ফাঁচীৰ আগত মই মোৰ পত্নীৰ লগত এৰাতি শুৱ খোজো- এগৰাকী অপৰাধীৰ শেষ ইচ্ছা পূৰণ হ'বনে? Motivator Niranjan

  Рет қаралды 1,578,397

Motivator Niranjan

Motivator Niranjan

Күн бұрын

ফাঁচীৰ আগত মই মোৰ পত্নীৰ লগত এৰাতি শুৱ খোজো- এগৰাকী অপৰাধীৰ শেষ ইচ্ছা পূৰণ হ'বনে? Motivator Niranjan
About this video:
Explained a beautiful heart touching story.
Copyright Disclaimer: - Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non- Profit, educational or personal use tips the balance in favor of FAIR USE.
Contact for: Content Writing, Motivational Speech, Voice Over
niranjansarma77@gmail.com
#motivatorniranjan
#motivatorniranjanvideo
#motivatorniranjanchannel
#hearttouchingstory
#assamesehearttouchingstory
#assamesestory

Пікірлер: 1 300
@btcbaksa6180
@btcbaksa6180 Ай бұрын
Hottyo hoday joy hoy adin darikoi holeo
@nabadasnabadas581
@nabadasnabadas581 Ай бұрын
সত্য সদায় জয়। প্ৰথমে দুখ লাগিল তাৰ পাছত ভাল লাগিল।
@MKBOYY123
@MKBOYY123 29 күн бұрын
❤❤❤😢😢😢😢❤❤❤
@anjanabania5496
@anjanabania5496 Ай бұрын
আইনৰ বিচাৰক জনক বহুত বহুত ধন্যবাদ। দুখিক ফাঁচি দিলে । নিৰ্দুখিক মাফ কৰিলে । ধন্য বিচাৰ পতি মহোদয়।
@RameshBarman-vv3xj
@RameshBarman-vv3xj Ай бұрын
এয়া গল্প হয় বন্ধু । এই গল্প শুনি এনেকুৱা নাভাবিবা যে বাস্তৱতো এনেকুৱাই হব । বাস্তৱত সদায়েই নিৰ্দোষীবোৰৰ শাস্তি হয় আৰু দোষীবোৰৰ বা বা হয় । আৰু এয়াই চিৰন্তন সত্য
@bhabitrabha4683
@bhabitrabha4683 Ай бұрын
সত্যই সদায় জয়
@ashimtalukdariwple5341
@ashimtalukdariwple5341 Ай бұрын
N
@bornalidevi2322
@bornalidevi2322 Ай бұрын
বহুতো দুখ লগা ঘটনা । সত্যৰ সদায় জয়।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@monjit358
@monjit358 Ай бұрын
Hoi diok
@KrishnaDas-bh9tc
@KrishnaDas-bh9tc Ай бұрын
বহুত দুখ লাগিল কাহিনীটো শুনি। সত্যত থাকিলে ভগৱানে মৃত্যুৰ পৰা ও বচাই আনিব। এই পৃথিৱীত এটিয়াও ভগৱান আছে দুষ্টৰ দমন শন্তৰ পালন। মানুহে সৎ পথত থাকি কাম কৰিলে এদিন জয় নিশ্চিত ।
@junmoniborah3361
@junmoniborah3361 Ай бұрын
সত্য আৰু উচিত বিচাৰ নোহোৱা হ'লে মানুহৰ ন্যায়ৰ প্ৰতি ভৰসা হেৰাই যাব। সত্যত থকা জনক ঈশ্বৰে যিকোনো প্ৰকাৰে ৰক্ষা কৰে।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@nipennarah4024
@nipennarah4024 Ай бұрын
কাহিনীটো শুনি বহুত বেয়া লাগিছিল যদিও পাছৰখিনি শুনি ভালো লাগিল। সত্য সদাই জয়।ধন্যবাদ বিচাৰক পতি মহোদয়।
@RomaBora-pj6pu
@RomaBora-pj6pu Ай бұрын
বৰ দুখ লগা মৰ্মান্তিক ঘটনা, এনে বহু নিৰ্দোষী লোক আজিৰ দিনত শাষ্টিৰ সন্মুখীন হৈ আহিছে, আৰু আগলৈকো চলি থাকিব যি দেখা গৈছে।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@gyanmithun7639
@gyanmithun7639 Ай бұрын
Danjybad
@monjit358
@monjit358 Ай бұрын
Bhut val lagil
@Diegorituraj
@Diegorituraj Ай бұрын
​@@MotivatorNiranjanbhfCmdofOeGfnkThsse, d2,sw,,2z
@bjdribworldtube.7068
@bjdribworldtube.7068 Ай бұрын
😭😭😭😭😭😭😭😭😭.
@BanjitRabha-yq6yx
@BanjitRabha-yq6yx Ай бұрын
Niranjan da ghotonar goraki khei purush aaru mohilar real photo hoyne??? Dhonyabaad.😊😊😊
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp Ай бұрын
বহুত দিনৰ পিছত এটা ভাল সত্য কাহিনী শুনিবলৈ পায় মনতো বৰ ভাল লাগিল সছা নে মিছা নাজানো
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@krishnakakaty2624
@krishnakakaty2624 Ай бұрын
Krishna Krishna provu atiya. Hoise. Dhonor. Jugo. Dhonei. Xokolu. Aine. Khon. Okol. Dhonir. Babehe. Dei
@ibhadutta2136
@ibhadutta2136 Ай бұрын
সুন্দৰ লিখনি সঁচা কাহিনী, সুন্দৰ উপস্থাপন 👌👌👌
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@pramadaray3805
@pramadaray3805 Ай бұрын
Kotha khini suni sokupani rokhabo noarilu bohut dukh lagil ❤😭😭😭😭😭😭😭🙏
@Rihangaming.66
@Rihangaming.66 Ай бұрын
সত্যৰ সদায় জয়। দুখ লাগিছে। পিচত ভাল ও লাগিছে।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@horenphukon5013
@horenphukon5013 Ай бұрын
বহুত দুখ লাগিল , মোৰো এনে ঘটনা চলি আছে মিছা অপবাদ দি মোক ফছোৱা হ'ল যাৰ বাবে আজি ৬ বছৰ দিন ধৰি কৰ্টলৈ দৌৰি আছো , নাজানো অৱশেষত ন্যায় পাওঁ নে নাপাওঁ 😢😢😢😢
@nazneenwahab2146
@nazneenwahab2146 Ай бұрын
Apuni jodi hosa hoi adin nichoi joy hobo
@najminbora9876
@najminbora9876 Ай бұрын
সত্যৰ সদায় জয় । নিশ্চয় পাব ন্যায় ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক ।
@MintuDas-te8yg
@MintuDas-te8yg Ай бұрын
Ucit bicar korib lage korile karne aaji teu nacile
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏
@dulalborah7242
@dulalborah7242 Ай бұрын
হ্দয় বিদাৰক কাহিনী ৷ সত্যৰ সদায় জয় ৷ ভাৰতীয় আইনী ব্যৱস্থাক আদৰণ জনালোঁ ৷
@ACHMITKHARIA-ye4oq
@ACHMITKHARIA-ye4oq Ай бұрын
👍👍 bohut val lagile
@sabitrisvlog721
@sabitrisvlog721 Ай бұрын
সুন্দৰ কাহিনী শুনি চকু পানী ওলাই আহে। কিছুমান বন্ধু সত্ৰূ হয়। সজা প্ৰমাণ হ'ল। ধন্যবাদ
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@dhaniramteron9827
@dhaniramteron9827 Ай бұрын
Ei kahini tu mote, prothome bharotor ain kanon hosakoie andho buli manibo lagiboi. Karon ei duyuta bandhur majot asol dukhi kun, hea dhoriboloi sesta nokorar babot he nirdukhik dukh bihe ba nirduhie dukh bhugibologiya hoi porise, hosakoi bharotor ain kanun andho, jodi nohole e kunubar dukhir babot nirdukhie eman din hastiu bhugibo logiya karon nathake.
@kiranbora6415
@kiranbora6415 Ай бұрын
গল্পটো বা কাহিঁনী টো ভাল লাগিল।আইন সদায় আইন হে হৱ লাগে।The judgment should always be right.
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@sajidurrahman1739
@sajidurrahman1739 Ай бұрын
নিজৰ ঘৈণীয়েক থকা স্থলত আন বন্ধু কিহৰ।
@JyotiGogoi-us8hy
@JyotiGogoi-us8hy Ай бұрын
Dukkhar. Bisar babe videotu Mur likes
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏
@RupaliDutta-f3z
@RupaliDutta-f3z Ай бұрын
পত্নীক লগ নকৰা হলে পত্নী গৰাকী নহা হ'লে তেওতো বিনা দুখত দুখি হৈ ফাঁচি দি মাৰিলে হয়। অনুৰোধ কৰিছোঁ ভালকৈ বিছাৰ কৰিহে সিদ্ধান্তত লব।
@jitulkalita4455
@jitulkalita4455 Ай бұрын
এই কাহিনীটো শুনিছো , হিন্দী ইউটিব চেনেলত দুসপ্তাহ মান হল ,বহুত দুখ লগা কাহিনী তথাপি আকৌ এবাৰ শুনিলো ,
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏
@rivariva-es3sq
@rivariva-es3sq Ай бұрын
Bor dokh lagile mrumod Gahori to
@bapukanbezbaruah5090
@bapukanbezbaruah5090 Ай бұрын
বহুত হৃদয় বিদাৰক ঘটনা।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@goutamgohain8420
@goutamgohain8420 Ай бұрын
কথাখাৰ বা কাহিনিতু শুনি আচলকথা বুজিও বেযালাগিল!
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏
@monuranjan5311
@monuranjan5311 Ай бұрын
সঁচাকৈ বহুত ভাল লাগিল ❤❤❤thank you so much
@rinaburagohain5867
@rinaburagohain5867 Ай бұрын
❤❤❤❤❤
@SBASSAMVLOG5561
@SBASSAMVLOG5561 Ай бұрын
সত্যৰ সদাই জয়
@sashipatowary8614
@sashipatowary8614 Ай бұрын
বহুত দুখ লগা ঘটনা, কিন্তু এইটো এ সচা যে সত্য ৰ সদাই জয়।
@rahulgoswami6913
@rahulgoswami6913 Ай бұрын
Popia hoi atu
@IndraRabha-gn2ls
@IndraRabha-gn2ls 18 күн бұрын
😢সত্যৰ সদায় জয়❤বহুদ দুখৰ কাহানি 😢বেয়া লাগিল শুনি❤❤❤❤❤❤❤❤
@ThunuDas-w8b
@ThunuDas-w8b Ай бұрын
সত্যৰ সদায় জয়
@anuskasarmah6565
@anuskasarmah6565 Ай бұрын
Satya hoday joy God bless you
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@এজাও
@এজাও Ай бұрын
বহুতভাললাগিল😢😢😢😢😢😢
@anjananeog3136
@anjananeog3136 Ай бұрын
সুবোধে ন্যায় পোৱাত অৱশেষত ভাল লাগিল । বৰ আবেগ ভৰা কাহিনী ।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@rameswardeka123
@rameswardeka123 Ай бұрын
বহুত ভাল কাহিনী- যিমান ভাল বিচাৰপতিয়ে নহ'ল কিয় বহুত ভাবি চিন্তি সকলো দিশ চালি জাৰি চাইহে বিচাৰৰ ৰায় দিয়া উচিত ।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏
@rinadekabarman
@rinadekabarman Ай бұрын
Bohut val lagil kotha khini zuni. Moi thikei bhabisilu ketiyau Subudh aru ghoiniyekor kitha bur recording korisil . Recording kora babei aji Subudh fasi kathor pora basi gol aru promude pasti pale. Val lagil
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@probingogoi1586
@probingogoi1586 Ай бұрын
2020-21regula হোৱা teacher বিলাকে পোৱা উচিত নহলে প্ৰতিবাদ
@ManabDas-tg8db
@ManabDas-tg8db Ай бұрын
, আপোনাৰ কন্ঠ বৰ ভাল লাগে।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@ManojDas-fe9wp
@ManojDas-fe9wp Ай бұрын
L0CKDown t mazRaty loi H0TEL t party kora bur basi gol, kintu moi evng olop cycle solaute P0LICE 500 toka L0CKDown t fine lole😭
@kandarpasarma2177
@kandarpasarma2177 Ай бұрын
সচাঁই মৰ্মান্তিক ঘটনা
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@lachitpatra4194
@lachitpatra4194 Ай бұрын
Bhagavan hodai hatyarhe log dia❤️🙏🙏
@sumitrabordoloi5018
@sumitrabordoloi5018 Ай бұрын
Bohut dukh lagil
@baborali6921
@baborali6921 Ай бұрын
প্ৰথম কথা হ'ল যে এজন পুৰুষ মানুহৰ লগত এজন মাইকী মানুহৰ কেতিয়াও বন্ধুত্ব থাকিব নোৱাৰে।
@jagatbrahma9556
@jagatbrahma9556 Ай бұрын
বহুত সুন্দৰ দুখ লগা কাহিনী! অতি সুন্দৰ হৈছে। সচাৰ সদায় জয়। কিন্তু ধয্যৰ অতিকৈ প্ৰয়োজন।
@anupamkalita6151
@anupamkalita6151 Ай бұрын
Satyam Shivam Sundaram 🙏🏻
@maabetiassamesevideovlogingcan
@maabetiassamesevideovlogingcan Ай бұрын
সত্য সদায়েই জয়,সত্যত থাকিলে ভগৱানে সহায় কৰে লাগিলে আপুনি যিমানেই বিপদৰ সন্মুখীন নহঁওক কিয়,লগতে এইটোও কব বিচাৰো কাৰোবাক দুখী সাব্যস্ত কৰাৰ আগত বা শাস্ত্ৰি দিয়াৰ আগত এবাৰ আপোনাৰ কাহিনীটোৰ দৰে ন্যায়ালয়ে বিবেচনা কৰাটো উচিত বুলি মই ভাৱো
@ChandanaDas-t2x
@ChandanaDas-t2x Ай бұрын
ঘটনাটো আধাতে এৰি নাযাব শেষলৈ শুনিব ধুনীয়াকৈ বুজি পাব,,,,
@rupjyotiborah9136
@rupjyotiborah9136 Ай бұрын
সত্য সদায় জয়। ভাল লাগিল কাহিনীভাগ
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@palashpratim2809
@palashpratim2809 Ай бұрын
কিছুমান কিছু ক্ষেত্ৰত কেতিয়াবা কিন্তু অদৃশ্য শক্তিও সহায় কৰে কিছুমান সৎ , ন্যায় পৰায়ণ ব্যাক্তিক , কিন্তু সেয়াও বিশেষ কাৰণত অথবা বিশেষ নিয়মবিধিতহে !!!!😲😲😲😲 💀💀💀💀💀💀💀🧟🧟🧟 👽👽👽👽👽🌌👁️🪔⏳ যাক কোৱা হয়, অপৰাধিৰ কাৰণে ই এটা, final destination type...!?
@padumibaruah2798
@padumibaruah2798 Ай бұрын
Enekua. Sotyo. Kahini. BilK. Suni. Bohut. Val. Palu. Dhonyobad. Jonalu
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@AlakeshGogoi-p8b
@AlakeshGogoi-p8b Ай бұрын
কাহিনীটো যদি সঁচা হয় তেনেহলে সুবোধ দোষ মুক্তি পোৱাৰ কাৰণে ভাল লাগিল।। কিন্তু আচৰিত কথা, সুবোধ ৰ ফাঁচীৰ হুকুম হৈ গ'ল কিন্তু প্ৰমোদক এবাৰৰ বাবেও আইনৰ আওঁতালৈ অনা নহ'লনে ? শুধা-পোছাত সুবোধে প্ৰমোদৰ বিষয়ে বা সম্পুৰ্ণ ঘটনাটো নোকোৱাকৈটো থকা নাই...আচৰিত, অলৌকিক ঘটনা 🤣🤣🤣🤣
@debaramdoley6521
@debaramdoley6521 Ай бұрын
অতিকৈ আবেগিক উপস্থাপন, সেইয়া বাস্তৱেই হওঁক বা কাল্পনিক, নিৰ্দোষীয়ে যে ন্যায় পালে তাৰ বাবে ভাৰতীয় জেইলাৰ ও ন্যায় ব্যৱস্থাক কৌটি কৌটি ধন্যবাদ জনাইছোঁ।
@dilipbordoloi683
@dilipbordoloi683 Ай бұрын
ইয়াকে কয় ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে । সত্য সদাই সত্য ইয়াক কোনেও অসত্য সজাব নোৱাৰে ।
@bhaskarhazarika9835
@bhaskarhazarika9835 Ай бұрын
Bor bhal lagil Subudh e justice puwa babe.
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@jrentertainment4730
@jrentertainment4730 Ай бұрын
এইটো Upৰ সচা ঘটনা ৷হিন্দী ভিডিও এটাত মই পাইছো ৷copy কৰি কাহিনী হিচাপত কিয় কৈছে ৷
@madhusmitadevi8528
@madhusmitadevi8528 Ай бұрын
ভগৱানে সত্য বিচাৰ কৰে, কিন্তু পলমকৈ কৰে।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@binodkakati7300
@binodkakati7300 Ай бұрын
এই ভিডিঅ'টিত বৰ্ণনা কৰা কাহিনীটো হয়তু বহুদিন আগতে প্ৰস্তুত কৰা হৈছিল ! কিন্তু মই আজিহে পালো ! কাহিনীটো মই আৰম্ভণিৰ পৰা শেষলৈকে শুনিলো ! কাহিনীটোৰ পৰা এইটোৱেই বুজিলো, শিকিলোঁ যে - ভাৰতৰ আইনী প্ৰক্ৰিয়া আজিও অন্ধ হৈয়ে আছে ! সুবোধৰ সৈতে হোৱা ঘটনাটো হয়তু কাল্পনিক হ'ব পাৰে; কিন্তু বহুতৰে ক্ষেত্ৰত অন্ধ আইনী প্ৰক্ৰিয়া চলি গৈ আছে ! বাস্তৱতো কাৰোবাৰ পাকচক্ৰ বা চক্ৰবেহুত সোমাই বহুতৰে সুখৰ সংসাৰ ধ্বংস হৈছে ! এই ভিডিঅ'টোৰ কাহিনীটো শুনি চকুপানী ওলাই আহিছিল ! এনে জিঘাংসাৰ বলি যাতে আমি বা আন কোনোৱে কেতিয়াও নহয়, তাৰ বাবে ভাৰতৰ আইনী প্ৰক্ৰিয়া শুদ্ধভাৱে পৰিচালিত হ'ব লাগে বা হৈ থাকিব লাগে বুলি মই ভাবোঁ ! ভিডিঅ'টিত বৰ্ণনা কৰা কাহিনীটোৰ জৰিয়তে আমাক এনে ঘটনাৰ পাকচক্ৰত নোসোমাবলৈ সকীয়াই দিব আৰু উপকৃত কৰিব ! ভিডিঅ'ৰ কাহিনী নিৰ্মাতালৈ বহুত বহুত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ !!!
@menubordoloi8269
@menubordoloi8269 Ай бұрын
সত্যৰ সদায় জয়। সত্যটো উদ্ঘাটন হ'লে সঁচাই বহুত ভাল লাগে।
@RakhiDhar-it3fl
@RakhiDhar-it3fl Ай бұрын
Enekuya Jodi moumita debnath r case to solve hol heten plz God help......
@ramendas6637
@ramendas6637 Ай бұрын
সত্যৰ সদায় জয় ৷৷ শুনি ভাল লাগিল ৷
@devmelody6299
@devmelody6299 Ай бұрын
Dhonyobad ❤ bur val lagil..aji kolkata hoi jua ghutuna tor main culprit fashi habu lage ..r o rape case holei culprit jonkok loge log fashi debu lage tenehole rape r dure maha pap bandhu habu.jay aye axom 🙏🙏
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn Ай бұрын
সত্যৰ সদায় জয় এয়াই সত্য কাহিনীটো শুনি বেচ মজা লাগিল
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@bidyutray8924
@bidyutray8924 29 күн бұрын
নিশা নকটালে নিশ্চয় ভাব়তীয় আইন বেবস্থা মতে ফাচি দিলেহেতেন
@bonjurybaruah876
@bonjurybaruah876 Ай бұрын
সুন্দৰ উপস্থাপন সুন্দৰ কাহিনীটো শুনি ৱৰ ভাল লাগিল ৷
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@dikshitasarma8282
@dikshitasarma8282 Ай бұрын
একোডাল আইনে বিচাৰ কৰিব নাজানে , আজিও বেলেগে কৰা দোষত দেউতা অন্ধকাৰত সোমাই আছে , নকৰোঁ আইনক বিশ্বাস দুখীয়া হলে সকলো মিছা, নাজানো আপোনাৰ এইতো সঁচা ঘটনা হয় নে নহয় কিন্তু মই আইনক বিশ্বাস নকৰোঁ কাৰণ তাত দোষী সাৰী যাই আৰু টকা পইচা নোহোৱা দুখীয়া বিলাক মিছাকৈ বন্দী হৈ যায় ধন্যবাদ ।🙏
@sakuntaladevi2075
@sakuntaladevi2075 Ай бұрын
শাস্তি খোৱা ৰ বাৱে দুখ লাগিল ।উচিত বিচাৰ ৰ বাবে ভাল লাগিল।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@YoungDevil-lk9ft
@YoungDevil-lk9ft Ай бұрын
Copy hoi badmash icon namor yt channel Tur pora.jihetu nohouk vl lagil Assamese ot😊
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ Ай бұрын
সত্য সদায় জয়
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@Karabi672
@Karabi672 Ай бұрын
ভাল লাগিল 😂
@M17-f5l
@M17-f5l Ай бұрын
Videoটো ভাল লাগিল৷মই আপোনাৰ মত একমত৷কাৰণ সত্য সদায় জয় ইয়াৰ প্ৰমান এই ঘটনাটো৷
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏
@AkhtarHussain-ri2ol
@AkhtarHussain-ri2ol Ай бұрын
ভাৰতৰ আইন কানুন অলপ খেলি মেলি আছে,কিয়নো মিছাতে যদি আপোনাৰ ওপৰত কেছ দিয়ে, আগতে মাৰ ধৰ কৰি জেলত পঠায়,তাৰ পিছত বিচাৰ😂😂😂,বিচাৰ মতে আপুনি যদি নিৰ্দোষী এৰি দিব,কিন্তু আগতে যে মাৰ ধৰ কৰি জেলত পঠালে? এইটো শাস্তি নহয় নে?
@koushikbhuyan7645
@koushikbhuyan7645 Ай бұрын
সত্য সদায় জয়।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@gitanjalideka8767
@gitanjalideka8767 Ай бұрын
ভাল লাগিল 👍; কাহিনীটো শুনি মোৰ এয়াই বোধগম্য হ'ল যে -মানুহ প্ৰকৃততে খোলা মনৰ হ'ব লাগে;খোলোচা কৈ,লাজ নকৰাকৈ মনৰ শেষ ইচ্ছা প্ৰকাশ কৰাৰ ফলতেই নিৰ্দোষী জন বাচি গ'ল। মানুহৰ অন্তৰাত্মা ইমানো নিষ্ঠুৰ নহয় যে বিবেকক পুৰি খাব!গতিকে আদালতৰ পৰাও তেওঁ ৰেহাই পালে।👍💕🙏
@DulalNath-lg9ib
@DulalNath-lg9ib Ай бұрын
যদি পত্নীয়ে সেই নিশা জেলত পতিৰ লগত কটাব নগল হয় তেতিয়া সত্যটো প্ৰকাশ নাপালে হয় আৰু তেওঁৰ ফাচি হ'ল হয় নিশ্চয় !?
@MitaliGogoi-fd1le
@MitaliGogoi-fd1le Ай бұрын
বহুত দুখ লগা ঘটনা। সত্য সদায় জয়।
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@SagarrabhaSagarrabha
@SagarrabhaSagarrabha Ай бұрын
😢sure.nirdukhit bhogoban ketiyao khasti nediye.😢😢😢😢
@mukutborah4081
@mukutborah4081 Ай бұрын
ভাল লাগিল🙏 সত্য সদায় জয়। সকলোৰে ভৰষাৰ ভগৱান ওপৰত। যি কৰিব ভাল কৰিব।
@JaibhapraBrahma
@JaibhapraBrahma Ай бұрын
Duk Laga Ghatana. Pryai Nirduki Lok Thenekai Hasti Pai Ahise Pai Thakibo Ayai Ajir Jugat Nyai Adalot.
@binaprovasaikia8555
@binaprovasaikia8555 Ай бұрын
সত্য সদায়েই জয়
@MotivatorNiranjan
@MotivatorNiranjan Ай бұрын
অশেষ ধন্যবাদ 🙏🙏🙏
@BistuBasumatary-jp9js
@BistuBasumatary-jp9js Ай бұрын
Hoytio hodai joy
@minuhazarika2742
@minuhazarika2742 Ай бұрын
Satyamev Jayate. कानून अंधा नहीं है भले ही कानून की देवी के आंखों में काली पट्टी बंधी है। Hip hip hurrah🎉 congratulations
@utpalnath9168
@utpalnath9168 Ай бұрын
copy karise video tu... jodi video tur ghatona tu copy kore likhi kio nidiye ,,,???
@swopanbaro6271
@swopanbaro6271 Ай бұрын
Kahinitu modyo khondod omil sunisu. Tothapio vale lagise . Aru amar dekhot money is the power dekha-pao.
@Anamikaborah448
@Anamikaborah448 Ай бұрын
চকু পানী ওলাই গল। সঁচা কথা কেতিয়াও লুকাই নেথাকে। ভগবান আছে। দুদিন দেৰি হব পাৰে সঁচা কথা বিচাৰ হব ই
@IlaDevi-xi8xm
@IlaDevi-xi8xm Ай бұрын
Satyar. Sadai. Joy
@jituborah4058
@jituborah4058 Ай бұрын
কাহিনী ভাল লাগিল কিন্তু এটা কথা ভাল নালাগিল এদিনতে মানে (বিয়া কৰায় মাত্ৰ এনিশা হে লগত আছিল) দুটা লৰা ছোৱালী জন্ম হ'ব নোৱাৰে।
@kamalakantanath2896
@kamalakantanath2896 Ай бұрын
Shatyar shaday joy.anedharanar bahuluk miser boli hoi jail khab a laga hoy. Jailorjonar bebasona bahut shundar.Tekhetok bhagawane mongal karak.chaparmukh Nagaon.
@monikachoudhary2044
@monikachoudhary2044 Ай бұрын
Hosa kotha val kam korile vale hoi ...aru beya kam korile beya hoi🙏🙏🙏
@bishnudas8684
@bishnudas8684 Ай бұрын
Oboxekhot aine Buji napaleu vogobane Buji pale je nirdukhi manuh ajon Bina dukhot fasi kathot ulomibo diyatu bohut dangor anyay hobo.
@BiswajitAcademy
@BiswajitAcademy Ай бұрын
7 days agote chaiso bengoli video akhanar pora copy kora video,but kahini to shikshamulak❤
@pobitrachangmai6570
@pobitrachangmai6570 Ай бұрын
সঁচাকৈ নদূখী জন যে বাছিলে ।ঘটনাটো বৰ দূখ লগা।
@dhrubadev5236
@dhrubadev5236 27 күн бұрын
Xosakoi bhal lagile xuni sokor pani olai aahile.... Satyr xodai Jay hoboi
@AliAkbar-t9o7d
@AliAkbar-t9o7d 23 күн бұрын
কি কম এনে বিচারক মানুশ মোর জীবনত নাপাম সত্যর সদয় জয়
@SuramoniSaikia
@SuramoniSaikia Ай бұрын
🙏 Prithibit val Kam kri gole Kunew nedekhilew vogobane dekhiboi.
@RubulDas-og7nw
@RubulDas-og7nw Ай бұрын
Khundar,, bohut dukho lagile kahanitu khuni,, kintu khekhot vl lagile je ajon nirdukhur fasi nohoil,,,, kintu anekuwa bohut ghotona ase jot nidurkhiya khastti khai aru fasi diya hoi,,,
@Aswini9791
@Aswini9791 Ай бұрын
সঁচাকৈ চকুপানী ওলাব বুলি ভাবিছিলো, পিছে নোলাল.....
@dombeswardas5420
@dombeswardas5420 Ай бұрын
Kahanitu olp making korise,, real hoi kintu aitu u. P nibhoya ghona subud hoi,,, vl laghil anekoi xhuni
@anujnath681
@anujnath681 Ай бұрын
Apuni jowa kali dile. Moi 5 months agote xunisu
@imanali-xs6ww
@imanali-xs6ww Ай бұрын
আইনে ,সদা‌য় সাক্ষী বিচাৰে।
@KalpanaGogoi-un1os
@KalpanaGogoi-un1os Ай бұрын
Hosakoi eman doyalu jailed ase janu...story2 huni ontor sui gol
The Joker wanted to stand at the front, but unexpectedly was beaten up by Officer Rabbit
00:12
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 42 МЛН
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 30 МЛН
Do you choose Inside Out 2 or The Amazing World of Gumball? 🤔
00:19
The Joker wanted to stand at the front, but unexpectedly was beaten up by Officer Rabbit
00:12