Рет қаралды 57,480
অসমবাসীলৈ সুখবৰ। শীঘ্ৰেই আৰম্ভ হ’ব পাইপলাইন যোগে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ আঁচনি। তিনিবছৰৰ ভিতৰত গুৱাহাটীবাসীয়েও পাইপ লাইন যোগে ঘৰে ঘৰে পাব ৰন্ধন গেছৰ সুবিধা। এই অভিলাষী আঁচনিৰ তথ্য সদৰী কৰিলে অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰাই।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for latest update of news: newslivetv.org/