প্রেম, বিয়াৰ প্রস্তাৱ, প্রতাৰণা-এগৰাকী যুৱতীৰ ভাষ্যত আছুত কঁপনি...

  Рет қаралды 143,968

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 377
@anjanjyotibora9263
@anjanjyotibora9263 Ай бұрын
এই ক'লা পেণ্ট বগা ছাৰ্ট কেইটা ধূৰন্ধৰ বুলি চবেই জানে।
@happyboy4579
@happyboy4579 Ай бұрын
Tumi hosa kotha koisa e hate gumda dadager bahera ki hekila lift kok sun
@kalpanarai77M
@kalpanarai77M Ай бұрын
right
@rajenrabha1914
@rajenrabha1914 Ай бұрын
Right
@kiripkalita150
@kiripkalita150 Ай бұрын
ek dom
@pradipkumarkalita99
@pradipkumarkalita99 Ай бұрын
ইহঁত সেইকাৰণেই দেখাত অবিবাহিত আৰু বহুতো কিবা কিবি।চি: লাজ নালাগে?
@politicalmantos9386
@politicalmantos9386 Ай бұрын
নেতা হৈ বুঢ়া বয়সৰ লৈকে মজা কৰাৰ হেঁপাহ। এতিয়া হে জুলোঙা মেকুৰী ওলাই পৰিছে, এটাৰ পুখুৰীৰ পানী খাই পিয়াহ নোগোচে ঘাটে ঘাটে পানী খাই গাত তৰত আহে।
@manjulaborah1351
@manjulaborah1351 Ай бұрын
জয় গুৰু শঙ্কৰ সৰ্ব্ব গুণাকৰ, সমাজৰ কথাও ভাবিব লাগে, ইমান ভাল কামত লাগি থকা মানুহে ইমান বেয়া কাম কৰিব লাগেনে, নিজৰ বাই ভণীৰ লগত এনে হ'লে কেনে লাগিব, কথাতো বুজি চোৱাতো ভাল, ভাল পাব জানিলে কিন্তু ৰাখিব নাজানিলে, ছোৱালী বোৰক এলাইজাবৰি বুলি ভাবে নেকি, নিজৰ মাক জনীও এসময়ত ছোৱালী আছিল, সেই কাৰণে সংস্কাৰ ভাল হ'ব লাগে, বন্দুক দেখুৱাই নিজৰ পৰিচয় দিছে
@rupjyotiboruah3418
@rupjyotiboruah3418 Ай бұрын
বেয়া কথা শুনাৰ পাছত কোনো সংগঠনত আসনত ৰাখিব নেলাগে কাৰণ সংগঠনটোৰ সন্মানৰ কথা থাকে ৷
@yeriaeni1133
@yeriaeni1133 Ай бұрын
কিমান দূৰ সচা বিচাৰ কৰা প্ৰয়োজন? অসমৰ ল'ৰাই ভুল নকৰে।সেয়া সচা কথা ।‌ যি কি নহওঁক দোষীয়ে উচিত শাস্তি পাওক । বিচাৰ একপক্ষীয় হ'ব নেলাগে।
@pallabkhakhlary93
@pallabkhakhlary93 Ай бұрын
বন্দুকধাৰী ছাত্ৰ নেকী ?
@NKMedia-d6k
@NKMedia-d6k Ай бұрын
AASU মানে ছাত্ৰ সন্হা কিন্তু ছাত্ৰ এজনে কেনেকৈ Inova লৈ ঘুৰি ফুৰি ফ্লেটত বিলাসী জীৱন কেনেকৈ পাৰ কৰে আচৰিত
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc Ай бұрын
আছুৰ সম্পাদকে পুৰা ৰাস লীলা চলাই আচে । 😂😂😂😂😂😂😂
@minakshiborgohain7378
@minakshiborgohain7378 Ай бұрын
এয়াইটো ভুল সামাজিক মান্যতা নোহোৱাকৈ সকলো নিজৰ মতে কৰে আৰু এতিয়া সামাজিক মাধ্যমত সামাধান লাভ কৰিবলৈ আহে ...!!কিয় বাৰু আজিৰ সময়ত কিছুমান পিতৃ মাতৃয়ে ‌ সীমা চেৰাই গৈ সকলো শেষ কৰে.. এজনী ছোৱালী সদায় নিয়ন্ত্ৰণ আৰু নিৰিক্ষণত ৰাখিব লাগে যিহেতু চকুৰ সন্মুখত ‌জানি বুজি এনেকৈ কৰাটো ভুল ।আইনে যিমানেই মান্যতা নিদিয়ক কিয় নিজৰ অন্তৰাত্মাই অনুমতি দিয়েনে...এশ গৰু মাৰিলে বাঘৰ মৰণ বাৰু থিকেই আছে কিন্তু সেই একে প্ৰসংগতে প্ৰযোজ্য লোভেই পাপ আৰু পাপেই.....!!
@ishakashyap795
@ishakashyap795 Ай бұрын
ছোৱালী ক নিয়ন্ত্ৰনৰ t ৰাখিব লাগে, কিন্তু লৰাক কি এৰি দিব লাগে? আপোনাকোৰ নিচিনা মানুহৰ কাৰণে আজি নাৰী সুৰক্ষিত নহয় ,, চিঃ সিঃ
@HG-tn7de
@HG-tn7de Ай бұрын
Chanda party a aibilak nokori ki koribo aru😂😂
@motivational1021
@motivational1021 Ай бұрын
AAssu ❌ aha aami sanda uthau✅
@sailenneog5497
@sailenneog5497 Ай бұрын
প্ৰেম মানে বিবাহ নহয় ভনী―জীৱনৰ যৌৱনৰ সময়বোৰ তুমি তাৰ লগত, বিনাধিত্বা ভাবে সময় পৰা কৰিলা,এতিয়া এৰা-এৰি হৈছে তুমি সামাজিক মাধ্যমত আহিছা..... তুমিও কম ধুৱা-তুলসী পাত নহয় দিয়া।
@T-bg5oq
@T-bg5oq Ай бұрын
Apunar bhontir lgt bia patim buli koi thogile ki kobo ??
@MAHAKALVAKT_
@MAHAKALVAKT_ Ай бұрын
Right ....biya nokoraloike physical relation rakhibo nalage...😊
@afrujabegum2221
@afrujabegum2221 Ай бұрын
​@biya nohowake eman blv karib nalage ru ata ktha physically relation nkorile anekua nohol he nikita-bg5oq
@minakshidas833
@minakshidas833 Ай бұрын
Mio ekoni suwali tothapi koisu ekhn tal okle nabaje ..lra2r gat jdi dokh ase suwali jnio emn sudho hb nuware..alp nam thka lra hole suwali bure bdnam kri br Val pai..bea napabo kwar babe
@success2089
@success2089 Ай бұрын
​@@T-bg5oq Lora e thog nakhai neki. So tat suali buli ki kotha ase
@tirthajyotigogoi9942
@tirthajyotigogoi9942 Ай бұрын
ছোৱালী কিছুমানে টকা থকা , নাম থকা লৰাক বিচাৰে যে তাৰে পৰিনাম এয়া 😢 এজন সাধাৰণ লৰাক বিচৰা হলে এনেকুৱা নহয় 😂😂😂
@anirudhakalita4041
@anirudhakalita4041 Ай бұрын
আছু হৈছে নেতা বনোৱা ফেক্টৰী,নেতা উৎপাদন কৰাৰ বাহিৰে আছুই কি কৰিছে,
@subharajgogoi7316
@subharajgogoi7316 Ай бұрын
ছোৱালীজনী ধুঁৱা তুলসীৰ পাত? প্ৰেম মানেই বিৱাহ নহয় ।।। এতিয়া টকাৰ উপহাৰ নোপোৱাৰ বাবে এইবোৰ নাটক 😀😀
@polashediting12k
@polashediting12k Ай бұрын
কণ্ঠ শিল্পী গৰাকী দিপলিনা ডেকা নহয় টো 😂😂😂
@pratikshawoorha4954
@pratikshawoorha4954 Ай бұрын
Richa bharadwaj buli hunisu
@ranjankonwar3049
@ranjankonwar3049 Ай бұрын
Diplina neki an u man he krishna de😂
@polashediting12k
@polashediting12k Ай бұрын
@@pratikshawoorha4954 atchaa
@SilpishikhaBaruah
@SilpishikhaBaruah Ай бұрын
​@@pratikshawoorha4954 dipandita bula jniu hobo pare dei
@rantusaikia4578
@rantusaikia4578 Ай бұрын
এজনী ছোৱালী হৈ কিয় বিয় ৰাতি যাব লাগে এতিয়া কি হ'ল
@MrSecondTripleR
@MrSecondTripleR Ай бұрын
ৰাতি ৰাতি ফুৰে,কিয়া বাত হে!
@M.G.615
@M.G.615 Ай бұрын
ছাত্ৰ সণ্ঠাৰ নেতৃত্বৰ এই অৱস্থা, কথা বিলাক জানিব পায় ভাল নালাগিল,লজ্জিত অনুভৱ কৰিছোঁ।
@Ramraj13333
@Ramraj13333 Ай бұрын
পাছত নয়ন দা দৰে prank video বুলি কৈ সামৰণি মাৰি দিলে হব
@HimankarDeka-g2s
@HimankarDeka-g2s Ай бұрын
Sumi jabo ar. Sankar ahibo😂
@amarbayan1217
@amarbayan1217 Ай бұрын
😂😂😂😂😂😂😂
@mitaleedeka90
@mitaleedeka90 Ай бұрын
একদ ম ঠিক কৈছে দেই
@pranjit4290
@pranjit4290 Ай бұрын
Justice ki korib lagibo.. যদি বিয়া পাতি দিয়া হয়।। তুমি সেইখন ঘৰত ভালকৈ থাকিব পাৰিবা নে ?
@debojitreloaded2617
@debojitreloaded2617 Ай бұрын
ভণ্টি বুলিয়েই কৈছো কিন্তু তাৰো যোগ্যতা তোমাৰ নাই, আৰু তোমাৰ নিচিনা উদাহৰণ বহুত আছে । কোনোবা নামজ্বলা, সমাজত প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সম্বন্ধ গঢ়ি তুলিব আৰু যেতিয়াই নিজৰ স্বাৰ্থত আঘাত হনা যেন অনুভৱ হব তেতিয়াই সেইজন ব্যক্তিৰ গাত কলংকৰ চেকা হানি নিৰাপদ দূৰত্বত অৱস্থান কৰিব। কোনোবাই কেতিয়াবা শুনিছিল নে দেখিছিল শংকৰজ্যোতি বৰুৱাৰ এগৰাকী গলফাণ্ড আছিল বুলি। নেদেখে কাৰণ তাইৰ স্বাৰ্থ তেতিয়ালৈকে ক্ষুণ্ণ হোৱা নাছিল। এতিয়া স্বাৰ্থ বিঘ্নিত হৈছে লগে লগে সংবাদ মাধ্যমৰ শিৰোনামত আহিছে। বতৰ ডাৱৰীয়া নহলে আজিৰ অসমবাসীয়ে আৰু কিছু খণ্ডচিত্ৰ দেখিবলৈ পাব।
@minakshidas833
@minakshidas833 Ай бұрын
@@debojitreloaded2617 ekdm right..ekhn tal okle nabaje
@nayansaikia9355
@nayansaikia9355 25 күн бұрын
Right
@shresthajyotiChoudhury
@shresthajyotiChoudhury Ай бұрын
AASU nohoi aulok akota akota moha thog prabansog kari aru jubotir manokhik nirjatan kari...2no. kamot aulokok so talented...
@Destiny1999
@Destiny1999 Ай бұрын
বা জাতি প্ৰেমী বাহ। বুঢ়া ছাত্ৰৰ পিছে পিছে....... চেলা চামণ্ডা হত
@satyadas1230
@satyadas1230 Ай бұрын
সছা কথা ক'বলৈ গ'লে বহুত আছে আছু কৰিছোঁ বুলি ভয় ভাবুকি দি বহুত নকৰিব লগিয়া কাম কৰি টকা ঘটি আছে আছু কৰিলে আতি সোনকালেই ধনী হ'ব পাৰে
@minakshiborgohain7378
@minakshiborgohain7378 Ай бұрын
বিয়া নপতাকৈ কিহৰ aniversary হয় অ ভন্তি..!!
@afrujabegum2221
@afrujabegum2221 Ай бұрын
Take
@nayanborah558
@nayanborah558 Ай бұрын
Baki khini nokow aru 😂
@ManchesterUnited535
@ManchesterUnited535 Ай бұрын
AASU ৰ কফিনত শেষ গজাল
@bikramdutta3976
@bikramdutta3976 Ай бұрын
ছাত্ৰ অৱস্থাত তেখেসকলে গুৱাহাটী দৰে ঠাইত ঘৰ মাটি কেনেকৈ কৰে,,,,, আমি চাকৰি কৰি নোৱাৰোঁ,,,,, আচৰিত,,,, জীৱনটো ছাত্ৰ হৈ থকাই ভাল
@NipuLahkar-qv1jq
@NipuLahkar-qv1jq Ай бұрын
Bodmas White Shirt & Black Pant.......👈👈
@staysimplejoyshree4005
@staysimplejoyshree4005 Ай бұрын
ইহঁত এনেকুৱাই অ বালৰ বিয়া নপতা কে সুখ পায় থাকে কাৰণে টো সিহঁতে বিয়া নপতা কৈ থাকিব পাৰে। বাকী কেইজনৰটো নাম নকওঁ ।। টকা লাগে কাৰণে বিয়া নপতা কৈ থাকে
@hemasrigoswami3432
@hemasrigoswami3432 Ай бұрын
Ajir jugot Sankar jyoti r nixina mahapurux aliye galiye ,bahire chamkila vitore petkola....sualijoni oti sahosi hua babehe ei step lobo parise, well done girl✅ ✅ ✅ kothur sasti pradan kora houk ei mukhapindha mohapuruxjonok, political party r chamca buli eri nidiye jen
@gaganborah8907
@gaganborah8907 Ай бұрын
Love is very very dangerous, don't fall in love 😮😮
@purnanandagogoi3739
@purnanandagogoi3739 Ай бұрын
Prem..Anakuai.
@air33-ias53
@air33-ias53 Ай бұрын
ই এটা হাৰামী এটা।ছোৱালীক use কৰি থাকে। একো চেলিব্ৰিটী ডাল নহয়। আচুৰ চান্দা ধাৰী নেতা হে। তাৰ হাতত পিষ্টল কৰ পৰা আহিল বে। পুলিছে ধৰক তাক।
@Amiya-l7w
@Amiya-l7w Ай бұрын
Atia aku notun issue ahile so sumir issue Tu herai jaboge😂jeneke miyar issue Tu herai golge😂
@RitopanRajbongshi4
@RitopanRajbongshi4 Ай бұрын
ধুৰন্দৰ, গদাবাজ।।।
@ahmeddc158
@ahmeddc158 Ай бұрын
We demand a proper investigation into the case.
@SahilKhan-u8h1t
@SahilKhan-u8h1t Ай бұрын
😂😂যোৱা চাৰিবছৰ কি কৰিলা মাইনা, 😂😂হাহি উঠে তোমালোকৰ কথা চালে কেৱল পইচা লাগে 🙏🙏আকৌ গায়িকা ৰ লগত ও থাকে, দামি উপহাৰ 😂😂
@RitrishnaGohain
@RitrishnaGohain Ай бұрын
Sumi khekh hb diowk ....krpora ulale apuni.....Prem tenekua nhoi karbak jur kora...teu apunar kotha mote bia hole....bia pisot apunak tegdar dile ....ki korib....tatkoi kothabur Jona pisot eri diai val
@DesiredmixTube01
@DesiredmixTube01 Ай бұрын
She can reach to highcourt for justice if everything is legal
@anonymous_assamese4838
@anonymous_assamese4838 Ай бұрын
এইজনীয়ে বিয়া হ'ব নাপায়হে বোলে এনে কৰিছে 😂
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
বেজী দিলে😂
@nayansaikia9355
@nayansaikia9355 25 күн бұрын
Righat
@আইনষ্টাইনৰ_জোঁৱাই
@আইনষ্টাইনৰ_জোঁৱাই Ай бұрын
কন্ঠশিল্পী গৰাকী বা কোন এতিয়া....?
@AjaySinghRathod114
@AjaySinghRathod114 Ай бұрын
Sumi BORAH 😂
@air33-ias53
@air33-ias53 Ай бұрын
বিশাল ফুকন।
@pratikshawoorha4954
@pratikshawoorha4954 Ай бұрын
Richa
@mrinalphukan5425
@mrinalphukan5425 Ай бұрын
চাৰি বছৰ টিকাখন পাতি দিলা আৰু এতিয়া 😂
@commenti5459
@commenti5459 Ай бұрын
পাৰ্টিত জ‌ইন কৰক সব ঠিক হৈ যাব
@anirbanchetia9874
@anirbanchetia9874 Ай бұрын
বুঢ়া ছাত্ৰ
@nelegend5044
@nelegend5044 Ай бұрын
তাৰমানে শংকৰৰ কণী খাবাই ! ভাল পাইছিল আৰু এতিয়া কিবা অকামিলা হৈ পৰিছে , গতিকে এৰিব বিচাৰিছে ।
@digantaray2453
@digantaray2453 Ай бұрын
Shillong, Delhi t ke ke.hoisil
@arunchdutta7079
@arunchdutta7079 Ай бұрын
A S U Powerful Leader thinking about Smarth metered
@ritulphukan8362
@ritulphukan8362 Ай бұрын
Prem korib jano aru atia bdnam gab ahiso
@Lakhondas6771
@Lakhondas6771 Ай бұрын
ইহেতি হৈছে মেনেজ মাছতাৰ,?
@sanjitkumarswargiary8092
@sanjitkumarswargiary8092 Ай бұрын
দুয়োজনৰে লিলিমাই কৰি আমোৱালে হবলা।
@dilipgogoi3682
@dilipgogoi3682 Ай бұрын
আছুৰ হৈছে কি? আমি বৰ মনোকষ্ট পাইছো।বিগত ৬ বছৰীয়া দিন বোৰৰ কথা সেোৱৰিব।
@AnkitaSaikia-sm8qm
@AnkitaSaikia-sm8qm Ай бұрын
এজন মানুহৰ ব্যক্তিগত জীৱনৰ লগত এটা সামাজিক সংগঠনক সাঙুৰি নলʼব ।
@mitaleedeka90
@mitaleedeka90 Ай бұрын
লাজ নোহোৱা ছোৱালী বিয়া নোহোৱাকৈ মতা মানুহৰ লগত Delhi jawo ছিলং যাৱ ৰাতি হোটেল ত একেলগে থাক এতিয়া পাইছ গম।বিয়া নপতাকৈ anniversery পাতে😂😂এতিয়া পিছে টোক নিবনে singer জনীক সেইটোহে ডাঙৰ কথা
@nayansaikia9355
@nayansaikia9355 25 күн бұрын
Singer k nibo ai faltu suwali janik kio nibo
@diptisaikia6324
@diptisaikia6324 Ай бұрын
ছোৱালিও বদমাছ দেহা দি ভাল পাবলৈ কি প্ৰয়োজন
@junugohai3237
@junugohai3237 Ай бұрын
আছু .....ইহঁত বোৰৰ দুজনী থাকেই | বোকাজান অৰ জনক আপোনালোকে চিনি সকলোৱে পাই নহয় সেইজন পণ্ডিতে ছোৱালীৰ লগত লিলিমাই কৰি ছোৱালী আৰু মাকৰ কিমান চৰ খাইছে হিচাব নাই |
@daspiglets1866
@daspiglets1866 Ай бұрын
৪ বছৰে তামাম বজালে😿😿
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
😂😂😂😂বেজী
@humenbhuyan4088
@humenbhuyan4088 Ай бұрын
Doggy style mai karega 😜
@ArupBordoloi-kz9mi
@ArupBordoloi-kz9mi Ай бұрын
ছোৱালী জনীয়ে যি কৈছে সেইয়া কিমান সত্য এইটো প্ৰথম চাব লগীয়া বিষ‌য়। দ্বিতীয়তে তাইৰ নিজৰ কথাতে কৈছে যে শঙ্কৰ জ্যোতিৰ লগত তাই বিনা বিয়া বাৰু নোহোৱাকৈ বিভিন্ন ঠাইত ফুৰিবলৈ গৈছে। শঙ্কৰ জ্যোতি যদি দোষী লগতে ছোৱালী জনীও সমানে দোষী। ছোৱালী জনীয়ে কৈছে যে তাইক পিষ্টল দেখুৱাই মৰাৰ ভাবুকি দিছে। তাৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ দিব লাগে। ছোৱালী জনী নিজে ধূৱা তুলসী পাত নহয় লোকৰ দোষ দেখুৱাব আহিছে।
@Noname-gj6jk
@Noname-gj6jk Ай бұрын
এতিয়া শংকৰক গ্ৰেপ্তাৰ কৰিব পাৰিবনে।ছাত্ৰনেতা বুলি সাৰি গলে নাৰী সমাজে ন্যায় পৰা বন্সিত হব।
@NipuLahkar-qv1jq
@NipuLahkar-qv1jq Ай бұрын
Tohot Bodmas karone ,, Axm r Aji loi Eko Unnati hua ny......
@PRANABBORAHUNOFFICIAL
@PRANABBORAHUNOFFICIAL Ай бұрын
ব্যক্তিগত জীৱনৰ কথাবোৰ ৰাজহুৱা কৰি নিজকে যদি গৌৰৱ বোধ কৰিছে সেয়া আটাইতকৈ বেছি ডাঙৰ ভুল। বাতৰি পৰিৱেশন কৰাটো জৰুৰী বুলি নাভাৱো। কাৰণ এখন তাল কেতিয়াও নাবাজে
@d.mofficial692
@d.mofficial692 Ай бұрын
Bisona khon gorom kribo kun bisari thaka 😂😂😂 tal bojowa Jon a ha
@nayansaikia9355
@nayansaikia9355 25 күн бұрын
Raght
@AnimalsCasa
@AnimalsCasa Ай бұрын
Aaji kali extra marital affair legal hoise 😂.. Eibur case Eku nohoi …
@LipikaDas-e7u
@LipikaDas-e7u Ай бұрын
🙄🙄🙄😼
@ajitkumarphukan9736
@ajitkumarphukan9736 Ай бұрын
সেই টো গুম
@nabaratnachannel2823
@nabaratnachannel2823 Ай бұрын
জয় গুৰু শংকৰ তলৰ ফালে মন কৰ তলৰ ফালে চেন খোলা আছে তাৰা তাৰি বন্ধ কৰ,,,,
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda Ай бұрын
বিবাহ বান্ধনৰ পিছত হে ফুৰিব যাব লাগে।
@bkp9774
@bkp9774 Ай бұрын
তই ও কম মাইকি নহয় দেই, ভাল ভোগ কৰিলি ন 😅😅😅 শ্বিলং delhi, 😊😊 ৰাইফল টো ak ৪৭ ne ৫৭ লম্বা, মোটা কিমান 😊😊😊
@DilipChakraborty-j6b
@DilipChakraborty-j6b Ай бұрын
এই নেতা সকলে ছাত্ৰৰ নামত নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছে , কিন্তু আমাৰ অসমৰ কাৰণে কি কৰিছে , আজি ৰেল বিভাগত বাহিৰৰ মানুহ আহি সংস্থাপন লৈ আছে কিন্তু আজি ASSU ইয়াৰ হৈ একো মাত মতা নাই ,
@MOJNUKUMARDOLEY
@MOJNUKUMARDOLEY Ай бұрын
ছোৱালী জনী বহুত মিছা কথা কৈছে
@KukeswarDoley-yw5lr
@KukeswarDoley-yw5lr Ай бұрын
🎉
@manash_saikia
@manash_saikia Ай бұрын
2:57 ৰাতি কোন ফুৰে 😂
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
📍😂🚻
@WhatsthehellXyz
@WhatsthehellXyz Ай бұрын
আমি কেলেই ভাবিব লাগে ? আপুনি নিজেই জানে তেওঁৰ লগত আপোনাৰ সম্পৰ্ক কি ? নে সিমাৰ বাহিৰত গৈ সকলো সিমা চেৰাই গৈছিল ? এতিয়া নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ এই খন এখন নাটক কৰিছে ? তাল এখন অকলে নাবাজে পিছে মন কৰিব মনে মনে বাজিবলৈ মন থকা তাল খন যদি নিজে গৈ আন খন তালৰ গাত ইচ্ছাকৃত ভাবে লাগি দিয়ে তেতিয়া শব্দ ওলাব । তাৰ মানে কি এখন তাল জগৰীয়া হব ???😁😁😁
@parthapratimdas354
@parthapratimdas354 Ай бұрын
আমাৰ জাতিটোৰ কথা আছে।
@Thekingwithoutatherone
@Thekingwithoutatherone Ай бұрын
অসমৰ ছাত্ৰ ছাত্ৰী সকলক বেয়া কৰাত ডাঙৰ ভূমিকা আছে এইটো দলৰ। আমি BA পাছ কৰিছোঁ কিবাকে টানি মুনি HS পাছ কৰা কেইটা ছাত্ৰ লীডাৰ। 😂
@bipulboruah3353
@bipulboruah3353 Ай бұрын
ৰাতি ৰাতি ডকাইত কৰে ইহতী
@SanjayDas-xg2ko
@SanjayDas-xg2ko Ай бұрын
Boria koise dada rati loike dadagiri dekhai pistol loi licence cancel koribo lage
@ridippatowary
@ridippatowary Ай бұрын
Oh rati rati fura😮😮...kanthsilpi garakir namtuo koi dia,ekelage sakalo breaking baji thakak....atiya aibarar ADR exam holge ru😢😢..next bar aku ahene nahe..
@imranbabumusically
@imranbabumusically Ай бұрын
শংকৰজ্যোতি এজন ছাত্ৰ হ'ল বুলি যে, তেওঁৰ নিজৰ ব্যক্তিগত কিবা নাথাকিব সেইটো নহয়। সেইদিশটো লক্ষ্য ৰাখি এটা ছাত্ৰ সংগঠনক ক'লা দাগ বুলি অভিহিত কৰিছে সেয়া যুক্তিকৰ নহয়।
@priyan9086
@priyan9086 Ай бұрын
Why revolver or gun in the hand of sankarjyoti Baruah?
@nabagohain6242
@nabagohain6242 Ай бұрын
Cc Jodi ktha bur hosa hoi bhut dkh lagibo 💔🙁🙁
@PankajDas-zz8qr
@PankajDas-zz8qr Ай бұрын
সম্পাদক Lin sens কত পালে pistol
@sauravdas1052
@sauravdas1052 Ай бұрын
Kiman dur ba hosa swalir kotha
@Pranjal-k1s
@Pranjal-k1s Ай бұрын
আছু কি হয়
@xxxxxdij
@xxxxxdij 15 күн бұрын
Ki bhal khabar sunillo
@ayusdeuri8017
@ayusdeuri8017 Ай бұрын
Umm rati rati😂😂
@anuragsaikia.
@anuragsaikia. Ай бұрын
Nicchoi he is not a good person!!!!!!!!!!!
@kiripkalita150
@kiripkalita150 Ай бұрын
বুঢ়া শগুন টোক ছাত্র সজাই থৈছে ,অসমে ইহঁতৰ পৰা আৰু কি আশা কৰিব
@rupdutta3305
@rupdutta3305 Ай бұрын
Bhal lora pai ulomi dise jen lagise..
@boss-nx2pe
@boss-nx2pe Ай бұрын
Suwali joni u kom nohoi jen lagise
@mintusarmah6811
@mintusarmah6811 Ай бұрын
Live-in Relationships are now Common in Cities. But, Results are Pathetic. Post Live-in Consequences may not be Suitable for a Respected Society like Assamese 😊😊😊 Anyways... We are Highly Educated...We want a Liberal Society 😅😅😅
@ranjitbhagawati2039
@ranjitbhagawati2039 Ай бұрын
আন গৰাকী কোন?
@rahulboro5009
@rahulboro5009 Ай бұрын
Personal life r kotha
@RitukrBorah
@RitukrBorah Ай бұрын
এনেকুৱা নেতা AASU ত থকাৰ কাৰণে AASU আজি মূল্যহীন ।
@probinkumarkakati6151
@probinkumarkakati6151 Ай бұрын
মুখা পিন্ধা ভদ্ৰ লোক ?এটাই কথা ৰাইজক জনাই লাভ নাই তেওলোকৰ ব্যক্তিগত কথা ?
@TS-cj2xk
@TS-cj2xk Ай бұрын
Asorit hobo logiya ki kotha ase eyat? Enekua kho kho AASU neta dekhisu ninor University dinot
@dimbendrasankarbora-er2zq
@dimbendrasankarbora-er2zq Ай бұрын
ব্যক্তিত্বৰ পতন।ছাত্ৰ সংগঠনত কালি মা।ব্যক্তিগত বিষয় বোৰৰ সমাধান নিজৰ।কোনো কাৰণতে ৰাজহুৱা হবলৈ সুযোগ দিব নালাগে।
@BiswajitGogoi-eh6hh
@BiswajitGogoi-eh6hh Ай бұрын
প্ৰমাণ কি আছে ?
@rupamsonowal4791
@rupamsonowal4791 Ай бұрын
Toka dekhi val paisile atia pali moja.
@royalvloger2679
@royalvloger2679 Ай бұрын
Ai jonok bohiskar korok Assau t kola dag logaise
@Uko7pra
@Uko7pra Ай бұрын
AASU A KI ACTION LOBO
@SanjibSanjibbarman-g7x
@SanjibSanjibbarman-g7x Ай бұрын
Pls action C M sir
@joker-l4y2b
@joker-l4y2b Ай бұрын
ছোৱালী joni ভাল nohoi jen লাগিছে।
@kannavibarman4808
@kannavibarman4808 Ай бұрын
People normalising cheating is the biggest issue 🙂cheating or any ill thing is gender neutral
@Indian23537
@Indian23537 Ай бұрын
Muthote he should resign.
Cool Parenting Gadget Against Mosquitos! 🦟👶 #gen
00:21
TheSoul Music Family
Рет қаралды 34 МЛН
Wait for it 😂
00:19
ILYA BORZOV
Рет қаралды 10 МЛН
小丑揭穿坏人的阴谋 #小丑 #天使 #shorts
00:35
好人小丑
Рет қаралды 34 МЛН
Миллионер | 2 - серия
16:04
Million Show
Рет қаралды 1,9 МЛН
Домработница!!! Уральские Пельмени.
9:25
Позитивчик
Рет қаралды 1,7 МЛН
Cool Parenting Gadget Against Mosquitos! 🦟👶 #gen
00:21
TheSoul Music Family
Рет қаралды 34 МЛН