পৰেশ বৰুৱাক প্ৰত্যুত্তৰ ড০ নগেন শইকীয়াৰ

  Рет қаралды 29,152

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ পৰেশ বৰুৱাক প্ৰত্যুত্তৰ ড০ নগেন শইকীয়াৰ
▶️ 'পৰেশ বৰুৱাই ভালকৈ মোৰ কথাখিনি শুনক'
▶️ 'মই কি কৈছো গম পাব'

Пікірлер: 115
@ashimtalukdar6187
@ashimtalukdar6187 3 жыл бұрын
বৰ্তমান এইটো অতি গুৰুত্ত পূৰ্ন কথা। তেখেতে অতি যুক্তি পুৰ্ন কথাই কৈচে।
@dipikadas2933
@dipikadas2933 3 жыл бұрын
I support Mr Nagen saikia sir.. The people of Barak Valley always stand against Brahmaputra Valley.
@ajitgogoi6976
@ajitgogoi6976 3 жыл бұрын
মাননীয় ড° নগেন শইকীয়া মহাশয়ে বৰাকৰ সন্দৰ্ভত যি কথা কৈছে ই অতি গুৰুত্বপূৰ্ণ আৰু একেবাৰে সচা কথা ৷ বৰাকৰ ৯৯% বঙালী অসমৰ বাবে কেঞ্চাৰ ,এই কথা ইতিহাসে প্ৰমাণ কৰি আহিছে ৷ ইমানৰ পিছতো পৰেশ বৰুৱা ডাঙৰীয়াই অসম তথা অসমীয়া জাতিৰ অন্যতম মেৰুদণ্ড স্বৰূপ ড° নগেন শইকীয়া মহশয়ৰ দৰে বৰেণ্য ব্যক্তিৰ মনৰ কথা হৃদয়ঙ্গম কৰিব নুখুজা বা নোৱৰটো দূৰ্ভাগ্যজনক !
@junpreet9261
@junpreet9261 3 жыл бұрын
O bhai jodi hei2 e hoi Tente huna lower assam khon assam nohoi. Heikhon KAMTAPUR asil. Kamtapuri buli search mariba. Etiao 50 lakh Koch manooh ase KOCH BIHAR.
@nayanjyotikonwar591
@nayanjyotikonwar591 3 жыл бұрын
@@junpreet9261 ha ha ...Tente Ahom r gutei khini asil😁
@junpreet9261
@junpreet9261 3 жыл бұрын
@@nayanjyotikonwar591 bhai ahom r population only sivsagar, jorhat , charaideu aru tinsukiat ase besi. middle assam r pora naiei buli kobo pari. Koch r total population 90 lakh. Euluk assam, nepal, meghalaya, westbengal koch bihar aru Bangladesh t ase. Assamr koch manoohe najane jana hole CAA support korile hoi
@junpreet9261
@junpreet9261 3 жыл бұрын
@@nayanjyotikonwar591 aru ahom r dinor assam aru ajir assam saba. Bohut horu asil tetia.
@nayanjyotikonwar591
@nayanjyotikonwar591 3 жыл бұрын
@@junpreet9261 ha ha ....hoi neki ...tumi Sage Suhung mung dihingiya rojar buranjir pora.val k poha nai
@user-bhaiti123
@user-bhaiti123 3 жыл бұрын
পৃথক উজনি অসম বিচাৰিব লাগে। গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি। তেল, কয়লা, গেছ, চাহপাত, 2 তা ৰিফাইনেৰী ব্ৰহ্মপুত্ৰৰ ওপৰত 3 খন দলং । কলিয়াবৰ to শদিয়া। উজনি অসম পৃথক হলে বেয়া নহয়।
@manikchandradas7057
@manikchandradas7057 3 жыл бұрын
মই আপোনাৰ কথাত একমত।
@ramdhenu1663
@ramdhenu1663 3 жыл бұрын
অসমীয়া মানুহে ৬ বছৰ আন্দোলন কৰি শ্বহীদ হৈ যিখন বিশ্ববিদ্যালয় আনিলে তাত পশ্চিম বংগৰ প্ৰতিমূৰ্ত্তি আছে।নামটোও আসাম বিশ্ববিদ্যালয় বুলিহে আছে।পৰেশ বৰুৱা ডাঙৰীয়া বৰাকত গৈ চাই আহক। তেখেতে এইবোৰত কিয় মাত নামাতে?ছাৰৰ দৰে বিজ্ঞ এজনে সকলো চালি জাৰি চাইহে কৈছে। যি কৈছিল ক্ষোভতহে কৈছিল।BTR ত বড়োৰ লগতে অসমীয়াও চলি আছে।বৰাকত কিয় অসমীয়া চলিবলৈ নিদিয়ে?
@junpreet9261
@junpreet9261 3 жыл бұрын
Kune kole soliboloi nidiye??? Mur deutai tat sakori kori thaki ahise. Keitaman ase sanda party kori thake eibilak.
@ashokhatibaruah7535
@ashokhatibaruah7535 3 жыл бұрын
মাননীয় শইকীয়া চাৰ আমি আপোনাৰ মতামতক সমথ’ন জনাইছোঁ ৷ অসমৰ সামাজিক ৰাজনৈতিক সাংস্কৃতিক জগতৰ আপোনাক অন্যতম অভিজ্ঞ ব্যক্তি বুলি আমি গণ্য কৰো
@dulalborah7242
@dulalborah7242 3 жыл бұрын
ছাৰে সচা কথা কৈছে ৷ মোৰ পূৰ্ণ সমৰ্থন আছে ৷
@thepositivemind5782
@thepositivemind5782 3 жыл бұрын
Those who don't not agree with Dr Nagen Saikia,they should visit Barak valley and stay for some days there...and comment again.. I am damn sure they will take big u turn
@deepnath2513
@deepnath2513 3 жыл бұрын
Thike koise Saikia sir,moi aponar logat akmot.
@royalwarrior2079
@royalwarrior2079 3 жыл бұрын
আপোনাৰ প্রথম বক্তব্যটো আৰু দুবাৰ মান ভালদৰে মন দি পঢ়ক ৷ দেখিব আওপকীয়াকৈ আপুনি বৰাকক পৃথক ৰাজ্যৰ মর্যদা দিয়াৰ কথা কৈছে। মিঠা মিঠা কথাৰে স্পস্তী কৰণ দিলেও আমি মানি লব পৰা নাই।
@pmn20071
@pmn20071 3 жыл бұрын
বহুত যুক্তিপূৰ্ণ কথা।🙏🙏
@gyanjyotikhanikar8295
@gyanjyotikhanikar8295 3 жыл бұрын
বৰাক উপত্যাকাৰ বঙালীয়ে প্ৰথমে ভাষা , তাৰ পাছত ৰাজ্য দাবী কৰিব। CAA আইনৰ পৰিণতি , ইয়াৰ বাবে বিজেপি য়ে দায়ী, ইয়াৰ আৰত কোন আছে সকলোৱে গম পাইছে।চাৰে ঠিকেই কৈছে, আমি বৰাক লৈ গ'লে কয়,আচাম থেকে আহিছে বুলি সুধে। বিভাজিত জাতীয় পৰিষদ (বিজেপি)।
@junpreet9261
@junpreet9261 3 жыл бұрын
Do you know the upper cast Assamese has same blood as BENGALI?? That is aryan. They are brahmins, kayastha & nath. You'll find them in Bengali too. So the Assamese vs Bengali is a fight between two upper castes.
@gyanjyotikhanikar8295
@gyanjyotikhanikar8295 3 жыл бұрын
Aryan সকলৰ ৰাজ শাসন চলোৱা অভিজ্ঞতা নাই , এবাৰ এজন ৰজা হৈছিল কিন্তু সেই বাৰ দেশত অৰাজক,অচলাৱস্থা হৈছিল আৰু পিছত নিজে নিজেই শাসন এৰি দিলে। আমাৰো একেই অৱস্থা হবলৈ গৈ আছে
@junpreet9261
@junpreet9261 3 жыл бұрын
@@gyanjyotikhanikar8295 tumi ki community r hoi??
@junpreet9261
@junpreet9261 3 жыл бұрын
@@gyanjyotikhanikar8295 kun asil roja jon??
@gyanjyotikhanikar8295
@gyanjyotikhanikar8295 3 жыл бұрын
@@junpreet9261 আমাৰ দেশত ক্ষত্ৰিয় সকল ৰজা আছিল,আয্য সকল পুৰুহিত আছিল বৈশ্য সকলে বাণিজ্য কৰিছিল , বুৰঞ্জীত , ক্ষত্ৰিয় সকলেহে ৰাজ শাসন চলোৱা পঢ়িবলৈ পায়ছিলো। ইয়াৰ পৰা জনাযায় যে ক্ষত্ৰিয় সকলেহে ৰাজ শাসন চলোৱাত পাকৈত।
@mahanandatalukdar8691
@mahanandatalukdar8691 3 жыл бұрын
শইকীয়া ডাঙৰীয়াৰ বক্তব্য শুনিলো। তেখেত আমাৰ পিতৃ তুল্য। গভীৰ অধ্যয়ন আৰু দুয়োটা উপত্যকাৰ বাসিন্দা সকলৰ মনোভাৱ বুজি তেখেতে এটা বক্তব্য ৰাখিছে। আমি কেতিয়াও অসমখনক ভাগ ভাগ হোৱা নিবিচাৰোঁ। কিন্তু বৰাকৰ বঙালী লোকসকলে জ্ঞানৰ অভাৱত ভুগিছে। তেওঁলোকৰ বুদ্ধি তথা জ্ঞানৰ বিলুপ্তি ঘটিছে। বৰাকৰ পৰা আজিলৈ এজনো সাহিত্যিকৰ জন্ম হোৱা নাই। তেওঁলোক বহিৰ্জগৎৰ লগত কোনো ধৰনৰ সম্পৰ্ক নাই। এটা পুখুৰী সদৃশ ঠাইত থাকি মনবোৰ সংকীৰ্ণ হৈ পৰিছে।
@Northerncircle-u7g
@Northerncircle-u7g 3 жыл бұрын
Borakot axomiya kotha a nokoi dekhun ..mur bhut beya lgise .hokolu a valke vaabi saok ,deshkhon bare bare vagibole nidibo
@rijumonisaikia9716
@rijumonisaikia9716 3 жыл бұрын
শইকীয়া চাৰৰ কথাত সম্পূৰ্ণ যুক্তি আছে। পৰেশ বৰুৱাই কথাটো বুজি নোপোৱাকৈ শইকীয়া চাৰৰ কথাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু সিদিনা বৰাকত আমাৰ ভাষাটোক অপমান কৰা কাৰ্য্যৰ বিৰুদ্ধে বৰুৱাডাঙৰীয়াক সক্ৰিয় হোৱা দেখা নগল। লাজ লাগে
@TankeswarGogoi145
@TankeswarGogoi145 3 жыл бұрын
100% correct
@Samarjyoti440
@Samarjyoti440 3 жыл бұрын
100% সঁচা কথা উপস্থাপন কৰিলে ছাৰ।
@digantaphangcho7064
@digantaphangcho7064 3 жыл бұрын
Sire thikei koise.....
@mantukalita4915
@mantukalita4915 3 жыл бұрын
শইকীয়া চাৰৰ কথাখিনি সম্পুৰ্ণ যুক্তিপুৰ্ণ । পৰেশ বৰুৱাৰ কথাত অসমীয়া মানুহে বিশেষ গুৰুত্ব দিবলগীয়া আছে বুলি নাভাৱো । কিয়নো আলফা বিচৰাৰ নামত ভাৰতীয় সেনা বাহিনী , অৰ্ধ সামৰিক বাহিনী , অসম আৰক্ষীয়ে একত্ৰিত ভাৱে গাভৰু ছোৱালীক নিজৰ পিতৃ - মাতৃ , ভাত্ৰি - ভগ্নীৰ সমুখত , পত্নীক পতিৰ সমুখত ধৰ্ষন কৰিছিল । প্ৰায় আটাইবোৰ সুঠাম ডেকাক চিৰকালৰ বাবে পংগু কৰিলে , সেইবোৰ কিয় পাহৰি গৃল , উক্ত ঘটনাবোৰৰ বিৰুদ্ধে পৰেশ বৰুৱাই আজিলৈ কোনো কাৰ্যকৰী ব্যৱস্থা কিয় লব পৰা নাই । এয়াই নেকি তেওঁলোকৰ দেশপ্ৰেম , জাতিপ্ৰেম ??? কিয় বঙালীসকলে বাৰে বাৰে অসমীয়া জাতি , ভাষা , সংস্কৃতিৰ বিৰুদ্ধে বিভিন্ন প্ৰকাৰে ষড়যন্ত্ৰ কৰি আহিছে তেওঁলোকক কিয় বাধা দিব পৰা নাই । আমি ভৱো তেখেতে এতিয়া অৱসৰ লোৱা উচিৎ । ধন্যবাদ ।
@moheswarbora5751
@moheswarbora5751 3 жыл бұрын
চাৰ আপোনাৰ যুক্তিযুক্ততা হহ বহুত গুৰুত্বপূৰ্ণ কথা হয় তথাপি ও এনেকৈ পৃথক কৰি থাকিলে শেষত আমাৰ নিজৰ জন্মভূমি কন অৱশেষত শেষ হৈ যাবগৈ
@gautamphukan5079
@gautamphukan5079 3 жыл бұрын
Saikia sir , apuni poresh boruah logot fer namaribo , apuni ulfak maf khuja val buli moi vabu , borakot asomiya giri soliboi , poresh boruah asomiya jatir ayukh rekha , apuni jane ne , ami poresh kokai logothe asu aru agoloiu thakim ,
@debajanisarma1673
@debajanisarma1673 3 жыл бұрын
Dhemaji bomb blast t apunar kunu family member nasil no..
@azizulhoque3872
@azizulhoque3872 3 жыл бұрын
আপুনি কোৱা কথাই আজিৰ তাৰিখত শুদ্ধ কথা
@durlovgogoi1835
@durlovgogoi1835 3 жыл бұрын
বাকীখিনি ঠিকেই কৈছে কিন্তু সংঘাত আৰু মনোবেদনা ৰ বাবে "পৃথক ৰাজ্য মৰ্য্যদা দিয়া " কথাখিনি কিয় উত্থাপন কৰা হল? এইটো উচতনি মূলক ভাষ্য নহল নে?
@kushalsaikia1214
@kushalsaikia1214 3 жыл бұрын
কাছাৰে অসমৰ বাবে কি দিছে ?
@archanagayan5356
@archanagayan5356 3 жыл бұрын
*পাহৰিলে হ'ব জানো ৰঞ্জিত অনিলৰ কথা* আমি কিন্তু পাহৰি যোৱা নাই।মনত আছে নাপাহৰো ।সদায় মনত থাকিব।আপোনালোকেও মনত পেলাব।তেহে তেখেত সকলৰ আত্মাই সদগতি লাভ কৰিব।
@SuperTraderBR
@SuperTraderBR 3 жыл бұрын
Sir apuni Boroland aru kamatapur separate state demand koribone ..?
@bhabanitamuli8921
@bhabanitamuli8921 3 жыл бұрын
অসমীয়া কাছাৰ ত দ্বিতীয় শ্ৰেণীৰ নহয় তৃতীয় শ্ৰেণীৰ দৰে আছে
@debojitdutta8962
@debojitdutta8962 3 жыл бұрын
Sir,. apuni , jane ne Akhomor Brahmaputra valley-t, Barak upottokar kiman sorkai, bai- sorkari sakorial ase... Kiman horu dangor babohaie ase...kiman satro satri, beleg beleg institution-ot porha-huna kori ase...kiman bur porialor matti hompotti, babohai- banizzo ase.....aru Akhomia manuh Barak valley-t kiman ase , aru ki ki koree ase, ....moi ki kobo bisarisu apuni buje paise....Sir , apunar pora ai kotha akha kora nasilu....
@Aa-tq9xt
@Aa-tq9xt 3 жыл бұрын
Axomiya i valei paise.. Nogen sire ji koise.. Apunaluk bongali e beya pabo heitu sabhavik
@padumidevi6221
@padumidevi6221 3 жыл бұрын
ভগনীয়া আৰু বাংলাদেশী বোৰে মাটি পালেই হল |দুৰ্গম বুলি কথা নাই |বঙালী মানুহে নিজৰ ভাষা কেতিয়াও বাদ নিদিয়ে |ৰাজনীতিক বোৰে ভোট বেঙ্ক হিচাবে ব্যবহাৰ কৰি তৈলমৰ্দন কৰি অসমীয়া ভাষা
@DARKBOY75000
@DARKBOY75000 3 жыл бұрын
Sir you are great.we shouId deeply feel your mindfull language.you have pardoning capacity.If our poresh sir wrong you may regard him as your younger brother..
@dhrubachoudhury8030
@dhrubachoudhury8030 3 жыл бұрын
101%Right. practical analysis. God bless. 🌷🌷🌷
@dipsaliha2659
@dipsaliha2659 3 жыл бұрын
we support sir.barak must be separated at the earliest
@nayanmoniborkotoky6609
@nayanmoniborkotoky6609 3 жыл бұрын
Saikia sir r logot moi ekmot.... Pores Baruah dev a aie bur bekhoi nojona tu savabik kotha....ugro jatiyota bad aru tar loge loge sanskriti rokhya ba sadhonar kotha osomvob....gotike Poresh Baruah dangoriyai aibur bekhoi r pora atori thokai val
@popingogoi4236
@popingogoi4236 3 жыл бұрын
Good. Sir
@ayushmaansaikia47
@ayushmaansaikia47 3 жыл бұрын
Moi hodai kow.. Barak velly separate koribo lage... 100%
@binitagogoichetia2900
@binitagogoichetia2900 3 жыл бұрын
Aapunar boktoibo completel y bhule hoisil bohut oporadh ojukti kor kotha
@arupdutta3692
@arupdutta3692 3 жыл бұрын
Right
@neassam5581
@neassam5581 3 жыл бұрын
একবাৰ ধৰ্মৰ নামত ভাগ আৰু এতিয়া ভাষাৰ নামত ভাগ! আমাৰ শিয়াল পন্ডিত বিলাকৰ মনোবাসনা বুজি পাবলৈ টান।
@dineshkakati9343
@dineshkakati9343 3 жыл бұрын
Yes
@iteachyou4977
@iteachyou4977 3 жыл бұрын
Kotha bur hosaa tat gole amr ear pora manuh teulukw axomr pora ahise buli koi amr sir ajnr lgt hoisil anekuwa teu amk koiseee
@junpreet9261
@junpreet9261 3 жыл бұрын
Houk tate ki hol?? Heikhon. Bhoomiputra kachari hakalar hoi. KACHAR
@iteachyou4977
@iteachyou4977 3 жыл бұрын
@@junpreet9261 axom hoi ne nohoii atu kotha axomr pora ahise buli duta karont e kb pare first teuluke nojoke axomia buli vababe nohole jodha murkho nijr State khnr nm u najane......
@junpreet9261
@junpreet9261 3 жыл бұрын
@@iteachyou4977 heikeita bengali khinir bodmasi hoi. Tat etiao dimasa kachari aru kaiwarta manooh ase.
@junpreet9261
@junpreet9261 3 жыл бұрын
@@iteachyou4977 mutobot burbokami kori labh nai. E saikia eta jodha murkho. Koch Rajbangshi manooh bangladesh t ase. British e Bangladesh k di disil. Tetiya ki bal kori asil ehote?? So called writer my a$$
@asmitgogoi8739
@asmitgogoi8739 9 ай бұрын
@@junpreet9261 tar local manuh buror gat dukh.... bongali r population bahibole loute jodi barak r local manuh bure action lole hoi aji eibur nhol hoi....bangali jati tu actually karu lgt milibo nuara jati....abar majority holei ehote nijor soritto dekhai diye
@jamunkumarpatiri8531
@jamunkumarpatiri8531 3 жыл бұрын
কি বৰাকত অসমীয়া আৰু বঙালী ভাষাত চৰকাৰে Advertisement বিলাক লিখিব নোৱাৰে নেকি ? কাৰন চৰকাৰে কেৱল অসমীয়াত লিখাৰ কাৰনে এইটো বিতৰ্ক হ'বলৈ পালে। এইয়ে মই চৰকাৰৰে ভুল আছে বুলি ভাৱিম।
@dndeb3576
@dndeb3576 3 жыл бұрын
শইকীয়া চাৰৰ জীৱন প্ৰক্ৰিয়া আৰম্ভ সাহিত্য চৰ্চা, সমাজৰ নানান ধৰনৰ গঠন মুলক অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগত সংলগ্ন হৈ গঢ়ি উঠা হয়। কিন্তু পৰেশ বৰুৱা ডাঙৰীয়াই জংঘলৰ মাজত হাতত মৰনাস্ত্ৰ লৈ জীৱন গঢ় দিয়া লোশ হয় । পাৰ্থক্য সিমানেই বুলি ভাবো, সদাসয় লোকে নিজেই অনুব কৰিব পাৰিব।
@manikchandradas7057
@manikchandradas7057 3 жыл бұрын
আলবাল মন্তব্য দি থাকে কিয়?
@hiteshbora1741
@hiteshbora1741 3 жыл бұрын
Right sir
@Unknown-yz2kr
@Unknown-yz2kr 3 жыл бұрын
চাৰৰ কথাখিনি সম্পুর্ন শুদ্ধ
@Aa-tq9xt
@Aa-tq9xt 3 жыл бұрын
Saikia sir e moza.. Borak axomot thaka axom or eku val hua nai.. Balor kukur jaat bongali r thai heikhon
@pratapdas1113
@pratapdas1113 3 жыл бұрын
BTC will appear a new state! What do you think?
@irennath1411
@irennath1411 3 жыл бұрын
100 %right sir
@AmirHamza1amir.
@AmirHamza1amir. 3 жыл бұрын
90% manuh ase moi nijei bhut manuh paiso mur 25 bosor boiyoxh kintu moi bhut paiso anki You tuber ejone xodai koi thake Assam sorkar axom buli nakoi
@jitudas5617
@jitudas5617 3 жыл бұрын
Abegik hoi eku laav nai... Thakilew eku nohoi gusi golew eko singa najai...
@deepkumarpatar179
@deepkumarpatar179 3 жыл бұрын
Apunalukor Dore manuhe mongolei ji kunu Katha kobo nalage.
@dhrubaboruah3258
@dhrubaboruah3258 3 жыл бұрын
Kunu dinai bongali manuhe Assamese language tuk akuali noloi e drubv hatya. Musalman dharmi thalua lukhokle kintu nijor matri vakhak Axomiya buli ai koi heitu ami jani. Ami axomiyabur atia nirupai hoisu kak arim kak dhorim ...amar karone duitai raghumola swarup.
@Choudhury1474
@Choudhury1474 3 жыл бұрын
অসমক ভাগ কৰা নহব
@asaikiaasaikia9497
@asaikiaasaikia9497 3 жыл бұрын
Indian lobby Karone besi utpat barhise.
@ujjaldey6818
@ujjaldey6818 3 жыл бұрын
Oti norom aru oti gorome homoishyar homadhan nane. Ear babe gono bibesona aru prokrito jono motamotor nitainto proyujoniyo.
@bigantaborghain7941
@bigantaborghain7941 3 жыл бұрын
Hosa koise apuni
@jyotithakuria2699
@jyotithakuria2699 3 жыл бұрын
Jodi eituei Saikia r mot tenehale Karbi Angling, Bodoland, Kamatapur separate State kori diok
@dipsaliha2659
@dipsaliha2659 3 жыл бұрын
hai tu.hola aku khoti nohoy tripura hol 10000sq km.barak gola assam tripura t koi tat ko dangar hobo
@reyan4383
@reyan4383 3 жыл бұрын
Assam k ketiao dubhag Koribo Diya nohobo
@pransumoniphukon649
@pransumoniphukon649 3 жыл бұрын
নিজেই কোৱা কথাবোৰ সকলো মূৰ্খই অমিত বানী বুলি ভাৱে, মূৰ্খ মানুহে যিমানেই দামী সাজপাৰ পৰিধান নকৰক মূৰ্খ মুৰ্খই সি কেতিয়াও গ্ঞানী হব নোৱাৰে, এজন মানুহে যেতিয়ালৈকে কথা নকই তেতিয়ালৈকে সন্মান কৰিলেও কথা কোৱাৰ পাছৰে পৰা তেওঁ এজন মূৰ্খও হব পাৰে, মানুহক কথাৰে, সাজ পাৰে পৰিচয় নিদিয়ে, কাম কামেৰেহে পৰিচয় দিয়ে, তই আওপকিয়াকৈ মিঠা মিঠা ভাষাৰে সেই একেই পৃথক কৰাৰ দাবী উৎথাপন কৰাৰ কথা, মানুহে মৃত্যুৰ আগত ভাল কাম কৰিবলৈ বিচাৰে, তই খিলঞ্জীয়া ৰাইজৰ মাজত কলঙ্কিত , বদনাম কৰিব বিচাৰিছ, কথাবোৰতেই অনুমান কৰিব পাৰি, বেংগলি লেতেৰা জাতিটো তোৰ ঘৰৰ মিতিৰ মানুহ, ইমান দুখ অনুভৱ হৈছে যদি তোৰ ঘৰৰ মাতি বাৰি খিনিকে দি দে, যিতো শৰীৰৰ কাৰনে হানিকাৰক তাক ঘৰৰ সিমাৰ পৰা বাহিৰ কৰি দিব লাগে, সংগ্ৰাম কৰিবলৈ ভয় কৰা তই এটা হিজিৰা , বৰাকৰ মানুহক উচতাবলৈ কত সাহস পালি, বৰাকৰ মানুহক অনুৰুধ কৰিছো বুলি কলি যে ? অসমৰ ৰাইজে দেখিলেনে , কি দৰে পৰিস্থিতি বেয়া কৰিব বিচাৰিছে, ইয়াক ৰাইজে ৰাজহুৱা স্থানত সেৱা কৰি, ক্ষমাৰ ভিক্ষা বিচাৰিবলৈ কব লাগে।
@sunkumarborah5939
@sunkumarborah5939 3 жыл бұрын
Sir xasa kotha kole manuh opriya hoi
@rosiloutha2351
@rosiloutha2351 3 жыл бұрын
BJP government ur bhut komibu etia akhumiak ji political leader aru un unity bury ji pokur marisy akhumiak atk noi koribu nuari
@sacindradeka8192
@sacindradeka8192 3 жыл бұрын
মহাশয় অসমকো ভাৰতৰ পৰা পৃথক কৰিলে কেনে হয়?
@durgeswarphukan8498
@durgeswarphukan8498 2 жыл бұрын
ৃূItis right.
@rubulgogoi3100
@rubulgogoi3100 3 жыл бұрын
Murkha buli parisai Diya anyatam upai gahori ei bule edin sansad asil.bongalik banlabhashik Pakistan etia banladesh r lagat dib lagebuli nakob ki mane ase.nia logai dib lage.pagol ei.iya batori kuneu hamposar nakare Jen.
@leenakhakhalary4533
@leenakhakhalary4533 3 жыл бұрын
You encourage separatist of kachar
@gautamphukan5079
@gautamphukan5079 3 жыл бұрын
Poresh kokaideo asomiyar pran hoi , poresh boruah nathakile asom nathake ,ami poresh kokai logothe asu , asomot bongalik sthan dia nohobo , apunar honman bojai rakhi poresh kokaik maf khujok ,
@BARMANG
@BARMANG 3 жыл бұрын
বাদ দিয়া হে পৰেশ বৰুৱাৰ কথা ধুবুৰী বৰপেটা নগাও বঙ্গালৰ হাতত গলে পৰেশ বৰুৱা জংগলত থাকি আমাক কিমান সুৰক্ষিত ৰাখিব অনুপ চেতিয়াৰ কথা শুনিলে গম পাওঁ
@vitocorleone4448
@vitocorleone4448 3 жыл бұрын
These are the people who have the separatist ideology. They forget that Assam is not only about speaking Assamese, rather it is about upholding the composite culture. Shit ideology in the history of Assam
@Aa-tq9xt
@Aa-tq9xt 3 жыл бұрын
With that "great mentality" Of yours you bongalis overthrowed the indigenously people of Tripura and trying to do the same in Assam.
@vitocorleone4448
@vitocorleone4448 3 жыл бұрын
@@Aa-tq9xt we ahoms have never uplifted the so called creepy mentality of you guys, and we uphold the great Assamese society consisting of every ethnicity. We have built Assam with great efforts since 1228AD. So we will never allow shit ideologies to come up above and destroy the great Assamese society. So now shut the f*** up !
@asmitgogoi8739
@asmitgogoi8739 9 ай бұрын
@@Aa-tq9xt ehotok bujai lav nai....atai upai ase....ehotok kosu kota di axomor pra khedibo lgibo....aan beleg upai ase buli navabu
@tulonsaikia5446
@tulonsaikia5446 3 жыл бұрын
Polaionbadhi.ketiaro. Satri..nohoi
@ayushmaansaikia47
@ayushmaansaikia47 3 жыл бұрын
Barak velly Bengali aru.. Selatia Bangladeshi aru ROHINGIA.. same..same Kewal lukar Jegat jai... Khai... Amar Brahmaputra revenue khai ase.. Hihatar dom sa.. Dom ase Jodi separate tar Karane ANDULON KAR KHABOLOI NAPAI MORIBI...
@pranabborah1997
@pranabborah1997 3 жыл бұрын
Right
Mom had to stand up for the whole family!❤️😍😁
00:39
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 110 МЛН
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 317 М.
Meet the people of Bokar Tribe who's  half family live in China.
28:08
Arunachal Mirror
Рет қаралды 14 М.