এবাৰ চকুৰে চালেই হৃদয় মোৰ শাত পৰে এনেকৈয়েটো বই থাকে কত' কাহিনী,আদি-অন্ত বিহীন ভাৱেই চিৰপৰিপূৰ্ণ হৈ💚
@neeluttam9196 Жыл бұрын
এনেকুৱা সৃষ্টিত একপক্ষীয় প্ৰেমিকৰ প্ৰেমও কিন্তু দুগুণৰ পৰা চাৰিগুণ হৈ বৈ যায় নদীৰ দৰে.....ভাল লাগিল দাদা, সদায় প্ৰিয় আপুনি মোৰ..❤
@shantanugogoi6152 Жыл бұрын
The importance of this song is unimaginable to my heart because three years back , I planted a radhasura sapling in loving memories of her . Radhasura flowers were her favourite. This year the grown up tree bloomed and made me realise that she's doing well in the stars .
@rishikeshmahanta4783 Жыл бұрын
Indeed she is bro. Kudos to you for keeping her alive. Hope you are at peace. Keep growing bhai.
আৰে আৰে অভিমান ভাঙিব ধৰে তুমি অহাৰ অনুমান পালে মৰমৰে বাগিচাত পখিলা উৰে আধৰুৱা কবিতাই জানে dada aii gaan tu hunkale lage , kiba olp holeu gom pua hole vl lgil hoi
@rakeshsarmaofficial Жыл бұрын
Prabin da ki nu kom ❤ Another masterpiece 🎉❤
@abhinab1991 Жыл бұрын
Ur song and composition is what a 90's kid wants to hear. And u are giving us exactly what we want... Just keep giving us good songs, you will go long brother...m
@kanishkadas4935 Жыл бұрын
ইমান ধুনীয়া গান ও ❤😍
@sarangabordoloi45185 ай бұрын
Mojaa song
@juliedeka1512 Жыл бұрын
নতুনত্ব থাকেই তোমাৰ সৃষ্টি বোৰত ❤ lot's of love and wishes to the entire team 🖤♥️
@nickboss4067 Жыл бұрын
Dhuniya lagise gaan tu prabin daa.... Eitu buliye nohoy tumar goteikeita gaan ye bhal lageee....
@ankitadutta2286 Жыл бұрын
কিমান কি থাকিলে হৃদয় চুব পাৰে এটা গীতে❤️
@dibyajyotideka9104 Жыл бұрын
কি কম আৰু আপোনাক। সুন্দৰ গীতটি উপহাৰ দিয়াৰ বাবে ধন্যবাদ।