প্ৰধান শিক্ষকৰ চকীত বহি সমালোচিত কিয় মন্ত্ৰী বিমল বৰা?

  Рет қаралды 15,850

The CrossCurrent

The CrossCurrent

Күн бұрын

প্ৰধান শিক্ষকৰ চকীত বহি সমালোচিত কিয় মন্ত্ৰী বিমল বৰা?

Пікірлер: 67
@munindoley5195
@munindoley5195 2 жыл бұрын
ৰাজীব মহন্ত লৈ অভিনন্দন ।যোগ্য জনেহে সথিক আসনত বহিব পাৰে বা লাগে ।এজন মাননীয় প্ৰধান শিক্ষকৰ আসনত যেৱে সেযে মানে আন কোনেও বহাটো উচিত নহয ।এই সাধাৰণ কথাটোকে মাননীয়? মন্ত্ৰীজনে নাজানিলে ৰাজ্য খনৰ গতি ৰাইজে নিশচয অনুমান কৰিব পাৰিছে ।
@ashokdas8961
@ashokdas8961 2 жыл бұрын
আচলতে কেৱল প্ৰধান শিক্ষকৰ আসনতেই নহয়, কোনো এটা বিভাগীয় কায্যা'লয়ৰ মুৰববীৰ চকী বা আসনত আন কাৰোৰেই বহাৰ অধিকাৰ নাই, তেওঁ লাগে সেই বিভাগৰ মুৰববী বিষয়া বা মন্ত্ৰী আমোলা বা জিলাধিপতিয়েই হওক। অৱশ্য সৌজন্যতাৰ খাতিৰত কোনো প্ৰধান শিক্ষক বা বিষয়াই যদি নিজৰ আসনখন সেই অতিথি মন্ত্ৰী বা উধ'তম বিষয়াক আগবঢ়াই দিয়ে বেলেগ কথা। কিন্তু যি সকল মন্ত্ৰী বিষয়া, আমেলাই এই সৌজন্যতা খিনি জানে ভূলতো আনৰ আসনত নবঢ়ে । গতিকে মন্ত্ৰী, এম এলতকৈ আন কোনো ডাঙৰ নহয় বুলি ভবাসকলে,, ,,,
@dndeb3576
@dndeb3576 2 жыл бұрын
I agree with you
@guptasarmah8949
@guptasarmah8949 2 жыл бұрын
আমেৰিকাৰ এসময়ৰ ৰাষ্ট্ৰপতি আব্ৰাহন লিংকন এবাৰ আমেৰিকাৰ এখন বিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু সেইসময়ত প্ৰধান শিক্ষক জনে নিজৰ আসন এৰি দি আব্ৰাহনক লিংকনক বহিবলৈ কৈছিল। কিন্তু তেখেতে সেই আসনত নবহি প্ৰধান শিক্ষকজনক কৈছিল যে সেইখন আসনত তেখেত বহিব নোৱাৰে কাৰণ সেইখন প্ৰধান শিক্ষকৰ, তাত আন বহাৰ অধিকাৰ নাই। বৰ্তমান আমাৰ জনপ্ৰতিনিধি সকলক ক্ষমতাই ইমানেই মূৰত ধৰিছে যে গুৰু গোঁসাই একো নমনা হৈছে। আৱশ্যে আগৰ গৰু যেনি যায় পিছৰ গৰুও তেনি যায় বুলিও এষাৰ কথা আছে। গুৰু যেনে শিষ্যও তেনে।
@dndeb3576
@dndeb3576 2 жыл бұрын
তেওঁলোকে ইতিহাস নাজানে । সামাজিক জ্ঞানৰ অভাৱ
@anilkumargogoi9337
@anilkumargogoi9337 2 жыл бұрын
গুৰু -গোহাঁই নমনা লোকৰ অৰ্ধপতন বুলি শাস্ত্ৰই কয়
@user-vc6sq3ek9p
@user-vc6sq3ek9p 2 жыл бұрын
ক্ষমতা আৰু শিক্ষাগত অৰ্হতাই মানুহৰ জ্ঞান নবঢ়াই... ইতিহাসৰ পাত লুটিয়াই চালে উদাহৰণ বহু পোৱা যায় l নতুনকৈ হোৱা ধনী আৰু নতুনকৈ পোৱা ক্ষমতাই মানু্হক অন্ধ কৰে... বিমল বৰা তাৰেই উদাহৰণ... স্বনামধন্য টাবু টাইড ডাঙৰীয়ালৈ মনত পৰিছে আজি.. তেখেত স্কুল পৰিদৰ্শন কৰিবলৈ আহোঁতে ভেঞ্চাৰ স্কুলৰ প্ৰধান শিক্ষক গৰাকীয়ে ভয় আৰু সন্মানৰ বাবে নিজৰ চকী খনতে বহিবলৈ কৈ উঠি দিছিল স্কুলৰ স্বাৰ্থত......... পিছে টাবু টাইড ছাৰে নম্ৰ ভাৱে তেখেতক হেডমাষ্টৰৰ চকী খনতে বহিবলৈ দি কৈছিল.. মই হব পাৰোঁ স্কুল পৰিদৰ্শক কিন্তূ সেইখন চকীত বহাৰ আধিকাৰ মোৰ নাই... এয়াই হৈছে জ্ঞানী আৰু মহান ব্যক্তিৰ কথা.. পিচলৈ টাবু টাইড ছাৰে অসমৰ শিক্ষা বিভাগৰ সঞ্চালক হৈ অৱসৰ লৈছিল...
@dndeb3576
@dndeb3576 2 жыл бұрын
I agree with you
@ranjitbora734
@ranjitbora734 2 жыл бұрын
বি জে পি ৱালা মন্ত্রী ভাই যি মন যায় তাকে কৰিব পাৰে।
@abdulmozid7529
@abdulmozid7529 2 жыл бұрын
helo minister you are not eligible to sit on the chair of head master.
@inglishvlogs1015
@inglishvlogs1015 2 жыл бұрын
ইহতে এনেও শিক্ষকক মানুহ বুলি নেভাবে
@joypadun7771
@joypadun7771 2 жыл бұрын
মন্ত্ৰী হ'লেও কাৰুবাৰ আসনত বহিব নোৱাৰি।
@surjitkrthakur5538
@surjitkrthakur5538 2 жыл бұрын
Respect must be give and take.
@mrinalbaruah9474
@mrinalbaruah9474 Жыл бұрын
ক্ষমতাৰ নিচাত বেহুচ এওঁলোক। সেইবাবে গোসাঁই গুৰু একো নামানে। এওঁলোকৰ দ্বাৰাই আমি শাসিত।সচাকৈ আমি দুৰ্ভগীয়া।
@Karma_is_Life.
@Karma_is_Life. 2 жыл бұрын
প্ৰধান শিক্ষকজনে এৰি দিয়াটো ভুল। আৰু মন্ত্ৰীগৰাকীৰ এইকন জ্ঞান নথকাটো অতি দু:খজনক।।
@mrignavtanmoygroup
@mrignavtanmoygroup 2 жыл бұрын
এওঁলোক আজি কালি বহু ওপৰৰ মাল । শিক্ষকক গালি পাৰিবলৈহে সন্মান কৰিবলৈতো নহয়।
@tirthabokalial6945
@tirthabokalial6945 2 жыл бұрын
কাম নাইকীয়া মন্ত্ৰীৰ
@jaansaikia9308
@jaansaikia9308 2 жыл бұрын
Ata kotha Only 5yers Politicel ldr bur... Kin2Gov srvice 60Yers loike thake... Alop janibo lage Je Akukhon Axon Bohut kosto Podhaxunar folot pai ...Xei Axon khonok Respect koribo lage ...Teow Bohok kin2Xei khon Chokit nohoi Alop side kori Lobo lage...
@digantajyotibordoloi6869
@digantajyotibordoloi6869 2 жыл бұрын
তেওঁ সিমান জ্ঞান নাই তেওঁ জীৱনত কব পাৰিব মইয়ো এদিন বাবে প্ৰধান শিক্ষক আছিলোঁ তেওঁ ইমান সাহস কৰ পৰা পালে
@sashibhatta5198
@sashibhatta5198 2 жыл бұрын
এইবাৰৰ পৰা গুণোৎসৱে ৰাজনীতিক সকলকো শিক্ষকৰ চকীৰ দৰে সাধাৰণ অথচ সন্মানীয় আসনত বহাৰ সুবিধা দিছে বুলি ভবাৰ থল উলিয়াই দিছে ৷ কিছুসংখ্যক শিক্ষকে অৱশ্যে তেওঁলোকৰ চকীত ৰাজনীতিক বহি যোৱা কথাত গৌৰৱ বোধ কৰে ৷ আত্মসন্মানবোধ থকা শিক্ষকৰ কথা সুকীয়া, যিসকলৰ সংখ্যা আজিও বহুত ৷
@kamalborgohain6864
@kamalborgohain6864 2 жыл бұрын
ক্ষমতা আৰু অহংকাৰ চৰম নিদৰ্শন
@anildeka1594
@anildeka1594 2 жыл бұрын
নাজানে কাক কি সন্মান দিৱ লাগে ?
@dhrubajyotimohan9648
@dhrubajyotimohan9648 2 жыл бұрын
Bohib napai
@bipulrabha5345
@bipulrabha5345 2 жыл бұрын
Minister hole gyan Nathakibo. Pare tare proman😅😃😂😁😢😢
@nilasharma862
@nilasharma862 2 жыл бұрын
এই জনৰ সাধাৰন গিয়ানেই নাই
@zibonroy764
@zibonroy764 2 жыл бұрын
This MAN ( BJP Minister) does not KNOW How To RESPECT TEACHER And the HEAD of the STATE has Made Him the Education minister Aai a Niti Aai a Adarkho Where is the Future......
@girishbania8260
@girishbania8260 2 жыл бұрын
অহংকাৰৰ চৰম নিদৰ্শন ।
@mumtazali2453
@mumtazali2453 2 жыл бұрын
We want the Honour to the Teachers should be infinite, that's enough and underestimating casually annoying us that's bewildering also.
@dndeb3576
@dndeb3576 2 жыл бұрын
সেইখিনি জ্ঞান বিমল বৰাই মাক দেউতাকৰ পৰাই নাপালে। আহংকাৰে পতন ।
@amarkalita7623
@amarkalita7623 2 жыл бұрын
Kam sabo jua nai.. just traveling koribo goise photo uthise... govtr school je Delhi dore hobo lage tene sinta nai...
@labakumar4494
@labakumar4494 2 жыл бұрын
Janile aibor korene?? Aku nojona babei to sei Aason khont bohil. Teo akhon sadharon soki buli vbi lole.
@tapandas5309
@tapandas5309 2 жыл бұрын
political utsob hoi gol.
@apurbadeka4071
@apurbadeka4071 2 жыл бұрын
TET dle BORA fail kariba khatang
@mridulkumarborah4181
@mridulkumarborah4181 2 жыл бұрын
Sarbagunakar.
@arceusgamer1720
@arceusgamer1720 2 жыл бұрын
এইজনাক কাৰেণ্ট তুকে ভালকৈ দিবলৈ কব চোন, যত তত বহিব নালাগে 😢
@nirmolnirmol518
@nirmolnirmol518 2 жыл бұрын
👍👍👍👍👍👍👍👍👍👍👍👍👍
@jahirulislam4311
@jahirulislam4311 2 жыл бұрын
BJP ৰ নেতা মন্ত্রীৰ পৰিবৰ্তন।
@SanjayDas-ld8ey
@SanjayDas-ld8ey 2 жыл бұрын
Reyally mantri bimal borak khamatai morat dharise, kot shaha pale HEADMASTER chakit bohar.
@amarkalita7623
@amarkalita7623 2 жыл бұрын
Mantrir gyanor aru...pawar misuse korise....
@mrinalbaruah8750
@mrinalbaruah8750 2 жыл бұрын
Laj nalagene....
@azizulhoque3872
@azizulhoque3872 2 жыл бұрын
Ocarot sahittya dytta bahi ase dexon
@nayanchandranath8008
@nayanchandranath8008 2 жыл бұрын
Aibor akota ologordho montree.
@jyotishray4780
@jyotishray4780 2 жыл бұрын
Guru mane ki buji lobo lage
@binabhajani6083
@binabhajani6083 2 жыл бұрын
কিনো জানে বেচেৰা বিমল
@kailasrabha907
@kailasrabha907 2 жыл бұрын
Cm r sokit buhibo napai sage head sir or sokit bihise sage
@paragchetia5023
@paragchetia5023 2 жыл бұрын
চুলাই ভাটীত কাম কৰা মানুহে শিক্ষকৰ আসনৰ মৰ্যাদা কি বুজিব?
@dndeb3576
@dndeb3576 2 жыл бұрын
Tik kotha koise xi sulai master asil
@biswajitgogoi9860
@biswajitgogoi9860 2 жыл бұрын
@@dndeb3576 bimol. Kene
@mrbggaming6360
@mrbggaming6360 2 жыл бұрын
Najane
@bikashsaikia2967
@bikashsaikia2967 2 жыл бұрын
5 bsrt g MN Jai take kribo o
@nilamray4237
@nilamray4237 2 жыл бұрын
Pagol hoy😭😭👍
@sashikumarboruah8261
@sashikumarboruah8261 2 жыл бұрын
Baki hakalu bad diyak.Mantri Hale sob pari.
@user-ey7ee2it7m
@user-ey7ee2it7m 2 жыл бұрын
লগত যে আমাৰ পৰৰমা আছে টেনচন নাই আল ইজ ওৱেল
@promodbora3466
@promodbora3466 2 жыл бұрын
Samajick gayan r gayan r avab
@aminakhatun6018
@aminakhatun6018 2 жыл бұрын
Bim B is a child, he is unknown,
@mrbggaming6360
@mrbggaming6360 2 жыл бұрын
Kam nai and giran nai
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 119 МЛН
Modus males sekolah
00:14
fitrop
Рет қаралды 11 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 119 МЛН