Phani Bhushan Choudhury Speech in Lok Sabha | সংসদত আধা ইংৰাজী-অসমীয়াতে ভাষণ ফণীভূষণ চৌধুৰীৰ। N18V

  Рет қаралды 160,197

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Phani Bhushan Choudhury Speech in Lok Sabha | সংসদত আধা ইংৰাজী-অসমীয়াতে ভাষণ ফণীভূষণ চৌধুৰীৰ।
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#phanibhusanchoudhury #loksabha
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 830
@ranjandasvarious....7424
@ranjandasvarious....7424 2 ай бұрын
হিন্দীত অনুবাদ হৈ যায় বুজি পাই সকলোৱে ধন্যবাদ ফনী ছাৰ ❤
@Ashimkonwar8975
@Ashimkonwar8975 2 ай бұрын
জনা নজনা তো এটা বেলেগ কথা তেওঁ যে আমাৰ দেশৰ সমস্যা ৰ কথা বাজেটত দাঙি ধৰিছে সেইটোহে ডাঙৰ কথা,একো নাই দিয়ক চেষ্টা কৰক আগ লৈ ভাল হব পাৰিব ধুনিয়াকৈ কব
@RahulyaVai
@RahulyaVai 2 ай бұрын
😂
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
ইংৰাজী আৰু নিজৰ মাতৃভাষাত কথা কোৱাৰ বাবে বহুত ভাল লাগিল ছাৰ
@dhetsala6167
@dhetsala6167 2 ай бұрын
নিজৰ মাতৃভাষা ক'লেই সকলো সমাধান হৈ যাব?
@Enus65
@Enus65 2 ай бұрын
Nursery kid
@gkallsite1222
@gkallsite1222 2 ай бұрын
Mother language ki English aru Assamese duiutai nki
@putin2860
@putin2860 2 ай бұрын
Dur
@NortheastExplorerRH
@NortheastExplorerRH 2 ай бұрын
@@dhetsala6167 সমস্যাবোৰ অৱগত কৰাই সমাধান কৰিবলৈকেটো চেষ্টা কৰিছে... তাৰ বাবে ক'বলৈ মাধ্যমৰ প্ৰয়োজন। গতিকে আমাৰ দৃষ্টিত ঠিকেই আছে।
@adityakalita5560
@adityakalita5560 2 ай бұрын
সংসদৰ মজিয়াত প্ৰথমবাৰ কথা ক'বলৈ যাওতে অলপ খোকোজা লাগিবই। অসমৰ সমস্যা সংসদৰ মজিয়াত উত্থাপন কৰা এজন সাংসদ ওলাইছে যে।
@MintunAli
@MintunAli 2 ай бұрын
Gaurav gogoi 😊
@prafulladas7224
@prafulladas7224 2 ай бұрын
কিন্ত্ত তথাপিও প্ৰথম বাৰ গৈয়ে যে অসমৰ সমস্যা দাঙি ধৰিব পাৰিছে সেয়ে বহুত । এনেকৈ যদি প্ৰত্যেক গৰাকী সংসদে এটা এটা কৈ সমস্যা দাঙি ধৰে নিশ্চয় কিবা এটা আমি আশা কৰিব পাৰোঁ
@jitupon.
@jitupon. 2 ай бұрын
Tapan gogoi hokolutkoi maat mota prosno Kora mp hoi hekarone aibar jaboi nidile. Besi prosno hudhe he😂😂
@MintunAli
@MintunAli 2 ай бұрын
@@prafulladas7224😂🤣
@MintunAli
@MintunAli 2 ай бұрын
@@jitupon. Jorhatr raije Buji paise Kune kam kre Kune nokore tar babe goru ghta dise
@নিয়ৰদুৱৰি
@নিয়ৰদুৱৰি 2 ай бұрын
পাছফালে হাঁহি থকা জন চিনি পাইছে নে তেখেত হল প্ৰদান বৰুৱা লক্ষিমপুৰ বিধান সভাৰ নিৰ্বাচনত প্ৰথী যি জনে আজিলৈকে সদনত এখাৰো মাত দি পোৱা নাই তেখেত নিৰ্বাচিত হৈ ধেমাজী/ লখিমপুৰ বাসী ৰাইজে কি পালে আৰু তেওঁ কি কলে তেওঁ ইংৰাজীত বাদ দিয়ক অসমীয়াতে আমাৰ সমস্যা বোৰ কিয় উত্থাপন নকৰে কিয় তেওঁ আকৌ আনক হাহিবলৈ আহে 😅😅😅
@assamfirebase6892
@assamfirebase6892 2 ай бұрын
সি টো অসমীয়া বুজি পাই নে নেপাই, সি কুকুৰে টো সমস্যা টো দাঙি ধৰোটে হাত চাপৰি এটা মাৰি সমৰ্থন কৰিব পাৰে।
@himantadas379
@himantadas379 2 ай бұрын
Kunjon, sasma pindhi thoka jon neki?
@MrinmoyCreationAsom
@MrinmoyCreationAsom 2 ай бұрын
Tinsukia district domdoma and sadia lac aku development hua ni
@SatymevaJayate007
@SatymevaJayate007 2 ай бұрын
সেইদাল প্ৰদানৰ কাম নাই
@dipankarjyotilahan848
@dipankarjyotilahan848 2 ай бұрын
Right
@basisthaacharya6590
@basisthaacharya6590 2 ай бұрын
সিংহ পুৰুষ হেম বৰুৱা মহোদয়ৰ পাছতেই হয়তো ফণীভূষন চৌধুৰী ডাঙৰীয়াই ভাৰতৰ সংসদত অসমীয়াত ব্যক্তব্য ৰাখিছে ।ধন্যবাদ ফণী দা।
@villageboy9939
@villageboy9939 2 ай бұрын
Ripun borai o rakhisil
@chandansaikia4890
@chandansaikia4890 2 ай бұрын
Lionman was Radha Govndra Baruah.. Not Hembaruaj
@bhargabpratimkashyap6260
@bhargabpratimkashyap6260 2 ай бұрын
Moza😂😂😂😂
@cyber9345
@cyber9345 2 ай бұрын
🤣
@mthuborgohain1956
@mthuborgohain1956 2 ай бұрын
Dont go by the language, see the dedication towards his community.. hats off sir. You are a good politician as well as good human being
@bibekkalita2731
@bibekkalita2731 2 ай бұрын
Sir ক বহুত বহুত ধন্যবাদ আমাৰ অসমীয়া ভাষাত কথা খিনি প্ৰকাশ কৰাৰ বাবে ।।।❤🙏🙏
@padmarajmishra
@padmarajmishra 2 ай бұрын
পিছফালে হাঁহি থকা জন প্ৰধান বৰুৱা লখিমপুৰ সমষ্টিৰ সাংসদ। বেলেগৰ কথাত সহতকৈ নিজে কেতিয়াবা সদনত মাত মাতি চাওক।দুবাৰ সদনত গৈ মাত মাতিব নোৱাৰা সাংসদ😂
@nurbhai5889
@nurbhai5889 2 ай бұрын
আমাৰ সাংসদ সকলে ভাষা নজনা বা লাজ পাব বুলি আচল সমস্যাবোৰ তুলি নধৰে। কিন্তু অইন ৰাজ্যৰ বহুতো সাংসদে সিহঁতৰ নিজৰ ভাষাত ভাষণ দিয়ে। সমস্যাৰ কথা নজনোৱা টো হে লাজৰ কথা ❤❤
@mridusankardas
@mridusankardas 2 ай бұрын
Aji kali translator ase xodonot headphone t change hoe language tu
@bhudevmedhi3090
@bhudevmedhi3090 2 ай бұрын
ভাষাৰ বাবে তাত translator gadget আছে.... ভাষা factor নহয়, কথা হ'ল নিজৰ অঞ্চলৰ সমস্যাবোৰ সদনত দাঙি ধৰাটো তাৰ সমাধান কৰিবলৈ চেষ্টা কৰাটো.... ধন্যবাদ ফনীভূষণ চৌধুৰী ডাঙৰীয়া।
@Mix-Together
@Mix-Together 2 ай бұрын
ভাল লাগিল মাতৃভাষাত উপস্থাপন কৰাৰ বাবে। বাকী সমালোচক সকলে নিশ্চয় নাজানে তাত যে Translator thake😂
@Puja73215
@Puja73215 2 ай бұрын
একো কথা নাই নিজৰ মাতৃ ভাষা কৈছে সকলোৱে কত সাহস কৰে😊 মাতৃ ভাষাৰ ছাত্ৰী হিচাপে গৌৰৱান্বিত ❤🙏 মইও তেওঁৰ সমষ্টিৰ পৰাই হয়
@SatymevaJayate007
@SatymevaJayate007 2 ай бұрын
R8,আমি অসমীয়া সদনত অসমীয়া ভাষাৰ দপদপনি ❤❤❤
@riturajdas7747
@riturajdas7747 2 ай бұрын
moi o
@MintunAli
@MintunAli 2 ай бұрын
Sir madam 😁😂🤣
@MintunAli
@MintunAli 2 ай бұрын
তাৰমানে I was actually 😂
@Puja73215
@Puja73215 2 ай бұрын
@@MintunAli ami tu tat jai sir madam bulio kbo para nai 😂
@madhabkalita2292
@madhabkalita2292 2 ай бұрын
অসমৰ সমস্যা উত্থাপন কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো
@KaSiYali
@KaSiYali 2 ай бұрын
ভাষাটো যিমান ভালকৈ জনাটো প্ৰয়োজন তাতকৈ সমস্যাটো সংসদত উত্থাপন কৰাটোহে বেছি প্ৰয়োজন।অন্তত নিৰৱে নাথাকি নিজৰ বক্তব্য ৰখা কথাটোত সুখী হৈছোঁ।।
@ajitkakati8300
@ajitkakati8300 2 ай бұрын
বেলেগ যি নহওঁক অসমীয়া ভাষা সকলোয়ে মন দি শুনি আছে good job comment kora কেইজন ইংৰাজীত যে কলে নেদেখিলে নেকি
@sondas3630
@sondas3630 2 ай бұрын
সুন্দৰ উপস্থাপন দাদা।যুক্তিসংগত কথাৰে জলন্ত সমস্যাবোৰক সমাধানৰ প্ৰচেষ্টা অব্যাহত ৰাখক।ধন্যবাদ
@RabindraDeka-qm4fx
@RabindraDeka-qm4fx 2 ай бұрын
নিজৰ মাতৃভাষাত কোৱাৰ বাবে ভাল পালোঁ চাৰ।
@PallabikaKalita
@PallabikaKalita 2 ай бұрын
Hihoti okhomiya bl dal buji pbo
@Moniभाई123
@Moniभाई123 2 ай бұрын
মোদী বিদেশত গলে যে হিন্দীত কথা কয় বেলেগে কেনেকৈ বুজি পায়। Simultaneous interpretation system আছে parliament t । কাণত headphone লগাই থাকে সদনৰ সদস্য সকলে সেইদালত গান নাবাজে।
@gourabkumardeka5623
@gourabkumardeka5623 2 ай бұрын
Hindi kob najne jdy election khele kio laj lgse
@किरण2021
@किरण2021 2 ай бұрын
যদি প্ৰথমৰ পৰাই অসমীয়াত কলেহেতেন ধন্যবাদ নিশ্চয় দিলোঁহেঁতেন... পিছে ইংৰাজীত যেতিয়া জিভা নুঘুৰা হল উপায় নাপাই হে অসমীয়াৰ সহায় লব লগা হল... হিন্দী ও নচলে... উপায় নাই...
@banjitchangmai4047
@banjitchangmai4047 2 ай бұрын
বাকী বোৰে বুজি পালে ন,,, কি হব তহঁতৰ
@b.sc.physicskeypoints6384
@b.sc.physicskeypoints6384 2 ай бұрын
অতি সুন্দৰ আৰু সবল উপস্থাপন। ভাৰত বৰ্ষ ৰ সংসদ ত অসমীয়া সাংসদ ৰ অসমীয়া ভাষাত বোধ কৰো এইয়াই প্ৰথম ভাষণ। ফণী ভূষণ চৌধুৰী দেৱ এই ক্ষেত্ৰত বাটকটীয়া হওঁক। অসম খন ভাৰতৰ লগত আছে যেতিয়া, সংসদ ত অসমীয়া ভাষা চলা টো বাঞ্চনীয়।
@TapanKonwar-lv6id
@TapanKonwar-lv6id 2 ай бұрын
বেলেগ মানুহে বুজি পাইছে জানোঁ
@b.sc.physicskeypoints6384
@b.sc.physicskeypoints6384 2 ай бұрын
@@TapanKonwar-lv6id বুজি পোৱাটো প্ৰয়োজন। আজি নাপালেও এদিন পাব।
@swmkhwrgoyary4782
@swmkhwrgoyary4782 2 ай бұрын
Ha ha speaker too buji paise ney
@official2605
@official2605 2 ай бұрын
হা:হা: অসমীয়া ভাষাত কথা কোৱাটো ডাঙৰ কথা নহয়। অধ্যক্ষ মহোদয় তথা আন আন সাংসদ বোৰে বুজি পোৱাটো হে ডাঙৰ কথা।।। বুজি নাপায় টো।।।। এজন সাংসদে হিন্দী আৰু ইংৰাজী জানিবই লাগিব।
@karunaborgohain4047
@karunaborgohain4047 2 ай бұрын
গৌৰৱৰ গগৈৰ লগত ইংৰাজীত ভাষন দিয়াৰ প্ৰতিয়োগিতা চলিছে নেকি
@gunabhirampatir8196
@gunabhirampatir8196 2 ай бұрын
ভাষা যিয়েই নহক অসমৰ বান পানীৰ সমস্যাৰ কথা উপস্থাপন কৰিছে। 👍
@Imsuuubhankar_
@Imsuuubhankar_ 2 ай бұрын
​@hukangamer8670translator r nam xunisa ne naii ketiyaba 😂
@NIRIBILI2025
@NIRIBILI2025 2 ай бұрын
​​@hukangamer8670 Improve ur knowledge tat automatically translate hoi jai...india isn't that backward technology ase tu...nohole modi a nu kene ke trump r lgt meeting kre ge
@jeev2074
@jeev2074 2 ай бұрын
​@hukangamer8670kanot j logai ase xeidal sini pua ne. Translate kori diye
@Mrlearner0511
@Mrlearner0511 2 ай бұрын
Automatic translation nahai. For every language, there are translators in parliament. They do the job of translation .​@@NIRIBILI2025
@amolgogoi4988
@amolgogoi4988 2 ай бұрын
​@hukangamer8670um hi kela guwahati bohi asu buli vabise niki
@bhaskarkashyap467
@bhaskarkashyap467 2 ай бұрын
Great 👍 Sir,,,,, মাতৃ ভাষাত কোৱাৰ বাবে,,, বহুত বহুত ধন্যবাদ
@prantik300
@prantik300 2 ай бұрын
Bangoli manuhe jodi bangoli kobo pare Hindi language r manuhe jodi hindi kobo pare English kobo pare Axomiya manuhe kiyo axomiya kobo noware proud of you axomiya kowar babe🙏
@fishok786
@fishok786 2 ай бұрын
Parlement t tumi jikona bakhat kobi thaka Kintu nijor mantobya khini Hindi/English likhito vabe joma dibo Lage aibor kamot help korar babe buhut manuh tate bohi thake gotike cintar karon nai😂😂😂
@manikkalita3288
@manikkalita3288 2 ай бұрын
ইয়াত কৈ আৰু বেছি নালাগে। ভূত বহা দিয়াত কৈ সমস্যাৰ বিয়য়েতো কিবা এটা কৈছে। বহুত ধন্যবাদ 🎉
@assamesenaturalbeautyandhe2854
@assamesenaturalbeautyandhe2854 2 ай бұрын
মই নিজেও ভাবিছিলো এইজনে দিল্লী ত গৈ কিবা এটা কব পাৰিবনে গৌৰৱ গগৈ ৰ নিচিনা, কিন্তু আজি বহুত ভাল লাগিছে অসমৰ কথাখিনি সুন্দৰ ভাৱে কব পাৰিছে।
@dumahusoroniya6691
@dumahusoroniya6691 2 ай бұрын
কিন্তু গৌৰৱ গগৈয়ে উন্নয়ন কৰিছে বুলি কবলৈ নোৱাৰি যোৰহাট জিলাত
@aporisimduttadutta252
@aporisimduttadutta252 2 ай бұрын
ইংৰাজী আৰু হিন্দী ক'ব নোঁৱাৰি মনে মনে বহি থকা সাংসদসকলে নিজৰ স্বাৰ্থৰ বাবেহে সাংসদ হয়।কিন্তু যিজনে ইংৰাজী বা হিন্দী ক'ব নোঁৱাৰি নিজৰ মাতৃভাষাতেই ৰাজ্যৰ সমস্যাবোৰ উত্থাপন কৰে সেইজনহে প্ৰকৃত ৰাইজৰ নেতা
@jeutiraj7232
@jeutiraj7232 2 ай бұрын
ইংৰাজী নজনাটো একো ডাঙৰ আৰু লাজৰ কথা নহয় | ভাল হে লাগিছে অসমীয়া ভাষা তাত কৈছে বাবে |
@changmai1985
@changmai1985 2 ай бұрын
This is why baba ji also try to become MP. EDUCATION NOT REQUIRED
@amolgogoi4988
@amolgogoi4988 2 ай бұрын
অধ্যক্ষ জনে Buji to pabo lagibo ki koi se 😂😂 😂😂
@jeutiraj7232
@jeutiraj7232 2 ай бұрын
@@amolgogoi4988 হিন্দিত অনুবাদ হৈ যায়।
@SatymevaJayate007
@SatymevaJayate007 2 ай бұрын
নিজৰ মাতৃভাষাত সদনত কথা কোৱা বাবে অসমীয়া হিচাবে গৌৰৱ অনুভৱ কৰিলোঁ ৷
@PRASANNAGOSWAMI-h2z
@PRASANNAGOSWAMI-h2z 2 ай бұрын
মাননীয়, ফনীভুষন চৌধুৰী ডাঙৰীয়াক অসমৰ প্ৰধান বানপানী সমস্যাক সদনত বীৰদপে অসমীয়া ভাষাত উৎঠাপন কৰিছে , তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো। ভবিষ্যতেও অসমৰ জলন্ত সমস্যাৰ ওপৰত আলোকপাত কৰাৰ আশা ৰাখিলো। জই আই অসম।
@সংস্থাপন-ঠ৮য
@সংস্থাপন-ঠ৮য 2 ай бұрын
কিন্তু বুজি পাইচে জানো😢
@siddharthabarman233
@siddharthabarman233 2 ай бұрын
​@@সংস্থাপন-ঠ৮যপাইছে, তই ভালকৈ খবৰ ল কেনেকৈ বুজি পায়। জানিলে হে গম পাবি।
@bhaskarkalita8115
@bhaskarkalita8115 2 ай бұрын
বৰ ভাল লাগিছে। ধন্যবাদ ফ্ণী চাৰ।
@bodofa4917
@bodofa4917 2 ай бұрын
তেখেতক দোষ দি লাভ নাই ভোট দিয়াৰ আগত ভোটাৰ সকলে বিবেচনা কৰাতো অতি প্রয়োজন
@pabitraprandutta2497
@pabitraprandutta2497 2 ай бұрын
আপুনি অসমীয়া হয়নে নহয় , অসমীয়া ত কৈছে বহুত ভাল কৰিছে ।ইয়াত বিবেচনা কৰিবলগীয়া কথাটো কʼৰ পৰা আহিল
@swmkhwrgoyary4782
@swmkhwrgoyary4782 2 ай бұрын
Tenekoa leader ki bal assam ot unnuti koribo paribo
@pranjalburagohain676
@pranjalburagohain676 2 ай бұрын
Language is a medium of communication. Can he communicate or one sided communication ? Moreover English is fantastic.😄😄😄
@abdulhasim8390
@abdulhasim8390 2 ай бұрын
Right koi se
@Dhantiji
@Dhantiji 2 ай бұрын
কি ভুল কৰিলেনো তেখেতে ?
@rumy1100
@rumy1100 2 ай бұрын
মানুহজন কিন্তু বহুত ভাল হয় বোলে। Simple manuh hoi
@dimpi_makeup_artist
@dimpi_makeup_artist 2 ай бұрын
Hoy
@MukulDas-l2m
@MukulDas-l2m 2 ай бұрын
জিভা খন পিছলি নাজায় বাৰে বাৰে ফচি যায় ৰাতিপুৱা সদায়েই পাচঁ বাৰকৈ ঔঁম কব লাগে
@digantadeka7201
@digantadeka7201 2 ай бұрын
এগিলাচ মাৰি দিয়ে পুৱাই পুৱাই😂
@BlackWhite-ku2qy
@BlackWhite-ku2qy 2 ай бұрын
Nonsense 🤣😂
@prabalmallabaruah5815
@prabalmallabaruah5815 2 ай бұрын
Stupid
@therasprince
@therasprince 2 ай бұрын
​kotha norokha hou jabo😂@@digantadeka7201
@MukulDas-l2m
@MukulDas-l2m 2 ай бұрын
@@BlackWhite-ku2qy কেএনকা
@kishorkakati3807
@kishorkakati3807 2 ай бұрын
অসমীয়া ভাষা জিন্দাবাদ
@jinkuh
@jinkuh 2 ай бұрын
This is a great leader, that's why so long term. Proud of you Mr Phanibhushan choudhury
@RupamRoy-j9x
@RupamRoy-j9x 2 ай бұрын
Respected sir, val lagil....
@bipulboruah3353
@bipulboruah3353 2 ай бұрын
প্ৰদান বৰুৱাই অসমৰ বানপানীৰ সমস্যাটোৰ সমাধান কৰা সংন্দভt nemet
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 2 ай бұрын
কাম নাই
@hkd6035
@hkd6035 2 ай бұрын
গৌৰৱ গগৈক সমালোচনা কৰা কেইটা ক'ত গ'ল কোনোবাই দেখিছিল নেকি?
@sports_guru_149
@sports_guru_149 2 ай бұрын
Gourav gogoi okol birudh korutei jai... Assamor hoi ki mat matise... Banpanir karone kiba ata kole na....vote kini jiki goise😂
@adiptanayakvlogs4593
@adiptanayakvlogs4593 2 ай бұрын
নিজৰ মাতৃ ভাষা কথা কোৱাৰ গৌৰৱ । ইমান এটা মিঠা ভাষা
@mouchuminath9050
@mouchuminath9050 2 ай бұрын
ভালেই কৰিছে। ইংৰাজী অসমীয়া মিহলাই মুঠতে ক'ব লাগে। ৰাইজে কবলৈকে ভোট দি পঠাইছে। ভাষা মেটাৰ নহয়।
@khyatidas2003
@khyatidas2003 2 ай бұрын
Being an Assamese and at this age according to my point of view he is trying his best because studying for years in english medium school still students doesn't know how to speak english fluently . Medium of speaking and the way of speaking of people of this age shoul not be criticized.
@Agoodguy1122
@Agoodguy1122 2 ай бұрын
কথা তোৱাৰ ভয়তেই আজিলৈকে সংসদলৈ নগ'লোঁ.... মোৰ সমষ্টিৰ ৰাইজে মোক সদায় হেঁচা দিয়েই থাকে সাংসদ হ'বলৈ
@fishok786
@fishok786 2 ай бұрын
E nijeo bisora nasil Kintu axom Baga Baga neta Bore borit Dori kandiboloi arambo koricil besarai upaihin hoi jabo loga hoise
@kiritikamalboruahpol7831
@kiritikamalboruahpol7831 2 ай бұрын
তেওঁ কবলৈ সাহস কৰিছে কাৰণে বহুত ভাল লগিছে।
@jibeswarnath2424
@jibeswarnath2424 2 ай бұрын
ধন্যবাদ আপোনালৈ৷ প্ৰকৃত সমস্যাৰ কথাটো আপুনি সজোৰে সংসদত উপস্থাপন কৰিলে৷
@apurbadeka471
@apurbadeka471 2 ай бұрын
সুন্দৰ চাৰ, সমস্যা বোৰ ধুনীয়া কৈ উপস্থাপন কৰিছে
@Biki-l9r
@Biki-l9r 2 ай бұрын
নিজৰ ভাষা টো ত ভাষণ দিয়াটো একো লাজৰ কথা নহয়।নিজৰ সমস্যা বোৰ উপস্থাপন নকৰাটোহে লাজৰ কথা। ৰাষ্ট্ৰসংঘ ত ও অটল বিহাৰী বাজপেয়ী এ হিন্দী ভাষাত ভাষণ দিছিল।গতিকে ফণিভূষণ চৌধুৰী sir e অসমীয়াত নিজৰ বক্তব্য আগবঢ়োৱা টো একো বেয়া হোৱা নাই। তেওঁলোকে যদি বুজা নাই তেতিয়া তাত translate কৰাৰ ব্যৱস্থা আছে...
@bijoygoswami6907
@bijoygoswami6907 2 ай бұрын
এখেতৰ ভাষন শুনি গৌৰৱ অনুভৱ কৰিচো। প্ৰতি জন অসমীয়া ই গৌৰৱ অনুভব কৰিব লাগে।
@assamrock409
@assamrock409 2 ай бұрын
Already there have a transalator to english or hindi so its good jai ai oxom and tokat first language tu oxomiyat asa so i proud tobe an Assamese of Assam Jai ai oxom good job sir
@kalitavlog451
@kalitavlog451 2 ай бұрын
তেওঁৰ বক্তব্য চাই ভাল লাগিছে। ভাল মানুহ তেওঁ
@nabajyotiborah8560
@nabajyotiborah8560 2 ай бұрын
ধন্যবাদ থাকিল,কিবা এটাতো কৈছে।
@RajivBoro-sj7bn
@RajivBoro-sj7bn Ай бұрын
Thanks sir
@DDDD-n6i1l
@DDDD-n6i1l 2 ай бұрын
সুন্দৰ
@utpalkalita8000
@utpalkalita8000 2 ай бұрын
বহুত বহুত ধন্যবাদ
@AnjanChkraborty
@AnjanChkraborty 2 ай бұрын
বৰ ভাল লাগিল দাদা আপোনাৰ কথা খিনি এনেকুৱা হব লাগে কাৰতোহল যে আপুনি নিজৰ ভাষাত কথা খিনি কৈছে কিমান নেতা আহি আৰু কিমান নেতা দল এনেকুৱা ভাষন দিবপৰানায় বৰ ভাল লাগিল দাদা
@subashdas9718
@subashdas9718 2 ай бұрын
Good English
@mintusaikia4517
@mintusaikia4517 2 ай бұрын
অতি ভাল পালো ।
@bidyutbordoloi9535
@bidyutbordoloi9535 2 ай бұрын
ভাৰতীয় সংসদত অসমীয়া ভাষা। বঢ়িয়া।👍👍
@bapukandeka6595
@bapukandeka6595 2 ай бұрын
Thanks sir. Eku nai buji pai dakhun
@gitashrihazarika1253
@gitashrihazarika1253 2 ай бұрын
আপুনি অসমৰ সমস্যাসমূহ সুন্দৰভাৱে ব্যাখ্যা কৰিছে তাৰ কাৰণ ধন্যবাদ। সমালোচনাৰ সেইসকলে কৰে যাৰ নিজে সেইখিনি কৰিব নোৱাৰে ।
@moromims5703
@moromims5703 2 ай бұрын
বঢ়িয়া ছাৰ 👏🏻👏🏻👏🏻
@MilanNath-b4q
@MilanNath-b4q 2 ай бұрын
Bohut dhonyabad
@saurabhbhuyan4519
@saurabhbhuyan4519 2 ай бұрын
Vhl lgil sir apuni bhut vhl bakhn dise 😊👍
@pallabjyotinath7294
@pallabjyotinath7294 2 ай бұрын
Val lagil huni.......
@kishoridas6447
@kishoridas6447 2 ай бұрын
নিজৰ কথা খিনি ইংৰাজীত কৈছে যাতে সকলোৱে বুজিব পাৰে, অসমৰ সমস্যাৰ কথা অসমীয়াত কৈছে যাতে অসমবাসীয়ে বুজিব পাৰে!
@Rupassam98
@Rupassam98 2 ай бұрын
বহুত বহুত ধন্যবাদ ছাৰ 🙏।
@nayanjyotidas2916
@nayanjyotidas2916 2 ай бұрын
জয় আই অসম।ফণীভূষণ চাৰলৈ ধন্যবাদ থাকিল।এয়া আমাৰ অসমীয়া গিৰী।
@RahulRaj-dt7gc
@RahulRaj-dt7gc 2 ай бұрын
Axomor ktha kiba je koise. sir bohut val lagil. Amar agor Guwahatir MLA aku kobo pora nasil okl tuponi maribo goisil delhit. Dhoinyobad🙏
@mostafizurrahman9115
@mostafizurrahman9115 2 ай бұрын
এই কাৰণে গৌৰৱ গগৈৰ দৰে সাংসদৰ প্ৰয়োজন । গৌৰৱক লৈ মানুহে এনেই গৌৰৱ নকৰে । অসমীয়া ৰাজ্য ভাষা কিন্তু সংসদত কথা কবলৈ হলে নিজৰ সমষ্টিৰ সমস্যা সমূহ দাঙি ধৰিবলৈ হলে ৰাষ্ট্ৰীয় ভাষা হিন্দী লাগিবই । দম দি কথা কৈ কাম আজুৰি আনিব লাগিব। ফণী ডাঙৰকৈ আপুনি এতিয়া আঞ্চলিক দলত নাই কিয়নো আপোনালোক ৰাষ্ট্ৰীয় দল বিজেপিৰ লগত আছে আৰু বিজেপিত সদায় হিন্দু ভাষাল গুৰুত্ব দিয়ে । এক ভাষা এক দেশ কিন্তু আপুনি সেয়া সন্মান শেষ কৰিলে 😂 সংসদত দোভাষী ব্যৱস্থা আছে যদিও সেয়া ব্যৱহাৰ দুৰ্বল মানুহৰ পৰিচয় । এইবোৰ অসমৰ জন প্ৰতিনিধি,30 বছৰ বিধায়ক হৈও ভাষা এটা নাজানে ।
@RabinPegu-g3h
@RabinPegu-g3h 2 ай бұрын
Ki ghatitu koribo Parise gourav dangoriyai...dangor dangor lecture di tar homostit ki special fund anise...just BJP hiruabo lage buli vote dise
@namitadas2902
@namitadas2902 2 ай бұрын
Tumar Gaurav Gogoi r bapekeo eku daal koribo nuwarile, xi ki daal koribo. Hats off to him Phani Da spoke in Assamese. 👍. AI is everywhere. Everybody will understand. Aaji hindi t kuwa hole opposition e kothai kobo nidile hoi. Halla logai ses korile hoi.
@pranabjaibajrangbalideka959
@pranabjaibajrangbalideka959 2 ай бұрын
Sarkari asoni ahile agote ulai ahibi 6.7 jon puwali loi.😂 Atiya bjp k gali de....Miya
@sports_guru_149
@sports_guru_149 2 ай бұрын
​@@pranabjaibajrangbalideka959mozza dila aisat😂
@theintrovert8953
@theintrovert8953 2 ай бұрын
অই গৰু কানত লাগি থকা mic কিটা দেখিছ নে নাই? নাজান চাগে তাত অনুবাদ হৈ হে কাণত সোমাই
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 2 ай бұрын
ফনি আপুনি সন্মানসহকাৰে বাকি কেইটা দিন গুৱাহাটীতে থাকিব লাগিচিল । হিন্দী ইংৰাজী কব নাজানা তাত গৈ তুমি ঘণ্টা কৰিবা
@KishorHaloi-gd3uk
@KishorHaloi-gd3uk 2 ай бұрын
😂
@prantik300
@prantik300 2 ай бұрын
Apuni o aikhini kotha Hindi ba English t kobo lagisil kio apuni axomiya kobo laj powa nai neki Nijor bhakha koise mohaxoi English Hindi bangoli Marathi Telugu kobo pare jodi Assamese kio kobo noware
@prantik300
@prantik300 2 ай бұрын
Apuni Hindi English kobo pari apuni ki ghonta kori ase ghrt Hindi English koi thokat koi bahirot ulai ahi axomiya kowa a val
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 2 ай бұрын
@@prantik300 mokkal toi saikhon state assembly buli vabi aso naki ?? Tat MLA dore asomiya t kotha koi thakile Kune gurutra dibo . Gadha . Tutkoi ba tur leader tut koi basi english moi janu
@Gitu502
@Gitu502 2 ай бұрын
Apuni congress hoi ..hy ne
@sadananddas3046
@sadananddas3046 2 ай бұрын
একো নাই সমস্যাৰ বিষয়ে দাঙি ধৰাটো প্ৰধান কথা।
@rajuboro4859
@rajuboro4859 2 ай бұрын
Well said sir
@jiyanlife2842
@jiyanlife2842 2 ай бұрын
Language is not Mater......, very good... Superb excellent sir
@Gpegu1990
@Gpegu1990 2 ай бұрын
সুন্দৰ পদক্ষেপ ফণীভূষণ ডাঙৰীয়া
@mridupawansaloi8350
@mridupawansaloi8350 2 ай бұрын
ভাল লাগিল । আমাৰ গুৱাহাটীৰ সাংসদ বাইদেউক হে দেখা নাপালোঁ এদিন ও। Vote বিলাক এনে এ যাব যেন পাইছোঁ।
@ajoyghatowar9291
@ajoyghatowar9291 2 ай бұрын
Good job Sir
@eijiban4982
@eijiban4982 2 ай бұрын
আজিৰ প্ৰযুক্তিৰ দিনত ভাষা কোনো ক্ষেত্ৰতে সমস্যা নহয় ৷ অসমীয়াত কোৱা বাবে ভাল পাইছো ৷
@prabinrabha6855
@prabinrabha6855 2 ай бұрын
অসমৰ অতি গুৰুত্বপূন´ বক্তব্য দাঙী ধৰিছে. ধন্যবাদ Sir 😊😊🎉
@raj.gaming8667
@raj.gaming8667 2 ай бұрын
Good job
@DDDD-n6i1l
@DDDD-n6i1l 2 ай бұрын
আমাৰ অসমীয়া ভাষাটো main,আৰু আমাৰ সমস্যা অৱগত কৰিছে ধন্যবাদ দেই ডাঙৰীয়া !
@horiprosadchintey1741
@horiprosadchintey1741 2 ай бұрын
Good Job Sir. You are clearly represented about the flood of Assam . How assam people are struggling from flood and they want from Indian Government.Some persons criticized that you are can't speak an english and hindi more clearly, but you are tried to talk in english and hindi languages. Our Indian Constitution has recognized 22 languages which are able to use in Parliament. That's why you are also used an assamese language in the parliament. Well done sir.
@PriyaRabha-dk2xx
@PriyaRabha-dk2xx 2 ай бұрын
Sar val lagil apunar kotha bor say
@kalyanchandradas626
@kalyanchandradas626 2 ай бұрын
পিছফালে হাঁহি মাৰি থকা জন,তেওঁ লাছ লাগিব লাগে,,,নিলাছ,,,, ফণী দা যি কৈছে ভালে কৈছে ,,,,
@deborajray1985
@deborajray1985 2 ай бұрын
Mjahhhh continue assam bongaigaon🙏🥰
@uttamneog7602
@uttamneog7602 2 ай бұрын
Good👍👍
@gambhiramkumbang9612
@gambhiramkumbang9612 2 ай бұрын
Great Sir
@ChayanikaBhuyan-j1h
@ChayanikaBhuyan-j1h 2 ай бұрын
Good men❤....God bless you
@ajitnarah8887
@ajitnarah8887 2 ай бұрын
Dhanyawad Phanibhushan sir, Nijor matribhasha Asomiya t bhashan di swakiyata raksha krar babe
@UtpalKakati-u4d
@UtpalKakati-u4d 2 ай бұрын
Very good sir 🙏🙏🙏
@ajitdeka1219
@ajitdeka1219 2 ай бұрын
চিৰ কৃতগ্য আপোনাক, নতুনত্ব ভাষা ব্যবহাৰ কৰাৰ বাবে, ভোট দি জয়ী কৰা ভোটাৰ সকলক ধন্যবাদ জ্ঞাপন কৰিছো
@technicalsofik859
@technicalsofik859 2 ай бұрын
Great sir...apna language apna hota hai...saluts for ur confidence. .
@pranabpoudyal1317
@pranabpoudyal1317 2 ай бұрын
Great
@jitumaninath8881
@jitumaninath8881 2 ай бұрын
সুন্দৰ জেঠা
@bikikonwar3443
@bikikonwar3443 2 ай бұрын
Sir 👏👍
@JadapSonowal
@JadapSonowal 2 ай бұрын
জয় আই ❤❤❤❤
@ajoypatgiri6330
@ajoypatgiri6330 2 ай бұрын
Right 👍👍👍👍
@bibekkalita2731
@bibekkalita2731 2 ай бұрын
❤️❤️🙏❤️
@nayonborthakur2023
@nayonborthakur2023 2 ай бұрын
Val hoise...asomiyat koar babe val hoise....
@sarangajyotidutta8135
@sarangajyotidutta8135 2 ай бұрын
সুন্দৰ❤❤❤❤
@AxomAstroTech
@AxomAstroTech 2 ай бұрын
কিবা এটা যে মাত মাতিছে । ধন্যবাদ।
@skeleton7109
@skeleton7109 2 ай бұрын
Thik kotha koisa👍👍👍
@hridaysarma8339
@hridaysarma8339 2 ай бұрын
মাকৰ গৰ্ভত শিকি অহা অভিমন্যু এতিয়া নাই পৃথিবীত, তেখেতে যে ভাষন টো ডাঙি ধৰিছে সেইটোহে কিন্তু ডাঙৰ কথা , ধন্যবাদ ফনী দা ৷
Я сделала самое маленькое в мире мороженое!
00:43
Кушать Хочу
Рет қаралды 4,6 МЛН
"كان عليّ أكل بقايا الطعام قبل هذا اليوم 🥹"
00:40
Holly Wolly Bow Arabic
Рет қаралды 9 МЛН
Yay, My Dad Is a Vending Machine! 🛍️😆 #funny #prank #comedy
00:17
Ozoda - Lada ( Official Music Video 2024 )
06:07
Ozoda
Рет қаралды 32 МЛН
Can Himanta Biswa Sharma SAVE the BJP? | Rise of Himanta Explained
28:30
The Sham Sharma Show
Рет қаралды 914 М.
Reality of Ajit Doval
36:43
Nitish Rajput
Рет қаралды 12 МЛН
Я сделала самое маленькое в мире мороженое!
00:43
Кушать Хочу
Рет қаралды 4,6 МЛН