প্ৰশ্ন-নাৰায়ণ তত্ব কি||কেতিয়া কেনেকৈ ভগৱানক লগ পাব পাৰি||Rantu Saikia||

  Рет қаралды 4,007

IKK Live

IKK Live

Күн бұрын

Пікірлер: 33
@IndrakamalKakoty
@IndrakamalKakoty 11 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ❤❤❤
@ikklive5333
@ikklive5333 11 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
@ronjitborah1997
@ronjitborah1997 11 күн бұрын
Pronam❤❤❤❤
@ikklive5333
@ikklive5333 11 күн бұрын
কৃষ্ণ❤️❤️
@pallabikagohain5720
@pallabikagohain5720 11 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ
@ikklive5333
@ikklive5333 10 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
@pallabikagohain5720
@pallabikagohain5720 10 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🙏🙏🙏🙏
@ikklive5333
@ikklive5333 10 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
@nirmalaborah2060
@nirmalaborah2060 6 күн бұрын
Krishna Krishna Krishna
@ikklive5333
@ikklive5333 4 күн бұрын
কৃষ্ণ❤️
@mijushreebhuyan3746
@mijushreebhuyan3746 11 күн бұрын
Krishna ❤❤❤❤
@ikklive5333
@ikklive5333 11 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
@Harikrishna63G
@Harikrishna63G 10 күн бұрын
বাপ 🙏 কৃষ্ণ 🪷 কৃষ্ণ 🙏 কৃষ্ণ 🪷 কৃষ্ণ 🙏
@ikklive5333
@ikklive5333 10 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
@NabaKakoty
@NabaKakoty 10 күн бұрын
❤❤❤❤
@ikklive5333
@ikklive5333 10 күн бұрын
❤️
@ujjalbora9810
@ujjalbora9810 5 күн бұрын
কৃষ্ণ বাপ 🙏 জয় গুৰু শঙ্কৰ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ শ্ৰীশ্ৰী মাধৱদেৱ
@ikklive5333
@ikklive5333 4 күн бұрын
কৃষ্ণ❤️
@SaminKalita-qo3mp
@SaminKalita-qo3mp 11 күн бұрын
কৃষ্ণ।
@ikklive5333
@ikklive5333 11 күн бұрын
কৃষ্ণ❤️❤️
@ProbinaSonowal-h3t
@ProbinaSonowal-h3t 10 күн бұрын
প্ৰভু আপোনাৰ ব্যাখ্যা শুনি বহুত জ্ঞান লাভ কৰো।আপুনি এজন চাকৰিয়াল বিষয়া হোৱাৰ পিছতো ভাগৱত, গীতা,শাস্ত্ৰ আদি সলসলীয়াকৈ মুখস্থ।ইমান সুন্দৰকৈ কয়। আপোনাৰ ব্যাখ্যাই মন আপ্লোত কৰে।আপুনি কেতিয়া মানে কেনেকৈ প্ৰথমে আৰাম্ভ কৰিছিল।আপোনাৰ পৰা অলপ জানিবলৈ মন যায়।অলপ কৃপা,দয়া কৰিবনে প্ৰভু।কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত , দায় দুখ নধৰিব।
@ikklive5333
@ikklive5333 10 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
@pollakgoigoi6455
@pollakgoigoi6455 11 күн бұрын
কৃষ্ণ .. শইকিয়া বাপ জনাৰ চৰণ কমলত ভক্তি ভৰা সেৱা নিবেদিছোঁ ... আমাৰ মনতে অকণমান এভাগি সংশয় হৈ আছে বাপজনাই কৃপা কৰি সংশয় দূৰ কৰিলে বৰ উপকৃত হলোঁ হেতেন মানে ... ভাগৱত শাস্ত্ৰ ভাগি ভকত বৈষ্ণৱৰ দ্বাৰা নীতি নিয়মেৰে চৈতন্য নকৰাকৈ এনেয়ে মানে অধ্যয়ন কৰিব পৰা যাব নাই বাৰু ..! আমাৰ গৃহত সুকীয়াকৈ গুৰুগৃহ ভাগিৰ ব্যৱস্থা হোৱা নাই বর্তমানলৈকে ..গতিকে ...বুজি পাইছে নিশ্চয়
@ikklive5333
@ikklive5333 11 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
@pranabdas7121
@pranabdas7121 11 күн бұрын
বাপ সেৱা ধৰিলো ,,বেয়া নেপাৱ,,যেতিয়া ভাগৱত শাস্ত্ৰ দোকানত থাকে ,তেতিয়া চৈতন্য হৈ নেথাকে, তেতিয়া মোৰ দৰে মহা মূৰ্খ ও অধ্যয়ন কৰিব পাৰো,,যদিহে নীতি নিয়মৰে একশৰণীয়া ভকত বৈষ্ণৱৰ দ্বাৰা কীৰ্ত্তন কৰা হয়,ভ্ৰমণ কৰা হয় ,তেতিয়াহে ভাগৱত চৈতন্য হয়, ভূল হলে ক্ষমা কৰিব
@birenmedhi9272
@birenmedhi9272 11 күн бұрын
পাৰিলে বাপ চন্দ্ৰ মোহন শৈৱৰ বিষয়ে অলপ কবচোন। জানিব বিচাৰিছে। কৃষ্ণ
@ikklive5333
@ikklive5333 11 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
@ANILSARMA-g9y
@ANILSARMA-g9y 2 күн бұрын
সমষ্ট ভূততে যদি ঈশ্বৰ বিদ্যমান তেন্তে আন দেৱতা বা মূৰ্ত্তিৰ মাজত ভগবানক উপসনা কৰিব নোবাৰে বুলি কিয় ভ্রান্ত ধাৰণা দিছে ৷
@ANILSARMA-g9y
@ANILSARMA-g9y 2 күн бұрын
বাপ জনা শিৱৰ উপাসনা কৰাটো শুদ্ধ নে ভুল অতি সংক্ষেপে জনাব চোন
@rajibrajkhowa8111
@rajibrajkhowa8111 11 күн бұрын
শইকীয়া ডাঙৰীয়া, আমি অভাজনে এটি কথা থাৱৰ কৰিব নোৱাৰিছো, দয়া কৰি সন্দেহ ভঞ্জন কৰিবচোন। সত্য যুগৰ সূচনা ৰে পৰা ভগৱানে তেইশ বাৰ অৱতাৰ ধাৰণ কৰি দুষ্টক দমন কৰি ধৰ্মক স্থাপন কৰি আহিছে যদিও শাস্ত্ৰৰ বিৱৰণ অনুসৰি সত্য যুগত অক্ষুণ্ণ থকা ধৰ্মৰ চাৰিটা ভৰি ভাগি ভাগি আহি কলিৰ সন্ধিক্ষণত মাত্ৰ এটাহে অৱশিষ্ট আছেগৈ বোলে? এনে বিসংগতিৰ কাৰণ কি হ'ব পাৰে বুলি আপুনি বিশ্বাস কৰে?
@ikklive5333
@ikklive5333 11 күн бұрын
কৃষ্ণ কৃষ্ণ❤️❤️
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
Симбочка Пимпочка
Рет қаралды 4,2 МЛН
Twin Telepathy Challenge!
00:23
Stokes Twins
Рет қаралды 153 МЛН
Turn Off the Vacum And Sit Back and Laugh 🤣
00:34
SKITSFUL
Рет қаралды 11 МЛН
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
Симбочка Пимпочка
Рет қаралды 4,2 МЛН