Рет қаралды 127,388
প্ৰভাকৰ ডেকাৰ সফলতাৰ কাহিনী || UPARJAN
এসময়ত আৰক্ষীৰ পৰা পলাই ফুৰিব লগা হৈছিল তেওঁ
আৰক্ষীৰ বন্দুকৰ গুলীৰ তেওঁৰ গা কাষেৰে পাৰ হৈ গৈছিল
আৰু আৰক্ষীৰ হাতত ধৰা দি বহুদিন কটাইছিল জেলত
এটি শিহৰিত জীৱনৰ অধিকাৰী প্ৰভাকৰ ডেকা নামৰ যুৱ খেতিয়কৰ জীৱন কাহিনী এয়া
মৰিগাঁৱৰ দমাল বেতনী গাঁৱৰ প্ৰভাকৰে শৈশৱৰ পৰাই দেখিছে দৰিদ্ৰতাৰ ক্ৰুৰতা
জীয়াই থাকিবলৈ গেলাম দোকান দিয়াৰ পৰা চেকেণ্ডহেণ্ড গাড়ী বিক্ৰী লৈকে বহু ব্যৱসায় কৰিছিল তেওঁ