⭕শ্মশানত মাজনিশা দেখে নেকি অশৰীৰী আত্মা? ⭕সুৰাপান নকৰা এজন চণ্ডাল

  Рет қаралды 574,366

Prag News

Prag News

Күн бұрын

⭕শ্মশানত মাজনিশা দেখে নেকি অশৰীৰী আত্মা?
⭕সুৰাপান নকৰা এজন চণ্ডাল
⭕কেনেকৈ দাহ কৰিছে‌ ইটোৰ পাছত সিটো মৃতদেহ?
Watch the full clip to know more about this story.
#pragnews #NabagrahaCemetery #manuhormajemaje #guwahatinews
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 535
@rojoniprovabaruah5461
@rojoniprovabaruah5461 7 ай бұрын
এই মহান কাৰ্য ৰ লগত জড়িত ব্যক্তি কেইজনক হাজাৰ নমস্কাৰ।🙏🙏🙏
@Ta-tj3se
@Ta-tj3se 6 ай бұрын
🙏🙏🙏
@nmmototube3335
@nmmototube3335 6 ай бұрын
🙏🙏🙏
@NOGArtDrawing
@NOGArtDrawing 6 ай бұрын
🙏🙏🙏🙏🙏
@dipalibasumatary1824
@dipalibasumatary1824 6 ай бұрын
Nomskar❤❤❤
@nirupamagoswami8508
@nirupamagoswami8508 5 ай бұрын
@@NOGArtDrawing cm
@ashutdutta2698
@ashutdutta2698 7 ай бұрын
সচাকৈ মানুহ জন বৰ ভদ্ৰলোক । এখেতৰ কথা বোৰত এজন শিক্ষিত মানুহৰ চিনাকি দিলে ।
@BitapanSarmasong
@BitapanSarmasong Ай бұрын
😨😱😱😱
@jyotishrajbongshi3271
@jyotishrajbongshi3271 7 ай бұрын
সচাকৈয়ে এক চিৰন্তন সত্য "মৃত্যু"... "চণ্ডাল "এই বৃত্তিৰ লগত জড়িত ব্যক্তি সকল সচাকৈয়ে মহান, বৰ সুন্দৰ অনুষ্ঠানটি |
@pabitranath4675
@pabitranath4675 7 ай бұрын
মহান কৰ্মত নিয়োজিত হৈ থকা ব্যক্তি বোৰক চৰকাৰৰ ফালৰ পৰাও মাহিলী কিবা এটা অনুদান দিব লাগে বুলি স্মশান কতৃক্ষই চৰকাৰক অৱগত কৰিলে তেওঁলোকৰ পৰিয়ালৰ উপকাৰ হব। কৰ্মত নিয়োজিত হৈ থকা ব্যক্তি সকলোক মোৰ 🙏🙏🙏
@psdaxomiya2774
@psdaxomiya2774 7 ай бұрын
এনেকুৱা সত্য ঘটনাৰ অনুষ্ঠান বোৰ চাই বহুত ভাল লাগে
@nmmalakar6579
@nmmalakar6579 6 ай бұрын
মানুহজনৰ আচৰণ বহুত সহজ সৰল,,, ধন্য মানিছো আপোনাক,ভালে কুশলে থাকক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো।প্ৰকৃত চৰণত পৰিব লগা মানুহ আপোনালোকহে🙏 Reporter jonoloi bahot xuvkamana.
@rajkumarpegu912
@rajkumarpegu912 7 ай бұрын
চন্দাল শব্দ টো শুনিবলৈ বেয়া যদিও প্ৰকৃততে তেওঁলোকেই মহান কাম কৰে
@biswajitsaikia2812
@biswajitsaikia2812 7 ай бұрын
মানুহজনে মাকক যে বহুত ভাল পায় তেওঁৰ কথাখিনিৰ পৰাই বুজিব পাৰি।"মা লৈ মনত পৰে মা ও এদিন মৰিব"
@Kaustav_jyoti_Rabha
@Kaustav_jyoti_Rabha 7 ай бұрын
কৃষ্ণ ধন্য ধন্য চন্দাল বুদ্ধিত উত্তম। নেদেখুলো পৰম ভকত তোৰ সম। চাৰিও বেদৰ তত্ত্ব তই আছা জানি। তইতো উত্তম জাতি তই মহামানি। তীৰ্থক পবিত্ৰ কৰে ইটো কোন ছিদ্ৰ। তোৰ দৰশনে হোৱে জগত পৱিত্ৰ।কৃষ্ণ তোমাক কৌটি কৌটি প্ৰনাম 🙏🙏🙏🙏🙏
@BishmritaLahon
@BishmritaLahon 7 ай бұрын
Krishna madhaba
@DEBASHREEHazarika-oh8zh
@DEBASHREEHazarika-oh8zh 7 ай бұрын
😊
@girinkalita7134
@girinkalita7134 7 ай бұрын
পবিত্ৰ স্থান হৰ হৰ মহাদেৱ 🔱🙏🔱
@masalafoodbankassam1871
@masalafoodbankassam1871 6 ай бұрын
😅😅😅😅😅😅
@rituparnabhardwaj760
@rituparnabhardwaj760 6 ай бұрын
♥️🕉♥️🙏
@বিভূতি_অসম_AS03
@বিভূতি_অসম_AS03 6 ай бұрын
Jai aghora ❤jai Mahakaleshwar ❤
@Abhijit-l2j
@Abhijit-l2j 6 ай бұрын
​@@masalafoodbankassam1871hahiso keloii
@PranjalDaimary-i2k
@PranjalDaimary-i2k 6 ай бұрын
​@@masalafoodbankassam1871Rendir baccha Miya kyo hahisa
@user-ed5sw6hk4s
@user-ed5sw6hk4s 7 ай бұрын
অনুস্থানটি ভাল লাগিল । সাংবাদিক গৰাকীৰ কথা কোৱাৰ শৈলী অতি মনোগ্ৰাহী . . .
@julideka9832
@julideka9832 7 ай бұрын
নামটো চণ্ডাল নকৈ বেলেগ নাম দিব নোৱাৰি নে । তেওঁলোকো মহান কাম কৰি আছে 🙏🙏🙏
@KorobiChutiaa
@KorobiChutiaa 6 ай бұрын
এওঁলোকৰ পৰিচয় এইটো নামেৰে।
@joydeepborpatra2769
@joydeepborpatra2769 5 ай бұрын
Chandale thik ase 💀
@mantu5760
@mantu5760 6 ай бұрын
চৰকাৰে এইবোৰ দেখা নাপায়। কেৱল লাখপতি বাইদেউ সকলক হে দেখা পাই
@krishnamonigogoi1401
@krishnamonigogoi1401 5 ай бұрын
hosa kotha koise dada . FL2 SORKAR
@manindranath4509
@manindranath4509 7 ай бұрын
মই এটা কথা কম সকলোঁ মানুহে দিনত সময় পাই স্মাসানত ফুৰি আহিব লাগে জীৱন কি তেতিয়াহে গম পায় ।
@Niku_Mix_Vlogs
@Niku_Mix_Vlogs 7 ай бұрын
কিছুমানে চিঞৰি চিঞৰি আৰম্ভ কৰে কথাবোৰ সেইবাবে ভাল কথাবোৰও বেয়া লাগে শুনি,আজি ভাল লাগিল
@dilipchdeka6812
@dilipchdeka6812 7 ай бұрын
জীৱনৰ বাস্তৱ সত্য। এইটো এটা বৃতি বৰ ব্যতিক্তমী । চৰকাৰে এই বৃতিত জড়িত ব্যক্তি সকলক দৰমহাৰ আওতাত আনিব লাগে। কিয়নো তেওলোক মানৱ জীৱনৰ চিৰন্তন সত্যৰ লগত জড়িত ও সমাজৰ অপৰিহাৰ্য সাহসী ব্যক্তি।🙏🙏🙏
@prosenjitsarmabaruah401
@prosenjitsarmabaruah401 6 ай бұрын
Great dada
@nayanpathak840
@nayanpathak840 7 ай бұрын
, তেওঁ লোকক ভগবানে ভালে ৰাখক কাৰণ তেওঁ লোক আমাৰে মাজৰ এজন
@bontisarmah7541
@bontisarmah7541 6 ай бұрын
চৰকাৰে এনেকুৱা মহান ব্যক্তিসকলক মাহিলি দৰমহা দিয়াৰ ব্যবস্থা কৰিব লাগে
@juntiduwarah
@juntiduwarah 7 ай бұрын
মানুহজনৰ কথাখিনি শুনি বহুত ভাল লাগিল।
@sushilgogoi9859
@sushilgogoi9859 6 ай бұрын
মই খিনিতে মোৰ এটা কথা ব্যক্ত কৰিব বিছাৰো যে-চৰকাৰে দেখোন বিভিন্ন ধৰণৰ আঁচনি বনাই হকে বিহকে মানুহক পইচা দি থাকে,কিন্তু এখেত সকলৰ বাবে নুন্যতম কিবা এটা জলপানি দিয়া ব্যৱস্থা কৰিব নোৱাৰে নে!যত তেখেত সকলৰ বিনামুলীয়া স্বাস্থ্য পৰীক্ষা আৰু দৰৱ দিয়া বিষয়টো সামৰি লব পাৰি!এই কথাষাৰ কৰোৱাক কোৱাৰ আঁৰত মোৰ কোনো ৰাজনৈতিক স্বাৰ্থ জৰিত নাই!
@basantadas4477
@basantadas4477 7 ай бұрын
মহৎ‌ কৰ্ম। সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ।
@KorobiChutiaa
@KorobiChutiaa 6 ай бұрын
কি জীৱন! গোটেই জীৱন এই দেহাটো বাবে কত যে কি কি কৰোঁ। তাকো সেই দেহা পুৰি শেষ হয় মাত্ৰ ২ঘন্টাত। আচৰিত এই জীৱন সচাঁকৈয়ে 😢😢😢😢😢
@Onlyshorts-l7k
@Onlyshorts-l7k 6 ай бұрын
😢😢😢😢😢😢😢
@gunkumarpatgiri58
@gunkumarpatgiri58 7 ай бұрын
ধন্যবাদ থাকিল আমাক অনুষ্ঠানটো উৎসৰ্গা কৰাৰ কাৰনে।
@nilkamalburagohainburagoha9656
@nilkamalburagohainburagoha9656 7 ай бұрын
চনদাল নহয় মহান
@taramaiphukan8785
@taramaiphukan8785 7 ай бұрын
শ্মশান ৰ কথা শুনি ভাল লাগিল।কিন্তু এটা কথাহে বেয়া লাগিল,চৰকাৰে মে আজিলৈকে একো এটা মজুৰি দি😢 নাই সেইটোহে বেয়া লাগিল।দিব লাগে
@himusgamingvlogs2082
@himusgamingvlogs2082 6 ай бұрын
এনে মহান কাৰ্য্য কৰা লোক সকলক চৰকাৰে মাহিলী পাৰিতোষীক দিব লাগে।
@Rajumix44
@Rajumix44 7 ай бұрын
এই চেনেলৰ জৰিয়তে, অসম চৰকাৰলৈ অনুৰোধ কৰিম এই মানুহ খিনিক চৰকাৰী সাহায্য হিচাপে কিবা এটা দিব লাগে 🙏
@KumudNath-zl5nc
@KumudNath-zl5nc 7 ай бұрын
তেওঁক চাণ্ডাল নকৈ,, হৰি ভকত বুলি কৈ
@birinchiphukan6733
@birinchiphukan6733 6 ай бұрын
পৰিবেশন টো বহুত সুন্দৰ হৈছে । পৰিবেশন টো আগবঢ়ায় নিয়া গৰাকী ৰ অসমীয়া ভাষাৰ উচ্চাৰণত ভুল ভ্ৰান্তি কম বহুত ভাল হৈছে । এনে এগৰাকী ৰ পৰা আমি বা-বাতৰি পৰিবেশন হোৱাতো বিচাৰোঁ
@hehehaha9675
@hehehaha9675 7 ай бұрын
পৃথিৱীত কোনো আপোন নহয়, কোনো পৰ নহয়।সকলো এদিন যাবৈ লাগিব।
@parthamixarsassam6762
@parthamixarsassam6762 6 ай бұрын
সচাই এখেত এগৰাকী মহান লোক।
@nanditadas663
@nanditadas663 6 ай бұрын
May be one of the nicest calmest assamese reporter I have ever seen. Keep it up 🙏
@tutumanibarman5384
@tutumanibarman5384 6 ай бұрын
নলবাৰীৰ বুলি জানি ভাল লাগিল মোৰ ঘৰ নলবাৰীত।
@Loveassam8364
@Loveassam8364 Ай бұрын
শ্মশান হৈছে আমাৰ জেগা ❤🙏
@TAPONJITMUSIAL
@TAPONJITMUSIAL 5 ай бұрын
This line =আমি কিন্তু দৰমহা পাতি একো নেপাওঁ দেই বাইদেউ ❤
@ajitksaikia
@ajitksaikia 7 ай бұрын
Hundor bikhoi aru hundor video,dhanyabad Prag News, Digitel
@NKMedia-d6k
@NKMedia-d6k 7 ай бұрын
এইটো বৰ শ্ৰদ্ধেয় পেছা, সকলোৰে কাৰণে সম্ভৱ নহয় এই কৰ্ম৷ বৰ সাহসী কাম৷ 🙏
@moonchutia92-nd6zs
@moonchutia92-nd6zs 7 ай бұрын
শ্মশান মানেই স্বৰ্গ। ইয়াতকৈ শান্তিপূৰ্ণ স্থান আৰু কতো নাই।ভয় কৰিব লগীয়া কোনো কথা নাই?
@BhabhaniBhuyan
@BhabhaniBhuyan 4 ай бұрын
Sochan Mane sorgo hoboloi hole jiyai thoka kalot dharmik birokti hobo lagibo buli moi vabu.
@moonchutia92-nd6zs
@moonchutia92-nd6zs 4 ай бұрын
Right 👍
@সোৱাদ-TheTaste
@সোৱাদ-TheTaste 7 ай бұрын
Sundor interview❤ reporter goraki bor dhunia aru sorolota ase.. Kisuman je ase karha rupt kotha hudhe...
@pokpokkokok8033
@pokpokkokok8033 4 ай бұрын
𝙔𝙖𝙨𝙨𝙨𝙨𝙨,...❤😘
@jumankumarsarmah5131
@jumankumarsarmah5131 7 ай бұрын
এই বাস্তৱ মানি লোৱা সকলৰ কোনো দিশত অহংকাৰ নাই
@biswajitgogoi7747
@biswajitgogoi7747 4 ай бұрын
এইয়া এক মহান মানৱ সেৱা ❤❤🙏 ভগৱানে আপোনাৰ মঙ্গল কৰক 🙏
@PallabiDevi-k6y
@PallabiDevi-k6y 5 ай бұрын
সাংবাদিক গৰাকীৰ কথাবোৰ খুবেই সুন্দৰ।
@manikchandradas7057
@manikchandradas7057 7 ай бұрын
খুব ভাল লাগিল এই অনুষ্ঠান টো, ধন্যবাদ। 🙏🙏🙏
@bizzliyt7396
@bizzliyt7396 7 ай бұрын
Swalli jnir ktha behaviour dhnya vl lgil im impressed keep it up
@NamitaDas-b4u
@NamitaDas-b4u 7 ай бұрын
মহৎ কাম দাদা । আপুনি শ্ৰদ্ধাৰ পাত্র ।আপোনাক প্ৰনাম জনাইছো ❤️🙏🙏
@xmdi3687
@xmdi3687 7 ай бұрын
সুন্দৰ পৰিবেশন তেওঁলোকক কিবা এটা মাননী দিব লাগে যিহেতু স্মখা ন এখন পবিত্ৰ ঠাই সৰুতে কবিতা পঢ়িছিলোঁ স্মখ খান কবিতা টো আজিও মনত পৰে।
@nilelbart9514
@nilelbart9514 6 ай бұрын
এজন অতি ভদ্ৰ আৰু জ্ঞানী ব্যক্তি। তেখেতৰ চিন্তাধাৰাত বৈজ্ঞানিক দৃষ্টিভংগী পৰিলক্ষিত হৈছে।
@AnilHaloi-m3o
@AnilHaloi-m3o 6 ай бұрын
মই মাজে মাজে জাও মানৱ জীৱনত একো নাই সেই বাবে বাছি থকা দিন কেইটা সকলোৱে মিলি থাকক 🙏🙏।
@Nishann404
@Nishann404 7 ай бұрын
Baa joni aru manuhjonor imn dhuniya ktha❤❤..bhut val lagil sai.
@rupalikalita6024
@rupalikalita6024 4 ай бұрын
বহুত ভাল লাগিল আৰু কিবা এটা দুখো লাগিল মানুহ জন বহুত সৰল।।
@dipakmirivideoAS05
@dipakmirivideoAS05 6 ай бұрын
মৃত্যুয়ে যে সত্য তাৰে এক প্ৰমাণ 😢❤ কি মোহ-মায়া,কি আশা-আকাংক্ষা,বেয়া-ভাল জীৱনৰ শেষত কিন্ত সঁচাকৈয় কেৱল শূন্য 😢
@DebojitkrboraBora
@DebojitkrboraBora 6 ай бұрын
।।ভিডিঅতো সম্পূৰ্ণ কৈ চালো সুখ আৰু দুখৰ মাজত থাকি ভালেই লাগিল।।
@anilneog3769
@anilneog3769 3 ай бұрын
ভাল প্ৰয়াস প্ৰাগ নিউজৰ, ধন্যবাদ।
@Darrangyoutuber.
@Darrangyoutuber. 6 ай бұрын
❤❤বৰ ধুনীয়া কথা ক'লে জীৱন দুদিনীয়া‌ আহিছো‌ যদি‌ এদিন মৰিবই লাগিব 😢❤
@JAANRAKESHASSAMJORHAT
@JAANRAKESHASSAMJORHAT 7 ай бұрын
শান্তি স্থান তাত কৈ আৰু কতো নাই❤❤
@bijoydeka652
@bijoydeka652 3 ай бұрын
হৰ হৰ মহাদেৱ 🙏🙏🙏
@minotichetia9972
@minotichetia9972 7 ай бұрын
এই মহান কৰ্ম কৰা সকলো লৈকে বহুতো শ্ৰদ্ধা জনালোঁ। প্ৰভুৱে শক্তি দিয়ক 🙏🙏🙏
@deepashreedutta7925
@deepashreedutta7925 6 ай бұрын
Bhal lagil. Jeevan mane ki akou buji palu. অথিৰ ধনজন জীৱন যৌৱন..,, নতুনকৈবুজি পালো।
@SumitraMedhiHazarika
@SumitraMedhiHazarika 5 ай бұрын
ককাইদেউ বহুত ভাল লাগিল আপুনি খদাই ভালে থাকক।
@AratiBorah-z6y
@AratiBorah-z6y Ай бұрын
Hasai এওঁলোক মহান
@psdaxomiya2774
@psdaxomiya2774 7 ай бұрын
অনুষ্ঠান টো বহুত বেছি ভাল লাগিল এদিন মৰিম কি আচৰিত সত্য কেতিয়াবা খুৰা জনক লগ কৰিব যাব লাগিব
@juriborgohain6507
@juriborgohain6507 4 ай бұрын
মানুহৰ জিবনত আছেবা কি আমি মাথো ভাবৰিযা নহয় জানো
@james627g9
@james627g9 6 ай бұрын
য'ত মনুষ্যই মুক্তি পায় সেইখন পবিত্ৰ ঠাই শ্মশান।
@manibankalitanath3648
@manibankalitanath3648 5 ай бұрын
মহান কাম 🙏 ঈশ্বৰ প্ৰতিটো সময়তে তেওঁলোকৰ লগত আছে ।🙏
@momiborkotoki2924
@momiborkotoki2924 6 ай бұрын
হৰ হৰ মহাদেৱ
@ranjuriyanofficial
@ranjuriyanofficial 6 ай бұрын
বহুত ভাল লাগিল। ❤❤❤ বিক্ৰী নাযায় যেন চেনেলটো।
@ritamoniboruah5038
@ritamoniboruah5038 6 ай бұрын
পৱিত্ৰ স্থান সুন্দৰ বাৰ্তালাপ। এই মহান কামৰ লগত জৰিত প্রতি জনক বহুত প্ৰণাম। শুভ ৰঙালী বিহু।
@monjyotinath6891
@monjyotinath6891 7 ай бұрын
Bohoot simple reporter👍
@srtvofficial
@srtvofficial 7 ай бұрын
Reporter joni bor dhuniya❤
@dilipsonowal1972
@dilipsonowal1972 7 ай бұрын
ধন্যবাদ জনাইছো,, বহুত মহান কাম কৰাৰ বাবে।
@DaijyKalita-y2y
@DaijyKalita-y2y 4 ай бұрын
সুন্দৰ অনুষ্ঠান এটি চালো❤❤
@DevabalaGogoi
@DevabalaGogoi 6 ай бұрын
মহৎ কৰ্ম। তেখেতক প্ৰণাম জনাইছো 🙏🙏🙏
@MukundraChetia
@MukundraChetia 6 ай бұрын
হক হৰ মহাদেৱ
@ponakalita3005
@ponakalita3005 4 ай бұрын
সাংবাদিক গৰাকীলৈ ধন্যবাদ
@LatuBorah-dk4tp
@LatuBorah-dk4tp 2 ай бұрын
Manuh jonor kotha bilak eman val lagil
@sandhyadas7651
@sandhyadas7651 7 ай бұрын
মানুহ জনৰ কথা খিনি শুনি বৰ লাগিল,
@BharatiBhagabati
@BharatiBhagabati Ай бұрын
মহৎ কাম কৰিছা । উজ্জ্বল ভৱিষ্যত কামনা কৰিলো !
@Godzillanoob-k9e
@Godzillanoob-k9e 3 ай бұрын
Reporter ❌ Powerful women ✅ Selote ma'am 💪🏻🙏🏻
@BRbb-vv7zy
@BRbb-vv7zy 6 ай бұрын
চাওক চোন মানুহজন কিমান সহজ সৰল। অকপতে সকলোখিনি সৰলতাৰে কৈ গৈছে। দাদা, ঈশ্বৰে আপোনাক সদায় লগ দিয়ক🙏
@deutscheaatuere8025
@deutscheaatuere8025 4 ай бұрын
জয় শ্ৰীৰাম। ৰাম নামেই যি সত্য। তেৰাৰ নাম নিৰন্তৰে বোল জয় শ্ৰীৰাম।
@mousumidas8463
@mousumidas8463 4 ай бұрын
মহান কাম...শ্ৰদ্ধা জনালো ।
@ritukalita4381
@ritukalita4381 6 ай бұрын
সকলোতকে বেছি পবিত্ৰ স্থান হ'ল শ্মশান
@boraananta830
@boraananta830 6 ай бұрын
মানুহ জন বহুত ভাল ❤পবিত্ৰ কাম কৰি আছে।
@golapsaikia4852
@golapsaikia4852 4 ай бұрын
জীৱনৰ সত্যতো জানি ভাল লাগিল ৷
@KorobiChutiaa
@KorobiChutiaa 6 ай бұрын
ধুনীয়া প্ৰতিবেদন। 🙏
@abinashbarman7110
@abinashbarman7110 6 ай бұрын
Har Har Mahadev❤🙏🙏🙏🙏
@SurjyakantaDas-yk5oh
@SurjyakantaDas-yk5oh 3 ай бұрын
চণ্ডাল শব্দটোৱে মোক ৰজা হৰিশ্চন্দ্ৰৰ কাহিনীটো মনত পেলাই দিলে। মহান কৰ্ম্ম।
@lachit1000
@lachit1000 Ай бұрын
Hosakoi val lgil sai.. News anekua program sai val lge.. Teolukor o ata life ase. Tnx
@jitusarma2966
@jitusarma2966 5 ай бұрын
মানুহজনৰ কথা বোৰ ভাল লাগিল।। ভাল মানুহ হয়।।
@itsmedipon8370
@itsmedipon8370 6 ай бұрын
ছোৱালী জনী ধুনীয়া ❤❤❤❤🥰😘
@Dhiraj_venom_
@Dhiraj_venom_ 4 ай бұрын
Respect botton for this person ❤
@nripenpatar6356
@nripenpatar6356 3 ай бұрын
Prag news ar all person loi thanks eai mahan Kam aru mahan log janar bikhay dekhuar babe❤
@hiteshdas494
@hiteshdas494 6 ай бұрын
সুন্দৰ প্ৰতিবেদন ❤
@nabjitdas1702
@nabjitdas1702 7 ай бұрын
Provu mohadev r oinyotom pobigro sthan❤❤❤❤somshan❤❤❤❤ Har har mohadev❤❤
@RinaDevi-i6k
@RinaDevi-i6k 6 ай бұрын
মানুহ মৰিলে সকলো শেষ ভূত প্রেত সকলো মিছা থৈ যায় মাএ গুনানু কৃতি ।
@sitamonidas8623
@sitamonidas8623 7 ай бұрын
সকলোলৈকে আন্তৰিক ধন্যবাদ থাকিল
@munna3118
@munna3118 6 ай бұрын
Best Reporting.....❤❤❤
@NimeAshramSchool-o2k
@NimeAshramSchool-o2k 5 ай бұрын
প্ৰাসংগিক প্ৰশ্ন,, সাংবাদিক বাইদেউ গৰাকী লৈ প্ৰণাম,,,
@NomalDeka-z2h
@NomalDeka-z2h 5 ай бұрын
Good.feelings.and.best.coments.
@assameseboy3265
@assameseboy3265 4 ай бұрын
Buhut vl kam kori ase apuni...❤
Я сделала самое маленькое в мире мороженое!
00:43
Кушать Хочу
Рет қаралды 4,4 МЛН
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 10 МЛН
MY HEIGHT vs MrBEAST CREW 🙈📏
00:22
Celine Dept
Рет қаралды 22 МЛН
Ghorapak (Full Assamese Short Film) By Chinmoy Barma |TSFC
13:13
The SignedFilm Company
Рет қаралды 541 М.
Я сделала самое маленькое в мире мороженое!
00:43
Кушать Хочу
Рет қаралды 4,4 МЛН