POPIYA TORA || MAA || Zubeen Garg

  Рет қаралды 15,323,455

Dhwani Records

Dhwani Records

Күн бұрын

Пікірлер
@susantagogoi8063
@susantagogoi8063 Жыл бұрын
প্ৰতিটো শব্দ যেন এক অনুভতি যত কেৱল স্মৃতি প্ৰাণ সকলো এই গিতটিত আবদ্ধ হৈই আছে জীয়াই থাকিবলৈ ও শিকোৱো এক অনুভতি ভাষাৰে বুজাব নোৱাৰা এক অনুশিলন আপোনাৰ সুৰীয়া কণ্ঠৰে আমাক জীপাল কৰি তুলিছে জয় জুবিন দা ❤
@GS_Singha
@GS_Singha 2 жыл бұрын
কি যে গান দেহত চুই যায় । জুবিন দা আপুনি অসমৰ এজন ভগৱান । আপুনি আমাৰ মাজত সদায় এনেকৈ থাকে যেন......।
@RealNewsFairAnalysis
@RealNewsFairAnalysis 5 жыл бұрын
জুবিন দাৰ গান মানেই বিশেষ একো কোৱাৰ প্ৰয়োজন নাই কিয়নো জুবিন দাৰ গানতে নিজক বিচাৰি পাওঁ, জুবিন দা আমাৰ বিবেক, আৱেগ সৰ্বস্ব..., জুবিন দাৰ এই গানটোৱে আকৌ আমাক সেই জুবিন দাৰ ভুলটো নাচাবা তুমি, মনলৈ উভতি আহে লৰালি আদি গানবোৰলৈ মনত পেলাই দিলে... জুবিন দাৰ কন্ঠ, যি কন্ঠ নুশুনিলেও এদিনও থাকিব নোৱাৰো❤️❤️❤️... ৰাহুল গৌতম দাকো ধন্যবাদ এনেকুৱা এটি ইমান সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে, এনেকুৱা গীত বোৰ শুনিবলৈ হে অপেক্ষা কৰি থাকোঁ... আজিৰ যুৱপ্ৰজন্মৰ কিছুমান সস্তীয়া গায়কৰ সস্তীয়া গানৰ বিপৰীতে আমাৰ অসমৰ কণ্ঠ জুবিন গাৰ্গৰ এই কন্ঠ❤️❤️❤️ কেতিয়াবা এনে লাগে জুবিন দা আছে বাবেই অসমীয়া সংগীত জগত জীয়াই আছে
@samudrabaruah2903
@samudrabaruah2903 5 жыл бұрын
Jubeen dar gn gba try kriso abr khuni sba sn n vl lgile pls mor cnl to subscribe koriba ,
@dulamanidas936
@dulamanidas936 5 жыл бұрын
Love you zubeen da, moi gaan2 xuni xuni hepah poluwa nai.
@djcoaching6795
@djcoaching6795 9 ай бұрын
আবেগ
@dhanroy1699
@dhanroy1699 8 ай бұрын
😙
@bidurbaruah151
@bidurbaruah151 7 ай бұрын
এই গানটো প্ৰেয়সীক লৈ গোৱা নে মাকক কোনোবাই কব নেকি
@prabalkakati355
@prabalkakati355 2 жыл бұрын
He Provu ai manuh jonk xodai vale rakhiba🥺🥺🥺😍
@prachurjyapathak3260
@prachurjyapathak3260 4 жыл бұрын
উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ.... তুমি যেন পপীয়া তৰা আকাশৰ বোৱতি নৈ....😍😍
@marulidharrabha8339
@marulidharrabha8339 3 жыл бұрын
❤️❤️ধন্যবাদ থাকিল আপোনালৈ জুবিন দা । এনেকুৱা এটা ধুনীয়া গীত শুনিবলৈ সুবিধা দিয়াৰ বাবে। কানত ইয়াৰফোন লৈ গানটো শুনি কেতিয়া যে টপোনি আহে গমোকে নাপাওঁ। জয় জুবিন দা।❤️❤️
@sunmonidoley2147
@sunmonidoley2147 3 жыл бұрын
Vale I KO is a carry nice
@marulidharrabha8339
@marulidharrabha8339 3 жыл бұрын
অশেষ ধন্যবাদ থাকিল আপোনালৈ।❤️
@bhargabkashyap1291
@bhargabkashyap1291 5 жыл бұрын
"জুবিন দা" তোমাৰ সৃষ্টি সদায়ে অতুলনীয়। নাজানো কিয় তোমাৰ গানবোৰে সকলোকে স্তব্ধ কৰি তোলে। তোমাৰ কণ্ঠ সচায়ে যাদুকৰী। ভগৱানক প্ৰাৰ্থনা কৰিছো, তোমাৰ এই অনুপম সৃষ্টিৰাজিৰ ৰেখাদাল এনেকৈয়ে অসীমলৈ লৈ যায় যেন। Always Love U "Zubeen Da" ❤️❤️❤️
@jiturajahmed6078
@jiturajahmed6078 Жыл бұрын
Xei babe amar teo heart through
@barnalimazumder746
@barnalimazumder746 Жыл бұрын
কি যে একক অনন্য মায়াবী কণ্ঠ।। সুৰীয়া আৱাহন ত বিলীন হৈ যাম যেন অনুভৱ ❤❤❤❤❤ মনৰ হেঁপাহ নভৰে বহুবাৰ শুনিলেও
@kangkansarma3997
@kangkansarma3997 4 жыл бұрын
এয়া হ'ল প্ৰকৃত সংগীত,যিয়ে মনত এক শিহৰন জগাই তোলে,ৰাহুল গৌতম শৰ্মাৰ লিখনি আৰু জুবিন দাৰ সুৰ...উফফ্ ভাষা নাই ক'বলে...Love you both You
@kankanjyotipatgiri7390
@kankanjyotipatgiri7390 2 жыл бұрын
🙏❤️
@blueeyes5461
@blueeyes5461 2 жыл бұрын
যেনেকুৱা সময়ত যি গান শুনিব মন সকলো সোৱাদৰ গানেই জুবিন দাই দিছে ৷ সুখ, দুখ, আনন্দ, ফুৰ্টি, ভক্তি সকলো ৰসৰ গান শুনিব পাৰো অকল জুবিনদাৰ গানতেই ৷ জুবিনদা আমাৰ গানৰ প্ৰাণ ৷❤️
@barenyakoushik9920
@barenyakoushik9920 5 жыл бұрын
অসমৰ আবেগ আপুনি জুবিন দা❤কুশলে থাকক সদায় আৰু আমাক এনে কিছু গাম্ভীৰ্য্যপূৰ্ণ গীত উপহাৰ স্বৰূপে দি যাওঁক❤আপোনাৰ কণ্ঠই মৰহা ফুলকো জীয়াই তুলিব পাৰিব❤
@pratinnabordoloi4129
@pratinnabordoloi4129 8 ай бұрын
তুমি যেন পপীয়া তৰা আকাশৰ বোঁৱতী নৈ.... জুবিন গাৰ্গ 👑 কিং হৈ আপুনি অসমৰ সদায় ভালে থাকক joi zubeen daa 🤗
@JituJitukalita-k7g
@JituJitukalita-k7g 2 ай бұрын
Ed7zss in ZZ ZZ p.
@arjunp.chutia5935
@arjunp.chutia5935 5 жыл бұрын
জুবিন দাই আমাক যি উপহাৰ দি গৈছে।আমি তেওঁক কি দিছো বা দিব পাৰিছো।ইশ্বৰৰ ওচৰত এটাই প্ৰাথনা জুবিন দা কুশলে থাকক।সংগীত জগতখনৰ এটি পপিয়া তৰা হৈ জিলিকি।
@neetudas2606
@neetudas2606 4 жыл бұрын
kzbin.info/www/bejne/fqDZoXyqhKt1i9U #Popiya_Tora awesome cover !! Don't miss this
@dhanraz9293
@dhanraz9293 4 жыл бұрын
Apunalukor dore manuh aru lage Amar gan bur jilikai thoboloi
@rubuldas8972
@rubuldas8972 4 жыл бұрын
Koi goisa nohai koiasa is2pit
@roushansonakalandi6194
@roushansonakalandi6194 4 жыл бұрын
Thanks
@arjunp.chutia5935
@arjunp.chutia5935 4 жыл бұрын
@@rubuldas8972 Ki koisa is2pit
@areshchiring5959
@areshchiring5959 5 жыл бұрын
Who listening continuesly more then 20 times 👍👍👍👍👍 জুবীন দা এজন আমাৰ বাবে পপীয়া তৰা যি সদায় জিলিকি থাকে আৰু সদায় জিলিকি থাকিব।🎶🎻🤘❤️❤️❤️
@nibashdutta6599
@nibashdutta6599 5 жыл бұрын
Moi hunisu akloge 50 bar ai gaan2
@jharnadeka1603
@jharnadeka1603 5 жыл бұрын
hisap nai
@kamalbania2573
@kamalbania2573 5 жыл бұрын
Aresh Chiring mar karone popiya tora hoi thakiba
@kunaljitdeka
@kunaljitdeka 5 жыл бұрын
Me
@surajdas1175
@surajdas1175 5 жыл бұрын
more than 50 time
@dibyajyotisaikia7783
@dibyajyotisaikia7783 5 жыл бұрын
তুমি অসমৰ প্ৰান, আমাৰ আবেগ, আমাৰ প্ৰেৰণা, আমাৰ সাহস, তুমি মহান আমাৰ জুবিন দা
@iswarborpatra243
@iswarborpatra243 Жыл бұрын
😊😊 😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@mzil121
@mzil121 Жыл бұрын
ক'ব ভাষা নাই.... Love you Zubeen da❤❤
@gautamhazarika8952
@gautamhazarika8952 3 жыл бұрын
জুবিন গাৰ্গ আমাৰ প্ৰাণ ।। হইটো আৰু এজন অসমত নোলাব 👍👍🙏🏼🙏🏼
@rupamgamingff6283
@rupamgamingff6283 3 жыл бұрын
Moi aji asu bro
@karabikalitaGungun9529
@karabikalitaGungun9529 4 жыл бұрын
জুবিন দা সদাই যেন আমাৰ মাজত ভোটা তৰা টোৰ দৰে জিলিকাই থাকে। আপোনাক আচলতে কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। জুবিন দা সদাই জুবিন হৈ । থকা টো এই বিচাৰোঁ। love you zubeen da ❤️❤️❤️❤️
@kanusaha9465
@kanusaha9465 2 жыл бұрын
Joi Zubeen da
@anupomaxom5091
@anupomaxom5091 5 жыл бұрын
পুৰণা জুবিন দাক আকৌ ঘূৰাই পোৱা যেন লাগিছে। ইমান সুন্দৰ কথা গীত টোৰ তাতে জুবিন দাৰ কণ্ঠ😍😍😍😍
@sumkiborah9146
@sumkiborah9146 5 жыл бұрын
❤️❤️❤️💝💝
@sumkiborah9146
@sumkiborah9146 5 жыл бұрын
I love you zubin da💝💝❤️❤️
@judingogoi3255
@judingogoi3255 5 жыл бұрын
Benimadhav Basistha right
@neetudas2606
@neetudas2606 4 жыл бұрын
kzbin.info/www/bejne/fqDZoXyqhKt1i9U #Popiya_Tora awesome cover !! Don't miss this
@rimadas8747
@rimadas8747 4 жыл бұрын
Qezraucodjyl
@rahulneog3243
@rahulneog3243 5 жыл бұрын
জুবিন দা,সচাই তুমি ভগৱান ।।তোমাৰ প্ৰতিটো গান ,সুখৰ,দুখৰ লগৰী।।
@rimonborah9513
@rimonborah9513 3 жыл бұрын
Kh
@Parthaamusicofficial
@Parthaamusicofficial 5 жыл бұрын
অন্তৰ চুই গৈছে ...ইমান সুন্দৰ কথা তাতে আকৌ জুবিন দাৰ মাত❤❤❤
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mithun Rashi June 2022 Monthly Rashifal ৷ Assamese Rashifol Mithun Rashi June 2022 Rashifol l KZbin LINK ::::;;; kzbin.info/www/bejne/mmW6k6WFl6d5aas
@bichitrazubeenian6987
@bichitrazubeenian6987 5 жыл бұрын
জুবিন দা, আপুনি অসমৰ এক আপুৰুগীয়া সম্পদ।আজিৰ এই সময়ত ইমান সুন্দৰ সংগীত আমাৰ মাজলৈ আগবঢ়োৱা বাবে বহুত সুখী। আগন্তুক দিনবোৰত আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
@DeviL-rp4ej
@DeviL-rp4ej 2 жыл бұрын
এটা এটা শব্দ যেন অনুভৱ হয় 🥺 গা- মন যেন সিৰসিৰাই যায় 🥺 , সঁচা আচৰিত তুমি , ❤️✨ জয় জুবিন দা 🙏❤️🥺
@dhunubg8460
@dhunubg8460 5 жыл бұрын
জয় জুবিন দা । সদায়ে জিলিকি থাকা । শব্দৰ গাঁথনি Short পৰি যায় তোমাৰ কথা কবলৈ। মাথোঁ এটা কথা কওঁ, মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহৰ মাজত জুবিন দা তুমি এজন বিশেষ ।
@utpalkalita7579
@utpalkalita7579 Жыл бұрын
P
@mayabini8922
@mayabini8922 5 жыл бұрын
এই গান টিয়ে হৃদয় স্পৰ্শ কৰি যায়।মনত শান্তি লাভ কৰিব পাৰি এইটো গান শুনি। I love you zubeen da.zubeen প্ৰেয়সী সকলে like কৰিব পাৰিলে।
@nabanitasaikia1508
@nabanitasaikia1508 5 жыл бұрын
জুবিন দাদা তুমি অসমৰ গৌৰৱ , তুমি অসমীয়াৰ অহংকাৰ |......😘😘😘🎤😊 Lv u guli da...😘
@po-raag9750
@po-raag9750 Жыл бұрын
উশাহৰ গভীৰ পিয়াহত তোমাতেই লিখা জীৱনী ........Ufffff 😌💗 Love u Zubeen Daa ❤️
@surabhiboro3122
@surabhiboro3122 Жыл бұрын
QQ
@babadas1869
@babadas1869 Жыл бұрын
Right
@abhinabbhuyan1
@abhinabbhuyan1 8 ай бұрын
nice❤😊
@ratulzubeenian1578
@ratulzubeenian1578 5 жыл бұрын
অতীত আকৌ ঘুৰি আহিছে । মা এলবামৰ কোনটো গান মোৰ ভাল লাগিছে বুলি কম কবলৈ জটিল অ । আটায় কেইটা গানেই মোৰ প্ৰিয় হৈ পৰিছে । Lv u Zubeen Da
@rituparnachetia6395
@rituparnachetia6395 5 жыл бұрын
তুমি যেন পপীয়া তৰা অাকাশৰ বোঁৱতী নৈ । তুমি যেন অাৱৰি ধৰা ভিতৰে বাহিৰে বৈ , উশাহৰ গভীৰ পিয়াহত , তুমি যেন জীয়া চৰাই হৈ । তুমি যেন পপীয়া তৰা অাকাশৰ বোঁৱতী নৈ । তোমাতে অাদি অনাদি তোমাৰে নামৰ ৰাগিণী , ওঁঠৰে তৃষা সামৰি দুহাতৰ কোমল অাঙুলি । পৰশি উজাই নামনি অাৱেগত বাগৰ সলনি উশাহৰ গভীৰ পিয়াহত তোমাতেই লিখা জীৱনী । ........ বাঢ়ি অাহিব দিয়ানা দুচকুত হেৰাই যোৱানা সাগৰৰ নাবিক হোৱানা জাগি উঠিব দিয়ানা । বুকুতে শিপাই যোৱানা পথাৰৰ পলস হোৱানা । উশাহৰ গভীৰ পিয়াহত অাদৰৰ অাঁচোৰ দিয়ানা .....
@dhrubamusical7289
@dhrubamusical7289 5 жыл бұрын
bht xundor....great zubeen da
@rkmsk2277
@rkmsk2277 5 жыл бұрын
Mojja zubin da love you
@guttamborah3941
@guttamborah3941 5 жыл бұрын
Nice
@deepaksaikia7808
@deepaksaikia7808 5 жыл бұрын
Rituparna Chetia mojaa deii apuni
@archnatalukder3416
@archnatalukder3416 5 жыл бұрын
bhut vl lga gan tu 😊😊😊
@gulshannabiazad435
@gulshannabiazad435 5 жыл бұрын
জুবিন দা.. তুমি যেন অসমৰ তৰা তুমি অমৰ হৈ ৰোৱানা আকাশৰ বোৱতী নৈ।💕💕 Love you Jubeen daa
@judingogoi3255
@judingogoi3255 5 жыл бұрын
Gulshan Nabi Azad moja disa
@minakshisaikia4982
@minakshisaikia4982 4 жыл бұрын
Lovely songs... Xuni thakileu hepah nopolai
@jurbrovlogs3323
@jurbrovlogs3323 4 жыл бұрын
Yes he is a very good singer
@mayurisilkhouse249
@mayurisilkhouse249 4 жыл бұрын
Ru aei gantut g dislike krse heiketa Bangladeshi
@neetudas2606
@neetudas2606 4 жыл бұрын
kzbin.info/www/bejne/fqDZoXyqhKt1i9U #Popiya_Tora awesome cover !! Don't miss this
@MANOJ_DAS_PHOTOGRAPHY
@MANOJ_DAS_PHOTOGRAPHY Ай бұрын
জুবিন দা এনেকুৱা এজন মানুহ যাৰ গানৰ কথা , সুৰ সকলোতকৈ বেলেগ । ভগৱানৰূপী মানু্হ আমাৰ দাদা । ❤
@AppUASMR
@AppUASMR 5 жыл бұрын
গান মানেই জুবিন দা ।। Awesome Zubeen Da. Love You.
@rupamsarma5664
@rupamsarma5664 5 жыл бұрын
এক বুজাব নোৱাৰা শিহৰণ অনুভৱ কৰিছো গানটো শুনি বেয়াকৈ হৃদয় স্পৰ্শ কৰি গৈছে।বহুত ভাল লাগিল জুবীন দা,,,
@nikhitagogoi9587
@nikhitagogoi9587 4 жыл бұрын
মাত্ৰ বিশ বছৰীয়া এজন লৰা ৰাহুল গৌতম। কি শব্দ তোমাৰ!!! তোমাৰ শব্দৰ প্ৰেমত পৰিছো।হৃদয় জোৰাব পৰা, ৰাহুল দা ৰ শব্দ আৰু জুবিন দা ৰ কণ্ঠ!!! 🔥🔥
@enamulahmed1181
@enamulahmed1181 3 жыл бұрын
Xhsake moio Manisu Rahul ok
@debojitowary4619
@debojitowary4619 3 жыл бұрын
@@enamulahmed1181 a
@parthapratimmedhi9132
@parthapratimmedhi9132 3 жыл бұрын
@@enamulahmed1181 Ppp
@parthapratimmedhi9132
@parthapratimmedhi9132 3 жыл бұрын
@@enamulahmed1181 ppppppppp0ppl
@plabitaeditz7102
@plabitaeditz7102 3 жыл бұрын
😍
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK 2 ай бұрын
তেঁও বহু বছৰ পাছত দুখন এলবাম কৰিছিল। মা আৰু চিলা। চিলা' ৰ কেইটামান গীত বাৰু এতিয়াও মুক্তি পাবলৈ বাকী আছে ।।। আজি কালি এলবাম নকৰে কোনেও !😢 কিন্তু জুবিন দাই ইমান ব্যস্ততাৰ মাজতো বহু সময় লৈ বহু কষ্টৰ মাজেৰে শেহতীয়াকৈ এলবাম দুখন কৰিলে । যি এলবাম দুখনৰ গানে আমাক তাহানিৰ জুবিন দা ঘূৰাই পোৱাৰ অনুভৱ দিলে লগতে এই দুখন এলবামৰ গীতত ৰাইজে কৰোঁবাত তাহানিৰ জুবিন সুৰৰ সোৱাদ পাইছে যাৰ ফলত তাহানিৰ দৰে আজিও একেই মৰম ।।। আপুনি ব্যস্ত বুলি জানো ! সময় লওঁক পাৰিলে নাহৰ ২০২৫ ৰ কথা সামান্য কৈ চিন্তা কৰিবচোন বৰ ভাল লাগিব ।। লাগিলে ২০২৬ ত মুক্তি দিব ।।। এইয়া অনুৰোধ হে মাথোঁ জুবিন দা বেছিকৈ কাম কৰিব নালাগে , সময় লৈ কমকৈ কাম কৰোঁক। নিজক সময় দিয়ক । আপুনি কিবা এটা উপহাৰ আমাক দিয়াতকৈ এতিয়া সুস্থ থকাটো তাতোকৈ বেছি জৰুৰী বুলি ভাবোঁ।। Love you Zubeen Daa ❤
@allpanasarma
@allpanasarma 3 жыл бұрын
শুনি থাকিলে শুনি থাকিব মন যায়........ সদায় প্রিয় 🥺🥺🥺❤✨
@swakharsmusicafe8897
@swakharsmusicafe8897 5 жыл бұрын
heart melting yar......that line.....""uxaaahor gobhir piyaahor......"" that strikes me each time i hear it....goddess saraswati has herself blessed zubeen da and is always in his throat.
@amaldeka7997
@amaldeka7997 5 жыл бұрын
Ekdom khosa koisa bondhu saraswati maa zubin da r konthot birazmaan
@ankurborahofficial4126
@ankurborahofficial4126 5 жыл бұрын
অাচলতে ৰাহুল গৌতমেহে lyrics লিখিছে। ইমান সৰু ল'ৰা এজনেযে ইমান গভীৰ গান এটা লিখিব পাৰিব সঁচাই শলাগ ল'ব লগীয়া ॥ and again the singing is superb & mind blowing...
@pinkysharma2915
@pinkysharma2915 5 жыл бұрын
জুবিন দাৰ প্ৰতিটো গানৰ নিচিনাকৈ এই গানটিৰ ও প্ৰেমত পৰি গলো... জুবিন দা সচাকৈ আপুনি আমাৰ বাবে ভগবান😘😘😘
@anupalkalita6375
@anupalkalita6375 5 жыл бұрын
Zubeen da god
@AkashDas-gh9jg
@AkashDas-gh9jg 5 жыл бұрын
সচাই দে
@FKgaming2
@FKgaming2 5 жыл бұрын
একেবাৰে সচাঁ কথা কৈছে
@moupriyam2464
@moupriyam2464 5 жыл бұрын
Sosai zubeen da gaan xunile xuni thkb MN jai
@mousumsmousums470
@mousumsmousums470 5 жыл бұрын
Parishmita Sharma mijah
@Dhruba_hadala
@Dhruba_hadala Ай бұрын
মোৰ বাবে পপীয়া তৰা এটি গান নহয় উশাহ হয়, যিটো নহলে জীয়াই থাকিব নোৱাৰে ❤️ ২০২৪ ৰ এনেকুৱা এটা দিন নাই যে পপীয়া তৰা শুনা নাই🥰 ধন্যবাদ ৰাহুল গৌতম এনেকুৱা এটা গীত উপহাৰ দিয়া বাবে🎉 জুবিনদা আজীৱন লুইত কণ্ঠৰে গীত গাই থাকক❤
@silentbreeze4597
@silentbreeze4597 4 жыл бұрын
Even my 1&1/2 year old niece loves this song. A broad smile flashes her face whenever she hears this song. I think she is more mature than those who disliked this beautiful song🤔
@guitarboy4
@guitarboy4 4 жыл бұрын
kzbin.info/www/bejne/iHq3nnutmaySkK8
@asmereg
@asmereg 5 жыл бұрын
Blessed to listen a pure music after so long.
@zank4471
@zank4471 5 жыл бұрын
The best gift to Assam from Zubeen Garg on this Valentine's Day 😍❤
@sanjibbanikya380
@sanjibbanikya380 5 жыл бұрын
It's Zubeen not Zubren brother.... 😉
@zank4471
@zank4471 5 жыл бұрын
@@sanjibbanikya380 oh yeah ... Sorry for the typo. Edited now.
@papuali2676
@papuali2676 5 ай бұрын
Solid ...মানে কবলৈ কোনো ভাষা নাই ইমানেই গভীৰ শিৰা শিৰাই বিয়পি গৈছে ।❤❤❤❤❤
@itsdjpro8935
@itsdjpro8935 5 жыл бұрын
তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ তুমি যেন আবৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীযা চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ .................... . তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিণী ওঁঠৰে তৃষ্ণা সামৰি দুহাতৰ কোমল আঙুলি পৰশি উজাই নামনি আবেগত বাগৰ সলনি উশাহৰ গভীৰ পিয়াহত তোমাতেই লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ .............. বাটি আহিব দিয়ানা দুচকুত হেৰাই যোৱানা সাগৰৰ নাবিক হোৱানা জাগি উঠিব দিয়ানা বুকুতে শিপাই যোৱানা পঠাৰৰ পলস হোৱানা তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ ______ পপীয়া তৰা Zubeen da love you জুবিন দাৰ বাবে লাইক এটা পাওনে ।...
@zondeepvideosvlogs307
@zondeepvideosvlogs307 5 жыл бұрын
Very nice
@itsdjpro8935
@itsdjpro8935 5 жыл бұрын
@@zondeepvideosvlogs307 thanks
@sachinkalita9895
@sachinkalita9895 5 жыл бұрын
কিছুমান spelling ভুল হৈ আছে ঠিক কৰি ল'বা।
@samudrabaruah2903
@samudrabaruah2903 5 жыл бұрын
Jubeen dar gn gba try kriso abr khuni sba sn mor cnl t goy
@barshabasumatary8965
@barshabasumatary8965 5 жыл бұрын
Nice
@sonuzubin7100
@sonuzubin7100 5 жыл бұрын
vaxa ny .. kobole..xangit jgtr vgaban hoi amr Zubin da 😘😘😘😘😘😘😘😘😘😘😘 lv u Zubin da 😘😘😘😘😘😘😘😘😘
@alifafarhin
@alifafarhin 5 жыл бұрын
OMG 😱 moi boliya hoi goisu aitu gaan huni,love u zubin da😘😍apuni amr babe popiya tora💕❤
@rejaulhoque2525
@rejaulhoque2525 5 жыл бұрын
Zubeen daaa🔥♥️♥️
@chandangohainvlogs985
@chandangohainvlogs985 5 жыл бұрын
Thikei koisa
@phulashreebaruah5033
@phulashreebaruah5033 5 жыл бұрын
👍
@yvlogs-rt6qk
@yvlogs-rt6qk 4 жыл бұрын
Ummm right
@mithundas6806
@mithundas6806 4 жыл бұрын
Same to you
@ila-s6s
@ila-s6s Жыл бұрын
"তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিণী... ... তুমি যেন পপীয়া তৰা আকাশৰ বোঁৱতী নৈ।"❤
@dibyangshusarmahronie3268
@dibyangshusarmahronie3268 5 жыл бұрын
এনেকুৱা গান শুনিলে খুব আবেগিক হৈ পৰো এৰি অহা ঘৰ খনলৈ খুব মনত পৰে ।
@guitarboy4
@guitarboy4 4 жыл бұрын
kzbin.info/www/bejne/iHq3nnutmaySkK8
@papumonimusiclover9848
@papumonimusiclover9848 4 жыл бұрын
এইটো গীত মই যিমান বাৰ শুনিলেও হেঁপাহ নপলাই কি সুন্দৰ সুৰ আৰু কথা তাতে আকৌ জুবিন দাৰ কণ্ঠ ❤️❤️❤️ সঁচাকৈ হৃদয় চুই যায় জয় জুবিন দা
@ramashrikalandi3434
@ramashrikalandi3434 3 жыл бұрын
777🙏
@bitusaikia1499
@bitusaikia1499 2 жыл бұрын
hosakoi hiday sui jawa gan love u zubeen da
@assamesesvideos1936
@assamesesvideos1936 2 жыл бұрын
মোৰো একেই অৱস্থা
@gejadas5920
@gejadas5920 2 жыл бұрын
❤️
@gubinbora9316
@gubinbora9316 Жыл бұрын
​ Y
@simikadutta2141
@simikadutta2141 2 жыл бұрын
গানটি ৰ বিষয়ে ক'বলৈ শব্দৰ প্ৰয়োজন বোধ নকৰো, অনুভৱ খিনিয়ে যথেষ্ট। ❤❤
@nabingogoi9795
@nabingogoi9795 Жыл бұрын
Hsa...
@newzubeendaceneal1772
@newzubeendaceneal1772 2 жыл бұрын
বেলেগ গায়কৰ গীত মাজে মাজে শুনিলেও , জুবিন গাৰ্গ নামটোৱে যথেষ্ট 🙏❤🌍🙏 মোৰ ভগৱান ❤😘❤
@legendomega9672
@legendomega9672 2 жыл бұрын
জয় জুবিন দা ,এদিনত একেৰাহে 28 বাৰ লৈকে শুনিছো এই গীত টো তথাপিও মন ভৰা নাই । আপুনি অমৰ হৈ থাকক,।আমাৰ মাজত।
@rinkunath464
@rinkunath464 5 жыл бұрын
কি কমনো আৰু ভাষা নাই জুবিন দাৰ গানৰ কথা কবলৈ....... প্ৰকৃত গানৰ পৃথিৱীখন আচলতে জুবিন দাৰহে সৃষ্টি............❤❤❤
@mithubharali1227
@mithubharali1227 5 жыл бұрын
Hsa ktha bro...
@bikashdeka1853
@bikashdeka1853 5 жыл бұрын
সংগীত জগতৰ ভগৱান আমাৰ মৰমৰ জুবিন দা ❤❤ What the voice 😘😘😘...Love u Zubeen da ....
@sumisarmah6317
@sumisarmah6317 5 жыл бұрын
bike
@ALLINONE-mc1xf
@ALLINONE-mc1xf 2 жыл бұрын
@@sumisarmah6317 lge...?
@jayantadas690
@jayantadas690 2 жыл бұрын
L
@saajandas6205
@saajandas6205 2 жыл бұрын
Nice
@mintudas20
@mintudas20 2 жыл бұрын
@@ALLINONE-mc1xf aaaa11@P
@ekhtiarahmed9242
@ekhtiarahmed9242 Ай бұрын
Life is nothing without Zubeen Da
@minuphukan6801
@minuphukan6801 5 жыл бұрын
গান মানেই জুবিন দা জুবিন দা মানেই গান 😍😍
@guitarboy4
@guitarboy4 4 жыл бұрын
kzbin.info/www/bejne/iHq3nnutmaySkK8
@rimonborah9513
@rimonborah9513 3 жыл бұрын
KLM 😁😁
@assamgamer1312
@assamgamer1312 5 жыл бұрын
Zubeen daa kaar kaar favourite singer plz like kori deya, saao kiman a vl paai zubeen da k.... I like zubeen daa
@santanusaikiasantanusaikia2
@santanusaikiasantanusaikia2 5 жыл бұрын
Ashim Medhi zubeen dak beya puwa manuh ai Assam t kunu nai aru ji kita ase haiya nisthur hoi jar babe vogowan rupi zubeen k beya pai
@parthapratimborah9630
@parthapratimborah9630 5 жыл бұрын
Hi zg is love
@illumi3447
@illumi3447 4 жыл бұрын
Kunu nai...sbe bhal paii
@sumidas2903
@sumidas2903 4 жыл бұрын
Zubeen daa mur bht besi priyo❣️😍....dadar jen ata ata gaane mon sui jai, jetiya mur dux lage khong uthe ata mur medicine kheitu hoise zubeen daar gaan khuni dux bur patol koru ru khong komau.LVU SO MUCH dada😚 Khodai kokhole rakhok vogobane 🙏
@rimadas8747
@rimadas8747 4 жыл бұрын
Oaojimrosmom1j1jdkoje.,oekpn okkkkpkkpkpkmWmoejmox ijkoxmsowmosmAaakmfofmosmsoe kfmlemelempqnrin krmldmfomal pdmoskModmqnfpd knkxmdlfbfkfaltmOqpAAAAAA kmslemogmsplKkllzko😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😃😃😃😃😃😃😃😃😃😙😙😙😙😙😙😙😙😙😙😙
@gautampaul246
@gautampaul246 2 жыл бұрын
জুবীন দা মোৰ কবপৰা শব্দ নায় মোৰ আটাইতকৈ প্রিয় জুবিন দা আপোনাৰ সকলো সংগীত মোৰেই নহয় সকলোৰে প্রিয়। love you Zubeen Da ❤️❤️❤️🙏🙏🙏
@AdilHoque-c8c
@AdilHoque-c8c Жыл бұрын
E'&'&
@Fhedits-o7t
@Fhedits-o7t 2 ай бұрын
জুবিন দাই বহুকেইখন মঞ্চত এইটো গানেৰে সংগীতানুষ্ঠান আৰম্ভ কৰে।
@EduCareGK
@EduCareGK 5 жыл бұрын
বহুত সুন্দৰ হৈছে 'পপীয়া তৰা' গীতটো। জুবিন দা আৰু ৰাহুল গৌতম শৰ্মা লৈ অশেষ ধন্যবাদ।
@simantakeot7219
@simantakeot7219 4 жыл бұрын
I love z u been da
@rimonborah9513
@rimonborah9513 3 жыл бұрын
Gigjyu
@debojitowary4619
@debojitowary4619 3 жыл бұрын
@@guitarboy4 debojit wary
@rantuboro1404
@rantuboro1404 2 жыл бұрын
Zubeen da ❤️❤️
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Mithun Rashi June 2022 Monthly Rashifal ৷ Assamese Rashifol Mithun Rashi June 2022 Rashifol l KZbin LINK ::::;;; kzbin.info/www/bejne/mmW6k6WFl6d5aas
@mimic.123
@mimic.123 5 жыл бұрын
পুৰণি গানৰ সুৰটোৱে মোক পাগল কৰি তোলে। গানবোৰ এনেকুৱা হওঁক আপোনাৰ ।। 💓💓
@zubeenahmed9631
@zubeenahmed9631 4 жыл бұрын
Khoday enedore hahi thakibo zubeen mamai
@parthapratim7143
@parthapratim7143 5 жыл бұрын
মই তোমাৰ পাগল প্ৰেমিক জুবীন দা ❤️😘জয় জুবীন দা ৷
@milannath1961
@milannath1961 2 жыл бұрын
🌏🌏মৃত্যু আগ মুহূর্তত যদি কোনোবাই সোধে অন্তিম ইচ্ছা তেনে মোৰ উওৰ হব জুবিন দাৰ গান এবাৰ শুনাই দিয়া🥺🥺🥺🎸🎸
@assamgovtjobinformation4093
@assamgovtjobinformation4093 2 жыл бұрын
joi zuben daa
@moromimunda4557
@moromimunda4557 2 жыл бұрын
Right muru sem answer hobo
@creative0-1
@creative0-1 2 жыл бұрын
Yes
@rahulassamesegamingzone970
@rahulassamesegamingzone970 2 жыл бұрын
Yes
@sumannath5577
@sumannath5577 Жыл бұрын
I love you zuben da🥰
@sudiptasaikia9131
@sudiptasaikia9131 5 жыл бұрын
Zubeen da Ki kom Kobo aku nai. Iam speechless.. Love u zubeen da Long live zubeen da..❤❤❤
@satyapratimsonowal8625
@satyapratimsonowal8625 5 жыл бұрын
ৰাহুল ইমান ধুনীয়া গানটো লিখা বাবে ধন্যবাদ জনালোঁ বহুত ধুনীয়া হৈছে
@pritomraj4676
@pritomraj4676 5 жыл бұрын
অতি সুন্দৰ আকৰ্ষণীয় হৈছে দে জুবিন দা তুমি যেন পপীয়া তৰাৰ অতি সুন্দৰ ...জুবিন দাৰ গান শুনি ইমানেই ভাল পাৱ কবলৈ বাকি নাই.... অসমত বহুত গায়ক গায়িকা আছে.. ইহতৰ গান এবাৰ শুনাৰ পাছত শুনিবলৈ মন নোযোৱা হয় ...মৰমৰৰ জুবিন দাৰ গান যিমানেই পুৰণি নহক শুনি ভাল লাগে,,,,
@guitarboy4
@guitarboy4 4 жыл бұрын
kzbin.info/www/bejne/iHq3nnutmaySkK8
@pritomraj4676
@pritomraj4676 4 жыл бұрын
@@mainaahmedmainaahmed1999 hmm pysu 2bar
@pritomraj4676
@pritomraj4676 4 жыл бұрын
@@mainaahmedmainaahmed1999 kt kt grhh
@pritomraj4676
@pritomraj4676 4 жыл бұрын
@@mainaahmedmainaahmed1999 grh kt xudisu
@pritomraj4676
@pritomraj4676 4 жыл бұрын
@@mainaahmedmainaahmed1999 sivgr
@rinjumonisenapoti5407
@rinjumonisenapoti5407 Жыл бұрын
Zubeen dar gan bur hunile kiba huni thakibre mon Jai.I love you Zubeen da❤❤❤❤
@bhupeshrecords2542
@bhupeshrecords2542 5 жыл бұрын
what will i say about a legend like you zubeen da...You are a legend!! You are incomparable......love u...Live long and create masterpieces
@nabadutta5175
@nabadutta5175 5 жыл бұрын
Dhunia song zubeen daa
@ila-s6s
@ila-s6s Жыл бұрын
... উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশৰ বোঁৱতী নৈ..."
@DharmeswarBaro-cm6wy
@DharmeswarBaro-cm6wy 2 ай бұрын
মন পুলকিত কৰা সিহৰণ.... কি মধূৰ...!!! ❤❤
@pallabgyanblock3049
@pallabgyanblock3049 Жыл бұрын
উশাহৰ গভীৰ পিয়াহৰ ²mate লিখা জীৱনী ❤️❤️uff শব্দ কেইটা sumi গল অন্তৰ। uff😢😢😢
@Suman-gy7mp
@Suman-gy7mp 5 жыл бұрын
জুবিন দা কবলৈ ভাষা নাই ।। গান তোৰ বিষয়ে কি কম ।।।মা এলবাম তো শুনিলে বেলেগ গান শুনিব ই নোৱাৰি ।। জয় জুবিন দা ।।।।
@krishnahazarika4245
@krishnahazarika4245 5 жыл бұрын
So, sweet voice zubeen da . touch my heart.... love it 😘😘😘
@BirajPatro
@BirajPatro 2 ай бұрын
অন্তৰ চুই গৈছে জুবিন দাৰ গান হোনি ,I love you ,❤️❤️❤️❤️
@bhaskarkalita2461
@bhaskarkalita2461 5 жыл бұрын
জুবিন দা তোমাৰ গানবোৰ আমাৰ হৃদয়ত বাজে । তোমাৰ গানৰ আজন্ম প্ৰেমিক 💓💞Love u Zubeen Da 😍💖
@NBPRO-lp6xu
@NBPRO-lp6xu 2 жыл бұрын
Thanks Rahul for lyrics And Zubeen sir your crystal clear voice touch beyond horizon ...
@kenpibasar4641
@kenpibasar4641 2 жыл бұрын
Can you tell me what this song is all about?🥺
@zbmelody
@zbmelody 10 ай бұрын
​@@kenpibasar4641 You are like meteors which flowing in the sky (1st line of this song)
@kenpibasar4641
@kenpibasar4641 10 ай бұрын
@@zbmelody tnks buddy
@pintughosh1166
@pintughosh1166 5 жыл бұрын
কি যে কন্ঠ আৰু সুৰ হৃদয় চুই যায় Love you so much zubeen da
@akashnayanmusical251
@akashnayanmusical251 8 ай бұрын
উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ__❤.
@mrinaldas6773
@mrinaldas6773 5 жыл бұрын
তুমি যেন পপীয়া তৰা ,,,গান তো শুনিলে হৃদয় ত লাগি যায় ,,zubeen da
@DhritimoyDas
@DhritimoyDas 5 жыл бұрын
কথা সুৰ কণ্ঠ আৰু সংগীতৰ অপূৰ্ব সমাহাৰ। কালজয়ী সৃষ্টি ❤️
@luhitnath286
@luhitnath286 5 жыл бұрын
One of the best composition of the most versatile singer of our generation.Zubeen has already proved his gifted ability, uniqueness in different segment of singing.Moreover he is a man of beautiful mind.His fearless attitude and eagerness to create something exceptional r really apprecible.Hats of dear Zubeen and Rahul goutom.
@jyotigiri1054
@jyotigiri1054 11 ай бұрын
Jiman xunilew mon nobhore aai gan tu. Jua 26th.23 December zubeen da baliprat ahi program t aai gan tu 1st gaise and teuk usrr pra aai gan tu gua sai kiman je val lagise kobole bhxa nai ❤❤ zubeen da is best❤
@porishmitababy6494
@porishmitababy6494 5 жыл бұрын
জুবিন দা সচাকৈ অতুলনীয়...আপোনাৰে গানে হৃদয় চুই যায়...❤❤
@ajitttalukdar9954
@ajitttalukdar9954 11 ай бұрын
হাস্পতালৰ বিচনাত শুই শুই এই গানটোৱে শুনি আছো।
@apuassam6864
@apuassam6864 5 жыл бұрын
গানটো নুশুনাৰ আগতে cmnt কৰিছো "মজা" বুলি , Love you Zubeen Daa 😘😘😘
@dhanjitsarma5330
@dhanjitsarma5330 5 жыл бұрын
Zubeen daar gaan kanot nhy hridoyot baje j heikrne
@apuassam6864
@apuassam6864 5 жыл бұрын
@@dhanjitsarma5330 ওম একদম সুন্দৰ মন্তব্য দিছা
@jyotsnaborah9133
@jyotsnaborah9133 6 ай бұрын
_Diamond of Assam ZG💎❤💫_
@bitopansengupta5868
@bitopansengupta5868 5 жыл бұрын
Zubeen Garg 's voice and Rahul Gautam Sharma's lyrics makes the perfect mix.....Hridoy sui joa Srishti.
@Hrishi02005
@Hrishi02005 Жыл бұрын
👍 n 101
@vanijimusictube361
@vanijimusictube361 5 жыл бұрын
A most wonderful song ever zg da ...কি সুৰ মগজু হিলাই দিচে বেহেলাৰ সুৰৰ সতে।।
@gamingworld-mw9nd
@gamingworld-mw9nd Жыл бұрын
যদি আপুনি ২০২৩ চনত শুনি আছে তেন্তে আপোনাৰ উপস্থিতি চিহ্নিত কৰক😊😊
@bhaskarmusicofficial8878
@bhaskarmusicofficial8878 2 жыл бұрын
Gaantu xunile mukhot hahi eta automatic ahi jaai zubeen daa ur legend ❤️
@juhigogoi9522
@juhigogoi9522 5 жыл бұрын
Protyekbaror dorei Zubeen Da r Gaan best.. 💕 Love you Zubeen Da.. Apunar maat, kontho hokolu otuloniyo.. 💕
@lethalmontage423
@lethalmontage423 5 жыл бұрын
june june jubeen da k ontoror pora bhl pai tar bbe ata hit like ♥️♥️🔥
@imtiyazahmed6881
@imtiyazahmed6881 5 жыл бұрын
I'm also
@priyankadihingia8862
@priyankadihingia8862 5 жыл бұрын
❤️❤️❤️
@anjandeka2741
@anjandeka2741 5 жыл бұрын
Love my❤
@phulashreebaruah5033
@phulashreebaruah5033 5 жыл бұрын
Me also😍
@UmeshKalita-qc8lq
@UmeshKalita-qc8lq 4 ай бұрын
zubeeNDa😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@dhirajkalita7505
@dhirajkalita7505 5 жыл бұрын
WHAT A LYRICS,WHAT A MUSIC, ZUBEEN DAAR VOICE AR KOTHAI NOKOU......THANK YOU DA FOR GIVING SUCH A WONDERFULL SONG
@gautamzgrabha4054
@gautamzgrabha4054 4 жыл бұрын
মই জীয়াই থকালৈকে জুবিন দাৰ গান শুনি থাকিম। তুমি আকাশৰ তৰা তুমি হিয়াৰ আমঠু তুমি সদায় কুশলে থাকা জুবিন দা । I love you z... da
@gaurangabarman7915
@gaurangabarman7915 5 жыл бұрын
Rahul Gautam Sarma ........ you just nailed it...... zubeen daa always divine...
@namitanath5210
@namitanath5210 5 жыл бұрын
dislike কৰা কেইটাই গান কি হয় বুজিয়ে নাপায় ছাগে। তুমি বহুত বহুত বছৰ জীয়াই থাকা জুবিন দা। তোমাৰ গানবোৰে বেলেগ এখন পৃথিৱীলৈ লৈ যায়।lv u zubbin da😍😘😘😍
@ankurborahofficial4126
@ankurborahofficial4126 5 жыл бұрын
dislike কৰা কেইটা সংসাৰৰ মায়া মোহৰ পৰা মুক্ত। সিঁহত নিশ্চয় ব্ৰক্ষ্মচাৰী ॥😂
@upasanadeka7343
@upasanadeka7343 2 жыл бұрын
Zubeen daar voice aru Rahul Gautam r xobdor deadly Combination ai gaan to.. Jetyai xunu hridoyor ataikoi apunjonole borkoi monot pore.. Thank you zubeen daa and Rahul..
@karishmadas1173
@karishmadas1173 2 жыл бұрын
দাদা আপোনাৰ কণ্ঠৰ প্ৰেমত সদায় পৰো, বাৰে বাৰে পৰো❤️❤️❤️ আৰু ৰাহুল গৌতমৰ শব্দৰ প্ৰেমত 🔥🔥🔥🔥❤️❤️❤️❤️❤️❤️
@pamudboropamudboro1869
@pamudboropamudboro1869 2 жыл бұрын
জুবিন দাৰ গানেই হল মোৰ জীৱনৰ হুক দুখৰ লগৰী জাই জুবিন দা
@biswajeetbordoloi5304
@biswajeetbordoloi5304 3 жыл бұрын
Salute for Zubeen da next level creator man....touch anyone's heart
Tuna 🍣 ​⁠@patrickzeinali ​⁠@ChefRush
00:48
albert_cancook
Рет қаралды 145 МЛН
Гениальное изобретение из обычного стаканчика!
00:31
Лютая физика | Олимпиадная физика
Рет қаралды 4,6 МЛН