыл бұрын
দাদা...বহুত সুখী অঅ আপোনাৰ কণ্ঠ ত শুনিবলৈ পাই । মহাপুৰুষ গুৰু জনাৰ অমৰ সৃষ্টি সমূহ পুনৰ আমাৰ মাজত বিলাই দি মহৎ কাম কৰিছে ...
@monujp8920
@monujp8920 5 жыл бұрын
Moii just har pai hnisu.....mon poroshi goise.... Just awesome ❤️❤️❤️❤️#papon
@newaleetcdas5544
@newaleetcdas5544 2 жыл бұрын
Papan..aapuni Vhogobontor xodai kripa lav korok..aiyei tekhetor soronot prarthana jonalu
@bhaskarlangi552
@bhaskarlangi552 5 жыл бұрын
Love your voice Dada . You have an extraordinary voice
@basisthaacharya6590
@basisthaacharya6590 5 жыл бұрын
গুৰুজনাৰ জীৱনকালত সৃষ্ট এই অমৰ বৰগীত কেইটাক পুনৰ্জীৱিত কৰাৰ বাবে পাপনলৈ অলেখ শুভেচ্ছা জনালোঁ।পাপন আৰু আগুৱাই যোৱা,জগতসভাত অসমী আইৰ মুখ উজলাই তোলা।
@bhushandas4908
@bhushandas4908 5 жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো পাপন দা আপুনি অসমৰ এগৰাকী মুকুতা
@utpalbordoloi1545
@utpalbordoloi1545 4 жыл бұрын
It's an another milestone of Assamese BORGEET...JUST BEAUTIFUL
@9859067533
@9859067533 5 жыл бұрын
Thank You papon Da for bringing the borgeet once again to everyone.. loved it..
@samirgoswami8712
@samirgoswami8712 3 жыл бұрын
অতি সুন্দৰকৈ উপস্থাপন কৰিছে....মন চুই গল....মই পুৱা প্ৰায়েই এই বৰগীত সমূহ শুনি দিনটোৰ আৰম্ভণি কৰো....
Shyamorai Kolia | Jukebox | Papon | Folk Song | Times Music  Assamese
41:08
Times Music Axom
Рет қаралды 1,5 МЛН
Trapped by the Machine, Saved by Kind Strangers! #shorts
00:21
Fabiosa Best Lifehacks
Рет қаралды 36 МЛН
When u fight over the armrest
00:41
Adam W
Рет қаралды 23 МЛН
Triple kill😹
00:18
GG Animation
Рет қаралды 18 МЛН
这是自救的好办法 #路飞#海贼王
00:43
路飞与唐舞桐
Рет қаралды 123 МЛН
Laxman Hilmi Sulan Rella Nonstop
46:06
BKTM
Рет қаралды 3,1 М.
ZUBEEN GARG'S BORGEET | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 112
31:16
RDC Assamese Official
Рет қаралды 392 М.
Trapped by the Machine, Saved by Kind Strangers! #shorts
00:21
Fabiosa Best Lifehacks
Рет қаралды 36 МЛН