Uncle (Daai)। Award Winning Short Film। Monuj Borkotoky । Ranjita Boruah। Drama

  Рет қаралды 206,933

Pocket Films

Pocket Films

3 жыл бұрын

'Daai' (Uncle) is a story of a 55 years old artist, who performs Bhaona(Folk Assamese Play), modern plays in his locality. He lives with his sister-in-law and niece. Everyone in the village is very fond of him and reaches out for help. It's a story about his selflessness, desires, acceptance, and his artistic self.
Subscribe to our channels for a new #shortfilm every day - goo.gl/lPLIY
Click Here to Watch New Releases - bit.ly/newreleasesfilms
Visit www.pocketfilms.in to know more about us and our activities including films, contests, updates, etc.
Cast & Crew:
Director: Monuj Borkotoky
Producer: Bhupen Gogoi, Subanti Borkotoky
Cinematographer/Dop: Chida Bora
Editor: Prodip Paul
Music: Bibhuti Gogoi
Screenplay: Monuj Borkotoky
Sound Design: Manas Protim Goswami
Sound Mix: Hengul Medhi
Marketing: Abhijit Laskar
Casting: Monuj Borkotoky
Di Colorist: Sujit Borah
Actors:
Daai: Devi Borkotoky
Pokhi: Ranjita Boruah
Podumi: Bina Patangia
For Latest Updates Follow Us on Social Platforms
Follow Us on ►►►►►►►
FB - / pocketfilmsin
Twitter - / pocketfilmsin
#pocketfilms Network Channels ►►►►►►►
Little Kids Channel - bit.ly/Littlekidschannel
Are you a filmmaker? Want to showcase your film/documentary and also generate income? Contact us at - info@pocketfilms.in

Пікірлер: 1 600
@ankitascorner2231
@ankitascorner2231 3 жыл бұрын
দাইৰ দৰে মানুহ থাকিলে সমাজ এখন সমাজ হৈ থাকে! কলা সংস্কৃতিবোৰ ধৰি ৰাখিবলে প্ৰতিখন সমাজত একোজন "দাই"ৰ প্ৰয়োজন। ইমান সুন্দৰ এখন চুটি ছবি উপহাৰ দিয়া বাবে আমি চিৰকৃতজ্ঞ!
@savageharpal
@savageharpal 3 жыл бұрын
Awestruck
@SuperMonuj
@SuperMonuj 3 жыл бұрын
Hi Harpal Thank you. please share the link . It will help us to reach a wider audience 🙏❤.
@totalgamingnax4393
@totalgamingnax4393 3 жыл бұрын
Dada apuni mur sbtko vl lga youtubeer .🙂
@DREAM-zd7jp
@DREAM-zd7jp 3 жыл бұрын
♥️
@anshumanhandique2745
@anshumanhandique2745 3 жыл бұрын
Love you bro
@bananazone4048
@bananazone4048 3 жыл бұрын
You are cringe king , learn something from this film dude
@paramnanda9052
@paramnanda9052 3 жыл бұрын
Daai is a fabulous person,,every person like him was a real man of our society.
@geetartha3906
@geetartha3906 3 жыл бұрын
Tothapiu j kaame kaaje nalage, laage mathu homajot rong hanibole... Hukhu diye, dukhu diye kotha khare... Kintu hotyo
@upasanakalita7747
@upasanakalita7747 3 жыл бұрын
অসমীয়া গাঁৱলীয়া জনসমাজৰ সহজ-সৰল মনটো সুন্দৰ ৰূপত পৰিস্ফূত হৈছে। আজিৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত "দাই"ৰ দৰে মানুহৰ মহানুভৱতাই মানৱীয়তাক সময়ৰ চাকনৈয়াত বিলীন হৈ যাবলৈ দিয়া নাই। চলচ্চিত্ৰখনৰ মাজেৰে পুৰনি সেই অমৰ কবিতাবোৰ পুনৰ জীপাল হৈ উঠিছে।
@nilafagun5243
@nilafagun5243 3 жыл бұрын
"তই সমাজৰ কাৰণে কিমান কৰিলি...সমাজে তোৰ কাৰণে কি কৰিলে".....এটা এটা মুহূৰ্ত মোৰ চিনাকি.....মই চিনিব পাৰিছোঁ এই ছবিখন....সুন্দৰ প্ৰচেষ্টা💙🌸🎭
@achyutdas6578
@achyutdas6578 3 жыл бұрын
Toy samajor karone ......... Ki korile... Ai kothare sage amar sinaki DAi kaijonok aji vagoruwa kori tulise. Protijone bor apon..
@pranabjyotii
@pranabjyotii 3 жыл бұрын
They are the people who don't think about themself,they live for society ❤️ their love for the work is unmatchable . Loveed the character " Daai".
@chandansarma688
@chandansarma688 3 жыл бұрын
ছবিখনৰ এটা এটা শব্দ‌ই হৃদয় চুই যোৱা । নিভাঁজ গাঁৱলীয়া মূহুৰ্ত বোৰেৰে, ভূপেনদাৰ গীতৰ সঠিক উপস্থাপনেৰে সঁচাকৈ এখন মননশীল চুটি ছবি । 'দাই'ৰ চৰিত্ৰটিৰ অভিনয় অতি সাৱলীল হৈছে।
@indrajitborah2174
@indrajitborah2174 3 жыл бұрын
ক্ষন্তেক সময়তে ইমান আবেগিক কৰি দিলে ! সমাজ ৰক্ষক আৰু সমাজ শুধৰক এনে " দাই " মোৰ প্ৰিয় চৰিত্র 👍👍👍👍👍👌
@Lovemusic0133
@Lovemusic0133 3 жыл бұрын
গাঁৱলীয়া জীৱনটোৰ প্ৰতিফলিত ৰূপ দাই'ৰ দৰে অনেক নিভাঁজ গাঁৱলীয়া লোক🌼সকলোবোৰ দিশৰ পৰা উন্নত মানদণ্ডৰ এখন মননশীল চুটি ছবি❤️
@nayanjyotisaharia7420
@nayanjyotisaharia7420 3 жыл бұрын
Best...Assamese Short Film...I have Ever Watched....গাওঁৰ সেইখিনি মানুহৰ প্ৰকৃত ছবিখন দেখাই দিছে যি কেইজনে গাওঁ সভা মেল-মিটিং ভাওনা নামঘৰ এইবোৰতে নিজৰ জীৱনতো উৎসৰ্গা কৰি দিছে কিন্তু তেওঁলোকৰ প্ৰয়োজনত কোনেও আহি তেওঁৰ ওচৰত থিয় হোৱা নাই । এইটো একেবাৰে Real ঘটনা আমাৰ গাওঁতে তেনে মানুহ বহুত আছে ।।
@kabyasrimahanta384
@kabyasrimahanta384 3 жыл бұрын
প্ৰত্যেক অসমীয়া সমাজৰ গাঁও এখনত "দাই"ৰ দৰে ব্যক্তি আছে। এজন প্ৰকৃত সংস্কৃতি ৰক্ষাৰ লগতে সমাজ ৰক্ষক❤ বৰ শান্তি পালে অন্তৰখনে চুটি ছবি খন চাই । আশা কৰিলো আগলৈ চাবলৈ পাম। Keep it up guys❤
@nabajyotiborah2358
@nabajyotiborah2358 3 жыл бұрын
সমাজ সমাজ হৈ থাকে এই দাইৰ দৰে বাস্তৱ চৰিত্ৰবোৰৰ বাবে । বিষয়বস্তু চিত্ৰনাট্য আকৰ্ষণীয় আৰু মন চুই যোৱা । দাইৰ দৰে মানুহবোৰ , সঁচা মনৰ শিল্পীবোৰ ভালে থাকক ।
@jantikalita9159
@jantikalita9159 3 жыл бұрын
প্ৰতিটো শব্দ ... প্ৰতিটো চৰিত্ৰ ইমান ধুনীয়াকৈ পৰিচয় কৰা হৈছে যে গোটেই চিত্ৰ খন এই মন চুই গল্। সঁচাকৈ এ অসমীয়া সংস্কৃতি বহুত ধুনীয়া । জয় আই অসম । ❤️
@minakshiburagohain1960
@minakshiburagohain1960 3 жыл бұрын
অসমীয়া গ্ৰাম্য সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি "দাই" ৰ মাজেৰে দেখা গৈছে!! সকলোৰে অভিনয়ও নিভাজ.. Lots of love to "daai" ❤❤
@cuties3542
@cuties3542 3 жыл бұрын
ছবিখন সকলো দিশৰ পৰা পৰিপূৰ্ণ। দাইৰ দৰে বহু নামনজনা শিল্পী আমাৰ গাঁওবোৰতে আছে। এওঁলোকৰ প্ৰয়োজনীয়তা সমাজত সদায় থাকিব। ধন্যবাদ ইমান এখন ধুনীয়া ছবি উপহাৰ দিয়া বাবে। বিশেষকৈ গাৱত ডাঙৰ দীঘল হোৱা সকলে বেছিকৈ হৃদয়ংগম কৰিব পাৰিব।
@noobiechannel7204
@noobiechannel7204 3 жыл бұрын
We need people like Daai,, in todays world its hard to find someone this innocency.🥰this is assamese true innocemt face...
@debajitborthakur4736
@debajitborthakur4736 3 жыл бұрын
অপূৰ্ব । অসমীয়াৰ চহা জীৱন যাপনৰ সম্পূৰ্ণ এক অতি সুন্দৰ বিশ্লেষণ দাঙি ধৰিছে। সঁচাই কি নাই, সকলোৱে চোন সামৰি পেলাইছে এই ১৯ মিনিটৰ ভিডিঅ'টিতে💜
@arnabsaikia8131
@arnabsaikia8131 3 жыл бұрын
"আলি টো কাটি দে চোন " the upper Assam accent ❣️❣️❣️
@jollywoodofficial6754
@jollywoodofficial6754 3 жыл бұрын
কি নু কম কবলে মোৰ ভাষা নাই ছবিখন ইমান সুন্দৰকৈ দেখুওৱা হৈছে ❤️❤️❤️❤️love u all আশা কৰোঁ আৰু পাছলৈ এনেকুৱা ছবি দেখিবলৈ পাম❤️😊
@meme115
@meme115 3 жыл бұрын
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ "মদাৰৰে ফুল হেনো" গীততিৰ অৰ্থৰ গভীৰতাৰ প্ৰকাশ 🥰
@SuperMonuj
@SuperMonuj 3 жыл бұрын
Thank you so much from our দাই (Uncle) Team to you all for appreciation and immense love towards our film. please do share the link and help us to reach a wider audience ❤🙏
@reemeebarman1764
@reemeebarman1764 3 жыл бұрын
We have seen so many Dai , yet you brought him to life like no one else.
@anjumanitalukdar6247
@anjumanitalukdar6247 3 жыл бұрын
such a beautiful movie....congratulations to whole team..
@MixNagaBro
@MixNagaBro 3 жыл бұрын
Last part Relly like it... Love from Nagaland North east India 👍
@TheAkashPatra
@TheAkashPatra 3 жыл бұрын
Huge congratulations to Whole team, much deserved love and attention💚 (Devi)Daai has always been Daai for us.. You both(Father-Son) should be very proud for this achievement 🙌
@mukundanath6486
@mukundanath6486 3 жыл бұрын
মোৰ মূকাভিনয় কৰি কৰি এই অৱস্থাই
@Phukansdiary
@Phukansdiary 3 жыл бұрын
নিজৰ গাওঁখনৰ ছবি চকুৰ সন্মুখত ভাঁহি উঠিছে। প্ৰত্যেক খন গাওঁতে এনে এজন মানুহক দেখা পোৱা যায়। সচাঁকৈ বৰ সুন্দৰকৈ সজাই তুলিছে "দাই" চৰিত্ৰ টোক। প্ৰতিটো চৰিত্ৰই চুই গ'ল। ❤
@mridulchetia4793
@mridulchetia4793 3 жыл бұрын
আপোনালোকৰ এই পদক্ষেপ সচাকৈ সলাগনিয়। ইমান যে সুন্দৰকৈ উপস্থাপন কৰিছে চৰিত্ৰ কেইটি। বৰ ভাল লাগিল, আপোনাক আৰু আগোৱাই যাৱক তাৰেই কামনা কৰিলোঁ❤️
@radhemalik6349
@radhemalik6349 3 жыл бұрын
দাই সঁচা অৰ্থত এজন প্ৰকৃত শিল্পী। তেওঁ অভিনয়ে মোৰ স্বৰ্গীয় "ককা"ক‌ মনত পেলাই দিলে। আৰু বুজি পালোঁ ভূপেন মামাৰ সঁচা অৰ্থত সেই কালজয়ী গীতটি 💓
@dhrupaddeka4239
@dhrupaddeka4239 3 жыл бұрын
'দাইটি', এক সুমধুৰ অসমীয়া শব্দ। অতি সুন্দৰ আৰু সাৱলীল অভিনয়, এখন উপভোগ্য আৰু নিভাঁজ অসমীয়া চুটি ছবি 🙏🏻
@babitaborthakur7125
@babitaborthakur7125 3 жыл бұрын
অতি সুন্দৰ, ভাল লাগিল ,এতিয়াও সদৰ্থক মানৱ দৰদী লোকেই সমাজ খন শৃংখলিত কৰি ৰাখিছে,কাহিনী,অভিনয়,সংগীত,সজ্জা সকলো কৰ্ম -কৰ্তালৈ আমাৰ শুভ কামনা জনালোঁ 💐💐💐
@adityadas1583
@adityadas1583 3 жыл бұрын
বুকু দাথি হাজাৰ বাৰ কম আমি যে অসমৰ অসমীয়া_❤️অতীতৰ গান,ভাওনা আদিৰ কথাৰ সানিধ্যত সঁচাকৈ মন টো একেবাৰে আবেগিক হৈ গল।🔥 🙏জয় আই অসম🙏
@himadridevi2719
@himadridevi2719 3 жыл бұрын
দায় ৰ অভিনয় অতুলনীয়। বহুত ভাল লাগিল। তেওঁৰ সহনশীলতা, সৰলতা আৰু ভতিজিৰ প্ৰতি মৰম সচঁাই ভাল লাগিল
@assamesepoem2038
@assamesepoem2038 3 жыл бұрын
' দাইটিৰ' দৰে হাজাৰ চৰিত্ৰ গাওঁবোৰত লুকাই আছে সুন্দৰ উপস্থাপন লগতে সমাজৰ পৰম্পৰাগত অদৰকাৰী ৰীতি নীতিবোৰ নাইকিয়া হওঁ‌ক সোনকালে। শিল্পীবোৰ শিল্পী হিচাপে সমাজত স্থান পাওঁ‌ক ,নিকা হওঁ‌ক সমাজ গঢ়ি উঠক নতুন ইতিহাস । ভাল লাগিল।
@manjushahi3333
@manjushahi3333 3 жыл бұрын
The simplified visual language makes #Daai (Uncle) a powerful international cinema. The content and It's presentation makes you spellbound . One can relate to it easily . Doesn't matter you understand the language or not. Don't miss this film guys.
@KnowledgeGainer23
@KnowledgeGainer23 3 жыл бұрын
ইমান ধুনীয়া ছবি মই আজিলৈকে চোৱা নাই...গাঁৱৰ এখনৰ সুন্দৰ ছবি প্ৰতিফলিত হৈছে😍
@aupamabhuyan2105
@aupamabhuyan2105 3 жыл бұрын
মনোজ বৰকটকীৰ দাই এখন উৎকৃষ্ট মানৰ চুটি ছবি । দাই মানে আমাৰ দেৱী দা এজন প্ৰথম শ্ৰেণীৰ অভিনেতা । বাকী সকলোৰে অভিনয় অতি সুন্দৰ । আমি আৰু আশা কৰোঁ । দেৱী দালৈ নমস্কাৰ ; মনোজলৈ ধন্যবাদ আৰু বহুত মৰম ।
@arpidas4028
@arpidas4028 3 жыл бұрын
I forgot that this short film is uploaded in an Indian Short film KZbin channel. This is really a proud moment for us. It's not just a story, it's the real scenario of village society...a very big congratulations to the whole team. Go ahead
@MixNagaBro
@MixNagaBro 3 жыл бұрын
The beauty of nature n the beauty of Assamese people..really amazing ... We visit Ur state again ..from NE Nagaland kohima 👍
@drmanikchandraroy2057
@drmanikchandraroy2057 2 жыл бұрын
Congratulations to whole team and director. Proud of you.
@thetuber4439
@thetuber4439 3 жыл бұрын
Mr. Devi Borkotoky. A gem . Priceless. How realistic of a pastoral life is depicted. দেউতা লৈ মনত পৰি গল।
@Parthaamusic
@Parthaamusic 3 жыл бұрын
ইমান সৰু সৰু কথা বোৰ লৈ ইমান ধুনীয়া উপস্থাপন সঁচাই খুব ভাল লগিল , খুব সুন্দৰ চিন্তা ধাৰা বহুত ভাল লাগিল ৫ বাৰ মান চালোঁ,প্ৰত্যেক বাৰেই চকু কেইটা চলচলীয়া হৈ উঠে, বহুত বৰম হুভকামনা ♥️
@jonalisaikia6489
@jonalisaikia6489 3 жыл бұрын
Daai is one of the best short films India ever produced. A remarkable work that need to appreciate🙏.
@chimpikonwar1394
@chimpikonwar1394 3 жыл бұрын
এনেকুৱা ছবিবোৰেই অসমীয়া ভাষা, কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব | খুবেই সুন্দৰ উপস্থাপন
@jeetbaruah2964
@jeetbaruah2964 3 жыл бұрын
আগৰ সেই গাওঁ এতিয়া আৰু গাওঁ হৈ থকা নাই , যান্ত্ৰিকতাই গ্ৰাস কৰি পেলোৱা একোখন গাওঁ বৰ্তমান । সুন্দৰ পদক্ষেপ পৰিচালক মহাশয় ধন্যবাদ ছবিখনৰ বাবে ।
@MixNagaBro
@MixNagaBro 3 жыл бұрын
I hv so many assamese friends here in Nagaland... N we always visit karbi, gahwati, diphu , Siliguri tezpur etc.. love from NE Nagaland kohima 👍👍😘
@User360iskon
@User360iskon 3 жыл бұрын
I too have many naga frnds and I have fond memories of visiting Dimapur.
@MixNagaBro
@MixNagaBro 3 жыл бұрын
@@User360iskon the beauty of nature n the beauty of short film...rely impressed...👍😳
@AssameseEduHub113
@AssameseEduHub113 3 жыл бұрын
@@MixNagaBro ❤️🙌
@techtrosguiders2121
@techtrosguiders2121 3 жыл бұрын
Love you too
@luckyahmed2972
@luckyahmed2972 3 жыл бұрын
অতি সুন্দৰ ভাবে ফুটাই তুলিছে এখন গাৱৰ ছবি, লগতে সুন্দৰ অভিনয়, বৰ ভাল লাগিল, শুভেচ্ছা থাকিল।
@dhrubaxaikia
@dhrubaxaikia 3 жыл бұрын
A truly international standard short film, I request all the film lovers to share the link to spread the film. And I request to the maker Monuj Borkotoky and distributer Pocket Films to take this film to make it available on OTTs also (like hotstar) so that a wide range of audience can watch this beautiful film.
@VildPG3232
@VildPG3232 3 жыл бұрын
সচাকৈ বহুত ভাল লাগিল 🙏❤️❤️
@drbonitaborah6752
@drbonitaborah6752 3 жыл бұрын
The standard is like Satyajit Ray's muvie !!wont say much...this is third time m watching this..and cud not stop tears in the end..i am so proud of the makers !!i send to many non assamese friends they like it too!!
@dirtonmyshoes
@dirtonmyshoes 3 жыл бұрын
The fact that none of the poetry or songs were subtitled but the last song! Gem. Looking for similar kind of movies. Any suggestions ?
@monujsaikia3737
@monujsaikia3737 3 жыл бұрын
It's not only a pocket film... বহুত লোকক সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকাই গৈছে। Fantastic 👍👍👍
@dipamonidas6759
@dipamonidas6759 3 жыл бұрын
বহুত ভাল লাগিল চাই। দাই দৰে মানুহ সমাজত থকাতো অতি দৰকাৰ ।
@Nboynayanofficial
@Nboynayanofficial 3 жыл бұрын
অতুলনীয় অৱদান আগবঢ়াইছে ছবি খনে নতুন প্ৰজন্মৰ বাবে । দাই ❣️
@bitupon8194
@bitupon8194 3 жыл бұрын
ভাষা নাই, সুন্দৰ অভিনয়, চুটি চিনেমাখন চাই সঁচাই আপ্লুত হলো।আমি bangalore ত থাকোঁ,চিনেমাখন চাই নিজক অসমীয়া বুলি গৌৰাম্বিত যেন অনুভৱ কৰিলোঁ।ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, দাই চৰিত্ৰটো বহুত বেছি ভাল লাগিল, তাৰোপৰি অভিনয় বুলি কবলৈ ভাষা নাই, বহুত বেছি ভাল হৈছে, এনেকৈ আগলৈ আৰু ভাল ভাল চিনেমা আমাক যাতে উপহাৰ দি যায় তাৰ আশাৰে বাট চাই ৰলো ধন্যবাদ সকলোকে🙏🙏🙏
@runaligogoi3034
@runaligogoi3034 3 жыл бұрын
আৱেগিক হৈ পৰিলো....চকুপানী ওলাই গ'ল কিয় নাজানো... খুব ভাল লাগিল....বৰহাটৰ ছোৱালী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ... গাওঁবোৰ সঁচাই বহুত ধুনীয়া💚💚
@biplobmunna9221
@biplobmunna9221 3 жыл бұрын
Amar dofola gaowt, korisil..
@kalpajyotisaikia2659
@kalpajyotisaikia2659 3 жыл бұрын
Outstanding....🔥 দাই.....এজন শিল্পী, কেঁচা মাটিৰে গঢ়া এজন প্ৰকৃত মানুহ। এনেকুৱা এটা চেনেলত নিজৰ ভাষাৰ চিনেমা এখন চোৱাৰ কথাই সুকীয়া, তাতে ইমান সুন্দৰ অভিনয়। সচাই গৰ্বিত।
@dhanjitmedhi7101
@dhanjitmedhi7101 3 жыл бұрын
এনেকুৱা এজন ব্যক্তি প্ৰত্যেক গাওঁতে থাকে প্ৰায়.. যিয়ে নিজৰ কাৰণে নহয় সমাজৰ কাৰণে থাকে... কিন্তু সমাজে একো নিদিয়ে তেওঁলোকক উভতাই..! ভাল লাগিল চাই
@dollypathak7948
@dollypathak7948 3 жыл бұрын
In 20 mins alone, passed down a strong message, loud and clear ❤️❤️
@asikurali2006
@asikurali2006 3 жыл бұрын
এখন প্ৰকৃত ছবি। অন্তৰ চুই গ'ল। 💚❤️
@rituzvlog7801
@rituzvlog7801 3 жыл бұрын
DAAI is not just a movie it's something more then storytelling
@nikhitagogoi9587
@nikhitagogoi9587 3 жыл бұрын
I have not seen such a beautiful short film in my entire life. 💙 Lots of love to the whole team. In every area there is one "dai" who sacrifice everything only for the welfare of the society without any personal motive. But sadness is they don't get their respect which they can desire. Salute for that people. Thank you the team for giving us such a beautiful short film.🤗😘😍 Lots of love "dai" and the team.
@bobygogoi9413
@bobygogoi9413 3 жыл бұрын
অতি সুন্দৰ ভাৱে ফুটাই তুলিলে এখন গাঁৱৰ ছবি।দাই বৰ আপোন শব্দ।ভাল লাগিল চাই👌👌👍👍
@lakhipriyadihingia7275
@lakhipriyadihingia7275 3 жыл бұрын
অতি সাধাৰণ ভাৱে উপস্থাপন কৰা এটি এটি দৃশ্য ই মন চুই গ'ল। প্ৰকৃতাৰ্থত এখন ভাল ছবি ।❤️❤️
@momindas119
@momindas119 3 жыл бұрын
কেচাঁ মাটিৰ নিভাঁজ ছৱি....❤ মনটোৱেই ভাল লাগি গ'ল 😊
@moitreedas6496
@moitreedas6496 3 жыл бұрын
আমাৰ সমাজত এনে লোক বহুত আছে।এক অনন্য প্ৰতিভূ।দাই চৰিত্ৰটোত সুবহু ৰূপত সকলো ফুটি উঠিছে।
@laimwnpixel8336
@laimwnpixel8336 3 жыл бұрын
মনোজ দা বহুত বহুত ভাল হৈছে । দাই বহুত ধুনীয়া কৰিছে । সকলোৰে কাম ভাল হৈছে । মই ( সূৰুয ডেকা )
@tridipranjansaikia711
@tridipranjansaikia711 3 жыл бұрын
নিখুত অভিনয় অতুলনীয় উপস্থাপন । এয়াইযে আমাৰ নিভাঁজ থলুৱা সৰলমনা দাই।❣️❣️❣️❣️ বহুত বহুত মৰম থাকিল যোৰহাটৰ পৰা 💌💌💌💌💌
@navabora9489
@navabora9489 3 жыл бұрын
সচাকৈ এনেকুৱা বহু অখ্যাত লোকৰ বাবে আমাৰ জীৱন জীপাল হৈ আছে অথছ আধুনিক সমাজে তেওঁলোকক লেখত লব নোখোজে!
@kamrupiangaming819
@kamrupiangaming819 3 жыл бұрын
সাধাৰণতে নাচাওঁ চুটি ছবি। পিছে এইখনে হৃদয়স্পৰ্শ কৰিলে। OUTSTANDING 👌👌👌
@lakshmidas7231
@lakshmidas7231 3 жыл бұрын
বহুত ভাল লাগিল। সমাজৰ বাবে নিজকে উচৰ্গা কৰা লোকসকল তেনেকৈয়ে সুখী। কিন্তু কোনোৱাখিনিত যেন বৰ অকলশৰীয়া
@ruchiradutta6629
@ruchiradutta6629 3 жыл бұрын
সুন্দৰ ছবি। বৰ ভাল লাগিল। ইয়াৰ লগত জৰিত সকলোটিলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালো।
@kushalkalita4405
@kushalkalita4405 3 жыл бұрын
আজিৰ এই কৃত্ৰিম অত্যাধুনিক সামাজিক মাধ্যমৰ মাজতে কিবা এটা নিভাঁজ মাটিৰ গোন্ধ থকা বস্তু অনুভৱ কৰিলোঁ। ধন্যবাদ। প্ৰত্যেক সমাজতে এনেকুৱা এজন দুজন দাই আছে আৰু তেওঁলোকে আজিও কাৰো কথাত গুৰুত্ব নিদি সমাজৰ বাবে নিজৰ কাম কৰি গৈছে ♥️
@user-gv3og4xq3f
@user-gv3og4xq3f 3 жыл бұрын
ধুনীয়া বহুত ধুনীয়া...দাই এটা অন্তৰ চুই যোৱা শব্দ❤
@daviborkotoky5106
@daviborkotoky5106 2 жыл бұрын
One year have completed. Thank you all for puring so much love to my character as well as the film. Much love and light to you all. Yours truely Devi Borkotoky
@bitupongogoi9718
@bitupongogoi9718 3 жыл бұрын
সঁচা অৰ্থত এখন অতি ভাল ছবি। প্ৰকৃত অসমীয়া সমাজ জীৱনৰ এখন ছবি অংকিত হৈছে।
@sushmitakalita4246
@sushmitakalita4246 3 жыл бұрын
বঢ়িয়া হৈছে দেই ❤️ হৃদয় স্প্রশ কৰা কাহিনী 🙂❣️
@rakeshbaruah5729
@rakeshbaruah5729 3 жыл бұрын
বহু গুনেই অপৰৰ ছবি এইখন, সমাজক আগ বাঢ়ি নোযোৱা পৰম্পৰা এৰি সমাজক আগুৱাই নিবা পৰাটো হে মূল লক্ষ্য হ'ব লাগে, ছবি খনৰ কাহিনীভাগ অতি সুন্দৰ কৈ প্ৰৰ্দশন কৰিছে,, সচাকৈ ছবি খনে সকলোকে বিশেষ ভাৱে মনোনিবেশ কৰিছে, আৰু সকলোকে আবেগিক কৰি তুলিছে, 🤩🤩
@romulaschutia9080
@romulaschutia9080 3 жыл бұрын
Nijor dai loi mont pori gol, horu kaal tu dai lgt a paar hoisila..... Sobot agbohai nisina.... Maa deuta jonmo disila dai kintu lalon palon korisila... Horu dai❤❤
@User360iskon
@User360iskon 3 жыл бұрын
বৰ ভাল লাগিল চাই। এই চুটি ছবি খন যেন সকলোৱে আদিৰ লয়।
@surjudoycreation3500
@surjudoycreation3500 3 жыл бұрын
সচাঁ অৰ্থত এখন প্ৰকৃত অন্তৰ চুই যোৱা চুটি ছবি। গাঁওলীয়া প্ৰকৃত ছবি অংকিত কৰা হৈছে। ভাল লাগিল চাই । সকলোৰে সুদিন কামনা কৰিলো। 🙏
@adityaparasar3414
@adityaparasar3414 3 жыл бұрын
সুন্দৰ জীৱন সুন্দৰ মন । সমাজত এনেকুৱা দাই হাজাৰ জন হওক । ♥️
@chaoabhijitchetiapator4827
@chaoabhijitchetiapator4827 3 жыл бұрын
দাইৰ চৰিত্ৰৰ আঁৰত কেইবাজনো চিনাকী মুখ দেখা পালো । বহু প্ৰতিভাৰে সমৃদ্ধ হৈয়ো সমাজৰ পৰা কোনো সহায় বা স্বীকৃতি নাপায় । অথচ গাঁৱৰ সকলো অনুষ্ঠানতে দেহে-কেহে খাটি দিয়ে । তেওঁলোক এক দুখৰ জীৱন যাপন কৰি অবিবাহিত হৈয়ে ইহলীলা সম্বৰন কৰে । সচাই খূব সুন্দৰ ভাৱে উপস্থাপন কৰিছে । সকলোৰে অভিনয় প্ৰশংসনীয় । আগলৈও আপোনালোকৰ পৰা এনে সুন্দৰ নাট পাম বুলি আশা থাকিল ।
@tirthangkar.bhuyan4214
@tirthangkar.bhuyan4214 3 жыл бұрын
যথেষ্ট ভাল লাগিল । এনেকুৱা অসমীয়া চুটি ছবি আৰু নিৰ্মাণ হওঁক । অলপ হতাশা ত ভুগি থকা কাৰণে ইউটিউব টো খুলি লৈছিলোঁ। এইখন চাই মন কিবা এটা ভাল লগিল ।
@Prasbora
@Prasbora 3 жыл бұрын
সচাকৈ অন্তৰ চুই গ'ল ❤️
@kon149
@kon149 3 жыл бұрын
অতি সুন্দৰ ছবি ।নিভাজ গাঁৱলীয়া প্ৰতিচ্ছবি ফুটি উঠিছে।
@pallavigogoi2014
@pallavigogoi2014 3 жыл бұрын
Imman j Vaal lagil. Sobi khonor somuh poriyaloloi dhonyobad. Bohudinor murot nivaj axomiya ekhon sobi salu. Nikhut avinay, nikhut sanglap, nikhut bishoy....sokolu dishor porai ekhon sarbango sundor sobi.
@jayantabaishya86
@jayantabaishya86 3 жыл бұрын
Uff নিভাঁজ মাটিৰ গোন্ধ থকা এখন চুটি ছবি।👌😊
@daviborkotoky5106
@daviborkotoky5106 2 жыл бұрын
Thank you everyone. I am so overwhelmed to read your wonderful comments. This film is really special. I hope to get more opportunities like this to entertain you all. Love and Light Devi Borkotoky.
@pubalisaikia1971
@pubalisaikia1971 Жыл бұрын
Apunar acting , ufff
@apaarhazarika103
@apaarhazarika103 3 жыл бұрын
Great acting by this man, he really deserves an award, he has the capacity to beat all the present generation actors indeed..... 👍
@goldenassam6752
@goldenassam6752 3 жыл бұрын
বহুত ভাল হৈছে ছবিখন, প্ৰতিজন মানুহে সুন্দৰ অভিনয় কৰিছে, একেবাৰে নিখুঁত হৈছে ছবিখন, গাঁৱৰ প্ৰতিটো ছবি একেবাৰে উলাই পৰিছে।
@bhaskarsaikia94
@bhaskarsaikia94 3 жыл бұрын
সচাঁকৈয়ে বৰ ভাল লাগিল ৷ গাওঁলিয়া পটভূমিৰ মননশীল এখন সুন্দৰ চলচ্চিত্ৰ ৷সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে ৷🙏❤️❤️
@biswajitscreation887
@biswajitscreation887 3 жыл бұрын
সঁচাকৈ ভাল লাগিল।কি অভিনয় কি সংলাপ প্ৰক্ষেপণ।লোকেচনটো ভাল লাগিল।নিজকে নাহৰকটীয়াত থকাৰ নিচিনা লাগিল।দদাই-ভতিজাৰ সম্পৰ্ক,বৌৱেক-দেওৰেকৰ সম্পৰ্ক ;দায়িত্ববোধ উস্ কোনটো ক'ম।"তই খালিনেনাই?" - সেইটো বাৰু কম সংলাপনে!শুনাত সাধাৰণ কিন্তু কিমানযে কথা লুকাই আছে সংলাপটোত।আকৌ -"মই গুচি গ'লে কোনে চাব তাক!" এগৰাকী বৌৱেক মাতৃসম সেইটোও ওলাই পৰিছে।শুই শুই কবিতা আবৃত্তি;কুলাখনেৰে জৰা কাম কৰি থকা ; কিমানযে ক'ব লগা আছে।হাস্যৰসো দিছে- গোবৰ পেলোৱাৰ সময়ত ভাওনাৰ বচন মাতি থাকোঁতে ল'ৰা দুটা ভয়তে দৌৰ মাৰিলে।অভিনয় চমৎকাৰ -স্বীকাৰ কৰিবই লাগিব।কলা-কুশলীৰ নিৰ্বাচন ভাল হৈছে।এটা কথা কওঁ দেই -ভতিজাকে পথাৰত কাম কৰি থকা দদায়েকৰ ওচৰলৈ যাওঁতে সেই পানী জাৰটোৰ ঠাইত কেটলি এটাৰ অভাৱ অনুভৱ কৰিলোঁ।অসুবিধা হোৱা নাই কিন্তু কেটলি বা ঘটি এটা বেছি খাপ খালেহেঁতেন।বাকী শুভেচ্ছা থাকিল।সকলোৰে উত্তৰোত্তৰ কামনা কৰিলোঁ।ব'হাগী শুভকামনাৰে...
@axomianedits137
@axomianedits137 3 жыл бұрын
in this time of modern era... this is a piece of art ❤️🌸
@agniban5102
@agniban5102 3 жыл бұрын
সৰ্বশ্ৰেষ্ঠ মানৱৰ জীৱনৰ আঘাত প্ৰতিটো ঘাটে ঘাটে। জীৱন মানেই এই সংগ্ৰাম
@bohemian5964
@bohemian5964 3 жыл бұрын
বহু দিনৰ মূৰত এখন ভাল ছবি চালো, কিছুমান ছবি চাই থাকোতে ছবিখনৰ সময়খিনি আৰু কিছু বেছি হোৱা হেঁতেন বুলি অনুভৱ কৰা যায়, এইখনো এখন তেনেধৰণৰ ছবি আছিল। অস্কাৰলৈ নমিনেট হব পৰা ছবি 🚩 ছবিৰ খনৰ পৰিৱেশ আজিৰ অসমত পাবলৈ কিছু টান! ইমান নিৰ্ভেজাল আৰু প্ৰাকৃতিক উপস্হাপন সচাকৈয়ে ভাল লাগিল ❤️ শ্বুটিংৰ ঠাইখনো খুউব ধুনীয়া, প্ৰাকৃতিক 💙 Cheers to the team❤️ Proud Assamese 🚩
@sauravborah482
@sauravborah482 3 жыл бұрын
"অ দাই, দাই !!! কিমান যে মৰম ,হেঁপাহ, আশা এইটো শব্দত লুকাই আছে, জীৱনৰ এছোৱা সময় আমি দাইৰ লগতে কটাইছিলোঁ এনেকৈ, চাইকেল চলোৱাবলৈ শিকোৱা সাঁতুৰিবলৈ শিকোৱা, স্কুললৈ যোৱা,আকৌ লৈ অনা , মানে কৈ শেষ নহয় 🤗❤️ সচাই "কমেণ্ট নকৰাকৈ থাকিব নোৱাৰিলোঁ!! খুব ধুনীয়া উপস্থাপন হৈছে । vidio তোৰ লগত জড়িত থকা প্ৰত্যেক জন ব্যক্তি লৈ মোৰফালৰ পৰা বহুত বহুত শুভেচ্ছা আৰু প্ৰত্যেক জন দাইলৈও মোৰ ফালৰ পৰা শ্ৰদ্ধা থাকিল❤️🙏
@jugalkishorbordoloi8691
@jugalkishorbordoloi8691 3 жыл бұрын
অতি সুন্দৰ ,,,হয় সমাজত বহু তেনেকুৱা মানুহ আছে তেওঁ লোকক অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ 🙏🙏🙏🙏
@dharmendradeka1520
@dharmendradeka1520 3 жыл бұрын
আপ্লুত হ'লো | বহু উন্নতমানৰ কাহিনী, চিত্রায়ণ | অভিনয় বহু সুন্দৰ | এনে কাহিনী আৰু পাম বুলি আশা কৰিলোঁ |
@dipankargogoi3795
@dipankargogoi3795 3 жыл бұрын
ইমানেই সুন্দৰ এক অনুভৱ। ভাষ্য নাই মোৰ ওচৰত প্ৰকাশ কৰিব। বহুত ভাল লাগিল। লোৰালীৰ দিনবোৰৰ লৈ মনত পৰি গল। দাইৰ লগত কটোৱা মুহূৰ্তবোৰ চিৰদিন মনত পৰে।।।
@hirakjyotibarman8938
@hirakjyotibarman8938 3 жыл бұрын
সঁচাকৈ বহুতেই ভাল লাগিল🌼 অসমীয়া গাঁৱলীয়া এনেকুৱা দাই ৰ জীৱন বোৰক জীয়াই তোলা এখন উন্নত মানদণ্ডৰ ছবি.. বৰ ভাল লাগিল🌼♥️
@deebangshububu7845
@deebangshububu7845 3 жыл бұрын
অতুলনীয় 😌অনুভৱৰ সাগৰত বৈ গৈছোঁ 💓ধন্য মই সকলোকে মোৰ ফালৰ পৰা salute
@simantadas3676
@simantadas3676 3 жыл бұрын
এয়াই আমাৰ অসমীয়া সংস্কৃতি। হৃদয় ছুই গ'ল।
@deebee2804
@deebee2804 3 жыл бұрын
এটা অতি সহজ সৰল কাহিনী তথাপিও মনটো চুই গল সুন্দৰ উপস্থাপন ।
@krishnakamalkhaund5353
@krishnakamalkhaund5353 3 жыл бұрын
বহুত দিনৰ মূৰত এখন অসমীয়া ভাল ছবি চালো। সকলো দিশৰ পৰাই উন্নত। ধন্যবাদ ‌এনে ছবি আগবঢ়োৱাৰ বাবে।
@diycreative1565
@diycreative1565 3 жыл бұрын
সচাই অতুলনীয়...🤗💙💙💙💚💚💚❤️❤️❤️
@dipaliboruahbhuyan6237
@dipaliboruahbhuyan6237 3 жыл бұрын
কব নোৱাৰা ভাষাৰে ধুনীয়া.. আমাৰ গাওঁৰ সহজ সৰল ছবি, ভাল লাগিল।🙏❤️❤️
Clowns abuse children#Short #Officer Rabbit #angel
00:51
兔子警官
Рет қаралды 49 МЛН
Scary Teacher 3D Nick Troll Squid Game in Brush Teeth White or Black Challenge #shorts
00:47
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 51 МЛН
LADDOO I KUMUD MISHRA I ROYAL STAG BARREL SELECT LARGE SHORT FILMS
12:28
LargeShortFilms
Рет қаралды 3,1 МЛН
জাল, JAAL  | Award Winning Short Film  | Best Cinematography | Assamese Short
18:45
JOKHINI FULL FILM || CLOUD GAZERS PRODUCTION || A CHINMOY BARMA FILM ||
46:29
Cloud Gazers Production
Рет қаралды 386 М.
Inside Out Team VS God Team #shorts #insideout #god
0:13
SG Highlight
Рет қаралды 13 МЛН
Sigma Kid Hair #funny #sigma #comedy
0:33
CRAZY GREAPA
Рет қаралды 11 МЛН