Birat val lagil alosanato.dojanko bhut dhanybad.bhopen dak hekh bidai dib goi manuhar thelat konomate basi ahilo. Tathapi khed nai ,hekh bidai dukhere dib parilo.
@swapnapathak18152 ай бұрын
ভাল লাগিল।
@kamakhyagogoi2854Ай бұрын
অতি মনোগ্ৰাহী সাক্ষাৎকাৰ।
@PradipGogoi-i7bАй бұрын
আপোনালোকে ভাগৱত পাঠ কৰিলে ঐতিহাসিক ঘটনাৰ দৰে ৰাইজক বুজাই থাকিলে মানুহে ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব আধ্যাত্মিকতাবাদৰ অথ বুজি নাপায়। তেতিয়া জলিৰ ওপৰত নাঙল বান্ধি হাল বোৱাৰ দৰে হ'ব। মাটিত নাঙল নালাগে। মহাভাৰত ৰামায়ণ দুখন মহাকাব্য। মহিষী বাল্মিকী আৰু বেদ ব্যাসৰ ৰচিত। কাহিনীৰ ৰূপত মানৱীয় জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য দিবলৈ বিচাৰিছে। তাক সঁচা নাটক আৰু ভাওনা বুলি ভাবি ললে নহ'ব। তাৰ পৰা মানৱীয় আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা বোৰ ল'ব লাগিব। কুৰুক্ষেত্ৰ আৰু ধৰ্ম ক্ষেত্ৰ দুয়ো খন দেহতে আছে। ধূতৰাষ্টৰ দৰে অজ্ঞতাৰ এনাজৰী বহুতো মানুহৰ থকা টো স্বাভাৱিক। কৰ্ণ মানেই কাণ। কাণেৰে শুনা কথা ই পূথিৱী শেষ কৰিব পাৰে। control your ears অভিমন্যুৰ অভিমানে জগত খেলিমেলি লগাব পাৰে। শ্ৰীকৃষ্ণই হ'ল পৰম ব্ৰহ্ম। ব্ৰহ্ম সত্য জগৎ মিথ্যা। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত পাণ্ডৱ কৌৰৱৰ দেহ বিলাক পঞ্চ ভৌতিক জগৎ বা প্ৰকৃতিৰ ইহঁতৰ বিনাশ অনিবাৰ্য। কাৰণ জগৎ মিথ্যা। জগৎ বা দেহ ধ্বংস প্ৰাপ্ত হ'ব লাগিব ই খাটাং। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন।অথাৎ ব্ৰহ্ম সত্য শ্ৰীকৃষ্ণই ব্ৰহ্ম কুৰুক্ষেত্ৰ যুদ্ধত থকা সকলো জীৱ শ্ৰীকৃষ্ণৰ প্ৰতিবিম্ব মাএ। মহাপুৰুষ সকলে জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে কাহিনী নাটক ভাওনা ধৰ্ম গ্ৰন্থ শাস্ত্ৰ সমূহ ৰচনা কৰিছিল মানুহৰ মাজত বৈষম্যতা দূৰ কৰিবলৈ আৰু এখন সুস্থিৰ সবল শক্তিশালী সমাজ গঢ়িবলৈ। কিন্তু ক্ৰমান্বয়ে গুৰু দুজনা ৰ একশৰণ নামধৰ্ম শ শ সত্ৰ খেল চুঙত ভাগ হ'ল। পিছলৈ শঙ্কৰদেৱ সঙ্ঘৰ সূষ্টি কৰিছিল। ইয়াৰ ও বহুতো কাৰণ আছিল। পিছলৈ কম।
@bhadrakantadas6101Ай бұрын
বলেন দাৰ গীত এটা শুনাৰ সুবিধা এটা পাম নে ❤
@barnalidevikalita96542 ай бұрын
So nice prog.
@nivabhuyan74392 ай бұрын
খুউব ভাল লাগিল
@shreddedface6039Ай бұрын
বলেন দাৰ লগত চিলঙত মই তবলা বজাইছিলো,১৯৯৯ ত।
@jayantadas5298Ай бұрын
সাক্ষাৎকাৰ লোওতা জনৰ শিকিব লগীয়া বহুতো আছে
@DhironathBarman2 ай бұрын
নিয়ৰ হাজৰিকাইও বৰ সুন্দৰ গায় ।
@manishadevichoudhury57512 ай бұрын
Bahut Interesting kathopakathan
@DIPALIDEKA-f6eАй бұрын
Bhupen Dar Katha patile amoni nalage
@rajibdutta35472 ай бұрын
ভাল লাগিল
@সুখৰকিৰণ2 ай бұрын
❤❤❤❤❤
@shikhadas5536Ай бұрын
Host গৰাকী ভাল প্ৰশ্ন সোধাত
@suitsaikia4189Ай бұрын
ভাল সাক্ষাতকাৰ ।
@jonasarmah4528Ай бұрын
Bor bhal lagil kotha bur jani
@RimaDasmusic19752 ай бұрын
বৰ ভাল লাগিল কথাবোৰ জানি
@kalyanidutta25992 ай бұрын
Bor val lagil kotha khini
@BijumoniDas-o6t2 ай бұрын
❤
@tulyaboruah7078Ай бұрын
Apunar ma deotar nam janiboloi mon goichhil baru. Baki kothakhini jani bhal lagil