No video

Par_Hoi_Gol_Dhumuha_Ejak_Assamese_Karaoke_-_পাৰ হৈ গ’ল ধুমুহা এজাক

  Рет қаралды 741

Umbrella. TV

Umbrella. TV

Күн бұрын

Welcome to B.k Tv Music ♬
Please Like👍, Share ↗️ &Subscribe 👆
/ channel
🙏🏻 নমস্কাৰ 🙏🏻 সমুহ KZbin দৰ্শকক B.K TV MUSIC চেনেললৈ স্বাগতম । কাৰাউকে ট্ৰেক মিউজিকৰ বাবে যোগাযোগ কৰক whatsapp no.06003543513 / 09678175184 নম্বৰলৈ আৰু নতুন নতুন ভিডিও আপলোড দিয়াৰ লগে লগে Notification ৰ দ্বাৰা পোৱাৰ বাবে অনুগ্ৰহ কৰি চেনেলটো সাব্স্ক্ৰাইব কৰক প্ৰতিটো ভিডিও ত এটা কৈ লাইক কৰক । ধন্যবাদ। ।
গীতৰ ফাঁকি : পাৰ হৈ গ’ল ধুমুহা এজাক
কণ্ঠ: পুলক বেনাৰ্জি
কথা: কেশৱ মহন্ত
সংগীত: ৰমেন বৰুৱা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি আন্ধাৰ..
পোহৰ কাঢ়িব খোজা
গ’ল ভাঙি থৈ মোৰ পঁজা,
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
অচিনাকি তুমি তেনেই নতুন
তোমাৰ কোমল মাত
চকুত তোমাৰ হাঁহিৰ নাচোন
আলফুলীয়া হাত...
তুমি আহি দেখোঁ
ক’লা হাঁহি হাঁহি...
আকৌ
এবাৰ সাজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
হয়তো তুমিয়েই মোৰ সাধনাৰ
প্রথম হেঙুলী পুৱা...
হয়তো তুমিয়েই মোৰ সাধনাৰ
প্রথম হেঙুলী পুৱা ...
হয়তোবা তুমি তুমিয়েই মোৰ
সূর্য হেৰাই যোৱা
তোমাৰ বলেৰে
হ’বওতো পাৰে...
এইবাৰ ঘৰ সজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি আন্ধাৰ...
পোহৰ কাঢ়িব খোজা...
গ’ল ভাঙি থৈ মোৰ পঁজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
আঃ আঃ আঃ. . . .
অ’... অ’...অ’...
অ’... অ’.. অ’...
অ’... অ’.. অ’...

Пікірлер: 2
@pratulchaudhury1195
@pratulchaudhury1195 2 жыл бұрын
Excellent music track. Thanks
@umbrellatv1267
@umbrellatv1267 2 жыл бұрын
🙏🏻
Yum 😋 cotton candy 🍭
00:18
Nadir Show
Рет қаралды 7 МЛН
Xora pate pate karaoke l assamese song l #karaoke #mixofmusic
4:59
Karaoke Assam
Рет қаралды 51 М.
Kauri Pore - Khagen Mahanta | Assamese Song Lyrics কাউৰী পৰে -  খগেন মহন্ত
5:36
অ' মোৰ সুৰীয়া মাত
Рет қаралды 162 М.
Laal Ishque Malaal Ishque Karaoke Lyrics Scale Lowered
6:28
Shekhar Joglekar
Рет қаралды 25 М.
Paar Hoi Gol
5:03
Pulak Banerjee - Topic
Рет қаралды 3,1 М.