চাই থাকিলে চাই থাকিবৰ মন যায়। অসমীয়া ৰাইজৰ অতিকৈ চিনাকি এই বেহাৰবাৰী আউতপোষ্ট চিৰিয়েল।থানা এখন চলি থাকে, কৰ্মীসকলৰ নানান ৰগৰ,হাঁহিভৰা সৰুসৰু মূহুৰ্তবোৰ একদম বাস্তৱ সামাজিক প্ৰতিচ্ছবি দেখুৱাবলৈ সক্ষম হোৱা চিৰিয়েলখনৰ নিৰ্দিষ্ট ঘটনা বুলিবলৈ একো নাথাকিলেও প্ৰতিটো খণ্ডই বৰ আমোদ দিয়ে। এককথাত চিৰিয়েলখন সফল হৈছে। বন্ধ হলে বা চিৰিয়েলখন শেষ হলে অত্যন্ত বেয়া লাগিব। বেহাৰবাৰী আউতপোষ্ট দীৰ্ঘস্হায়ী হওঁক আৰু জনতাক মনোৰঞ্জন দি যাওঁক।
@ronjitborah1997 Жыл бұрын
Atiau bhal লাগিছে,সিদ্ধাৰ্থ,dipjyoti ৰ acting u bhal asil kintu mohonok dekhi amoni লাগিছিল ।দীপক কিন্তু নহৈ দেই
@LakhyaHira-lo4tq11 ай бұрын
Bekhke muhon kk ❤❤❤❤❤ lave you😊
@bijulirabha-hj9bq Жыл бұрын
Beharbari outpost hodai sau aru sam joba aru pritomor biyakhon hobo lage vhal lagibo ..sabole rui asu ..mor hodai priyo beharbari 🎉🎉❤❤❤💖💖💖
@dipanjaliboruah3005 Жыл бұрын
বহুত ভাল লাগে চিৰিয়েলখন ।
@nogeningti337 Жыл бұрын
বহুত ভাল লাগিল ভিডীঅ টু ছাই
@diiimpul3044 Жыл бұрын
কেকে, মোহন আৰু বিউতি অবিহনে আধৰুৱা 🙂😌😌
@DebajiSaikia Жыл бұрын
Surajit Saikia ⚔️⚔️⚔️
@sarma8683 Жыл бұрын
Kk aru mohon Nathakile bhal nalage
@DEBAJIT.PATHAK Жыл бұрын
ভাললাগে এনেকৈ ভাললগাবোৰৰ বাতৰি দি থাকিলে ...।
@putulkalita7782 Жыл бұрын
প্ৰিয় ধাৰাবাহিক , সদায় চাওঁ ❤
@Anjan908_ Жыл бұрын
হৰ দাৰ লগত বহুত বেয়া কৰিছে 😢
@mannanassam5249 Жыл бұрын
All time favorite kisnok🌹 senti🌹 horo
@birenmech98196 ай бұрын
Biyakhon hobo lagiboi ❤
@PankajDas-h5p Жыл бұрын
Nijor buli mojja❤❤❤❤
@Raj.....D-j8j Жыл бұрын
Reporter or xobdobur bhal lagise comedy o lagise xobdobur👌👌👌